Ti Ti Tita Pat By Neel Akash || Kussum Kailash || Luit Neel || Mrinmoy Mrittwik || Bihuwan 2022

Поділитися
Вставка
  • Опубліковано 22 сер 2024
  • Album : BIHUWAN 2022
    Song : Ti Ti Tita Pat
    Singer : Neel Akash
    Music : Ujjwal Aarong
    Lyrics & Tune: Luit Neel
    Additional lyrics & Tune: Mrinmoy Mrittwik & Kussum Kailash
    Mix & Master: Ibson Lal Baruah
    Backing Vocals: Dorothy Bordoloi
    Recorded at studio Sristi (The Creative Eye) & Studio Fusion
    Guitar: Bikash Gogoi
    Flute: Bitopan Konwar
    Digital Market & Media Director
    Junaak Milon (‪@DhwaniMusic‬ )
    Lyrical Video Editor
    Biman Boruah Axomiya
    Special Thanks : Bharat Saikia, Bull Baruah, Rajiv Sarmah, Ghana Hazarika, Binod Baruah, Dinesh Kai, Chintu Pathak, Meer Deep, Nitikesh, Sanat, Manab Gogoi, Biplov Konwar, Jogot Gogoi, Jayprakash, Bhargav, Gojo and Nancy Phukan.
    Lyrics
    তি তি তিতা পাত
    মুখৰ কি মিঠা মাত
    চকুত চকু পৰিলে
    মিচিকিয়াই হাঁহিলে
    বিজুলী যেন লাগি যায় গাত
    যি তি ভাবনাত
    জ্বলে পোৰে মোৰ গা
    সপোনতো দেখিছো
    দিঠকতো দেখিছো
    পগলা যে হলো মই চা
    সেই দেখি পেটলৈ নাযায় ভাত
    শুনিছ'নে মুখৰো নোলায় মাত
    ভাবি ভাবি চিন্তা জ্বৰ উঠিছে
    চিন্তা জ্বৰ উঠিছে গাত ৷৷
    পাহাৰে পাহাৰে বগাই গৈ আনি দিম
    পাহাৰীয়া কপৌফুল,
    তাতে, তয়ো সোন যাচিবি ফুলামকৈ বিহুৱান
    সানি লৈ কলিজাৰ বোল
    সেই দেখি পেটলৈ নাযায় ভাত
    শুনিছ'নে মুখৰো নোলায় মাত
    ভাবি ভাবি চিন্তা জ্বৰ উঠিছে
    চিন্তা জ্বৰ উঠিছে গাত ৷৷
    মইনাজান পালিনে উমান
    বুকুত তোৰে ঢৌ
    সাগৰৰ সমান
    মোৰে মইনাজান আৰুনো কিমান
    থাকিম তোলে ৰৈ
    ভাঙি অভিমান
    সেই দেখি পেটলৈ নাযায় ভাত
    শুনিছ'নে মুখৰো নোলায় মাত
    ভাবি ভাবি চিন্তা জ্বৰ উঠিছে
    চিন্তা জ্বৰ উঠিছে গাত ৷৷
    #Ti_Ti_Tita_Pat#Neel_Akash#Bihuwan7

КОМЕНТАРІ • 2,5 тис.

  • @PRANDEEPMUSICAL
    @PRANDEEPMUSICAL 2 роки тому +909

    ভাবি ভাবি চিন্তা জ্বৰ উঠিছে🔥,
    বৰ ধুনীয়া ভাইটি দা❤️

    • @manobjyotimusic9355
      @manobjyotimusic9355 2 роки тому +12

      ভোগালী বিহুৰ শুভ কামনা জনালোঁ

    • @mytrends5874
      @mytrends5874 2 роки тому +13

      আপোনাৰ গান তুলৈ অপেক্ষা....কৰি আছিলোঁ দাদা।।। 25 বাৰ মান শুনিলো

    • @rahuldoley8872
      @rahuldoley8872 2 роки тому +10

      আমিবোৰ এনেকুৱা ই আৰু ভাবি ভাবি চিন্তা জ্বৰ উঠিছে।

    • @Rahulvlog311
      @Rahulvlog311 2 роки тому +5

      Pran deep da apuna gaan katia ahibo
      Apuna gaanor babeu wait kriasu? 😍😍😍😍😍🙏🙏🙏🙏

