Not only in Vivanta, there are many place in Guwahati and so many other people who were enjoying till morning even during the lockdown period and till today. Bureaucratic system needs to be strengthen in terms of their weak regulations and implementation of their own rules and regulations.
Hotel party 🎉 r gotei video🎥 clips bur mahamanya adalatot Hotel manegmente submit kori dibo lage.No police Station No Social Media📺Submit Direct In Court
Laws should be same for everyone. This is called healthy Governance. So this government employs also should punished. They are police it doesn't mean they can break the rules.
The controversial midnight birthday party at Taj Vivanta was itself illegal and uncalled for grossly violating the existing night curfew as well as strict COVID protocol. The concerned unfortunate doctor has been made a scrape goat for the sole purpose of shielding certain influencial and powerful persons belonging to politics and administration who might have been attending as well as enjoying that questionable and unreasonable birthday party on that fateful night.
Only General public or uporot he Curfew applicable hoi.....govt. or higher post servant or karone applicable nohoi curfew. This is the rule of our nation....shame shame govt. Staff.... Dangor business man hator putola he hoi amar hirkho bikhoya hakal... Hakoluk Arreste koribo lage...
Gari solai 9jon nirih manuhor upore solai loi gol....etu hasti ki, etu apunaloke kouk. Not tolerable....ejonor vori gol. Ki kori family solabo teo. Covid'or protocol sotocol naiba Taj vivanta sivanta baad dey.. We want proper treatment n no negligency in case of treatment of Mr. Josheph..
সকলোকে গ্ৰেপ্তাৰ কৰিব লাগে আইন ছবৰে বাবে সমান ।
.যি সকল আৰক্ষী আৰু প্ৰসাশনীক বিষয়া এনে বিলাসী পাৰ্টিত উপস্থিত আছিল তেওঁ লোকক চাকৰিৰ পৰা বাধ্যতামূলক ছুটী দি বিদায় দিয়া হওক।
ডাক্তৰ পিছত এইবাৰ ঠিকাদাৰ, ভালকৈ তদন্ত কৰিলে কোনোবা বেলেগ হে পোহৰলৈ আহিব চাগে।
সাধাৰণ জনতাৰ কাৰণে যি আইন VVIP কাৰণে সমান হব লাগে।
কাৰ্ফিউ সময়ত মই Emargency কাৰণত বাহন লৈ ওলাই যাওতে জৰিমনা ভৰিব লগা হৈছিল।
কিন্তু মন্ত্ৰী চেলুনত চুলি-দাড়ি কাটোতে আইন উলংঘা নহয়। নিশা 1:30/2:00 বজালৈ Party কৰাত কি শাস্তি হয় চাম এতিয়া। সাহস আছে যদি দোষী জোনেই নহওক সমান শাস্তি দি দেখাওক।
আৰু যদি একো কৰিব নোৱাৰে তেন্তে সাধাৰণ জনতাৰ ওপৰত পুৰুষত্ব দেখুৱাই আইনৰ নীতি-নিয়ম নেদেখুৱাব।
ঠিক কৈছা আপুনি।
100% right
Right
👍👍right kotha
আপোনাৰ কথাত অসমৰ প্ৰায় সকলো লোকৰ সমৰ্থন আছে বুলি বিশ্বাস আছে
সংবাদ মাধ্যমে নেৰিব .sop বনোৱা সকলে sop প্ৰযোজ্য কৰা সকলে sop ৰ মা বেহেন কৰি থাকে চব সোমাব লাগিব
মূখা পিন্ধা ভদ্ৰ লোকসকলৰ মূখা খোল খাব লাগে......
