এইয়া খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ, এই অত্যাচাৰী পাষণ্ড কেইটাক কঠোৰ শাস্তি দিয়া হ'ব : মন্ত্ৰী পীযুষ হাজৰিকা

Поділитися
Вставка
  • Опубліковано 27 жов 2024

КОМЕНТАРІ • 299

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 2 місяці тому +75

    সঁচা কথা ।। এইয়া খিলঞ্জীয়াৰ ওপৰত দীৰ্ঘ ম্যাদী চিন্তাধাৰাৰে কৰা আক্ৰমণ।।🙏🙏🙏

  • @sanatanrajbongshi1981
    @sanatanrajbongshi1981 2 місяці тому +19

    তিনিচুকীয়া, শিৱসাগৰ, ছিপাঝাৰ, বৰপেটাতো একেই অবস্থা।

  • @bantidas2403
    @bantidas2403 2 місяці тому +30

    হয় চাৰ হয় অতি সুন্দৰ কথা হয় অতি সুন্দৰ লাগিছে অতি সুন্দৰ অতি সুন্দৰ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এক মত হয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ

  • @Warriror4789
    @Warriror4789 2 місяці тому +90

    Miya kheda andolan arombho koribor hol.

    • @rajeshhazarika1663
      @rajeshhazarika1663 2 місяці тому

      একদম ঠিক কথা😡

    • @Raju-r2t
      @Raju-r2t 2 місяці тому

      Miya tomor lokor baba hoi jani rak etu kota

    • @Rreview_1
      @Rreview_1 2 місяці тому

      ​@@rajeshhazarika1663keneke thik kotha alop bujai kobo ne? Kio apunaloke hindu muslim kori ase..dushik fashi dibo lage..apunalukor aii hindu muslim rajniti ye je adin bharot khon ses kori pelabo bujise ne

    • @Ishita_kemprai...
      @Ishita_kemprai... 2 місяці тому

      100% koribo lage...

    • @koushikmahanta3969
      @koushikmahanta3969 2 місяці тому

      Hoi de kedibo lage axom hoi axomt sob axomiya thakibo lage ❤

  • @thaneswarnath7329
    @thaneswarnath7329 2 місяці тому +69

    ফাঁচী দিব লাগে। জেলত দি লাভ নাই।

    • @abinash508
      @abinash508 2 місяці тому

      এনকাউণ্টাৰ হব

  • @Mrbeastfan-l7i
    @Mrbeastfan-l7i 2 місяці тому +14

    কঠোৰ শাস্তি নহই Direct Encounter কৰক

  • @StatusStore07
    @StatusStore07 2 місяці тому +2

    Allah E nilak Kalla Goru
    Sure Nilak Gai
    Xonor Axom Dhongkho Kril
    Miya Sudur vai

  • @Pankaj-c8o8k
    @Pankaj-c8o8k 2 місяці тому +12

    কঠোৰ মানে ফাঁচি দি দেখাওক তাৰ পিছত কম জয় শ্ৰী ৰাম বুলি ।

  • @janardanbora2803
    @janardanbora2803 2 місяці тому +11

    মুঠতে মাৰি পেলাব লাগে যি জাতিয়ে মানুহ নহওঁক কিয়

    • @Rreview_1
      @Rreview_1 2 місяці тому +1

      Apunar logot ekmot

  • @bornilassam5234
    @bornilassam5234 2 місяці тому +5

    আপোনালোকৰ সুন্দৰ পদক্ষেপ। ধৰ্ষণকাৰীক এনকাউন্ট কৰাই ভাল। শিৱসাগৰ ঘটনাটোত আপোনালোক কিয় নিমাত আছিল? তাই খিলঞ্জীয়া নাচিল নেকি?

