LIVE : PM Modi's 3rd Government | নতুন চৰকাৰে জনতাৰ ভাল কৰিব নে বেয়া কৰিব? N18L

Поділитися
Вставка
  • Опубліковано 12 чер 2024
  • LIVE : PM Modi's 3rd Government | নতুন চৰকাৰে জনতাৰ ভাল কৰিব নে বেয়া কৰিব? N18L
    n18_live #pranjalhazarika
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #pmmodi #pmmodigovt
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/desc-youtube এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/desc-youtube
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5ymz4jk
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5ymz4jk

КОМЕНТАРІ • 919

  • @user-ix1rv5pe5r
    @user-ix1rv5pe5r 19 днів тому +48

    যিসকলে কৃষি কৰে তেওঁলোকে একো সুবিধা নাপাই আৰু যিসকলে কৃষি নকৰে তেওঁ লোকৰ একাউণ্ট ত হে পইচা গৈ হুমাইগৈ .

    • @AbudulaAli
      @AbudulaAli 19 днів тому +5

      মোদী কৃষি কাম নকৰে নহয়।

    • @KushalsaikisSaikia
      @KushalsaikisSaikia 17 днів тому +1

      জীৱন দায়িনী ঔষধৰ বধিত দাম কমাওক। দুখীয়া লোক সকল উপকৃত হব।

    • @user-gb4hj9po9w
      @user-gb4hj9po9w 16 днів тому

      ulaAli

  • @dulalboruwa4413
    @dulalboruwa4413 19 днів тому +6

    টাইআহোম সকলক আৰু ছয় জনগোষ্ঠী সকলক কেতিয়া জনজাতি কৰণ কৰিব।আৰু প্ৰিপাইমেৰি শিক্ষয়ত্ৰী সকলক কেতিয়া শিক্ষয়ত্ৰী হিচাপে স্বীকৃতি দিয়া হব,নে তেওঁলোকক দৌৰাই ফুৰিব।

  • @user-zl7jh7jf4l
    @user-zl7jh7jf4l 19 днів тому +14

    চৰকাৰৰ কামত ভাল পাইছো ।

    • @binapanitalukdarbinapanita2559
      @binapanitalukdarbinapanita2559 19 днів тому

      মই ২০০১চনত B A পাচ কৰিছিলো মোৰ এটা চাকৰি নহোল আৰুবিয়াও নহোল কাৰন মই একেপাৰে দুখিয়া ঘৰৰ ছোৱালী।দূখৰ কথা মোৰ মাইটোৱে হিতেশ্বৰৰ দিনত চতুৰ্থ শ্ৰেণীৰ এটা চাকৰি পাইছিলে সেইটোও চৰকাৰে কিবা প্লেন ননপ্লে আৰু কট কি উলিয়াই টকাকেইটা বন্ধ কৰি গোতেই ঘৰখন শেষ কৰি দিলে।সেইবাবে মোৰ বিয়া নহোল।কাৰণ ইমান দুখিয়া মানুহৰ শিক্ষীৎ ছোৱালী জ্যৈতুক নহলে কঝোনে বিয়া কৰাব।এতিয়া মোৰ এটা থাকিবলৈ ঘৰ এখন পকি শৈচাগাৰো নাই।মই অৰুণোদয় পাইছো।পাৰে যদি মোৰ লগতে মোৰ পৰিয়ালটো বচাওক।মই অনুৰোধ কৰিছো।

  • @probindoley655
    @probindoley655 19 днів тому +10

    অসমত শিক্ষকক যন্ত্ৰৰ দৰে ব্যবহাৰ কৰিব বিচাৰি শিক্ষাৰ উন্নতি কৰা অসম্ভব। তাতকৈ অণ্য বহু কাম কৰিব লগা আছে চৰকাৰৰ কিন্ত কৰা নাই।

