Moi ajon Christian Ru sire bhaalei koise ,prabhur bakya koi Prosar koribo lage nohole probhuk hreedoyere grohon nokore kiba ata pabole he grohon kore ,prolubhon Pai Christian hua manuh beci din tiki nathake hoitotuk janibo lage
JESU ka namse apko bohud sukreya mera pyara baha'i Hemonto Beswsorma JESU apko asses de ye mera benty or pratna hai apve jetena hosake JESU me aneko kused Karo apko Anan jebon melega Amen
Dhoinobad CM sir. Apunar babe Prarthanat asu. Hindu ,Muslim, Christian ,join aru ji dhormo ase hokoluwe nijor dhormo prosar korok, Ei adhikar amar sanbidhane amak dise so prosar korok hokoluwe nijor dhormok,
Moi ajon Christian ,kintu Sir Bhal Kotha koise Prosar korise prolubhon Di Christian hua manuh hoitotuk najane asol hoitotuk jonabo lage ,prolubhon Di Christian hua manuh probhuk najane Ru beci din tiki nathake Sir bhaal Kotha koise probhur tat niswartho bhabe ahibo lage .
যীচুৱে ক’লে, “ময়েই বাট, সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ কোনো নাযাব নোৱাৰে।”
যোহন 14:6
Zabo nuwary.
ধৰ্ম কিয় সলনি কৰিব লাগে প্ৰভু যীচুক পাবলৈ মন সলনি কৰিলেই হল...... মই Hindu কিন্তু মই Jesus ক মানো... প্রভুৱে ধৰ্ম সলনি কৰিব অহা নাছিল... পাপৰ পৰিত্রাণ দিবলৈ আহিছিল গোটেই জগতৰ কাৰনে....... জগত মতলব Christians নহয়..... জগত মানে পৃথিৱীত বাস কৰা সকলো জাতি জনগোষ্ঠীৰ বাবে আহিছিল.... Christian Religion কিয় লম? Christian সকল বেছিভাগেই নামধাৰী... একো প্রভূ বচনত নচলে... বহুত কম লোকহে চলে.......
Apuner comments to bht vl lagile actually kotha to gom paise. Sobe jodi ankai Buji ple hoi sobe poritran pale hoi
Amen
ঈশ্বৰে আচৰিত কাৰ্য কৰি ব পাৰে।
যিচু সত্য ঈশ্বৰ সকলোৱে জানে
Misa kotha😂
Praise God
Jesus jitna huda hoi .... hallelujah hallelujah
Baaki bilak leura suda neki
Correct bro sob 😂@@pareshdas900
Good news সত্য সদায় জয়। যʼত সুস্থ, শান্তি, উদ্ধাৰ আৰু প্ৰৰিত্ৰাণ বিচাৰি পায় তালৈ মানুহ যাব ই হিংসা কৰি লাভ নাই। জয় যীচু 🙏
আপোনালোকৰ প্ৰেম শান্তি আনন্দ মৰম মঙ্গল ভাৱ মৃদ ভাব ইন্দ্ৰিয় দমন চিৰ সহিষ্ণুতা এই বিলাক নাই কাৰণে দেশখনত অলপ অলপ কথাতে মাৰপিত লুণ্ঠন আৰু কতো কি
Good news c m sar কোনোৱেই কাকো ধৰ্ম দিবলে হেচা বা টকা পইচা নিদিয়ে আৰু কোনেও নলই ব্ৰাহ্মণ সকলেও প্ৰচাৰ কৰক ধন্য বাদ
যীছু সত্য।সকলোৰে ঈশ্বৰৰ।মৰা লাজৰকো জীয়াই দিছিল।বছৰ বোৰ আপোনালোকে কোনজন ঈশ্বৰৰ নামেৰে গনণা কৰি আহিছে।সত্য ঈশ্বৰ জনৰ নামেৰেই।মই ও হিন্দু জীচুৱে মোৰ বেমাৰৰ ভাল কৰিছে।পাপৰ পৰা উদ্ধাৰ কৰিছে।আপোনালোকো আহক সত্য কি গম পাব।সকলোৱে এদিন তেওঁৰ ওছৰত আঠু ল'ব।
Praise the Lord❤❤❤😊
ভাল সন্মতি ধন্যবাদ জ্ঞাপন কৰিলোঁ কিন্তু খ্ৰীষ্টান সকলে ধৰ্ম প্ৰচাৰ কৰে বাক্য শুনি হিন্দু সকলে স্বেচ্ছাচাৰে খ্ৰীষ্টান ধৰ্ম গ্ৰহন কৰে ইয়াক চছিয়েল মিডিয়া সকলে মিছা ধনৰ প্ৰলুভন বুলি দেখুৱাই খ্ৰীষ্টান সকলক দোষাৰোপ কৰে সেইটো হে অতি দুৰ্ভাগ্য কথা।
Thank you. Jesus.
