লক্ষ্মীকান্ত কুৰ্মী হ'ব CPI(ML)ৰ প্ৰাৰ্থী

Поділитися
Вставка
  • Опубліковано 23 жов 2024

КОМЕНТАРІ • 42

  • @dipokkumargogoi8190
    @dipokkumargogoi8190 3 години тому +4

    বহুত ভাল খবৰ, অহং কাৰী সকলক ভাল শিক্ষা দিয়া প্ৰয়োজন।

  • @SanjayKumar-td9um
    @SanjayKumar-td9um 3 години тому +5

    ঠিকেই কৰিছে প্ৰাৰ্থী ঘোষনা কৰি ৷ গোটেইকেটা সমষ্টিতে দিব লাগিছিল ৷ তেতিয়াহে কংগ্ৰেছৰ গাত লাগিব যেতিয়া 5 টা সমষ্টিতো হাৰিব ৷

  • @GauriBaruah-gx7ck
    @GauriBaruah-gx7ck 2 години тому +2

    চি পি আই এম এলৰ বিৰোধী মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থী লক্ষ্মী কান্ত কুৰ্মিলৈ শুভেচ্ছা থাকিল।হৰা জিকা বেলেগ কথা নীতিহে আচল কথা। গৌৰৱ গগৈক এসেকা দিব লাগে। কাৰণ তেওঁ বিৰোধী মৰ্চাক বিশ্বাসঘাটকতা কৰিলে।গৌৰৱৰ এটাই লক্ষ সকলো নীতি আদৰ্শ বাদ দি যিকোনো উপায়ে অসমৰ মুখ্যমন্ত্ৰী হোৱা। তেওঁৰ এটিয়াও বুজিবলৈ বহুত বাকী -- ৰাজনীতিৰ পুখুৰী যিমান বাম বুলি ভাবিছে সিমান বাম নহয়!অতি গভীৰ।

  • @kanaktalukdar2847
    @kanaktalukdar2847 10 годин тому +12

    হাৰিয়ানাৰ দশাই হব কংগ্ৰেছৰ ।

  • @prabitachutia448
    @prabitachutia448 3 години тому +2

    এই উপ নিৰ্বাচনতে কংগ্ৰেছৰ অহংকাৰ চূৰ্ণ বিচূৰ্ণ হৱ, কংগ্ৰেছৰ আচৰন সন্দেহ জনক বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে

  • @lachitgogoi5670
    @lachitgogoi5670 4 години тому +4

    BJP jindabad in Bihali seat 100%

  • @bigboss.3213
    @bigboss.3213 9 годин тому +4

    চামগুৰিত জিয়াউৰ খেলি দিলেই, ৰকিবুল হাৰি যোৱাটো খাটাং।
    তেখেতৰ নিৰ্বাচনী খৰচ B.J.P. য়ে বহন কৰক ।
    বিহালীত বাৰু কংগ্ৰেছ 000 হ'ল ।

    • @Mrsajjad922
      @Mrsajjad922 3 години тому

      ভাল অংক কৰিছে দেই_
      /😅

  • @anjalneog1233
    @anjalneog1233 8 годин тому +4

    BJP zindabad

  • @asomiaasom6008
    @asomiaasom6008 49 хвилин тому

    পাঁচটা সমষ্টিতে বিজেপি জিকিব ।মই বিজেপিক বিৰোধ কৰো যদিও অহংকাৰী কংগ্ৰেছৰ বাবেই অসমৰ কাল বিজেপি জিকিব ।

  • @bibhadas5050
    @bibhadas5050 Годину тому

    অসম সন্মিলিত মৰ্চাই কমেও তিনিটা সমষ্টিত প্ৰাৰ্থী দিব লাগে।হৰা জিকালৈ চাব নালাগে, 26 ৰ বাবে সংগঠন কাম কৰিব লাগে ।

