LIVE | Assam Heat Wave | ঘৰে ঘৰে AC লগোৱাৰ ফলতে বৃদ্ধি পাইছে অতিমাত্ৰা গৰম! N18L

Поділитися
Вставка
  • Опубліковано 9 лис 2024

КОМЕНТАРІ • 269

  • @hitartha9829
    @hitartha9829 Місяць тому +60

    আপুনি কোট পিন্ধি গৰমৰ কথা কৈ আছে। দৃশ্যটো দৃষ্টিকটু হোৱা যেন লাগিছে।

    • @ZuhirulAli6
      @ZuhirulAli6 Місяць тому +2

      @@hitartha9829 jangiya aro genji pindhi thakba koi nki

    • @ratulbasumatary8313
      @ratulbasumatary8313 Місяць тому +2

      Dadar mogojut kothatu nekhelile...... 😂

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru Місяць тому +1

      সকলো মানুহেই নগৰ চহৰ বাদ দি গাঁৱলৈ যাবলৈ আইন কৰক ।গছ পুলি ৰোৱাৰ নামত কিমান কোটি টকা খৰছ কৰিলে, কিমান গছ পুলি জীয়াই আছে হিচাপ লব লাগে, কোনোবাই কমিচন খালে নেকি ।

    • @ZuhirulAli6
      @ZuhirulAli6 Місяць тому

      @@RupkantaPathori-sk3ru beltimuria gadha

    • @navajitgogoi5754
      @navajitgogoi5754 Місяць тому +1

      ​@@RupkantaPathori-sk3ruNlage dada tawn r manuh tawn t e thakok gao t ahi gao bur tawn bonabo nlage😂

  • @jayantadutta1024
    @jayantadutta1024 Місяць тому +59

    হেৰৌ বাঘে খোৱা নিজে AC room ত থাকি আনক নিতী শিক্ষা দিছ’ যে😅

  • @manojtalukdar6647
    @manojtalukdar6647 Місяць тому +41

    চৰকাৰী হাৰত গছ কাটা কথাতো নকয় নেকি ⁉️⁉️⁉️

    • @bipuldas1599
      @bipuldas1599 Місяць тому

      Koise bhalkoi sawak sun news tu

    • @gunajitsarma5579
      @gunajitsarma5579 Місяць тому

      Tohate ki ghenta Kori assa Kia gosh ruwa nai

  • @blackholeassam7536
    @blackholeassam7536 Місяць тому +35

    উপদেশতকৈ আৰ্হি ভাল।

  • @jupitara7619
    @jupitara7619 Місяць тому +21

    AC r বাবে গৰম বাঢ়িছে নে গৰমৰ বাবে AC ৰ প্ৰয়োগ বাঢ়িছে?

  • @AzamullahAlli
    @AzamullahAlli Місяць тому +34

    গাঁওবোৰতো এচি নাই ।তথাপিও গৰম সমান।

    • @ZuhirulAli6
      @ZuhirulAli6 Місяць тому +4

      Jot ac nii tat ki grm nhbo jaraa sobote probhab poribo

    • @SumitSaikia101
      @SumitSaikia101 Місяць тому +1

      @@ZuhirulAli6Right

  • @DevikaGogoi-f1n
    @DevikaGogoi-f1n Місяць тому +12

    অমৃত বৃক্ষৰোপণৰ পৰা গৰম বাঢ়িছে যেন লাগিছে

  • @MofidurRohman-u5n
    @MofidurRohman-u5n Місяць тому +7

    গছ বোৰ কাটি নাইকীয়া কৰাৰ ফলতে গৰম হৈছে।

  • @StudioMusic90
    @StudioMusic90 Місяць тому +11

    গছ কাটি তহিলং কৰিলে কাৰণে গৰম বাঢ়িছে

  • @never_backdown8611
    @never_backdown8611 Місяць тому +6

    গৰম বেছি হোৱাৰ মুখ্য কৰণ আমেৰিকা, ৰুছিয়া, চীন, জাৰ্মান, ফ্ৰান্স ৰ ক্ষেপনাস্ত্র পৰীক্ষণ আৰু বিভিন্ন দেশক ৰপ্তানি। গাজা-ইজৰাইল আৰু তিনিবছৰ ধৰি হৈ থকা ইউক্রেন-ৰাছিয়াৰ যুদ্ধ ৰ বাবে পৃথিবীৰ জলবায়ু পদূষন হৈ সলনি হৈছে, বাকীবোৰ দেশৰ যুদ্ধ ৰ কথা বাদেই দিলো। আজি পৃথিবীৰ জলবায়ু সলনি বাবে AC দায়ী নহয়, AC তথা বাকীবোৰ উতপাদন কৰা এঙাৰ গেছ আমাজান ৰ গছ বোৰে নিমিষতে অম্লজানলৈ পৰিবৰ্তন কৰিব পাৰিব।

  • @dhrubaborah4068
    @dhrubaborah4068 Місяць тому +6

    তেজ খোৱা🔥 Studio ত Ac লগাই নীতি শিক্ষা দিব আহ.....

  • @asomiaasom6008
    @asomiaasom6008 Місяць тому +3

    প্ৰকৃতিৰ গছ গছআি কাটি তহিলং কৰা চৰকাৰী বনবিভাগৰ দয়া কৃপাত গৰম বৃদ্ধি হৈছে ।প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰি গৰম নিয়ন্ত্ৰণ কৰা খাল বিল জলাসয় নদী পুতি উন্নজনৰ শীৰ্ষত উঠাৰ ফলতো গৰম বৃদ্ধি হৈছে ।গৰমত অতি গৰম ঠাণ্ডাত অতি ঠাণ্ডা হোৱাৰ মুল দোষি মানুহ নামৰ প্ৰাণী ।

  • @taradoi7957
    @taradoi7957 Місяць тому +6

    মোৰ দৃষ্টিৰে---------
    আচৰিত বিশ্লেষণ । ঘৰে ঘৰে এচি লগোৱাৰ বাবেই গৰম হৈছে এই কথা শুদ্ধ নহয় ।গৰমৰ কাৰন অন্য বেলেগহে ।এই গৰম আজি বৃদ্ধি পোৱা নহয় প্ৰতি বছৰে বছৰে গৰম বৃদ্ধি হৈ আহিছে ।কান বহুত আছে

  • @Dipankarsaikia-t7c
    @Dipankarsaikia-t7c Місяць тому +4

    গছ কথা বন্ধ কৰক চিধা কথা ? আৰু একো কৰিব নালাগে ?

  • @mridulbharali7284
    @mridulbharali7284 Місяць тому +3

    এই গেলা গৰমত আপোনাৰ কোট পিন্ধাটোৱে প্ৰমান কৰে আপোনাৰ কোঠাত কেইটা AC আছে।

  • @barbaligirlshighschool1942
    @barbaligirlshighschool1942 Місяць тому +2

    ইমান বহল ৰাস্তা,,, ডাঙৰ ডাঙৰ গছ বোৰ কাটিতহিলংকৰাৰ ফল

  • @caborah5874
    @caborah5874 Місяць тому +1

    A C কাৰণে বৰষোণ হুৱা নাই নি । গছত গৰু উঠা কথা ।

  • @kamaleswarhazarika8768
    @kamaleswarhazarika8768 Місяць тому +1

    মিছা কথা-- এছি কিনিবলৈ অসমৰ কেইঘৰলোকৰ আৰ্থিক সামৰ্থ্য আছে?

  • @ranjumanirabha-f6k
    @ranjumanirabha-f6k Місяць тому +2

    উন্নয়নৰ নামত পাহাৰ, গছ গছনি কাটি নষ্ট কৰা চৰকাৰ খনৰ বিষয়ে নোকোৱা যে।

  • @golapdeka4446
    @golapdeka4446 Місяць тому +2

    গছ ৰুবলৈ উপদেশ দিয়ক ।

  • @keshabrabha6442
    @keshabrabha6442 Місяць тому

    গছ ৰুই অসমখন সেউজীয়া কৰক গৰম নোহোৱা হব

  • @JitenBorah-g7f
    @JitenBorah-g7f Місяць тому +1

    সত্য কথা, গৰমত শীত সংৰক্ষণৰ কৰাৰ ফলত অধিক গৰম ছৈছে। ঠিক তেনেকৈ
    তাপ যদি সংৰক্ষন কৰে তেতিয়া শীত ৰ
    মাত্ৰাও বাঢ়িব।

  • @PurnaBaruah
    @PurnaBaruah Місяць тому

    বাতৰি প্ৰকাশ কৰাৰ উৎস নাইকীয়া হল চাগে ককাইদেউ হতৰ ।

  • @ajitphukan7345
    @ajitphukan7345 Місяць тому

    আমি ভাড়া ৰূমত পিঠি উলিয়াই ভাত শাক বনাইছো আৰু আপুনি এ চিত ক'লা কোট পিন্ধি বাতৰি পঢ়ি আছে।

  • @sachinhajong6838
    @sachinhajong6838 Місяць тому

    Honkaley A.C. Bondho korok.....noholey akow bise bipod hoi jabo..... Thank you

  • @WrituponWritupon-ds9us
    @WrituponWritupon-ds9us Місяць тому

    বেটাৰীৰে চলোৱা গাড়ী, মটৰো ইয়াৰ এটা কাৰণ।

  • @PankajBorah-b7j
    @PankajBorah-b7j Місяць тому

    AC solale AC ৰ পাছফালৰ পৰা ও গৰম বতাহ নীৰ্গত হয়। যাৰ ফলত বাতাবৰণ গৰম হয়।

  • @siladityaneog1864
    @siladityaneog1864 Місяць тому

    অদ্ভূত যুক্তি। অসমত এ চি এতিয়াও বহুতে ভালকৈ দেখাই নাই। অসমত এ চি ৰ বহুত প্ৰয়োজন, কিন্তু বিদ্যুত শক্তিৰ অভাৱ আৰু উচ্চ দামে ইয়াক হ'ব দিয়া নাই।

  • @HimankuKoch-z6x
    @HimankuKoch-z6x Місяць тому +1

    গৰমৰ কালত গৰম হবই কিন্তু এনেকোৱা গৰম অসম বা সাতভনী অঞ্চলত আগতে নাছিল । এতিয়া হোৱাৰ কাৰণ সাংবাদিক ডাঙৰীয়াই যিটো কৈছে সেইটো নহয় ।

  • @krhng-ev5zm
    @krhng-ev5zm Місяць тому +1

    Concrete buildings and roads are also responsible besides CO2, CFCs

  • @rajangohain1003
    @rajangohain1003 Місяць тому

    আপুনি মানে চেৰাপুঞ্জীৰ পৰা বাতৰি পঢ়ি আছে নহই নে 😂

  • @NabinRabha-f4q
    @NabinRabha-f4q Місяць тому

    মানুহ মৰা বেছি হব লাগিব গৰম কমি যাব।

  • @jeevanrabha2259
    @jeevanrabha2259 Місяць тому

    টাউন হবলৈ যায় আছে মানে গছ কাটিব যায় আছে

  • @utpalkachari9102
    @utpalkachari9102 Місяць тому

    আমি এইবোৰ কথা পাতি থাকিলে নহব।।‌আমি সকলোৱে জগৰীয়া। আমি সকলোৱে পাতি আছোঁ যে গৰম বাঢ়িছে কিন্তু ঘৰত কেইজোপা গছ ৰুইছু। আশা কৰোঁ সকলোৱে নিজৰ ঘৰত গছ ৰূপন কৰিব। মই যিমান পাৰোঁ সদায় ঘৰৰ চৌপাশে যিকোনো গছ ৰূপন কৰিছো। আমি অকল কথা কৈ থাকিলেও নহ'ব।। আহক সকলোৱে সজাগ হৈ গছ ৰূপন কৰো

  • @bhupendranathsarma3392
    @bhupendranathsarma3392 Місяць тому

    চ্যুট-পেণ্ট-টাই মাৰি শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি গৰম বৃদ্ধি হোৱাৰ কাৰণ দৰ্শাইছে ছোৱা । নিউজ ১৮ প্ৰতিষ্ঠানটোত প্ৰতি দিনে সৰ্বমুঠ কিমান টা এ চি চলে তাৰ হিচাবটো আগতে দিয়ক ।

  • @BinaDevi-yg7bd
    @BinaDevi-yg7bd Місяць тому

    গছ কটাৰ ফলত গৰম বাহিছে

  • @prakashborah5396
    @prakashborah5396 Місяць тому +1

    উপদেশতকৈ আৰ্হি ভাল বাপু।

  • @basisthaacharya6590
    @basisthaacharya6590 Місяць тому +1

    গছ বিৰিখ কাটি টহিলং কৰিছে। পাহাৰ পৰ্বতৰ গাত চিকুটি ধৰিবলৈ এডাল গছ নাই। গৰম নহৈ বৰফ পৰিবনে।অসমত জনা মত এই বছৰ বৰষুণৰ পৰিমাণ ৫০শতাংশতকৈ কম হৈছে। ভূমিগত জলৰ পৰিমাণ অভাৱনীয় ভাৱে কমি গৈছে।

  • @A.Daimary71
    @A.Daimary71 Місяць тому +1

    Ullu lgt bogori pura goiase tarmane 😅. jiye nhk aha bsort jeneke nhk ac lome nakhay holeo lbo lgbo ami gawr bhtir asu sobe lok parile dinot eman kosto hajira koru rati xhuwat eman kosto tuponiye nhe gormt.

  • @kabitabhuyan545
    @kabitabhuyan545 Місяць тому

    Amar ঘৰত ac nai ghare ঘৰে বুলি মিছা কৈছে

  • @DhaneswarNath-r8f
    @DhaneswarNath-r8f Місяць тому

    Sarkare bondhangkha Kodak ac lagok ❤

  • @nncreation2954
    @nncreation2954 Місяць тому

    আপুনিও AC ৰ ভিতৰত o আছে

  • @kishorkakati3807
    @kishorkakati3807 Місяць тому

    আপোনাৰ ষ্টুডিঅ'ত এচি আছে নে নাই

  • @birennath8618
    @birennath8618 Місяць тому

    পকি ৰাস্তা, ফ্লাই অভাৰ, আৰ চি চি ঘৰ, যান বাহন, উদ্যোগ প্ৰতিষ্ঠান আদিৰ সংখ্যা বাঢিল, গছ-গছনি, খাল-বিল, খেৰৰ ঘৰ, বনৰীয়া জীৱ-জন্তু, কমিল। গতিকে বৰষুণ কমিল, নদীৰ বুকু শুকাল, জল স্তৰ তললৈ নামিল। পৰ্বতৰ বৰফ নাইকিয়া হ'ল। ঠাণ্ডা বতাহ আহিব ক'ৰ পৰা ?

  • @NazrulIslam-zg8tp
    @NazrulIslam-zg8tp Місяць тому +1

    যি কোনো কথাতে বাংলাভাষী মুচলমানক
    কটাক্ষ নকৰিলে পেটৰ
    ভাত হজম নহয় এচাম
    অভদ্ৰৰ । যোৱা চল্লিচটা
    বছৰত কিমানবাৰ শুননি হল , ডি ভোটাৰ
    কৰি আদালতৰ জৰিয়তে চিনাক্ত নহল,
    এনআৰ চিত বিদেশী বুলি চিনাক্ত নহল? তাৰ
    পিছতো বাংলাদেশৰ পৰা অহা বুলি কৈ পৈচাশিক আনন্দ উপভোগ কৰে।

  • @jehiruddinahmed5181
    @jehiruddinahmed5181 Місяць тому +2

    তাপমাত্ৰা বৃদ্ধিৰ আন এটা কাৰণ হৈছে পথ সমূহ বহল কৰিবলৈ গৈ বৃক্ষ সমূহ কৰ্তন কৰা, জনসংখ্যা বৃদ্ধি, ব্যৱসায় প্ৰতিষ্ঠান বৃদ্ধি, উদ্যোগ বৃদ্ধি, যান-বাহন বৃদ্ধি আদিয়েই হৈছে তাপ মাত্ৰা বৃদ্ধিৰ মূল কাৰণ ।

  • @jumankumarsarmah5131
    @jumankumarsarmah5131 Місяць тому

    A.C ...ৰ বিক্ৰী বন্ধ কৰক।।।a.c ৰ পৰা clorofuro carbon নিৰ্গত হয়।সেইকাৰণে গৰম বৃদ্ধিত অৰিহণা যোগাইছে।

  • @jaanmoni02
    @jaanmoni02 Місяць тому

    Besi din nai chanel tu bondho hobo enekuwa news di thakile.......news channel tu office t keita ac ase......agote ai keita khuli pelai diyak

  • @id6808
    @id6808 Місяць тому

    Aami bujat bohut deri koriau, kintu ji nohok atiau time aase, jodi aami practically edin 1 hr ba 2 hrs karone aamar xokolu ac ghor, office, mall, cars etc. bondho kori tempreature tu check koru tetia he actually taar pisot aami ki step lobo lagibo kiba koribo parim, nohole aahibo loga generatione environment ki bostu buji napabo. Aami sobei buja uttchit je luxury karone aami eta generation xekh kori pelau. Karon manuhor survival tempreatue tu din-e-din-e bahi goise tenehole life tu kom hoi goi thakibo, aami xokolue eta try korat kunu apotti naai.🙏🙏

  • @mrinalbaruah1869
    @mrinalbaruah1869 Місяць тому +2

    Akol ac nohoi jeman 4 line rasta namot biraggum gos khini katile tar porinam ami bhugisu karon haitu

  • @RupamBorah-dw5up
    @RupamBorah-dw5up Місяць тому

    আপুনি পঢ়া শুনা অলপ কৰি কথাবোৰ ক'ব। আলতো ফালতো গাই নাথাকিব ।

  • @SANJIBCHOUHAN-ty1rc
    @SANJIBCHOUHAN-ty1rc Місяць тому

    office or a.c kaitaa aponalokor bondhh kori fale din too thakok sn gm pai jbo batori kak koi

  • @hafizurrahmansarkar3368
    @hafizurrahmansarkar3368 Місяць тому

    Gorom badhi thokar akmatra Karan hol manuh.

  • @NaimuddinAhmedNaim
    @NaimuddinAhmedNaim Місяць тому

    Apuni dekhun accet ase dada

  • @monujgogoi9828
    @monujgogoi9828 Місяць тому

    Carbon emission is the main cause, go for it and try to decrease it by taking necessary steps.

  • @sungaming707
    @sungaming707 Місяць тому

    Apuniu ac roomote bhi amak niti khikkha di ase😂

  • @gopalbiswas1990
    @gopalbiswas1990 Місяць тому

    মোৰ নিচিনা কোন কোন কমেন্ট পঢ়িবলৈ আহিছে...

  • @hemantakumarborooah1104
    @hemantakumarborooah1104 Місяць тому

    হেৰৌ সাংবাদিক , গাওঁ অঞ্চলত এ চি থাকে জানো বা লগাই জানো ? তই এতিয়া নগৰৰ আঁতৰত থকা গাঁৱৰ একেবাৰে ভিতৰৰ অঞ্চল এটালৈ যাচোন , তাত গৰমৰ প্ৰকোপ কেনেকুৱা ৷ নিজে এ চি কোঠাত সোমাই এইবোৰ যা তা বাতৰি পৰিবেশন নকৰাই শ্ৰেষ্ঠ ৷

  • @NaimuddinAhmedNaim
    @NaimuddinAhmedNaim Місяць тому

    Gos gosoni katise so gorom hoise dada

  • @nabindas7409
    @nabindas7409 Місяць тому

    Apunaloke AC use Kari ase. Gas🌲 rub jiman pare beleg upai nai.

  • @AnantaSonowal-w6x
    @AnantaSonowal-w6x Місяць тому

    আমি ভাগ্যৱান আমাৰ গাঁৱত AC নাই। সেই বাবে গৰম বেছি নাই।

  • @lnl6069
    @lnl6069 Місяць тому

    Ghare Ghare gorom bidhi hua babe, Ghare Ghare AC logab loga hoise..😂

  • @mukhiadavlogs.288
    @mukhiadavlogs.288 Місяць тому

    তেতিয়া হলে ACকেইতা বাহিৰত লগাই দিওঁ
    নে কি কয়

  • @jadavdas7258
    @jadavdas7258 Місяць тому

    মহাশয় আপোনাৰ কাৰ্যালয়ৰ a.c বন্ধ কৰক।উপদেশতকৈ আৰ্হি ভাল।

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 Місяць тому +4

    গৰম বেচি হোৱাৰ বাবেহে ঘৰে ঘৰে AC লগাইছে। ঠাণ্ডা হোৱা হলে কোনে লগাব।

  • @rsriderplsh4632
    @rsriderplsh4632 Місяць тому

    Gari ac brr hisab korok gharr koi gari besi aru xokolo ghar t ac nathakila o xokolo garit ac thakai

  • @GhanashyamSarma-h7g
    @GhanashyamSarma-h7g Місяць тому

    You are delivering news sitting in a.c. room ,wearing acoat and tie

  • @hazarika3679
    @hazarika3679 Місяць тому

    Exactly right kotha koisay

  • @chittagogoi2716
    @chittagogoi2716 Місяць тому

    কোৱাৰ আগত আপুনি কোত টো খুলি লোৱা হলে ভাল আছিল

  • @SahenBasumatary-wk1dj
    @SahenBasumatary-wk1dj Місяць тому

    Ghore ghore AC logaici hibilak Toka kot paici ?

  • @pobitrapobitra3674
    @pobitrapobitra3674 Місяць тому

    Mohodoi apuni weather specialist neki jadi hoi tene anekua kotha kouk kintu polution huwar bisari kotha kouk

  • @mrinalphukan5425
    @mrinalphukan5425 Місяць тому

    তোৰ ষ্টুডিঅ'ত কি ফোপটো লগাইছ

  • @ArunjyotiDas-k4r
    @ArunjyotiDas-k4r Місяць тому

    thanda dinot heater logale thanda besi hoi neki

  • @Probingupta8667
    @Probingupta8667 Місяць тому

    Amar gorot honmukhot OCS t 🔥 jolaa 24×7

  • @MoonBora-ni1mc
    @MoonBora-ni1mc Місяць тому

    প্ৰদূষণ ৰোধ কৰিবলৈ নিউজ কৰক

  • @hiradas2773
    @hiradas2773 Місяць тому

    Office time should be change immediately. Time should be Morning or evening shift both in Government & Private, Office & Business organisation. And it should be compulsory in Summer season.

  • @harkantaray3123
    @harkantaray3123 Місяць тому

    সঁচা কথা। লগতে কংক্ৰিত ৰ ঘৰ সমূহেও ইয়াত অৰিহণা যোগাইছে।

  • @LakhinathKonwar-n5b
    @LakhinathKonwar-n5b Місяць тому

    Aahok aami hokoluwe 5 jupakoi gos rupon koru..moi jot hubidha hoi tate ruisu...problem solv hobo moi aakha korisu...

  • @ChandanBoruah-v1e
    @ChandanBoruah-v1e Місяць тому

    Apuni ji2 roomt humai tetufali seonri ase, tat AC nai nki

  • @chitrahazarika5794
    @chitrahazarika5794 Місяць тому

    মূল কাৰণ টো এৰি চালে বেৰে কোবালে।

  • @DEEPJYOTI39
    @DEEPJYOTI39 Місяць тому

    Apunar studio t AC

  • @tilokroy2666
    @tilokroy2666 Місяць тому

    Aitu akau ki news, amar gaot dekhun karo AC nai. Tothapiu dekhun bahut garam. Gos gosoni kotar falat garam hoise . takei nokia kio.