    • @Rahulvlog311
      @Rahulvlog311 2 роки тому +3

      Xarodiyo Ghugali bihu te apunaloi olakh Xuvessa jasilu

  • @meerdeepmusical4673
    @meerdeepmusical4673 2 роки тому +280

    পাহাৰে পাহাৰে ❤️
    বগাই গৈ আনি দিম ❤️
    পাহাৰীয়া কপৌ ফুল ❤️
    Favorite 🥰🥰🥰 Congratulations Neel Daa and বিহুৱান Team 💐💐💐

  • @Manashreebordoloi
    @Manashreebordoloi 2 роки тому +89

    বিহুৱানত সদায়েই নতুনত্ব, বাকী আৰু কি ক'ম ভাষা নাই ইমানেই ধুনীয়া হৈছে গানটো, বিহুৱান আমাৰ আবেগ🥰🙂শুভেচ্ছা থাকিল নীল দা, উজ্জ্বল দা, লুইত নীল দা, মৃন্ময় দা আৰু গীতটি ৰ লগত জড়িত সকলোলৈকে🙂

  • @Success_With_Me
    @Success_With_Me 2 роки тому +2

    Neel Akash da ৰ song এটা বিহুৰ আগত মুক্তি নাপালে, বিহু বিহু নালাগে গাত । মই বৰ্ণনা কৰিব নোৱাৰিম যে neel Akash dar গান কিমান ধুনীয়া লাগে শুনি । এনেকৈ আমাৰ মাজত এনেকুৱা গান প্ৰেৰণ কৰি আমাক আনন্দিত কৰে যেন সদায় নীল দা।

  • @viralduniya5809
    @viralduniya5809 2 роки тому +191

    নীল দাৰ কাৰণে এটা এটা তিপ চহী মাৰি যোৱা...❤️মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা থাকিলে নীল দা আপোনালৈ ❤️

  • @xhao_biju
    @xhao_biju 2 роки тому +40

    Kussum দাৰ গান Disco লৈ বহুত অপেক্ষা কৰি আছো🤗🤗and আপোনাৰ বিহুৱান এলবামৰ সকলো গানেই জুই and মৰম লগা🥰🥰🥰

  • @ashikAr005
    @ashikAr005 Рік тому +4

    নীল দাৰ মাতটোত কিবা এটা যাদু আছে শুনি থাকিলে কেতিয়াও আমনি নালাগে।জুবীন দাৰ পিছত আপোনাকে বহুত ভাল পাওঁ

  • @raktimchiring
    @raktimchiring 2 роки тому +19

    Bohut hundor hoise dada ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @mrigankanath2865
    @mrigankanath2865 2 роки тому +24

    নীল দাৰ গানৰ তুলনা নাই ❤️🔥
    হয়নে ৰাইজ 👍

  • @alltypesjadav3060
    @alltypesjadav3060 2 роки тому +251

    জুবিন দাৰ যেনেকৈ হিয়াৰ আমঠু ❤️ঠিক আপোনিও একেই ।। নিল দাৰ অনুৰাগী সকলে like 👍 কৰিব পাৰা কিন্তু।❤️ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো সকলো অসমবাসী অসমীয়া ৰাইজক ⭐⭐

    • @debajitgogoi1156
      @debajitgogoi1156 2 роки тому +4

      জুবিন দাৰ লগত তুলনা নকৰিবি বাবা....
      এইটো এটা গান চুৰ হয়

    • @alltypesjadav3060
      @alltypesjadav3060 2 роки тому +1

      @@debajitgogoi1156 hoi ni ki gan sur krilae nil dai

    • @debajitgogoi1156
      @debajitgogoi1156 2 роки тому +2

      @@alltypesjadav3060 south cinema ধাৰাকমন চিনেমা খনৰ মাৰি দিলে গানটো

    • @alltypesjadav3060
      @alltypesjadav3060 2 роки тому +1

      @@debajitgogoi1156 right

    • @debajitgogoi1156
      @debajitgogoi1156 2 роки тому +2

      @@alltypesjadav3060 গান চুৰ হয় নাই ই
      তাতকৈ আমাৰ ভেগু দাই বহুত ভাল গান গাই

  • @jahnobeekohar8224
    @jahnobeekohar8224 2 роки тому +9

    ভাল লাগিছে পায় 😘❤️😍 আগুৱাই যোৱা ককাই ❤️😘
    গোলাঘাটৰ পৰা মৰম দিলোঁ ❤️😘

  • @lipikasarmahlipi2268
    @lipikasarmahlipi2268 2 роки тому +21

    নীল দা আপোনাৰ সকলো গান হৃদয় চুই যায় ।

  • @Babu..Lyricxzz
    @Babu..Lyricxzz 2 роки тому +36

    ককাই অসম হিলিব ....💥 পতি বাৰৰ দৰে! ৰৈ আছিলোঁ ৩১ December ত কিন্ত্ত নাহিল মনটো বেয়া লাগিছিল .. হলেও এতিয়া পালোঁ বিহু ভেলা ঘৰত কঁপাই থাকিম ⚡....😍💖

