কিমান সঁচা বাস্তুশাস্ত্ৰ?vastu shastraৰ বৈজ্ঞানিক ভিত্তি আছেনে নাই?আপুনি কিয় বিশ্বাস কৰে Vastu tips

Поділитися
Вставка
  • Опубліковано 21 чер 2024
  • vastu tips
    vastu shastra
    scientific reasons of vastu tips
    is vastu shastra fake
    is vastu tips fake
    vastu shastra for home
    vastumiracles
    vastu assam
    vastu chitra
    vastumiracles mantra
    vastu shastra
    bastu bichar for home
    vastu puja
    vastu shastra for home
    #evergreenhits
    assam job news today
    bastu
    supa supi
    vastu
    vastu assam
  • Навчання та стиль

КОМЕНТАРІ • 122

  • @bontisarmah7541
    @bontisarmah7541 Місяць тому +45

    আমাৰ ঘৰো দখিন মুখী হয় ২০ বছৰ ধৰি আছো ।উন্নতিহে হৈছে লাহে লাহে । এই বোৰ চাই থাকিলে মানুহ বলিয়াহে হব ।

  • @parthamoni1608
    @parthamoni1608 27 днів тому +10

    বাস্তু শাস্ত্ৰ পঢ়ি / বাস্তুশাস্ত্ৰৰ দ্বাৰা বহু উপকৃত হৈছো। আৰু এটাৰ পিছত এটা সুফল পাই আছো ।

  • @bhargabsarma6711
    @bhargabsarma6711 25 днів тому +7

    মানি চলিব পাৰিলে নিজৰ ভাল। বাস্তু হ'ল প্ৰাকৃতিক গুণৰ দ্বাৰা সংপৃক্ত হৈ নিজৰ ঘৰখন নিৰ্মাণ কৰা আৰু সুন্দৰভাৱে জীৱন যাপন কৰা শৈলি।

  • @sanjibbora1789
    @sanjibbora1789 Місяць тому +26

    একেবাৰেই সঁচা কথা ,এইবোৰ মানি একো লাভ নাই,কৰ্মই ধৰ্ম।তাকে যেনিবা ভাল কাম কৰিলে ভাল ফল পায় বেয়া কাম কৰিলে বেয়া ফল পায়।

  • @sanatankalita5214
    @sanatankalita5214 Місяць тому +31

    ঈশ্বৰে ৰক্ষা কৰিলে কোনে কি কৰিৱ পাৰে ! সকলোৰে মূল প্ৰভু ঈশ্বৰ । প্ৰভু ঈশ্বৰৰ আশ্ৰয় পোৱা কামনা কৰিৱ লাগে । জয় প্ৰভু নাৰায়ন ।

    • @aneenepali
      @aneenepali 28 днів тому

      😂🎉🎉🎉😢😂😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮

  • @ramalachaudhury-it9sp
    @ramalachaudhury-it9sp Місяць тому +17

    Ami skalay akelage prithibit aso. Mor ghar to uttarmukhi un karo bar dakhinmukhi. Matilhini jano mor nijar. Prithibi khan to sakalare.

  • @anjanaburagohain8952
    @anjanaburagohain8952 19 днів тому +5

    Bastu hastra নহয় Bastu kitap বুলি কবা Hastra rলগত কিতাপ শব্দ টো মিলাই Hastraক অপবিত নকৰিবা মোৰ ঘৰটো দক্ষিণ ফালে আছে আজিলৈকে একো অমঙগল হোৱা নাই

  • @sumisharma1022
    @sumisharma1022 Місяць тому +14

    আমাৰ ওচৰৰ কেবা ঘৰো ভূল দিশত দুৱাৰ মুখ,পাকঘৰ ,পাইখানা ঘৰ ।কিন্ত সিহঁতৰ ঘৰ কেইখনৰ অৱস্থা ইমানেই ভাল ভাষাৰে বুজাব নোৱাৰিম ।

  • @samudranathdeka4879
    @samudranathdeka4879 Місяць тому +7

    কোনোবা কৌটিৰ ভিতৰত এজনৰ কিবা এটা হলে এইধৰনে কোৱাটো উচিত নহয় ! কোনো কোনোৱে নাস্তিক ও হব পাৰে সেইটো বাৰু নকওঁ । Income কৰিবলৈ কৰ্ম কৰিবই লাগিব । আৰু লোণ ললেটো পৰিশোধ কৰিবই লাগিব সেইটোও মনত ৰখা উচিত ! লগতে আজি প্ৰথম দেখিলোঁ আপোনাক।

  • @AngelicChamber
    @AngelicChamber 24 дні тому +12

    Najanake kunu kothai bhul information nidiba...vastur bikhoye amar Ved Shastrat bhalkoi ullekh ase...jodi tumi hindu hoi tetiahole vastu maniba... bhagwan ase karne vastu ase...