অ সৰিয়হৰ ডুলিত ভুত।
স্বয়ং DGP মহোদয় উপস্থিত আছিল চাগে । So, ইমান লেহেমীয়া হৈছে, কিছুমানে Bail পাইছে । 😂😂😂
কেৰ্কেটুৱাই তামোল কাটে নেউলক ধৰি বান্ধি কিলা ,
সকলোকে গ্ৰেপ্তাৰ কৰিব লাগে । এই সকল মানুহে টকাৰ জোৰত সাধাৰণ মানুহক জীয়াই থকাৰ উপায় নাইকিয়া কৰিছে ।
Right kotha koisa
Akhot toka..... ei sob non taxable black money
Right
মামা, এইটো আপোনাৰ অগ্নি পৰীক্ষা।সঠিক বিচাৰ হ'লে 2026t ।
পংকজ সাধনিদাৰ ৰ কন্যাৰ বাৰ্থডে পাৰ্টীৰ অনুমতি দিয়া বিষয়া তথা গুৱাহাটী মহানগৰ উপায়ুক্তক গ্ৰেপ্তাৰ হ'ব লাগে। হোটেল ভিভান্টাৰ মালিক সহ মেনেজাৰক গ্ৰেপ্তাৰ কৰিব লাগে। পংকজ সাধনিদাৰ আৰু তেওঁৰ পত্নীও গ্ৰেপ্তাৰ হ'ব লাগে। বাৰ্থডে পাৰ্টীত যিমানবোৰ প্ৰশাসনিক আৰু মূখ্য আৰক্ষী বিষয়া অংশগ্ৰহণ কৰিছিল(অসম অন্যান্য ৰাজ্য) আটাইবোৰৰ নাম প্ৰকাশ পাব লাগে আৰু গ্ৰেপ্তাৰ হ'ব লাগে ও জেইল লৈ প্ৰেৰণ কৰা উচিত হ'ব। বাৰ্থডে পাৰ্টীত উপস্থিত থকা ৰাজনৈতিক নেতাবোৰৰ নামও প্ৰকাশ কৰক আৰু শ্ৰমিক হত্যাৰ গোচৰত অভিযুক্ত কৰি জেইল লৈ প্ৰেৰণ কৰক(সি অসমৰ হওঁক বা বহিঃৰাজ্যৰেই নহওঁকনো কিয়? প্ৰতাৰকক ৰেহাই দিয়া জন সমানেই দোষী হয়। আইন দেশৰ সকলো জনগণৰ বাবে সমান। আৰু এষাৰকথা যে আইন গঢ়োতাই যদি আইন ভংগ কৰে সেইজনৰ সমান অপৰাধী আন কোনো নহয়। মাথোন ৰাজকন্যা বৰুৱা আৰু ডাঃ নভনীল বৰুৱাক গ্ৰেপ্তাৰেৰে ঘটনা ঘাপ দিলেই নহ'ব। মাতাল, উদণ্ড, মদাহী ৰাজকন্যাই চলোৱা সন্ত্ৰাসত দুজনকৈ শ্ৰমিক চিৰদিনলৈ ঘূণীয়া হ'ল আৰু আন সকল আহত হৈ দিক্-বিদিশ হেৰাই আৰ্থিক বাবে জুৰুলা হ'ল তাৰ ক্ষতিপূৰণ দিব লাগে আৰু আটাইবোৰ শ্ৰমিকৰ পৰিয়াললৈ একালিন আৰ্থিক সাহায্য স্বৰূপে ২৫ লাখকৈ টকা সদ্যহতে মোকোলাই দিব লাগে। ক'ভিট বিধি উলংঘা কৰা সকলৰ প্ৰত্যেকজনৰ পৰা সম্প্ৰতিত পঞ্চাছ লাখকৈ জৰিমনা আদায় ল'ব। লাগে। তাৰ পাছত আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰক। এই দূৰ্ঘটনা গোচৰত আটাইবোৰ আচামী জেইলত ৰাখিলৈ আদালতত বিচাৰ প্ৰক্ৰিয়া চলাব লাগে। কোনো ধৰণৰ জামিনত এই সকলক এৰিব নেলাগে।
এই মানুহ বিলাক ইমান শিক্ষাৰে শিক্ষিত হোৱাৰ লগতে এটা এটা পৰিচয়েৰে উচ্চস্থানত প্ৰতিস্থ আৰু সংস্থাপিত ।লগতে দায়িত্ব ও কৰ্তব্য আৰু দায়বদ্ধ শৃংখলা বনাই ৰখাত...বন্ধৰ সময়ত উপায়ন্তৰ হৈ বিভিন্ন কাৰণত ক্ষন্তেকৰ বাবে যাব লগা হৈছিল আৰু মাতৃ পিতৃৰ টান মাত এষাৰ নুশুনা কিমান সন্তানৰ যে পিঠিত ঔকিলত গেলাইছিল এই প্ৰসাসনে.... কিছু দুখ আৰু বিষ এতিয়াও সজীৱ হৈ আছে.... এই প্ৰসাশনীয় ক্ষেত্ৰখনত এইবিলাক একেবাৰেই লাজ লাগে শুনি....
