কিয় ইমান সোনকালে বিয়া পাতিব লগা হল/ বিয়াৰ পিছত সলনি হম বুলি বহুতৰ প্ৰশ্ন

Поділитися
Вставка
  • Опубліковано 19 жов 2024

КОМЕНТАРІ • 192

  • @giteephukan2612
    @giteephukan2612 14 днів тому +12

    তোমালোক দুয়োলৈ বহুত বহুত মৰম তথা আশীৰ্বাদ থাকিল।বাবু তোমাৰ কথা খিনিয়ে শুনি মোৰ চকু হেমেকি গ'ল।সলনি নহবা বেটা সদায় এই দৰেই থাকিবা দেই।🙏

  • @MunmiBora-v2d
    @MunmiBora-v2d 14 днів тому +12

    যুগ্ম জীৱন সুখেৰে ভৰি পৰক দুয়োৰে❤️❤️

  • @sawpna.hazarika8849
    @sawpna.hazarika8849 14 днів тому +10

    সদায় সুন্দৰ মন এটা লৈ তোমাৰ লোকৰ যুগ্ম জীৱনতো আগুৱাই নিয়া । আশীৰ্বাদ থাকিল ।❤❤❤

  • @minakshigogoi2907
    @minakshigogoi2907 14 днів тому +6

    তোমাৰ কথাখিনিৰ পৰাই বুজিব পাৰিছো ইমান কম বয়সতে বহুত দায়িত্ববোধ আৰু বুজাশক্তিৰে তুমি পৰিপক্ক । গতিকে সদায় পজিটিভ মনেৰে সকলোৰে সাহস হৈ আগবাঢ়ি যোৱা নিশ্চয়কৈ জীৱনত সফল হ'বা । তুমি আমাৰ ডাঙৰ ল'ৰাৰ সমবয়সৰে হ'বা , সেইবাবে ভাল লাগে তোমাৰ পৰিয়ালৰ লগতে সামাজিক দায়িত্ববোধ দেখি । আৰ্শীবাদ আৰু শুভকামনা জনালোঁ তোমাৰ নতুন জীৱনলৈ ।

  • @ponkhikonwar2457
    @ponkhikonwar2457 13 днів тому +4

    আপুনি বহুত ভাল হয় ,বহুত দায়িত্ব বোধ আৰু বহুত বুজা শক্তি আছে আপোনাৰ। ভাল লাগে আপোনাৰ পজিতিভ মনটো দেখি 👌🏼সুখী থাকক সদায়💜

  • @NituBhajani
    @NituBhajani 11 днів тому +2

    কোনোবা খিনিত বুকখন বিষাই গ'ল দাদা ..... আপোনাৰ কথাবোৰে সুখী হোৱা সদাই বহুত মৰম আপোনালোকলৈ🥰🥰🥰🥰

  • @sangitasaikia3992
    @sangitasaikia3992 14 днів тому +16

    মই নিৰ্বাক হৈ পৰিলো,, তোমাৰ ইমান বেছি দূৰদৰ্শীতা,,দায়িত্ববোধ,,ইতিবাচক চিন্তা ধাৰা,,,,,দেৱাশিষ ভাইটি,,কম বয়সত বৰ‌ পৰিপক্ক মননশীলতা,, একদম সুখী হৈ ৰোৱা নিজৰ principle তোমাৰ assetsহৈ ৰওক আজীৱন 🤝🤝🧿🧿

  • @Junalibaruah-vb4fu
    @Junalibaruah-vb4fu 14 днів тому +6

    বহুত দিনৰ পিছত বাবুৰ vdeo চালো ভাল লাগিল চাই।সচাই তুমি মহান ভগবানে তুমাৰ দৰে এজন ভাল ভাইতি দিলে পৰীৰ বাবে ভাল মামা সচাই তুমালোকক বহুত ভাল লাগে। সদায় ভালে কুশলে থাকিবা। যুগ্মজীৱনৰ শুভেচ্ছা যাচিলো❤❤❤