    • @kamalsaikia1151
      @kamalsaikia1151 18 днів тому +1

      Kunua hari jab nuware ji jatia nahaok.kisu remedi alp paribratan hb pare desh loi

  • @animakapathak1790
    @animakapathak1790 Місяць тому +2

    Thank u vai lagil sai

  • @rubigogoi5237
    @rubigogoi5237 20 днів тому +3

    ভগৱানক বিশ্বাস কৰো বাবে, বাস্ত শাস্ত্ৰৰ নিয়ম- নীতি মানি চলো।

  • @beautydutta8717
    @beautydutta8717 Місяць тому +11

    মই ভুক্তভুগি , vastu দোষৰ ফলত এখন ঘৰ শেষ হৈ গল ,মই সম্পূৰ্ণ বিশ্বাস কৰিবলৈ লৈছো

    • @nirupoma5935
      @nirupoma5935 12 днів тому

      এতিয়া আপুনি পৰিত্ৰাণ পালেনে?

  • @bontigogoi2622
    @bontigogoi2622 27 днів тому +2

    Right messege

  • @gitikadas6724
    @gitikadas6724 25 днів тому +1

    Bhal lagil

  • @ilataye9579
    @ilataye9579 21 день тому +2

    আমি বাস্ত বিজ্ঞান সকলো সকলো বিশ্বাস কৰোঁ,কু কৰ্ম,কু বুদ্ধি আৰু মিছা ঠগ প্ৰৱঞ্চক সেইবোৰ ঘিণ কৰোঁ, নিজৰ মাক দেউতাকৰ আৰু পূৰ্ব পুৰুষ সকলৰ পূজ পিণ্ড দান ভালকৈ কৰক।

  • @amiyachetia2017
    @amiyachetia2017 16 днів тому +2

    এই বিলাক বিষয়ত বেছি সোমাই পৰিলেই আউল লাগে। মূল দিশ কেইটা মিলিলেই হয়।আগৰ দিনত তেনেকৈ বনাইছিল। এতিয়া দেখোন একো এটা মানে ফুল দানী টোও যতে ততে থব নোৱাৰি ।এই দিশত নথব ইটো দিশত হে থব লাগে ইত্যাদি।

