Bhagwat Path || Riju Pathak || Video-20 ( প্ৰথম স্কন্ধ)

Поділитися
Вставка
  • Опубліковано 27 січ 2025

КОМЕНТАРІ • 249

  • @orponadas6754
    @orponadas6754 3 роки тому +1

    Kishan🙏kishan🙏kishan🙏

  • @lillyhazarika1247
    @lillyhazarika1247 4 роки тому +2

    কৃষ্ণ।জ্ঞান কৰ্মে নসাধে ভকতি বাসস্তৱ জীৱনৰ "ভাগৱত"ছবি শ্ৰৱণে মিলিব ভকতি ।শ্ৰদ্ধাৰ বাপজনা কেনেকৈনো ভক্তি আহিব আমাৰ "প্ৰভুঈশ্বৰৰ কৃপাই যেন আপোনাৰ দৰে বক্তা মিলাইছে আমাক ।এইদৰে আগলৈ ভগৱানে আপোনাক আৰু সকলোকে পালন কৰিবলৈ হৰিৰ চৰণৰ ধুলি প্ৰতিক্ষণে লবলৈ প্ৰভুৱে কৃপা কৰক পুনৰ অশেষ শুভেচ্ছা আৰু "কৃষ্ণ নামে সেৱাটি ধৰিলো।---লিলি হাজৰিকা অইল কলনি নাৰেঙ্গী---গুৱাহাটি১৫-৬-২০২০---

  • @orponadas6754
    @orponadas6754 3 роки тому +1

    Krishna🙏Krishna🙏Krishna🙏

  • @kalpanasaikia3884
    @kalpanasaikia3884 4 роки тому

    He porombrohmo gurujon bostu apunar sri soronot atamar hewa atmak nibedisu. krishn krishn krishno🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @gitalineog6489
    @gitalineog6489 3 роки тому

    কৃষ্ণপ্ৰভু!হে প্ৰভু মোৰ কৃপালো বাপজনা আপোনাৰ শ্ৰীচৰণত শত কৌটি প্ৰণাম। ভাগৱতৰ অমৃতৰস আপোনাৰ হৃদয়ত যাতে সদায়েই বৈ থাকে প্ৰভু এইয়াই আমাৰ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা 🙏🙏🙏🙏

  • @dimbeswari_patar
    @dimbeswari_patar Рік тому

    Krishna. Krishna. Krishna Oum. santi. Oum. santi. Oum. santi. 🙏🙏🙏🙏

  • @manjurajkonwar2807
    @manjurajkonwar2807 2 роки тому

    কৃষ্ণ কৃপাময় প্ৰভু ঈশ্বৰ প্ৰণাম আগবঢ়ালোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ ধন্য প্ৰভু আপোনাৰ কৃপাত আমি অভাজনে কৃষ্ণৰ কথা শুনিবলৈ পায় নিজকে ধন্য মানিছো প্ৰণাম ও সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ 🙏🙏🙏 ।

  • @mrinalchandrakalita627
    @mrinalchandrakalita627 11 місяців тому

    কৃষ্ণ প্ৰভু ৷ আপোনাৰ শ্ৰীমুখে কষ্ণ কথা শুনি জীৱন ধন্য হৈছে ৷ ভক্তি ৰসত আবেগ সামৰিব নোৱাৰি চকু পানী ওলাব বিচাৰে ৷ এইহেন কৃষ্ণ কথা জীৱন থাকে মানে শ্ৰৱন কৰাৰ সযোগ যাতে কৰুণাময়ী ভগৱন্তই সুস্থ শৰীৰেৰে সৈতে প্ৰদান কৰে তাৰেই প্ৰাৰ্থনা তেৰাৰ শ্ৰীচৰণত আমি অল্পমতীৰ ৷ কৃষ্ণ ৷

  • @ganeshkoch561
    @ganeshkoch561 3 роки тому +1

    Krishna Ram Ram Ram pronam jonalu apunak bap 🙏🙏🙏❤️

  • @mrinalmedhi8346
    @mrinalmedhi8346 Рік тому

    ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ 🙏🙏🙏🪔🪔🪔🪔🪔🪔

  • @JonaliNishita
    @JonaliNishita 2 місяці тому

    🙏🙏🙏BAP Aponar mukhere Krishna katha suni scakoi jibn Dhanya hai goise prabhu .Aponar mangel hok