  • @rekhadeka4518
    @rekhadeka4518 14 днів тому +11

    পৰিয়ালটি সদায় নিশা অহাৰ পিছতো এনেদৰে সখীহৈ থাকে যেন দুয়োলৈ বিয়াৰ শুভকামনা জনালো সদায় ভবা মতে সুখী হৈ থাকা ❤ তেজপুৰৰ পৰা

  • @evagoswami8826
    @evagoswami8826 13 днів тому +3

    তোমালোকক বহুত মৰম আৰু শুভ কামনা যাচিছো। সদায় কুশলে থাকা। হাঁহি হাঁহি জীৱন টো আগুৱাই নিয়া, ভগৱান সহায় হ ওক।

  • @MinakshiBordoloi-f4v
    @MinakshiBordoloi-f4v 14 днів тому +3

    আপোনাৰ কথাখিনিয়ে সঁচাকৈ অন্তৰ চুই গ'ল দাদা । আপোনাৰ চিন্তাধাৰা সকলোতকৈ পৃথক, ভাল লাগে সেয়ে । আপোনাৰ পৰিয়ালৰ লগত ভালে থাকক সদায়❤

  • @ipshitaboruah9286
    @ipshitaboruah9286 14 днів тому +24

    Kisumn mnhuhr kam nai heibur gurutto nidibo....তেওঁলোকে holoni huar negative kthbur koi apunalukr moromr majot আউল logabo dada...imn interst nidibo....imn share nkribo sob kth.bht devil eyes ase....baki vl houk apunalukr...❤❤jugmo jibonr huvesya jasilu....

    • @malobikamahanta7453
      @malobikamahanta7453 14 днів тому +1

      Sundor upostapon ..Phool ,Tora , aru ganere aponalokor porialor morombor sadai jiliki thakok ..Bhogobane sadai aponalokok kushole rakhok 🙏 🙏

  • @gariyakhigogoi3942
    @gariyakhigogoi3942 13 днів тому +5

    তোমালোকৰ যুগ্ম জীৱনলৈ বহুত বহুত শুভকামনা জনালো দাদা ❤❤

  • @Chironjitaborah
    @Chironjitaborah 4 дні тому

    ইমান সুন্দৰ চিন্তা ধাৰা আপোনালোকৰ। সদায় ভাল হ'ব।

  • @r.hazarika9231
    @r.hazarika9231 14 днів тому +3

    তোমাৰ যুগ্ম জীৱনৰ প্ৰাতঃক্ষণত মোৰ পৰা হিয়া ভৰা মৰম আৰু শুভাৰ্শীষ যাচিছোঁ, ভগৱন্তই সদায়েই কুশলে ৰাখক আৰু দুয়োৰে যুগ্ম জীৱন মধুময় হওঁক তাৰেই কামনা কৰিলোঁ। তোমালোকৰ পৰিয়ালটো সদায়েই এজনে আনজনৰ সাহস আৰু প্ৰেৰণাহৈ বুজাবুজি মাজেৰে যাতে চিৰদিনলৈ মৰমৰ এনাজৰীয়ে বান্ধি ৰাখিবলৈ পৰিয়াটোক দুয়ো সক্ষম হোৱা হৃদয়ৰ পৰা তাৰেই কামনা কৰিলোঁ। বিয়ালৈ যাব নোৱাৰিলেও তোমালোকলৈ শুভাৰ্শীষ সদায়েই আছে আৰু থাকিব ❤❤💞🌺🌺

  • @bharatiboruah
    @bharatiboruah 14 днів тому +5

    নিশা কো ভাল লাগে ❤ মিলি থাকিব পাৰিব তাই 😊❤ আপোনাৰ দৰে তাইও মৰম কৰিব সকলোকে ❤ কাৰণ তোমালোকৰ ঘৰৰ মানু্হবোৰ মৰমিয়াল যেতিয়া 😊

  • @Nayana440
    @Nayana440 14 днів тому +4

    তোমালোকৰ যুগ্ম জীৱনলৈ বহুত বহুত শুভকামনা জনালোঁ ।ভালে থাকা সদায় ।পৰীমানুলৈ বহুত মৰম।

