ভাত কেৰেলা খেতি কৰোঁ আহঁক|| TEASEL/SPINE GOURD FARMING IN ASSAM |VATKERELA KHETI||
Вставка
- Опубліковано 6 жов 2024
- #TEASEL_GOURD_FARMING
For any help regarding cultivation process
Contact-8638286902
Please do like share and subscribe my channel
Keep supporting guys
Thank you 🙏
@AssamAgriFarm
Sundar video frm Tinsukia
Bohut dhuniya video Val lagil
Dhanyabaad dada
Nice.
ভাতকেলা কেতিটোত বৰ ধুনীয়া ফলটো ধৰিছে কিন্তু!
গোলাঘাটৰ পৰা মৰম যাচিলোঁ দাদা😊
Good job
সুন্দৰ উপস্থাপন
মই মূল লম অহাবাৰ খেতিয়ক জনক লগ ধৰাই দিব।
ভাতকেৰেলা ডাল বা লতাৰ পৰাও কৰিব পাৰি। এহাতমান আগ ৰুই অকণমান পানী দিব লাগে আৰু ৰ'দ-বতাহত নুশুকাবলৈ খেৰ, শুকান ঘাঁহ-বনেৰে ঢাকি দিব লাগে।
গুটিৰপৰাও ভাত কেৰেলাৰ খেতি কৰিব পাৰি, কিন্তু গুটিৰপৰা হোৱা বোৰৰ জাত সলনি হোৱাৰ সম্ভাৱনা থাকে।
Moi abar spine gourd keti test kori saisu bahut profit hoi. Taman pol lage
ধন্যবাদ
ৰাইজ উপকৃত হ'ব ভিডিওটোৰ পৰা;সুন্দৰ হৈছে। মোক সঁচ খাটাং লাগিব কিন্তু;দিবানে?
নিশ্চয় দাদা
Jat tu koboi ninidile betai
মইও এনেকুৱা খেতি কৰাত লাগি আছোঁ
Jat tu ki jane neki
মূলটো গোটাকে নে টুকুৰা কৰি দিব লাগে
God job
খেতিৰ শেষত মূল বিলাক উলিয়াই কিদৰে ৰাখিব লাগে। বহলাই কব চোন।
গা-গছ মৰাৰ পাছত মূল বিলাক মাটিৰ তলতেই থাকে। যেতিয়া অন্য ঠাইত ৰুব লগীয়া হয় মূল বা আলুবিলাক খান্দি নিলেই হয়।
Very nice vedio .
Sar te kenekoi diye
sir. vat kerela tu gutir pora nohoy neki baru
মূল কেনেকৈ ক'ত পাম।সময়টো কেতিয়া ৰোপন কৰিব লাগে
Bhat kerelar mul bosori thai kholabo lage neko?
Hood
Krikhok bondhu holok nichoy upokrito hobo
Thanx brother
Can we get seeds or roots ?
Kun thai... Alp briz lgisil
8638286902 contact koribo
Kun thai hoi..?
Next year mul lagile kot jogajog korile pam kindly jonabo....
Nichoy
Jonabo sun etsa ase vatkerela kheti kora but val mul powa njay.. i m from bongaigaon..
Im from chirang, Panbari... Contact koribo Nichoy diya jabo
@@AssamAgriFarm ok cntct tu di dibo
8638286902
Bhat kerela aru potol r bij kor pora pam.
Mota vaatkeroola tu kiba prakare faal pabo pari neki jonabosun uncal.
Ami jona mote napay..
মূল পাম নেকি ? উচিত মূল্য দিম
গুটিৰ পৰা ভাত কেৰেলাৰ পুলি ওলায় নে?
ওলায় কিন্তু প্ৰথম বছৰ ফল নধৰে।
Dipak assam
ভাতকেৰেলাৰ মটাফুল আৰু মাইকীফুল কেনেকৈ চিনাক্ত কৰিব?
মতা গছেই বেলেগ হয়||
@@AssamAgriFarm assam agriffarm ক ধন্যবাদ জনালোঁ।ভাত কেৰেলাৰ মটা আৰু মাইকী চিনি পোৱা কৌশলটো অলপ বিতৎভাৱে জনাবলৈ অনুৰুধ জনালোঁ।
Vat kerela moi bhut val pau
Nc.bt dada alop agotiya koi bonale basi bhal hl hoi
Next year koribo khetitu..
Guti ruyene tolor alu ruye kobsun
Alu r pora rubo lage
ভাত কেৰেলা পুলি বা মূল কত পাব?
কোনে দিব পাৰিব জনাবচোন?
8638286902 contact koribo
ভাত কেৰেলা বিজ পাই নেকি জনাবচোন দাদা
Pabo
Contact number to লাগিছিল খেতিয়ক জনৰ
মুল বা পেতা ক'ত পোৱা যাব?
সময়ত যোগাযোগ কৰিব নিশ্চয় দিয়া যাব
muk u lagisile..pam nki
Dada pule lage
Mur 1viga mati batkerala kheti ase
Ghor kot?
এইটো উন্নত জাত নহয়।
উন্নত জাতৰ নামটো কবচোন দাদা?
সঁচ পোৱা ব্যৱস্থা কৰা হয় নেকি
Dada muk bidhantu dibosun
পানী লাগিব নেকি বাৰু
Tarun,nath
Dada pulie laga
Donyabad
Hopta saridin nhoi oo,2 din ha uthabo paru
Bondu khokol aai prokira r pora kosto besi hoye
Sar diya mal khowahe koth.,.....😂
Bris. Lagisil
পুলিৰ বাবে আলু কত পাম
Late hol olp....alu ase
ভাতকেৰেলা খেতিয়ক জনৰ Ph no তো দিব চোন
দেউতা ভাত কেৱেলা বিজতো কেনেকৈ পাম ।আপোনাৰ ফোন নম্বতো দিব নে দেউতা ।
Moi dim Tumi phone number tu diya
এই ভাতকেৰেলা সছ এতিয়া পামনে?
পাব... কিন্তু অলপ পলম হল.. আগতীয়া ফলন নাপাব
😢😢😢🎉🎉🎉🎉HN
দাদা ফোন no tu diba ne
Eibilak khai manu asusto he habo
Apunar phone Number to dibason .
Apunar please phone number too diba nki
Very nice
সঁচ পোৱা ব্যৱস্থা কৰা হয় নেকি
এইবছৰ আৰু নাপাব... অহাবছৰ জানুৱাৰী ৰ আগতে যোগাযোগ কৰিব
Very nice