'Chakma-Hajong refugees to be settled in Assam', says Kiren Rijiju's

Поділитися
Вставка
  • Опубліковано 17 січ 2025

КОМЕНТАРІ • 437

  • @bitukonwar2116
    @bitukonwar2116 9 місяців тому +29

    অন্ধ ভক্ত সকলৰ বহুত মাটি বাৰী আছে,তাৰে অলপ অলপকৈ দান দিয়ক,

  • @KESHABJYOTI-t9r
    @KESHABJYOTI-t9r 9 місяців тому +92

    মামা এইবাৰ" বদন বৰফুকন " হব । অসমীয়া আৰু অসম ৰসাতলে যাবলৈ আৰু বেছি ক্ষন নাই। ভূপেন হাজৰিকাই থিকেই কৈছিল অসমত অসমীয়া এদিন ভগনীয়া হব লাগিব । উঠা উঠা অসমীয়া নাথাকিবা শুই লাচিত লাচিত বুলি কৈ থাকিলেই নহব , লাচিত বৰফুকনৰ তেজ আছে বুলি প্ৰমাণ কৰি দেখুৱাব লাগিব । তেহে ৰক্ষা পৰিব অসমী আই , তেহে থাকিব অসমীয়াৰ স্বাভিমান আৰু আমাৰ ভৱিষ্যত প্ৰজন্ম যি সগৌৰৱে কব পাৰিব "মই অসমীয়া" ।

    • @miromix8566
      @miromix8566 8 місяців тому +4

      Mama anu bhadhan borpokon

    • @arupkakati4905
      @arupkakati4905 8 місяців тому

      ❤❤❤

    • @orkhirhino6650
      @orkhirhino6650 8 місяців тому +2

      Assam is dumping ground specialy for bangla Muslims,bangla hindus,Nepalese and Chakma Hajongs,

  • @EffiNawab
    @EffiNawab 9 місяців тому +154

    অসমীয়াই বিজেপিক ভোট দিছিল নহয় এতিয়া নিজৰ নিজৰ ঘৰ বাৰী এৰি দিয়ক শৰনাৰ্থীক ।

    • @PronabPronab-ol5ow
      @PronabPronab-ol5ow 9 місяців тому +3

      Hasake

    • @TilakKtDoley-gd1dt
      @TilakKtDoley-gd1dt 9 місяців тому +12

      Video টো সমগ্ৰ অসমবাসীয়ে চাইচেনে বাৰু?অন্ধভক্ত আৰু অন্ধসমৰ্থক সকলে ইয়াকো মিছা বুলি প্ৰতিপন্ন কৰিবলৈ উঠি-পৰি লাগিব এতিয়া৷

    • @Akuniverse-w5h
      @Akuniverse-w5h 9 місяців тому

      Chal jutha

    • @mrinalpachani8984
      @mrinalpachani8984 9 місяців тому +1

      What wrong giving vote to bjp. Without knowing anything do not post comment. Kiren rijiju was elected who promised to resettle chakma but supreme court gave citizenship to these chakma hajong. Kiren rijuji card will not give any result as he is getting tough competition in election and just to get vote he is useing his cards. Come to Dyun in NAMSAI and see how they are wealthy now.

    • @dirajdoley6341
      @dirajdoley6341 8 місяців тому

  • @muned6442
    @muned6442 9 місяців тому +59

    বিজেপি, বিজেপি চেলাই থকা সকলে নিজৰ মাটি বাৰি সা সম্পত্তি দিব আমি ঘেণ্টা দাল দিবলৈ নাই

  • @prasantasaikia-n7b
    @prasantasaikia-n7b 8 місяців тому +23

    Welcome Chakma & Hajong to Assam. We are servent of all outsiders.

    • @Angthek
      @Angthek 8 місяців тому +4

      Why not bro? Bengali bihari already settle here

    • @gidiontubit7061
      @gidiontubit7061 8 місяців тому

      Gkj

    • @orkhirhino6650
      @orkhirhino6650 8 місяців тому +3

      Assam is dumping ground specialy for bangla Muslims,bangla hindus,Nepalese and Chakma Hajongs,

  • @Pain237_
    @Pain237_ 9 місяців тому +20

    অসমীয়াই সদায়েই ঠগ খায়েই আহিছে।
    আমি কা নিবিচাৰোঁ তেওঁ আমাৰ ওপৰত জোৰ যবৰৰ্দস্তি কা খন জাপি দিছে।
    আজি আচৰিত হওঁ যে বড়ো,অৰুণাচলী মানুহৰ নিজৰ হৈ দৃঢ়ভাবে কথা কোৱা এনেকুৱা নেতা আছে।
    কিন্তু আমাৰ অসমৰ নেতা পালিনেতা বোৰ অসমীয়াকে বুৰ্বক বনাই থাকে।
    আৰু ভণ্ড জাতী়য়তাবাদী চুৱা খোৱা লীডাৰবোৰে কেনেকৈ ৰাজনৈতিক দল এটাৰ উচ্চ পদত যাব পাৰি সেইয়াকে ভাবি দলবোৰ চলাই থাকে।
    জহন্নামে যা কেলা জাতিদ্ৰোহিবোৰ।