  • @bijitborpatra3670
    @bijitborpatra3670 2 роки тому +201

    ককাইদেউ বহুত ধুনীয়া লাগিল দেই গীত টি ❤️ এতিয়া সকলোৱে ভেলাঘৰত ৰাতি 10 টা বজালৈকে নচাৰ হে কথা কিন্তু আমিহলে গোটেই ৰাতি নাচিম দেই 😋🤘 । ❤️💥
    - Bijit Borpatra

  • @cuteboyff0781
    @cuteboyff0781 2 роки тому +28

    Neel da আপোনাৰ কণ্ঠত গীত শুনিলে মোৰ সেই অতিতৰ কথাৰোৰ আকৌ মনলৈ উভতি আহে🙃

  • @dhirajmusical4055
    @dhirajmusical4055 2 роки тому +5

    Zubin daai agote koi thoise "Neel akash da ajn jnpriyo singer hb ".atya Hoi asei. Axomr bahireo uttr bharat aru dakshin bharatt Neel da bht jnpriyo. Zubin da papon dar pste ao Mr priyo.

  • @AnuragXaikia
    @AnuragXaikia 2 роки тому +19

    Finally ahigol aru dei ❤️ Eman dhuniya hoise Neel da . Aibar Magh Bihut aituke bajibo aru .

  • @dipankardeka7178
    @dipankardeka7178 2 роки тому +276

    বিহুৱান ৰ প্ৰতিটো গীতেই ধুনীয়া হয়,,,,,,❤️❤️❤️ বিহুৱান ৰ সমূহ পৰিয়াললৈ মাঘ বিহুৰ শুভেচ্ছা থাকিল
    Lv u Neel da

  • @junmonidas3653
    @junmonidas3653 2 роки тому +5

    Imagine getting from a heart ❤️ to Neel Daa 🥰🥰.... Mojja lagise bihu song tu xuni... 😊😘😘

  • @bharatduttaentertainment6110
    @bharatduttaentertainment6110 2 роки тому +38

    নীল আকাশৰ এই গীতটি চেয়াৰ কৰা সকলে 🥰🥰🥰🥰 এটা লাইক 👍👍👍👍আৰু কেনে পালে কমেণ্ট কৰক।🥰🥰🥰🥰🥰🥰🙏

  • @Thagit1
    @Thagit1 2 роки тому +115

    নীল দা আপোনাৰ এনেকুৱা এটা গান নাই যিটো মোৰ মনত নাই, মনত নোৰোৱালৈকে মই শুনি এ থাকো আৰু আমনিও নালাগে 🥰
    নীল দা তুমি জুই 🔥💛
    LOVE FROM BANGALORE KARNATAKA

  • @RishavSonowal
    @RishavSonowal 2 роки тому +18

    Finally aitu hey main 🔥🔥😍😍😍

  • @nibhadutta312
    @nibhadutta312 2 роки тому +6

    Next level নীল আকাশ দা ধেমাজি পৰা মৰম দিলো

  • @richavsarma6736
    @richavsarma6736 2 роки тому +8

    বহুত অপেক্ষাৰ অন্তত ❤️ love you neel daa❤️

  • @madhuryaborah414
    @madhuryaborah414 2 роки тому +19

    নীল দাৰ গান সদায় প্ৰিয় আৰু সদায় প্ৰিয় হৈ থাকিব 😘❤️

  • @kunwarchungkrang6503
    @kunwarchungkrang6503 2 роки тому +379

    মাঘ বিহু আগতে যে আপোনাৰ বিহু গীতটো শুনিব পাই বৰ ভাল লাগিল love you নীল দা 💕💕💕💕💕💕💕💕💕💕💕💕👍👍👍👍👍

  • @mainadas6332
    @mainadas6332 2 роки тому +24

    বিহুৱানৰ প্ৰতিটো গীত য়ে মোৰ ভাল লাগে🥰ধুনীয়া❤️❤️❤️
    ভাৱি ভাৱি চিন্তাৰ জ্বৰ উঠিছে গাত 🤒🥰🥰🥰🥰🥰❤️..........