  • @nagoanbordoloni9399
    @nagoanbordoloni9399 2 роки тому

    🙏
    হে প্ৰভুজনা ভাগৱতৰ কথা একোকে মনত নাথাকে কিন্তো সুবিধা পালেই ভাগৱত ব্যাখ্যা হুনিয়েই থাকো 🙏

  • @ganeshkoch561
    @ganeshkoch561 3 роки тому +1

    Krishna'ram Ram Ram pronam jonalu apunak bap 🙏🙏🙏

  • @Sarala24
    @Sarala24 4 місяці тому

    Krishna 🙏 krishna 🙏Krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @daisyrabha2343
    @daisyrabha2343 4 роки тому +1

    Krishna Krishna bap sewa janaisu krishna

  • @pinkudas6167
    @pinkudas6167 Рік тому

    Krishna pravujana 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @sarbanandasingh269
    @sarbanandasingh269 4 роки тому +16

    ভগৱন্তৰ অমৃত কথাত ধন্য হলো।তাৰ বাবে বাপ জনাক অশেষ ধন্যবাদ।প্ৰভূৱে আপোনাক কৃপা কৰক।

  • @animadevi4327
    @animadevi4327 2 роки тому

    Krishna Krishna 🙏🙏 bap Prabhu

  • @bondanadas1594
    @bondanadas1594 4 роки тому

    কৃষ্ণ বাপ অতি সুন্দৰ....🙏🙏🙏সেৱা গ্ৰহন কৰিব...কি বুলি কম ভাষাৰে বজাব নোৱাৰি.....আপোনাৰ আৰ্দশৰে পৰিপূৰ্ণ হৈ জীৱনবাটত আগোৱাই যাবলৈ আৰ্শীবাদ কৰিব....🙏🙏🙏শুভ ৰাতি কৃষ্ণ

  • @munindrabailung1185
    @munindrabailung1185 3 роки тому

    প্ৰণাম প্ৰভু। আজি পুৱাতে আপোনাৰ কণ্ঠে ভাগৱত শ্ৰৱন কৰি আপোনাৰ প্ৰতি ভক্তিত চকুলো নিগৰি আহিল । এই ভাৱি যে আপুনাৰ সদচিন্তাৰ বাবেই মোৰ দৰে অজ্ঞ এজনে ইমান জ্ঞান পাবলে সক্ষম হৈছো , হৰি কথা শুনি জীৱনক ধন্য কৰিবলে অকনমান হলেও সুযোগ পাইছো । প্ৰভু ঈশ্বৰে আপোনাৰ দৰে ব্যক্তিসকলক দীঘলীয়াকৈ ধৰাধামত ৰাখক যাতে আমাৰ দৰে অলেখ অজ্ঞলোকে জ্ঞানৰ পোহৰ পাই থাকে ।

  • @purushottamsutradhar6895
    @purushottamsutradhar6895 4 роки тому +11

    হে ঈশ্বৰ সমবাপ প্ৰভু আপোনাৰ কৃপাতে আপোনাৰ শ্ৰীমুখে ভাগৱতৰ অমৃত বাণী কীৰ্তন শ্ৰৱন কৰি আমাৰ পৰম উপকাৰ সাধন কৰিলে ,আপোনাৰ আয়ুস যশ শ্ৰীবৃদ্ধি কামনা কৰিলোঁ ! কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @guneswarpadiguneswarpadi8995
    @guneswarpadiguneswarpadi8995 4 роки тому +6

    কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম
    হে ,, পৰম শ্ৰদ্ধাৰ পাঠক বাপ
    আপোনাক বহুত বহুত ধন্যবাদ
    কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম

  • @manashidevi9262
    @manashidevi9262 3 роки тому

    Joi guru Sankar 🙏🙏🙏🙏🙏

  • @dipakborah1152
    @dipakborah1152 3 роки тому

    🙏🌺Krishna Baap🌺🙏

  • @atulokalita4134
    @atulokalita4134 4 роки тому +1

    Baap Ati Sunder bakhya. Jai guru Sankar. Krishna Krishna

  • @nilimachoudhury5019
    @nilimachoudhury5019 2 роки тому

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏🙏🙏🙏🙏

  • @tikenchandrakalita4928
    @tikenchandrakalita4928 Рік тому

    Prabhu early morning listening BHAGAWAT GEETA through this smartphone iwe become Happy, namaste prabhu