  • @ankitabordoloi6220
    @ankitabordoloi6220 2 місяці тому +31

    দুদিনমান জেইলত থৈ আকৌ এৰি দিব নে? আৰু কিমানগৰাকী বলী হ'বলৈ বাট চাব।

    • @DulalBhuyan555
      @DulalBhuyan555 2 місяці тому

      Ainkhon kothur nohole Keidin man jail ot thaki ulai ahibo aru ane kaam kori thakibo

    • @Pankaj-c8o8k
      @Pankaj-c8o8k 2 місяці тому +4

      @ankitabordoloi6220 যেতিয়া লৈকে মন্ত্ৰী বোৰৰ আত্মীয় সকলৰ লগত এনেকুৱা নহয় তেতিয়ালৈকে কোনো ধৰণৰ কঠোৰ শাস্তি প্ৰদান নকৰে । ধৰ্ষণকাৰী বোৰক জেইলত ৰাখিব তাৰ পিছত মুকলি আকাশৰ তলত আকৌ এৰি দিব পুনৰ ধৰ্ষণ কৰিব সিমানেই আৰু । দেশৰ আইন খনৰ ওপৰত আশা কৰি লাভ নাই ।

    • @rajeshhazarika1663
      @rajeshhazarika1663 2 місяці тому

      ​@@Pankaj-c8o8kএকদম ঠিক কথা কেলা😡

  • @arpitadasarpitadas5502
    @arpitadasarpitadas5502 2 місяці тому +26

    ফাঁচীতকৈ যদি কোনো ডাঙৰ শাস্তি হলহেঁতেন

  • @babulkalita5845
    @babulkalita5845 2 місяці тому +55

    গৌৰব আলী কত‌ গ'ল। আৰু অখিল মিঞা।ইয়াতটকানাই যে।

    • @dibakarnath4853
      @dibakarnath4853 2 місяці тому +5

      Axomor gourav.
      Gourav gogoi 😂bapeke ana Bangladeshi r kotha kio kobo.

    • @ZakirHussain-p6m
      @ZakirHussain-p6m 2 місяці тому

      O baideu apuni bor vhal kotha koise olop sinta kori kotha koba ha hindu muslim nokoriba axom akol tumar nohoy tu kak khediba ha khali mukh fhalilai nohoy tu tumo politition tu nohoy

    • @himanshudutta609
      @himanshudutta609 2 місяці тому +3

      ​@@ZakirHussain-p6m akhom tholuar hindu -muslimor , geda miyar akhomot jega nai

    • @rajkumardihingia2331
      @rajkumardihingia2331 2 місяці тому +2

      হয় পায়,,,মহম্মদ গৌৰৱ আৰু শ্বেখ অখিলৰ একো মাতেই নাই,,,ভাল বুলি ভাবিছিলো,,,ভূল হৈছিল মোৰ,,,আৰু বৰাক ব্ৰহ্মপুত্ৰ ও শুকাই মৰুভূমি হল ছাগে,,,,

    • @janardanbora2803
      @janardanbora2803 2 місяці тому +1

      তই গৌৰৱ গগৈ মুখ্যমন্ত্ৰী বুলি ভাবিছ নে গৃহ মন্তি বুলি ভাবিছ ৰাজনীতি কৰা বন্ধ কৰ অন্ধ ভক্ত একো লাভ নহব

  • @baikunthabarman2623
    @baikunthabarman2623 2 місяці тому +10

    প্ৰাইভাগ আপৰাধীকে পুলিচে কৰায়ত্ত কৰিব পঢ়াটো ভাল কথা । কিন্তু জনমনি ৰাভাৰ মৃত্যুৰ এজনো অপৰাধিক কৰায়ত্ত কৰিব নোৱাৰটো সন্দেহৰ কথা ।

    • @ZenithEnigma-h4p
      @ZenithEnigma-h4p 2 місяці тому +2

      যেতিয়া লৈকে কোনোবাই দুৰ্নীতিৰ বিৰুদ্ধে নাযায়, তেতিয়ালৈকে চৰকাৰে সকলো অপৰাধীকে কৰায়ত্ব কৰি থাকিব। দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলেহে সকলো গৰ্বৰ হৈ যায়, কাৰণ দুৰ্নীতিৰ বিৰুদ্ধে যোৱা মানেই চৰকাৰৰ লগতে বহুতো উচ্চ পদস্থ ৰাজ-বিষয়াসকলৰ বিৰুদ্ধে যোৱা।

    • @abzalurrahman6767
      @abzalurrahman6767 2 місяці тому

      Karon tate rajniti kra manuh jorito asil xei babe cancel hoise dada

  • @sadhanasultanajehirblogs4600
    @sadhanasultanajehirblogs4600 2 місяці тому

    Hoi sir apuni akdam thik bhal kotha koise sir. Khilonjiya Jati Mati Veti aru Jivan khurkha aey Miya bilake khekh korib bisarise.dadagiri besi hoise Miyar. Khihotar Ghar bari Buldezar di bhangi mati logat milai dib lage. Thank you sir. God bless you sir.