  • @dilipchdeka6812
    @dilipchdeka6812 9 місяців тому +31

    বদন মামাৰ এই নেকি অসম প্ৰেম? অসমত বিদেশীক আনি ভোট-বেংক সৃষ্টি কৰা! BJP হতাও অসম বিদেশীৰ পৰা বচাও। 😭😭😭

  • @mramdhenu5770
    @mramdhenu5770 9 місяців тому +31

    অৰুণাচল এ নিদিয়ে কিন্তু অসমত পাৰিব থাকিব। সছাকৈ অসম খন যে দাছ বিন ।

  • @KaustovSarma
    @KaustovSarma 9 місяців тому +25

    হিমন্তই কৈছিল কি কৰিব গৈ আছে কি ?
    অসমৰ ভৱিষ্যত বহুতেই বেয়াৰ ফালে

  • @ChayankHazarika
    @ChayankHazarika 9 місяців тому +30

    Our Assam is not dustbin.What will happen to our indigenous Assamese people the day is not far that we will become a minority in our own state.We will never accept them already many indigenous people are homeless.

    • @Diazdew
      @Diazdew 9 місяців тому

      😂😂😂😂😂hahhha When it comes to insecurity u people become sympathetic to indigenous people, but irony is u Assamese are the reason to harm the indigenous people of assam

    • @mrinalpachani8984
      @mrinalpachani8984 9 місяців тому +6

      ​@user-yy9sk4tk7u we will love if barak land is granted because unnecessary fund is placed for borak valley for unproductive three district which has zero revenue. Assamese also love if separate borak is granted

    • @ChayankHazarika
      @ChayankHazarika 9 місяців тому

      @user-yy9sk4tk7uKeep crying 🤪

    • @mrinalpachani8984
      @mrinalpachani8984 9 місяців тому +2

      ​@user-yy9sk4tk7uHimanta clearly said it in borak if you wish for a separate borak, he has no objection. Get a mandate from public and place it with Centre. Bengali in brahmatra valley playing cards will end.

    • @woozie-rg7tf
      @woozie-rg7tf 9 місяців тому +1

      Ses kori felale axomkon

  • @debadutta4066
    @debadutta4066 8 місяців тому +7

    ২৬আৰু ৭ মে ত উওৰ দিয়ক অসমবাসী ৰাইজ 😌😌

  • @pgoswami5378
    @pgoswami5378 9 місяців тому +14

    চাকমা সকল অৰুণাচলৰ বহুত পুৰণি বাসিন্দা,তদানীন্তন পূৱপাকিস্তানৰ পৰা তালৈ গৈছিল।
    অৰুণাচল প্ৰদেশত তেওঁলোকে
    নাৰাখে অথচ অসমলৈ আনিবলৈ
    পৰামৰ্শ। বাংলাদেশৰ পৰা কোনো নাহে,ইয়াত এন আৰচিত নামকটা যোৱা বঙালি হিন্দু সকলকহে স্হাপিত কৰিব আদি বহু কথাই
    মূখ্যমন্ত্ৰীজনে সৌ সিদিনা কৈছিল।
    আনহাতে এতিয়ালৈ মাত্ৰ এজনেহে
    আবেদন কৰিছে বুলিও তেখেতে
    কৈছিল।ইফালে ১৯৭১ ৰ পৰা ২০১৪ চনলৈ আহি অসমত সোমাই
    থকা সকলৰ প্ৰতি সন্দেহ আছেই।
    এতিয়া ভূতৰ ওপৰত দানৱ পৰিলে
    এই সকলে "কা" আইনৰ নিয়মৰ
    আওতাত পৰিবনে? কাৰণ এই সকলেতো অৰুণাচলৰহে। কি বুলি
    দেখুৱাব নিয়মৰ দফা সমূহ।অসমে
    এইসকলক কিয় লব বা ৰাখিব?মূখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি
    গোপণে আনিব বিচৰা কথাটো কিমান যুক্তিযুক্ত। অসমৰ ৰাইজে
    মানি লবনে? কিয় লব? অসমৰ
    ভবিষ্যত কি হব? এই কথাবোৰ ৰাইজে চিন্তা কৰিবৰ হ'ল।নিৰ্বাচনত
    ইয়াক এটা ইচ্যু হিচাপেও লব লাগে
    যিহেতু অৰুণাচলৰ কিৰেণ ৰিজিজু
    চাহাবে কথাটো উনুকিয়াইছে।তেখেত কেন্দ্ৰীয় মন্ত্ৰী।

    • @monish1997
      @monish1997 9 місяців тому

      This guy is mad.

