Jat Jat Khon Hoi | Session 1 | Part 1 | Hosong | Assamese Short flim | 2020

Поділитися
Вставка
  • Опубліковано 8 вер 2024

КОМЕНТАРІ • 599

  • @moja7569
    @moja7569 3 роки тому +1

    ধুনিয়া হৈছে

  • @assamboy6880
    @assamboy6880 3 роки тому

    Goisung khalung মই khalunge eman বাও লাগিলে sabole ❤️❤️❤️❤️❤️ lovely movi চাই🙏🙏🙏🙏

  • @satyajitmoran5152
    @satyajitmoran5152 4 роки тому

    জাত জাত khon হৈছে hosake

  • @bijumoran1583
    @bijumoran1583 3 роки тому

    Bohut Val lagise

  • @ritzneog5627
    @ritzneog5627 3 роки тому

    অতি সুন্দৰ

  • @ToponkumarBorah
    @ToponkumarBorah 2 роки тому +1

    অতি সুন্দৰ হৈছে ❤️

  • @SonBorah-sq1ws
    @SonBorah-sq1ws Рік тому

    Moja lagise de

  • @sushmitamoran4194
    @sushmitamoran4194 3 роки тому

    Bohut val lagisa dai video to

  • @dhniramdhadumia1398
    @dhniramdhadumia1398 3 роки тому

    Bor DHUNIA hoise .video bhag sai Bhal lagil .

  • @sanjitboruah5152
    @sanjitboruah5152 3 роки тому

    hundor hoise

  • @ariyensaikia9712
    @ariyensaikia9712 3 роки тому

    Tamam

  • @monmuhanmoran9022
    @monmuhanmoran9022 2 роки тому

    বহুত ভাল হৈছে।ইয় হয় নো বুলি কোৱা কথাটো বৰ ভাল লাগিল।

  • @lizamonimahantaofficial9072
    @lizamonimahantaofficial9072 3 роки тому

    Moja

  • @northeastvision4691
    @northeastvision4691 3 роки тому

    Bhal hoise....

  • @papulmoran8998
    @papulmoran8998 3 роки тому

    Kiman val paisu moi bujab nuwaru ooo🔥🔥🔥🔥🔥 saliya ag bahi juya

    • @Hosong
      @Hosong  3 роки тому

      ধন্যবাদ

  • @horukanvi9056
    @horukanvi9056 3 роки тому

    👌👌👌👌👌

  • @jintumoran6567
    @jintumoran6567 4 роки тому +1

    বাও লাগিলে দেই

  • @drj2856
    @drj2856 3 роки тому +1

    ইমানহে বাওঁ লাগিলে ক 😀😀😀😀

  • @bogisonowal2977
    @bogisonowal2977 3 роки тому +1

    Ram bao lgile dei

  • @kanuhazarika494
    @kanuhazarika494 3 роки тому

    Bor Val lagil pai tumaluke moranor vakhatu dekh bakhir agot dangi dhorisa. Aru agbahi juwa tare kamona korilu

  • @paputypapu5175
    @paputypapu5175 4 роки тому

    Bhal lagil sai ... Moran jonogustir bhakhabur huni

    • @Hosong
      @Hosong  4 роки тому

      ধন্যবাদ

  • @arupdehingia8571
    @arupdehingia8571 4 роки тому

    khub dhunia hoise

  • @souravsourav4893
    @souravsourav4893 4 роки тому

    Sai vale lagil। ।।।।

  • @nijutmoran3513
    @nijutmoran3513 4 роки тому

    dhuniya hoise dei kekai bay heti bor dhuniyake akting korise

    • @Hosong
      @Hosong  4 роки тому

      ধন্যবাদ

  • @mamitapatar5576
    @mamitapatar5576 3 роки тому

    Mojja lagil dei

  • @chetialoralove3358
    @chetialoralove3358 3 роки тому

    Nice

  • @jitudohutia4897
    @jitudohutia4897 4 роки тому

    Next bhal lagile dai

  • @hundeswarmoran3536
    @hundeswarmoran3536 4 роки тому

    Moja lagile dai aru video bona vai hot moja moja ovinoy bur hokolure val hol god bless yours

