Prabin Borah - Aagomoni ft. Neal Tamuli & Jahnabi Bora l Tirthank l Anuprash Das (Official Video)

Поділитися
Вставка
  • Опубліковано 4 сер 2023
  • Subscribe to the Prabin Borah channel for all the Original Sound Track and Live performances.
    Audio Credits :
    Song : Aagomoni(আগমণি)
    Lyricist : Tirthank
    Composer : Rintu Saikia & Ujjal Baruah
    Music Arranged and Produced : Bibhuti Gogoi
    Production Designer : Pradyut Baruah
    Guitars : Ankur Saikia(Sound Jungle Studio, Jorhat)
    Flute : Bhaskar Kalita
    Backing Vocal : Parishmita Nath
    Mixing Engineer : Girish Saikia (Studio Strings, Mumbai)
    Recorded @ Studio MK Digital by Diganta Sarmah
    Video Credits :
    Directed by Anuprash Das
    Screenplay : Nilakshi Deka
    Cast : Neal Tamuli, Jahnabi Bora, Niki Hazarika, Arundhati Das, Tulashi Das, Dipmoni Das, Sachin Das
    Props Design : Niharika Thakuria
    Director of Photography : Anuprash Das
    Assist. Director : Nilakshi Deka
    Camera : Jagadish Das, Gautam Sutradhar
    Editing : Anuprash Das
    Lights & Photography : Jyoti Prakash Rabha
    Make Up : Pallabi Hazarika
    Production Management : Dipmoni Das
    Line Producer : Rubul Saud

КОМЕНТАРІ • 1,1 тис.

  • @CorporateMazzdor
    @CorporateMazzdor 8 місяців тому +126

    আগমণি তোমাৰ
    নিজান ৰাতি
    সুগন্ধি ফুলৰ
    বতাহ চাতি
    আহানা কাষলে
    ৰোৱানা তুমি
    চাই ৰও তোমাক
    বৈ যাও তোমাত
    পালতৰা নাৱৰ
    বতাহেই সাৰথি
    মায়াময় জীৱনৰ
    কোন বাৰু লগৰী
    নদীৰ কাষত বহি
    মনে মনে স্মৃতি বোৱাইছে
    ধৌৱে ধৌৱে আমাৰ
    দুয়োৰে মৰম বাগৰিছে
    যেতিয়া তোমাৰ পদুলিৰে আগুৱাও
    জপনা মুখতে বাট হেৰুৱাও
    সন্ধ্যা পৰত
    তোমাৰ লগত
    নামি অহা জোনাক
    মনত পৰে
    মৌন ওঁঠৰ
    উজাগৰি নিশা
    জোনাকী পৰুৱাৰ
    অহা যোৱা
    সপোন সৰে
    ভাহি আহে
    তোমাৰ কথাই
    আমনি দিয়ে
    তোমাৰ কথাই আমনি দিয়ে
    তোমাৰ কথাই আমনি দিয়ে |

  • @pretisundarmuni8634
    @pretisundarmuni8634 19 днів тому +10

    এই পৃথিৱীৰ সকলো.....সঁচা ভালপোৱাৰ সম্পৰ্কবোৰ ....সফল হওক......🥹❤️🫂🌏, আধৰুৱা এটি কাহিনী.....হৈ নেথাকে যেন.....🥹, ভগৱানৰ এইয়াই প্ৰাৰ্থনা কৰিছো 🙏🥹❤️💫

  • @pankaj0197
    @pankaj0197 5 місяців тому +35

    জীৱনত বিচৰা বোৰ পোৱাই সন্তুষ্টি আৰু নোপোৱা বোৰ স্মৃতি, এয়াই জীৱন...

