Gaurav Gogogi Vs Topon Gogoi | Who is stonger in Jorhat?

Поділитися
Вставка
  • Опубліковано 9 кві 2024
  • Who is stonger in Jorhat? Watch the full clip to know more about this story.
    #pragnews #jorhat #loksabhaelection2024 #elections2024 #bjpvscongress
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

КОМЕНТАРІ • 368

  • @bkp9774
    @bkp9774 Місяць тому +160

    মোৰ টিয়ক, যোৰহাটত প্ৰাই বিছ ঘৰ মানুহ আছে, চবেই বোলে গৌৰৱ গগৈ ক ভোট দিব। ভাল লাগিল।

    • @shimantakanchanmusical4271
      @shimantakanchanmusical4271 Місяць тому +8

      কিয় বাৰু মূল্যৱান ভোটতো নষ্ট কৰিম। আমাৰ গৌৰৱ অসমৰ গৌৰৱ,গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ 😍 এজন সহজ সৰল ভদ্ৰ, শিক্ষিত সঁচা মনৰ গৰাকীয়েই হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈ ডাঙৰীয়াক হাতৰ চিনত ভোট দি কৰক জয় যুক্ত তেতিয়াহে উন্নতিৰ পথত অসম খন হ'ব মুক্ত। আমাৰ বিশ্বাস গৌৰৱ গগৈ ডাঙৰীয়াই অসম বাসীৰ ওপৰত সদনত সকলো বিষয়ে উত্থাপন কৰাৰ উপৰিও ভাল কাম কৰিব বুলি দৃঢ় বিশ্বাস আছে।গৌৰৱ গগৈ ডাঙৰীয়াৰ বিপুল ভোটত জয়ী হ'ব। কংগ্ৰেছ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ,গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ 😍🥰কিয় বাৰু মূল্যৱান ভোটতো নষ্ট কৰিম। আমাৰ গৌৰৱ অসমৰ গৌৰৱ, গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ 😍 এজন সহজ সৰল ভদ্ৰ, শিক্ষিত সঁচা মনৰ গৰাকীয়েই হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈ ডাঙৰীয়াক হাতৰ চিনত ভোট দি কৰক জয় যুক্ত তেতিয়াহে উন্নতিৰ পথত অসম খন হ'ব মুক্ত। আমাৰ বিশ্বাস গৌৰৱ গগৈ ডাঙৰীয়াৰ বিপুল ভোটত জয়ী হ'ব। কংগ্ৰেছ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ 😍🥰

    • @debasishbora7611
      @debasishbora7611 Місяць тому

      Moi teok r hoi, gutai teok r manuh gurab r lgt amr agp mla ru aku dal kam nai next mla u congress a jikibo agt 1200 voot t rajkhuani agp pa jilsil aibar safa hobo

    • @Maina165
      @Maina165 Місяць тому

      Moja moiu teokor a

    • @gulabkonwar5221
      @gulabkonwar5221 Місяць тому

      1😊😊

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801 Місяць тому +195

    গৌৰব গগৈয়ে পোন্ধৰ লাখ ভোট পাব।

  • @technicalmahesh9800
    @technicalmahesh9800 Місяць тому +103

    গৌৰৱ গগৈ লাগে আমাক

  • @Savagehighlander
    @Savagehighlander Місяць тому +83

    গৌৰৱ গগৈক হৰুৱাবলৈ উঠি পৰি লগাৰ কাৰন হল । যিকোনো প্ৰকাৰে যদি গৌৰৱ গগৈক বিজেপিয়ে হৰৱাই তেনেহলে হিমন্তই দেখাব যে অসমৰ অসমীয়াই তাৰ মতেহে চলে , গৌৰৱ গগৈ নিজৰ ঠাইত মূল্যহীন । এইয়া অসমীয়াৰ বাবে খুব দুখজনক হ্ব । আমি সকলোৱে দেখি আছো যে গৌৰৱ গগৈ সংসদত কিমান যুক্তি তৰ্কৰে চৰকাৰক থকা সৰকা কৰে । যোৰহাটত গৌৰৱক জিকাই অসমৰ ৰাজনৈতিক ভ্ৱিষ্যৎ সুৰক্ষিত কৰক ৰাইজ নহলে হিমন্তই অসমখ্ন নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিব ।

