Adarar Achore [ আদৰৰ আঁচোৰ ] || Ep 141 || 17.07.2024 ||
Вставка
- Опубліковано 29 сер 2024
- Shame, blame, disrespect, betrayal, and the withholding of affection damage the roots from which love grows. Love can only survive these injuries if they are acknowledged and healed . We cultivate love when we allow our most vulnerable and powerful selves to be deeply seen and known, and when we honor the spiritual connection that grows from that offering with trust, respect, kindness and affection. And ADARAR ACHORE is one such saga of love wherein we will find everything from family drama to love , hatred, conspiracy and lots more
Follow Rengoni TV :-
Facebook: / rengonitv
UA-cam: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#rengonitv #adararachore #entertainment#RENGONITV #ENTERTAINMENT #RENGONITV #ENTERTAINMENT#RENGONITV #ENTERTAINMENT
মাইনী মায়েঘৰৰ পৰা উলিয়াই দিলে কেনে লাগিছে মোৰ বহুত ভাল লাগিছে দেই
মনৰ মাকে চপনীযাক ঘৰৰ পৰা উলিয়াই দিয়া চাবৰ কাৰনে কোনে কোনে ৰৈ আছে লাক কৰি দিয়া
😢camant-84
Like to hua nai লাইক
Moi besi roi asu
Like to kar kar mota hua nai
ছপনীয়াটোক ছৰ মৰাটো চাবলৈ অপেক্ষা কৰি আছিলোঁ কিন্তু কাইলৈ কাৰনে থৈ দিলে।
বটোৰ মুখত সৰু হাঁহি মানে মিহি মিহি হাঁহি টো ভাল লাগিল,❤ কালিলৈ আৰু ভাল লাগিব বুলি আশা।
Bormon dadak mur bahut vl lge... acting super
মই ৰৈ আছো । এই ঘৰ জোৱাই টো আৰু এই জীয়েক জনীয়ে বহুত কষ্ট পোৱাটো বিচাৰো ।
মন আৰু দুবৰি লৈ বহুত দুখ লগা হৈছে । কথাতে কয় নহয় " বিপদ অকলে নাহে " । 😢
দুবৰিয়ে এই ছপনীয়া টোৰ ওচৰত হাত যোৰ কৰাতকৈ যদি ছপনীয়া টোক দুচৰ লগাই দিলে হয়, বেছি ভাল লাগিল হয়, নে কি কয় ৰাইজ?❤️❤️🤣🤣
Thike koisa😂
বাহিৰ কৰক এই পেট পোঢ়াটোক অতি সোনকালে ।। চৰটো দিয়াৰ কাৰণে 👍👍👍👍
সু প্ৰভাত সকলোকে
Samudrak kune kune beya poa ata laik kora
বৰ, ভাল লাগে, সমুদ্ৰ, ঘৰৰ পৰা খেদিব লাগে
হেই,,এইটোৱে বেলেগৰ সম্পত্তি ৰাজত্ব কৰিবলৈ আহি কি আত্মসন্মান,, আত্মসন্মান কৰি থাকে। আদিত্য আৰু দুবৰিৰ দুখবোৰ চাবলৈ বৰ অসহ্যকৰ হৈছে ,,যদিও serial ।
❤❤❤❤
দুবৰি আৰু আদিত্যৰ বাবে ❤❤❤❤❤❤❤
দুবৰি আৰু আদিত্য ❤
সমুদ্ৰক চৰ মৰাতো চাবলৈ ৰৈ আছো।
জোৱাই চাপনীয়া চৰ মাৰা কাৰনে ভাল লাগিব
এই চপনীয়া টোৱে যে মনক আত্ম সম্মানৰ কথা কৈছে, তাৰনো কিমান আত্ম সম্মান আছে ? তাৰ আত্ম সম্মান থকা হ'লে ঘৰ জোৱাঁই নহ'ল হয় । 😂
চপনীয়া টোক চৰ মৰা চাব ৰৈ আছো
Lov From sadiya ❤
মজা কেনে পালা সমুদ্ৰ
বৰ লেবেল দিয়ে 😅😅😅
Right ❤❤❤
Kune Kune sirel khon sai val pai ata like kori diok
H. Gala
Maini. Ghar bari. Nai
Wait Kori asilu kalir pora 🎉
❤❤❤❤❤
Atiya dukh hoise adin tomalukr nitsoi Val habo .,jowai olabo lagibo..laj kar nai
Val lagile sai
Vl lagil sai
অসভ্য চপনীয়া নিধক, তাৰ কি দাল আত্ম সন্মান আছে, লাজ লগা নাই তাৰ। দুবৰী মনৰ সুখ দেখা পাব লৈ ৰৈ আছো।
Ami heytuke bisau
Xomudrok sor moratu Sai val lagib
চৰ মৰা২ কালিও অহা খণ্ডত বুলি দেখালে আজিও আকৌ অহা খণ্ডত বুলি দেখালে। ইমান অপেক্ষা কিয় কৰাই হে