  • @musicalmelody4757
    @musicalmelody4757 11 місяців тому +288

    জুবিন দাদাৰ সংগীতৰ অনুভূতিবোৰ জীয়াই ৰাখিব পৰা শিল্পীসকলৰ মাজত আপুনি অন্যতম;লগতে এনেধৰণৰ গীত বোৰত লিখনি প্ৰদান কৰাসকল ❤

  • @gaganbormudai1607
    @gaganbormudai1607 11 місяців тому +37

    উফ্ ভাষাহীন । হৃদয়ৰ কোনোবাটো কোণত টোকৰ মাৰি যাব পৰাকৈ ধুনীয়া । ❤

  • @himashreebaruah7952
    @himashreebaruah7952 11 місяців тому +14

    ক'ব নোৱৰাৰ ব্যৰ্থতাত যে হেৰাই যায় কত' বোৰ কাহিনী....!!
    সন্ধ্যা পৰত তোমাৰ লগত
    নামি অহা জোনাক মনত পৰে...!!🍃

  • @kuldeepgogoi4374
    @kuldeepgogoi4374 11 місяців тому +98

    পালতৰা নাওঁৰ বতাহে সাৰথি
    মায়াময় জীৱনৰ কোন বাৰু লগৰী...
    হৃদয়স্পৰ্শী, মৰ্মস্পৰ্শী গীতৰ কলি যিয়ে সহজেই আলোড়ন সৃষ্টি কৰিব পাৰে সকলোৱে হৃদয়ত উন্মাদনাক❤

  • @mousumlason13
    @mousumlason13 11 місяців тому +147

    বহু লোকৰ এইয়াই কাহিনী "আধৰুৱা ভালপোৱা" । মনৰ কথা কম কম বুলি ভাবি থাকোঁতেই হঠাৎ এদিন তাই অনৰ হৈ যায়।
    ❤🐝🌙
    প্ৰবীণ দা গীত তি বহুত ভাল লাগিল। ধন্যবাদ এনেকুৱা এটি গীত আগবহোৱাৰ বাবে।💐

  • @PolakhChangmai
    @PolakhChangmai 8 місяців тому +8

    আটাইতকৈ প্ৰিয় ❤❤

  • @jerifasultana9290
    @jerifasultana9290 11 місяців тому +19

    উফ্... কিবা শান্তি আনে এই গীতটোৱে ❣️আৰু..... আৰু আপোনাৰ কণ্ঠ🥺🫂

  • @Rhitu547
    @Rhitu547 11 місяців тому +16

    পালত'ৰা নাওৰ বতাহেই সাৰথি
    মায়াময় জীৱনৰ তুমিয়েই লগৰী... ❤

  • @TARKIKBORAH
    @TARKIKBORAH 11 місяців тому +389

    Favourite ❤❤❤

  • @jungogoi3712
    @jungogoi3712 11 місяців тому +14

    অনুভৱবোৰ আজীৱন এনেদৰেই প্ৰিয় হৈ ৰ'ব 💌

  • @jintupator7042
    @jintupator7042 11 місяців тому +13

    গানৰ কথা, সুৰ আৰু কণ্ঠ বেলেগকৈ একো নকওঁ। just wow🎉.. অভিনেতা আৰু অভিনেত্ৰী গৰাকীয়ে কিবা মনত সাঁচ বহুৱাই দিলে। কি সুন্দৰ অভিনয়! যেন মই মোক সুমুৱাই ল'ম।

  • @bitopandeka2315
    @bitopandeka2315 11 місяців тому +17

    গানটি প্ৰথমৰ পৰাই কিমানবাৰ শুনিছো হিচাপ নাই কিন্তু যেতিয়াৰ পৰাই ভিডিওটি released হৈছে যেন আকৌ এবাৰ প্ৰেমত পৰি গৈছো। congratulations to the whole team for handing out this masterpiece. Such a perfect twinning of the lyrics and video.