  • @prathanapathak1159
    @prathanapathak1159 14 днів тому +3

    তোমালোকৰ যুগ্ম জীৱনলৈ বহুত বহুত শুভকামন জনালো। পৰীমানুলৈ বহুত বহত মৰম❤🧿

  • @rinagogoi4853
    @rinagogoi4853 14 днів тому +3

    বৰ সুন্দৰ তোমাৰ কৰ্থা খিনি ভাল লাগিল বিয়াৰ বাবে আন্তৰিক অভিনন্দন জনালো 🎉

  • @AnamikaBarman-cn9gi
    @AnamikaBarman-cn9gi 14 днів тому +3

    বাবু তোমাৰ ‌কথা খিনি শুনি বহুত ভাল লাগিল। তোমাৰ যুগ্মজীৱন সুখৰ হোৱাটো কামনা কৰিলো।

  • @padmadutta3158
    @padmadutta3158 14 днів тому +3

    বহুত বহুত মৰম শুভেচ্ছা জনালোঁ। ইম্মান বহল মনৰ লৰা জন ❤সকলো ক্ষেত্ৰতে ভগৱান সহায় হয় জেন ❤❤❤😊

  • @SusmitaBoruah-p3g
    @SusmitaBoruah-p3g День тому

    Eman Val Lage apunalukor video bilak Sai...kothabur huni kunuba khinit abegik hoi porisilu...baa aru porik Val k sabo....

  • @firojabegum6879
    @firojabegum6879 12 днів тому +1

    বাবু তোমাৰ কথা শুনি
    বহুত ভাল লাগিল।উপসনাক আৰু পৰি হাঁহি ধেমালিৰে ৰাখিবা এই কামনা

  • @himakshisarmah953
    @himakshisarmah953 13 днів тому

    ইমান দায়িত্ব বোধ থকা দাদা জন কেতিয়াও কোনো কাৰণতে সলনি হ'ব নোৱাৰে। ঘৰখনৰ ওপৰত বহুত বেছি দায়িত্ব আছে আপোনাৰ।নিশায়েও হয়তো আপোনাৰ যুগ্ম জীৱনৰ প্ৰতি মূহুৰ্তত আপোনাৰ প্ৰতিটো কথাত সহায় সহযোগিতা আগবঢ়াইছিল নিব যেনে লাগিছে। যুগ্ম জীৱনৰ বহুত বহুত শুভকামনা থাকিল দেৱাৰ্ষিক দা। ভগৱানে আপোনক প্ৰতি মুহূৰ্ত্তত সকলো পৰিস্থিতিত সহায় কৰক তাৰে কামনা কৰিছোঁ🙏🙏🙏আপুনি আমাৰ একেবাৰে ওচৰৰ।মোৰ বেঙেনা খোৱা ল' কলেজৰ সমীপত

  • @bandana777
    @bandana777 13 днів тому +1

    তোমালোক দুয়োটা ই বা আৰু পৰিৰ সাহস হৈ থাকিবা যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল। সুখী হোৱা।

  • @adikonwar1008
    @adikonwar1008 14 днів тому +6

    Tumar nisina eta lora vagya bolothe mak dewtak pai bohut vagyakhali tumar maa dewta tumar nisina eta lora vogbna dise upasana ru aradhonau bohut lucky tumar nisina eta vaek paise hodai hukhi hua vogoban k take parthona koru porik hodai Saturday nisinak log diba baki tumar jugmo jibontu hukhi hua nikhak loi vogbn hodai tumar logt ase ...from duliajan gitali ...moiu ejoni duta lorar mak hoi hukhi hua soboke hukhot rakha

  • @nirjumaahmeda1747
    @nirjumaahmeda1747 14 днів тому +4

    Bor val lge dada apunar family'r proti thoka mrm daitto bor dekhi ..khodai happy hoi thkok apuni...baa htk anekoi mrm kori thakibo..baa hot bht vaggoban apunar nisina bhai paise..Nisha bou aru apunaloi biyar bht bht khuvokamona jonaloo..