Doctor k arrest Kori gaap dile nohobo.... arrest the thikadaar
Not only in Vivanta, there are many place in Guwahati and so many other people who were enjoying till morning even during the lockdown period and till today. Bureaucratic system needs to be strengthen in terms of their weak regulations and implementation of their own rules and regulations.
সেই আৰক্ষী বিষয়া, প্ৰশাসনিক বিষয়া সকলৰ নাম ৰাজহুৱা হোৱাটো বিছাৰো। কাকো সাৰি যাবলৈ দিব নেলাগে।
ND24 আপোনালোক লাগি থাকোক.... গুৰিলৈকে
সেই কাৰণে তাই এটা ফোনতে ওলাই যাব পাৰে বুলি লেবেল ফালিব পাৰে । তাইৰ ডাঙৰ ডাঙৰ মানুহৰ লগতে কাৰবাৰ 😅😅😅😅😅😅
যিবিলাক আৰক্ষী আছিল সেইবিলাককো এৰেষ্ট কৰিব লাগে।
যিসকল আৰক্ষী বিষয়া উপস্থিত আছিল সিহঁতকো এৰেষ্ট কৰিব লাগে । আমাক হলে ৰাম কিল দিলে হয় এতিয়া সিহঁতক কি কৰে দেখা যাওঁক
এইবোৰ কি হৈছে মামা এনেকৈ হ'লে আপোনাৰ ওপৰত আৰু অসম আৰক্ষীৰ ওপৰত কোনে কি হিচাপে আস্থা ৰাখিব আপোনাৰ । কোনেও কাকো নামানিব সকলো ধ্বংশ ৰ দিশে গতি কৰিব । গতিকে এতিয়াই সকলো ঠিক কৰিব সময় আছে । উচিত সিদ্ধান্ত লওঁক ।
দেশৰ প্ৰগতি মূখ্যমন্ত্ৰী/DGP ৰ চোতালত পৰা আৰম্ভ কৰিছে।
নীতি নিয়ম আমাৰ দৰেই সৰু মানুহৰ।
ডাঙৰ মানুহৰ কাৰণেই নহয়
অসমৰ পুলিচৰ পৰা ইমানেই আশা কৰিব পাৰি ।
Hotel party 🎉 r gotei video🎥 clips bur mahamanya adalatot Hotel manegmente submit kori dibo lage.No police Station No Social Media📺Submit Direct In Court
Assam police Taj Vivanta hotel CCTV public release
Good journalism. Keep up the good job 👍👏
Administrative officers and police officers names are not mentioned. Why ?
বঢ়িয়া 👏👏👍
Can Assam Govt have the courage to take necessary action??? No all of them are easily sell by the contractor......
Mozza lagile ND24 news to sai kine, fully investigation, keep it up, Best of Luck
সকলোকে গ্ৰেপতাৰ কৰিৱ লাগে
আইন ভংগ কৰাৰ বাবে সকলোকে এৰিষ্ট কৰিব লাগে
UA-cam ত upload কৰোঁতে edit কৰি upload কৰিব লাগে , UA-cam ত repit কৰি বাতৰি পৰিৱেশন কৰিলে শুনি আমনিদায়ক লাগে
চেনেল বিলাকৰ বেপাৰ
MLA আছিল নে,,
সৰিয়হৰ তলিতে ভুত ওলাল দেখুন এতিয়া পিছে কি কি শাস্তি দিবলৈ সাজু আৰক্ষী?নে ফুটুকাৰ ফেন হ'ব?
প্ৰশাসনিক বিষয়াকেইজনৰ নাম কিয় উল্লেখ কৰা নাই?
Wow Assam police!!they always obey rules and regulations!
