Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Khatra ❤❤🎉🎉
Bikash da ❤
❤️
Next level ❤
দেঞ্জাৰ vrooo
Next level ❤❤
Bohut Dhuniya ❤
❤
dada apuni gaan kio dia nai 😢
🤡🏳️🌈🍒🌈
দাদা আপোনাৰ গান কেতিয়া আহিব
Hosai dai ❤
বিহুৱান আমাৰ আবেগ ❤❤ আমাৰ বাবে এটি উপহাৰ 😊
Raktim daa .Notun Notun Video lage Bihur uporot
😊
মাঘ বিহুৰ আগতেই নীল দা নতুন গান এটা নাপালে কেনেকৈ হব । সঁচাকৈ বহুত সুন্দৰ ❤ Thank You Neel Da🙌😍
Hoi hoi...🎉
Wow nice ❤🎉
Enjoy ❤🎉
IQ tests h.🧎 you our company Ed ko,
Finally, আমাৰ মৰমৰ বিহুৱানে ১০ বছৰ অতিক্ৰম কৰিলে আৰু আগুৱাই যাওঁক। সুন্দৰ হৈছে নীল দা ❤❤
ভেলা ঘৰত যদি নীল দাৰ গান নাবাজে কেনেকৈ হব 🎙️Love from Nagaon ❤
Ummmmmmmmmmmmmmmm
Only Zg song love from Nagaon
😂😂😂😂 ZG Akol ❤❤
One an only Zubeen ❤
Jimane singer nulaok...velaghorot zubeen dar gaan pothomei bajibo.
" বিহুৱান " আবেগ হয় আমাৰ 🥺❤️🩹 বছৰৰ শেষত এই এলবামটোৰ বাবে যেনেকুৱা এটা হেঁপাহ থাকে আন একো বস্তুৰ বাবে নাই ❤️❤️ নীল দা ভালে থাকক সদায় আপুনি ❤️❤️❤️ #আকৌ_পগলা_হ'ম 🔥
Gan tut iman ta jur nai
Mon moina u lage
নীল দা plz এটা coment replay দিয়ক ,। আপোনাৰ লগতে , সংগীত ভাগীত জড়িত সকলোকে , ইংৰাজী নতুন বছৰৰ আন্তৰিক অভিনন্দন জনালো ।
Right 👍👍👍
@@ritupondihingia5169first tt anakuwai lagibo...kin2...kaidin man past saba huni thakibo mon jabo
মৰম গোলাঘাটৰ পৰা♥️👐
বিহুৱানত সদায়েই নতুনত্ব, বাকী আৰু কি ক'ম ভাষা নাই ইমানেই ধুনীয়া হৈছে গানটো, বিহুৱান আমাৰ আবেগ শুভেচ্ছা থাকিল নীল দা গীতটি ৰ লগত জড়িত সকলোলৈকে।
ভেলাঘৰ হিলিব নহয় এইবাৰ উৰি যাব । মজ্জা হৈছে নীল দা 💥🔥
Hatot kukura duta hobo lagibo 😅
K@@abhinandantamulikukura ki gahori thakib hatot 🤣
Lgt apek 😂😂😂😂@@DipankorBora-qo5xv
আকৌ পগলা হম❤উফ বিহু ত একদম এইবাৰ বাজি থাকিব নীল দা , গানটো শুনি প্রিয় জনলৈ মনত পৰি গল❤
বিহুৱানৰ কাৰণে বছৰৰ শেষত বাট চাই লও। বঢ়িয়া ❤❤।
তুমি মৰম দিলে একোৱেই নালাগেদিয়াই বা নিদিয়া ভালেপাও মই তোমাকেUff ki Lyrics ❤❤❤
বিহুৱান আমাৰ বাবে সদায় প্ৰিয় আৰু সদায় প্ৰিয় হৈ থাকিব । আহি গ'ল মাঘ বিহুৰ ধামাকা নীল দা । সদায় ভালে থাকা। MGBU 😊😊
অতি মৰমৰ বিহুৱান খন আমাৰ মাজলৈ আগবঢ়াই দিয়া বাবে আপোনালৈ বহুত ধন্যবাদ,নীল দা , হেঁপাহ পলুৱাই সুনিম এইবাৰ নতুন বছৰত!!!