  • @ushabasumatary4204
    @ushabasumatary4204 19 днів тому +14

    প্ৰকৃত কৃষকে এই সুবিধাসমুহ প্ৰায়ে নাপায়

  • @tuleswarborah2689
    @tuleswarborah2689 19 днів тому +31

    কৰ্মচাৰীৰ বাবে পুৰণি পেন্চন পবৰ্তন কৰিব লাগে।

    • @montudutta7017
      @montudutta7017 19 днів тому +2

      প্ৰথমতে গাৱঁৰ দুখীয়া মানুহৰ বাবেহে কিবা এটা কৰিব লাগে 🙏🙏🙏🙏

    • @purnadaimari253
      @purnadaimari253 19 днів тому +2

      Dukhiar kam koribo lage aru OPS koribo lage. GST hrah koribo lage

    • @ajitnayak5394
      @ajitnayak5394 19 днів тому

      Ops

  • @MoniDas-bm4vl
    @MoniDas-bm4vl 19 днів тому +3

    ৪৪ উৰ্ধৰ নিবনুৱা সকলৰ কাৰণে চৰকাৰে বিশেষ স্বনিৰ্ভৰশীল ব্যৱস্থা গ্ৰহন কৰিবৰ বাবে অনুৰুধ জনোৱা হ'ল

  • @montudutta7017
    @montudutta7017 19 днів тому +9

    যদি কোৱা মতে কাম কৰে তেনেহ'লে আকৌ এবাৰ 👍👍👍👍👍

  • @MuktiDoleyMuktiDoley
    @MuktiDoleyMuktiDoley 19 днів тому +7

    চৰকাৰী কৰ্মচাৰীক সময় মতে Duty কৰিবলৈ দি ক ষ্ট কৰাটো ৰেহাই দিয়ক ।

  • @jugeswarpegu979
    @jugeswarpegu979 19 днів тому +14

    কৰ্মচাৰীসকলৰ পুৰনি পেঞ্চনৰ ব্যৱস্থা সোনকালে কৰিলে আৰু ভাল হব ৷

  • @smritabokalial6425
    @smritabokalial6425 19 днів тому +9

    আমাক অ পি এচ লাগে

  • @bipulborah2193
    @bipulborah2193 19 днів тому +3

    ৰাস্তা ঘাত মেৰা মতি, বানপানী সমস্যা, মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰা আৰু ছয় জনগোষ্ঠীৰ সমস্যা সমাধান কৰা, মাকুম বিধান সভা সমষ্টিৰ পৰা জনালোঁ। চৰকাৰে নিশ্চয় কাম বিলাক কৰিব, ৰাইজৰ সুবিধাৰ্থে।

  • @dulaldoley6518
    @dulaldoley6518 19 днів тому +4

    অংগনবাদীৰ মাননি বৃদ্ধি কৰাৰ কথা কিয় পাহৰিছে ? কাৰণ , অংগনবাদীয়েহে দুটা Development ৰ কাম কৰে ৷ এটা মহিলা সবলীকৰণ আৰু এটা শিশু উন্নয়ন ৷

  • @basantanath1058
    @basantanath1058 19 днів тому +5

    কৃষি লোণ ৰেহায় দিব লাগে।

  • @anjanakalita1078
    @anjanakalita1078 18 днів тому +2

    প্ৰথমতেই নিবনুৱা সমস্যা সমাধান কৰক ❤শিক্ষিত নিবনুৱাৰ কাৰণে বহুতো লৰা ছোৱালীৰ জীৱন ধ্বংস হোৱাৰ পথত ।😢

  • @chitralekhagogoi8313
    @chitralekhagogoi8313 19 днів тому +3

    নিবনুৱাৰ সমস্যা দুৰকৰিবৰ বাবে উদ্যোগ গঢিব লাগে ।

  • @ajitborah9017
    @ajitborah9017 19 днів тому +4

    GST pay যদি অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা কমাই তেতিয়া ৰাইজে আদৰি লোৱাৰ সম্ভাৱনা বেছি

  • @rameshbonia
    @rameshbonia 19 днів тому +58

    শ্ৰমিকৰ আৰু নিবনুৱাৰ প্ৰতি নতুন আচঁনি তৈয়াৰ কৰিব লাগে ।🙏

  • @baloramsarkar1599
    @baloramsarkar1599 19 днів тому +2

    চৰকাৰখনে বহুত ভাল আচনী লৈছে। কিন্ত দলৰ দালাল বোৰৰ পৰা সাৱধান হব লাগিব।যাতে উপযুক্ত ব্যক্তিয়ে আচনীবোৰ উপভোগ কৰিব পাৰে।