  • @nirabjyoti4924
    @nirabjyoti4924 2 роки тому +17

    ভাল লাগিল নীল দা গান টো❤️ বৰ সুন্দৰ এবাৰ বিহুত ফলি দিবা ❣️

  • @assamesestatusentertainmen7551
    @assamesestatusentertainmen7551 2 роки тому +41

    জুবিন গাৰ্গ ৰ পিছত অসমীয়াৰ 💝🖤 হ'বলৈ গৈ আছে । Aedvnce Congratulations 🌸

  • @manobjyotimusic9355
    @manobjyotimusic9355 2 роки тому +57

    বিহুৱান মেইন , ভোগালী বিহুৰ শুভ কামনা জনালোঁ নীল দা ❣❤️❤️❤️❤️❤️

  • @jumonigogoi5947
    @jumonigogoi5947 2 роки тому +7

    অপেক্ষাৰ অন্তত ❤।বিহুৱানৰ অবিহনে মাঘ বিহু আধৰুৱা ।এতিয়াহে ভাল লাগিছে ।উৰুকা নিশা নচাৰহে কথা আৰু এতিয়া ❤❤❤❤

  • @nabagaming5467
    @nabagaming5467 2 роки тому +12

    আই অ মা । কি j ধুনীয়া লাগিছে শুনি । শুনি আমনি লগা নাই । আপুনি বহুত প্ৰিয় মোৰ ❤️❤️😗😗💖💗💖

  • @PRANJAL_ROCK_Official
    @PRANJAL_ROCK_Official 2 роки тому +8

    Olop deri koi holeu palu aru mozaa hoixe 🔥🔥🔥🔥🔥
    Agontuk magh bihutit kunu badha bighini nohauk aru tare kamonare 🙏🙏🙏
    HAPPY VOGALI BIHU
    hamuh akhom bakhiloi

  • @sourav_chutia_0.1
    @sourav_chutia_0.1 2 роки тому +25

    অতি সুন্দৰ ❤️🥀Sop গুলিমাৰু 11, 12,01,02,03,04,05 টা বজাটো loud speaker ৰত বাজীৱ গীতটো, মুঠতে বিহু মেইন❤️

  • @ApurbaDaimariVlogs
    @ApurbaDaimariVlogs 2 роки тому +2

    Neel Dar Bhuwan Album Xodai Super Hit♥️♥️♥️

  • @bhargabkalita2960
    @bhargabkalita2960 2 роки тому +12

    Neel Aakash is best bihu singer in Assam. He is 2nd you tuber in Assam . Happy bhogali bihu all of Assam. He is so handsome boy..✨🥳🥳🥶💉😜💖💖❤️🤟

  • @IndraNeelDas123
    @IndraNeelDas123 2 роки тому +10

    ৰাতিপুৱা শুই উঠিয়েই ৰঙা চাহ কাপৰ লগত নীল দাৰ গানৰ জুতি।
    It Has An Amazing Taste.❤️

  • @palvlogs3919
    @palvlogs3919 2 роки тому +160

    ভোগালীৰ আনন্দ কেৱল বিহুৱানৰ সৈতে ❤️🥰

  • @kochparakaawcchhaygaon5581
    @kochparakaawcchhaygaon5581 2 роки тому +4

    Aibar Bihu balag hobo da super duper hit of Assam Bihu singer is best Assam Neel Akash da falidibo
    Da ar jai ai axom

  • @nihrikagogoi2776
    @nihrikagogoi2776 2 роки тому +8

    ভাল লাগিল দাদা গানটো আৰু ভোগালী বিহু শুভেচ্ছা জনালোঁ শদিয়াৰ পৰা

  • @mudoimix8015
    @mudoimix8015 2 роки тому +58

    কিমান দিনৰ পৰা অপেক্ষা কৰি কৰি আজি পাই গলো, গা- মন ৰাই -যায় কৰি গৈছে তোমাৰ সুৰত, নীল দা তোমাৰ কণ্ঠত এটা সুকীয়া সোৱাদ বিচাৰি পাওঁ,❤️❤️❤️🎶

  • @sawvlog6974
    @sawvlog6974 2 роки тому +6

    গানটো শুনি বিচনাতেই চৈয়ৰ মাৰি দিছো ।বহুত বেচি ভাল হৈছে । জয় পুৰৰ পৰা মৰম যাচিলো

