কথাটো কোনেও গাত পাতি নলব

Поділитися
Вставка
  • Опубліковано 20 жов 2024

КОМЕНТАРІ • 74

  • @morigaonvlogs7112
    @morigaonvlogs7112 3 місяці тому

    কৃষ্ণ কৃষ্ণ আতা প্ৰভু🙏🙏🙏

  • @GunabhiDas-yq3yq
    @GunabhiDas-yq3yq 3 місяці тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @SonaramSaikia-l8o
    @SonaramSaikia-l8o 3 місяці тому

    ৰাম ৰাম ৰাম

  • @bhupalibaruah661
    @bhupalibaruah661 2 місяці тому +1

    ৰাম ৰাম হৰি হৰি আপোনাক সেৱা জনালো 😊😊😊😊❤❤❤

  • @probinhazarika7899
    @probinhazarika7899 3 місяці тому

    কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিছো।

  • @NiruKhargharia
    @NiruKhargharia 3 місяці тому

    কৃষ্ণ কৃষ্ণ

  • @sabitriboruah4411
    @sabitriboruah4411 3 місяці тому

    🙏

  • @DipaDulakshoria
    @DipaDulakshoria 3 місяці тому

    Krishana

  • @AninditaNaiduoffical
    @AninditaNaiduoffical 3 місяці тому

    কৃষ্ণ কৃষ্ণ বাপ

  • @buddhaboruah3008
    @buddhaboruah3008 3 місяці тому

    Krishna ❤❤❤🙏🙏🙏

  • @dhirendeka7728
    @dhirendeka7728 3 місяці тому

    কৃষ্ণ🙏

  • @tAnNmOy-P1r
    @tAnNmOy-P1r 3 місяці тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🙏🙏🙏

  • @deepabora1865
    @deepabora1865 3 місяці тому

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনাইছোঁ 🙏🙏🙏🙏

  • @gargisonowal17
    @gargisonowal17 3 місяці тому

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰক সেৱা জনালো

  • @Minakakati-nu5hp
    @Minakakati-nu5hp 3 місяці тому

    কৃষ্ণ কৃষ্ণ বাপ প্ৰণাম🙏🙏🙏🙏

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq 3 місяці тому

    কৃষ্ণ

  • @dipadutta958
    @dipadutta958 3 місяці тому

    🙏🙏🙏🙏🙏🙏🙏

  • @sumubhuyan732
    @sumubhuyan732 3 місяці тому

    Krishna krishna 🙏🙏🙏

  • @JituHazarika-o3i
    @JituHazarika-o3i 3 місяці тому

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম

  • @asomiaasom6008
    @asomiaasom6008 3 місяці тому +1

    মায়া শাস্ত্ৰ ভাগৱতক আশ্ৰয় কৰি মায়াৱী গুৰু শংকৰ মাধৱে প্ৰকৃত শুদ্ধ সত্য মোক্ষ দাতা বেদ ধৰ্ম কৰ্ম আচৰণ বিৰোধ কৰি ত্যাগ কৰাই নিন্দা ঘৃণা তুচ্চতাচ্চিল্য কটুসমোলোচনা কৰা দুৰাচাৰী পাপাচাৰী একশৰণ কৃষ্ণ নাম গুণ ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি কিছু অংশ লৈকক পাপী কৰ-ইছৃ

  • @LoknathGogoi-i1i
    @LoknathGogoi-i1i 3 місяці тому

    নিৰ্মল

  • @KamalaBaishaya-us6io
    @KamalaBaishaya-us6io 3 місяці тому

    Krishna krishna

  • @madhujyagogoi9721
    @madhujyagogoi9721 3 місяці тому

    কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম

  • @jodujunakakashmusical266
    @jodujunakakashmusical266 3 місяці тому

    ❤🙏🏻

  • @bhaskarhazarika4429
    @bhaskarhazarika4429 3 місяці тому

    ৰাম ৰাম

  • @ankitagogoi9376
    @ankitagogoi9376 3 місяці тому

    Krishna Krishna

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 3 місяці тому +3

    কৃষ্ণ কৃষ্ণ বাপজনা ভক্তি ভৰা সেৱা ভাগি গ্ৰহন কৰিব কৃষ্ণ

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 3 місяці тому

    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ বাপ আই সকলো লৈকে ‌সেৱা নিবেদিলো