এইবাৰ মাঘ বিহুলৈ আপোনাৰ পৰা ইয়াতকৈ হিত গান এটাৰ আশা থাকিল নীল দা❤❤
বিহুৱান আমাৰ তেজে তেজে সিৰে সিৰে বৈ আছে🥹❤️। বহু অপেক্ষাৰ অন্তত আজি গীতটি আমাৰ মাজত পালোঁ☺️😍। নীল দা সদায় প্ৰিয়❤️🫶😙 । গীতটিৰ লগত সাঙোৰ খাই থকা সকলো কেইজন ককাই লৈ ধন্যবাদ জনাইছোঁ। আগলৈও এনেকৈ ধুনীয়া ধুনীয়া গীত আগবঢ়াই থাকিব 🙏❤️
চেনি,,চেনি,,চেনিমাই back. outstanding 👍💓😊 সোৱাদ পাইছো দেই,,,মজা
ধন্যবাদ নীল দা ইমান ধুনীয়া গীত এটি আমাৰ মাজলৈ আগবঢ়োৱাৰ বাবে 💞
গীতটিৰ লিখনি খুবেই সুন্দৰ, শব্দ বোৰো তেনেই সহজ সৰল আৰু ধুনীয়া। নীল দাদা তুমি সদায় প্ৰিয় তাতে আকৌ বছৰৰ শেষৰ ফালে তোমাৰ কণ্ঠত ইমান সুন্দৰ গীত এটি উপহাৰ দিছা। তোমাৰ মৌ মিঠা শুৱলা মাতত গীতটিয়ে যেন প্ৰাণ পাই উঠিছে।❤
দুবছৰৰ পিছত এইবাৰ আকৌ হিট হ’ব বিহুৱান ❤️🔥
নীল দাৰ বিহুৱান অবিহনে ,মাঘ বিহু আধৰুৱা❤Love from Rangia💝
নতুন বৰ্ষ বুলিলে আপোনাৰ গীতেই প্ৰথমে পাও আপোনাৰ গীতেৰেই নতুন বৰ্ষ আৰম্ভণি কৰো। ধুনীয়া ❤️❤️
মজা ❤। অতি সুন্দৰ
বহুত আখাৰে বাট চাই আছিলো বিহুৱানৰ বাবে । গানটো শুনি বহুত ভাল লাগিলে । Neel Daa ভাল পোৱা সকলে 👍 এটা কৰি দিব ❤❤❤
নীল আকাশ ককাইদেউৰ প্ৰতিটো বিহুৱান এ হিট হয়।❤❤❤❤নতুন বছৰ বিহুৱানেৰে ৰমক জমক হৈ উঠিব❤️❤️
Khub dhunia hoisa dada
বিহুৱান ❤ 🎉। জুবিন দাৰ পিছত ভাল পোৱা মানুহ জন ❤
বিহুৱান কেৱল এটা এলবাম নহয় আমাৰ বাবে আবেগ ❤ বৰ ভাল লাগিছে দাদা ❤
Akou pogola hom eibar Neel da r karone❤️Oo Neribba🥳Bihuwan hole Eku a nalage..❤️jorhat,Pulibor❤️
Dil se Bihuwan Fan ❤... Anekoie hodai Bihuwan amar majot hojib hoi thakok❤🎉
Bohot dhuniya Neel akash❤
ভেলা ঘৰত এইবাৰ হেঃ এইবাৰ। বৰ ধুনীয়া লাগিছে।
Waw Neel da বহুত হেঁপাহলৈ বহি থাকো ❤ সঁচাই বহুত ভাল লাগিল ভালে থাকক আপুনি সদায় ❤
অতি সুন্দৰ
দহটা বছৰ গৰকা নীল দাৰ বিহুৱানখনলৈ বহুত বহুত মৰম থাকিল❤ । এই বিহুৱান যেন আৱেগ 💙
এটা বছৰৰ অন্তত আকৌ আমাৰ মাজলৈ এটি সুন্দৰ গীত ।। এইবাৰ বিহু গৰম হবৈ লাগিব । ❤❤❤❤
Ufff ki hundor 🔥🔥🔥🔥🔥
এইবাৰ super hit ❤❤❤
Dhuniya Neel Daa❤