  • @abhijitkonwar6036
    @abhijitkonwar6036 2 роки тому +9

    বহু অপেক্ষা ৰ শেষত আকৌ এটা সুন্দৰ গীত। ❤️ধন্যবাদ নীল দা

  • @RIDIPNIBIRMusical
    @RIDIPNIBIRMusical 2 роки тому +6

    সেইদেখি পেটলৈ নাযায় ভাত
    শুনিছনে মুখৰো নোলায় মাত । মজা❤👌👌

  • @bhargabsarmavreegu4874
    @bhargabsarmavreegu4874 2 роки тому +18

    বহুত আশাৰ ফলত আহি গল বিহুৱান🌺🌹,,,আপোনাৰ সকলো গানৰ লগতে আপুনি ও বহুত প্রিয় হয় মোৰ,,,I love you neel daa❣️❣️

  • @asomiyageet2024
    @asomiyageet2024 2 роки тому +144

    গীতটি যদি ভাল লাগিছে অনুগ্ৰহ কৰি সকলোৱে এটা লাইক কৰি দিব ❤️👍... লগতে আগতীয়াকৈ সমূহ অসমবাসীৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ধন্যবাদ 🙏

  • @brogamingassam5493
    @brogamingassam5493 Рік тому +13

    🥰 নীল দাৰ এই গানটোৰ ভিডিঅ'ৰ বাবে কোনে কোনে অপেক্ষা কৰি আছা । 👍লাইক কৰাচোন ...

  • @lunaboruah5284
    @lunaboruah5284 2 роки тому +4

    জুবিন দা পিছতেই প্ৰিয় ❤️ গায়ক জন

  • @optyson4448
    @optyson4448 2 роки тому +68

    এক মাহৰ পৰা অপেক্ষা কৰি আছিলোঁ এই গান টো শুনিবলৈ বহুত সুন্দৰ গান নীল দা
    ♥️♥️♥️♥️♥️♥️♥️

  • @mrigankajyotydutta4711
    @mrigankajyotydutta4711 2 роки тому +15

    মাঘ বিহুৰ উপহাৰ ❤️
    নীল দা এটা ৰিকুৱেস্ত আছিল।চেনীমাইৰ নিচিনা হিট গান উলিয়াব লাগে।। চেনীমাই 2.0 লাগে এটা। চেনীমাইৰ আমেজেই বেলেগ আছিল

  • @ANKURNATH07
    @ANKURNATH07 2 роки тому +17

    প্ৰত্ৰেক ভোগালিত আপোনাৰ এটি গীতলৈ বৰকৈ অপেক্ষা থাকে🤗, আৰু সেই অপেক্ষাৰ অন্তত এটি সুন্দৰ গীত পাই বহুত ভাল লাগে❣️,কাইলৈ ভেলাঘৰ হিলিব আৰু আপোনাৰ গানত🔥⭐

  • @ApurbaDaimariVlogs
    @ApurbaDaimariVlogs 2 роки тому +7

    My favourite songer néel da♥️♥️😘😘😘

    • @arundeka3550
      @arundeka3550 2 роки тому

      Same to you bro Love you 😘💝💝💝💝💝💝💝✌️👆

  • @SAIKIAFAMILYJOI
    @SAIKIAFAMILYJOI 2 роки тому +12

    বহু অপেক্ষাৰ পাছত গীতটি শুনিবলৈ পালোঁ আপোনাৰ কণ্ঠত, 💥ভাল লাগিল নীল দা, 😍আৰু লাগে এনেধৰনৰ গান, এতিয়া ৰাইজে বিহু বিহুৱানৰ সৈতে উপভোগ কৰাহে কথা আৰু

  • @Anshumankaushik
    @Anshumankaushik 2 роки тому +20

    এইবাৰ হে বিহুৱান ❤🔥

  • @SumankrNath
    @SumankrNath 2 роки тому +23

    It's never comparable to others new year Assamese Songs as Lyrics has immense joy dedicated to everyone's heart...❤️

