Milononore Ei Subha Khyon ( মিলনৰে এই শুভ ক্ষণ ) - by Bhupen Hazarika and Suman Kalyanpur.

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • Assamese film song of Bhupen Hazarika and Suman Kalyanpur / Lyrics, Melody and Music by Bhupen Hazarika / Film : Chik Mik Bijuli ( চিক্ মিক্ বিজুলী) Of 1969.
    Lyrics of the song :
    মিলনৰে এই শুভ ক্ষণ
    পখিলা উৰাদি উৰে মন
    মৰমৰে এই আৱাহন
    জীৱনৰে মধুৰ লগন ।
    লাজৰে বান্ধোন খুলি যায় যায়
    বুকুৱে সঁহাৰি পায় পায়
    অমৃতময় এই আলিঙ্গন
    যেন হৰগৌৰীৰ মহামিলন ।
    দয়াবতী পাৰ্বতী আই
    নধৰিবা দোষ দায়
    তোমাৰ আশীষ মাগিছোঁ
    তোমাৰ শিখৰে নাচিছোঁ
    উদাৰ মুকুতি পায় ।
    প্ৰণয়ৰে পৰিধি নাই নাই
    অসীমৰে সীমাই ৰিঙিয়াই
    সত্যম শিৱম সুন্দৰম
    যুগে যুগে আমি দুয়ো
    দুয়োতে মগন ।
    কথা আৰু সুৰ-সঙ্গীত : ভূপেন হাজৰিকা
    কণ্ঠ : ভূপেন হাজৰিকা
    : সুমন কল্যানপুৰ
    বোলছবি : চিকমিক বিজুলি /১৯৬৯
    ( নৃত্যটি আজি Facebookত পায় ভাল লগাত এই গীতটি সংযোগ কৰিলোঁ )
    #_UA-camত পূৰ্বতে আপলোড কৰা গীতটিৰ #_Link : • Milonore Ei Xubho Khon...

КОМЕНТАРІ • 9

  • @sewaligogoi3175
    @sewaligogoi3175 6 місяців тому +1

    বঢ়িয়া

  • @BhargabBarman07
    @BhargabBarman07 4 місяці тому +2

    শৈশৱতে গোলাঘাটৰ কোনো এক ছবি ঘৰত এই চিনেমাখন চোৱা মনত পৰে 🎉😢

  • @user-yx9eh6wh4r
    @user-yx9eh6wh4r 6 місяців тому +1

    Excellent💯

  • @maheshkalita7603
    @maheshkalita7603 4 місяці тому +1

    excellent presentation

  • @gitaborah4379
    @gitaborah4379 5 місяців тому +1

    Excellent

  • @harendradas-fe8ry
    @harendradas-fe8ry 6 місяців тому +1

    Jautigugia geet dhyannya Dr. Haarika

  • @lakhijan2366
    @lakhijan2366 3 місяці тому

    Great
    Beautiful ❤❤❤

  • @mayadebimandal5974
    @mayadebimandal5974 6 місяців тому +1

    😍😍😍😍😍😍😍😍

  • @mrinaldutta2367
    @mrinaldutta2367 2 місяці тому +1

    চিন্তাত চেলুট