Ei moja.... Kesu khandhute xap ulab etia....
Thik koisa Kabita
মূৰা ডাঙৰ খবৰ।
সাধাৰন কথা।
তহতে সব বেয়া কৰিছ
কমিব ফবিড একো নাই
কভিড কমিব বুলি কিমান চলিবি
ৰাজকন্যা, ৰাজকন্যা , ৰাজকন্যা
আগতে যেতিয়া দুৰ্ঘটনা হয় তেতিয়া দেখোন একো নকও,
ৰাষ্টাৰ ভালদৰে সীমা দিয়া হৈছিল নে, সেইটো নকও তহতে
পুলিচ বা বিষয়া বা ঠিকাদাৰে যদি
পাৰ্টি নকৰে
পান দোকানী , মিলেটাৰী আহিছে নেকি
যি নহওক লগাই থাক হুলস্হূল
শেষত গৈ কবি ভিভান্টা খন কাৰ
ভিভান্টাই কোন বেঙ্কৰ পৰা ধাৰ লৈছে
ধাৰ লওতে এজন মানুহে সহায় কৰিছে
কোন সেই মানুহ
সেই দিনা ৰাজকন্যা ৰ গাড়ী চালক জন কত গ'ল
গাড়ী চালক নোহোৱাকৈ মদ খাই ৰাজকন্যা ই কিয় গাড়ী চলাইছিল
গাড়ী খনৰ ব্ৰেক বেয়া আছিল নে নাই
ব্ৰেক বনোৱা কোম্পানী টো কিয় এই ক্ষেত্ৰত নিমাত
গাড়ীত তেল কম থকা বাবে গাড়ী যোৰত চলাইছিল নেকি
কোনে ৰাজকন্যা ৰ গাড়ী খনৰ মেৰামতিৰ কাম কৰে
এই ক্ষেত্ৰত মেকানিক সুন্দৰ বড়োৱে কি কয়
মেকানিক সুন্দৰ বড়ো ৰ বক্ত্যৱত তীব্ৰ প্ৰতিক্ৰিয়া।
তীব্ৰ প্ৰতিক্ৰিয়া বীৰ লাচিত ফৈদ
বীৰ লাচিত ফৈদৰ সভাপতিয়ে
এই ক্ষেত্ৰত কি কলে এই সম্পৰ্কে বুজাই ক'ব আমাৰ চিফ ব্যূৰ্য অভিজিতে
অভিজিত আপুনি কিবা বিত্ত তথ্য কি লাভ কৰিছে
Our health minister is also involve...
Laws should be same for everyone. This is called healthy Governance. So this government employs also should punished. They are police it doesn't mean they can break the rules.
0 loops
Soboke bisari uliyabo lage..akol dukhiya manuh khinir karone..covid bidhi tu.. manibo lage dhoni khini a..bindas ghuri furibo pare aiya a amar akhom sorkaror niyom..kunu manuhe covid bidhi manibo nalage.. dukhiya manuhe khabole napai morise ru dhoni khini a bindas ghuri furibo pare..noga dah loi katibole mon jai andkuwat a..
Mojja mojja mojja mojja mojja mojja mojja mojja mojja mojja mojja mojja mojja mojja mojja mojja mojja
CCTV video dekha aru val lagib 👍
The controversial midnight birthday party at Taj Vivanta was itself illegal and uncalled for grossly violating the existing night curfew as well as strict COVID protocol. The concerned unfortunate doctor has been made a scrape goat for the sole purpose of shielding certain influencial and powerful persons belonging to politics and administration who might have been attending as well as enjoying that questionable and unreasonable birthday party on that fateful night.
ধইনবাদ ,ND TV
মামা আইন সকলোৰে ক্ষেত্ৰত সমান । আপুনি হে জানে এতিয়া কি কৰে ,,,,,
Atia CM aru DGP ki korei...saam...
Enjoyed party on account of grand success in covid business.Big man behind the scene.
Yes, we like rule of law.
But it should be equally applied for all irrespective of rich and poor.
CBI enquiry is required otherwise no use.