  • @narrottamsaikia758
    @narrottamsaikia758 2 місяці тому +1

    Thanks Piyush hazarika

  • @sanjitmalakar3771
    @sanjitmalakar3771 2 місяці тому

    Sahi kaha aapne sir😢

  • @mantumahanta8622
    @mantumahanta8622 2 місяці тому +2

    সুন্দৰ

  • @focusonyourgoal1817
    @focusonyourgoal1817 2 місяці тому +1

    Encounter hoboi...sai thakok

  • @TarunDasTarundas-i4t
    @TarunDasTarundas-i4t 2 місяці тому +1

    হিমন্ত বিশ্ব শৰ্মাই আৰু এটা সুবিধা পালে দেই।এইবাৰ আৰু মাটি কিনিব পাৰিব।

    • @K.G-z-I6b
      @K.G-z-I6b 2 місяці тому

      নহ'লে যে তোৰ লগৰ বোৰে অসমত তান্দৱ কৰিছে ।

    • @Roster.21
      @Roster.21 2 місяці тому +1

      ​​@@K.G-z-I6bbhai hun rapiest k fasi dibo Lage kintu iar logot miyar connection kori ase sorkare . Jua dui mahot 22 ta rape hoise tetia nu amar politian but kot asil.bhai belegok dux di lav nai dox kori hasthi diboi lagbo kintu duxi politician r logot connection thakile aku nhi tat nu tumi ki koba
      #justice

  • @DipokDey-ol2qf
    @DipokDey-ol2qf 2 місяці тому +1

    শাস্তি মূলক ব্যবস্থা লওক, গৰিহণা দি কি কৰিব,

  • @HirenNath-vm1dk
    @HirenNath-vm1dk 2 місяці тому +1

    বি জে পি হিমন্ত গৃহ বিভাগ ব্যৰ্থ গতিকে পদত্যাগ কৰিব লাগে । ৌ

  • @sadanandanath5414
    @sadanandanath5414 2 місяці тому +2

    একো কঠোৰ শাস্তি নহয়... জেইলত যাব আৰু প্ইছা দি ওলাই আহিব

  • @Pran-ali
    @Pran-ali 2 місяці тому

    Right 👍 p. Hazarika great

  • @digiincome
    @digiincome 2 місяці тому

    এজন ধৰা হৈছেই।এতিয়ালৈকে কিয় Encounter কৰা নাই বাৰু?????

  • @bikashhazarika1890
    @bikashhazarika1890 2 місяці тому

    Good👍 we want justice

  • @Kanishkadaimary-j5f
    @Kanishkadaimary-j5f 2 місяці тому +10

    মোৰ তৰফৰ পৰা আইন মতে গৈ দোষীক ফাঁচী দিব লাগে।

  • @kabyashreemahanta885_
    @kabyashreemahanta885_ 2 місяці тому +2

    চাব কিন্তু , ছোৱালীৰ জীৱনটো ধেমালী নহয়তো , মনত ৰখাটো উচিত যে আপোনাৰো এগৰাকী ছোৱালী আছে । ওলাই যাবলৈয়ে বৰ ভয় হৈছে ।

  • @ramprasadmazumdar7621
    @ramprasadmazumdar7621 2 місяці тому +2

    শাস্তি নহয়, ফাঁচি দিব লাগে

  • @7gc970
    @7gc970 2 місяці тому

    আপোনাৰ লোকৰ দৰে খিলঞ্জীয়াৰ এখন চৰকাৰ থাকোটে এই মিঞাৰ মোছলীম কেইটাক থাণ্ডাৰ কৰিব পৰা নাই । মিঞাৰ মোছলীম বোৰক থাণ্ডাৰ কৰি খিলঞ্জীয়াৰ ৰাইজক শোৰক্ষা দিয়ক ।