  • @keshabbora7742
    @keshabbora7742 3 місяці тому

    কষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @ArchanaBorah-zm2hj
    @ArchanaBorah-zm2hj 3 місяці тому +1

    কৃষ্ণ কৃষ্ণ সেৱা গ্ৰহণ কৰিব কৃষ্ণ

  • @tinumaisaikia1694
    @tinumaisaikia1694 3 місяці тому +1

    কৃষ্ণ কৃষ্ণ বাপ জনা সেৱা জনাইছোঁ 🙏🙏🙏🙏

  • @purnimadas7779
    @purnimadas7779 3 місяці тому +4

    🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ বাপ প্ৰভু ঈশ্বৰ আপোনাৰ সকলো চৰণ কমলত ভক্তি ভৰা সেৱা অৰ্পণ কৰিলো কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏

  • @lipikarajkonwar5654
    @lipikarajkonwar5654 3 місяці тому

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @tulsidas6502
    @tulsidas6502 3 місяці тому

    🙏🙏🙏

  • @PalashDhekialphukan
    @PalashDhekialphukan 3 місяці тому +4

    Krishna Krishna Ram Krishna bap

  • @RaniBhuyan-rq8se
    @RaniBhuyan-rq8se 3 місяці тому

    Val lagil joy krishno joy

  • @AditPatar-d8j
    @AditPatar-d8j 3 місяці тому +1

    Krishna krishna krishna bap 👌👌👌👌👌👌👌👌👌❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @PalabiDuwarah
    @PalabiDuwarah 3 місяці тому

    Krishna Krishna 🙏🙏🙏🪔

  • @Mahananda.Hazarika.
    @Mahananda.Hazarika. 3 місяці тому

    Sumitra Gogoi
    Krishna Bap Ati Sundar Bhagawat path aru Baykha suni bar val lagil kathabor Krishna Bap Pranam janalo Aaponar legate Samasta Bap Aaisakalak Krishna 🙏

  • @babulborah5253
    @babulborah5253 3 місяці тому +4

    মহাভাগৱত কৃষ্ণ ।

  • @swapnagogoi8702
    @swapnagogoi8702 3 місяці тому +4

    Krishna Krishna Krishna

  • @deepakgogoi6891
    @deepakgogoi6891 3 місяці тому +7

    Krishna provu mur gorvo xontanti vale kuxola rakhiba provu❤ Krishna

  • @ritagohain2552
    @ritagohain2552 3 місяці тому +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @khirodbhuyan5967
    @khirodbhuyan5967 3 місяці тому +3

