Akashdeep - Childhood Hero 💚
এতিয়ালৈকে মই ৬০ বাৰ মান সেইডোখৰকে শুনিলো। সম্পূৰ্ণ গানটি শুনিবলে বহুত আশাৰে আছো।মই কথা দিলোঁ তোমাক , আন একো কৰিব নোৱাৰিলেও অন্তত ১০ জন subscriber তোমাৰ মই বঢ়াই দিম।
Moi kiman din j bisari phurisu aji pai muggembo khush huwa.
" মনতেই ভাবিছোঁ অ' সোণ সোণালী..
যামেগৈ দূৰলৈ ঘৰৰ মায়া এৰি..... এই বিহুটো দিবাচোন.. বৰ শুনিবলৈ মন গৈছে।
Val val
"স্বাগতম ২০০১" বিহু কেছেটটিৰ গীত কেইটি আছে যদি আপলোড দিবাচোন।জুবিন গাৰ্গ, কৃষ্ণমণি নাথ আৰু মহেন্দ্ৰ হাজৰিকাই কণ্ঠদান কৰিছে।
Bohut val lagil sai .muk orpon filmkhon aplode kori dibo plz plz. borokha bar
Mojja🥰🥰
💓💓💓
Bahut din rokhilu ooo Soan Productions. Thank you so much for finally uploading this🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻 Love you so much😘😘😘
😍🥰😘
এই বিহুগীতটি শুনিবলে বহুত মন আছে
Good morning 🍵☕😘
Nice
❤❤❤❤❤❤❤
Love song
❤️❤️❤️❤️❤️
🌅💚❤👌🙏🙏
Horu thakute saisilu CD
MP3 lage krishnokoli nathe hua
অনুগ্ৰহ কৰি কৃষ্ণমণি নাথে গোৱা এই প্ৰথম গীতটি বজোৱাচোন ভালকৈ।
সেই বিহুগীতটো হয়তো সোণালী ২০০১ নাইবা সোণালী ২০০২ ৰ হয়। সম্পূর্ণ গীতটো আপলোড কৰা হ'ব।
@@SoanProductionsOfficial অশেষ ধন্যবাদ। সেই বিহুগীতটি "সোণালী ২০০১" চনৰ। মাঘ বিহুৰ উৰুকাৰ আগত যেনেতেনে আপলোড দিয়া আৰু।
@@SoanProductionsOfficial গীতটি আপলোড দিয়া আকৌ। শুনিম শুনিম বুলি বাট চাই আছো আজিও...
Rupalee 2005 khn upload dibosun
Xeikhon Soan Productions r nohoi... Copyright napaam... Khyoma koribo
Hello 💕 moromor.
আপলোড দিয়া আকৌ। কালিলৈ উৰুকা হলেই দেখোন।বৰ আশাৰে বাট চাই আছো
Nice song
Nice
Nice
Dhuniya lagil kokai bohu dinr pasot sabo palu