পিতৃ আমাৰ মহাগুৰু | "কন্ঠৰত্ন" প্ৰয়াত জ্যোতি হাজৰিকা | দিহানাম | সোণ প্ৰডাকচন | এলবাম- বৈজয়ন্তীমালা

Поділитися
Вставка
  • Опубліковано 17 жов 2024

КОМЕНТАРІ • 40

  • @জেউতিশৰ্মা
    @জেউতিশৰ্মা 3 роки тому +8

    বাৰ্তাসমূহ দেখিবলৈ পাই এনে অনুভৱ হৈছে যে এতিয়াও দিহানাম, ভক্তিগীত আদি শুনা ভক্তপ্ৰাণ শ্ৰোতা আছে।। যিয়ে অমৰ সৃষ্টিৰাজিক জীয়াই ৰখাত অগ্ৰণী ভূমিকা লৈছে।। অশেষ ধন্যবাদ।।।

  • @rinigogoi57
    @rinigogoi57 4 роки тому +7

    আজিও অমৰ জ্যোতি হাজৰিকা।
    আপোনাৰ কণ্ঠস্বৰ,,,
    আপোনাৰ গীতসমূহ

  • @dilipbora6999
    @dilipbora6999 2 роки тому

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @hiranyacreation9726
    @hiranyacreation9726 2 роки тому

    Krishna Krishna ram 🙏🙏🙏🙏🙏

  • @sumitbora9368
    @sumitbora9368 2 роки тому

    কৃষ্ণ 🙏

  • @lohitborah2187
    @lohitborah2187 7 місяців тому

    Krishna ❤❤❤

  • @anujgogoi8666
    @anujgogoi8666 4 роки тому +5

    নমস্কাৰ 🙏। পুন প্ৰথমে আপোনাক কোটি কোটি ধন্যবাদ জনাইছোঁ। আমাৰ সেই সোণালী সুদিনবোৰ বহু পৰিমাণে ঘূৰাই দিয়াৰ বাবে। প্ৰকৃততে চকুপানী ওলাই গৈছে। আটাইখিনি নামেই অতিকৈ বুকুৰ আপোন। এইসমূহৰ মাজতেই ডাঙৰ হ'লো। এটাই মাথোঁ অনুৰোধ, কেনেবাকৈ এই আটাইখিনি নাম কোনোবা এটা মিউজিক এপত প্ৰচাৰ কৰিব পাৰি নেকি 🙏। বহুত সহজতে শুনিব পৰা যাব। পুনৰ বাৰ এই মাধ্যমৰ জৰিয়তে বহুত বহুত ধন্যবাদ জনালোঁ। আপোনাৰ এই প্ৰচেষ্টা অব্যাহত থাকক এইয়ে প্ৰাৰ্থনা 🙏।

    • @SoanProductionsOfficial
      @SoanProductionsOfficial  4 роки тому +3

      অশেষ ধন্যবাদ। মই ভাবি আছিলোঁ কোনোবা সংগীতৰ এপ যেনে Gaana, Saavn, Spotify এই মাধ্যমেৰে আৰু ৰাইজৰ মাজলৈ যাব পাৰিম হয়। কিন্তু ইয়াৰ প্ৰক্ৰিয়া টো বৰ ব্যয়বহুল, সেইকাৰণে কৰিবলৈ অকণমান জটিল। তথাপিও চেষ্টা এটা কৰি চাম বাৰু🙏🏻🙏🏻🙏🏻

    • @anujgogoi8666
      @anujgogoi8666 4 роки тому +1

      @@SoanProductionsOfficial ঠিকেই কৈছে আপুনি। আপোনাৰ সুবিধা অনুসৰিয়েই কৰক। আপোনাৰ এই যাত্ৰা অব্যাহত থাকক। 🙏

  • @Parthahazarika1999
    @Parthahazarika1999 2 роки тому +2

    মোৰ দেউতাই এই জনৰ নাম শুনি বহূত ভাল পাই

  • @জেউতিশৰ্মা
    @জেউতিশৰ্মা 3 роки тому +2

    আগলৈও এনেকৈ দিহানাম আদি আগবঢ়াই আমাক কৃতাৰ্থ কৰিব বুলি আশা কৰিলোঁ।।।

  • @prasannabora7644
    @prasannabora7644 2 роки тому

    Val lagil

  • @nijubaruah882
    @nijubaruah882 2 роки тому

    Krihna. Krihna. Xidoy sui jai

  • @bituponboraassam9322
    @bituponboraassam9322 3 роки тому +1

    কৃষ্ণ

  • @bitupanphukan9139
    @bitupanphukan9139 4 роки тому +6

    জ্যোতি হাজৰিকা যিমান গীত আছে লগতে কমলা গগৈৰ গীতবোৰো শুনিবলে দিলে নথৈ আনন্দিত হম

  • @Barashabora975
    @Barashabora975 4 роки тому +3

    সুন্দৰ দাদা

  • @nripenborah279
    @nripenborah279 4 роки тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ৷জয় গুৰু শঙ্কৰ

  • @binodgogoi7997
    @binodgogoi7997 2 роки тому +1

    Ok

  • @bashtabpranabcreation8980
    @bashtabpranabcreation8980 4 роки тому +1

    Apunar great tu huni moi okhekh hukhi holu

  • @kapilboruah8859
    @kapilboruah8859 4 роки тому

    Krishna joi guru shankor

  • @achintaborah8746
    @achintaborah8746 3 роки тому

    জ্যোতি ভিনি সদায় অমৰ হৈ থাকিব আমাৰ মাজত

    • @achintaborah8746
      @achintaborah8746 3 роки тому

      জ্যোতি ভিনিৰ কৃষ্ণ সৰু ৰাখে গৰু গীততি দিবছোন।

  • @papuhazaika7597
    @papuhazaika7597 3 роки тому

    Ajiu amor Jyoti da kontha ,👃

  • @ultapro9910
    @ultapro9910 4 роки тому +1

    bahut dhunia hoise ooo dada 🙏🙏🙏🙏

  • @bonosrichutia5658
    @bonosrichutia5658 4 роки тому +1

    Hundr

  • @abhijitborah5630
    @abhijitborah5630 4 роки тому +2

    Beautiful song

  • @siddharthbaruah1484
    @siddharthbaruah1484 4 роки тому +4

    🙏🏻

  • @polashrajkhowa3310
    @polashrajkhowa3310 4 роки тому

    অপূৰ্ব্ব

  • @avisnath1219
    @avisnath1219 4 роки тому +4

    Dhunia 💓

  • @madandutta3350
    @madandutta3350 4 роки тому +1

    Bor hundor ..

  • @bhaskarborah9824
    @bhaskarborah9824 3 роки тому

    🙏🙏🙏

  • @jitenborah4757
    @jitenborah4757 4 роки тому

    Bor dhunia

  • @monneog4661
    @monneog4661 4 роки тому +1

    Nice

  • @গোগামুখৰলৰা

    Moja

  • @satyajitdeogharia1700
    @satyajitdeogharia1700 4 роки тому +3

    নমস্কাৰ,স্বৰ্গীয় জ্যোতি হাজৰিকা দেৱৰ আৰু দিহানাম দিব ধন্যবাদ।

  • @পৱনবৰদলৈ
    @পৱনবৰদলৈ 3 роки тому +1

    দিছ লাইক কৰা মানুহ বোৰৰ মুখ খন হে চাবলে মন আছিল,,,

  • @bsgamingzone1788
    @bsgamingzone1788 3 роки тому

    Hundar

  • @diplina5245
    @diplina5245 3 роки тому

    Nice