    • @user-iv4eq6qc6n
      @user-iv4eq6qc6n Місяць тому +3

      Right bro

    • @mridusmitasaikia83
      @mridusmitasaikia83 Місяць тому +8

      মাত্ৰ গৌৰৱ গগৈ দেই,,,😊

    • @dipjyotigogoi8964
      @dipjyotigogoi8964 Місяць тому +3

      Hosa kotha

    • @bkp9774
      @bkp9774 Місяць тому +5

      নিজৰ ভোট টো দিয়া তে ব্যস্ত নহৈ আৰু এহেজাৰ মান ভোটৰ ব্যৱস্থা কৰা, গৌৰব গগৈ অসমৰ নহয় ভাৰতৰ এটা সম্পদ,
      তেওঁক নৰেন মদেও ভয় খাই।

    • @LovelyPegasus-fn4fn
      @LovelyPegasus-fn4fn Місяць тому

      ❤❤❤❤❤ brother

  • @user-bq3vt8ot6h
    @user-bq3vt8ot6h Місяць тому +69

    নৰেন্দ্ৰ মোদীয়ে তপনৰ জেগাত ঠিয় হলেও ৫০০০০০ভোটত হাৰিব। গৌৰব অসমৰ গৌৰব, অসমৰ সম্পদ, অসমৰ ভবিষ্যত, মূখ্যমন্ত্ৰী,২০২৬। কাৰন যোৰহাত এখন শিক্ষিত মানুহৰ ঠাই। এনেকূৱা নেতাক এনেকূৱা সম্পদ এনেকূৱা সুযুগ কোনো কোনো শিক্ষিত মানুহে হেৰুৱাব নোখোজে😅😅🎉🎉❤❤

    • @shimantakanchanmusical4271
      @shimantakanchanmusical4271 Місяць тому +3

      কিয় বাৰু মূল্যৱান ভোটতো নষ্ট কৰিম। আমাৰ গৌৰৱ অসমৰ গৌৰৱ,গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ 😍 এজন সহজ সৰল ভদ্ৰ, শিক্ষিত সঁচা মনৰ গৰাকীয়েই হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈ ডাঙৰীয়াক হাতৰ চিনত ভোট দি কৰক জয় যুক্ত তেতিয়াহে উন্নতিৰ পথত অসম খন হ'ব মুক্ত। আমাৰ বিশ্বাস গৌৰৱ গগৈ ডাঙৰীয়াই অসম বাসীৰ ওপৰত সদনত সকলো বিষয়ে উত্থাপন কৰাৰ উপৰিও ভাল কাম কৰিব বুলি দৃঢ় বিশ্বাস আছে।গৌৰৱ গগৈ ডাঙৰীয়াৰ বিপুল ভোটত জয়ী হ'ব। কংগ্ৰেছ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ,গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ 😍🥰কিয় বাৰু মূল্যৱান ভোটতো নষ্ট কৰিম। আমাৰ গৌৰৱ অসমৰ গৌৰৱ, গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ 😍 এজন সহজ সৰল ভদ্ৰ, শিক্ষিত সঁচা মনৰ গৰাকীয়েই হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈ ডাঙৰীয়াক হাতৰ চিনত ভোট দি কৰক জয় যুক্ত তেতিয়াহে উন্নতিৰ পথত অসম খন হ'ব মুক্ত। আমাৰ বিশ্বাস গৌৰৱ গগৈ ডাঙৰীয়াৰ বিপুল ভোটত জয়ী হ'ব। কংগ্ৰেছ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ 😍🥰

    • @gogoi5064
      @gogoi5064 Місяць тому

      আমি বনা মূখ্যমন্ত্ৰী।

  • @DJaxom2252
    @DJaxom2252 Місяць тому +37

    ১৩ লাখৰ ওচৰৰ ভোট পাব গৌৰৱ গগৈয়ে ১০০% খাতাং

  • @user-hk2kr2zf2h
    @user-hk2kr2zf2h Місяць тому +105

    Bjp.hatao

    • @rinchen4653
      @rinchen4653 Місяць тому +5

      Jate miya ahibo pare😂

    • @gamerflight
      @gamerflight Місяць тому

      Misa salaa 🤬 rahul khank lage bangladeshi

    • @AbulHussain-dl6og
      @AbulHussain-dl6og Місяць тому +3

      ​@@rinchen4653Haow tumar logor jon kot ? Xei je Jogadis Deka bulajon .....negur sigi polal neki ? Xi dexun bor bjp giri dexai asil....🤑

    • @kakuttihoque1679
      @kakuttihoque1679 Місяць тому

      Andabakt ​@@rinchen4653

    • @Srikaushikdas
      @Srikaushikdas Місяць тому +5

      ​@@rinchen4653জাতে কা জ্বৰিয়তে অহা লাখ লাখ বিদেশী খেদিব পাৰো

  • @ritubasumatari2845
    @ritubasumatari2845 Місяць тому +63

    Pijusor kam nai ustadi mari. Gourav gogoi zindabad

  • @bhupenkumar8191
    @bhupenkumar8191 Місяць тому +34

    Piyaj aru Malla kathamate Jorhatt manuhe vote nidiey.

    • @AbulHussain-dl6og
      @AbulHussain-dl6og Місяць тому

      Piyaz aru piyush r parthokya tu Haorika sahabe nokole dexun.....

  • @manashpratim3811
    @manashpratim3811 Місяць тому +19

    গৌৰৱ গগৈ অসমৰ ভবিষ্যতৰ মুখ্যমন্ত্ৰী।।গতিকে যোৰহাটৰ ৰাইজে অসমৰ ভবিষ্যতৰ মুখ্যমন্ত্ৰী জনক হেৰুৱাব নোখোজে

  • @monikaphukon9051
    @monikaphukon9051 Місяць тому +48

    শিয়াল যাক যাক সিংহ 1তাই কঁপাই দ্বীজ দেই ...

    • @ritashree
      @ritashree Місяць тому +2

      Yes সিংহ অকলে পাৰে

    • @bkp9774
      @bkp9774 Місяць тому

      @@ritashree জা আ নো পাই, শিয়াল মূখাই লাজ পায়চেনে নাই 😛😛😛

  • @rukmaRabha9887
    @rukmaRabha9887 Місяць тому +29

    গৌৰৱে বেয়াকৈ পানী খোৱাছে দেই....যোৰহাট বাসীয়ে এজন ভাল সাংসদ নিৰ্বাচন কৰক যিয়ে সদন তোলপাৰ লগাব পাৰে,যিয়ে প্ৰধানমন্ত্ৰীৰ মুখ বন্ধ কৰিব পাৰে,যি জনে চৰকাৰ হিলাই দিব পাৰে যি জনে সমষ্টিৰ লগতে অসমৰ হৈ বলিষ্ঠ ভাবে সদনত মাত মাতিব পাৰে।সদনত গৈ গছৰ মূৰাটোৰ দৰে আনৰ ভাষণ শুনি বহি থকা লোকক সদনত পঠাই লাভ কি?

    • @rituparnabhardwaj760
      @rituparnabhardwaj760 Місяць тому +1

      সদনত মাত মতাৰ লগতে যোৰহাট খনো আতক ধুনীয়া কৰিব লাগিব...!

  • @devdas8542
    @devdas8542 Місяць тому +31

    গৌৰৱ গগৈয়ক ভোট দিম মই বিজেপি ৰ সদস্য কিন্তু অসমৰ স্বাৰ্থত গৌৰৱ গৈগৈক ভোট দিম ❤

    • @bkp9774
      @bkp9774 Місяць тому +1

      মই ও বিজেপি ৰ, কিন্তু ভোট টো for gaurav।

  • @NeogManoj-nr2vj
    @NeogManoj-nr2vj Місяць тому +36

    গৌৰবে দহ লাখ পাবই। ❤

  • @adutta8517
    @adutta8517 Місяць тому +54

    যেনেদৰে সংসদ কঁপাই তেনেদৰে বিজেপিক কপাইছে....দেশত যোৰহাট লোকসভা সমষ্টিৰ চিনাকি দিব পৰা মানুহ এইজন... বাকী যোৰহাটবাসী ৰাইজৰ কথা চিনাকি দি ভাল পাই নে নাপায়??