Val ni
নীল দাৰ গান বুলি সদায় পগলা আছিলোঁ আগলৈও হৈ থাকিম❤️😍Life ত এবাৰ বিহুৱান ত কাম কৰাৰ সপোনটো পূৰণ কৰি হে মৰিম 😏😏😌
বিহুৱান পৰিয়াললৈ আগতিয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল ৰাইজে গীতটো মৰম দিয়ক ❤ বিহুৱান সদায় প্ৰিয় হৈ ৰৱ ❤️❤️❤️
Hundor Neel da❤
Kokai jui 🔥😍 #আকৌ পগলা #জীৱনজিন্দাবাদ
আকৌ হিট মাৰিব। বিহুৱানৰ নিজস্বতা আৰু আপোনাৰ নিজস্ব শৈলীয়ে আপ্লুত কৰে। ভালে থাকক ❤
Dibrugarh r pora Kune Kune huni asa like ata kori jua❤❤❤
বিহুৱানক নোহোৱা হৈ যাব নিদিব দাদা, আগৰ দৰে হিট লাগে দাদা । Vedio লাগে এইটোত আপুনি অভিনয় কৰা ❤❤😊 আপুনি অভিনয় কৰিলে আগৰ বগী বগী, হোণ্ডাচিটিৰ দৰে হিট হব দুবছৰ মানৰ পৰা বিহুৱানত ইয়াৰ কমী অনুভৱ কৰিছো।
Aibar Bihuwan r Video Ahi ase , Magh Bihu agote video pai jab ... get ready for it.
@@MINTURAIDINGIA❤❤❤
@@MINTURAIDINGIAanajori ketia ahiba dada
Nasa nasa aaa janoi tumake saie rou ….. Eibar hilibo 🎉🔥🔥
Oh wow! What an aroma!!! Great job mrinmoi, neel and ujjal da... Very sweet gift to assam
নীল দা বহু গীত ভাল লাগিছে 😊😊 বিহুৱান গীতটো উপহাৰ থাকিল 🎉🎉
"বিহুৱান" আমাৰ "আবেগ" এইবাৰ কিন্তু আৰু বেছি মৰমিয়াল হৈছে সঁচাকৈ, লগতে সকলোকে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ লগতে সকলোৰে ভাল হওঁক নতুন বছৰটি।❤️🫰🫰
বিহুৱান আমাৰ আৱেগ ❤ বিহুৱানৰ দহ বছৰৰ শুভকামনা থাকিল তাতে আকৌ ফাগুনী 😌💗
এইবাৰ মাঘ বিহুত এই গান টোৱে হিলাই দিব 🔥🔥🔥 নীল দা বহুত সুন্দৰ হৈছে গান টো ❤❤
Val Lagil bohut🎉
Finally বহু অপেক্ষাত ❤... বিহুৱান 😍🔥.... Ultimate ❤️
Dhuniya ❤নীল দা সুন্দৰ কন্ঠ
সুন্দৰ ককাইদেউ শুভেচ্ছা থাকিল আগুৱাই যোৱা এই যুদ্ধত ❤️❤️
বিহুৱানে বিহু আনিলেই , বৰ ভাল লাগিল শুনি দেই
বিহুৱান মেইন😍কি কম আৰু বহুত ভাল হৈছে নীল দা 🤗🥰
এইবাৰ মাঘ বিহু ফালিব এইটো গানে 🔥🔥🔥
ডেকা সকলৰ বাবে মাঘৰ বিহুত নাচিব কাৰণে নীল দাৰ আকৌ পগলা হম গানটো আহি গল ।Bihuwan Hit 🎯❤❤ Congratulations # 0:08 BIHUWAN10 years completed.