    • @mrinalpachani8984
      @mrinalpachani8984 9 місяців тому

      It is only a political issue raised during election time. Kiren rijiju was elected who promised to resettle chakma hajong. Now this time he is tough completion and just to get vote he is raising this issue. Nothing more than that. We do not need to over react.

    • @Haxon645
      @Haxon645 8 місяців тому

      ​@@mrinalpachani8984but the media person are making big out of it..

  • @digantasvlogs5285
    @digantasvlogs5285 8 місяців тому +4

    NO Problem
    Upto 20 crores refugees you can send and put into Assam
    Most Welcome to all Refugees of the World

  • @Bozer45
    @Bozer45 8 місяців тому +2

    অৰুণাচল
    মনটী ধুনীয়াই, তুমিও আমাৰ অসম মন্ত্ৰী হোৱা হলেহ

  • @Sseducentre
    @Sseducentre 9 місяців тому +13

    CAA support কৰা আৰু CAA বিৰোধ নকৰা প্ৰতিজন অসমীয়া মুৰ্খ বুলি প্ৰমাণ হল। bjp zindabad.

  • @ghanasshorts
    @ghanasshorts 9 місяців тому +11

    why only assam?? why not some other states??

  • @hemantaborgohain4493
    @hemantaborgohain4493 9 місяців тому +12

    CAA খনেই অসমত বিজেপিৰ শেষ কৰিলে ।

  • @ChakmaMukbang
    @ChakmaMukbang 8 місяців тому +10

    Chakma and Hajong were settled in Arunachal Pradesh in 1964 by central government of India and Chakma and Hajong will not go anywhere rather we will fight until we get citizenship rights in Arunachal Pradesh. I would like to request Assam people to support us 😢

    • @zimperyjun7109
      @zimperyjun7109 8 місяців тому +6

      Although you migrated here doesn't mean that you are to stay permanently. Instead of protesting here you should go and protest in your own country that's the most bravest thing you could do.

  • @taradoi7957
    @taradoi7957 8 місяців тому +1

    যদি কিৰেন ৰিজিজুয়ে কোৱা কথা সচা তেন্তে হিমন্ত বিশ্ব শমা' আৰু সংগীসকলে ৰাইজৰ মুখামুখী হবলৈ সাজু থাকক

  • @neone4759
    @neone4759 9 місяців тому +5

    বৌদ্ধ আৰু হিন্দু অৰুণাচলত থাকিব নোৱাৰে নেকি?? অৰুণাচলত চীনে কৰা আগ্ৰাসনত বিজেপি , ৰিজিজুৱে কিয় মাত নামাতে ?? মোডীৰ নিচিনা ৰিজিজুৱেও চীনক সমৰ্থন কৰে নেকি ?? এয়াতো অসম, অসমীয়াৰ বাবে ভয়ংকৰ ঘটনা , য'ত হিমন্ত‌ৰো পূৰ্ণ সমৰ্থন আছে কিজানি।

  • @yuvnash
    @yuvnash 8 місяців тому +2

    welcome to assam brothers

  • @binoddutta4714
    @binoddutta4714 8 місяців тому

    অসমৰ‌ অন্ধ ভক্ত সকলেই ইয়াৰ বাবে দায়ী।

  • @Dharmendrasarma-km7es
    @Dharmendrasarma-km7es 9 місяців тому +21

    Bjp.go.bake

  • @bedantakakati4153
    @bedantakakati4153 9 місяців тому +18

    হিমন্ত ছাৰৰ ঘৰত থৈয় আহিলে হল

    • @surjitkamaldas5599
      @surjitkamaldas5599 9 місяців тому

      Ekdom thik koise dangoriya. Teur ghoror baranda bedroom pakghor jot jeneke pare thobo lage....

  • @mmm-fe6tc
    @mmm-fe6tc 9 місяців тому +10

    Axomiya vakhi khiniye nijoke khub smart buli vabe nijor culture bengloli ,bihari , Rajasthani r logot milai kintu moi kou big zero ...axomiya vakhi manuhor murot maal ni..baki north east state r manuh hobo paare trible but bahut telent hoi ..nijor jega nije safe kori lole ...

    • @northeastassam954
      @northeastassam954 8 місяців тому +1

      Akol lower assamor bamun kalita kitai vabe ....Upper assamr indigenous assamese beleg hoi hihotkoi...ami upper assamor indigenous manuhe ketiyau nijoke bengali bihari ...maruwadi ...haryanvi logot compare nokoru ...ami ...naga , khasi , Mishimi , mizo adir logot compare koru

  • @trademarktm417
    @trademarktm417 9 місяців тому +6

    What? We shocked to hear this news. New definition of Assam means DUSTBIN of India

  • @maroonlama3077
    @maroonlama3077 8 місяців тому +2

    It is very difficult to kick them out from AP because they have strong presence in Indian. They are not illegal they are legal migrant brought by central government. During partition some chakma falls under India( mizoram and tripura) and some were in east Pakistan.

