Munmi Chetia||Kanchan Vol-3||Dipu Dixit||Papori Gogoi||Akash Pritom||Sunit Gogoi||Assamese New Song
Вставка
- Опубліковано 5 жов 2024
- 🎵Album: Kanchan Vol- 3
🎵Song: Munmi Chetia
🎵Singer: Dipu Dixit
🎵Female Singer: Papori Gogoi
🎵Music/Mix/Mastering: Akash Pritom
🎵Lyrics/Tune: Dipu Dixit/Prasanta Boruah
🎵Additionl Lyrics/Tune: Sunit Gogoi/Abinash Priyam Saikia,Akash Pritom
🎵Gfx Lyrical Video: Bidyut Kashyap Bora
🎵Dhol: Lachit Boruah
🎵Flute: Lakhinandan Lahon
🎵Special Thanks: Pinki Borah,Dipu Protim,Jaan Bhuyan,Jyotimoi Kakati
Facebook : / dipudixitsaikia
ছোৱালীঃ মৰম লাগিলে মৰম দিম
কথাহে দিব নোৱাৰিম ৷
ছোৱালী যে মই ঘৰৰ কথা
পেলাব নোৱাৰিম ৷
আছে যদি কপালতে তোৰ হৈয়ে ৰ’ম
মোৰে কলিজাতে মাথো তোক ৰাখি থ’ম ৷
ল’ৰাঃ তোমাক কথা এটি সুধিবলে মন যায়
যি কথা ক’বলে মোৰ বুকুখন ঢপে ঢপাই ৷
চালি-জাৰি চালে তুমি নক’লেও পাবা বুজি(২)
ঐ জান ঐ.....মোৰ জান ঐ.....
ঐ জান ঐ.....মোৰ জান ঐ.....
ল’ৰাঃ হিয়া জুৰোৱা নয়ন জুৰিলৈ
চাওঁ চাওঁ চাওঁ মইনা ঐ
তোমাৰ কথা ভাৱি তোমাৰ কাষলৈ
যাওঁ যাওঁ যাওঁ লাগে ঐ
অ’ মুনমী চেতিয়া
বিয়া হ’বা কেতিয়া
ভনীজনীয়ে সুধি থাকে মোক
নবৌ আনিবি কেতিয়া(২)
ছোৱালীঃ নুবুজিবি তই বহনা
আমাৰে বুকুৰে বেদনা
ছোৱালী এটি জীৱনত
দুটিকৈ ঠিকনা
তোলৈ কিমান মৰম আছে চাগে বুজিছয়ে তই
তোৰ বাদে আনৰ মৰম নিবিচাৰো মই
ল’ৰাঃ কি যাদু কৰিলা মোক
ৰাতিও টোপনি নাই
সপোনতে চুমা দিও
তোমাকে কাষতে পাই(২)
দিবানে নিদিয়া মৰম সঁচাকৈ
অকৰা অজলা মই পাগল তোমালৈ
হ’বানে নোহোৱা মোৰে সঁচাকৈ
অকৰা অজলা মই পাগল তোমালৈ
অ’ মই পাগল তোমালৈ
অ’ মই পাগল তোমালৈ ৷
Copyright Reserved By Dipu Dixit Official Don't Upload iilegally
সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ভোগালী বিহুৰ বহুত বহুত মৰম আৰু শুভকামনা জনাইছোঁ ৷ আগন্তুক দিনবোৰ সকলোৰে সুখ আৰু শান্তিৰে উপচি পৰক তাৰে কামনা কৰিছোঁ ৷ আৰু মুনমী চেতিয়া গীতটি শুনি আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ৷ ধন্যবাদ❤️😍😍🙏
আপোনালৈকো থাকিল ভোগালী বিহুৰ বহুতো হিয়াভৰা শুভেচ্ছা 🥰🥰🥰🙏... দাদা আপোনাৰ মাতটো বহুত ভাল লাগে শুনি 🥰🥰🥰. ... Your voice really nice 🙂
Khundar
সুন্দৰ হৈছে। তোমাৰ ভবিষ্যত উজ্জ্বল কামনা কৰিছো
Khub dhuniya . From sumon
এটি সুন্দৰ গান.. ভাল লাগিল শুনি..congratulations
Gaan to huni val lagise..akash pritom dada r music suprb 🔥
Hundor kontho val lagil huni .agbahi jowk
Val hoise@DipuDixit
mojaaa bondhu.. ki kom aru