Happy Christmas
I m muslim but we too believe and love isa-alaisalam (Jesus)
জয় যিশু।
ধাৰ্মিক সকল বিশ্বাস দ্বাৰা জীৱ.... যীশু খ্ৰীষ্ট হৈছে জগতৰ পোহৰ ...
Happy christmas 🎁🎄🎄🎄
Praise the lord
যীচুৱে প্ৰতিজন মানুহৰ কাৰণে পৃথিৱীলৈ আহিছে,
Cm sir 100 Correct
এটা কথা ভাল লাগিল যে CM ছাৰে খ্ৰীষ্টীয়ান শব্দটো শুদ্ধকৈ কৈছে, নহ'লে সকলোৱে কেৱল খ্ৰীষ্টান খ্ৰীষ্টান কয় আছে। এতিয়া সকলোৱে শুনি লওঁক খ্ৰীষ্টান নহয় খ্ৰীষ্টীয়ান বুলি লিখক আৰু কবলৈ শিক্ষক পঢ়া শুনা মানুহ বেয়া লাগে নহয়।
The universal truth of Jesus Christ
Good Advice sir🎉🎉🎉
খ্ৰীষ্টিয়ান মিছনেৰী যে এনেকা একো কাম নকৰে,,এইবোৰ একেবাৰে মিছা কথা
Moi ajon Christian Ru sire bhaalei koise ,prabhur bakya koi Prosar koribo lage nohole probhuk hreedoyere grohon nokore kiba ata pabole he grohon kore ,prolubhon Pai Christian hua manuh beci din tiki nathake hoitotuk janibo lage
খৃষ্টান সমাজে কাকোকে টকা দি ধৰ্ম পৰিৱৰ্তন কৰিবলৈ নকয়, এইটো কৰিব গলে তেওঁলোক পাপৰ ভাগিদাৰি হব। কিন্তু সাংবাদিক বন্ধু সকলে মিচাতে বাতৰি প্ৰচাৰ কৰি আছে খৃষ্টান সকলে টকা পইচা দি খৃষ্টান কৰিছে। ঈশ্ৱৰৰ বিৰোধী কৰা সকলে কিন্তু গাহৰী জন্ম লবৈ লাগিব।
All medicine only prayer in JESUS name no Doctor no medicine
Good news
Very good and prestigious statement made by the CM. Jesus will bless.
Moja thank u sharmah sir God bless u
আপুনি সত্যক জানক আৰু সত্যই আপোনাক মুক্তি দিব
Very good news sir
good news, Amen❤❤❤❤❤
Thank you LORD and Thank you sir
GOD bless you sir
অচা কথা জয় জীচু 🙏🙏⛪
God bless you cm sir
খ্ৰীষ্ট্ৰীয়ান ধৰ্মত শান্তি আছে।
সত্যৰ সদায় জয়।
Cm Sir, Right kotha goise.💯👏
Every knees shall bow down before the living God
✝️✝️✝️❤️❤️❤️🛐🛐🛐অমেন
মুখ্যমন্ত্রীক ধন্যবাদ জনালো ঈশ্ৱৰে মংগল কৰক।
Good news sir praise the lord
Thank you sister news ki taraf se prachar karne ke liye log sabhi jaane ki yishu Masih saccha parmeshwar
Praise the Lord, Amen ✝️💝🙏
According to this comment you are right 👍
Praise the Lord.