    • @Hosong
      @Hosong  4 роки тому

      ধন্যবাদ😍🙏

  • @neeljunakmusical7453
    @neeljunakmusical7453 3 роки тому +1

    ব বাও লাগিলে পাই

  • @sanusanu6241
    @sanusanu6241 3 роки тому

    Bht dhunia hoise bhai vonti hot

  • @Akhim_Boruah
    @Akhim_Boruah 4 роки тому

    Moja video

  • @lipikamoran927
    @lipikamoran927 4 роки тому +10

    ইৱও কতা সঁচাকে জাত জাত খন হয় পাই🤣🤣🤣যিহলোঁ বাওঁ লাগিছে ক চাই😍😍💝😋😋

    • @Hosong
      @Hosong  4 роки тому

      ধন্যবাদ

  • @user-wy7rx2iu8f
    @user-wy7rx2iu8f 2 роки тому

    17:45🤣🤣

  • @kirondowarah9412
    @kirondowarah9412 3 роки тому

    Aru ekhoniman uplode dibi k hunkale. Sabole mon goi ase.

  • @hirokjyotiboruah7731
    @hirokjyotiboruah7731 2 місяці тому

    আকৌ এবাৰ চাই দিলোঁ ২০২৪ ত

  • @user-mk5gt6zs6c
    @user-mk5gt6zs6c 4 роки тому

    Sabole j bisutike baau lagile paai

  • @baruah4883
    @baruah4883 4 роки тому +3

    সকলোলৈকে শুভেচ্ছা থাকিল | ইমান সুন্দৰ হৈছে অভিনয়, কবলৈ ভাষা নাই | ভাল লাগিল👌👌👌

  • @rupamkonwar8508
    @rupamkonwar8508 3 роки тому

    চাবলে বাওৱে লাগিছে চোন।

  • @enjoymain1885
    @enjoymain1885 3 роки тому

    Isoi amo iai su

  • @jyotishmanmoran1548
    @jyotishmanmoran1548 4 роки тому +7

    They are too telented .❤️And aaamii proud feel koribo laagayy.

    • @Hosong
      @Hosong  4 роки тому +1

      😍😘🙏

  • @junakbsaikia
    @junakbsaikia 4 роки тому +12

    বহুত বহুত ভাল লাগিল । I really enjoyed This short film . মৰাণ জনগোষ্ঠীৰ কথিত ভাষা আৰু জনজীৱনক তুলি ধৰিবলৈ কৰা চেষ্টা সফল হৈছে বুলিব পাৰি । সমূহ কলা কুশলী আৰু পৰিচালক লৈ আন্তৰিক মৰম আৰু শুভ কামনা জনালোঁ ।

    • @Hosong
      @Hosong  4 роки тому

      ধন্যবাদ

  • @dibyajyoti9677
    @dibyajyoti9677 4 роки тому +2

    বাবুল নেওগৰ লগতে তোমাৰ সহযোগিতা কেইজলৈ কেনে দৰে ধন্যবাদ দিওঁ শব্দবিহিন ভাষা নাই । তোমালৈ অশেষ আন্তৰিক অভিনন্দন জনালোঁ । আমাৰ মৰম আৰু আশীৰ্বাদ সদায় থাকিব ।

    • @Hosong
      @Hosong  4 роки тому

      ধন্যবাদ😍😘

  • @jurimoran8584
    @jurimoran8584 3 роки тому

    Bisuti k hai baw lagile aaw😀..dei

  • @mousumneug7648
    @mousumneug7648 4 роки тому +1

    Bohut moja lagile daii

  • @diliphazarika6589
    @diliphazarika6589 4 роки тому +5

    বিচুতিকে বাও লাগিছে পাই । অনন্য মৰাণ সংস্কৃতি । অভিনয়ৰ লগত জড়িত সকলো কলা কুশলীলৈ মৰাণ স্্সকৃতিৰ উত্তৰণ ঘটোৱাত আৰু প্ৰচাৰ কৰাত মৰাণ স্্সকৰতি বিশ্বত স্থান অধিকাৰ কৰিছে । ভৱিষ্যতে আৰু এনে ভিডিঅ' চোৱাৰ আশা কৰিলো ।