  • @rokibuddin344
    @rokibuddin344 10 годин тому +3

    Congress aibar uponirvachanat aluguti pabu 100%

  • @UtpalHira-p2n
    @UtpalHira-p2n Годину тому

    Congralution Lakhi kurmi da aasha koru aapunar bijay houk

  • @NKMedia-d6k
    @NKMedia-d6k 10 годин тому +1

    পাগল হ’ল অসমৰ বিৰোধী
    বিৰোধী মানেই এতিয়া “বেবেৰিবাং”
    এই মানসিকতাৰ বিৰোধীক আমি কি ভাবে আদৰি লম ২০২৬ ত
    সকলো ক্ষমতাৰ নামত পাগল

  • @Kardong123
    @Kardong123 9 годин тому +1

    Akhil gogoi aru lurinjyoti gogoiye etiya congressor gun gaok , bjp zindabad

  • @dwipenhuzuri2764
    @dwipenhuzuri2764 10 годин тому +1

    Thikei korise

  • @Mrsajjad922
    @Mrsajjad922 3 години тому

    ৰাজনীতিত অকল অংক কৰিলে কাম নহয়, কিছু ৰাসায়নিক পদাৰ্থৰ মিশ্ৰণো হব লাগে, ধলাই আৰু বিহালিত ৰাসায়নিক পদাৰ্থৰ খেল হৈ আছে, নতুন এটা ফলাফল হব।

  • @ShahAlam-hf6hr
    @ShahAlam-hf6hr 3 години тому

    Good decision

  • @Arproduction06
    @Arproduction06 3 години тому +1

    Bjp 100 % jikibo jdi samugurit jdi party diye umoihotiya tatiya haribo congress

  • @lakhesarborgohain9554
    @lakhesarborgohain9554 9 годин тому +2

    Congress ye dangar bhul korile Kiya ?

  • @taradoi7957
    @taradoi7957 4 години тому

    মোৰ মনৰ দৃষ্টিৰে----------------নিজৰ ভিতৰতে যদি খোৱা কামোৰা থাকে তেনেহলে দেশ কেনেকৈ চলাব ?
    ৮ বাৰ নিৰ্বাচনত হৰাৰ পিছত কি যুক্তিত গৌৰৱ গগৈয়ে তেনে ব্যক্তিক প্ৰাথিত্ব প্ৰদান কৰিবলৈ আগবাঢ়িছে ? কথা টো চিন্তাৰ বিষয় যিয়েই নহওক একতা অখুন্ন ৰাখিব লাগে ।

  • @hemjeet2023
    @hemjeet2023 3 години тому

    আকৌ হাৰিব লুৰিণ ৰ প্ৰাৰ্থী😂😂😂😂😂😂😂

  • @ujjalchaliha2793
    @ujjalchaliha2793 2 години тому

    অহংকাৰী দলক ভাল শিক্ষা দিব লাগে।

  • @drpranabsarma2089
    @drpranabsarma2089 3 години тому

    এশেকা পাব এতিয়া

  • @kabitabhuyan545
    @kabitabhuyan545 4 години тому

    Wel come

  • @darkmine11
    @darkmine11 3 години тому

    BJP Jindabad

  • @BenudharBorah-ie2dn
    @BenudharBorah-ie2dn 2 години тому

    8 barkoi hari thoka jone 9 bar election kheliboloi bisare?😂

  • @HafizurRahman-f4t
    @HafizurRahman-f4t 9 годин тому

    Good

  • @podmachutia5583
    @podmachutia5583 3 години тому

    আপোনালোকৰ দল অংক মিলা নাই

  • @KhushiBiswas-t6x
    @KhushiBiswas-t6x 45 хвилин тому

    Gourab gogyr. Ahangkar drpasurna Kari theok

  • @abhinavroy6141
    @abhinavroy6141 9 годин тому

    Evm bjp win

  • @swapnagogoigogoi287
    @swapnagogoigogoi287 9 годин тому +1

    Lakhikanta kurmi uthile bjp vote katiba

  • @BodoJobAdvGK
    @BodoJobAdvGK 10 годин тому

    Mila misa nohole zero hoi jabo bhai.

  • @niordutta7815
    @niordutta7815 3 години тому

    Hora tu final . Tat koi aibar withow kori joyanta Bora k support korok . 26t kiba ata vabok

  • @sontushsaikia1213
    @sontushsaikia1213 7 годин тому

    😅😅😅😅😂😂