আগষ্টত বৰভূইকঁপ হ’ব ৰাজ্যিক BJP ৰ বৰঘৰত!
Вставка
- Опубліковано 5 жов 2024
- ♦ BJPত মহাসংকট!
♦ আগষ্টত বৰভূইকঁপ হ’ব ৰাজ্যিক BJP ৰ বৰঘৰত!
♦ শীঘ্ৰেই BJP এৰি কংগ্ৰেছত যোগ দিব ৮ গৰাকী প্ৰাক্তন বিধায়ক তথা সাংসদে!
♦ গৌৰৱ গগৈৰ সৈতে চলিছে আলোচনা।
Ishan News
ishannews.com/
Ishan news, facebook page
/ newsishan
Ishan news twitter account
/ newsishan
Ishan News Instagram
/ newsishan
Ishan News Koo
www.kooapp.com...
এদিন মুখ্যমন্ত্ৰীৰ শেষটো বেয়াকৈ শেষ হ'ব।সেই দিনলৈ অপেক্ষাৰত।
😂😂😂😂😂
Hahaha 😂😂😂😂😂😂😅😅😅😅
@@Grbora94953 ki beya hobo ... Teur Toka poisa ase belegt goi settle hoi jabo ...
Aami bur kot jam jodi Dhubri barpetar dore poristhiti hoi heitu vaba....
WB ki ki hoi thake gom pua jodi bujiba aru jodi tetiaw vaba je aamar eyat tu hua nai boli ... Tetia aru kobo logia nai .. Mane aami roi asu heidintu loike
Same
সকলো আহিব কংগ্ৰেছলৈ কেইজনমানৰ বাহিৰে ৷ যি কিইজন কংগ্ৰেছৰ পৰা গৈছে সেই কেইজনৰ বাহিৰে
কংগ্ৰেছ পৰা যোৱা বোৰ আকৌ আহিলে গৌৰৱ গগৈ ই নলয় , ললেও😂
Gahara congrss
গৌৰৱ গগৈ জিন্দাবাদ ❤
মামা ক বিদায় নিদিলে অসমৰ ৰাইজ ৰ কি অবস্থা হব তাৰ উদাহৰণ ৰাইজ ৰ আগত
বিজেপিৰ পৰা অহা নেতাক ২৬ত টিকতে দিলে সেই কেইটা সমসটিত হাৰিবখাটাং।
এইবাৰ টো কেলা এটাও ভোট নিদিওঁ বিজেপীত ৷ গৌৰৱ হ’ব অসমৰ মুখ্যমন্ত্ৰী ৷ মামা বাই বাই ৷
তাৰ পিছত লুঙি আৰু জালি থকা টুপী পিন্ধি বয়লাৰ বিক্ৰী কৰি থাকিবি।
@@ratulrajbongshi928 বিজেপী চৰকাৰ হোৱাৰ আগত তই টুপি পিন্ধি বয়লাৰ কাটি আছিলি মানে ?
অসমৰ জনগোষ্ঠীয় লোক সকলে বিজেপি দলক বৰ্জন কৰিব লাগে,
Aku buli napai,ki bol hindu r rakkha koboj bjp😢
Kio ba dada
@@sirumanikachari8689 adhikar lage 😢🙏
@@gh12138.Tohote hindu muslim kori bjpk jikai thaki lav nai.karonbjpye miya khedibo nuare hindu muslim buli koi dekh khone biki kori dibo tetiya he bujibi.dekh biki kori dileo teuluke bidekhot thakibo paribo karon teolukor toka ase.10bosorholbjp,aru aibar voot nidu
আপুনি জনগোষ্ঠীয় নেতা নেকি ্্্্্আপোনি কলেই সকলোৱে কঙগ্ৰেছত জোগ দিব?
বিজেপিৰ পৰা অহা নেতা বোৰক দলত ৰাখিব কিন্তু দয়া কৰি নিৰ্বাচনৰ সময়ত টিকট নিদিব। একেবাৰে ডোৰা সাপৰ নিচিনা ৰাখিব।টিকট দিয়াৰ পিছত জিকি আহিলে আকৌ লেং মাৰিব।
বি জে পি ক লৈ নিজৰ দল শেষ নকৰিব কঙগেছ বিপদ মাতি নলব
Right 👍👍
দল বাগৰা নেতা ঠাই দিলে দল শেষ হ'ব।
বিনা স্বৰ্ত্তত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰক। ধন্যবাদ
বিজে পি ক ৰাইজে দিব মজা এইবাৰ
বিজেপী এইবাৰ ৰাইজে মজা দিৱ😅😅😅
লেং মৰা বোৰৰ পৰা সদায় আঁতৰত থকাই শুভ । যাৰ কোনো নীতি নাই , সি সদায় ভৰিত পৰি উদ্ধাৰ হবলৈও সাজু ।
বঢ়ীয়া ।
শকুনি মামৰ শেষটো চাব বৰ মন গৈ আছে অ😮😮😮😮
সমষ্টি এৰি দিয়াৰ স্বাৰ্থত দলত অন্তৰ্ভূক্ত নকৰাই ভাল
কোনো প্ৰয়োজন নাই,আগন্তুক দিনত কংগ্ৰেছৰ নেতৃত্বতেই ঢাকাৰ গঠন হব
Very very good .
একো দৰকাৰ নাই কংগ্ৰেছত গেলা নলাতে পৰি থাকিব দিব তুলি নানিব সিহঁতৰ যি অহংকাৰ
ঊজাৰি ওপৰতেই বিজেপিৰ ভবিষ্যত,
Very good news
himu da bye bye hobo26, t
Very good
good,❤
Background music ধুনীয়া, যেন নৃত্য -নাটিকা হে চলিছে ।
গধুলি হ'লে ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিবই। ৰাজনীতিত সকলো সম্ভৱ😂😂
❤❤❤
অতি। সোনকালেই।আহক
❤Gourav cm 2026 t
Good
জাবৰ গলে পাৰ্টি ভাল হব নিলজ অশোক ৰাজেন ইহঁতক কি লগা হল
বিজেপিৰ বৰ ভূইকপলৈ বৰ আশাৰে বাট চাই আছো।সেই দৃশ্য চাবলৈ বৰ হেপাহ"কৰি আছো।১৯৫০ৰ"বৰ ভূইকপ দেখিবলৈয়ে নাপালো।সেয়ে"মৰাৰ আগতে বিজেপিৰ বৰ"ভূইকপকে চাই যাও বুলি আশাবাদী।
Good news
No need to join them at congress party
2026 ত শেষ হৈ যাব ।
তাৰণ গগৈ ডাঙৰীয়াৰ ভাও ধৰিছে ,, মুখ্যমন্ত্ৰী ৰ নিয়ন্ত্ৰণত নাথাকিলে মন্ত্ৰীসভাৰ সালসলনি ৰ ভাবুকি দিয়ে ,, সেই সময়ত এখেতেও ভয় খাইছিল ,আৰু ,,, বাকী খিনি কব নোৱাৰি ,, মই ৰাজনীতি বিশেষজ্ঞ নহয় ,, মাত্ৰ চাব এনেকৈ বহুবাৰ মন্ত্ৰীসভাৰ সালসলনি মিছা বাতৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰচাৰ কৰিবলৈ বাধ্য হব ,, বুৰঞ্জীৰ পুনৰাবