PRIME TIME18 | দীক্ষুৰ ঘৰৰ পৰা গৈ আন এজন অভিনেতাৰ ঘৰত আশ্ৰয় লৈছিল চুমি আৰু তাৰ্কিকে
Вставка
- Опубліковано 15 вер 2024
- PRIME TIME18 | দীক্ষুৰ ঘৰৰ পৰা গৈ আন এজন অভিনেতাৰ ঘৰত আশ্ৰয় লৈছিল চুমি আৰু তাৰ্কিকে
#sumiborah #diskhusharma #gitali
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...
আমাৰ জুবিন দাই ভাল এইবোৰ দুই নম্বৰি t nuhumai জয় জুবিন দা ❤❤❤❤
তাকেইটো , জুবিন জুবিনে । জুবিনৰ যোগ্য হৱলৈ এইবোৰক সাত যুগ লাগিব।
এইসোপাকে মাতি আনি আনি বিহু অনুষ্ঠান বা অন্যান্য সাংস্কৃতিক,সামাজিক অনুষ্ঠানত গামোচা পিন্ধাই বিশিষ্টব্যক্তিৰ সন্মান দিব আমাৰ মানুহেই...
শিল্পী শিল্পী বুলি গামোছা পিন্ধাই এই ডকাইত মখাক আৰু সন্মান দিয়ক ৰাইজ....
পুলিচ আৰু মিডিয়াৰে পিনপিনাই থকা গুৱাহাটীত বৰ্তমানলৈ কাৰো চকুত নপৰাটোহে এটা বৃহৎ সাথৰ। 😂😂😂
Defiantly ইয়াত পুলিচ প্ৰশাসনৰ আশীৰ্বাদ আছে।
ডিব্ৰগড়ৰ ৰ পৰা আৰু ওলাব। আৰক্ষীক ভাল দৰে তদন্ত কৰিবলৈ অনুৰোধ জনালোঁ।
সেইবোৰক ধৰি ভোটজলকীয়া খাবলৈ দিব লাগে ❤❤❤
ৰাইজৰ টকাৰ মূল্য এই অপৰাধী কেইটাৰ এদিন নহয় এদিন ৰাইজক দিব লাগিব। বিনা কষ্টত ধনী হ'ব বিচৰা এই অপৰাধত সকলো APSC কেলেংকাৰীৰ নিচিনা এটাৰ পিচত এটাকৈ সকলো সাঙোৰ খাব এই কেলেংকাৰী সমূহ। খালেটো হাগিব লাগিবয়ে।
ED case tu দিব লাগে। পুলিচে আকৌ আলু তলো নাপাই এইবিলাকৰ
Right
অসম আৰক্ষী, বহ গায়ক গায়িকা, নায়ক নায়িকা আৰু বহু ৰৌ-বৰালী জড়িত আছে । ৰাজনৈতিক নেতা যে জড়িত নাই কোনে ক'ব পাৰে । কিন্তু শেষত কোনেও শাস্তি নাপাব এয়াও সত্য।
This is the smart police of Hemanta.
চোৰ পুলিচৰ নাটকখন চাই ভাল লাগিব।
বহুত ৰৌ বড়ালী ধৰা পৰিব যেন পাইছো😌😌😌
Moi o takei vabu
Nopore toka di basi jabo karon Sumi Borak atiau bisari pua nai 😂
Assam Police is under CM Himanta...if the news is True...who has instructed Assam Police to help Sumi??
এইবোৰ বেছি ভাগ গান নাছ কৰা মানু্হ এক নম্বৰৰ হাৰামি(সকলো নহয়)। কিছুমান নতুন-পূৰণি মানুহে কষ্ট কৰি ভাল কাম কৰি আছে। আৰু ইহঁত এছামে টকাৰ বাহিৰে আন একো চিনি নাপায়। ধন-টকা পালে পোকৰৰ গু ও চেলেকী চফা কৰি দিব। অসম- কলা - সংস্কৃতিৰ প্ৰতি কোনো দায়বদ্ধতা নাই।
100% right
লুকাভাকুৰ খেল চলি আছে
জুবিন দাই যে এইবোৰক ক্ষেন্তাও খাতিৰ নকৰে,
চুমি অ চুমি কত আছা তুমি ,
পুলিচে বিচাৰি খাইছে হাবাথুৰি ।
নাভাৱিবা তুমি বাছি যাম বুলি ,
পুলিচে পালে উঘালিব চুলি ।
ৰাইজৰ টকাৰে পাতিলা বিয়া ,
এতিয়া আমাক উত্তৰ দিয়া 😀😀🫣🤭।
ফেচবুকটো খুলিবই নোৱাৰি,
আগলৈ গলেও চুমি পিচলৈ গলেও চুমি 😀🫣
Mojja
অসমীয়া ছবি জগৎ খন চুমি বৰাই লেতেৰা কৰি পেলালে।
অসম আৰক্ষীৰ অষ্ট্ৰিত্ত যদিআছে বিছাৰি পাব। কিন্তু বিচাৰি নেপাব চাগে।হিচাপ বেলেগ হিহতৰ।
Sumi borah aru bishalok pasi diyok
Police a dhiribo a pora nai laaz r ktha
Sur police khelise nki✅😂
অসমত যিমান বোৰ মেজৰ ঘটনা ঘটি আছে সকলো ঘটনা অসমৰ পলিচ পিচতে টকাৰ লনিময়তে শেষ হোবাৰ আমাৰ পৰিলখিত হৈছে ।
সকলো সাৰি যাব ৷
অসম পুলিচে আজি লৈকে চুমিক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই। পুলিচে ঘোচ খাই😂😂😂😂😂।
টকা পালে কিয় সহায় নকৰিব!ধনেই ধৰ্মফল পাপী নাযায় তল। ধন হলে হোৱাটো নোহোৱা নোহোৱাটো হোৱা কৰিব পাৰে!