  • @hindu6777
    @hindu6777 Місяць тому +55

    Vastu শাস্ত্ৰ হল আধুনিক যুগত কিছু লোকৰ বাবে পেট পোহাৰ ব্যৱসায়

    • @unique232
      @unique232  Місяць тому +1

      বিশ্বাস অবিশ্বাস সম্পূৰ্ণ ব্যক্তিগত কথা

    • @pranambaruah7086
      @pranambaruah7086 Місяць тому +2

      একে বাৰে শুদ্ধ

    • @DiptaSRy
      @DiptaSRy Місяць тому

      Toi kela aku najano karone aneke bokiso

    • @hitutpalboruah
      @hitutpalboruah 29 днів тому +2

      10000%ri8

    • @ajoyrabha3294
      @ajoyrabha3294 24 дні тому +1

      Nohole doctor bilakak puhi jiban par kurilei hol.... Jai shree ram

  • @bhadreswardeka1695
    @bhadreswardeka1695 15 днів тому +2

    নিজ হাতেৰে কাম নকৰিলে বস্তু শাস্ত্ৰ ই ধনী কৰি দিব পাৰিব নেকি ? নিজকে ভাবি চোৱা।

  • @user-nm6uo3rd9v
    @user-nm6uo3rd9v Місяць тому +9

    বাসতুজ্ঞসকল নিজে সুখী নে বাৰু

  • @xmdi3687
    @xmdi3687 29 днів тому +2

    সুন্দৰ পৰামৰ্শ

  • @user-sd4mk2jk9q
    @user-sd4mk2jk9q Місяць тому +4

    Manile dhan namanile potan.🙏

  • @kushalbaruah8438
    @kushalbaruah8438 18 днів тому +1

    Right

  • @CHIRANJEETCHETIA1111
    @CHIRANJEETCHETIA1111 27 днів тому +2

    VASTU ATA SCIENCE HOI PROKITIR SAKTIK IYAT BALENCE KORA HOI

  • @rupadehingia5595
    @rupadehingia5595 19 днів тому +2

    মই বহুত কৰো

  • @sailendranathdas7345
    @sailendranathdas7345 20 днів тому +1

    It is a science how to balance gravitational magnetic and universal laws of gravitation and to balance air water and fire mean heat element.You canot directly refused the importance of vastu.Because in basti there are some principle which is related to science

  • @editionboy8479
    @editionboy8479 29 днів тому +4

    বাস্তূ +

  • @rajumonibaruah8389
    @rajumonibaruah8389 29 днів тому +4

    কাম নাই ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক

  • @bidyutgogoi1969
    @bidyutgogoi1969 Місяць тому +6

    সম্পূৰ্ণ জ্ঞান নথকাকৈ শাস্ত্রভাগীৰ অপমান নকৰিবা, ময়মতম,নাৰদ পুৰান, বিশ্বকৰ্মা পুৰাণ আৰু ৰূকবেদ আৰু অৰ্থৱ বেদত বাস্তুৰ বিষয়ে বিতংকৈ আছে আৰু দক্ষিণ দিশৰ বিষয়ে যি কলে সেইয়া মই কোৱাতো আপোনাৰ দৰে মানুহক প্ৰয়োজন বোধ কৰা নাই।

  • @amardas8527
    @amardas8527 23 дні тому +2

    Half knowledge is always dangerous…

  • @kamalthakiria5156
    @kamalthakiria5156 29 днів тому +2

    Vastu is real best

  • @deepalideka718
    @deepalideka718 Місяць тому +7

    পৃথিৱী ঘূৰণীয়া।দিশ বুলি কথা নাই‌‌

    • @user-pk6cn1hh6b
      @user-pk6cn1hh6b 9 днів тому

      Science east bula bostu tu kot pale অলপ ভাবি ছাব । লিখিব পাৰোঁ বুলি যি টি নিলিখিবি

  • @user-yd8kz2sw5g
    @user-yd8kz2sw5g Місяць тому +5

    Moi nkru. Kormoi dhorma.

  • @ruparajkhowa4985
    @ruparajkhowa4985 22 дні тому +1

    দক্ষিণ দিশ বেয়া কেতিয়াও নহয়। কিন্তু কিছুমান নিৰ্দিষ্ট কৰি দিয়া ঠাই হে অশুভ কৈছে

  • @Borah7877
    @Borah7877 28 днів тому +2

    Bussiness policy

  • @dipalikumar6530
    @dipalikumar6530 18 днів тому +1

    Karmai dharma .🙏

  • @vikrambrahma5554
    @vikrambrahma5554 9 днів тому

    I believe in Vastu.

  • @RumiHukai
    @RumiHukai Місяць тому +2

    Bitorko video nobonabo pleas

  • @hemantabarman5310
    @hemantabarman5310 19 днів тому +3

    ঘৰৰ ঠিক সোঁমাজত থিয় হৈ মোবাইলৰ কম্পাছ উলিয়াই ১২৫ ডিগ্ৰীৰ পৰা ১৯০ ডিগ্ৰী লৈকে নীলা ৰং। আৰু ১৯০ ডিগ্ৰীৰ পৰা ২৩৫ ডিগ্ৰী লৈ সেউজীয়া ৰং দি ৬০ দিন চাই লোৱা কি হয়? তাৰ পিছত কথা পাতিম বাস্তুশাস্ত্ৰৰ বিষয়ে।