Finally...😊ako pgla hm hit neel daa hodai priyo bihuwan khn ❤❤😍🔥🔥
Moja lagil huni❤
মাঘৰ বিহুৰ বিশেষ “বিহুবান”❤❤
বহুত অপেক্ষা অন্তত ককাইদেউ বিহুৱান গানটো পালোঁ ❤🥰 ধন্যবাদ ককাইদেউ 😗❤️
Mojaaa❤❤❤
বিহুৱান এক সুকীয়া আমেজ বৰ ধুনীয়া হৈছে ❤❤❤
Finnally Bohut Opekhyat Ahi Gol ❤️...Mozza Neel Da 😍❤️... Superb.... Bihuwan Mane Jui 🔥
Sundor নীল da মাঘৰ বিহু dina ফালি dim
মৰমৰ নীল দা লৈবহুত বেছি মৰম আৰু শুভ কামনা ❤❤❤অতি সুন্দৰ গীত।😊
নীল দা বাবে Comment পঢ়িব আহা সকলোৱে এটা এটা Like কৰি দিয়া... গীতটো সকলোৱে আদৰি লব এইবাৰ মাঘ বিহুত আকৌ পগলা হব লাগিব❤
মৰম দৰং ৰ পৰা❤
বহুত বেছি মৰম যাঁচিলো মৰমৰ ককাইদেউ।❤️👌 বাদ বাকী "বিহুৱান" জুই বুলি কলো আৰু মৰমৰ নীল দাৰ লগতে জড়িত হৈই থকা সকলোলৈকে ভোগালী বিহু আৰু ইংৰাজীৰ নৱবৰ্ষৰ হিয়া -ভৰা শুভেচ্ছা যাঁচিলো।❤️❤️🙏🙏
নীল দাৰ গানে এইবাৰ মাঘৰ বিহু & New Year হিলাই দিব।❤❤
Nel da jui moja ❤❤
❤😊
অতি সুন্দৰ কণ্ঠ নীল দা। 🎉❤ আৰ শুনিয়ে থাকিবৰ মন যয়।❤
ৰৈ আছিলোঁ বিহুৱান ৰ বাবে ❤️
Understanding= 0%Enjoying =100%Love from ODISHA❤❤❤💃🕺
Lv u brother
From Assam
Thank you ❤
জুবিন দা পিছতেই সকলোৰে মৰমৰ নীল দা ❤
Neel dar bihuwan r song tu শুনিবলৈ ইমানেই অপেক্ষাত থাকোঁ....কি কম আৰু ভাষা নাই...আমনি এই নালাগে ❤😮....
Neel da বহুত ধুনীয়া হৈছে সুন্দৰ❤
Kokai bohut dhuniya❤️❤️❤️
হিলিলে আকৌ এইবাৰ বিহু❤❤❤❤
ধুনীয়া ❤❤❤ বিহুৱান সদায় নতুন হৈ জিলিকি থাকক
মৰমৰ dibrughror❤ পৰা
Dhuniya... ১০ বাৰ শুনিলো দাদা...
Same ❤
আশাৰে বাট চাই আছিলো আজি বহুত ভাল লাগিছে। ❤
Mozah ❤🎉
Finally বিহুৱান ♥️🙌🤩
বিহুৱান আমাৰ আৱেগ,, আৰু নীল দা আমাৰ গৌৰৱ ❤😍
Bhal lagise gaantu ❤❤
বহুত ভাল লাগিছে গানটো 😍🥰 milin views aheb dai Neel da
প্ৰত্যেক বছৰে বিহুৱান শুনিবলৈ ৰৈ থাকোঁ ।।🎉🎉 নীল আকাশ দাক বহুত ভাল লাগে ।।।🎉🎉🎉 আৰু কুসুম কৈলাশ দাক ভাল লাগে ❤❤।।। যাৰ যাৰ ভাল লাগে এটা লাইক মাৰা ।।।
Moja❤🎉
বিহুৱানত সদায়েই নতুনত্ব, বাকী ধুনীয়া হৈছে গানটো, বিহুৱান আমাৰ আবেগ শুভেচ্ছা থাকিল নীল দা গীতটি ৰ লগত জড়িত সকলোলৈকে।❤🎉
ধুণীয়া গান ❤
Bohut Hundor hoise 👌👌🥰🥰❤️❤️
Mojja mojja kokai
নীল দাৰ বিহুৱান অবিহনে যেন ভোগালী বিহু আধৰুৱা হৈ ৰʼৱ এনেকৈয়ে প্ৰতি বছৰে বিহুৱান খন দি যাব দেই নীল দা♥️♥️