Eman eman moja lagesa ja moi hodai huni thaku 😍😍😍😍❤❤❤❤❤❤
Mojah👌👌👌👌
Mojah❤️❤️❤️
ধুনীয়াজনী মুনমী চেতিয়া 💙💚
সছাকৈ বহুত বহুত ভাল লাগিছে ❤️
বেংলৰৰ পৰা মৰম দিছোঁ ❤️
😂😂
Bohut dhunia gaan tu val lagil
Mja dipu da
বৰ সূন্দৰ কণ্ঠ বন্ধু।।এতিয়ালৈকে ২০ বাৰ শুনিলো হেঁপাহেই পেলোৱা নাই ।আগুৱাই যোৱা বন্ধু।
😘
মইও
Hosa bondhu
🔥🔥🔥🔥
ভাল লাগিল ।
সুন্দৰ লিখনি ।সুন্দৰ কন্ঠ ।
সুন্দৰ হৈছে বান্ধৈ♥️🔥😍
Borhiya
ধুনীয়া হৈছে।আৰু আগুৱাই যোৱা।
বৰ সুন্দৰ হৈছে।🔥🔥🔥
Moja dada 🎈🎈🎈
দিপু দা সুন্দৰ হৈছে ❤ এনেদৰে আপুনি আগুৱাই যাওঁক। 🥰🥰🥰
Hundor dipu da.. aguai jauk♥️
bohut val lagil huni.. aru aguwai juwa Dipu
Bht bht dhuniya hoise dada ❤️👌...toi aru aguai ja Dada ❤️🥰
অতি সুন্দৰ
মৰাণৰ মৰম যাচিলো
Wow dipu da mojaa super hit song nice your voice
Dhuniya 💖
Mja ❤️ Apunar git aji he hunisu bohut Val lagil ❤️
❤❤
মজা....❤️❤️❤️
Bhal lagil geet ti huni... Xuveshya Thakil!!
Just amazing. Mozaa lagise gaan tu. ❤ from kamrup.
শুনি আছো.... বৰ ধুনীয়া হৈছে ।
ধুনীয়া
Mojjaa 😍😍😍😘😘😘
Wah ki hundor geet tumar voice bro ❤️❤️
Bohut dhuniya hoixe kaboloi vakha nai ..😍😍😍
Khubei hundor geet 👍
Bohut dhuniya hoise dipu daa❤️❤️
সুন্দৰ
Dada apunr gan2 huni mur bhut bhut vl lagisa... Apunr hur2 bhut dhuniya.. Dada.. Apunr ghar kot baru..
😍
#মুনমী_চেতিয়া😘
মজা হৈছে, আগুৱাই যোৱা শুভেচ্ছা থাকিল
Mojaa lagile kokai🤘❤🔥
বিচাৰি পোৱা নাছিলোঁ অৱশেষত পালো,ভাল লাগিল ❤️
A moja
বৰ ধুনীয়া হৈছে দিপু। তুমি আৰু আগুৱাই যোৱা
অতি মধুৰ।গা ৰাই জাই কৰে🎉
সুন্দৰ হৈছে আৰু আগুৱাই যোৱা তাৰে কামনা কৰিলো 👍👍👍
বৰ ধুনীয়া গীত এটা উপহাৰ দিলা, কিমান বাৰ যে শুনিছোঁ হেঁপাহ পলুৱাই নাই.... আগলৈ আৰু ভাল গান শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ 👍👍
❤❤❤
হিয়া জুৰোৱা নয়ন জুৰিলৈ চাওঁ চাওঁ চাওঁ মইনা অ❤️❤️❤️❤️❤️❤️😍❤️❤️😍❤️
Hi dipu.. bohut bhal hoise aru aagoloi agbarhi juwa
Dhuniya hoise brooo
দিপু বহুত ভাল লাগিল দেই ঈশ্বৰে মংগল কৰক তোমাৰ।
অতি সুন্দৰ দিপু দা 🔥🔥👌👌❤❤❤❤
আহ কি সুন্দৰ গীত
বহুত ভাল লাগিল গীতটো..🤗💗
বাৰে বাৰে শুনি আছোঁ দেই দাদা😊❤️😍
Dhuniya gan Dipu da🥰🥰🥰
বহুত বহুত সুন্দৰ লাগিল তোমাৰ গানটো শুনি আগুৱাই যোৱাৰ আৰু আগলৈ ।
ধন্যবাদ
বঢ়িয়া দিপুদা 👍 তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। আগুৱাই যোৱা।
Bohut mojaa lagil
Hundor hoise dada,,,,prasanta da aru apunar prosestat ati hundor geet upohar dile... music 🎵🎶 Akash pritomda...bohut dhuniya...