  • @arupdutta1873
    @arupdutta1873 4 роки тому +7

    শুদ্ধ কথা প্ৰভূজন,ঈশ্বৰ কৃষ্ণৰ নাম পৰম অমৃত ,মৃত সঞ্জীৱনী ।আপুনি সৎ পুৰুষ, আমাৰ বাবে ইয়াতকৈ আৰু সৌভাগ্য একো হব নোৱাৰে যি পৰম গিয়ান আপুনি প্ৰদান কৰিছে তাৰ তুলনা নাই ।অনুগ্ৰহ হয় যদি সাতৃক আহাৰৰ বিষয়ে অলপ বাখ্যা আগবঢ়াব ।আউসী একাদশী আৰু অমবুবাচীত খেতিৰ উৎপাদিত বস্তু ঈশ্বৰৰ অগ্ৰত অপৰ্ণা কৰিব পাৰি নে নোৱাৰি জনা ব, কাৰণ আজিকালি বহু লোকে এইবোৰ নামানে ।আমি কৃষিজীৱি মানুহ ,গতিকে আপুনি এটা সৎ পৰামৰ্শ আগবঢ়াব প্ৰভূ ।আপোনাৰ শ্ৰীমুখৰ ভাগৱত কথাই আমাক পৰম ধন্য কৰিছে ।হে বাপজন আমাক এইদৰে অমৃত দান দিবলৈ প্ৰভূৱে যেন সদায় আপোনাক কুশল আৰু মঙ্গলে ৰাখক ।।কৃষ্ণ ।।।

  • @rajurohidas9809
    @rajurohidas9809 4 роки тому +1

    Krisna baap episode 20huni aatmaye bohut bohut tripti palu. Aapunak hohoshro pronam jonalu.

  • @uddabroy3283
    @uddabroy3283 4 роки тому +5

    কৃষ্ণ কৃষ্ণ বাপ জনা l সুপ্ৰভাত সুন্দৰ বিশ্লেষণ l সেৱা ভাগি নিবেদিছোঁ কৃষ্ণ কৃষ্ণ l

  • @kabitasaikia1476
    @kabitasaikia1476 4 роки тому +8

    কৃষ্ণ বাপ। আপোনাৰ কণ্ঠেৰে নিগৰিত সাৱলীল আৰু সুমধুৰ অমৃত বাণীয়ে আমাৰ জীৱন ধন্য কৰিছে। ভগৱানে আপোনাক কুশলে ৰাখক।

  • @ranjudutta2234
    @ranjudutta2234 4 роки тому

    Krishno Krishno Krishno hewa jonaisu

  • @sangitakalita8537
    @sangitakalita8537 2 роки тому

    Bhagawantar amrit kathat dhanya hlo pravu, bhagawane aapunak aru saktisali kri tulak,Krishna.

  • @sewalidas4114
    @sewalidas4114 2 роки тому

    Krishna Krishna baap xoto kouti pranam janalu 🙏🙏🙏🙏🙏

  • @karunahazarika3751
    @karunahazarika3751 3 роки тому

    হে বাপ প্ৰভূ। আপোনাক প্ৰনাম ।

  • @bhupendas1971
    @bhupendas1971 4 роки тому +3

    সুন্দৰ বাপ, সুন্দৰ ! আপোনাৰ চৰণ পুনঃ বাৰ নমন কৰিলো বাপ, কৃষ্ণ | ইমান মধুৰ বচনেৰে আমাক আপ্লুত কৰিছে যে আমাৰ ভাষা নাই কৃতজ্ঞতা জনাবলৈ প্ৰভূ তথাপি ও আমি আপোনাৰ মংগল কামনা কৰিলোঁ | মহা ভাগৱতৰ অমৃতময় বচনে আপুনি মন প্ৰাণ ঈশ্বৰমুখী কৰি মানবী জীৱন আধ্যাত্মিক বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ অৰিহণা যোগাইছে | হে মহান আমি
    ধন্য হৈছো আপোনাৰ এনে প্ৰচেষ্টা বাবে | এবাৰ সুশৰীৰে সাক্ষতৰ পোষকতা কৰিছো আপোনাৰ | সময়ত নিশ্চয় আশা পূৰণ কৰিব বুলি আশা ৰাখিলোঁ | কৃষ্ণ বাপ, কৃষ্ণ......