ধন্যবাদ অসমৰ মূখ্যমন্ত্ৰীক; দেৰিকৈ হলেও ধৰ্ম সম্পৰ্কত অন্ততঃ বুজিব পাৰিছে।ধৰ্ম প্ৰচাৰ সকলো ধৰ্মালম্বী লোকে কৰক। কিন্তু প্ৰলোভন দি ধৰ্মান্তৰ কৰাটো গ্ৰহণ যোগ্য নহয়। তাক বিৰুধীতা কৰাটো উচিত বুলি ভাৱোঁ আৰু কৰিবও লাগে।
Praise the lord Jesus
Good
Good sir
Good CM sir.
Right kotha sir moyu christian hoi tnekua pale proof pale dhorok anei misa ovojuk di lav nai proman hokare dhorok
Very good step.Thank you CM.
Merry Christmas to all 🎉🎉🎉
Amen!
Praise the lord Amen
Yes
Amer mon to change koribo koisa
Ame aku dia nai
Ammen
Thanks mama❤❤❤god bless u. 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
JESU ka namse apko bohud sukreya mera pyara baha'i Hemonto Beswsorma JESU apko asses de ye mera benty or pratna hai apve jetena hosake JESU me aneko kused Karo apko Anan jebon melega Amen
Yes, 👍👍👍
Dhoinobad CM sir. Apunar babe Prarthanat asu. Hindu ,Muslim, Christian ,join aru ji dhormo ase hokoluwe nijor dhormo prosar korok,
Ei adhikar amar sanbidhane amak dise so prosar korok hokoluwe nijor dhormok,
Praise the lord ! Amen ❤🙏🙏🙏
Dhanyabad SM Sir
Thank you Lord..
Very good sir
Good news 🙏🙏🙏❤❤❤
Amen
Praise the lord God bless you 💖 mama
All right
God have blessed you mama.❤❤ I love you✝️
Thanks u sister god bless you
হয় cm চাৰ আপোনাৰ কথাটো
Amen Amen🙏
প্ৰভু যীচু ৰজাৰো ৰজা ।
Good news .
Val khata khyse cm sare
God bless you sir
Thank you jesus
Good job
যিবিলাক মানুহে বনাম দিয়ে সেইবিলাক মানুহে মিছা প্ৰলওভণ নাটক ৰচনা কৰে আৰু খ্ৰীষ্টানক বনাম দিয়ে কিন্তু খ্ৰীষ্টানত তেনেকা নিয়ম নাই কিন্তু CM Sirৰ কোৱাৰ দৰে বাইবেলৰ লিখা যীশুৰ সত্য শুবভাৰ্তা প্ৰচাৰ কৰাতু খ্ৰীষ্টানে কৰে আৰু থাকে বিশ্বাস কৰা জনে খ্ৰীষ্টক গ্ৰহণ কৰে
Moi ajon Christian ,kintu Sir Bhal Kotha koise Prosar korise prolubhon Di Christian hua manuh hoitotuk najane asol hoitotuk jonabo lage ,prolubhon Di Christian hua manuh probhuk najane Ru beci din tiki nathake Sir bhaal Kotha koise probhur tat niswartho bhabe ahibo lage .
খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰি লাভ নাই। সত্য ধৰ্ম গ্ৰহণ কৰিব লাগে। একেশ্বৰবাদ ধৰ্ম সত্য ধৰ্ম।
happy christmas
Haleluiah
Moi Musalman hobo bisaru
Mama well come to Jesus you will get reality the power of Jesus
Mama thike koise aru ki ase .