  • @assamgk2078
    @assamgk2078 15 днів тому +1

    প্ৰধান মন্ত্ৰী ঘ‌ৰ পোৱা ব্যক্তিসকলে নাম থাকিও এই পৰ্যন্ত ঘৰ পোৱা নাই আৰু পথাৰৰ গোন্ধ নোপোৱা মানুহ যাৰ মাক-দেউতাকৰ চৰকাৰী চাকৰি আছে সিও প্ৰধান মন্ত্ৰীৰ কৃষি সন্মান পায়। এই ক্ষেত্ৰত কৰ্মীসকলে অকণমান চকু দিয়াটো প্ৰয়োজন।

  • @diliphazarika929
    @diliphazarika929 19 днів тому +3

    খাদ্য বস্তুৰ মূল্য আৰু পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰিব লাগে।

  • @jatinbk1738
    @jatinbk1738 19 днів тому +3

    অসম BJP নেতাই গৰু চোৰৰ বেপাৰ এৰিলে আৰু বহু ভোট পালেহেতেন

  • @princhipriyadoley4866
    @princhipriyadoley4866 6 днів тому +1

    আমাৰ দেশৰ মানুহৰ মন মগজু শাৰীৰিক মানসিক সুস্থ থাাকিলেহে দেশ উন্নয়ন নিশ্চয় হব৷ আমাৰ দেশত বিশেষকৈ অসমত মদ, ভাঙ, দ্ৰগচ জাতীয় সেৱন কৰি প্ৰায় চল্লিশ পঞ্চাশ শতাংশ পৰিয়ালৰ জীৱন ধংস হোৱাৰ লগতে সমাজলৈ বেয়া পৰিবেশ গা কৰি উঠা দেখা গৈছে ৷ গতিকে চৰকাৰে উক্ত বিষাক্ত দ্ৰব্য বোৰৰ ওপৰত বিধি গত ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰিলোঁ ৷

  • @HirokGogoi-ve3ly
    @HirokGogoi-ve3ly 19 днів тому +2

    অসমত 2013 চনত Provincialised হোৱা শিক্ষক কৰ্মচাৰীসকলক ops ব্যৱস্থা কৰিব লাগে । কাৰণ এইবিলাক বিদ্যালয় প্রায় ২৫-৩০ বছৰ আগতে চৰকাৰী বিধি অনুসৰি প্রতিষ্ঠা কৰা বিদ্যালয় ।

  • @kamalapegu-hb1pl
    @kamalapegu-hb1pl 19 днів тому +3

    ভাল। পদক্ষেপ লৈছে

  • @amiyagogoi9537
    @amiyagogoi9537 19 днів тому +3

    ভাল চিন্তা ধাৰা কৰিছে চৰকাৰখনে

  • @dharaninath7857
    @dharaninath7857 17 днів тому +2

    নৰেন্দ্ৰ মোদীয়ে অসমলৈ আহি নিজে কৈছিল যে দেশত বি জে পি চৰকাৰ হ'লে বিদেশী টোপোলা বান্ধি যাব লাগিব। তেখেতে সেইটো কৰিব লাগে।

  • @binodkumargogoi9750
    @binodkumargogoi9750 19 днів тому +1

    সকলো হোৱাৰ পিচত কাৰ্যালয়ৰ কৰ্মকৰ্তাসকলক সহজ হ'বলৈ কওক, যাতে ৰাইজে চৰকাৰৰ আঁচনিৰ সুবিধা সহজে ল'ব পাৰে।

  • @rajudewri9096
    @rajudewri9096 19 днів тому +3

    নিশ্চিত ভাৱে এয়া চৰকাৰে ভাল পদক্ষেপ গ্ৰহণ কৰিছে

  • @user-xd9zq3ou2q
    @user-xd9zq3ou2q 19 днів тому +3

    ধর্মীয় রাজনীতি বর্জন করিব লাগে

  • @nabinchbordoloi4440
    @nabinchbordoloi4440 19 днів тому +1

    যিবিলাকৰ ভেনছা School বন্ধ হোৱা নাই সেইবোৰ ঠাইত ছালি=জাৰি ছাই চৰকাৰে নিয়মিয়াকৰণ কৰি ব লাগে যিহেতুকে শিক্ষকসকলৰ একেবাৰে বয়স কমি গল।সপোন সপোনৰ বিদ্যালয় খন সপোনেই হৈ ৰল গতিকে চৰকাৰে ইমান দীঘল টুকুৰা টুকুৰ ভূল কৰি ব নালাগিছিল ।

  • @DaulatPhukon-nz2pm
    @DaulatPhukon-nz2pm 19 днів тому +1

    চৰকাৰে যিকোনো উপায়েৰে পেট্ৰল আৰু ডিজেলৰ দাম কমোৱাৰ ব্যৱস্থা কৰক।বস্তুৰ দাম বৃদ্ধি হোৱা ইয়ো এটা কাৰণ।

  • @bontisaikia1231
    @bontisaikia1231 19 днів тому +11

    কথা মতে যদি্‌ কাম কৰে জনসাধাৰনক সনতুচত কৰিব পাৰে্‌ তেনতে সকলো পৰজাৰ তেওঁলোকৰেই ৷

  • @pusponath3398
    @pusponath3398 19 днів тому +3

    কৃষিৰ ক্ষেত্ৰত কৃষি সামগ্ৰীসমূহৰ আৰু কৃষি ক্ষেত্ৰত প্ৰয়োগ হোৱা সাৰ ঔষধ ডিজেল প্ৰেট্ৰল আদিৰ দাম কমাব লাগিব।

  • @BhupenkalitaBhupenkalita
    @BhupenkalitaBhupenkalita 9 днів тому +1

    শ্ৰমিক আৰু নিবনুৱাৰ হকে নতুনকৈ আঁচনি প্ৰস্তুত কৰি কাম কৰিব লাগে।

  • @AmirUddin-nd5zu
    @AmirUddin-nd5zu 19 днів тому +1

    কাম কাজ ব্যৱসায় বন্দ হল তাৰ বাবে লোণৰ বা অন্য হো সুবিধাৰ ব্যৱস্থা কৰী দিব লাগে,,ভাৰতীয় জনতা পাৰ্টিয়ে,, জয় হিন্দ জয় ভাৰত,, জয় আই অসম

  • @khagenborah6843
    @khagenborah6843 19 днів тому +4

    Ops দিয়ক

  • @RupaliHandique-jp8ff
    @RupaliHandique-jp8ff 19 днів тому +5

    আশা কৰ্মী সকললৈ আকমান চকু মেলি চাব লগে

  • @NoobGamerAJ
    @NoobGamerAJ 5 днів тому +1

    দেশৰ কৃষকৰ আৰু নিবনুৱাৰ উন্নতি কল্পে যদি কাম কৰি যায় তেনেহলে নিশ্চয় আগন্তক নিৰ্বাচনত সফলতা কৰিব। লগতে যিখিনি কাম কৰিবলৈ লৈছে যদি সচাঁকৈ কৰা হয় তেনেলে সচাই সফলতা লাভ কৰিব

  • @user-wv2bb3sp9z
    @user-wv2bb3sp9z 11 днів тому +1

    জি সুনিলু বৰ ভাল লাগিল যি ভুল হৈছে সুধৰাবলৈ গৈছে সুনী ভাল লাগিল এতিয়াও বুহুতে মদি সৰকাৰৰ সুবিধা পৱা নাই Pm kisan পৱা নাই অৰুনদই আছনিও পৱা নাই কিও বহুত দুখিয়া মানুহে পৱা নাই কিও মুৰ লগত পুৰুফ আছে মই দেখুৱাব পাৰু

  • @prasantasaikia752
    @prasantasaikia752 19 днів тому +7

    বহুত ভাল পদক্ষেপ

  • @laksheswarmuchahary6990
    @laksheswarmuchahary6990 19 днів тому +3

    নিবনুৱাৰবাবে সংস্থাপনৰ আচনি লোৱাৰ দৰকাৰ হৈছে

    • @bhimchetry8120
      @bhimchetry8120 16 днів тому

      Unemployment is the main problem of our India

  • @jahirulislam4311
    @jahirulislam4311 19 днів тому +1

    আমাক কোনো ধৰণৰ আচনি নালাগে। দেশত উদ্যোগ প্ৰতিষ্ঠান স্হাপন কৰক লগতে মূল্য বৃদ্ধি হ্ৰাস কৰক চৰকাৰে । তাতেই আমি সাধাৰণ ৰাইজ হিচাপে সন্তুুট থাকিম।

  • @kamaladeka5257
    @kamaladeka5257 12 днів тому +1

    টুৰ গেইটৰ টেক্স কমাব লাগিব । কাৰণ এই টেকসে জনসাধাৰণৰ খোৱা সামগ্ৰীৰ ওপৰত প্ৰভাৱ পেলায়। ইয়াৰ উপৰিও টুল গেট জিলাত এখনকৈ দিয়াৰ ব্যৱস্থা কৰিব লাগে।