  • @dipjyotigogoi8964
    @dipjyotigogoi8964 Місяць тому +14

    Gourov gogoi ❤❤❤ lots of love. God bless him.

  • @unmilon2401
    @unmilon2401 Місяць тому +44

    Gaurav gogoi jindabad❤

  • @bijudey2131
    @bijudey2131 Місяць тому +36

    Bjp hotow Assam Bachow

  • @debajitmahanta887
    @debajitmahanta887 Місяць тому +51

    Gurab gogoi Zindabad ❤❤❤❤

  • @trikenkalita9784
    @trikenkalita9784 Місяць тому +26

    BJP bye bye 😂😂2024 ok

  • @abdussattar8009
    @abdussattar8009 Місяць тому +27

    4 লাখ ভোটত জিকিব গৌৰৱ গগৈ

  • @nupurjyotisharma6809
    @nupurjyotisharma6809 Місяць тому +16

    Gg jitibo..

  • @amritborah4276
    @amritborah4276 Місяць тому +22

    Gourav Gogoi zindabad
    . Jorhat basi ৰাইজে বিবেক ভোট দিব. দল চাই নহয়. Bjp ৰ dolar বগৰী বোৰৰ কথা বিশ্বাস নকৰিব. Hazarika, jayanta malla বৰুৱা, লগতে যি বিলাক নেতাই অসমীয়া ক নিঃশেষ কৰিব বিচাৰিছে তেনে নেতাক উচিত শিক্ষা দিয়া উচিত সময়. Mama ৰ ৰাজনীতিৰ কেতিয়া বুজি পবি assamiya. Mamai assamiyak নিঃশেষ কৰি নিজৰ লক্ষ্য প্ৰাপ্তিৰ বাবে কি কৰা নাই news channel, resort, school, khilonjiyar ভূমি, tea garden নিজৰ মাইকী ৰ নামত কৰি গোটেই Assam খন নিঃশেষ কৰিলে. নাগপুৰ ৰ উচৰত্ত আঠু লৈ নিজৰ সাৰ্থৰ babe জাতিক নিঃশেষ কৰিলে. এক্স cm Mohontra ডাঙৰীয়াৰ দৰে mamak নিঃশেষ কৰ অসমীয়া

  • @abdulazad811
    @abdulazad811 Місяць тому +52

    Gaurav jindabad

  • @ranujpegu1049
    @ranujpegu1049 Місяць тому +26

    গৌৰৱময় গৌৰৱ

  • @Nibarondaa
    @Nibarondaa Місяць тому +18

    Gg❤

  • @ankurbordoloi2467
    @ankurbordoloi2467 Місяць тому +6

    Comment বোৰ চালে এনেকুৱা লাগে ১৭ লাখ ভোটৰ ভিতৰত তপন গগৈ য়ে যেন ৫০হাজাৰ মান হে ভোট পাব😂😂😂😂

  • @mizanurrohman1555
    @mizanurrohman1555 Місяць тому +20

    Gourab Gogoi dada ji jindabad ❤❤❤

  • @Xxhxjxjx
    @Xxhxjxjx Місяць тому +25

    Gaurav Gogoi zindabad

  • @SimilarAhmed
    @SimilarAhmed Місяць тому +10

    লাভ নাই,, গৌৰৱ গগৈ জিন্দাবাদ

  • @murjatra9713
    @murjatra9713 Місяць тому +20

    Gourov Gogoi zindabad ❤❤❤

  • @ayangentertainer9975
    @ayangentertainer9975 Місяць тому +23

    GG zindabad

  • @shimantakanchanmusical4271
    @shimantakanchanmusical4271 Місяць тому +6

    কিয় বাৰু মূল্যৱান ভোটতো নষ্ট কৰিম। আমাৰ গৌৰৱ অসমৰ গৌৰৱ, গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ 😍 এজন সহজ সৰল ভদ্ৰ, শিক্ষিত সঁচা মনৰ গৰাকীয়েই হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈ ডাঙৰীয়াক হাতৰ চিনত ভোট দি কৰক জয় যুক্ত তেতিয়াহে উন্নতিৰ পথত অসম খন হ'ব মুক্ত। আমাৰ বিশ্বাস গৌৰৱ গগৈ ডাঙৰীয়াৰ বিপুল ভোটত জয়ী হ'ব। কংগ্ৰেছ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ 😍🥰