😂❤
Jai shree ram.
Dipu dhunia...
জুই লাগিছে 🤘😘😘😘😘
Moja lagel
Nice song dipu dada aru aguwai juwa amar amar akhibad hodai ase 💞💞💞
বন্ধু তোমাৰ কণ্ঠ কিছু ধুনীয়া দেই ❤️❤️❤️
Mur gan2 xunile bohut agor kotha monot pore ❤️
ধুনীয়া লাগিছে 🥰🥰🥰🥰♥️♥️
ভোগালী বিহুত ৰাইজক বহুত সুন্দৰ গান উপহাৰ দিলা। আৰু আগুৱাই যোৱা ❤️👌👌
সুন্দৰ গান, দুয়োজনৰ, অভিনন্দন
Dhuniya lagise gan2 👍
বহুত বহুতেই সুন্দৰ হৈছে দিপু দাদা ।
ধুনীয়া হৈছে গীতটি 💐👌👍❤️😘😘😘
বিহু বতৰত মজা গান উপহাৰ দিলা বাইজক👌👌👌
দিপু দা মজা লাগিল শুনি 🔥🔥😍
গীতটি ধুনীয়া হৈছে বাবু।😍😍
da
Really
Bhut val hoise. Anukuwa gaan augoloi huniboloi pam buli akha takil. Maagh bihu huvesha takil.
সুন্দৰ ককাইদেউ 💕💕💕
অ' দিপুদা বহুত ধুনীয়া লাগিল। music tu yu val lagile.
সুন্দৰ ❤️
Very nice bro ❤️❤️
O jan oi..
Mur Jan oi.......
Thank you❤️
গীতটো সুন্দৰ হৈছে 💞💞💞
Dhuniya hoise💚💚💥
Bohut bohut vl lagese gan tu dipu da mojja😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍👌👌👌👌👌👌👌👌👌👌👌👌👌👌😘😘😘😘😘😘
দিপু দা গীতটি বহুত বহুত ভাল হৈছে। এনেদৰে আপুনি আগুৱাই যাওঁক। তাৰে কামনা কৰিলোঁ ❤❤❤
সুন্দৰ হৈছে।
nice dipu dixit😍
ভাল হৈছে ❤️👍
Mojja
Excellent Dipu....🔥🔥👌Rupam from Athkhelia
Voice tu bohut val lage Tumar dada
ককাই ধুনীয়া লাগিছে
20 বাৰ ওপৰত শুনিলোঁ সঁচাই বহুত সুন্দৰ হৈছে দাদা কাৰণে লাইক এটা কৰি যাব ।।।
মজা😘😚
Love from tirual furkating golaghat ❤️❤️❤️❤️❤️❤️❤️❤️
মাঘ বিহুৰ সুন্দৰ উপহাৰ দিছে,ভাল লাগিছে ...লগতে মাঘ বিহুৰ আন্তৰিক ওলগ জনালোঁ...
আগলৈ আৰু আশা কৰিলো দেই দাদা...
Bho
ধুনীয়া হৈছে 🥰💘🥰
সুন্দৰ ❤️😍
❤❤❤
❤❤
Dhuniya hoise dada❤️❤️
কথাসুৰ আৰু ছোৱালী কণ্ঠ বহুত সুন্দৰ হৈছে
Nice song👌❤dipu da...bor xundor kontho dan krise apuni munmi chetia gantit👌💖...ganti moi xnie thaku🎧...agoliu jate apuni enekua dhunia gan rigor babe agbohabo bli asa krilu...
Borhiya hoise ❤
Dipu da heavy lagise 😘
Apunar gan bur bohut bhal pao moi zubeen da mashup gan 2 bhut bhal paisu 😘😘