  • @MaxPro-cr8vm
    @MaxPro-cr8vm 19 днів тому +4

    নিবনুৱা সকললৈ চকু নিদিয়ালৈকে কাম নাই ।

  • @robinchetia3421
    @robinchetia3421 19 днів тому +4

    ৰাস্তা পদূলি কাম কেতিয়া কৰিব । গাওঁৰ ৰাস্তা পদূলি অতি শোচনীয় । মই নাজিৰা বিধান সভাৰ

  • @dambarbahadurthapa4409
    @dambarbahadurthapa4409 18 днів тому +1

    ফ্ৰী চাউল দিয়াৰ পৰিবৰ্তে চাউলৰ
    পইচা দিলে,খেতিত সকলোৱে মনোযোগ দিব পাৰে,আৰু প্ৰত্যেক পৰিয়ালক 75 % ৰেহাইত power tiller দিলেহে উন্নতি হব l

  • @harendoley2957
    @harendoley2957 19 днів тому +1

    সুন্দৰ পদক্ষেপ, কাৰ্যকৰী ব্যবস্থা গ্ৰহণ কৰিব লাগে।

  • @tarunchandranath
    @tarunchandranath 19 днів тому +3

    পঞ্চায়তৰ।।লোকক।।নিয়ন্ত্ৰন।।কৰিব।।লাগিব

  • @highlighteditin
    @highlighteditin 17 днів тому +2

    মোদী চৰকাৰে বেঃকৰ যোতিল বৰ সহজ কৰিব পাৰিব নে?

  • @boruahhoren4850
    @boruahhoren4850 19 днів тому +1

    Old pension ব্যৱস্থা কৰিব লাগে NPS ৰ সলনি।মূল্য বৃদ্ধি য়ে মানুহৰ ৰাজহাড় ভাঙিছে।

  • @user-vo8yy5hm6l
    @user-vo8yy5hm6l 19 днів тому +1

    Assamৰ venture school বোৰ provincialisation কৰিব লাগে

  • @dimbeswardimbeswardas7637
    @dimbeswardimbeswardas7637 15 днів тому +1

    প্রতিজন নাগরিকর ওচ্ড় লই গৈ অভাব অভিজগর তথা সমস্যা সমূহর বুজ লব লা গে ধন্য বা দ

  • @princhipriyadoley4866
    @princhipriyadoley4866 6 днів тому +1

    অতি সুন্দৰ পদক্ষেপ ৷

  • @dashamibonia8538
    @dashamibonia8538 19 днів тому +1

    আৰম্ভনিতে নৱনিযুক্ত চৰকাৰক অভিনন্দ্রন জনালো।প্রধানত আবাষ যোজনাৰ ক্ষেত্রত যোগ্য জন বাদ নপৰে,সেই মনোযোগ দিলে ভাল হব।

  • @smritabokalial6425
    @smritabokalial6425 19 днів тому +1

    ৰাজ্যিক চৰকাৰী কৰ্মচাৰী সকলৰ বাবেও কেন্দ্ৰীয় চৰকাৰৰ সমহাৰত দৰমহা দিয়াৰ ব্যৱস্থা কৰিব লাগে, কাৰণ সকলো কৰ্মচাৰীয়ে কষ্ট কৰে, নিয়মীয়াকৈ কাম কৰে

  • @BharatSaikia-nj5vn
    @BharatSaikia-nj5vn 19 днів тому +1

    যি কামেই নকৰক কিয় সকলো কাম অশোকৰ দৰে জনহিতাৰ্থে নিস্বাৰ্থ ভাবে কৰিলে নিশ্চয় ৰাইজ সুখী হব ৷ বিশেষকৈ শিক্ষিত নিবনুৱা আৰু কৃষকৰ ওপৰত বেছি গুৰুত্ব দিলে দেশখন বহুত আগুৱাই যাব বুলি ভাবো ৷

  • @hazratAli-tl5dt
    @hazratAli-tl5dt 19 днів тому +1

    কৃষি বিপনন পৰিষদ সক্ৰিয় কৰি নিয়ন্ত্ৰিত বজাৰ ব্যৱস্থা সফল ৰূপায়ন কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে তেতিয়াহে বয় বস্তুৰ দাম কমিব।