  • @ujjalchakraborty9410
    @ujjalchakraborty9410 Місяць тому

    আগতে আপুনি নিজৰ গৰত আৰু নিজৰ অফিচ ৰ পৰা AC লগোৱা বন্ধ কৰক।

  • @anilhoro8702
    @anilhoro8702 Місяць тому

    😂😂😂😂😂আপোনাৰ dress টো চাই লওক 😂😂😂

  • @sukuramkachari72
    @sukuramkachari72 Місяць тому

    AC কি আজি 70 বছৰে নাজানিলো ,,,

  • @dineshsarania4834
    @dineshsarania4834 Місяць тому

    আপোনাৰ বিশ্লেষণৰ পৰা বুজি পালোঁ বিদ্যুৎ উৎপাদনৰ সময়ত প্ৰকল্প সমূহৰ পৰা কাৰ্বন নিৰ্গত হৈ বায়ুমণ্ডৰ উষ্ণতা বৃদ্ধি কৰে।বুজাত অলপ অসুবিধা হল ঘৰত ব্যৱহাৰ কৰা AC প্ৰতেক্ষভাৱে কেনেকৈ জড়িত হ'ল?বাইক মটৰগাড়ী উদ্যোগ আদিৰ চিলীণ্ডাৰেদি ওলোৱা তাপ প্ৰবাহে বায়ুমণ্ডল কিয় গৰম নকৰিব?

  • @Ratul38
    @Ratul38 Місяць тому

    তই কি ৰুমত আছ গৰু।

  • @rejaulkarim115
    @rejaulkarim115 Місяць тому

    CFC increases by AC , Refrigerator etc.

  • @JakirAli-fu2im
    @JakirAli-fu2im Місяць тому

    Right kotha koisa

  • @pallablochanbora8500
    @pallablochanbora8500 Місяць тому

    মইওঁ এইটো কথাই কম। outer heating problem...

  • @amritdeka8269
    @amritdeka8269 Місяць тому

    Ac Banned kori dibo lage ..😅

  • @rajubgamer4135
    @rajubgamer4135 Місяць тому

    Aru lage gorom amak ...60 degree lage

  • @atulkalita9774
    @atulkalita9774 Місяць тому

    Vehicle ' bike pakka road pakka houses also

  • @hafizurrahmansarkar3368
    @hafizurrahmansarkar3368 Місяць тому

    T shirt sage aaponar nai. Standarity lagiba pisot kar ki hoy vabiba homay nai.

  • @davidboro5609
    @davidboro5609 Місяць тому

    Apuniu coat pindhi ac r moja lua porityag korok, gosor tolot bohi jaok. Finlandot thoka jen onubhob hobo. Raijor tokaburere sorkare raijok finland akhon dibo nuarene ?

  • @ssahinalam5953
    @ssahinalam5953 Місяць тому

    মিছা কথা

  • @prai6978
    @prai6978 Місяць тому

    Dada aapuni ki Kobo বিচাৰিছে, কি বুজাব বিচাৰিছে, আগতে নিজে বুলি লৈ বাতৰি কক । নিজে নুবুজি আনক বুজাব নোৱাৰিব ।

  • @SahilAhmed-e2s
    @SahilAhmed-e2s Місяць тому

    AC ban korok .naiba tax logaok ..
    Cooler thik ase Sid effects nai .

  • @promudborgohain7920
    @promudborgohain7920 Місяць тому

    দামী দামী কোট,টাই লগাই ঝাত নিউজ দিছ??? তই ক'ত গৱেষণা কৰি পালি??

  • @kishanbora2248
    @kishanbora2248 Місяць тому

    AC dam komai dilea gorom komi jabo