  • @KhanindraTalukdar-e6h
    @KhanindraTalukdar-e6h 9 місяців тому +2

    তথাপিও ভতোৱা কুকুৰ নিচিনা একাংশ বিজেপি নেতা পালি নেতা সকলে কয় কা'ৰ জৰিয়তে কোনো বিদেশী অসমলৈ নাহে। এই বিলাক বিজেপি নেতা হৈছে
    বদনৰ বংশধৰ।
    সেয়েহে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত হ'বলগীয়া লোকসভা নিৰ্বাচনত ৰাইজে বিজেপি বিৰুদ্ধে ভোট দান কৰক।

  • @monuwarabegam5708
    @monuwarabegam5708 8 місяців тому +1

    আৰু বি জে পি ক ভুত দিয়ক যত বিমান বিদেশী আছে অসম লৈ আনক খেতি কাৰনে ভাবি চিন্তী ভুত দিব লাগে congress zindabad Rahul Gandhi zindabad ❤❤❤ জয় আই অসম 🎉🎉🎉

  • @jeevankalita5139
    @jeevankalita5139 8 місяців тому +2

    কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যি সকল হাজং আৰু চাকমস শৰনাৰ্থী সকলক অৰুণাচল প্ৰদেশত নাগৰিকত্ব দি সন্স্থাপন কৰক।অসমত এই সকলক নাগৰিকত্ব দি সংস্থাপন দিলে অসম জ্বলি যাবমুকজ্যমন্ত্ৰী ডাঙৰীয়া।তোক এইবিলাক কস্ম ক্স্ৰিবলৈ আমি বিধান সভালৈ পঠোৱা নাই

    • @noahrim123
      @noahrim123 8 місяців тому

      Haha Central government itself brought them in Arunachal Pradesh 😅

  • @mr.pjugli-qp8gu
    @mr.pjugli-qp8gu 9 місяців тому +1

    We are support

  • @Sjsjjwwjkwk87
    @Sjsjjwwjkwk87 9 місяців тому +4

    Himantay Assam sesh korile

  • @TapanDas-he6bo
    @TapanDas-he6bo 9 місяців тому +9

    Gujrat ot apartment bonale hol

  • @dipankarboro1109
    @dipankarboro1109 9 місяців тому +11

    Hemant or vandiya public school 🏫 ot satel kora dow.

    • @Grv360
      @Grv360 8 місяців тому +1

      Bohut Thai Ase campus tut 😂

  • @swarnapachani4653
    @swarnapachani4653 9 місяців тому +2

    হি মন্ত বদন বৰফুকনে বিদেশী আনিছে । ভোট বেঙ্ক কৰিবলৈ ।সাজু হোৱা অসমীয়া।

  • @mujiburhussain3294
    @mujiburhussain3294 8 місяців тому

    মজা হৈছে দিয়া এয়া কি ইয়াত কৈ বেয়া দিন আহিব এদিন। মিহি কৈ গান গোৱাৰ পৰিণাম ভুগিব লাগিব আৰু ভুগি থাকিব কিন্তু মাত নামতে আঁচনিৰ আখাত।

  • @aruphazarika4717
    @aruphazarika4717 9 місяців тому +6

    অন্ধ ভক্ত সকলে নিজৰ নিজৰ ঘৰ মাটি এৰি দিয়ক এতিয়া ।

  • @ChayankHazarika
    @ChayankHazarika 9 місяців тому +6

    We will never accept

    • @ryan2926
      @ryan2926 9 місяців тому

      Benggoli is repuji not Assamese mc

  • @NripenKalita-pq5mq
    @NripenKalita-pq5mq 8 місяців тому +2

    CAA influencing everywhere,and bjp would face' influencing hard kicked by people and history'.

  • @rohittaid2760
    @rohittaid2760 9 місяців тому +7

    Balor caa tohotor karone blessing, amar haap kela

  • @kiranpegu76vlog42
    @kiranpegu76vlog42 9 місяців тому +6

    If Hajong n chama people are settled in Arunachal what is problem. Let them stay in Arunachal itself.

    • @mousumsonowal5983
      @mousumsonowal5983 9 місяців тому +2

      Yes tate bohut jega ase amr eyate nai

    • @noahrim123
      @noahrim123 8 місяців тому

      Bhai Arunachal Pradesh ka vote bank hai chakma n hajong... after election they will forget about it don't wrry 😀😀

  • @BishnuChangmai-yu1ff
    @BishnuChangmai-yu1ff 9 місяців тому +3

    অসমৰ ৰাইজে এতিয়াও b,j,p, সমৰ্থন কৰি থাকক মাটি বাৰিটো যাব পাঁচ কেজি চাউল আৰু আঁচনি বোৰ কাটি দিব।

    • @mrinalpachani8984
      @mrinalpachani8984 9 місяців тому +1

      Do not worry dude, you do not about Arunachal politics. Chakma hajong is living in NAMSAI district only and supreme court already given them Indian citizenship. Arunachal people are not accepting it. Kiren rijiju just playing politics to be elected taking name of Himanta. He may lose his seat this time. Nobody on earth can resettle these people anywhere. After election everything will be normal. Assam is known for over reacting on matters without knowing ABCD.