  • @Assameselyricssongs-kl1ez
    @Assameselyricssongs-kl1ez Місяць тому +6

    অসমৰ গৌৰৱ।
    আমাৰ গৌৰৱ ।
    ৰাইজৰ নেতা গৌৰৱ গগৈ ।

  • @bkp9774
    @bkp9774 Місяць тому +20

    মোদী ডাঙৰীয়াই বোলে বাইদেন, পুতিন, গিনি পিংক ছবকে মতিছে যোৰহাটলৈ,
    ছবকে দৌৰাই দিছে গৌৰবে , পাছে খেদি শিয়াল পাবি কি, মাৰি শিয়াল খাবি কি, লাভ নাই।
    গৌৰব জিকিবই, 😊😊😊

  • @user-pr1jq4hf7f
    @user-pr1jq4hf7f Місяць тому +14

    গৌৰৱ গগৈ নৱপ্ৰজন্মৰ সম্পদ আৰু উন্নতিৰ বাহক৷

  • @rinkubaruah1972
    @rinkubaruah1972 Місяць тому +7

    গৌৰৱ গগৈ জিন্দবাদ

  • @bijudey2131
    @bijudey2131 Місяць тому +25

    I support Congress

  • @jadavgogoi944
    @jadavgogoi944 Місяць тому +4

    ভাৰতীয় জনতা পাৰ্টীক মানুহে যেন ভুলতো ভোট নিদিয়ে। গৌৰৱ গগৈতকৈ যোগ্য প্ৰাৰ্থী এই মুহূৰ্ত্তত কোনো নাই। গৌৰৱক জয়ী কৰাই গৌৰৱৰ অংশীদাৰ হ‌ওক সকলো। তপনৰ সাংসদ হিচাপে একো যোগ্যতা দেখা নাই।

  • @bijudey2131
    @bijudey2131 Місяць тому +9

    Lion is always King Gorov daa I Support

  • @jyotiprasadgogoi8793
    @jyotiprasadgogoi8793 Місяць тому +7

    gourav da ❤

  • @girirajgogoi5460
    @girirajgogoi5460 Місяць тому +6

    Gourav Gogoi jikibo dei Assamese kobo jona piyaj😅

  • @munnaahmed2249
    @munnaahmed2249 Місяць тому +6

    😊গৌৰব গগৈ ❤❤

  • @subhamroy1235
    @subhamroy1235 Місяць тому +26

    Gourav gogoi jindabad 🎉🎉

  • @user-kn5bp4cn8n
    @user-kn5bp4cn8n Місяць тому +3

    Public of Jorhat HPC will hardly wants Sri Gaurav Gogoi as. M.P. from Jorhat constituency.. So on 19-04-2024 almost 75 - 80% of voters ready to castes their valuable votes to Sri. Gaurav Gogoi.

  • @tankswargohain6701
    @tankswargohain6701 Місяць тому +2

    এৰা,বি জে পি দলে গৌৰৱ গগৈয়ে নগাঁও সমষ্টিতহে জিকাৰ সম্ভাৱনা বুলি ভাবিছিল কিন্তূ এতিয়া দেখা পালে অসমৰ যি কোনো সমষ্টিটে গৌৰৱক হৰুৱাটো সহজ নহয়।

  • @AssameseMaker1
    @AssameseMaker1 Місяць тому +4

    Gourav gogoi ❤manuh iman burbok nohoi ako tapan kk dibole

  • @DhrubajyotiChetia-cq6jh
    @DhrubajyotiChetia-cq6jh Місяць тому +3

    Koliyabor 10 boxor khale,jorhat gourob jikile gol

  • @BhugeswarPanging
    @BhugeswarPanging Місяць тому +28

    Amak BJP nalage

  • @dishanhazirika8830
    @dishanhazirika8830 Місяць тому +4

    Pijus Jayanta Topan a Hindi English sot kotha koba najna . please vote for Gaurav gogai All Jorhat Locabha somethe .

  • @madhurjyaborgohain4474
    @madhurjyaborgohain4474 Місяць тому +6

    GAURAV gogoi at Jorhat sure 🙏🏻sorry Tapan Da ....