  • @mamonborah3670
    @mamonborah3670 12 днів тому +1

    তোমালোকৰ মৰমবোৰ সদায় এনেদৰে থাকক❤

  • @alpanapakgharandvlog6312
    @alpanapakgharandvlog6312 13 днів тому +1

    সদায় ভালে থাকা।তোমাৰ কথা শুনি চকু পানী ৰখাব নোৱাৰিলোঁ।বিয়ালৈ বহুত বহুত শুভেচ্ছা জনালো। মইও গোলাঘাটৰে

  • @trishaa_23
    @trishaa_23 14 днів тому +4

    পৰীৰ মামা মামী লৈ যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল 😍

  • @jumidrbaruah8767
    @jumidrbaruah8767 14 днів тому +1

    ভগৱানে তোমাক মনে বিচৰাৰ দৰে সকলো দিয়ক❤

  • @joyashreebharadwaz-by4tx
    @joyashreebharadwaz-by4tx 11 днів тому

    যুগ্ম জীৱনৰ বহুত শুভেচ্ছা জনালোঁ..... মঙলদৈ ৰ পৰা....ওচৰত হলে বিয়া খাব গলো হয়

  • @MousumiThakuria-p7z
    @MousumiThakuria-p7z 14 днів тому +4

    Tumar asolote sinta dhara anot koi bohu gune val dada proti goraki vayek jodi ane kua hl hoi apuni agoraki nisthaban dayalu bohut vl manuh dei👍👍 monor jokhare sukhi hua ❤❤

  • @mununath7334
    @mununath7334 14 днів тому +1

    Xasakoi tumar kotha khini xuni sokupani olai gol.... Tumar baa xosakoi bhut lucky tumar dore ejon bhaiti paise... Mor dada bhaiti ni so konoba khinit ketiaba bohut dukh lage... Baki tumalok duitaloi jugma jibonr bhut bhut xuvokamona❤

  • @sawpna.hazarika8849
    @sawpna.hazarika8849 14 днів тому +2

    নমৰিলে নিস্বয় এবাৰ যাম আঠখেলিয়া নাম ঘৰলৈ ।❤❤❤❤❤লগতে তোমাৰ লোকৰ ঘৰলৈ ও যাম ।

  • @digantahazarika1631
    @digantahazarika1631 14 днів тому +1

    তোমাৰ লোকৰ যুগ্ম জীৱনলৈ বহুত বহুত শুভেচ্ছা থাকিল

  • @RajashreeSaikia9132
    @RajashreeSaikia9132 14 днів тому +9

    পৰী আৰু উপাসনা বাক কেতিয়াও লগ এৰি নিদিবা দেই দাদা😊 তেওঁলোকক তোমাৰ সাহসৰ প্ৰয়োজন হ'ব😢 তুমি লগ এৰি দিলে পৰী আৰু উপা বা জনী বৰ অকলশৰীয়া হৈ পৰিব অ'😢 বাৰু যুগ্ম জীৱনৰ শুভকামনা দাদা❤

  • @PaporiGogoi-h6x
    @PaporiGogoi-h6x 14 днів тому +1

    Bohut bohut huvokamona thakil tumar Jugmo jibonoloi,hodai hukhi rakha tumar baajonik,moiu mur husband heruwa aaji 4month hoise,Tumar dore muru ajon dada aase,bohut morom kore mur lorak,Tumar agoraki Huvakhankhi,Pori

  • @anamikakacharituktuk4241
    @anamikakacharituktuk4241 14 днів тому +1

    তোমালোকৰ যুগ্ম জীৱনলৈ বহুত বহুত শুভেচ্ছা থাকিল।

  • @AnjumoniTalukdar-v7u
    @AnjumoniTalukdar-v7u 7 днів тому

    তোমালোকৰ যুগ্ম জীৱনলৈ শুভ কামনা জনালোঁ ❤️❤️

  • @sushibratadas3414
    @sushibratadas3414 14 днів тому +1

    তোমালোকৰ নতুন জীৱন সুখৰ হওক

  • @preronakalita8105
    @preronakalita8105 14 днів тому +3

    Tumar nisina boyfriend ba vayak kopalor murot ha pai...god bless u❤ vogobana bht hahokh diok