  • @puronpuron5096
    @puronpuron5096 4 роки тому +1

    Tammm jomoni dei

    • @Hosong
      @Hosong  4 роки тому

      ধন্যবাদ

  • @dotpenmusic834
    @dotpenmusic834 4 роки тому +10

    "বিচুতি চু য় কটা" খুব সুন্দৰ অভিনয় সাৱধান যাতে পুৰাণি দিনবোৰ ধৰি ৰাখোতে আধুনিকতা ভাষা বা অন্য কিবা দিশ সোমাব নাপাই । ভিডিঅটো দেখি যান্ত্ৰিকতা দিনৰ পৰা আকৌ সেই পুৰণি দিনবোৰলৈ ঘূৰি যাব মন গৈছে । নিজৰ জাতিটোক লৈ সদায় গৌৰৱ কৰো এইদৰেই আগবাঢ়ি যাওঁ‌ক আপোনালোকৰ চেনেলটো । আগলৈ আৰু অধিক ভিডিঅ পোৱাৰ আশাৰে ।

    • @Hosong
      @Hosong  4 роки тому +2

      হয় , আপোনাৰ লগত একমত । আমি পুৰণি দিনবোৰ ধৰি ৰখাৰ সৰু প্ৰয়াস কৰিছোঁ । আপোনালোকৰ দৰে ধনাত্মক বক্তব্য পালে আমি আৰু কাম কৰি যোৱাত সাহস পাওঁ । আধুনিকতাৰে জনপ্ৰিয়তা তথা চেনেল আগুৱাও নিয়াৰ ব্যক্তি বহু থাকিব পাৰে । কিন্তু আমাৰ লক্ষ্য তেনে নহয় ।পুনৰ কৈছোঁ আপোনাৰ বক্তব্যই বহুত সাহস দিলে।

    • @dotpenmusic834
      @dotpenmusic834 4 роки тому +2

      @@Hosong আমাৰ আদিম ভূমিপুত্ৰ মৰাণসকলৰ সৌ তাহানি দিনবোৰক ৰুমন্থন কৰাৰ লগতে গৌৰৱ কৰিব দেশ বিদেশত বিশেষ কৰ্ম বা অন্য সূত্ৰে প্ৰবজন হোৱা নৱ প্ৰজন্মসকলে । সৌ অতীতবোৰত মানুহৰ মনবোৰ গাওঁৰ মানুহবোৰ কিমান সহজ সৰল আৰু ভাষাবোৰ কিমান অৰ্থপূৰ্ণ বৰ্তমানো বিশ্বায়নৰ প্ৰবল গ্ৰাসে আমাৰ ভাষা সংস্কৃতি ৰীতি-নীতি আচাৰ ব্যৱহাৰবোৰক সাল সলনি কৰিব পৰা নাই । আগবাঢ়ি যোৱা তোমালোক এইদৰেই

    • @dotpenmusic834
      @dotpenmusic834 4 роки тому +1

      সকলোবোৰ উপস্থাপন সুন্দৰ হৈছে।ভৱিষ্যতে আৰু আশা কৰিলোঁ |
      শেষৰ মুহূৰ্তৰ মদ খাই নিচাত মাতাল হৈ অহাৰ দৰে দৃশ্যবোৰ সংলগ্ন নকৰিলে মৰাণ জনজাতীয় ভাষা পৰম্পৰাও স্পষ্টভাৱে প্ৰকাশ ঘটিব বুলি ভাৱো।
      তেনে দৃশ্যবোৰ দেখি বেলেগ জনগোষ্ঠীৰ বৌদ্ধিক মহলে মৰাণৰ পৰম্পৰা বুলি প্ৰৱন্ধ পুথিত লিখিবলৈ ল'ব।
      খুউব ভাল পদক্ষেপ ।

    • @monujmoran4645
      @monujmoran4645 4 роки тому +1

      @@dotpenmusic834 মইও কথাটো ভাবিছোঁ আপোনালোকে বিচৰাৰ দৰে মইও এজন চুটি ছবি খনৰ অভিনেতা হিচাপে কৈছোঁ তেনে দৃশ্য বোৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিম । ধনাত্মক দিশ সমূহ বিষয়ে আপোনাৰ বক্তব্য বোৰ ভাল লাগিল । ঋণাত্মক দিশ সমূহ আঙুলিয়াই দিয়াৰ বাবে ধন্যবাদ , সেইসমূহ আতৰাই ৰাখিম বুলি আমি প্ৰতিজ্ঞা কৰিছোঁ

  • @ibckhanindramohanta171
    @ibckhanindramohanta171 4 роки тому +1

    Next video karone wating koriso dei ataa hokol..... Honkale diba

  • @pranjalmoran4731
    @pranjalmoran4731 4 роки тому +10

    বিচুটিকে বাও লাগিলে পাই,
    আগলৈও এনেকে চাব পাম বুলি আশা কৰিচুং ক।👌👌👌👌

    • @Hosong
      @Hosong  4 роки тому

      ধন্যবাদ😍

  • @anantaborah4989
    @anantaborah4989 3 роки тому

    বাও পালোং ক চাই

  • @rajukumarmoran7444
    @rajukumarmoran7444 4 роки тому +3

    খাৰাংখাচ অথচ সৰল ৷ মাজে মাজে গতিত যতি পৰিব খোজাযেন লাগিলেও খাচ ভাষাৰ সুৰ আৰু ৰসিকতাই তাক লুকুৱাই পেলাইছে ৷ সংগীতৰ মান পাচৰবাৰ বেচি ভাল হ'ববুলি আশা কৰিলোঁ ৷ পৰৱৰ্তী খণ্ডৰ বাবে অযুতবাৰ আশা কৰি আছোঁ ৷ সকলোকে বহুত বহুত ধন্যবাদ ৷

  • @rinonneog8380
    @rinonneog8380 4 роки тому +1

    Val lgla video 2.. Aakha koru aagoloi aaru val val video pam buli..

    • @Hosong
      @Hosong  4 роки тому

      ধন্যবাদ

  • @devgurung7382
    @devgurung7382 4 роки тому +1

    চাই বাওয়ে লাগিলে দেই লগাখা যে😊👍👍👍👍👍👍

    • @Hosong
      @Hosong  4 роки тому

      ধন্যবাদ

  • @koustabhmonimahanta257
    @koustabhmonimahanta257 4 роки тому +1

    জাত জাত খন হয় দেই ।।। অভিনন্দন সকলোলৈ ।।

  • @asikurali1982
    @asikurali1982 4 роки тому +4

    ভাল লাগিল। উজনি অসমৰ বিশেষকৈ আমাৰ তিনিচুকীয়া জিলাৰ গ্ৰাম্য অঞ্চলৰ পৰিৱেশ সুন্দৰকৈ প্ৰকাশ পাইছে। আগলৈও কামবোৰ কৰি যাব। ভাল হৈছে। 💚

  • @kishor4287
    @kishor4287 4 роки тому +2

    Bor Val lagile dei ....jimanhe bau lagile koboi nejanug dei

  • @Friendsforever-yn2iy
    @Friendsforever-yn2iy 4 роки тому +4

    Bohut vll

  • @surikhaneog5605
    @surikhaneog5605 3 роки тому +1

    Best moran people's cultural vidio😍😍😍😍

  • @rinkidowarah7580
    @rinkidowarah7580 4 роки тому +1

    Bht vl lgile ...aru aguwai juwa hokolure ..

    • @Hosong
      @Hosong  4 роки тому

      ধন্যবাদ

  • @bipulmoran4379
    @bipulmoran4379 4 роки тому +1

    অতি সুন্দৰ হৈছে ।আগলৈ আৰু এনেকুৱা জমনি ভিডিঅ আশা কযিলোঁ । বহূত বহুুত ধন্যবাদ ,।

  • @LombitsCreation
    @LombitsCreation 3 роки тому +1

    আও, সচাকে বাও লগিলে

  • @anjumonimoran4762
    @anjumonimoran4762 4 роки тому +1

    বহু ৰসাল অনুভৱ।

    • @Hosong
      @Hosong  4 роки тому

      ধন্যবাদ

  • @phanindrabaruah7468
    @phanindrabaruah7468 4 роки тому

    Bohut dhuniya hoise👍👍👍👍👌👌👌

    • @Hosong
      @Hosong  4 роки тому +1

      ধন্যবাদ

  • @pappugk8277
    @pappugk8277 4 роки тому

    mjaaaaa hoise aru sabo pam buli akhaa thakill..

    • @Hosong
      @Hosong  4 роки тому

      ধন্যবাদ

  • @kenxaxom4912
    @kenxaxom4912 4 роки тому +2

    Moja lora kaita bohut vall lagise ovinoi bur🥰🥰🥰🥰

  • @sailenneog5497
    @sailenneog5497 4 роки тому +4

    বাবুল ধুনীয়া হৈছে।ভবিষ্যতে আৰু পাই থাকিম। পাছলৈ আৰু অলপ উন্নত হ'ব। ভগৱানে সহায় কৰক।

    • @hiddencreatives8768
      @hiddencreatives8768 4 роки тому

      ধন্যবাদ দেই , সকলোৰে মৰম আৰ্শীবাদ পালে নিশ্চয় আৰু এনেধৰণৰ ভিডিঅ বনাবলৈ চেষ্টা কৰিম

  • @ANAJITMORAN
    @ANAJITMORAN 4 роки тому +2

    সঁচাকইয়ে কিমান যে ভাল লাগিল কৱই নোৱাৰো । আৰু আশা থাকিল জাতে আৰু আহিব লগিয়া অনাগত দিনবোৰত আৰু ভাল লগা চাবলৈ পাম ।💞💞💞

  • @gamingplatform7928
    @gamingplatform7928 4 роки тому

    Sai vl lagel kintu emn panit kur Nanara ko

  • @dharmendramoran4324
    @dharmendramoran4324 4 роки тому +3

    সুন্দৰ হৈছে অভিনয়|
    মৰাণ সংস্কৃতিক কিঞ্চিত হলেও উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে ।আন্তৰিকতাৰে ধনবাদ

  • @Jiya_noi
    @Jiya_noi 3 роки тому

    Bhal lagile dei ....pise Tinsukia r Kun gaor hoii ....

  • @northeastguy8035
    @northeastguy8035 4 роки тому +1

    কবলৈ ভাষা নাই বহুত বহুত মজ্জা নিভাজ মৰাণ গাওঁৰ দৃশ্য বুলিব পাৰি!!😍😍

    • @Hosong
      @Hosong  4 роки тому

      ধন্যবাদ

  • @youtuberichard9387
    @youtuberichard9387 4 роки тому +1

    Bohut vl lgila si video 2 🥰🥰🥰🥰😍

    • @Hosong
      @Hosong  4 роки тому

      ধন্যবাদ

  • @jintumoran6567
    @jintumoran6567 4 роки тому +1

    বিচুতি বাও লাগিলে দেই

  • @anuphazarika1849
    @anuphazarika1849 4 роки тому +3

    বৰ মজা হৈছে। আগবাঢ়ি যোৱা তাৰেই কামনা কৰিলো

    • @Hosong
      @Hosong  4 роки тому

      ধন্যবাদ😘😍

  • @rajashrisaikia6298
    @rajashrisaikia6298 4 роки тому +1

    Eooo hosake pai jat jat khon hoi di ,mojja acting korise dada aru ba hte🥰🥰👍👍

  • @jaychetia739
    @jaychetia739 4 роки тому +1

    সুন্দৰ হৈছে আগলৈ আৰু ভাল হওক‌‌ তাৰে কামনা কৰিলো।।।

    • @Hosong
      @Hosong  4 роки тому +1

      ধন্যবাদ

  • @commandovlogger196
    @commandovlogger196 4 роки тому +8

    বহুত সুন্দৰ আগলৈ আৰু চাবলৈ পাম বুলি আশা থাকিল

    • @Hosong
      @Hosong  4 роки тому

      ধন্যবাদ

  • @chiranjitmoran6484
    @chiranjitmoran6484 4 роки тому +1

    সকলোযে বিদেওতো যিমান share like কৰি দিব ।ইমান ধুনীয়া এটা ভিদেও আমালৈ আগবঢ়াই দিছে গতিকে সকলোলৈকে ধন্যবাদ জনাইছোঁ ।

    • @Hosong
      @Hosong  4 роки тому

      ধন্যবাদ😍😘😍

  • @pappumoran943
    @pappumoran943 4 роки тому +3

    👌👌👌🤣Short film but it's interesting🙂

  • @biswajitsaikia6860
    @biswajitsaikia6860 3 роки тому

    👍👍👍😂😂😂😂😂🤣🤣🤣🤣🤣🤣

  • @dhrubajyotimoran4592
    @dhrubajyotimoran4592 4 роки тому +2

    বিচূতিকে বাও লাগিলে পাই, আগলৈ এনেকে চাব পাম বুলি আশা কৰিচুংক
    ❣❣

  • @anuvob2611
    @anuvob2611 4 роки тому

    বহুত বহুত ভাল লাগিছে, আগবাঢ়ি যোৱা, নতুন ভিডিঅ অতি সোনকালেই দিব বুলি আশা ৰাখিলোঁ।

  • @mymind9763
    @mymind9763 6 місяців тому

    Aji akoow ahilung 2024 march1😂😂😂😂

  • @munmigogoi111
    @munmigogoi111 3 роки тому

    aru notun video ketiya sabole pam

  • @manuramamoran5964
    @manuramamoran5964 4 роки тому +1

    Bhut val lagil aru sabloi pam buli akha thakil👍👍👍👍

    • @Hosong
      @Hosong  4 роки тому

      ধন্যবাদ

  • @rajibmoran9490
    @rajibmoran9490 4 роки тому +1

    বাও লাগিলে দেই চাই 👍👍👍

  • @Amandeepsaikia
    @Amandeepsaikia 3 роки тому

    বাও লাগিলে লাইক এটা দি দিবি ক্😘😘

  • @utpalborah223
    @utpalborah223 4 роки тому

    Bohut hundor hoise 🥰

  • @dipikamoran1390
    @dipikamoran1390 4 роки тому +4

    Mojaa

    • @Hosong
      @Hosong  4 роки тому

      ধন্যবাদ

  • @lxarnab7190
    @lxarnab7190 4 роки тому

    Oti hundori ag bahi juwa ankoi a. 1975 xonor axomiya hangskiti ixmoron korai dila.

  • @mojindramoran5234
    @mojindramoran5234 4 роки тому

    দহ টকা মিঠাতেলৰ সলনি এটকামান হোৱা হ'লে ভাল লাগিল হেঁতেন ।শেখৰ গানটো এটা পুৰণি গান হোৱা হ'লে । অভিনয় অতি সুন্দৰ । আগুৱাই যোৱা ।

    • @kushalkanchan7450
      @kushalkanchan7450 3 роки тому

      Hoi kotha2... Moi gan2 potok ke dibo loga huta takei di palu. ...😁
      Vobisote apunar ane gothon mulok poramorkho pam buli akha thakil.
      Thank you for tha comment

  • @assamdogylover1641
    @assamdogylover1641 4 роки тому +2

    Hundor

    • @Hosong
      @Hosong  4 роки тому

      ধন্যবাদ

  • @assamtapancreation2720
    @assamtapancreation2720 4 роки тому +1

    Hundor lagel agbahe jaok hkolua agoloi aru video pam bule akha korelu

  • @user-ld6gb4tg8u
    @user-ld6gb4tg8u 4 роки тому

    সুন্দৰ, বহুত ভাল লাগিলে

    • @Hosong
      @Hosong  4 роки тому

      ধন্যবাদ

  • @abojitmoran8214
    @abojitmoran8214 4 роки тому +3

    Mojaa bee

  • @privateaxomiyavlog1819
    @privateaxomiyavlog1819 4 роки тому +2

    Mojaa 🤟🤟🤟

  • @jeetuchetia3515
    @jeetuchetia3515 4 роки тому +1

    Mojja dada

    • @Hosong
      @Hosong  4 роки тому +1

      ধন্যবাদ

  • @anirudhmoran4361
    @anirudhmoran4361 4 роки тому +8

    আম চেঙেলীয়া দিন' বিহু চাবলে যোৱা দিনভোন মনত পেলাই দিলি দেই । বাওঁৱে লাগিলে চাবলে দেই বাবুল ভাই , আগলে আও এনকা ভিডিও চাবলে পাম বুলি আশা কইলুং দেই।

    • @Hosong
      @Hosong  4 роки тому

      😍😍😍

    • @hiddencreatives8768
      @hiddencreatives8768 3 роки тому

      বহুত বহুত ধন্যবাদ দেই ককাই 😘😘😁

  • @paragsaikia4611
    @paragsaikia4611 4 роки тому

    মদ খাই আহি থকা দৃশ্যটোৰ বাহিৰে বাকী সকলো ভাল হৈছে ৷ মৰাণ কথিত ভাষাৰে সুন্দৰ চুটিছবি নির্মাণ কৰিছে ৷ আৰু কাম কৰক ৷ চাবলৈ আগ্রহী ...

  • @porimoran8512
    @porimoran8512 4 роки тому +3

    Bisuti bawu lagila ..... 👌👌