  • @triptirekhaborah-xc3ir
    @triptirekhaborah-xc3ir 11 місяців тому +9

    এটা মূহুৰ্ত জড়িত হৈ আছে এই গীতটোৰ লগত কেতিয়াও পাহৰিব নোৱাৰা কেতিয়াও পাহৰিব নোখোজা।✨
    ভালপাওঁ তোমাৰ আগমনিৰ সেই নিজান ৰাতিটো। মনত পৰে আজিও সেই ৰাতিটোৰ স্মৃতিবোৰ। সেই যে দাদাৰ বিয়াত তোমালৈ হোৱা অনুভূতিবোৰ আজিও সজীৱ হৈয়ে আছে।
    জানটো ভালপাওঁ তোমাক আৰু তোমাৰ সেই কেকুঁৰা চুলিখিনিক।🦋
    আধৰুৱা বুলি নকওঁ মোৰ প্ৰেমক কাৰণ আমাৰ সম্পৰ্ক কেতিয়াও আৰম্ভ হোৱাই নাছিল কিন্তু কি জানা? মোৰ তোমাৰ প্ৰতি থকা ভালপোৱাখিনি সচাঁ আছিল। প্ৰকাশ কৰিব নোৱাৰিলোঁ মোৰ অনুভূতিখিনি তোমাৰ আগত পুংখানুপুংখভাবে। তুমি মোৰ জীৱনত নাথাকিলা তাতে কি হ'ল তুমি মোৰ হৃদয়ত সদায় থাকিবা প্ৰিয়।❤️🌻
    ~তেওঁৰ কেকুঁৰা চুলি🍂

  • @Sassysoul11
    @Sassysoul11 11 місяців тому +7

    শুই থকা সপোনৰ সাগৰখনক
    জগাই আমনি নিদিয়াই ভাল
    কাৰণ....
    তাৰো এটা অপমৃত্যু ৰৈ আছে।😌🍃 🥀

  • @SouravRajkhowa-sn3ei
    @SouravRajkhowa-sn3ei 3 місяці тому +4

    ভাগি গৈছো মই ভিতৰৰ পৰা ।
    তোমাৰ অভিহনে দিন বোৰ যেন লাগিছে উকা ।।
    তোমালৈ মোৰ এইয়া শেষ কথা তমি তোমাৰ পি্য় মানোহ জনৰ লগত যেন শোষত থাকা 💌

  • @bidyutsarmah1442
    @bidyutsarmah1442 11 місяців тому +12

    গানটোৱে কাৰোবালৈ মনত পেলাই দিলে , আৰু মুখত এটা মিঠা হাঁহি । ❤

  • @DigambarDeka-pr1et
    @DigambarDeka-pr1et Місяць тому +1

    উফ কবলৈ ভাষা নাই এনেকৈয়ে শেষ হৈ যায় সম্পৰ্কবোৰ ... যাক কেতিয়াও পাহৰিব নোৱাৰি। আজীৱন স্মৃতিৰ পাতত সঞ্চিত হৈ এই অধ্যাইবোৰ । কেতিয়াবা এই মানুহবোৰক সময়ৰ ঘাটত লগ পালে হোৱা সিহৰণজাক উফ বুজাব নোৱাৰি আকৌ যেন তেওঁ উভতি আহি আঁকোৱালি লব আলফুলে মৰমেৰে তেনেকুৱা লাগে । জীৱনৰ আটাইতকৈ প্ৰিয় গান হৈ ৰব আজীৱন.....💐💞

  • @arnavjbg709
    @arnavjbg709 11 місяців тому +45

    Acting, singing, direction, lyrics, storyline - can't be more perfect than this💯💫 truly one of the finest art

  • @user_kk18
    @user_kk18 11 місяців тому +32

    সঁচা ভালপোৱা সদায় সেউজীয়া, সেয়া দ্বিপক্ষীয়ে হওক বা একপক্ষীয় 💚

  • @sunitamech6089
    @sunitamech6089 2 місяці тому +3

    মনে প্ৰাণে ভাল পোৱা হৈছো আগমণি❤❤ ভিডিওটো চোৱাত কৈ শুণাৰ মাদকতা বেছি ❤️❤️ সপোন সৰে ভাহি আহে তোমাৰ কথায়ে আমনি দিয়ে উফফ ❤️❤️❤️