    Krishna 🙏

  • @pallabikagohain5720
    @pallabikagohain5720 3 місяці тому +6

    কৃষ্ণ কৃষ্ণ প্ৰভু আপুনি যেন আমাক সত গুণৰ অনু ৰেনু বৰিষনৰ কৃপা কৰে কৃষ্ণ

  • @Narendrasaikia556
    @Narendrasaikia556 3 місяці тому +1

    Ramkrisna

  • @debajanidas404
    @debajanidas404 3 місяці тому +1

    কৃষ্ণ কৃষ্ণ

  • @KeshabPhukon-nj2du
    @KeshabPhukon-nj2du 3 місяці тому +2

    Krishna krishns bap hewa nibedichu krishna

  • @kumudinisaikia1979
    @kumudinisaikia1979 3 місяці тому

    কৃষ্ণ 🙏🙏🙏🪔🪔🪔

  • @pallabikagohain5720
    @pallabikagohain5720 3 місяці тому +16

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🌹🙏🙏🙏🙏

  • @jurisaikia8501
    @jurisaikia8501 3 місяці тому +4

    কৃষ্ণ।

  • @PapariTalukdarKalita
    @PapariTalukdarKalita 3 місяці тому

    Bap kirahana

  • @Narendrasaikia556
    @Narendrasaikia556 3 місяці тому +1

    Ramkrisnagovind

  • @Narendrasaikia556
    @Narendrasaikia556 3 місяці тому +1

    Ramkrisnaramkrisnagovind

  • @JitumoniDutta-q
    @JitumoniDutta-q 3 місяці тому +2

    কৃষ্ণ বাপ যিহেতু শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ভকত সকলে দেব দেবী পূজা নকৰে সেইটো সকলো সমাজে জানে। গতিকে পাঠ বাখ্যা অনুষ্ঠানত মূতী পূজা কৰা কথাটো সঙ্ঘৰ ভকতে আলোচনা কৰিলে আলোক জনৰ লগতে অনুষ্ঠান ভাগো সমালোচনা লৈ অহা দেখা যায়। সেই হে পাৰিলে এই বিষয় বিলাক এৰাই চলিলে ভাল হয় বুলি আমি ভাবোঁ। মহাভাগৱত সাগৰ যিহেতু অনেক বিষয় আছে,আনৰ মনত দুখ নিদিয়াকৈ ক'ব বাপ । অপৰাধ নধৰিব কৃষ্ণ বাপ সেৱা জনালোঁ। কৃষ্ণ বিষ্ণু হৰি ৰাম ।

    • @Barikhaboraminishorts
      @Barikhaboraminishorts 3 місяці тому

      আপুনি বহুতো ওচিত কথা ষাৰ ব্য ক্ত কৰিছে ভাগৱত ব্যাক্ষা কাৰো প্ৰতি বিষোদগাৰ নহলে ভাল লাগিব কৃষ্ণ

    • @asomiaasom6008
      @asomiaasom6008 3 місяці тому +1

      অসমৰ শংকৰ মাধৱৰ শংকৰী বৈষ্ণৱ ধৰ্মৰ আদৰ্শই হৈছে আন গুৰু দেৱ নাম ভকতক ,শিৱক দেৱ দেৱীক ,বেদ বিহিত তপ জপ যাগ যোজ্ঞ পূজা শ্ৰাদ্ধ পিণ্ড দান ব্ৰতৰ বিৰোধ নিন্দা ঘৃণা কটুসমালোচনা কৰা শংকৰী বৈষ্ণৱ ধৰ্ম ।সেয়ে শংকৰী শিষ্য সকলে শংকৰ মাধৱৰ আদৰ্শৰ শংকৰী একশৰণীয়া কৃষ্ণ ভকত সকলে কৃষ্ণ শংকৰ মাধৱ ভাগৱতক ভজি আন গুৰু দেৱ দেৱীক শিৱক দেৱ দেৱীক বেদক বেদবিহিত তপ জপ যাগ যোজ্ঞ পূজা শ্ৰাদ্ধ পিণ্ড দান ব্ৰতৰ বিৰোধ নিন্দা ঘৃণা কটুসমালোচনা কৰিবই সিঁহতৰ সেয়াই ধৰ্ম আদৰ্শ মহত্ব ।যেনে গুৰু তেনে শিষ্য চৰিত এৰে কেনেকৈ ?সিঁহত ধাৰ্মীক নহয় সিঁহত আন গুৰু দেৱ নাম ভকত ,শিৱ দুৰ্গা লক্ষ্মী সৰস্বতী গণেশ দেৱ দেৱীক ,বেদক ,বেদবিহিত তপ জপ যাগ যোজ্ঞ পূজা শ্ৰাদ্ধ পিণ্ড দান ব্ৰতৰ বিৰুদ্ধে শীতল যুদ্ধ কৰি থকা জেহাদীহে ।প্ৰাণজিত গগৈহত মুছলিম জেহাদীতকৈ কোনো গুণে কম নহয় ।

  • @kalyanborah2563
    @kalyanborah2563 3 місяці тому

    Oti vokti suror lokhayan..