Awsm nell da
Khatra ❤❤🎉🎉
Bikash da ❤
❤️
Next level ❤
দেঞ্জাৰ vrooo
Next level ❤❤
Bohut Dhuniya ❤
❤
dada apuni gaan kio dia nai 😢
🤡🏳️🌈🍒🌈
দাদা আপোনাৰ গান কেতিয়া আহিব
Hosai dai ❤
বিহুৱান আমাৰ আবেগ ❤❤ আমাৰ বাবে এটি উপহাৰ 😊
Raktim daa .Notun Notun Video lage Bihur uporot
😊
মাঘ বিহুৰ আগতেই নীল দা নতুন গান এটা নাপালে কেনেকৈ হব । সঁচাকৈ বহুত সুন্দৰ ❤
Thank You Neel Da🙌😍
Hoi hoi...🎉
Wow nice ❤🎉
Enjoy ❤🎉
IQ tests h.🧎 you our company Ed ko,
Finally, আমাৰ মৰমৰ বিহুৱানে ১০ বছৰ অতিক্ৰম কৰিলে আৰু আগুৱাই যাওঁক। সুন্দৰ হৈছে নীল দা ❤❤
ভেলা ঘৰত যদি নীল দাৰ গান নাবাজে কেনেকৈ হব 🎙️
Love from Nagaon ❤
Ummmmmmmmmmmmmmmm
Only Zg song love from Nagaon
😂😂😂😂 ZG Akol ❤❤
One an only Zubeen ❤
Jimane singer nulaok...velaghorot zubeen dar gaan pothomei bajibo.
" বিহুৱান " আবেগ হয় আমাৰ 🥺❤️🩹 বছৰৰ শেষত এই এলবামটোৰ বাবে যেনেকুৱা এটা হেঁপাহ থাকে আন একো বস্তুৰ বাবে নাই ❤️❤️ নীল দা ভালে থাকক সদায় আপুনি ❤️❤️❤️ #আকৌ_পগলা_হ'ম 🔥
Gan tut iman ta jur nai
Mon moina u lage
নীল দা plz এটা coment replay দিয়ক ,। আপোনাৰ লগতে , সংগীত ভাগীত জড়িত সকলোকে , ইংৰাজী নতুন বছৰৰ আন্তৰিক অভিনন্দন জনালো ।
Right 👍👍👍
@@ritupondihingia5169first tt anakuwai lagibo...kin2...kaidin man past saba huni thakibo mon jabo
মৰম গোলাঘাটৰ পৰা♥️👐
বিহুৱানত সদায়েই নতুনত্ব, বাকী আৰু কি ক'ম ভাষা নাই ইমানেই ধুনীয়া হৈছে গানটো, বিহুৱান আমাৰ আবেগ শুভেচ্ছা থাকিল নীল দা গীতটি ৰ লগত জড়িত সকলোলৈকে।
ভেলাঘৰ হিলিব নহয় এইবাৰ উৰি যাব । মজ্জা হৈছে নীল দা 💥🔥
Hatot kukura duta hobo lagibo 😅
K@@abhinandantamulikukura ki gahori thakib hatot 🤣
Lgt apek 😂😂😂😂@@DipankorBora-qo5xv
আকৌ পগলা হম❤উফ বিহু ত একদম এইবাৰ বাজি থাকিব নীল দা , গানটো শুনি প্রিয় জনলৈ মনত পৰি গল❤
বিহুৱানৰ কাৰণে বছৰৰ শেষত বাট চাই লও। বঢ়িয়া ❤❤।
তুমি মৰম দিলে
একোৱেই নালাগে
দিয়াই বা নিদিয়া
ভালেপাও মই তোমাকে
Uff ki Lyrics ❤❤❤
বিহুৱান আমাৰ বাবে সদায় প্ৰিয় আৰু সদায় প্ৰিয় হৈ থাকিব । আহি গ'ল মাঘ বিহুৰ ধামাকা নীল দা । সদায় ভালে থাকা। MGBU 😊😊
অতি মৰমৰ বিহুৱান খন আমাৰ মাজলৈ আগবঢ়াই দিয়া বাবে আপোনালৈ বহুত ধন্যবাদ,নীল দা , হেঁপাহ পলুৱাই সুনিম এইবাৰ নতুন বছৰত!!!