  • @pronamikashyam4219
    @pronamikashyam4219 Місяць тому +13

    তোমাৰ অপেক্ষাত ❤ তুমি ঘুৰি আহিবা বুলি মোৰ দৃঢ় বিশ্বাস ❤😊

  • @gokuldasmusical
    @gokuldasmusical 11 місяців тому +35

    কি লাগে আৰু এনেকুৱা গান পাই থাকিলে!! আগমনি তোমাৰ নিজান ৰাতি উফ 💙💙🎵🎵😌😌 composer জনক কব ভাষা নাই ❣️❣️

  • @xhao_biju
    @xhao_biju 11 місяців тому +239

    🔸অপেক্ষা বোৰ সকলোৰে সদায় প্রিয়😮‍💨❤‍🩹

  • @dsdipankarsangita5505
    @dsdipankarsangita5505 11 місяців тому +12

    মায়া ময় জীৱনৰ কোন বাৰু লগৰী💌⚡ কবলে শব্দ নাই 😊 কেবাৰ শুনিলো তাৰ ঠিকনা নাই😌💞

  • @tirthank308
    @tirthank308 11 місяців тому +12

    ‘আগমনি’ ক ইমান মৰম, আশীৰ্বাদ আৰু সমৰ্থন দিয়াৰ বাবে দৰ্শক/শ্ৰোতাসকলক ধন্যবাদ 🙏। প্ৰবীণ বৰাৰ এটা সুন্দৰ সুৰ আছে আৰু তেওঁ গানটোক এটা ভাল অনুভৱ দিছে যিয়ে প্ৰতিজন শ্ৰোতাক সংযোগ কৰিবলৈ সফল হৈছে। অডিঅ' আৰু ভিডিঅ' দলটোক অভিনন্দন আৰু শুভেচ্ছা জনাইছো যিয়ে গানটো সুন্দৰ কৰিবলৈ তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰয়াস কৰিছে।

    • @user-kr3bh2tq1u
      @user-kr3bh2tq1u 11 місяців тому

      Lyrics bht dhunia hoise.bro Agoloio jaate aru anekuwa gaan xunibo paw.।

    • @tirthank308
      @tirthank308 11 місяців тому +1

      @@user-kr3bh2tq1uThanks for your appreciation, will try my best to deliver good music 😊🙏

  • @gourab389
    @gourab389 11 місяців тому +7

    হৃদয়ত খুন্দা মাৰি চকুপানী উলিয়াই দিব পৰাকৈ ধুনীয়া ❤❤❤❤

  • @monjitborah3500
    @monjitborah3500 11 місяців тому +6

    গানটো বাৰু মোৰ আটাইতকৈ প্ৰীয়।
    কিন্তু হৃদয় খনৰ এচুক আকৌ আজি আধৰুৱা কৰি দিলে..
    #U guys are amaizing❤
    The concept of the videography is 🫂
    And the story was🌄
    Love u prabin borah💌
    Thanq so much for giving such a beautiful song💕

  • @nayansonowal1034
    @nayansonowal1034 11 місяців тому +23

    গীতটি শুনাৰ পৰাই অনুভৱ কৰিবলৈ লৈছোঁ কাৰোবাৰ স্মৃতিৰ ওমাল পৰশ

  • @Deepbubu
    @Deepbubu 11 місяців тому +6

    গীতটো আৰম্ভণি পৰা শেষলৈকে নিজৰ লগত মিলি যোৱাৰ দৰে লাগিল।

  • @trishnabaruah2997
    @trishnabaruah2997 11 місяців тому +11

    কি কম... 😢এনেকৈয়ে এদিন আপোন জন আনৰ হৈ যায় আৰু আমি চকুৰ আগতে দেখিও একো কৰিব নোৱাৰোঁ... সদায় লগত থাকিম বুলি কোৱা জনো গুচি যায় এনেকৈয়ে..... 😊