  • @asomiaasom6008
    @asomiaasom6008 3 місяці тому +1

    হেৰৌ অসমৰ হিন্দু জেহাদী শৈনিক প্ৰাণজিত গগৈ অসমৰ মানুহক কিমান বিভ্ৰান্ত কৰি মতিভ্ৰম বিধৰ্মী অধৰ্মী পাষণ্ড দুৰাচাৰী নৰকগাঋী কৰিবি প্ৰাণজিত গগৈ ?ব্ৰহ্মা বিষ্ণু মহেশ্বৰ একেশ্বৰ ,তিনি গুণৰ ৰূপৰ সাকাৰ স্বৰূপ বুলি সকল শাস্ত্ৰই কোৱাৰ পিচত বিষ্ণুক শ্ৰেষ্ঠ পৰমব্ৰহ্ম কৰি ব্ৰহ্মা মহেশ্বৰক সামান্য দেৱতা বুলি সহজ সৰল অসমীয়া লোকক ভুল বিকৃত কৰি বুজাই আছা কিয় চয়তান প্ৰাণজিত গগৈ ?শিৱ পৰম ব্ৰহ্ম অনাদী কৌটি ব্ৰহ্মান্দৰ অধিকাৰী হৰি শিৱ সনাতন বুলি কৈছেনে নাই তাৰ পিছতো শিৱক,আদিশক্তি মা দুৰ্গাক ,ঈশ্বৰৰ বিভূতিস্বৰূপ প্ৰকৃতিৰ চৈতন্য শক্তি দেৱ দেৱীক সামান্য দেৱতা কৰি হেয়জ্ঞান অবজ্ঞা নিন্দা অপমান কটুসমালোচনা কৰি জোৰকৈ সহজ সৰল অজ্ঞ লোকক ভুল বিকৃত অপব্যাখ্যা কৰি বুজাই মতভ্ৰম কৰাই নৰকৰ পথিক কৰি আছা কিয় প্ৰাণজিত গগৈ ?চাৰি শ্লোকৰ ভাগৱতক ওঠোৰ হাজাৰ শ্লোকত সাজিকাচি একপক্ষীয় স্বাৰ্থপৰ কৰি ৰহস্যজনক ভাবে লিখা ভাগৱতৰ মায়াময় সন্দেজনক দুমুখীয়া স্ববিৰোধী বিপৰীতমুখী উপদেশৰ ভাগৱত শ্ৰেষ্ঠ নে বেদ সোতৰ পুৰাণ গীতা শ্ৰেষ্ঠ ?বেদ সোতৰ পুৰাণ গীতা যদি ভুল অমান্য কৰিব লগা শাস্ত্ৰ তেতিয়া ভাগৱতৰ গ্ৰহণযোগ্যতা কত ?ভাগৱতত পোৱা মতে ভাগৱত খন নাৰদৰ নিৰ্দিষ্ট বাধ্যবাধকতা আজ্ঞা উপদেশত লিখা ব্যাসৰ ওঠোৰ নম্বৰ পুৰাণ আগৰ সোতৰখন পুৰাণ মুক্তভাবে স্বাধীনভাবে লিখিছিল সেয়ে সোতৰ পুৰাণৰ গ্ৰহণযোগ্যতা নাই ?ভাগৱত খন নিৰ্দিষ্ট কৰি দিয়া বিষয়ৰ পৰিধি পৰিসীমাৰ ভিতৰত লিখা বাবে আৰু মায়া আৰু ভক্তধৰ্মক আশ্ৰয় কৰি, মায়া আৰু ভক্তি ধৰ্মযুক্ত কৰি লিখা বাবে গ্ৰহণযোগ্যতা বেছি শ্ৰেষ্ঠ নেকি ? সত্য ত্ৰেত দ্বাপৰ যুগৰ ঈশ্বৰ আৰাধনা তপ জপ যাগ যজ্ঞ পূজা শ্ৰাদ্ধ পিণ্ড দান ব্ৰতৰ বিৰোধ কৰা আতৰাই এলাগী কৰি সত্য ত্ৰেতা দ্বাপৰৰ অন্তত মন্দমতি পাপমতি ঘোৰ কলিকালত হঠাত নাটকীয় ভাবে চাৰিবেদ চৈধ্যশাস্ত্ৰ সোতৰ পুৰাণক নস্যাৎ কৰি মায়া আৰু ভক্তি ধম্নক আশ্ৰয় কৰি কেৱল কৃষ্ণক সাৰ কৰি একপক্ষীয়ভাবে স্বাৰ্থত লিখা ভাগৱত শ্ৰেষ্ঠশাস্ত্ৰ হয়নে প্ৰাণজিত গগৈ ?প্ৰাণজিত গগৈ পাঁচশ বছৰ আগতে অসমত মহাপুৰুষ হৰিদেৱ,শংকৰদেৱ ,দেৱ দামোদৰদেৱ ,গোপালমিশ্ৰ , মাধৱদেৱ ,ভট্টদেৱ ,গোপালচৰণ দ্বিজ ,হৰিদাস ,কেশৱচৰণ দ্বিজ ,জয়হৰিদেৱ ,অনন্ত কন্দলি, বংশীগোপালদেৱ ,ভগৱানদেৱ ,সন্তদেৱ ,বলদেৱ ,গোবিন্দ মিশ্ৰ,কৃষ্ণদেৱ ,অনিৰুদ্ধদেৱ আদি মহাপুৰুষ বৈষ্ণৱ গুৰু কবি আচাৰ্য মহন্ত সকলে ঈশ্বৰ ভক্তি ধৰ্ম কি কেনেকৈ আচৰণ কৰে সকলো শিকাই দি গৈছে অসমবাসীক ।