  • @namitaduttasaikia5282
    @namitaduttasaikia5282 14 днів тому +3

    যুগ্ম জীৱনৰ শুভেচ্ছা জনালোঁ

  • @mikumonisarmah7293
    @mikumonisarmah7293 14 днів тому +1

    বহুত শুভকামনা থাকিল যুগ্ম জীৱনলৈ। 💐💐গুৱাহাটীৰ পৰা

  • @personalBlogMajulibuwari
    @personalBlogMajulibuwari 14 днів тому +1

    আপোনালোক দুয়োলৈ যুগ্ম জীৱনৰ শুভেচ্ছা জনালো আৰু পৰীমানু লৈ বহুত মৰম পঠালোঁ দেই ❤️🫂
    (Love from Majuli ❤️)

  • @polichetia2884
    @polichetia2884 14 днів тому +1

    যুগ্ম জীৱনলৈ বহুত বহুত শুভেচ্ছা জনালোঁ ভাইটি❤💐

  • @porikalita9271
    @porikalita9271 13 днів тому

    সঁচাই তুমি বৰ ভাল অ। ভালে থাকা ♥️ সকলো সুখী হোৱা ♥️

  • @Nahardekabornali
    @Nahardekabornali 13 днів тому

    যুগ্ম জীৱনলৈ বহুত বহুত শুভেচ্ছা থাকিল ❤❤❤

  • @ParbotiDas-b4m
    @ParbotiDas-b4m 14 днів тому +1

    Apunar kotha khini xuni sokupani ulai gol emn buje❤

  • @mayamahanta5908
    @mayamahanta5908 12 днів тому

    যুগ্ম জীৱনলৈ বহুত বহুত শুভেচ্ছা জনালো।

  • @rupakonwar7299
    @rupakonwar7299 14 днів тому +1

    তোমালোকৰ এই নতুন যাত্ৰা সুমধুৰ হওঁক তাকেই কামনা কৰিছো

  • @pankajbaruah3207
    @pankajbaruah3207 13 днів тому

    তুমি সদায় ভালকৈ থাকা আৰু পৰী ভৱিষ্যত তুমি

  • @Malabika123bora
    @Malabika123bora 14 днів тому +1

    Bohol monor adhikari tumi babu . Tumalukor jibon rongin houk aayai amar asa❤❤

  • @pinkyhazarika8795
    @pinkyhazarika8795 13 днів тому +1

    Kotha khini huni sokurpani ulai gol ,hadai vale thakok 😊❤️

  • @MalabikaBhuyanBaruah
    @MalabikaBhuyanBaruah 14 днів тому +1

    শুভেচ্ছা জনালো । দুয়ো সুখী হোৱা।

  • @reemadeka-fy6dk
    @reemadeka-fy6dk 12 днів тому

    Tumar nisina kokai bhai vogobane xokoluke die jen bohut vall lage tuamrlukor pori jonik❤

  • @Lunabora-yi9cj
    @Lunabora-yi9cj 13 днів тому

    Jugmo jibonor bohut bohut subhesha thakil dei.......

  • @axomraj1508
    @axomraj1508 13 днів тому +1

    Sodai anekoi thakiba tumi baa aru porir logot ❤

  • @mausumibarman659
    @mausumibarman659 13 днів тому

    Apunar sinta khini bhut val lagil.anekua ajn vai thakile kunu sinta nathake.apunaluk xoklu xodai ank vale thakok

  • @saikiamayuri62
    @saikiamayuri62 11 днів тому

    Tumi thik kthai koisa. Val lagil huni. Tumr dore jen tumr wife u udar monor hoi ru hokolu aklge mili thka tare kamona krsu..