  • @mihir7535
    @mihir7535 4 роки тому +4

    কৃষ্ণ বাপ বহুত সুন্দৰ কথা কৈছে ভগৱন্ত কৃষ্ণ হ্নদয়ত জন্ম দিলেহে বসুদেৱৰ দৰে মায়া বন্ধন শিকলি ছিঙিব পাৰিম। হে সাধু বাপ আপোনাৰ চৰণত শতকোটি প্ৰণাম জনাইছোঁ কৃষ্ণ🙏🙏

  • @bipinsaikia5008
    @bipinsaikia5008 4 роки тому

    Krishno krishno krishno krishno.

  • @ilamonigogoi9832
    @ilamonigogoi9832 4 роки тому +4

    কৃষ্ণ কৃষ্ণ বাপ পুৱাৰ সেৱা ভাগ ধৰিলো আপোনাৰ মোখ পদ্ম হনতে ভাগৱত কথা শুনি অমৃত ৰস পাণ কৰিলো। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ।

  • @ronjitborah1997
    @ronjitborah1997 3 роки тому +1

    Sewa jonalu.porial soho suni porom santush lav korisu.

  • @munindragogoi2586
    @munindragogoi2586 4 роки тому +3

    কৃষ্ণ কৃষ্ণ বাপ জনালৈ সেৱা জনাইছো ।কৃষ্ণ কৃষ্ণ ।

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 3 роки тому +2

    কৃষ্ণ প্রভু জনা ভগৱন্তৰ কথা অমৃত পান কৰি আমি ধন্য হৈছো প্রভু। ভগবানে আপোনাক কোশলে ৰাখক, সুস্বাস্থ্য অধিকাৰী হওঁক তাৰ কামনাৰে কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @lavanyadas3074
    @lavanyadas3074 4 роки тому +1

    কৃষ্ণ বাপ বহুত বহুত ধন্যবাদ ।

  • @khirodagogoi625
    @khirodagogoi625 4 роки тому +6

    কৃষ্ণ প্ৰভূ
    ভাগৱত কথা শুনাই আপুনিও
    মহান পুৰুষ হৈছে আৰু আমিও
    নিজকে ধন্য মানিছো প্ৰভূ ।
    কৃষ্ণ কৃষ্ণ ।

  • @apurbachetia8992
    @apurbachetia8992 4 роки тому +1

    Krishno... Probhu

  • @arunpachoni1993
    @arunpachoni1993 4 роки тому +6

    হে কৃষ্ণ প্রভু আপোনাৰ সকলো মঙ্গল কামনা কৰি কৃষ্ণ কথা আশা কৰিছো

  • @reenadutta5908
    @reenadutta5908 4 роки тому +2

    Bapjon .. dharabahik path xuni anandit holu 🙏

  • @travelingtimeothersbimanpr5662
    @travelingtimeothersbimanpr5662 4 роки тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভু ।

  • @lilakalita6705
    @lilakalita6705 4 роки тому +3

    কৃষ্ণ বাপ নমস্কাৰ গ্ৰহণ কৰিব ।এনেকৈ সদায় ভগৱানৰ কথা শুনি বলৈ পাই নিজকে ধন্য মানিছো এইয়া তেওঁৰ কৃপা আৰু আপোনাৰ ও কৃপা বুলি ধৰিছো ।সেয়েহে কুশল কামনাৰে সদায় ।

  • @subornaroy9303
    @subornaroy9303 4 роки тому

    Krishnakrishna prabhu bhagawnar gunanukritonsraban kari bhagyaban halu prabhu

  • @pankajboruah3673
    @pankajboruah3673 4 роки тому +1

    কৃষ্ণ কৃষ্ণ প্রভুজনা পুৱাৰ সেৱা নিবেদিলো। আপোনাৰ কণ্ঠত কৃষ্ণকথা শুনি জীৱন ধন্য হৈছে আৰু এনেদৰে সদায় কৃষ্ণকথা শুনিবলৈ ভগৱানে আপোনাক সদায় কোশলে ৰাখক।