এতিয়া তঁহতে শুদ্ধ ভক্তি ধৰ্মক ভুল বিকৃত কৰি অপব্যাখ্যা কৰি অসমৰ লোকক মতিভ্ৰম কৰাই বিপথে নি নৰকগাঋী নকৰিবি প্ৰাণজিত গগৈ ।তঁহতে নিন্দা কৰি বিৰোধ কৰি কৃষ্ণ ভাগৱত শংকৰ মাধৱক ভজি মুক্তি বৈকুণ্ঠগতি পোা নে নৰকত যোৱা গৈ থাকা কিন্তু অসমৰ সহজ সৰল লোক সকলোক বিপথে নি দুৰাচাৰ দুস্কাৰ্যত লিপ্ত কৰা অধৰ্ম বিধৰ্মী কৰাই নৰকত নপঠিয়াবি ।তঁহত কেইটামান শংকৰী ব্যাখ্যাকাৰ ভকতে যি নিন্দাবাদ হেয়জ্ঞান অবজ্ঞা তুচ্চতাচ্চিল্য কটুসমালোচনা কৰা বিধৰ্মী আচৰণীয় ভক্তি ধৰ্ম প্ৰচাৰ কৰি আছা তেনে আচৰণ কাৰ্য সকল শাস্ত্ৰই মন্দমতি দুৰাচাৰী পাষণ্ড অধাচাৰী অনাচাৰী অধম পাপী বুওি কৈছে ।প্ৰাণজিত গগৈ তঁহতে বগা তিনি বস্ত্ৰ পৰিধিন কৰি নিন্দাবাদ অবজ্ঞা হেয়জ্ঞান অপমান তুচ্চতাচ্চিল্য কটুসমালোচনা বিৰোধ কৰা ভক্তি ধৰ্মৰ নামত ভাওনা ব্যৱসায় কৰা বন্ধ কৰি অসমত সনাতন বৈদিক ভাগৱত ধৰ্ম কৰি অসমৰ ধৰ্ম সমাজ শুদ্ধ হৈ থাকিব দিয়া ।তঁহতে নিজে কিমান পাপত লিপ্ত হোৱা হৈ থাকা কিন্তু মোৰ অসমৰ সহজ সৰল লোক সকলোক ভুওকৈ প্ৰভাবিত কৰাই উচতাই দুৰাচাৰী কৰাই নৰকত নপঠিয়াবি অনুৰোধ কৰিছো ।অসমত শংকৰী দামোদৰী হৰিদেৱী চৈতন্য পন্থীয় বৈষ্ণৱৰ লগতে শৈৱ শাক্ত সৌৰ গাণপত্য বৈষ্ণৱ পাঁচ সম্প্ৰদায়ৰ আচৰণীয় ভক্তি ধৰ্ম চলি আছে ।আটাইবোৰ পন্থই শুদ্ধ সত্য ,আটাইবোৰ পন্থৰ ভক্তি ধৰ্ম আৰাধনা আচৰণ বেদ পুৰাণ শাস্ত্ৰ ঈশ্বৰ বিহিত আজ্ঞায়িত ।প্ৰাণজিত গগৈ নিজে কি কৰা কেনেকৈ কৰা কৰি থকা কিন্তু আনক উদ্দেশ্য কৰি আনক লক্ষ কৰি নিন্দা বিৰোধ কটুসমালোচনা কৰা বন্ধ কৰা ।গীতা ভাগৱত শাস্ত্ৰ কেবল তঁহতে পঢ়া নাই সকলোৱে পছিছেতকম বেছি পৰিমাণে বুজিছে জানিছে শৈৱ বৈষ্ণৱ শাক্ত সৌৰ গাণপত্য সকল জাগি উঠাৰতআগতে তঁহতৰ ভণ্ডামী পাষণ্ড আচৰণ বেপাৰ বন্ধ কৰা ।শংকৰ মাধৱো অসমৰ ,হৰিদেৱ ,দেৱ দামোদৰদেৱ ,ভট্টদেৱ ,গোপালমিশ্ৰ ,গোবিন্দমিশ্ৰ ,বংশীগোপালদেৱ , ভগৱানদেৱ,সন্তদেৱ ,বলদেৱ , হৰিদাস ,জয়হৰিদেৱ ,কেশৱঙৰণ ,গোপালচৰণ ,কেশৱচৰণ,অনন্ত কন্দলি ,নিৰঞ্জনদেৱ,বনমালীদেৱ ,অনিৰুদ্ধদেৱ আদি মহাপুৰুষ সকল অসমৰ অসমীয়া পণ্ডিত নক্ষত্ৰ সকলোৰে অবদান অৰিহনা ত্যাগৰ ফলত আজিৰ অসম চহকী হৈছে।