  • @Assam1770
    @Assam1770 2 місяці тому

    কঠোৰতম মানে capital punishment দিৱলৈ অনুৰোধ জনালোঁ।

  • @Jusna..-se4vv4jh5v
    @Jusna..-se4vv4jh5v 2 місяці тому

    ফাঁচি দি মাৰিলে ভোট দিবলে মানুহ কমিব

  • @bharatzg25
    @bharatzg25 2 місяці тому

    মিয়াক ইমান ওপৰলৈ যাব দিয়া মেইন মানুহজন পিয়াজ হাজৰিকা

  • @rahulamin659
    @rahulamin659 2 місяці тому +1

    কঠুৰ নহয় চৰম শাস্তি হ'ব লাগে।

  • @DipansuDas-p3b
    @DipansuDas-p3b 2 місяці тому

    this is terrible situation in society 😔

  • @dhunbora8815
    @dhunbora8815 2 місяці тому +2

    Aibur simple kotha O boht dekhi ahisu. 2 din maan utpat hobo tar pasot sob nijor kamot busy

  • @Ljit4542
    @Ljit4542 2 місяці тому

    Kailoi good news ahi ase wait guys

  • @BibpobMohan
    @BibpobMohan 2 місяці тому

    Akhomot kih
    😊Apuni kiba ata bibosta korok😊
    Apuni. Kiba

  • @chiranjibdutta565
    @chiranjibdutta565 2 місяці тому +1

    Bhal lagil Hazarika Dev, upolobdhi korise aaji...kintu eta kotha apunaluke xodai mont rakhibo"Jonotai Jonardon"..kothur xasti dibo koise.. apekhya korilu

  • @anantamoranvloge7255
    @anantamoranvloge7255 2 місяці тому +2

    যদিহে খিলঞ্জীয়া জনগোষ্ঠী স্বাৰ্থত থাকে তেতিয়া হে গাদী ৰখিব

  • @nayakinfo4613
    @nayakinfo4613 2 місяці тому

    বহুত অসমীয়া মানুহে মাটি মুছলমান ক বেছি আছে। এই অঞ্চলত গতিকে এই ক্ষেত্ৰত নতুন আইন তৈয়াৰ কৰি বেচিব নোৱৰা কৰিব লাগে শুনকালে।

  • @missionias7894
    @missionias7894 2 місяці тому

    ভোটৰ স্বাৰ্থত গেদাক বৰপিৰা পাৰি দিয়া সকলক যাবজ্জীৱন কাৰাদণ্ড দিয়ক। মাননীয় ন্যায়ালয়ৰ ওচৰত অনুৰোধ।কাৰণ গেদাৰ এই কৰ্ম শেষ নহয়।

  • @dipamsaikia450
    @dipamsaikia450 2 місяці тому

    Take stern action

  • @ProbinkrpeguPegu
    @ProbinkrpeguPegu 2 місяці тому

    Good👍

  • @digiincome
    @digiincome 2 місяці тому

    Encounterৰ বিকল্প নাই।গতিকে encounter কৰক।

  • @KhirudSaikia-l8s
    @KhirudSaikia-l8s 2 місяці тому

    ইয়াত ৰাজনীতি কথা আহিব নালাগে শাস্তী কথা আহিব লাগে ।

  • @skcreation5550
    @skcreation5550 2 місяці тому

    Bjp ক ভোট দিছিলো আমাৰ বোৱাৰী জীয়াৰী বোৰ যাতে ভালকৈ থাকিব পাৰে খিলঞ্জীয়া লোকৰ স্বাথত যদি এই চয়তান কেইটাৰ encouter নহয় আমি কেতিয়াও BJ p ক ভোট নিদিও ৷

  • @bidyutjyoti6413
    @bidyutjyoti6413 2 місяці тому

    sir ankoi rep kri thkibo .. aru ako encounter ni ako fasi ni ... only jelot d ako lv ni ... hihote tu rep kri a ase no ... kintu .. amar sarkar ki kri ase ... kio encounter nkre ... kio emn vbi thke .. direck encounter kri diok .. tetiya he . maina joni .. shnti pbo .. joi Hind sir

  • @chitralekhamedhi9677
    @chitralekhamedhi9677 2 місяці тому

    কঠোৰ শাস্তি বুলি কৈ কেইদিনমান জেলত দি তাৰ পিছত উলিয়াই দিব আকৌ সেই একেটা ঘটনা কে কৰিব সেই টো কিবা কথা হল নেকি তাত কে ফাঁচী হব বুলি কব কিয় নোৱাৰে।এইবিলাক পিশাচ বোৰক জীয়াই ৰাখি কি লাভ ।