  • @babumusic2.070
    @babumusic2.070 Місяць тому +4

    গৌৰৱ দা জয় হব

  • @user-vc9oo9th9m
    @user-vc9oo9th9m Місяць тому +12

    Gorob gogoi laga

  • @samirondutta3742
    @samirondutta3742 Місяць тому +5

    আমাক শক্তিশালী বিৰোধী হিচাপে গৌৰৱ গগৈ জিন্দাবাদ

  • @mizanurrohman1555
    @mizanurrohman1555 Місяць тому +5

    Gourab Gogoi dada apuni election r campaign last day last request vedio bonai vote lage buli kobo apuni bindass jikibo ami asi apur logot

  • @GungunVaiti
    @GungunVaiti Місяць тому +2

    Good ❤

  • @user-dc6dd5he2x
    @user-dc6dd5he2x Місяць тому +3

    গৌৰৱ গগৈ জিন্দাবাদ 🙏

  • @NilutpalSarma
    @NilutpalSarma Місяць тому +2

    Gourav gogoi Zindabad ❤❤

  • @hasinursheikh5644
    @hasinursheikh5644 Місяць тому +2

    ❤ Gourav Gogoi Sir ,,Jikinoi Like u

  • @user-rm9nu3jm6x
    @user-rm9nu3jm6x Місяць тому +2

    Gourav 110% Persent vote pai jikibo ❤❤❤

  • @kandarpa2622
    @kandarpa2622 Місяць тому +2

    An empty vessel sounds much. Mass people are with Gaurav." Sa sunar ka ek luhar ka" "Kaurab"were hundred and "Pandav" were five,but "Pandav" won the battle. Mind it Mr.Reportet.

  • @anuragsaikia.
    @anuragsaikia. Місяць тому +2

    Bjp❤
    But,now,vote for Gaurav Gogoi😊

  • @user-sh8ds6si1g
    @user-sh8ds6si1g Місяць тому +17

    Gaurav jikibo ami jikam

  • @deepbordoloi9295
    @deepbordoloi9295 Місяць тому +3

    Amar asa mor gourav gogoi vaitia amar akha

  • @ImdadRahman-lo2tr
    @ImdadRahman-lo2tr Місяць тому +3

    গৌৰৱ❤❤❤❤

  • @monjulahon7712
    @monjulahon7712 Місяць тому +1

    বিজেপি , কঙগ্ৰেছ , চিপিআই , চিপিএম , এজিপি আদি যিমান পাটি আছে সকলোৱে গৌৰৱ গগৈক ভোট প্ৰদান কৰক । আপোনালোকে ধৃতৰাষ্ট্ৰৰ আদৰ্শ নলৱ , নিজৰ ভৰিত নিজে কোঠাৰ মৰাৰ দৰে হ'ব ।