  • @rosmitatalukdar8859
    @rosmitatalukdar8859 11 днів тому

    যুগ্ম জীৱনৰ শুভেচ্ছা জনালোঁ 🎉

  • @guninbori8617
    @guninbori8617 14 днів тому +2

    Jugmoo jibonor antorik huveissa aru huvokamona jonalu,,,❤❤

  • @gitamonibaruah682
    @gitamonibaruah682 14 днів тому +1

    Tumar aru nikha aru poriloi bohut bohut morom aru huvesya thakil hukhi huwa tumaluk❤️❤️

  • @tulikabhuyan7663
    @tulikabhuyan7663 14 днів тому +1

    Kotha khini xuni bahut dukh lagil ,biya pota babe bhal lagil,biya subhecha thakil

  • @panchabatisarmah-cy4fs
    @panchabatisarmah-cy4fs 12 днів тому

    যুগ্ম জীৱনৰ শুভকামনা জনালোঁ 🎉

  • @jinkupompivlogs
    @jinkupompivlogs 14 днів тому +1

    Biya shuvo kamona jonalu aru jen hodaiya enke thake apunalukr poriyaltu dada.

  • @trishnadas6842
    @trishnadas6842 14 днів тому +1

    Dada apunar kotha bilak mor bohut besi vl lge. Xodai anedore thakok apunar ghr khn

  • @NargisSultana7
    @NargisSultana7 10 днів тому

    Dada apuni bhut besi aaa vl mne ki km aru apunk 😊 apunar nisina anekua manuh bhut kom a ase ajir dint 😌 apuni pori aru baak xodai anekei sai jbo ❤ aru nisha baau bhut vl ❤ apuni jnedore sai ase baau thik tenedorei sai jbo ❤😊 apunar family gutei xini manuhk a mur bhut vl lge 😊3jonr a video sau aru xodai sai jm😊

  • @SuvanAli-bi9ly
    @SuvanAli-bi9ly 13 днів тому

    Akha atai thakil pori aru baak kunu din akolxoriya nokoriba.... Baki jugmo jiwonot xubhessya thakil ❤️👍

  • @BobiPhukan
    @BobiPhukan 13 днів тому

    Vagobane hodai ane dorei rakhok tumaluk hakoluke🙏

  • @mamanibegum1821
    @mamanibegum1821 14 днів тому +1

    Video bur saw apuna r baa vontir video saw baar video bur sai bohut dhuk lagise

  • @user-vj7pw6qv1i
    @user-vj7pw6qv1i 13 днів тому

    যুগ্ম জীৱনৰ শুভেচ্ছা জনালোঁ ভাইটি

  • @mayurikalita4166
    @mayurikalita4166 14 днів тому +1

    Jugmo jibanr bht bht xuvesha thkil xdai endre thkok Apuna lukor fmly2 pori loi bht bht mrm

  • @anshumanbaruah8663
    @anshumanbaruah8663 13 днів тому

    Love from Mangaldai,Darrang Dada❤ Happy Married Life Dada❤Xukhi hoa Nisha ba aru tumi duijone❤

  • @pallabikonwar-xz2bj
    @pallabikonwar-xz2bj 13 днів тому +1

    Jugmo jibonor bhut bhut huvesha thkil

  • @qeenmonineog9881
    @qeenmonineog9881 13 днів тому

    Tmlkr ghar hokolure vedio sai vl lage. Tmlkr poriyaltu hosakoi vl lage. Mur husbandr mamar ghar golaghat forkatingt n komarbondhat. Gole ami log pam tmlkr poriyalok

  • @hiramonidekaaaimoni7183
    @hiramonidekaaaimoni7183 14 днів тому +1

    Jugma jibonloi bohut besi xubhokamana janalu,,, apunalukok biyar pisot manuh change nohoi seya manuhr vul dharana,,,,

  • @M00645
    @M00645 11 днів тому +1

    Aji first time ei video tu dekhilu . Tumi nijor Baidow aru bhagin or responsibilities loisa and giving them a life long security that is good but why you are depriving her from her due respect in the Society . Aji tumi ye jodi tair hoi thiyo nidiya kun aafbarhi ahibo? Juron or suitcase tu ready korute Ba k kiyo ready koribole nidila ? Juron pindhaute Ba k jewellery aroo kapur diyat kiyo involve hoboloi nidila ? Tumi sei kothatu koi pothabo lagisile sokaluke ? Tumi kori dekhuwabo nuwarila society't .