  • @rajibbora1813
    @rajibbora1813 Місяць тому +4

    মানসিক চাপ নলোৱা ভাল ❤

  • @mausumipatowary7147
    @mausumipatowary7147 20 днів тому +1

    অলপো নকৰোঁ ৷ কিন্ত ভগৱান বিশ্বাসী মই ৷

  • @sumisharma1022
    @sumisharma1022 Місяць тому +7

    এই বিলাক মানিবলে গলে আমাৰ ঘৰ খন সম্পূৰ্ণ ভাঙি বনাব লাগিব ।

    • @golapidas8323
      @golapidas8323 22 дні тому

      আপোনাৰ ঘৰখন এতিয়ালৈকে ভগৱানে ভালে ৰাখিছে নিশ্চয়।

    • @korobidas5121
      @korobidas5121 20 днів тому

      ঠিকেই

  • @RumiHukai
    @RumiHukai Місяць тому +2

    Bhul bastu bonaletu. Bhul hoboi kintu bastu khastro bhul nohoi

  • @dhaniramdas7116
    @dhaniramdas7116 16 днів тому +1

    ভগবাৰ প্ৰথম আইন খনে হৈছে বাস্তু মানে ঘৰ মানিৱ পাৰিলে ভাল

  • @user-vw8tn5qf7h
    @user-vw8tn5qf7h 12 днів тому +1

    মনা নমনা নিজৰ কথা।কিন্তু আনক উপদেশ দিয়াৰ বাবে কাৰণ দৰ্খাব নালাগে

  • @rajkumarpatir2204
    @rajkumarpatir2204 Місяць тому +1

    Road tu south t thakile ghorkhon r probesh duwar uttarot dibo lagibo nohoy janu.jot pisfalorpora hubidha nay.ghor khon north,east,west,south,jimuwai houk main door tar biporit hobo pare tate ki hoise manuhor comment kori jonabo.ami gaonr manuh bur basthu r koatha 99%najanu.ghor akhon lage veti chek kori bonai thaku.

  • @animakapathak1790
    @animakapathak1790 Місяць тому +1

    Amaru daxinmukhi

  • @MaaChakravarty
    @MaaChakravarty 11 днів тому +1

    Moi vagaban bisas koru kintu aibor bisas nokoru kintu hoi kisumane agar dinat kisuman manuh asil ji koi dib pare xasakoi kintu atiya nai

  • @manashnath9575
    @manashnath9575 8 днів тому

    rakhe hari mare kune mare hari rakhe kune .............. harirk sinta kora aneu sob thik hbo.......

  • @babulborah9448
    @babulborah9448 24 дні тому +2

    Vastu srastro bish নকৰোঁ মানুহ ভয় খাই মাৰিব

  • @dnjlovelove5998
    @dnjlovelove5998 12 днів тому +1

    কৰ্ময়ে ধৰ্ম

  • @kamalsaikia1151
    @kamalsaikia1151 18 днів тому +3

    আনৰ অজুহাত লৈ আনেকোৱা কথা যে কৈছে,পঞ্চতত্ত্ব বিষয়ে বৰ্ণনা নকৰিলে কিয়? যিসকলে নামানে NE toilet বনাই চাওঁক ,SW পুখুৰী খান্দি পানী নাৰাখে কিয়? 😂 SSW পৰিয়ালৰ এখন ফটো ওলমাই নেৰাখে কিয় ? শুনক মহাশয়,আপুনি মইনো কোন স্বয়ং ভগৱান পৃথিৱীত জন্ম ললেও বাস্তুশাস্ত্র মানিচলিব ,কাৰণ তেওঁৰেই সৃষ্টি, নহলে কোনো শাৰী যাব নোৱাৰে।পঞ্চতত্ত্ব নহলে জীৱ সৃষ্টি কোনো কাৰণত হবয়েই নোৱাৰে। জল আৰু পানী নহলে নমনাসকলে জীয়াই থাকিব পাৰিব নহনে ?নিজৰ কুৰকর্ম ফলত কোনোবা ধংস হোৱাটো স্বাভাৱিক কথা। সত্যত থাকক নিজৰ নিজৰ ঘৰত five Elemens সঠিক দিশত ৰাখক আৰু সুস্থহৈ থাকক 🙏

  • @user-ym1dc3nc8l
    @user-ym1dc3nc8l 29 днів тому +2

    Bor xundar koi Bornona korise. Bastu Sastror Namot Brihat Bepar Aarombha korise.