  • @PurnimaGogoi-ih7il
    @PurnimaGogoi-ih7il 11 місяців тому +13

    আগমণি তোমাৰ নিজান ৰাতি সুগন্ধি ফুলৰ বতাহ চাতি ❤️🌻

  • @jitencreation4758
    @jitencreation4758 11 місяців тому +19

    গানটো এবাৰ শুনি চাইছিলো বাৰে বাৰে শুনি থাকিলৈ মন যায় উফ কি শুৱলা গীত ❤❤❤🥀🥀

  • @jyotirmoyasom5271
    @jyotirmoyasom5271 5 місяців тому +22

    *তুমি স্মৃতিবোৰতো জ্বলাই কাহানিয়েই শেষ কৰি দিছিলা।
    মাথো মইহে জ্বলি যোৱা স্মৃতিৰ ছাই খিনিকো সাৱটি ৰাখিছিলো।
    সাৱটি ধৰি ৰাখিছিলো সেই সময়ৰ সোঁতত বিলুপ্ত হ'ব ধৰা এটি এটি ক্ষন।
    বাধা দিছিলো সেই প্ৰত্যেকটো ধুমুহাক যিয়ে ভাঙিব খুজিছিল আমাৰ মৰমৰ সম্পৰ্ক।
    কিন্তু আজি সেই সকলোবোৰ অতীত
    অতীত তোমাৰ বাবে মই........

  • @crezycreativity5406
    @crezycreativity5406 11 місяців тому +53

    বিচ্ছেদৰ পিছত বিষাদৰ এই দিনবোৰতো
    হৃদয়ত গোপনে পুহি ৰাখো
    তোৰ প্ৰতি এবুকু ভালপোৱা বোৰ......🥀🕊️

  • @rijumoni886
    @rijumoni886 11 місяців тому +3

    সন্ধ্যা পৰত ..তোমাৰ লগত..নামি অহা জোনাক মনত পৰে❤...... তোমাৰ কথায় আমনি কৰে💔
    ইমান বঢ়িয়া গান তাতেই আৰু এই ভিডিঅ টি.. উফ্❤

  • @MGKHUB7
    @MGKHUB7 10 місяців тому +41

    গানটো ভাল লাগিল।। পিছে কেতিয়াবা ইয়াৰ ওলোটা টো হয় ।। ল'ৰাজনে বিয়া পাতে।। ছোৱালীজনী গোটেই জীৱন থাকি যায় ।। তেনে কাহিনী কিয় নবনাই ।। অকল যে লৰাই থাকি যায় ।। তেনে নহয় ।। কেতিয়াবা ছোৱালীও সচাঁ প্ৰেমত পাগলী হয় ... চিৰ কুমাৰীও হৈ স্মৃতি লৈ এ জীৱন কটায়।।
    আপোনাক অনুৰোধ তেনেধৰণৰ কাহিনী এটা উপস্থাপন কৰক।।

  • @himangshukonwar6970
    @himangshukonwar6970 11 місяців тому +8

    ভাল লাগিল । বহু পুৰণি কিছুমান স্মৃতি ভাঁহি গল 🥺❤️

  • @Brishti_Ramdhenu
    @Brishti_Ramdhenu 11 місяців тому +14

    আৰম্ভণি যদি ইমান মধুৰ শেষ সদায় কিয় ইমান বেদনাদায়ক 💔

  • @dhirumonithakuria4020
    @dhirumonithakuria4020 10 місяців тому +9

    গানবোৰে হৃদয়ত খুন্দা মাৰে 🥺❤️🌺

  • @himadrisonowal4017
    @himadrisonowal4017 11 місяців тому +3

    ওফ 😭এৰা আজিকালি এই ধৰণৰ মৰম ভালপোৱা প্ৰেম দেখিবলৈ পোৱা নাযায়।অতি হৃদয়স্পৰ্শী মৰ্মস্পৰ্শী গীতটি এতিয়া লৈকে বহুবাৰ শুনিলো❤😢

  • @MajulianGamer801
    @MajulianGamer801 11 місяців тому +4

    Moi xosakoi Kandi dilu ei gaan ti Hunar past 🥺🥺🥺
    I really loved this song 🥰🥰
    This is very special to me 😘💐🥰
    Love you prabi Da