Amar Goru joner hagoni hoisa ke khowalla vall hbo jonabo sun jona jona 😊😢😂
Aru keta man din enjoy krib dib lagisil
যদি অসম পুলিচে ধৰিব নোৱাৰে তেনেহলে মাটিয়াৰ v d p dক case to দিয়ক। 😂
😂😂😂😂শিৱসাগৰ "স্পনিল দাস" ৰ trading অৰ promusant এই এংকৰ জনো ইয়ো জৰিত আছে।
চুমি তোমাৰ চুমা কত?😂
Misa koise
Buja manuhor piyash Bosta jana manuhor sauwlor Bosta kune kak bujiba amar oxom eai obostha 😢
বেলেগ শিল্পী ঘৰত নগয় দিক্ষুৰ ঘৰত কিয় গ'ল ?
Joy jubeen joy papon
Ehotok guliai dibo lage.
Profuloi toka besikoipale haihe polab loga hoise
বিনা মেক -আপট ঘূৰি ফুৰা বাবে হয়তো,
আৰক্ষীয়ে ধৰিব পৰা নাই চুমি বৰাক । 🤔
তাত অসম আৰক্ষী দুৰ্বল বুলি কলে নহব। 😂
অসম পুলিচকবিশ্বাসনাই
Dikhu tuku dhori jailot thobo lage
Anekuwa manubilak pasi diyok
Atiya okl sumi sumi beleg batori midia bilage napai aru
Eibur manuhk parabloi bat sai ase, police dhra ny karn sage uprt bohut r hatt ase sage Ru...
Sumi basi jabo,karon toka khuai dibo.
Why do not you mention the name of "other actor" ?
তোৰ আগৰ মানুহ জনৰ খবৰ কি???
Trading market is Lang ta market
Diplina jatin bora gitali aibur u sage invest korisil.. adityam u hehtr logt thke.
দিক্ষুয়ে নাজা নেকি। ইমান tv news উলাই আছিল।
ছি. দেখাত চেলিব্ৰিটী ,দেখাত ভাব । আমি বেছি সুখী তহঁতবোৰতকৈ মানুহে আমাক চিনি নাপাব পাৰে ,মানুহে আমাক ৰাষ্ট্ৰা এৰি নিদিব পাৰে । কিন্তু আমি আমাৰ দমেৰে চলিছো, কষ্ট মন মগজু খটুৱাই কৰিছোঁ ।
যদি জানি
Assam police Logt dise Sumi bora Poisa Kuwale aru Police kot doribo paribo Ari dile Aru 😂😂😂😂
Trade bull soli ase dexun... Permission ase nki Trade bull..r
Mane ki Buji a napao kneke paisa pai
Ki kamot goisil gitali investigation korok
পলাই কিমান দিন থাকিব ?
অত্যন্ত নিলাজ নহলে এই ভুলে সদায় খেদি ফুৰিব আৰু প্ৰবঞ্চক কেইজন মানসিক দংশনত তিলতিলকৈ মাৰিব।
Gogoi nai
Barman nai
Aru atia Bora
Police a ki kori ase
পুলিচে সকলো জানে
Polaion poluwai desy sob chating holy dora poribo sumi bhonti.no loike pai sumik napai .
Sumi nahay su😅runi bora
কি ৯৫নম্বৰ থাকে নেকি? তহঁতিও পইচা লুভি হৈ,
Mumbai crime branch k matok
Aarokhi a aparadhi bisari napai🤣
Midupaban neog k ap dharibai nuarile😂 ajiloi k
Poisa khi khi hey sumir dangor dangor holll.. 😂
Bishal lok gulo marib lage
Police+Chor = Chor
Atiyau bisari pua nai ne 😂😂😂😂
Geetali pehi main😂
😂😂😂😂😂😂😂😂😂😂😂😂😂 Gitali bow 😅
চুৰ চুৰুনিৰ তান্দব। লেংটা কৰি পিটিব লাগে।
Bohot ase xilpi
Iman dangor manuh hol ne?? Bisari napai j
😂😂😂😂❤❤❤❤❤❤❤
😂😂😂😂
Sob naatok
Moi aji he gam palu je Asom or raij bahut dhani .Keidin man agote Barman ne ki 6000 kuti luti palai gol etia akau 2000 kuti,1200 kuti,300 kuti.. ..Iman toka kot paisile invest kora bure
Tohoti jodi sab jano kio Police ok inform kora nai
Asomor Gyak ,Gyaeka,Actor buror iman toka ase ne..60 kuti jodi invest korise
Sur laj nalage
Kam nai aro ki ki diye