  • @subodhbhuyan9791
    @subodhbhuyan9791 Місяць тому +1

    Bishakh

  • @paragsocial7156
    @paragsocial7156 5 днів тому

    বাস্ত শাস্ত্ৰ এখন শাস্ত্ৰ হয় । আপোনাৰ কাহিনী কিমান দূৰ সঁচা নাজানো, কিন্তু আপোনাৰ মতামত একমত নহয়।

  • @user-up3ig9yp8f
    @user-up3ig9yp8f Місяць тому +4

    অলপ মানিবলৈ চেষ্টা কৰিব। ❤

    • @unique232
      @unique232  Місяць тому +1

      আপোনাৰ মতামত জনোৱাৰ বাবে ধন্যবাদ। ইয়াত মোৰ কোনো ব্যক্তিগত মন্তব্য নাই। এজন লোকে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি লিখা এটা প্ৰৱন্ধ আৰু times property- এ প্ৰকাশ কৰা লেখাটোহে দাঙি ধৰিছো।
      (udaypai.in/is-vastu-fact-or-fake/)- পঢ়ি চাব।
      বিষয়টোৰ ওপৰত বহু প্ৰশ্ন বহুতৰে আছে, গতিকে মই Times property আৰু উপৰোক্ত লিংকৰ প্ৰৱন্ধটো তুলি ধৰিছো। মই বাস্তুৰ বিৰোধিতাও কৰা নাই, বা সমৰ্থনো কৰা নাই।

  • @jt7021
    @jt7021 Місяць тому +2

    Aapuni science r student hoi jen paisu. Heiye anekoi koise. Vastu is real.❤

  • @roiumbon5172
    @roiumbon5172 27 днів тому +1

    শিৱ জানো বাস্তৱ ? তাতে শিৱৰ ঘামৰ পৰা কুৎচিতেই হউক বাসুন্দৰে হউক,ঘামৰ পৰা মানৱ জন্ম, তাকেই আমি হাৰে হিমজোৱে সত্য জ্ঞান কৰি লো, আমৰ লগত আমৰ উঠি অহা প্ৰজন্মই দুমোজাত নপৰিবনে !

  • @manjuphukan5280
    @manjuphukan5280 15 днів тому +1

    Moi nkoru.ak atro vogobank he bisxas koru

  • @ajnggi
    @ajnggi Місяць тому +2

    Gutai prithibit vastu mata ghor bonai vai.

  • @rupadehingia5595
    @rupadehingia5595 19 днів тому +1

    Bishas nokora keitai nesalei hol

  • @user-vq5xl7vx7t
    @user-vq5xl7vx7t Місяць тому +1

    Trust it

    • @unique232
      @unique232  Місяць тому +1

      আপোনাৰ মতামত জনোৱাৰ বাবে ধন্যবাদ। ইয়াত মোৰ কোনো ব্যক্তিগত মন্তব্য নাই। এজন লোকে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি লিখা এটা প্ৰৱন্ধ আৰু times property- এ প্ৰকাশ কৰা লেখাটোহে দাঙি ধৰিছো।
      (udaypai.in/is-vastu-fact-or-fake/)- পঢ়ি চাব।
      বিষয়টোৰ ওপৰত বহু প্ৰশ্ন বহুতৰে আছে, গতিকে মই Times property আৰু উপৰোক্ত লিংকৰ প্ৰৱন্ধটো তুলি ধৰিছো। মই বাস্তুৰ বিৰোধিতাও কৰা নাই, বা সমৰ্থনো কৰা নাই।

  • @dsaikia8980
    @dsaikia8980 13 днів тому +1

    বেজ আৰু বাস্তু কেতিয়াও বিশ্বাস নকৰিব ।

  • @leenamoongogoi3581
    @leenamoongogoi3581 22 дні тому +1

    Mohadev ei hokolu

  • @guningogoi1009
    @guningogoi1009 29 днів тому +1

    Andhokumar.

  • @nilishaika5262
    @nilishaika5262 Місяць тому +4

    Bastu. Ye. Dakhin...mukhi . Ghor. Ahuvo. Buli. Kunu. Din. Kuwa. Nai.