  • @krishnagogoi1657
    @krishnagogoi1657 9 місяців тому +6

    অসম বিদেশীৰ চৰণীয়া পথাৰ নেকি??

    • @mrinalpachani8984
      @mrinalpachani8984 9 місяців тому +1

      Do not worry, it is only political gimic, he always play during election as chakma hajong living in NAMSAI district are already granted Indian citizenship by supreme court which Arunachal public is not accepting it. Just to get vote, he is playing this tactics, nobody on earth can resettle these chakma from NAMSAI district and such issue will persist for 100 years in election time. What Himanta Biswa Sarma is saying right lakhs of ahom, motok, Moran, missing, deori are living here without PRC and finding it challenging to get a job. We should support these our Assamese people. Kiren rijiju just twisted himantas remarks. We should see, no such fotua type come out basing on this issue. After election it will be nothing as much normal as before

  • @kasimjongkey
    @kasimjongkey 8 місяців тому +2

    Tripura me b jaane Dena chahiye kyuki, ye sara problem, Tripura se create hua hy.

  • @sankujyotidutta3137
    @sankujyotidutta3137 8 місяців тому +3

    আৰু কোনোবা আহিবলৈ আছে যদি লৈ আহিব লাগে।

    • @KR_entertainment4842
      @KR_entertainment4842 8 місяців тому

      Kun ahibo tar pora ajonu chakma hajong nahe....tat dangor dangor ghr mati thoi kune ahibo... burbok paise neki... arunachali bure Assam or mati karibo pare...kintu chakma hajong or mati dakhol karibo nuwari missa news chalai ase.

  • @zkhajonghajong1077
    @zkhajonghajong1077 8 місяців тому

    Good steps❤❤

  • @basantc6214
    @basantc6214 8 місяців тому +1

    Do not misinterpret CAA 2019 which is actually meant only for illegal and undocumented refugees whereas chakmas were legally settled under the definite plan of rehabilitation in Arunachal pradesh by the Union govt of India before the birth of Arunachal pradesh.
    CAA 2019 was inserted under section 6B of citizenship act 1955 whereas chakmas are citizen of India by virtue of 5 (I) (a) and under section of 3 (by birth) of citizenship act 1955. And under various judgement s of high court and supreme Court of India it is already established facts that chakma people are citizen of India as well as Arunachal pradesh - so, CAA 2019 is nothing to do with chakma hajong, no one is above the law of the land. Chakma are citizan of india since immemorial time of undivided India. Chakma are the worst victim of partition of India. Chakma became homeless in their own motherland - India - despite chakma fought against britishers for obtaining India's Independence. . it is loud and clear for everybody that chakmas are not refugees/foreigners. Chakma are constitutionally recognised tribal /scheduled tribe of India. .

  • @InvisibleCosmos
    @InvisibleCosmos 9 місяців тому +5

    Himanta Bokahuror ghorot rakhibo.....

  • @nee0211
    @nee0211 9 місяців тому +8

    They don't want to develop Arunachal Pradesh That's it.
    Arunachal is soooooo huge but they can't afford to take some refugees. Assam already took the bullet post-bangla war by accepting 40 lakhs refugees. Other 6 states have some mercy on us except tripura. 🙏

    • @zimperyjun7109
      @zimperyjun7109 9 місяців тому

      Iam an arunachali myself and I do feel that it's wrong to send ppl on other state with already large population. They should stop immigration from other countries and the leaders in arunachal are worst than you can imagine even we ppl are not happy.

    • @gomagong371
      @gomagong371 8 місяців тому +1

      ​@@zimperyjun7109so why then not given citizen to them they already settle in 70 years ago before arunachal...aap lok bhi ILP Lena parega assam aine se mind it's aap lok bahut discriminated karte ho dussaro jaat ko....!

    • @zimperyjun7109
      @zimperyjun7109 8 місяців тому

      @@gomagong371 Tum apna jagah meh kisi ko permanent bethne dega kya aur 70 years se nahi tha yeh log. Kaha se discrimination aagiya.

    • @zimperyjun7109
      @zimperyjun7109 8 місяців тому

      @@gomagong371 tum agar kisi se discrimination face kiyai bolke jaruri nai hai har koi discriminate karega.