  • @skvlogs744
    @skvlogs744 2 місяці тому

    আপোনাৰ কথা বিশ্বাস কৰিব নোৱাৰি 😮কাৰন আপুনি কথা দি‌ কথা ৰাখিবলৈ পাহৰে😂

  • @Kaustav_jyoti_Rabha
    @Kaustav_jyoti_Rabha 2 місяці тому +2

    কৃষ্ণ এই নৰখাদক দানৱ নৰাধমক কেইটাক মৃত্যুদণ্ড দিলেহে এনেকুৱা অপৰাধ নিৰ্মূল হব।

  • @sanjudas8854
    @sanjudas8854 2 місяці тому

    Pizush daa zindabaad❤❤❤

  • @RanjitPayeng-dk4jx
    @RanjitPayeng-dk4jx 2 місяці тому

    Good.news

  • @BhairabTaid-nn4ik
    @BhairabTaid-nn4ik 2 місяці тому

    ছাৰ ফাঁচী দিয়ক।,,,বাইক চলাই যোৱা যুৱকে বিনা হেলমেটত জৰিমনা দিবলৈ ভয় কৰে।ঠিক তেনেকৈ ফাঁচী ৰ ভয়ত ধষʼন কৰিবলৈ কিয় ভয় নকৰিবা।

  • @Physics-gm4ou
    @Physics-gm4ou 2 місяці тому +1

    Nunu kati dbo lage

  • @NumalKhangia
    @NumalKhangia 2 місяці тому +2

    হব দিয়া, এনেই বকি ৰকি লাভ নাই,, হয়তো কালিলৈ মুকলি আকাশৰ তলত ঘূৰি ফুৰিব

  • @manashhira7222
    @manashhira7222 2 місяці тому +1

    অসমৰ ৰাইজে এইবিলাকৰ পৰা কি বুজিছে বাৰু ? গতিকে অখিল উদ্দিন,গৌৰৱ আলি,লুৰিণ আলি,ভুপেন খান ,এইকেইটা কেল্লা এতিয়া কত আছে হা 😡😡 ! যদি অসমীয়া এক নহয় ন ! তেতিয়া হলে কিন্ত আৰু বেয়া অৱস্থা আহিব !

    • @BudhaHazarika
      @BudhaHazarika 2 місяці тому +1

      গৰুখোৱা কেইতাৰবাৰু একো মাত নাই সেইতো বুজিলো কিন্তু গোমুত্ৰ খোৱা সিমুৰো যে একো মাত নাই।সেইতোহে একো বুজি নেপালো।বোপাইহঁত তোমালোকে দুনিয়াখনক বুজি পাবলৈ আৰু বহুত বাকি আছে দেই।

  • @Mrbeastfan-l7i
    @Mrbeastfan-l7i 2 місяці тому +1

    Ancounter korok nohola aru Anekuwa hobo

  • @Rana-hg8hg
    @Rana-hg8hg 2 місяці тому

    কালিলৈ ৰাতিপুৱা বাতৰিৰ শিৰোনামা হব আচামী পলাবলৈ খোজাত এনননকাওননননটাৰ বুলি

  • @rupjyotihazarika5216
    @rupjyotihazarika5216 2 місяці тому

    What steps would be taken, that fear goes through the spine to even think of such Barbarism.

  • @jsb992
    @jsb992 2 місяці тому

    হাত কেইখন কাটি ৰাস্তাত এৰি দিব লাগে। আৰু একো নালাগে।পিঠিত লিখি দিব লাগে বলতকাৰ কৰা এই শাস্তি

  • @DipansuDas-p3b
    @DipansuDas-p3b 2 місяці тому

    uchit khasti diya hobo dukhi keitak

  • @digantagogoi6501
    @digantagogoi6501 2 місяці тому

    Direct faci diok sir

  • @BastopDoly
    @BastopDoly 2 місяці тому

    এইজন আকৌ মেডিয়াত ওলালে তোৰ কথাৰ মূল্য নাই।জাবান নাই

  • @JoydipChakraborty-xk7tc
    @JoydipChakraborty-xk7tc 2 місяці тому +4

    Ancounter koribo diyok

  • @studyjoshpiller
    @studyjoshpiller 2 місяці тому

    ন্যায় দিয়ক Encounter

  • @NiranjanBordoloi-ri1ge
    @NiranjanBordoloi-ri1ge 2 місяці тому

    বটৰদবাৰ বিধায়ীকা গৰাকী ধিঙত সুৰক্ষিত হয় নে নহয় , তেখেতৰ একো কৰনিয় নাই নেকি?