  • @prasannagogoi9335
    @prasannagogoi9335 19 днів тому +2

    OPS অন্য এটা উল্লেখযোগ্য সমশ্যা৷

  • @satyajitphukan9790
    @satyajitphukan9790 19 днів тому +1

    কেন্দ্ৰীয় কেবিনেটত অসমৰ দুজনকৈ প্ৰতিনিধি আছে। গতিকে কেন্দ্ৰীয় প্ৰতিষ্ঠানত অসমৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত এক বুজন শতাংশ নিয়োগ ব্যবস্থা কৰক

  • @unushali7811
    @unushali7811 7 днів тому

    কৃষি সামগ্রী বিপণন পৰিষদৰ বিষয়া/কমছাৰি সকলৰ আদায় পা বলগীয়া ১২ মাহৰ বেটন দিয়াৰ লগতে Cab খন অনুমোদন কৰিব লাগে। বিভাগটোৰ বিষয়া/কমছাৰি চৰকাৰৰ কাম কৰি থকাৰ পিছতো বেটন আদায় পোৱা নাই।

  • @ajitnirmolia3298
    @ajitnirmolia3298 3 дні тому

    অসম এখন কৃষি প্ৰধান ৰাজ্য। সকলো ধৰণৰ খেতিয়েই এই ৰাজ্যত কৰিব পাৰি কিন্তু চৰকাৰে খেতিয়কলৈ সুবিধাবোৰ প্ৰদান নকৰে আৰু উৎপাদন হোৱা বস্তুৰ বজাৰ নাই।

  • @ranjanborahranjanborah4140
    @ranjanborahranjanborah4140 19 днів тому

    পিএম কিষাণ নিধিৰ ধন বঢ়াব লাগে বা এবছৰত ছয় হাজাৰ সলনি ১২হাজাৰ কৰিব লাগে।লগতে নিবনুৱা সকলক চৰকাৰে DBTৰ জৰিয়তে পিএম কিষাণৰ নিচিনাকৈ Bank account চাবচিদি লোন দিয়াৰ আঁচনি তৈয়াৰ কৰিব লাগে।তেহে দেশৰ নিবনুৱা উপকৃত হ'ব।বেঙকৰ জৰিয়তে নহয়।

  • @SubhashDihingia-jh7rf
    @SubhashDihingia-jh7rf 19 днів тому +2

    Yes

  • @barunkarmakar1530
    @barunkarmakar1530 19 днів тому

    এই চাৰিটা ভাল পদক্ষেপ ৷ কিন্তু গাঁৱলীয়া হুজা ৰাইজৰ জিৱন জিবিকাৰ বাবে চিন্তা কৰিব লগিিয়াবিযয় আছে ৷

  • @shibaniGhosh-kt9ul
    @shibaniGhosh-kt9ul 2 дні тому

    অঙ্গনবাদী কৰ্মী সহায়িকাৰ বিষয়ে ভাল খবৰ মোদী চৰকাৰে দিব বুলি আশা কৰিলো

  • @ramanimohandeka2378
    @ramanimohandeka2378 День тому

    মাননীয় প্ৰধান মন্ত্ৰী মহোদয়ে লোৱা সুন্দৰ পদক্ষেপক আদৰণি জনাইছো।

  • @user-ey1cd3gv4s
    @user-ey1cd3gv4s 19 днів тому

    অনলাইনত টকা দিওঁতে সাধাৰণ ৰাইজ অতিষ্ট হৈছে। বি জে পিয়ে জিমান দালেও দুখিয়া ৰাইজ দুখীয়া হই গৈ আছে।

  • @gupalsmallteagarden3746
    @gupalsmallteagarden3746 19 днів тому +1

    Home guard সকলক চাকৰি নিয়মীয়া কৰি দিব লাগে।

  • @satyabiswas5643
    @satyabiswas5643 19 днів тому +2

    Good step modi sarkar❤

  • @umeshhazarika1176
    @umeshhazarika1176 19 днів тому

    যি চৰকাৰেই সাধাৰণ ৰাইজৰ কাম কৰিব, সেই দলৰ চৰকাৰক ৰাইজে ভোট প্ৰদান কৰিব । ইয়েই অতি বাস্তৱ কথা ।