  • @pras_tuti
    @pras_tuti 2 роки тому +7

    বিহুৱান সদায় হিট✨✨✨❤️❤️❤️❤️🌻🌻🌻🌻
    Lyrics 🔥🔥🔥🔥🔥🔥

  • @pranjalbaruah4919
    @pranjalbaruah4919 2 роки тому +7

    বহু অপেক্ষাৰ অন্তত finnely আহিল বিহুৱানখন😍🔥

  • @RcRanjan22
    @RcRanjan22 2 роки тому +25

    🇳​🇪​🇪​🇱​দা মানেই জুই 🔥🔥❤️

    • @arundeka3550
      @arundeka3550 Рік тому

      Jui Neel Da 😘💝😘💝😘😍😍😍😍😍😍❤️❤️💝✌️❤️✌️

  • @pankajdutta8260
    @pankajdutta8260 2 роки тому +5

    🙏Apunar song bur ati hundar jubin da pisate apuni heavy titiya singer 🙏🙏🙏❤️❤️❤️

  • @poorgaming6054
    @poorgaming6054 2 роки тому +6

    যেতিয় ভিডিঅ'গানটো দেখি download কৰি আজি ৰাতিপুৱাৰ পৰা শুনি আছোঁ কিন্তু তথাপিও কৈছোঁ কি মজা লাগিছে। 🥰🥰🥰 শুনি থাকিবলৈ মন যায় ❤️💗 #নীল__দা

  • @aruprmusical8858
    @aruprmusical8858 2 роки тому +3

    ধুনীয়া হৈছে নীল আকাশ দা আৰু শুভেচ্ছা থাকিল আৰু জীৱনৰ সকলো কাম ভালকৈ কৰি‌ জৱা শেষত মৰম আৰু শুভেচ্ছা থাকিল ভগৱানে তুমাক সদায় সুখত ৰাখক 🥰🥰🥰❤️❣️

  • @axompolice7192
    @axompolice7192 2 роки тому +5

    1st.......hokoluke" Magh bihu" huvesa jonalu.... ❤❤❤

  • @pankajkalita9970
    @pankajkalita9970 2 роки тому +3

    I love you Neel da 🥰

  • @dhirajsarania6679
    @dhirajsarania6679 2 роки тому +4

    বহুত ভাল হৈছে গীতটো নীল দা ।ভোগালী বিহুৰ শুভ কামনা জাচিলো।

  • @jahnabibaruah2111
    @jahnabibaruah2111 2 роки тому +359

    মজ্জা গান নীল দা 😍😍🙂🙂বহুত অপেক্ষা কৰি আছিলোঁ গান তোলৈ ভাল লাগিল ❤️❤️আৰু আপোনালৈ মাঘ বিহুৰ শুভেচ্ছা থাকিল নীল দা❤️love u

    • @dhurbajyotiborah4552
      @dhurbajyotiborah4552 2 роки тому +7

      Hoi Niki 😂😂 মাঘ বিহু শুভেচ্ছা থাকিল 🙏

    • @abinashdmary622
      @abinashdmary622 2 роки тому +5

      কিমান মজা লাগিল ? পিছে মাঘ বিহুৰ শুভেচ্ছা থাকিল। Love u too😁

    • @gbyoutubeassam2111
      @gbyoutubeassam2111 2 роки тому +3

      ❤️

    • @freefirestatusvideo7574
      @freefirestatusvideo7574 2 роки тому +2

      Hii

    • @apurshort_0.1
      @apurshort_0.1 2 роки тому +3

      Sme❤️❤️😘🔥

  • @arpanachangmai2615
    @arpanachangmai2615 2 роки тому +9

    নীল গীতটো ধুনীয়া হৈছে। বিহুৰ শুভেচ্ছা জনালোঁ

  • @sewaligohain5043
    @sewaligohain5043 2 роки тому +3

    মাঘ বিহুৰ সময়ত আপোনাৰ গীতেই উজনি নামনি খলকনি সৃষ্টি কৰে 😘😘👌👌

  • @ahom_prince01
    @ahom_prince01 2 роки тому +13

    💦নিয়ৰ সৰা গধুলি🌚 মাঘ মাহৰ জাননী🙈 মেজিৰ তলৰ ধেমালি 🥳চোৱা আহি পালে ভোগালি ।।😍 ভোগালি বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ যাচিলো ।। 🥰🙂মোৰ ৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো ।😚 সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি , শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে 😌...মেজিৰ প্ৰৱিত্র জুইয়ে তোমাৰ হৃদয় উমাল কৰি তোলক ।🤌 ভোগালী মাঘৰ মেজি, পিঠা-পনা আৰু অনেক সুখৰ বতৰাই তোমাৰ জীৱন ৰঙীন কৰি তোলক🥳 । ভোগালীৰ ভেলাঘৰ, উৰুকাৰ ভোজ আৰু মেজিৰ জুইৰ প্ৰৱিত্র উমেৰে তোমাৰ জীৱন সুখময় হওঁক 🍂| ভোগালীৰ ওলগ জনালো পৰিয়ালৰ সকলোলৈকে🥳❤️🥳❤️
    ❤️HAPPY BHUGALI BIHU ❤️

