Grand jury investigation is very serious matter in US court; even Trump did not got reprieve, convicted in 34 felonies. Modi or any politician can't influence unless lawyers for Adani provides watertight evidence for him. If convicted, Adani may not get jail, but may have to pay a huge fine as well as not allowing him to do business in USA.
এই তথ্য ভৰা ভিডিঅ টো অতি ভাল লাগিল। পৰেশ মালাকাৰদেবলৈ ধন্যবাদ। পৰঞ্জয গুহঠাকুৰতাদেবলৈ আন্তৰিক অভিনন্দন আৰু শুভকামনা জনালো ।
এন এন লৈ ধন্যবাদ জনোৱাৰ লগতে পৰঞ্জয় গুহঠাকুৰতা দেবলৈও ধন্যবাদ জনালো। কথা হ'ল আদানিৰ ওপৰত কোনোধৰণৰ বিহিত ব্যৱস্থা লোৱাৰ সৎসাহস নৰেন্দ্ৰ মোডীৰ নাই। কাৰণ কেচু খান্দোতে যে সাপ ওলাব ই খাটাং। নৰেন্দ্ৰ মোডী নিজেই ফান্দত পৰিব। আদানিৰ বিৰুদ্ধে কিবা এটা কৰিবলৈ গ'লে মোডীৰ ক্ষমতা যে নাথাকে মোডীয়ে ইয়াকো ভালকৈ জানে।
আদানিৰ লগতে মোদী ও জেলোলৈ যাব লাগে, কাৰণ আদানীৰ প্ৰাচুৰ্য ৰ অংশীদাৰ মোদী। দেশৰ অৰ্মচাৰিৰ দৰমহাৰ 10 শতাংশ মোদীয়ে আদানিক দিছে, যাৰ বাবে ইউ পি এছ যিটো এন পি এছ তকৈ বহুত বেয়া।
Very good
Yes Modi + Adan=Modani means juduwa bhai sarkar.
Aku nohoi , mudiye mori - pori holeu bosaboi, sai thakok.