  • @demonissei8681
    @demonissei8681 19 днів тому +2

    Good Step

  • @khabirahmed2625
    @khabirahmed2625 19 днів тому

    অঙ্গনবাদী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধি কৰাতো অতি জৰুৰী । কাৰণ ৬৫০০ টকাৰে এটা পৰিয়াল চলাটো সম্ভৱ নহয় ।

  • @gajendraborah5813
    @gajendraborah5813 19 днів тому +1

    অসম মালাৰ ৰাষ্টা কাম কৰিব নে? ইয়াৰ প্ৰভাব অহা নিবাচনত প্ৰভাৱ পৰিব।

  • @user-ch6ch5iz3r
    @user-ch6ch5iz3r 19 днів тому +1

    Well Come To BJP Matiur Rahman Assam Nalbari Distric

  • @jahurulislam2597
    @jahurulislam2597 19 днів тому

    ইমান দিন জনগনৰ তেজ খালে এই খন চৰকাৰে। খাদ্য সামগ্ৰী দাম কিমান কমাব।হত্যা ধৰ্ষন ৰেপ ভ্ৰষ্টাচাৰ বিৰোতে এই চৰকাৰ কি সিদ্ধান্ত লব ।সব দলৰ নেতাৰ সম্পদৰ তথ্য তালিকা গুগল দিব লাগে এয়া জনতাৰ দাবি লগত পৰিয়াল মানুহ খীনিৰ তথ্য দিব লাগে লগত নহলে দেশ খন ভাল নহব।আমি চাকৰি কৰি দোকান কৰি সৰু সৰু কৰ্ম কৰি ভাত নাপাও নেতা সকল ৫ বছৰ ৰাজ কৰি হাজাৰ হাজাৰ কটি টকাৰ মালিক হয় ।ইয়াৰ জবাব কোনে দিব।আমাৰ আয়ত কে ব্যয় বেছি।নেতা সকলৰ আয়ত কে সম্পত বেছি টকা পইছা বেছি কেনেকে হয় । প্ৰতিখন ৰাজ্যৰ প্ৰতি খন জিলাত মিনিমাম কেই খন কৰি কল কাৰ খানা প্ৰতিষ্টা কৰিব সৰু সৰু উদ্যোগ কৰিব ।ভাৰতৰ পৰা টোলগেট বন্ধ কৰিব লাগে।ঘোচ খোৱা কৰ্মচাৰি ধৰা পৰিিলে তাক চাকৰি পৰা বাদ দিব লাগে।আইনত গলে ও তাই পুনৰাই চাকৰি যোগদান কৰিব নোৱাৰে।আইন পাছ হব লাগে।এয়া জনতাৰ দ্বাবি????

  • @JaduKanta-ei2cz
    @JaduKanta-ei2cz 19 днів тому

    NPS to govt employees is most destructive & inhumanity factor which reduces voting percentage to bjp. Now should give ops.

  • @rohandeka6954
    @rohandeka6954 19 днів тому

    Hon'ble PM,
    Kindly take immediate action to enhance the EPF Pension as Rs. 7500 with D.A & Medical with Ayushman card for pensioners

  • @user-pl1ex4uv1r
    @user-pl1ex4uv1r 7 днів тому +1

    We want old pention

  • @NarayanThapa-go1ls
    @NarayanThapa-go1ls 19 днів тому

    যিসকল শিক্ষক-শক্ষয়িতৰী লোকে বিনাবতনে চৰকাৰী -বেচৰকাৰী বিদ্যালয়ৰ পৰা অৱসৰ ল'লে, কন-কন ছাত্ৰ -ছাতৰীৰ জীৱন গঢ়াৰ বৃহত্তৰ স্বাৰথত ,তেওঁ লোকৰ গাঁৱলীয়া জীৱন নিৰ্বাহ কি হব

  • @pkpatar9930
    @pkpatar9930 День тому

    Sir please open the old pension system. For New Generation.

  • @ShibaramDas-em4ec
    @ShibaramDas-em4ec 19 днів тому

    কথাতো বাৰু থিকেই কৈছে ,কথা মতে চৰকাৰে যদি কাম কৰে দুখিয়া লোকৰ হৈ যদি কাম কৰে আৰু গেলামাল দোকানৰ বস্তুৰ দাম কমাই দিয়ে তেতিয়া ভাৰতীয় bjp চৰকাৰ সদাই আমাৰ হৈ থাকিব !