  • @dipankarhazarika1601
    @dipankarhazarika1601 2 роки тому +11

    ভোগালী বিহুৰ শুভেচ্ছা থাকিল ককাই আপোনাৰ বিহুৱানৰ কাৰনে সকলো ৰৈ থাকে আশাৰে আৰু এটা অনুৰোধ আপুনি যি তি গীত নাগাব
    শোভা নপাই
    Luv you ককাই ♥️♥️♥️

  • @BidraAmsong
    @BidraAmsong 2 роки тому +8

    বহু অপেক্ষাৰ অন্তত 🥰🤩

  • @farhanayasmin4935
    @farhanayasmin4935 2 роки тому +5

    My favorite singer 🥰🥰

  • @rahulaxom1.068
    @rahulaxom1.068 2 роки тому +7

    শুনি বহুত ভাল লাগিছে।কন্ঠৰ লগত লিখাটো বহুত ভাল লাগিছে।।love frome gohpur ❤️❤️

  • @ArijeetGallery
    @ArijeetGallery 2 роки тому +17

    অতি হেঁপাহেৰে সকলোৱে বাট চায় থাকে এই বিহুৱান খনিলৈ। আৰু প্ৰতিবাৰে ন ন ৰূপেৰে লৈ আহে এই বিহুৱান খন। এইবাৰো তাৰ ধাৰা অটুট ৰাখি সুন্দৰকৈ এক নতুন ৰূপত আগ বঢ়ায় দিয়া হৈছে। বিহুৱান পৰিয়ালৰ সদৌতিলৈ বহুত বহুত শুভেচ্ছা জনালোঁ।

  • @helpingtipsa2family548
    @helpingtipsa2family548 2 роки тому +220

    অসমৰ এনেকুৱা এজন গায়ক যাৰ গান প্ৰত্যেকটোয়ে হিট 🥰🥰🥰🥰🥰🥰🥰

  • @sharmalee407
    @sharmalee407 2 роки тому +9

    One of my favorite singer 🎤😍💕Love from Tripura

  • @mridupavankhanikar2036
    @mridupavankhanikar2036 2 роки тому +4

    Kune kune kusum koilash r gaan loi wait kori ase like dia😅

  • @THUNDERSTORM_Music
    @THUNDERSTORM_Music 2 роки тому +26

    The most awaited album in every year ❤️🔥

  • @riyaboruah5682
    @riyaboruah5682 2 роки тому +6

    সুন্দৰ ❤️❤️🔥ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো সকলো লৈকে

  • @rahulchirang6777
    @rahulchirang6777 7 місяців тому +1

    Neel dar gn ...biya ....bhugali bihu .... January...meji tolot ......hokoluteiii buli kom ..... heavy lge ...box pura volume ❤❤❤❤di

  • @tulikaborah4479
    @tulikaborah4479 2 роки тому +8

    Nice song and nice voice ❤️

  • @29k..
    @29k.. 2 роки тому +14

    অপেক্ষা অন্ত পৰিল,আৰু নীল দাৰ নতুন গীত তো পালো বিহুৱানৰ ।
    বিহুৱান ৭ ।❤
    LOVE FROM DIBRUGARH ।।

  • @mr_indian36
    @mr_indian36 2 роки тому +10

    সুন্দৰ গীত নীল দা আখা কৰো এনেকুৱা সুন্দৰ সুন্দৰ গীত আপুনি আমাক উপহাৰ দি যায় যেন ।❤️❤️❤️❤️

  • @DREAMTODEVINEFEELOFMUSIC
    @DREAMTODEVINEFEELOFMUSIC Рік тому +3

    Huni amoni nologa geet bur apunar ...... My favourite singer neel daa .... Love you ....