Thenks
Thanks❤🌹🙏 t
মূৰ্খ মন্ত্ৰী মহোদয়ৰ এই কথা ভাল লাগিল কিয়নো ধৰ্ম হলে মনৰ ব্যাপাৰ
Sir apuni hosa kotha koise.tothapi kiba bissash howa nai sun kiba.
এতিয়া আকৌ ধৰ্ম ৰাজনীতি আহিল নেকি । গো মাংসৰ কথা বোৰ কলৈ গল আকৌ । কি যে হব আৰু । দুখীয়া অৱস্থা পৰিবৰ্তন কৰিব লাগে নে ধৰ্মৰ ভেদা ভেদ কৰে।। কাকো ভোট নিদিয়া ভাল।।।
Jisu soito esoro hoi.
I praise jesus christ not as creator but as creation.
Dibrugarh চলি আছে যীচু পানী
Hoito kota sar nijor ESA dohormo lobopara
2:27 কোন এইবোৰ মানুহ যিয়ে প্ৰলোভন দি দি খ্ৰীষ্টিয়ান ধৰ্ম লবলৈ বাধ্য কৰাইচে । আমাৰ তাত লৈ আহক। আমি কথা পাতিম আৰু চাম তেওঁবিলাকে সঁচা কে খ্ৰীষ্টিয়ান লোক নে নহয়। ইমানে যদি আপোনালোকে চাইছে আমাৰ ঘৰত লৈ আহক।
Himanta is right
Sastrat likha ase...Jishu sotya hoi...Hindu dharmar kitap ot ulesh ase
Honourable CM sir এ পানীত paracetamole থাকে বুলি যে ক'লে, sir এ medically proof কৰি চালে নে কি?
Sir এ পিছফালে মোৰ হাতত প্ৰমাণ নাই বুলিও ক'লে।
Sir, যিটোৰ প্ৰমাণ আপোনাৰ হাতত নাই,
সেইটো মিছাতে কৈ মানুহক উচতাই দিয়া হ'ল।
মানে মানুহক সত্যটো পোৱাৰ পৰা বিচলিত কৰা হ'ল। ভুল ধাৰণা প্ৰচাৰ কৰা হ'ল।
এইবিলাককেই আধ্যাত্মিক দিশত, পাপ বুলি কয় ।
আৰু আপুনি জানেই sir,
" পাপৰ বেচ মৃত্যু।"
ধন্যবাদ দিছোঁ
Sir আপোনাক
" যীচুক গ্ৰহণ কৰাত আপোনাৰ কোনো আপত্তি নাই "
বুলি কোৱাৰ কাৰণে।
🙏🙏🙏
কাৰণ যীচু খ্ৰীষ্ট ঈশ্বৰৰ দেহধাৰী অৱতাৰ মানে,
ঈশ্বৰৰ পুত্ৰ,
মথি ৩ অধ্যায় ১৭ পদ
" আৰু চোৱা,
এওঁ মোৰ প্ৰিয় পুত্ৰ,
এওঁত মই পৰম সন্তুষ্ট,
এই আকাশী বাণী হ'ল।"
ঈশ্বৰে আপোনাক যীচু খ্ৰীষ্টৰ সত্যতাৰ বিষয়ে জানিবলৈ
সুবুদ্ধি দিওক,
আৰু এই বিশাল পাপময় সংসাৰত সত্যৰ পথ, জীৱনৰ পথ যীচু খ্ৰীষ্টক যেন বিচাৰি পায়,
এইয়ে মোৰ ঈশ্বৰৰ ওচৰত
প্ৰাৰ্থনা।
⛪❤️🌹🙏🙏🙏
কত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হৈছে?
Akhon sorkare ei bilak sintat jodi take baki nibonua khomicha
Jisu kgohon koratu kunu Dhrmo nohoi.
Don't get deceived.