  • @KalpanaDevi-kb7mi
    @KalpanaDevi-kb7mi 7 днів тому

    Ple.do this constructive work as soon as possible for unemployment

  • @KushalsaikisSaikia
    @KushalsaikisSaikia 17 днів тому

    মাননীয় প্ৰধান মন্ত্ৰীয়ে লোৱা সুন্দৰ পদক্ষেপক আদৰণি জনাইছোঁ।

  • @smritabokalial6425
    @smritabokalial6425 19 днів тому +2

    অ পি এচ লাগিবই

  • @AnandaMili-nm2nv
    @AnandaMili-nm2nv 19 днів тому +1

    Modi jindabad to kisan jindabad

  • @kamaladeka5257
    @kamaladeka5257 12 днів тому

    লগতে নিবনুৱা সমস্যাৰ কাৰণে যুৱক যুবতী সকলক উখ চাপৰ সকলোকে চীন দেশৰ দৰে সৈন্য বাহিনীত নিযুক্ত কৰিব লাগে।

  • @SanjayDas-yu2gy
    @SanjayDas-yu2gy 4 дні тому

    অঙ্কন বাদি বিলাকৰ ভিতৰত কোনো ল'ৰা ছোৱালী এজনো নেথাকে কিন্তু এখন চেন্টাৰত পাছ জন আছে সেইটো বন্ধ কৰিলে ৰাইজৰ বহুত লাভ হব

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw 19 днів тому

    আচল খেতিয়ক বেছিভাগে টকা নাপালে।ভাল কৈ পৰিক্ষা কৰিব নে।নহ'লে আৰু ভোট কমিব।bjpৰ দালালৰ জৰিয়তে সম্ভৱ হৈ আছে। প্ৰমাণ লাগে যদি কমলপুৰলৈ আহক।গাঁওত সকলোৰে ঘৰত নাৰিকল কলগছ তামোল আদি সকলোৰে আছে।সেই বোৰক লৈ এনে কাম হৈ গ'ল।এজনক দি দহজন বিদ্ৰোহ হৈছে।

  • @moramchutia4399
    @moramchutia4399 19 днів тому +1

    এইবোৰ সকলো কথা মিছা।সদায় ঘোযানা কৰি থাকে ?

  • @EunusAli-kk3pg
    @EunusAli-kk3pg 19 днів тому +1

    কৰ্মচাৰী সকলৰ NPS to O PS কৰিব নে

  • @nabinchbordoloi4440
    @nabinchbordoloi4440 19 днів тому

    অংগন রাড়ী কেন্দ্ৰ কমীঁ সকলৰ মাহিলী মজুৰি 30000/=কৰি দিয়ক যাতে BJP বহু ত নাম হৈ যায়।

  • @dineshbhattacharjya5907
    @dineshbhattacharjya5907 19 днів тому

    Modi govt. new decision is very preferable but beneficiary system is not acceptable because this has been making the country and state cripple and backward.

  • @kabindraboro747
    @kabindraboro747 19 днів тому

    The priority and initiatives taken by NDA Government are so praiseworthy

  • @NathoniChouhan-ki7nq
    @NathoniChouhan-ki7nq 19 днів тому +1

    हम मोदीजी को चाहते है कीउकी इमदार है

  • @sunilojah8016
    @sunilojah8016 19 днів тому

    এনে ধৰণৰ পদক্ষেপৰ বাবে চৰকাৰক ধন্যবাদ জনালো।

  • @PapuKachari-yp6ok
    @PapuKachari-yp6ok 19 днів тому +1

    Thank you modi ji

  • @muhonborah7831
    @muhonborah7831 19 днів тому +1

    চৰকাৰে কাম কৰি দেখুৱা লেহে ভাল পাম

  • @karunaprasadbharali5044
    @karunaprasadbharali5044 19 днів тому

    Private companys worker ,EPF and Minimum Pension scheme very poor condition. it should be modified

  • @SDTech-ie9ee
    @SDTech-ie9ee 13 днів тому

    এইবাৰ কিবা উদ্যুগ বিকিবলগিয়া আছে নে নাই সেইয়া সময়ে কব।।। আৰু আমাৰ ইয়াত কিন্তু কৃষকৰ ধন ৰাইজে পোৱা নাই 🎉🎉🎉🎉