  • @rupalimkonwer4719
    @rupalimkonwer4719 13 днів тому

    সদায় সুখী হোৱা।

  • @himashreedaskalita3536
    @himashreedaskalita3536 9 днів тому

    Xukhi howa duitai vaiti bahut bahut morom jasiso 😢❤

  • @priyankabhuyan7789
    @priyankabhuyan7789 14 днів тому +1

    Congratulations to both of you.... happy marriage life...ba,pori,vonti, aru hokolure morom bur hodai Jen anekoia thake......❤❤❤

  • @rimjimborah4533
    @rimjimborah4533 9 днів тому

    Tumar daitto bahibo kortobyo bahibo.. Misa nkou hoitu onagoto dinot kunubakhinit ketiaba ahibou pre j korbt vul krilu nki(vogobane nokorauk bru xeikhni).. Kntu mur biswax ase tumi pariba.. Tmk kahaniiu log pua ni, tmr vdo u moi eituyei prothom saisu mje mje fb t status sua hoi bru.. Kntu koi j kisumn mnuhk ebr dekhiyei dhribo pri bli tnke tmk mbilt ebr dekhiyei tmr kthaburr drihotakhni dekhiyei onuman krisu tmi pariba.. Nixa loiku xuvesya.. Tai ejn val xongi bisari paise jibonot ❤

  • @bobitadas-se7kp
    @bobitadas-se7kp 14 днів тому +1

    Congralations vaiti amar juwai atia tumi

  • @Mousumi-n1p
    @Mousumi-n1p 13 днів тому +1

    Tomi bahut vl . ..parik anakoia nkreba

  • @Riddishavlog
    @Riddishavlog 13 днів тому +1

    Congratulations Dada... Allah bless you

  • @lukumoniborah4529
    @lukumoniborah4529 13 днів тому

    Val manar manuh hadai vale thakiba parialr lagate tumar jugma jiban bukhar hauk take kamona karilu

  • @BornaliDutta-k5h
    @BornaliDutta-k5h 13 днів тому

    Hodai vlei thaka tumaluk love from Duliajan

  • @kalpana5287
    @kalpana5287 13 днів тому

    Best wishes thakil tumaloi

  • @DibyajyotiGogoiboruah
    @DibyajyotiGogoiboruah 12 днів тому

    hukhi huwa hokolu pori nd baa hodai vala thakok

  • @manakhikitchen
    @manakhikitchen 7 днів тому

    Hundar.. tumar bar video hodai sao ...

  • @mridulahazarika4592
    @mridulahazarika4592 14 днів тому

    তোমাৰ কথা বিলাকে মোক কন্দুৱালে। তোমালোকে সদাই এই দৰে থাকিবা।

  • @PinkuNeogAllAssam-po8cc
    @PinkuNeogAllAssam-po8cc 13 днів тому

    Happy দাদা love you from dibrugarh rajgarh ❤❤

  • @SumiThakur-mg3li
    @SumiThakur-mg3li 14 днів тому

    Tumaluk du loi bohut Morom aru suvhokamona jonalu❤️

  • @bornalivlogs827
    @bornalivlogs827 14 днів тому +1

    কথাখিনিয়ে অন্তৰ চুই গল অ.... তোমাৰ ববাহিক জীৱন খুব vl হওক......❤form Arunachal

  • @jonalidevi9077
    @jonalidevi9077 14 днів тому

    Tumi vaiti xoday vbhale thaka.tumak mor nijor vaiti jen lage.eman dhuniya koi kotha bilak buji puwa xokolore.

  • @rashmirekha4191
    @rashmirekha4191 14 днів тому +1

    Congratulations both of U .

  • @RimpiSaharia-p5q
    @RimpiSaharia-p5q 14 днів тому

    Sukhi howk apunalk,,bhut bhut sevessa dilo ❤❤❤

  • @banasrisaharia....5668
    @banasrisaharia....5668 12 днів тому

    Apuni xosai mohan...❤❤

  • @junmoniboruah5200
    @junmoniboruah5200 14 днів тому

    Tomalokor. Jogmojibonole. Bohot. Morom. ❤❤❤❤❤❤

  • @MunmiBora191
    @MunmiBora191 14 днів тому

    Bht bht huvesha thakil hukhe huya hodai tumalok ❤