    • @gomagong371
      @gomagong371 8 місяців тому

      @@zimperyjun7109 sab Pata Hai kon kisko descriminate Kar raha hai Jada bola mot banno....!Duniya Pata Hai...aap lok kaisa Hai....wait and watch...!

  • @digantakoch4894
    @digantakoch4894 9 місяців тому +12

    Vote nedu BJP k😂😂😂

  • @SanjayChakraborty-r5i
    @SanjayChakraborty-r5i 8 місяців тому

    Weldone.

  • @RrrHugh
    @RrrHugh 8 місяців тому +1

    Jaan de dim Axom or karnone Chakma Hajong go back Bangladesi go back CAA ami ketiya Uu namanu 🙏🏻 Joi Aai Axom🙏🏻

    • @noahrim123
      @noahrim123 8 місяців тому

      Bhai phale Bengali Muslim lokko bhagao 😅😂 tb iske bare mein bolna

  • @chandan1070
    @chandan1070 8 місяців тому +2

    apne state k liye good decision...Kiran sir ...
    aur humara wala moye moye...putla dunce krte rho moye moye

  • @tankswargohain6701
    @tankswargohain6701 8 місяців тому

    কোনো কাৰনতে অসমে এই চাকমা সকলক নলয়। পুনৰ এটা বৃহৎ প্ৰতিবাদী আন্দোলনৰ বাবে সাজু হবলৈ বাধ্য।

  • @champaknath3239
    @champaknath3239 9 місяців тому +1

    Vote for Assam

  • @lkdvideos2992
    @lkdvideos2992 8 місяців тому

    Lakh takia baidew jindabad 🎉🎉

  • @jayadass2681
    @jayadass2681 8 місяців тому

    ধিক ধিক মুখ্য মন্ত্রী।

  • @ezazsvlogs
    @ezazsvlogs 8 місяців тому

    Good Step

  • @mostaku5892
    @mostaku5892 8 місяців тому

    Bahat bodiya 🎉

  • @nayannilim8247
    @nayannilim8247 8 місяців тому

    বি জে পি ৰ চোৱা চেলেকা কেইটাই এতিয়াও কব , বি জে পি জিন্দাবাদ

  • @dipalisonowal8842
    @dipalisonowal8842 9 місяців тому +5

    B j p ki korile Sob.

  • @AssameseMaker1
    @AssameseMaker1 8 місяців тому +1

    Congress বেয়া কাম কৰিছিল সঁচা কিন্তু BJP নো ki এনে ভাল কাম কৰিছে ? এইয়া ভোট দিয়া পৰিণতি। এটা কথা কওঁ কংগ্ৰেছে কিন্তু বেলেগ ঠাইৰ পৰা মানুহ অনা নাছিল দেখাকৈ ,সঁচা টো কবই লাগিব

    • @axomoracademy
      @axomoracademy 8 місяців тому

      কংগ্ৰেছৰ চুৰকেইটাই দেখোন বিজেপিৰ হৈ শাসন কৰি আছে। আচলতে দোষ দলৰ নহয়, দোষ নেতাবোৰৰহে।

  • @skabdulmatin77
    @skabdulmatin77 8 місяців тому

    Good idea

  • @dilipk.bordoloi5758
    @dilipk.bordoloi5758 8 місяців тому

    অৰুণাচল এৰি অসমলৈ অহিব অথবা তেওঁলোকক অসমলৈ লৈ অনা হব বুলিতো কোনেও কোৱা নাই ৷
    তেওঁলোক য'ত যাই যাৱক ৷ ৰাতি শুই থাকোতে যাতে অসমত আহি নোসোমাই তাত চকু দিব ৷

    • @KR_entertainment4842
      @KR_entertainment4842 8 місяців тому

      Kiyo ahibo . hihotor mati bari GHOR nai neki....kar dom ase khedi pothabaloi ...tat nagorikatta ase.arunachali bure he mani naloi....

  • @ripunjoygohain8164
    @ripunjoygohain8164 8 місяців тому

    Mr Kiren Rijiju, please remember that Assam is not a dumping ground.

  • @r2...995
    @r2...995 8 місяців тому

    অৰুণাচলে থাকিব নিদিয়ে আমি কিয় দিম । অৰুণাচল কি বেলেগ দেশ নেকি । 😢

  • @ArunSaikia-ol2kw
    @ArunSaikia-ol2kw 8 місяців тому +1

    বামুন ৰজা হৈ দেশ খন খালে

  • @dasp1232
    @dasp1232 9 місяців тому +5

    Etiya kuwa akou ebar BJP sorkar buli😂😂

    • @TapanDutta-iw5dq
      @TapanDutta-iw5dq 9 місяців тому +2

      Nai BJP r mnuh khini atw cmnt poribo nahe

  • @DIPANJAL214
    @DIPANJAL214 8 місяців тому +1

    Moza akou abar modi sorkar

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906 8 місяців тому +1

    অ মামা ! এতিয়া আপুনি কি কব , অমিত শাহ আৰু আপুনি already কথাপতা বুলি যে কিৰেনে কৈছে সঁচাই নে ? আপুনি মিচা নেমাতিব সঁচাই কওক ।

    • @umeshghatwar9710
      @umeshghatwar9710 8 місяців тому

      মুখ্যমন্ত্ৰী মহোদয়ক মামা কৈ মানুহে পাহৰি গৈছে।সুন্দৰ।

  • @calvinklein3237
    @calvinklein3237 8 місяців тому

    Assam is not a dustbin..

