Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
ইমান ধুনীয়া আৰু শুৱলা গীতটি আৰু যেন এনেকুৱা ভাল ভাল গীত অসমবাসীক উপহাৰ দিয়ে আশাৰে ৰলো ❤❤❤❤❤
ছাৰ বহুত ভাল লাগিল শুনি আৰু দি যাব সুন্দৰ সুন্দৰ গীত ❤❤
Soulful singing ❤❤
Hundor ❤
Sweet song sweet singing so sound senary.
বৰ ভাল লাগিল, আজি প্ৰথম শুনিলোঁ❤
Hundor
Val lagil ...👌
সুন্দৰ হৈছে🎉
সুন্দৰ 👍❤
Bohut bhal lagil gaan to sai
সুন্দৰ 👍
🎉🎉Nice Sir
Bahut hundar
সকলো দিশৰ পৰা বৰ সুন্দৰ গীত । ভৰ ভাল লাগিল।
বহুত ভাল লাগিছে চাৰ
Mojja
❤ nice 👍
❤❤
Nice❤❤
Thanks for liking
সুন্দৰ❤
বহুত বহুত ভাল লাগিল ছাৰ।গীতৰ কথা,সুৰ, সংগীত সকলো সুন্দৰ,কণ্ঠৰ কথাতো নকলেও হ'ব আৰু।
That's the song which i was looking for a while
Soulful singing and video portrait beautiful story ❤
Mur prio gan
"অভিমান "ৰাইজলৈ আগবঢ়াই দিলো।আপোনালোকৰ মৰম পোৱাৰ আশাৰে।
Hundor kokaideu
😢😢😢😢😢
Nice
কিমান যে ভাল পাওঁ অ গীতটো
আপোনাৰ গীতকেইটা youtubeত পাই বহুত আনন্দিত হʼলো।আগতে মই সদাই youtubত search কৰি থাকো কিন্তু নাপাও।
ধন্যবাদ
অভিমানৰ আটাইকেইটা গীত আগেয়ে বিচাৰিছিলো উপলব্ধ নাছিল ৷ এতিয়াও “অ’ তৰামাই..চাই থাকোঁতে হ’ল দেখোন দিবলৈ উলিয়াই...” শীৰ্ষক গীতটো পোৱা নাই ৷ আশাকৰোঁ আগলৈ পাম ৷ ব্যৱস্থাপনা কৰি দিয়াত বেছিকৈ ভাল লাগিছে ৷ আগলৈও নতুন গীত শুনিবলৈ পোৱাৰ আশাৰে...
সাজু কৰি থকা হৈছে। দুদিন মানৰ পিছতেই আগবঢ়াই দিম।
নতুন গীত বাণীবদ্ধ কৰা হৈছে। আপোনালোকৰ মৰম আৰু প্ৰেৰণা লাভ কৰাৰ বাবে সম্ভৱ হৈছে ।
@@MonikantaCreation আগ্ৰহেৰে বাট চাই ৰ’লো
সুন্দৰ❤❤❤❤