  • @utpal-verynicedas6072
    @utpal-verynicedas6072 4 роки тому +13

    কৃষ্ণ প্ৰভু মোৰ সেৱা ভাগ গ্ৰহণ কৰিৱ । লগতে আপোনাৰ মঙ্গল কামনা কৰিলো ।

  • @joyadevi2447
    @joyadevi2447 4 роки тому +2

    হে প্ৰভূ ইশ্বৰ আপোনাক কিদৰে কও ময় তকেই ওৰ বিছাৰি নাপাও । সদাই যাতে আপুনি মঙ্গলে থাকক আৰু আমাক অমৃতময় ভাগৱত বাক্ষ্যা শুনাই আছে ভবিষ্যতে যাতে সদাই শুনাবৰকাৰনে ইশ্বৰে কৃপা কৰক ।হে পভূ তুমি কৃপাৰ সাগৰ ।

  • @rinahaloi2198
    @rinahaloi2198 4 роки тому

    প্ৰভু ঈশ্বৰ আমি আপোনাৰ একান্ত শ্ৰূতা আপুনি যেন আমাক ব্নচিত নকৰে।এই প্ৰাৰ্থনা। সেৱা জনা লো

  • @saratdas9499
    @saratdas9499 Рік тому

    হে গুৰোজন এই মহা অধৰ্মীক আজি বহুতো নজনা গীয়ান দান কৰিলে। আমাৰ জীৱন ...আপোনাৰ মিলনে khodhrni korile.

  • @manomatikalita4131
    @manomatikalita4131 4 роки тому +2

    কৃষ্ণ বাপ আপোনাৰ অমৃতবাণী শুনিবৰ বাবে অতি আশাৰে অপেক্ষা কৰিছিলোঁ আজিৰ অমৃত বাণী আৰু শুনি পৰম শান্তি পালো প্ৰভু সেৱা ধৰিছো কৃষ্ণ কৃষ্ণ বাপ সেৱা হে

  • @harjyotimedhi3176
    @harjyotimedhi3176 5 місяців тому

    Jai shree krishna jai shree Ram pranam pravu.

  • @mantuvallagilkalita1969
    @mantuvallagilkalita1969 4 роки тому +1

    Krishna krishna krishna bap.

  • @kritangkakakatiarts5577
    @kritangkakakatiarts5577 4 роки тому +3

    কৃষ্ণ কৃষ্ণ বাপ, এই ভগৱত অমৃতৰ বানী ঘৰত বহি শুনা ভাগ্য আপোনাৰ কাৰণে হল । তাৰ বাবে আপোনাক 🙏🙏🙏। বাপ কেতিয়াবা সুবিধা অনুযাই ৩৩ কৌটি দেৱতা তত্ত্ব বাখ্যা কৰিব । কৃষ্ণ কৃষ্ণ কৃষ্ণ ।

  • @rashmideka6023
    @rashmideka6023 4 роки тому +1

    Krishna,.bap,.bar sumadhur aponar srimukhar bhagabtbyakhyavag ai mahan prasestare.aponako dhannya karise amako dhannya.karise..sasrdha prnipat aru.sewa.janisu

  • @pujakalita8491
    @pujakalita8491 4 роки тому

    Krishna bap sewa 🙏🙏🙏

  • @bhairabjyotidas613
    @bhairabjyotidas613 4 роки тому +1

    ৰাম কৃষ্ণ হৰি

  • @nialifestyle2482
    @nialifestyle2482 Рік тому

    আপোনাৰ অমৃতময় ভাগৱত পাঠ শুনি বহু আনন্দিত হৈছো ।আপোনাৰ চৰণত শতকৌতি প্ৰণাম ।

  • @minabarman6195
    @minabarman6195 4 роки тому

    Krishna Krishna; bap gurujon pranam !

  • @linamonisarmah5418
    @linamonisarmah5418 4 роки тому +3

    কৃষ্ণ কৃষ্ণ ৷ ভগৱান আপোনাক সদায় কুশলে ৰাখক ৷ আপোনাৰ মুখে প্ৰভু ভগৱন্তৰ যি অমৃত বাণী শুনাৰ সৌভাগ্য মিলিছে তাৰবাবে অশেষ ধন্যবাদ ৷

  • @jahnobidas7157
    @jahnobidas7157 4 місяці тому

    হে বাপ, আপোনি ধন্য...
    আপোনি এই পদক্ষেপ নোলোৱা হয় আমি ভগৱান শ্ৰীকৃষ্ণৰ কথা শ্ৰৱণৰ পৰা বঞ্চিত হ'লো হয়।
    ঈশ্বৰে আপোনাক দীৰ্ঘায়ু কৰক।