এইবাৰ মাঘ বিহুলৈ আপোনাৰ পৰা ইয়াতকৈ হিত গান এটাৰ আশা থাকিল নীল দা❤❤
বিহুৱান আমাৰ তেজে তেজে সিৰে সিৰে বৈ আছে🥹❤️। বহু অপেক্ষাৰ অন্তত আজি গীতটি আমাৰ মাজত পালোঁ☺️😍। নীল দা সদায় প্ৰিয়❤️🫶😙 । গীতটিৰ লগত সাঙোৰ খাই থকা সকলো কেইজন ককাই লৈ ধন্যবাদ জনাইছোঁ। আগলৈও এনেকৈ ধুনীয়া ধুনীয়া গীত আগবঢ়াই থাকিব 🙏❤️
চেনি,,চেনি,,চেনিমাই back. outstanding 👍💓😊 সোৱাদ পাইছো দেই,,,মজা
ধন্যবাদ নীল দা ইমান ধুনীয়া গীত এটি আমাৰ মাজলৈ আগবঢ়োৱাৰ বাবে 💞
গীতটিৰ লিখনি খুবেই সুন্দৰ, শব্দ বোৰো তেনেই সহজ সৰল আৰু ধুনীয়া। নীল দাদা তুমি সদায় প্ৰিয় তাতে আকৌ বছৰৰ শেষৰ ফালে তোমাৰ কণ্ঠত ইমান সুন্দৰ গীত এটি উপহাৰ দিছা। তোমাৰ মৌ মিঠা শুৱলা মাতত গীতটিয়ে যেন প্ৰাণ পাই উঠিছে।❤
দুবছৰৰ পিছত এইবাৰ আকৌ হিট হ’ব বিহুৱান ❤️🔥
নীল দাৰ বিহুৱান অবিহনে ,মাঘ বিহু আধৰুৱা❤
Love from Rangia💝
নতুন বৰ্ষ বুলিলে আপোনাৰ গীতেই প্ৰথমে পাও আপোনাৰ গীতেৰেই নতুন বৰ্ষ আৰম্ভণি কৰো। ধুনীয়া ❤️❤️
মজা ❤। অতি সুন্দৰ
বহুত আখাৰে বাট চাই আছিলো বিহুৱানৰ বাবে । গানটো শুনি বহুত ভাল লাগিলে । Neel Daa ভাল পোৱা সকলে 👍 এটা কৰি দিব ❤❤❤
নীল আকাশ ককাইদেউৰ প্ৰতিটো বিহুৱান এ হিট হয়।❤❤❤❤নতুন বছৰ বিহুৱানেৰে ৰমক জমক হৈ উঠিব❤️❤️
Khub dhunia hoisa dada
বিহুৱান ❤ 🎉। জুবিন দাৰ পিছত ভাল পোৱা মানুহ জন ❤
বিহুৱান কেৱল এটা এলবাম নহয় আমাৰ বাবে আবেগ ❤ বৰ ভাল লাগিছে দাদা ❤
Akou pogola hom eibar Neel da r karone❤️Oo Neribba🥳
Bihuwan hole Eku a nalage..❤️jorhat,Pulibor❤️
Dil se Bihuwan Fan ❤... Anekoie hodai Bihuwan amar majot hojib hoi thakok❤🎉
Bohot dhuniya Neel akash❤
ভেলা ঘৰত এইবাৰ হেঃ এইবাৰ। বৰ ধুনীয়া লাগিছে।
Waw Neel da বহুত হেঁপাহলৈ বহি থাকো ❤ সঁচাই বহুত ভাল লাগিল ভালে থাকক আপুনি সদায় ❤
অতি সুন্দৰ
দহটা বছৰ গৰকা নীল দাৰ বিহুৱানখনলৈ বহুত বহুত মৰম থাকিল❤ । এই বিহুৱান যেন আৱেগ 💙
এটা বছৰৰ অন্তত আকৌ আমাৰ মাজলৈ এটি সুন্দৰ গীত ।। এইবাৰ বিহু গৰম হবৈ লাগিব । ❤❤❤❤
Ufff ki hundor 🔥🔥🔥🔥🔥
এইবাৰ super hit ❤❤❤
Dhuniya Neel Daa❤