  • @mitulkachari4066
    @mitulkachari4066 2 місяці тому

    Waiting for breaking news.....dhing culprits encounter last night ,while trying to escape.

  • @MBora-ry6ud
    @MBora-ry6ud 2 місяці тому +1

    Mananiya Mantri Piyush ji Mushlim logo ko Bharat sorne ke liye bolna chahiye. Mushlim ko Bharat soro Satyagraha hona chahiye. Manish

  • @hemantagogoi3121
    @hemantagogoi3121 2 місяці тому

    Eslam bur জগিলেই বন্ধ্যাকৰণ কৰিব লাগে

  • @jadunathgogoi83
    @jadunathgogoi83 2 місяці тому

    অতিশ্ৰীঘ্ৰেই কৰায়ত্ত কৰি,,,জঘন্য ঘটনা কৰা ঠাই খনত এপাক ফুৰাই আনক।দিনত নহয় ৰাতি নিয়ক।

  • @malaxmihazarika2228
    @malaxmihazarika2228 2 місяці тому +2

    Eibilak punishment immediately nidile again hoi e thakibo so please 🙏 sir justice jaldi korok

  • @Jatiotabadi
    @Jatiotabadi 2 місяці тому +9

    Inconter

  • @N.D.Entertainment1999
    @N.D.Entertainment1999 2 місяці тому +2

    Jai aai asom axmoia jagib hol ako..AASU

  • @TulikabaishyaChinmoy
    @TulikabaishyaChinmoy 2 місяці тому

    Fasi diyak

  • @jayantbaishya2700
    @jayantbaishya2700 2 місяці тому +3

    Encounter sir hb lage

    • @axcelcore3208
      @axcelcore3208 2 місяці тому

      Encounter democratic justice nhoi

  • @praneswargoswami8208
    @praneswargoswami8208 2 місяці тому

    20হাজাৰ drugs বেচোঁতা ৰ 17হাজাৰে bail পোৱাৰ পাচত মানুহে ফটা ভাষণ শুনিব নোখোজে।

  • @rupak.pathak-c1c
    @rupak.pathak-c1c 2 місяці тому

    মীয়া মূৰ্দাবাদ

  • @jatinkurmi7234
    @jatinkurmi7234 2 місяці тому

    Public place ot guliyai diok.. Thanat bhorai lav ni

  • @montugogoi9160
    @montugogoi9160 2 місяці тому +1

    ফাঁচীৰ বাহিৰে একো উপায় নাই

  • @rahmatali-m4s3m
    @rahmatali-m4s3m 2 місяці тому

    ফাচী দিব লাগে direk কোনো কথা নাই

  • @Swabongogoi
    @Swabongogoi 2 місяці тому

    কি ফাঁচি দিয়াৰ কঠা কয়লা হে
    জেইলত ভাত ৰুতি খোৱাই সময় নষ্ঠ কৰি লাভ নাই

  • @rajeshsinha1983
    @rajeshsinha1983 2 місяці тому

    আনন্দ মিশ্ৰা ছাৰ নিচিনা এজন SP থকা হলে এনে সাহস কৰিব নোৱাৰিলে হেতেন।। তেওঁ থকাৰ সময়ত নগাওত অপৰাধ বহু কমিছিল।।।

  • @Mimbrangboro4589
    @Mimbrangboro4589 2 місяці тому

    Enekowa khomoshya jonojati khokol buhud aagor porai bhukti bhoogi hoi aahise.