  • @papukonwar4877
    @papukonwar4877 11 місяців тому +4

    মায়ামম জীবনৰ কোনো লগৰী
    😊💘

  • @bidisha2077
    @bidisha2077 2 місяці тому +2

    অপেক্ষা কৰোঁ কেতিয়াবা আকৌ লগ হ'ম .. হাঁহিম‌ কথা পাতিম হয়টো কথাৰ বিষয় বস্তু বেলেগ হ'ব তথাপিও আকৌ এবাৰ বিচাৰিম❤

  • @LibaraDekusi
    @LibaraDekusi 2 місяці тому +2

    আবেগ হৈ পৰিছে 'আগমণি'❤

  • @sanskritidutta3172
    @sanskritidutta3172 11 місяців тому +15

    Keep shining @prabin borah...
    Always give such peaceful music 🎶...love it❤

  • @bhrigukr.kalita6043
    @bhrigukr.kalita6043 11 місяців тому +6

    nice song.. চিত্ৰগ্ৰহণ, পৰিচালনা আৰু অভিনয় সুন্দৰ হৈছে৷ @Jahnabi Borah keep going

  • @drandomdude002
    @drandomdude002 11 місяців тому +6

    This is what call pure true love ❤ jun2 aji kali paboloi nai ahh... Many love story r buried down like this nothing we can do just let her go and wish for her better life 🙂

  • @bidyutchoudhury6994
    @bidyutchoudhury6994 10 місяців тому +1

    প্ৰবিন দা, পাগল কৰিব নেকি, ক'ত পাই ইমান ধুনীয়া শব্দ বোৰ শুনি থাকিলেও হেপাহ নপলায় 🥰💙🥰💙

  • @Suman_Ali258
    @Suman_Ali258 7 місяців тому +5

    More than 100+ time i listen this song its so heart touching..❤.
    Like who listen this song more than 10+

  • @aryankashyap1437
    @aryankashyap1437 6 місяців тому +3

    after পান্চণাৰ দোলা this song gives exact goosebumps exact scenarios.

  • @mayuribora5453
    @mayuribora5453 9 місяців тому +2

    কি ধুনীয়া ❤
    ইমান আৱেগ সামৰি সুৰ তোলে আপোনাৰ কণ্ঠই।✨
    ভালপাব খুজো আকৌ এবাৰ❤
    আগমণি❤️ আটাইতকৈ বেছি ধুনীয়া।
    জুবিন দাৰ পিছতেই আপুনি খুউব প্ৰিয়। মাথো সৰলতাবোৰ নেহেৰুৱাব, নৱ প্ৰজন্মৰ মৰমবোৰ সদায় থাকিব।
    আগলৈ শুভকামনা ❤️

  • @neelkvlog1592
    @neelkvlog1592 11 місяців тому +6

    Videoটিৰ বাবে ৰৈ আছিলোঁ কিন্তু videoটিয়ে কন্দুৱাই যাব বুলি ভবা নাছিলোঁ,,,,❣️❣️❣️👍👍 মন চুই যোৱা গীত,,

  • @paporikalita7791
    @paporikalita7791 11 місяців тому +4

    আচল জীৱনটো এনেকুৱাই .. কবলৈ সাহস নাথাকিলে প্ৰেম কৰিবই নালাগে!

  • @baishaligogoi6341
    @baishaligogoi6341 11 місяців тому +9

    Came across this video today and gosh, it broke my heart. The lyrics, tune, Prabin Borah's voice, this video everything is communicable! The pain is felt! Loved this piece!!!❤

  • @Lovemusic0133
    @Lovemusic0133 11 місяців тому +5

    পাল তৰা নাৱৰ বতাহেই সাৰথি..... Uff lines❤️😢

  • @assamesevlog2534
    @assamesevlog2534 11 місяців тому +5

    মন চুই যোৱা ভিদিও দাদা সচাঁকৈ বহুত ভাল লাগিল ❤😍🥰😘❤️

  • @buragohainhimanta1418
    @buragohainhimanta1418 10 місяців тому +4

    শুনি আমনি নলগা গীত বহুত কথা মনত পেলাই দিয়ে ইমান ধুনীয়া গীত উপহাৰ দিয়াৰ কাৰণে ধন্যবাদ love you bro আগুৱাই যোৱা আৰু