  • @AbdulHakim-d7t
    @AbdulHakim-d7t 8 місяців тому

    চাকমা আৰু হাজং শৰণাৰ্থীক তৎসংশ্লিষ্ট ৰাজ্যতে সংস্থাপন দিয়া উচিত।অসমত আনিব নালাগে ।

  • @binoddutta4714
    @binoddutta4714 8 місяців тому +1

    Sakma and Hajong Should be Staying in Arunachal Permanently.But Can't Stay in Assa Because Assamese People Don't Want Never.

  • @lonelybaba9908
    @lonelybaba9908 8 місяців тому

    Chakma hajong ko assam mai koi jarurat nehi hei assam mai already population kafi jyada hei jai hind jai gorkha from assam

  • @madhurjyaboruah8765
    @madhurjyaboruah8765 8 місяців тому

    মামাই অসম ধ্বংস কৰিলে

  • @rudrasinghdaimari635
    @rudrasinghdaimari635 8 місяців тому

    Earlier he had problem with Chief Justice of India now another problem with Assam.

  • @pranabkalita5917
    @pranabkalita5917 9 місяців тому

    Assam will not hold burden of your people

  • @RushiSarkar-gi8iu
    @RushiSarkar-gi8iu 8 місяців тому

    বৰ দুঃভাগ্যজনক সিদ্ধান্ত

  • @INSSAMptdltd
    @INSSAMptdltd 8 місяців тому +1

    BJP ZINDABAD 😂

  • @Aditygogoi123
    @Aditygogoi123 9 місяців тому +3

    Ami nolou..bjpk vote dia hokole bhogai louk

  • @pandapchakma8943
    @pandapchakma8943 8 місяців тому

    Iam ready waar Arunachal Pradesh

    • @Whyracismissosexy
      @Whyracismissosexy 8 місяців тому

      Dekaga tumlok ko kabhi apna arunachal nahi dega

  • @BhabasindhuHajong-qg6rs
    @BhabasindhuHajong-qg6rs 9 місяців тому +2

    Kone koise hajong chakma pas lakh aahibo boli. hundred percent micha Katha. Hajong Jana shankhya arunachalat 20hajaro nai aaru chakma Jana shankhya kiman aase? Tathya chai kabo?

    • @JaspalDoley
      @JaspalDoley 9 місяців тому +3

      Tohoti nijor state t kio nthko ..Thti Mizoram t humao Assam t humao .. Arunachal t humao iman belegok kio problem dio ..kothatu ki ..mane Bangladeshi kita thtk nijor state pora khedi pothaise nki ..

  • @azadali7590
    @azadali7590 9 місяців тому

    Good

  • @axomoracademy
    @axomoracademy 8 місяців тому

    অসমৰ বদন হৈছে মামা। এতিয়া এইসোপা আহিলে অসমীয়া সংখ্যালঘু হবলৈ বেছিদিন নালাগিব। হেৰৌ চকু মুদি থকা অসমীয়া অন্ধভক্তসকল, অলপ চকু মেল খুৱাই চা মামাৰ কূটনৈতিক অভিসন্ধি। তহঁতে কোনেও নুবুজিবিয়েই নে মামাৰ চক্ৰান্ত?

  • @SecretofSuccess-or8vd
    @SecretofSuccess-or8vd 9 місяців тому +1

    অসম অসমীয়াৰ নে আন কাৰুবাৰ। অসমীয়াৰ গাত বীৰ লাচিতৰ তেজ আচে বুলি আকৌ দেখোৱাব লাগিব। So now is the best time to show our ' Vivak ' vote. I think if we can do it than কোনো অসমীয়া মাৰ বুকো খালী নহই।