  • @iraadhikary4385
    @iraadhikary4385 6 місяців тому

    Krishna Krishna prabhu 🙏

  • @tutumonidas8999
    @tutumonidas8999 2 роки тому

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @jitenkalita5138
    @jitenkalita5138 4 роки тому +2

    Apunar mukhere Bhagawat path khuni Porom khontukh plo 👌👌👌

  • @bontiborah5014
    @bontiborah5014 4 роки тому +8

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভুজন ,প্ৰণিপাত গ্ৰহণ কৰিব। আপোনাৰ শ্ৰীমুখে অমৃত পান কৰি কল্পনা কৰিব নোৱাৰা পৰম শান্তি লাভ কৰিছো ,প্ৰভু ।এইহেন অমৃত ঘৰত থাকি পান কৰিবলৈ আপোনাৰ কৃপা প্ৰভু।জীৱনটো এনেদৰে ধাৰাবাহিক ভাবে মধু পান কৰা নহল হয় চাগে প্ৰভু ।আপোনাক আমি মহাপাটকী কি ভাবে সেৱা জনাম হে মহামানৱ ।কোটি কোটি প্ৰণাম । কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

    • @kurapegu2632
      @kurapegu2632 4 роки тому +1

      হে পৰম শ্ৰদ্ধাৰ মহন্ত পাঠক দেব আপোনাৰ শ্রীমুখে প্ৰকাশ কৰা কৃষ্ণ কথাই হৃদয় শান্ত কৰি পেলাইছে । মনে প্ৰাণে সে বা জনালো ।

  • @krishnatamang7248
    @krishnatamang7248 4 роки тому +6

    কৃষ্ণ বাপ 🙏🙏
    আমাৰ সেৱাঁ ভাগি গ্রহণ কৰিব। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। এনে দৰেই কৃষ্ণ কথা শ্রৱণ কৰিবলৈ পাওঁ তাৰে আশা কৰিলোঁ। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক তাৰে কামনা কৰিছোঁ।
    কৃষ্ণ 🙏🙏 জয় গুৰু শঙ্কৰ 🙏🙏
    ।। কৃষ্ণ।।

  • @debajitdas7708
    @debajitdas7708 3 роки тому

    Amrit bani xuni porom hukh anubhob korisu ..krishnai apunak kukhale rakhe jen 🙏

  • @hemantidas9051
    @hemantidas9051 4 роки тому +2

    কৃষ্ণ কৃষ্ণ বাপজন বৰ সুন্দৰ আপোনাৰ যগেৰে কৃষ্ণবাপক সেৱাভাগ আগবৰালো গ্ৰহন কৰিব

  • @madhabidas6553
    @madhabidas6553 2 роки тому

    কৃষ্ণ শঙকৰগুৰু মাধৱ সেৱা জনাইছো প্ৰভূ আপোনাৰ শ্ৰী চৰনত।

  • @ManishaChutia-x8q
    @ManishaChutia-x8q 4 роки тому

    কৃষ্ণ বাপ বৰ সুন্দৰ লাগিল । অমৃত ময় বাণী পাণ কৰি

  • @elimonidas3557
    @elimonidas3557 3 роки тому

    প্ৰণাম বাপ। আপোনাৰ সুন্দৰ কৃষ্ণ কথা শুনিবলৈ পাই নিজকে বহুত ধন্য মানিছোঁ। আগলৈ এনেকৈ শুনি থাকিব পাৰিম বুলি আশা কৰিছোঁ। আপোনাৰ কুশল মঙ্গল কামনা কৰি সেৱা জনাইছোঁ

  • @rubulborthakur2442
    @rubulborthakur2442 4 роки тому

    Krishno 🙏🙏🙏

  • @lakhiprovakatani3510
    @lakhiprovakatani3510 4 роки тому

    কৃষ্ণ কৃষ্ণ সুন্দৰ🙏🙏

  • @LakhimiGohain
    @LakhimiGohain 8 місяців тому

    Krishna Krishna RAm 🙏🙏🙏🙏

  • @suren1974
    @suren1974 4 роки тому +6

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ । প্ৰভূ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছো - যে আপোনাৰ আয়ু শ্ৰী বৃদ্ধি কৰি সৰবদা কুশল মঙ্গলে ৰাখে ।