Pagal hol ajiu wait krale sor mora2
হয় দে
Oo ghor juai aji o sor nakhale😊
❤❤
Aditt aru dubori karne ata like ❤❤❤❤❤❤❤❤❤❤❤❤❤
Sau val lagise dhubiri baaa aru mon dadar avinoi Tu ❤❤❤❤😊😊😊 love me sirel😊😊😊
bohut bohut bohut dhuniya kahani bor i loved
Moi roi asu
Sor2 ktya marib😢
Kali tu dibo hunkale❤
❤❤❤❤❤❤
Aditiy. Eman val
MaiNik. Mark
Bahut dea lagise serial khan sai
My favorite serial ❤😊
Baba dai kotha xini xuni vll lagil baruu
Ghor juwai jonok sor mara xini juwa kali episode r last time t dexaisil ajir episode t dexabo buli kintu aji nedexale valke dexale val lagil he
সমুদ্ৰই পাহৰি গৈছে কিজানি তেওঁ দেখোন ঘৰ জোৱাঁই।
❤❤❤
❤❤❤❤😊😊😊😊
🌅🌅🌅
Mon aru dubori obhinoy sai bht val lage❤❤❤❤❤
Aji bohia lagila
Aditya aru dubori sai bhut dukh lagise 😭😭😭💞💞💞💞
❤❤❤❤❤❤❤😊😘😘
Khub Vl Lge Sai❤
Waiting for last scene
Next episode❤️
Ghor juwai 2r bohut aatmo honman aase 9
Juwai vindewk sab mn ni ru.ghr juai2k
aru ak sor. dile bhut val hol hoi loget mainik ko
Teur atmo xonman ase karone ghar juwai hoi ase ___nukuwake thakibo nuwarilu pai
সোনকালে আদৰৰ আঁচোৰ, ছিৰিয়েল খন, দিব লাগে
চপনীয়াটোৱে আত্মসন্মান চিনি পাই,তেনেহ'লে চপনীয়া হৈ আছ কিয়?সম্পতি নিজে ঘটি ল।
আত্ম সন্মান সমুদ্ৰ তোৰ ও নাই থাকিলে কেতিয়াও ঘৰ জোৱাঁই নাথাকিল হয়।
Serial khon sai bht val lagise kahini Tu bht dukh loga salei soku pani ulai jai😢😢
Good night
Hii Dubori ba 😢😢😢😢😢
Roi asu dei Sam buli hunkale diok
Bya lagise mn and duborir babe😢
এনে আত্মসন্মান থকা মানুহ অ নিজে আছে আনৰ ঘৰত
Sapanituk dekib mon najai
❤❤❤❤❤🥰🥰🥰🤗🤗🤗😘😘😘
এনেকৈ বেঙেনা দিলে ভাল নালাগে😌
কালিৰ পৰা ৰৈ আছিলো সেই চপনিয়াটোক চৰ মৰা চাম বুলি😌
❤❤🎉
Mojja
চপনীয়া খেলখন আৰু বেছি দিনলৈ টিকি নাথাকে।
Thanks for 5 like in my comment
Hunkale dioksun serialkhon bor hepaheray roi thaku saboloi
যাৰ নিজৰে আত্মসন্মান নাই তেনে চপনীয়া এটাৰ মুখত আত্মসন্মানৰ কথা শুভা নাপায়।
নিলাজ চপনীয়াক কাণতলীয়া চৰ এটা দিব মন গৈছে।
Samudro aaru mainik ghoror pora uliaai diii
Gor jueai honman. Ni monor. Honman. Asa
Monoloi boht ba lagisa 😢😢😢😂😂😂😂❤
Samudra aha kaliloi sar khai thak. Moi osarat pale moyo sar diluheten
চপনীয়া তো হোটেলত থাকোঁতে মনে পইচা দিছিল, এতিয়া পাহৰিল ছাগে, মোৰ একেবাৰে ভাল নালাগে।
Duboriye soponiya juwatu hat jur koribo nalage
ভিনদেউক খেদা চাবলে মই ৰৈ আছো
ঘৰ জোৱাঁই ওলাই আহি কত আছিল,বিল নিদিয়াকৈ ঘৰলৈ উভতি গৈছিল, তেতিয়া মনে দিছিল।
চপনীয়াটোক চাবলৈ মন নোযোৱা হৈছে
Ghrt juai hoii u las nalage
Soponiyatuk kedib lage
Nice❤❤❤
চপনীয়া জোঁৱাই ৰ কি আত্মসন্মান আছে লোকৰ ঘৰৰ সম্পত্তি ৰ আশাত মৰিছে 😂😂😂😂
H Gharbari naini
Sortu aji vlke sab pam vabisilo kali nepalo
এই চপনীয়া পাখি গজিচে
Hohu make keidinmn agote sor maribo lagxle ghr juwaikoi
Ghor juwai ki atmo honman ase o 😅😅
Mon...hadae...dokor...akting..
Kore
Go
দুবৰিয়ে সেন্দুৰ ফুত লবলাগে
Take