    • @JaspalDoley
      @JaspalDoley 9 місяців тому

      Who were here permanently before the British and Mughals. Attacked Assam ..like the Kacharis ..Karbi ..Mising ..The lastly considered.. Indegenous are the Ahoms . After them all are outsiders for Assamese peoples now-a-days all people call themselves Assamese.Just because of the ruling .. authorities..like the British brought .. Peoples from central India for Tea plantation got permanently settled in Assam the Gurkhas as mercenaries brought by the British... Skilled peoples brought from Bengal ..etc .. permanently settled in Assam who served the British people..they never thought in future there will be chaos in the state ..they were busy looting ..like Tarun Gogoi led Congress govt. Brought .. Bangladeshi Muslims in Assam as vote bank ..from independence onwards people from Bangladesh..Nepal ..and other pan Indian state peoples largely migrated to Assam ..and started to live here permanently..we the Indegenous people of Assam at that time very simple.. animistic nature lover .. didn't understand that ..one day ..as Bhupen Hazarika said Assam rokha tole jabo was lately realised one of the main reason is the lack of unity and co ordination between the Indegenous communities..lack of trust between the communities..and the high caste and low caste system..damaged the unity ..which made us fall in the hands of outsiders inch by inch .. now-a-days there. Is awareness..but . we are already.. infected ..and less time in our hands ..to sit in idleness..it's time to act ..

    • @bot.R55
      @bot.R55 8 місяців тому

      গোটেই অসম খন বীৰ লাচিত ৰ নহয়তো উজনীৰ মতেই নামনিৰ মানুখিনি চলি থাকিব তেনেকুৱা হব নোৱাৰে ।

    • @northeastassam954
      @northeastassam954 8 місяців тому

      ​@@bot.R55tohotr namoni khini nu bihari logot he sole

  • @dhanjitdaxx6301
    @dhanjitdaxx6301 9 місяців тому +2

    Axom khon Mamar State.... So most welcome everyone...
    Moi nije ekhaj nekhai o khuam, jihe2 mamai koise... 🖕🖕🖕🖕🖕

  • @rajdeeponowal1989
    @rajdeeponowal1989 8 місяців тому

    অসমত শান্তি নোহোৱা কৰিলে 😢

  • @ameeeh51
    @ameeeh51 8 місяців тому

    Jetiya congress r government asile ttya lakh lakh muslim Bangladeshi axomot gupone ahi axomot hongstapon loisilr.. Ttya kunuye aku nokole atiya jodi ahotei oha hindu hokolok atiyar government a hongstapon dbo bisarise tat kihor emn ga bix uthise.

  • @ashokchoudhury4324
    @ashokchoudhury4324 8 місяців тому

    Don't forget suramoni.

  • @bdas1126
    @bdas1126 8 місяців тому

    অসমীয়া অসমতে দেওলিয়া হল 😢😢

  • @digantasvlogs5285
    @digantasvlogs5285 8 місяців тому

    Assam is also known as The World Refugees State of the world

  • @RajibSangmai-d4f
    @RajibSangmai-d4f 8 місяців тому

    বাংলা দেশীবোৰ অহাতকৈ অকনাচলৰ "" চাকমা"" আৰু "" হাজং"" শৰনাৰ্থী সকল আহিলে ভাল হব । ট্ৰাবেল মানুহ সকল ভাল মানুহ । এয়া কা আইনৰ ভাল পদখেপ

  • @minaramsaikia3737
    @minaramsaikia3737 8 місяців тому

    অসমক ডাষ্টবিনত পৰিণত কৰিব গৈ আছে।

  • @maroonlama3077
    @maroonlama3077 8 місяців тому +4

    😂😂😂😂LOL chakma and hajongs are only 60k where did you get that Source😂😂😂😂 and they are permanently settled there before arunachal became a state. Chakma and hajong they live there since 1962. And they got all the rights during 1970s. Kirin rijijju just playing a politics during the election to get vote

  • @ayirlutad4792
    @ayirlutad4792 8 місяців тому

    দেশত কৈ মোমাই ডাঙৰ নহয়🎉

  • @Abduljalil-yv8qx
    @Abduljalil-yv8qx 8 місяців тому

    যদি পাচ লাখ আহে, তাত কমচে কম তিনি লাখ তো ভোটাৰ থাকিব ।ভাল হে হব ।

  • @gautambrahma7862
    @gautambrahma7862 9 місяців тому +1

    There is no place in Bodoland for CAA

  • @premvidyarnavmusical
    @premvidyarnavmusical 9 місяців тому +1

    মানুহ কিমান জহৰা হব পাৰে।

  • @fanofzg
    @fanofzg 8 місяців тому

    এতিয়া অন্ধভক্ত সকলে কিয় মনে মনে আছে। নিজে নিবনুৱা হৈ আছে। সিহতে আহিলে সকলো সুবিধা লাভ কৰিব। অন্ধভক্ত সকলে যি এক সাজ ভাত খাই আছে। তেতিয়া সেই সাজ খাবলৈ চিন্তা কৰিব লাগিব। সেইয়ে অন্ধভক্ত কৰাৰ আগত এবাৰ ভাবি লাগে।

  • @Manujbhai2
    @Manujbhai2 8 місяців тому

    অসমত যিমান বাংলাদেশী আছে ইহঁতক লাত মাৰি উলিয়াই, ইহঁতৰ ঠাইত থাকিব হিন্দু শৰণাৰ্থী ❤