    • @unique232
      @unique232  Місяць тому

      According to Vastu Sastra, any house or establishment with an entrance from the south is inauspicious and doom is guaranteed….”
      udaypai.in/is-vastu-fact-or-fake/
      According to this article, plz read

    • @bidyutgogoi1969
      @bidyutgogoi1969 Місяць тому

      বুৰ্বক বোৰক বুজাই লাভ নাই

  • @anjumanidevi5935
    @anjumanidevi5935 8 днів тому

    Tortoise কোন ফালে ৰাখিম

  • @SurenDutta-ck2jp
    @SurenDutta-ck2jp Місяць тому +5

    এটা বিষয়ৰ ওপৰত নজনাকৈ কিয় ভিদিঅ কৰিছা প্ৰথমে বাস্তুৰ জ্ঞান লৈ লোৱা

    • @unique232
      @unique232  Місяць тому +1

      বিষয়টোৰ ওপৰত মোৰ ব্যক্তিগত কোনো মন্তব্য প্ৰকাশ কৰা নাই। এজন ব্যক্তিয়ে লিখা এটা প্ৰৱন্ধ আৰু "Times property"ৰ ৱেবছাইটত প্ৰকাশ কৰা তথ্যৰ ভিত্তিতহে ভিডিও প্ৰস্তুত কৰিছো।(udaypai.in/is-vastu-fact-or-fake/ )-
      কোনো ব্যক্তিৰ নিজস্ব চিন্তা চৰ্চা বা বিশ্বাস অবিশ্বাসক মই সন্দেহ কৰা নাই।

    • @khagenbhuyan6727
      @khagenbhuyan6727 Місяць тому

      Mor jibon to ek matra Vogobanok biswash Kori kotalo, nijor MON thik thakilei hol,🙏🙏🙏

    • @lavitasarma862
      @lavitasarma862 29 днів тому

      Mor o atjya anekuwa hoise. Ghr bonuwa hoi gol vul jegat ase kisumn bostu. Kholoni koribo o nuwaro.. Bastu vediobur saai sai depression he hoisu vabi vabi😢husbandor kimn gaali o khaisu. Bhogowanot bahire ako nai. Teor oporte vorokha korisu..

  • @_R_B_K_777
    @_R_B_K_777 Місяць тому +6

    মই বাস্ত বিশ্বাস কৰো

    • @unique232
      @unique232  Місяць тому

      বিশ্বাস অবিশ্বাস সম্পূৰ্ণ ব্যতিগত কথা। সকলোৰে চিন্তা, যুক্তিক আমি শ্ৰদ্ধা কৰিব লাগে। সকলো বস্তুৰে ভাল- বেয়া দুয়োটা দিশেই থাকে।

  • @astrologertroilokyabaruah
    @astrologertroilokyabaruah 17 днів тому +1

    Misguide people... Little learning is too dangerous...

  • @satimansai3136
    @satimansai3136 Місяць тому +1

    Thick koisey .

  • @jurinathkalita64
    @jurinathkalita64 25 днів тому +3

    ঠিকেই কৈছে। যিয়ে মানে মানক নমনাক জোৰ কৰা দৰকাৰ নাই। বিশ্বাস টো নিজৰ কথা

  • @Divarsh601
    @Divarsh601 22 дні тому +3

    ভাল কাম কৰিলে ভাল ফল পাম বেয়া কামত বেয়া ফল পাম

  • @reetaborthakur2255
    @reetaborthakur2255 28 днів тому +1

    Bebohai

  • @user-kq2sx2un3w
    @user-kq2sx2un3w 29 днів тому +2

    আগতে যি ভুগিলো বাসতু কিতাপপঢ়ি পৰমান পালো আনৰ কথা নকও

    • @golapidas8323
      @golapidas8323 22 дні тому

      আপুনি বাস্তুশাস্ত্ৰৰ কিতাপ কিনিছে নেকি বাৰু ?

  • @prasannasaharia2402
    @prasannasaharia2402 8 днів тому

    কেৱল জনপ্ৰিয়তাৰ বাবে ভিত্তিহীন কথা।

  • @sailenmedhi2684
    @sailenmedhi2684 Місяць тому +3

    এটো এটা বিশ্বাস ৰ বসটু

    • @unique232
      @unique232  Місяць тому

      ঠিক কৈছে।

  • @jayantanath6998
    @jayantanath6998 29 днів тому +1

    মইঅ এইবোৰ নামানো

  • @kiransharmah
    @kiransharmah 24 дні тому +3

    আপোনালৈ বহুত বহুত ধন্যবাদ ।

  • @gunajitsarma5579
    @gunajitsarma5579 Місяць тому +4

    Aagote apuni alop nijei jani louk tar pisat video bonabo .karobat ki alop suni ba dekhi video bonuwa2 usit nohai .