Only General public or uporot he Curfew applicable hoi.....govt. or higher post servant or karone applicable nohoi curfew. This is the rule of our nation....shame shame govt. Staff.... Dangor business man hator putola he hoi amar hirkho bikhoya hakal...
Hakoluk Arreste koribo lage...
CM sir, aapuni newst koichil je , bhul korile MLA , Montri , CM loike basi najabo. Atia , curfew , covit protocol violet kora, HOTEL t party khuwa hokoluke arrest korilehe aapunak hosai prokit mohan manuh buli dhori lom ba raije lobo. logote dui nombori bure aapunaloi bhoy khabo. Nohole kobo dhur.
...
...Atia khetuk dekhi randhe bahe aaru khetuk dekhi duwar bandhe , hole nohobo aaru aapunar kunu value nathakibo
Let us be contractor to keep the state admin in our pocket.
Mojja
Aibilak eko nohoi..seshot goi adhatei bondho hoi poribo investigation 100% sure....
Dr navanil Barua k Bali ka bakra bonaise
Good news
How come....every one need to b arrest...
If govt don't take action on each an everyone, people of Assam will take action on govt in the upcoming election
Mojja....🤗🤗🤗
Arrest all of them. How they can arrange birthday party by breaking the covid protocol.
Respected CM sir .. plz u show that the law is equal for everyone...
People would eagerly await as to how C. M. reacts in this matter.
First lock down houte aikeitai keneke asile
Alop situation bhal huwat billami start korilei
Immediately enquiry Assam police
Kaku Ari nidibo
Aji kali party burot bohu CELEBRATY administrative aru civil servants dekhiboloi puwa jai...
That means Common people is meaningless
Haha
Mediao bhoi khai naam prakash koribo......jona ase aku daal nohoi,case emanotei khatam.....
Sivasagar gaurisagar t gr hai pankaj sadhani r
Gari solai 9jon nirih manuhor upore solai loi gol....etu hasti ki, etu apunaloke kouk. Not tolerable....ejonor vori gol. Ki kori family solabo teo. Covid'or protocol sotocol naiba Taj vivanta sivanta baad dey.. We want proper treatment n no negligency in case of treatment of Mr. Josheph..
নিউজ delete কৰিলে কিয়
Please assomot wine shop bondho korok
Police Officer bure curfew start hua pist kio party korise.......curfew okol ki amar karone xadharon manuhr babe nki.
This is a glaring example of high profile corruption
Moja
Sob uthabo lagibo,
Police keita fosibo ne nai
সাংবাদিক সকলক নামাতিলে বাবে বেয়া পাইছে নেকি?
পাগল ৷
Hmm,case tu nagen
...rajkoina tai nije o fosisa ru baki burok o fosai dia.... heikrone dispur police a jbo dsil.....DJP sir ki koi case tut
Investigation the party
Understanding arrest
CM sir, attention plz to all equally.
Amar assamt ktiyau durniti hotuwa homvob nohoi..dangor dangor manuh bure durnitit jorito
Name Bilak kobo lage
Gotai bilak k disture management act lagbo lage...
Happy Party 🎉🎉🎉🎉🎉
Nambar 1 harema Assam polis kesoman
Manab Deka k arrest koribo lage
আইন সকলোৰে বাবে সমান? পিচত কি বা হয়?
These are the high profile officers who used to attend n break rules n regulations. Enjoy now sry ..........
High profile from delhi should be invited
Hadaharon manuha cerfew vongo krila lathir khub Khai, aru puja t cerfew akl hadhron manuhor Krona
কাক বুলিম ককা সকলোৰে ডাৰি চুলি পকা।
Right
Gotai kaijanak arrest kori jail t vorai diok.bappaka.
Petrol
Desil aru Gas rate base huwar news deyok.
Rajkanya news de lav
Plz CM Sir upuni a g kore aru. Nahale ses aru
Bopai o himanta sir e xoru xura mash e dhore, dangorok nuware, xi nije o eta dangor mash .sob Assam r manhuk burbok bone ase kisu xoru Kaam Kori.
Ei news tu sai sai amoni paisu aru.....
Kako ari nidebo sarkare action noluwale news kori thakok 🙏🙏
Eke kotha bar bar koi thakile bar amoni lage, sei karane nusunai Val.