  • @pulakkrishna1197
    @pulakkrishna1197 Місяць тому +2

    সন্ধ্যা পৰত তোমাৰ লগত নামি অহা জোনাক মনত পৰে.............❤❤❤

  • @hrishiraj89
    @hrishiraj89 11 місяців тому +1

    My god, iman dhuniya ke gaise. Aru ইমান ভালকৈ চিত্ৰিত কৰা হৈছে

  • @janmonigogoijan7633
    @janmonigogoijan7633 11 місяців тому +3

    eman val lagil.❤️❤️❤️ hondhia porot ufff😍🥰😘❤️❤️

  • @abhishekborah3214
    @abhishekborah3214 10 місяців тому +6

    Simplicity at its best 🎉❤😮

  • @digitalassam..9679
    @digitalassam..9679 11 місяців тому +7

    No words to say ❤❤❤ another level 🎉❤ Respect button 👍👈 for Prabin daa❤❤❤❤🌺🌺🌺🌼🌼🌼

  • @ritulhatimuria6497
    @ritulhatimuria6497 11 місяців тому +4

    ❤💔 কিছুমান কাহিনী এনেকৈ আধৰুৱা হৈ ৰৈ যায় 💔

  • @how_poem_thinks_
    @how_poem_thinks_ 11 місяців тому +7

    বাৰে বাৰে প্ৰেমত পৰো আপোনাৰ কন্ঠৰ ❤

  • @ritulrajbangshi4791
    @ritulrajbangshi4791 11 місяців тому +147

    Top-notch composition, lyrics par excellence, beautifully sung, acted brilliantly. Everything is fitting so perfectly. This is the future of Assamese Music y'all! Hats off team! 🌷

    • @shalugupta3259
      @shalugupta3259 11 місяців тому +6

      ♥️

    • @basantanath1995
      @basantanath1995 11 місяців тому

      ​@@shalugupta3259. my cancellation m j h na j h jn n j h k k JJ j

  • @gaurangakaushik3549
    @gaurangakaushik3549 11 місяців тому +16

    It is a true masterpiece 🔥❤️,,, I hv been a huge fan of your music man, you are incredibly doing well with pure music not with trending edm ,, kudos to your vocal & composition 👏

  • @BhabenDeka-wc2yr
    @BhabenDeka-wc2yr 20 днів тому

    How beautiful Prabin!
    আজিৰ ট্ৰেণ্ডৰ ক্ষন্তেকীয়া পৃথিৱীখনত এই সৃষ্টি সঁজোৰে তিষ্ঠি থাকিব। হৃদয়ত সাঁচ বহাই যোৱা গীতৰ কথা,বুকুভেদি যোৱা সুৰ আৰু ইমান নিভাঁজ কাহিনী। সঘনে নহয় এনে সৃষ্টি, কিন্তু আমি আশা কৰিব পাৰোঁ। আশাবোৰ জীয়াই ৰাখিব।

  • @himangshudeka1738
    @himangshudeka1738 11 місяців тому +4

    Waiting for it.
    Okk now love it. ❤❤❤❤❤❤❤❤❤

  • @clonegaming7712
    @clonegaming7712 11 місяців тому +13

    Ahh there is no such words to express this masterpiece. Hats off to Prabin Borah. Ai gan and the video tu e mur past monot pelai dile a. So excellent work❤️. Lots of love❤️

  • @bbbbb6162
    @bbbbb6162 11 місяців тому +1

    গানটোৰ লগত ইমান ধুনীয়া কাহিনী এটা প্ৰদৰ্শন কৰা হৈছে।।।বহুত দিনৰ মূৰত এনেকুৱা এটা গান শুনিব পাই ভাল লাগিল বহুত❤❤❤

  • @Banajit-lr4sb
    @Banajit-lr4sb 11 днів тому +4

    Nice song ❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @niiikux
    @niiikux 11 місяців тому +8