    • @atomicff006
      @atomicff006 10 місяців тому

      Neel dar song bur amoni nalage ❤

  • @neehajeyfree1639
    @neehajeyfree1639 2 роки тому +7

    ভাল লাগিলে তোমাৰ গানটো 🤘I love Neel da

  • @assampk3111
    @assampk3111 2 роки тому +5

    আপোনাৰ গানত নাচিম বুলি আপেক্ষাত আছিলো 🔥🔥।।love you neel daa❤️❤️❤️

  • @chandanbaishya2511
    @chandanbaishya2511 2 роки тому +10

    যিদৰে শেৱালীৰ সুবাসে শৰতৰ কথা কয়
    নীল দাৰ গানে ওবিহুৰ আগমন দিয়ে

  • @dipgogoi827
    @dipgogoi827 2 роки тому +4

    Dhuniya 😍😍

  • @nitulbaruah
    @nitulbaruah 2 роки тому +4

    Mojja MP3 song

  • @jupitora
    @jupitora 2 роки тому +27

    সুন্দৰ নীল দা বহু আশাঁৰে বাট চাই থাকো আপোনাৰ বিহুৱানৰ বাবে ।।।গানবোৰ শুনিলেই মনলৈ প্ৰেমৰ অনুভৱ লৈ আহে যেন লাগে। 💓🔥

  • @hazarikajorhat1784
    @hazarikajorhat1784 2 роки тому +19

    দাদা বহুত আশাৰে বাত চাই আছিলো আপোনাৰ এই গীতৰ বাবে। অবশেষত আমাৰ সকলোৰে মাজলৈ আগবঢ়াই দিলে । Thank you দাদা।👌

  • @EmonCreation505
    @EmonCreation505 2 роки тому +1

    ভোগালীৰ শুভেচ্ছা জনালো , বহুত ধুনীয়া হৈছে এইবাৰৰ বিহুৱান ।

  • @adityagogoi2559
    @adityagogoi2559 2 роки тому +5

    মাঘ বিহু আগতে যে আপোনাৰ বিহু গীতটো শুনিব পাই বৰ ভাল লাগিলে I Love you নীল দাদা আগুৱাই নিবা দে নীল দাদা ১০০০০০০০০০০০০০

  • @nilutpalgogoicreativity6460
    @nilutpalgogoicreativity6460 2 роки тому +5

    মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ নীল da ❤️ gaan tu mjh lgise 🔥😍💥🧡

  • @hemangagoswamiofficial7451
    @hemangagoswamiofficial7451 2 роки тому +7

    বহুত ধুনীয়া লাগিলে গানটো নীল দা... ❤️❤️❤️

  • @apurbadaimarimusical
    @apurbadaimarimusical 2 роки тому +1

    Neel Dar Bhuwan Album সদাই Super Hit ♥️

  • @anantakarateofficial9126
    @anantakarateofficial9126 2 роки тому

    Xopunotu dekhisu
    Dithokotu dekhisu
    Pogolaje holu moi saa....
    Best lines... Thank you so much.. neel daa..

  • @bihuwan47
    @bihuwan47 2 роки тому +89

    মোৰ যদি ভুল হোৱা নাই অসমৰ সংগীত জগতত নীল দাৰ স্থান জুবীন দাৰ পাছতে।
    মোৰ বোধেৰে বিহুৱান হল অসমৰ শ্ৰেষ্ঠ বিহুসুৰিয়া এলবাম।
    মোৰ আটাইতকৈ প্রিয় কণ্ঠশিল্পী নীল দা,নীল দা গানৰ অবিহনে বিহু কিবা যেন আধৰুৱা অনুভৱ হয়।

    • @mskoilashofficial3877
      @mskoilashofficial3877 2 роки тому +3

      মই সেই বুলি ভাবোঁ

    • @phukongolaghat
      @phukongolaghat 2 роки тому

      Moi asurjya borpatrak vl lage

    • @Abhi-ie8fh
      @Abhi-ie8fh 2 роки тому +1

      Dhet zubeen garg lgt tulona nokoriba aiburok😐😐,,

    • @phukongolaghat
      @phukongolaghat 2 роки тому +1

      @@Abhi-ie8fh right

    • @Abhi-ie8fh
      @Abhi-ie8fh 2 роки тому +1

      @@phukongolaghat zubeen dar Aadhao hob nuare aibur dudiya xilpi

  • @kamalborah98
    @kamalborah98 2 роки тому +11

    সেই দেখি পেতলৈ নাজায় ভাত
    মোখৰো নোলাই মাত ... 🔥🔥 অপেক্ষাত আছিলো , কেইবা বাৰু শুনি দিলো ।
    সমূহ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা দিলো।

  • @bijitbaruah6998
    @bijitbaruah6998 2 роки тому +1

    Ki hundor bihu geet. Apunar bihu hodai anotkoi hukiya heibabe val lage. Bihur huvessa thakil.

  • @sanjayboravlogs1299
    @sanjayboravlogs1299 2 роки тому +7

    সুন্দৰ হৈছে বিহু গীতটি নীলদা, লগতে মাঘৰ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ❤❤❤