  • @barbiesaikia7081
    @barbiesaikia7081 4 роки тому +4

    কৃষ্ণ বাপ জন বৰ সুন্দৰ ।আপুনি নিতনৈমিতিক ভাবে কৃষ্ণ ৰ গুণ নাম শ্ৰৱণ কৰোৱাৰ বাবে কৌটি কৌটি নমস্কাৰ বাপ 🙏🙏🙏মোৰ সম পাপী লোক নাহিকে ই তিনিলোক ।তুমি পাপ হৰা কহিতো নপাই ।।🙏🙏🙏🙏🙏🙏🙏

  • @bhanudevi4077
    @bhanudevi4077 4 роки тому

    ধন্য হলোঁ বাপ
    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @kamalkalita935
    @kamalkalita935 4 роки тому +1

    আপোনাৰ মূখত ভাগৱত অমৃত কথা শুনিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ।

  • @birenadhikary6245
    @birenadhikary6245 4 роки тому +1

    Joy guru Sankar , Krishna Bap sewa Loba, aponar Bhagawat Katha Suni moi Ati Anandita Hoicho ai Katha sakalo byktiye suna darker,

  • @rubulbarman7396
    @rubulbarman7396 3 роки тому

    Aponar saranat sewa janaisju 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @pulakdas2290
    @pulakdas2290 Рік тому

    ভাগৱত পাঠ শুনি বহুত ভাল লাগিছে বাপ কুশলে ৰাখক

  • @digantadowerah9777
    @digantadowerah9777 4 роки тому +5

    কৃষ্ণ বাপ, সেৱা ভাগ গ্ৰহণ কৰিব । আপোনাৰ কণ্ঠেৰে নিগৰিত অমৃত বানী পাণ কৰি ধন্য হ'লো ।

  • @rajibkachari3618
    @rajibkachari3618 4 роки тому +2

    Shadhar bap jona amer hewa grahan karibo krisna......

  • @benudhardeka6896
    @benudhardeka6896 4 роки тому +2

    👏 কৃষ্ণ কৃষ্ণ বাপ | পৰম কৃপালু প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত কাতৰ প্ৰাৰ্থনা কৰিছো, আপোনাক কুশলে ৰাখক যাতে আমি অধমক তেৰাৰ গুণানুকীৰ্তন শ্ৰৱণ কৰাব পাৰে |

  • @manisankardasmanisankar1485
    @manisankardasmanisankar1485 4 роки тому

    কৃষ্ণ ৰাম কৃষ্ণ মাধৱ গুৰু

  • @joyramnathhazarika4397
    @joyramnathhazarika4397 4 роки тому +2

    Dhanya hoisu Bapjan.. Apunar khusaytha kamana korilu

  • @rubulbarman7396
    @rubulbarman7396 3 роки тому

    Joy Krishnaguru 🙏🙏🙏🙏🙏🙏🙏

  • @prahladchetia4233
    @prahladchetia4233 4 роки тому +3

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম বা প বাপ জনা সেৱাহে

  • @khirodakalita7089
    @khirodakalita7089 4 роки тому +1

    Pranam pravu.

  • @name5041
    @name5041 9 місяців тому

    Krishna ❤bht houvaygya dhoinnobad provu❤

  • @rulennath7538
    @rulennath7538 4 роки тому +1

    কৃষ্ণ কৃষ্ণ, বাপ আগ্ৰহৰে বাট চাই লৈছিলো। মনত শান্তি পালো । জয়,জয় গুৰু শঙ্কৰ ।

  • @bantipator8687
    @bantipator8687 4 роки тому +4

    "কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব। আজি ৰ বাখ্যা শুনিবলৈ পাই নিজকে ধন্য হৈছো।''

  • @bulbulisarma8578
    @bulbulisarma8578 3 роки тому

    🙏🙏 কৃষ্ণ কৃষ্ণ

  • @HirenBorah-l4s
    @HirenBorah-l4s 2 місяці тому

    Om namu narayan 🎉

  • @beenachoudhury35
    @beenachoudhury35 4 роки тому +2

    হে বাপ আপোনাক শতকোটি প্ৰণাম জনাইছোঁ আপোনাৰ মুখৰ অমৃত বাণী শুনি বহুত ধন্য হৈছোঁ