    • @ArunaBhuyan-ob1ey
      @ArunaBhuyan-ob1ey 2 місяці тому

      Brohmandor adhikari jodi shiboi hoi tente koilyas parbotot shiboi kak dhyan Kori thake kobo neki ?

  • @LALITDEKA-y8t
    @LALITDEKA-y8t 3 місяці тому +1

    🙏🪔🕉️krishna

  • @reviews838
    @reviews838 3 місяці тому +3

    Kunubai hongkori honghor logic 2 kobo nki??? Mane mur janibo mon jai kio pujaa namane karon hindu manei puja patol dev devi joigyoo

  • @kritikajs177
    @kritikajs177 3 місяці тому

    Ate kthe kou beby nepeb jdi ami krinsha ke puju ,tene hl maa kthe tu kiapunek kune ai prithibi khon dekhel maa thaker krn maa mena ki amer maa durge devi

  • @PhulSaikiaPhul
    @PhulSaikiaPhul 3 місяці тому

    Kisno

  • @LearningSparkAxom
    @LearningSparkAxom 3 місяці тому +2

    Aponek amar ghorot matile kiman toka lagibo

  • @DipaDulakshoria
    @DipaDulakshoria 3 місяці тому

    Krishana

  • @KabitaDas-d8g
    @KabitaDas-d8g 3 місяці тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq 3 місяці тому

    কৃষ্ণ

  • @BhaskarDeka-if2iq
    @BhaskarDeka-if2iq 3 місяці тому

    Krishna krishna

  • @khogeswarigogoi1902
    @khogeswarigogoi1902 3 місяці тому +5

    কৃষ্ণ কৃষ্ণ বাপ কোটি কোটি বাৰ প্ৰণাম জনালোঁ কৃষ্ণ

  • @DipaDulakshoria
    @DipaDulakshoria 3 місяці тому

    Krishana

  • @prahladchetia4233
    @prahladchetia4233 3 місяці тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