  • @himsankarchoudhury4286
    @himsankarchoudhury4286 2 місяці тому

    Ai kothor khasti to ki? 4/5 yrs jail tako val facility r khana khuai... Ru ki

  • @asmproductions.
    @asmproductions. 2 місяці тому +1

    পুংলিংগ কাটি দিয়া আইন থাকিব লাগিছিল

    • @me6666
      @me6666 2 місяці тому

      Enekua aain thoka hole rape case finish ei hoi gol heten.🙄

  • @youtubetv9392
    @youtubetv9392 2 місяці тому

    পীযুষ হাজৰিকা ওপৰত গোচৰ জাপি দিব লাগে মিঞাক ঘৰত থাকিবলৈ দি যিকোনো কামত লগা আছে মাছৰ ধৰা গৰু ফাৰ্মত গৰু খাদ্য যোগান ধৰাত ইয়াৰ কাৰণে নগাঁওত মিঞা দাদাগিৰি ওটপাত বাহি গৈছে

  • @khongsorebal6497
    @khongsorebal6497 2 місяці тому

    Gorihona, vakhon di lav nai,.. Action lok hunkale,..🙏

  • @debojyotiboruah9167
    @debojyotiboruah9167 2 місяці тому

    Dharkhan howar pasat kan mani jania ki niai paba lage

  • @sanuchetry1228
    @sanuchetry1228 2 місяці тому

    Aporadhik Fasi diyok ehatak pritibit rokha jaga nai...

  • @shivambaishya4682
    @shivambaishya4682 2 місяці тому

    মাৰি পেলাওঁ সিহঁতক .......

  • @DadulRajkhowa
    @DadulRajkhowa 2 місяці тому

    Fasi diyok sir

  • @kunalkoch3949
    @kunalkoch3949 2 місяці тому

    Sc ,st belt loi anok,moi koch kunu appotti nai,kionu axomia khilonjia hudiba hole hol...jodi amar khilonjia hohai hoi tenehole okhudiba nai

  • @pranabdeka9527
    @pranabdeka9527 2 місяці тому +5

    চীন ৰ নিচিনা rihebilitate চেন্টাৰ বনাই এই মিয়া বোৰক তাত বন্দী কৰী থব লাগে

  • @keshabnirola09
    @keshabnirola09 2 місяці тому

    Repist ok Incounter ba fachi r order kiyo dibo nuware

  • @DilipDas-km5ts
    @DilipDas-km5ts 2 місяці тому

    mr Shiladitya Dev jindabaad 😅😂😊

  • @mkmk9949
    @mkmk9949 2 місяці тому

    অ ' আপুনি ৰিজাইন নিদিলে ? গৌৰৱ ৰ লগত তক্ক ৰ দি লাভ নাই । সকলোকে সকল কথাই চুট নকৰে । হিমন্ত ক কপি কৰিব খোজে চোৱা !!

  • @DipakPegu-x4w
    @DipakPegu-x4w 2 місяці тому +1

    Encounter kribo lage sir

  • @nabakantasaikia8860
    @nabakantasaikia8860 2 місяці тому

    এনেকুৱা দুখী মানুহ আইনৰ পৰা ৰেহাই পোৱা দেখা যায় কিয় ?

  • @ZenithEnigma-h4p
    @ZenithEnigma-h4p 2 місяці тому

    আচলতে চৰকাৰে খিলঞ্জীয়া মানুহক অলপো care নকৰে, যিমান care লোৱা নিচিনা দেখুৱায়।বহিৰাগত হিন্দুৱে অসমীয়াক যেতিয়া অসমীয়া হিন্দু মানুহক প্ৰহাৰ কৰে তেতিয়াও খিলঞ্জীয়া অসমীয়া বোৰক হে জেলত ভৰায়, পুলিচ লগাই পিটে। যেতিয়া দুৰ্নীতিৰ বিৰুদ্ধে কোনোবাই মাত মাতে তেতিয়া হিন্দু মুছলিমৰ কথা নাহে। কেৱল মানুহক মুছলিমৰ ভয় দেখুৱাই ইলেক্সনত ভোট খোজাৰ হে উদ্দেশ্যেতহে ইমান কঠোৰ হৈ দেখুৱায়। এফালে হিন্দু মুছলিম কৰি কৰি আন ফালেদি সকলো মানুহকে চেপি চেপি মাৰিব থাকিব সেইটো তো নহব ন। সকলোতে আইন খন কঠোৰ আৰু সমান ভাৱে প্ৰয়োগ কৰিব লাগে।