  • @user-gh7up5zm6v
    @user-gh7up5zm6v Місяць тому +3

    Gourav gogoi mohan

  • @GarimaChoudhury-ii9uw
    @GarimaChoudhury-ii9uw Місяць тому +3

    G g will win

  • @Vugfugififu
    @Vugfugififu Місяць тому

    ❤❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉Thank you So much sir

  • @xyz-og3ce
    @xyz-og3ce Місяць тому +3

    Gaurav Gogoi ❤

  • @userrb_1234
    @userrb_1234 Місяць тому +2

    Kevol Gourav Gogoir botah bolise❤

  • @jagatchutia7711
    @jagatchutia7711 Місяць тому +2

    B j p bey bey😂

  • @shivkahar5813
    @shivkahar5813 Місяць тому +7

    Gourav Gogoi ❤

  • @sofiarrahman7812
    @sofiarrahman7812 Місяць тому +2

    গৌতম গগৈ❤❤ best

  • @iamTakla
    @iamTakla Місяць тому +3

    Mama ..aponi ...nasileu ..lab.. nai ...karon ..gaurab ..jikibui

  • @karamlakshmi
    @karamlakshmi Місяць тому +1

    Aponara sokole Gourav Gogoi ke Vote dioo❤❤❤🙏🙏🙏

  • @user-yn4fp4xr3r
    @user-yn4fp4xr3r Місяць тому +1

    Gourav gogoi k vote dib request

  • @SilimaAktar-ds3ut
    @SilimaAktar-ds3ut Місяць тому +1

    Congress party zindabad Gourav Gogoi zindabad 100%

  • @utpalgoswami1990
    @utpalgoswami1990 Місяць тому +1

    গৌৰৱ গগৈৰ লগত তপন গগৈৰ কোনো ৰিজনিয়ে নহয় ধৰক NDA চৰকাৰ গঠন কৰিলে তপন কণা , বোবা সেইটোৱে কি কৰিব কিন্তু যদি INDIA য় চৰকাৰ কৰে গৌৰৱ গগৈয়ে এজন ডাঙৰ মন্ত্ৰীৰ আসন পাব । পতন কণা বাবে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতো আজি ১০ বছৰে দেখা নায় । তপনক খেদক যোৰহাটক বছাওক ।

  • @manujkumarbora8901
    @manujkumarbora8901 Місяць тому +1

    Gourav gogoi zindabad ❤

  • @Abhijit25430
    @Abhijit25430 Місяць тому +1

    GG❤

  • @kajalkanchanvauqulin2850
    @kajalkanchanvauqulin2850 Місяць тому +2

    Gourav Gogoi jikibo🎉🎉🎉🎉🎉

  • @jitudeka8959
    @jitudeka8959 Місяць тому +3

    মই সদায় আমগুৰি সমষ্টিত ঘূৰি ফুৰো । কোনেও তপনৰ কথা নকয় । এয়া দেখা দেখি জল জল পট পট হৈ আছে গৌৰৱ গগৈ জিকিব জিকিব । যদি হাৰে বিজেপি অন্যায় কৰাৰ প্ৰমান হ'ব ।

  • @monishaphukon7631
    @monishaphukon7631 Місяць тому +6

    G.Gogoi jindabad

  • @user-el9dq6rl7k
    @user-el9dq6rl7k Місяць тому +1

    Stronger speeling

  • @gunjalkalita7187
    @gunjalkalita7187 Місяць тому +2

    Gourav Gogoi

  • @user-gr6pt5bx9m
    @user-gr6pt5bx9m Місяць тому +1

    চৰকাৰে যুজিছে তপনক জিকাবলৈ ,ৰাইজে যুঁজিছে গৌৰবক জীকাবলৈ । ইংৰাজী প্ৰীতি bjp ৰ হে ।

  • @lukuhazarika
    @lukuhazarika Місяць тому +1

    Gourav gogoi zindabad

  • @aliurrahman4825
    @aliurrahman4825 Місяць тому +1

    Gogoi zinda bad❤❤🎉🎉

  • @priyagaming8309
    @priyagaming8309 Місяць тому

    যোৰহাটবাসীৰ বিবেচনা লৈ অপেক্ষা কৰিলো।

  • @deepikainduwar7540
    @deepikainduwar7540 Місяць тому +1

    Gaurav gogoi Zindabad

  • @user-pp1nm2zr9p
    @user-pp1nm2zr9p Місяць тому

    🖐️🖐️🖐️🖐️🖐️🖐️🖐️from assam sarkar jindabad

  • @alimony4golddiggers
    @alimony4golddiggers Місяць тому +1

    JAI SHREE RAM Gaurav gogoi😊😊😊

  • @Myassammycar14
    @Myassammycar14 Місяць тому +1

    Gogoi da zindabad

  • @pranjalgam4027
    @pranjalgam4027 Місяць тому +2

    Gourav zindabaad

  • @dborahassam
    @dborahassam Місяць тому

    Support Gaurav Gogoi,,, love from Dhemaji

  • @palpaldilkepas3566
    @palpaldilkepas3566 Місяць тому +1

    গৌৰব গগৈ ❤

  • @dhurbajyotikachari4589
    @dhurbajyotikachari4589 Місяць тому +3

    Upar r mall tu Sabo mon nai tar kotha hunibo mon nejai

  • @user-oj4kh4os5f
    @user-oj4kh4os5f Місяць тому +1

    Gourob gogoi zindabad

  • @Artandcraft-vb8yu
    @Artandcraft-vb8yu Місяць тому +2

    গৌৰব গগৈ