Val ni
নীল দাৰ গান বুলি সদায় পগলা আছিলোঁ আগলৈও হৈ থাকিম❤️😍
Life ত এবাৰ বিহুৱান ত কাম কৰাৰ সপোনটো পূৰণ কৰি হে মৰিম 😏😏😌
বিহুৱান পৰিয়াললৈ আগতিয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল
ৰাইজে গীতটো মৰম দিয়ক ❤
বিহুৱান সদায় প্ৰিয় হৈ ৰৱ ❤️❤️❤️
Hundor Neel da❤
Kokai jui 🔥😍 #আকৌ পগলা #জীৱনজিন্দাবাদ
আকৌ হিট মাৰিব। বিহুৱানৰ নিজস্বতা আৰু আপোনাৰ নিজস্ব শৈলীয়ে আপ্লুত কৰে। ভালে থাকক ❤
Dibrugarh r pora Kune Kune huni asa like ata kori jua❤❤❤
বিহুৱানক নোহোৱা হৈ যাব নিদিব দাদা, আগৰ দৰে হিট লাগে দাদা । Vedio লাগে এইটোত আপুনি অভিনয় কৰা ❤❤😊 আপুনি অভিনয় কৰিলে আগৰ বগী বগী, হোণ্ডাচিটিৰ দৰে হিট হব দুবছৰ মানৰ পৰা বিহুৱানত ইয়াৰ কমী অনুভৱ কৰিছো।
Aibar Bihuwan r Video Ahi ase , Magh Bihu agote video pai jab ... get ready for it.
@@MINTURAIDINGIA❤❤❤
@@MINTURAIDINGIAanajori ketia ahiba dada
❤
Nasa nasa aaa janoi tumake saie rou ….. Eibar hilibo 🎉🔥🔥
Oh wow! What an aroma!!! Great job mrinmoi, neel and ujjal da... Very sweet gift to assam
নীল দা বহু গীত ভাল লাগিছে 😊😊 বিহুৱান গীতটো উপহাৰ থাকিল 🎉🎉
"বিহুৱান" আমাৰ "আবেগ" এইবাৰ কিন্তু আৰু বেছি মৰমিয়াল হৈছে সঁচাকৈ, লগতে সকলোকে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ লগতে সকলোৰে ভাল হওঁক নতুন বছৰটি।❤️🫰🫰
বিহুৱান আমাৰ আৱেগ ❤ বিহুৱানৰ দহ বছৰৰ শুভকামনা থাকিল তাতে আকৌ ফাগুনী 😌💗
এইবাৰ মাঘ বিহুত এই গান টোৱে হিলাই দিব 🔥🔥🔥 নীল দা বহুত সুন্দৰ হৈছে গান টো ❤❤
Val Lagil bohut🎉
Finally বহু অপেক্ষাত ❤... বিহুৱান 😍🔥.... Ultimate ❤️
Dhuniya ❤
নীল দা সুন্দৰ কন্ঠ
সুন্দৰ ককাইদেউ শুভেচ্ছা থাকিল আগুৱাই যোৱা এই যুদ্ধত ❤️❤️
বিহুৱানে বিহু আনিলেই , বৰ ভাল লাগিল শুনি দেই
বিহুৱান মেইন😍কি কম আৰু বহুত ভাল হৈছে নীল দা 🤗🥰
এইবাৰ মাঘ বিহু ফালিব এইটো গানে 🔥🔥🔥
ডেকা সকলৰ বাবে মাঘৰ বিহুত নাচিব কাৰণে নীল দাৰ আকৌ পগলা হম গানটো আহি গল ।
Bihuwan Hit 🎯❤❤ Congratulations # 0:08 BIHUWAN10 years completed.