    Lyrics is🎉🥺🔥 I hear this song at reels,eyes are filled with water 🌊🥺 miss you ex

  • @ramac2477
    @ramac2477 11 місяців тому +7

    গীতৰ কথা সুৰ আৰু অভিনয় হৃদয়ত সদায় থাকি যাব।

  • @nabasarma260
    @nabasarma260 Місяць тому +2

    That is true lov❤

  • @user-dc9yb7jt2b
    @user-dc9yb7jt2b 4 місяці тому +1

    মোৰ বহুত মিঠা স্মৃতি জড়িত আছে দেই গানটোৰ লগত........😊❤️

  • @debajitgogoi5058
    @debajitgogoi5058 11 місяців тому +5

    Hundor....❤

  • @hirakchoudhury7507
    @hirakchoudhury7507 11 місяців тому +13

    Congratulations Bro❤️..
    You have good music taste🎧

  • @priyangsi3255
    @priyangsi3255 3 місяці тому +2

    Bohut dhunia❤️

  • @DipjyotiAxom-rk7xl
    @DipjyotiAxom-rk7xl 4 місяці тому +4

    Masterpiece❤😊

  • @axomiyatumanjit
    @axomiyatumanjit 11 місяців тому +3

    আগমনি তোমাৰ ......❤❤
    সুন্দৰ গীত

  • @assamesevlog2534
    @assamesevlog2534 11 місяців тому +3

    Waiting ot Asu Dada 😮

  • @Razzak_0069
    @Razzak_0069 Місяць тому +1

    Aha na kakhole ruwana tumi ❤

  • @bishwajitkalita3896
    @bishwajitkalita3896 5 місяців тому +1

    উফ্‌ কি সুন্দৰ গীতৰ কথা❤️❤️❤️

  • @SarfazAfridi
    @SarfazAfridi 11 місяців тому +4

    Aponr Big Fan moi aponar gaan bor xuni bhot val lage i love you dada ❤

  • @TusharBorah
    @TusharBorah 11 місяців тому +150

    Masterpiece ✴️🥺😘❤️🫂

  • @hemanfreefly
    @hemanfreefly 11 місяців тому +2

    Imaaan besi natural hoise nooo... Uff masterpiece

  • @bonyap3268
    @bonyap3268 11 місяців тому +1

    Bor dhunia hoise acting sobore.. gaan tur kotha tu nokouei.. khub vaal khub vaal.❤

  • @multifarious_vlogs
    @multifarious_vlogs 11 місяців тому +12

    2:02 Gosebump moment || Masterpiece 😫

  • @B.J93
    @B.J93 4 місяці тому +7

    Uffff lyrics 🫶😪😞❤️

  • @sidharthborgohain4398
    @sidharthborgohain4398 11 місяців тому +2

    Bohut bhal hoise everything ❤

  • @manikabarman5732
    @manikabarman5732 18 днів тому +1

    নাজানো কি বিচাৰি পাওঁ এই গানটোত.. বুকুত এটি বুজাব নোৱাৰা বিষ অনুভৱ হয়❤

  • @nipandeka9621
    @nipandeka9621 11 місяців тому +3

    Love from baihata Chariali prabin da❤️

  • @diju948
    @diju948 11 місяців тому +7

    Such a beautiful song 🤩.. it's made my evening ☕✨

  • @ibrahimalisarkar588
    @ibrahimalisarkar588 4 місяці тому +1

    Couldn't be better...voice, lyrics, videography, acting, composition everything is perfect about it.

  • @kalpakajuborah6813
    @kalpakajuborah6813 11 місяців тому +2

    দুচকু চকুলোৰে ভৰি পৰিবৰ বাবে এয়াই যথেষ্ট 💓

  • @dimpinath3467
    @dimpinath3467 10 місяців тому +3

    ইমান ধুনীয়া ❤❤❤

  • @ajarjun2285
    @ajarjun2285 11 місяців тому +4

    উফ্ প্ৰবীনদা❤️