  • @BobitaTalukdar-dj2tu
    @BobitaTalukdar-dj2tu Місяць тому +3

    Vastuvid sokole pagol bonai arib

  • @user-ti2ht5le7j
    @user-ti2ht5le7j Місяць тому +1

    বেলেগ বেলেগ বাস্তুশাস্ত্ৰবিদৰ মতামত বেলেগ হোৱা দেখা যায়

  • @purnanandarajkhowa8712
    @purnanandarajkhowa8712 Місяць тому +1

    মাথো সাধুৰ দৰে কাহিনী।এটোপাল ঘাম! তাৰ পাছত ৰাক্ষস আৰু এটিয়া আমাৰ ঘৰত,ব্যৱসায়ত! জানিব পাৰি ভাল লাগিল মানে বাছিলোঁ।

    • @unique232
      @unique232  Місяць тому

      বিশ্বাস অবিশ্বাস সম্পূৰ্ণ ব্যক্তিগত কথা

  • @mrinalidas1471
    @mrinalidas1471 29 днів тому +2

    চাবলৈ গ'লে একো নহয়। আচলতে মানুহে পূবলৈ মুৰ কৰি পুজা কৰে কাৰনে পায়খানা টেংকী নবনায়। কোনো ধৰ্মত পশ্চিম ফালে মুৰ কৰি পুজা কৰে।সিহঁতৰ কাৰনে পশ্চিম ফালে দৰজা ভাল।কথাটো একেটাই।

  • @purbakantabarman431
    @purbakantabarman431 Місяць тому +4

    বাস্তু শাস্ত্ৰৰ কোনো বৈজ্ঞানীক প্ৰমাণ নাই। ই সম্পূৰ্ণ ৰূপে ভাৱবাদ।মোৰ মতে ই এক অন্ধ বিশ্বাস হে, বাস্তৱতা একো নাই।

  • @rajumonibaruah8389
    @rajumonibaruah8389 29 днів тому +1

    দুৰ্বল মানুহৰ কাম

  • @ajnggi
    @ajnggi Місяць тому +3

    Tur jonma howta j suwaisila bapara. Bapara morila suwabi putara . Ki aibur tana

  • @manojkumardutta8590
    @manojkumardutta8590 Місяць тому +3

    Aibur akebare faka.g biswas kore teu bipod

    • @unique232
      @unique232  Місяць тому

      বিশ্বাস-অবিশ্বাস সম্পূৰ্ণ ব্যক্তিগত কথা।

  • @anantabasumatry7308
    @anantabasumatry7308 29 днів тому +2

    যি সকলে বাস্ত শাস্ত্ৰ বিশ্বাস কৰে তেওঁলোক হৈছে মহা মূৰ্খ

  • @sukumarsarma2350
    @sukumarsarma2350 29 днів тому +1

    Bopai o ki bujala video tu re.study Kori video bonaba.view pabor babe video bonaisa thike ase.val knowledge lob lagibo.

  • @user-vq5xl7vx7t
    @user-vq5xl7vx7t Місяць тому +1

    Tumi Kun hoi, aahila kakurra

    • @unique232
      @unique232  Місяць тому

      আপোনাৰ মতামত জনোৱাৰ বাবে ধন্যবাদ। ইয়াত মোৰ কোনো ব্যক্তিগত মন্তব্য নাই। এজন লোকে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি লিখা এটা প্ৰৱন্ধ আৰু times property- এ প্ৰকাশ কৰা লেখাটোহে দাঙি ধৰিছো।
      (udaypai.in/is-vastu-fact-or-fake/)- পঢ়ি চাব।
      বিষয়টোৰ ওপৰত বহু প্ৰশ্ন বহুতৰে আছে, গতিকে মই Times property আৰু উপৰোক্ত লিংকৰ প্ৰৱন্ধটো তুলি ধৰিছো। মই বাস্তুৰ বিৰোধিতাও কৰা নাই, বা সমৰ্থনো কৰা নাই।

  • @subodhbhuyan9791
    @subodhbhuyan9791 Місяць тому +1

    Bishakh