Finally...😊ako pgla hm hit neel daa hodai priyo bihuwan khn ❤❤😍🔥🔥
Moja lagil huni❤
মাঘৰ বিহুৰ বিশেষ “বিহুবান”❤❤
বহুত অপেক্ষা অন্তত ককাইদেউ বিহুৱান গানটো পালোঁ ❤🥰 ধন্যবাদ ককাইদেউ 😗❤️
Mojaaa❤❤❤
বিহুৱান এক সুকীয়া আমেজ বৰ ধুনীয়া হৈছে ❤❤❤
Finnally Bohut Opekhyat Ahi Gol ❤️...Mozza Neel Da 😍❤️... Superb.... Bihuwan Mane Jui 🔥
Sundor নীল da মাঘৰ বিহু dina ফালি dim
মৰমৰ নীল দা লৈ
বহুত বেছি মৰম আৰু শুভ
কামনা ❤❤❤
অতি সুন্দৰ গীত।😊
নীল দা বাবে Comment পঢ়িব আহা সকলোৱে এটা এটা Like কৰি দিয়া... গীতটো সকলোৱে আদৰি লব এইবাৰ মাঘ বিহুত আকৌ পগলা হব লাগিব❤
মৰম দৰং ৰ পৰা❤
বহুত বেছি মৰম যাঁচিলো মৰমৰ ককাইদেউ।❤️👌
বাদ বাকী "বিহুৱান" জুই বুলি কলো আৰু মৰমৰ নীল দাৰ লগতে জড়িত হৈই থকা সকলোলৈকে ভোগালী বিহু আৰু ইংৰাজীৰ নৱবৰ্ষৰ হিয়া -ভৰা শুভেচ্ছা যাঁচিলো।❤️❤️🙏🙏
নীল দাৰ গানে এইবাৰ মাঘৰ বিহু & New Year হিলাই দিব।❤❤
Nel da jui moja ❤❤
❤😊
অতি সুন্দৰ কণ্ঠ নীল দা। 🎉❤ আৰ শুনিয়ে থাকিবৰ মন যয়।❤
ৰৈ আছিলোঁ বিহুৱান ৰ বাবে ❤️
Understanding= 0%
Enjoying =100%
Love from ODISHA❤❤❤💃🕺
Lv u brother
From Assam
Thank you ❤
জুবিন দা পিছতেই সকলোৰে মৰমৰ নীল দা ❤
Neel dar bihuwan r song tu শুনিবলৈ ইমানেই অপেক্ষাত থাকোঁ....কি কম আৰু ভাষা নাই...আমনি এই নালাগে ❤😮....
Neel da
বহুত ধুনীয়া হৈছে সুন্দৰ❤
Kokai bohut dhuniya❤️❤️❤️
হিলিলে আকৌ এইবাৰ বিহু❤❤❤❤
ধুনীয়া ❤❤❤ বিহুৱান সদায় নতুন হৈ জিলিকি থাকক
মৰমৰ dibrughror❤ পৰা
Dhuniya... ১০ বাৰ শুনিলো দাদা...
Same ❤
আশাৰে বাট চাই আছিলো আজি বহুত ভাল লাগিছে। ❤
Mozah ❤🎉
Finally বিহুৱান ♥️🙌🤩
বিহুৱান আমাৰ আৱেগ,, আৰু নীল দা আমাৰ গৌৰৱ ❤😍
Bhal lagise gaantu ❤❤
বহুত ভাল লাগিছে গানটো 😍🥰 milin views aheb dai Neel da
প্ৰত্যেক বছৰে বিহুৱান শুনিবলৈ ৰৈ থাকোঁ ।।🎉🎉 নীল আকাশ দাক বহুত ভাল লাগে ।।।🎉🎉🎉 আৰু কুসুম কৈলাশ দাক ভাল লাগে ❤❤।।। যাৰ যাৰ ভাল লাগে এটা লাইক মাৰা ।।।
Moja❤🎉
বিহুৱানত সদায়েই নতুনত্ব, বাকী ধুনীয়া হৈছে গানটো, বিহুৱান আমাৰ আবেগ শুভেচ্ছা থাকিল নীল দা গীতটি ৰ লগত জড়িত সকলোলৈকে।❤🎉
ধুণীয়া গান ❤
Bohut Hundor hoise 👌👌🥰🥰❤️❤️
Mojja mojja kokai
নীল দাৰ বিহুৱান অবিহনে যেন ভোগালী বিহু আধৰুৱা হৈ ৰʼৱ
এনেকৈয়ে প্ৰতি বছৰে বিহুৱান খন দি যাব দেই নীল দা♥️♥️
Awsm nell da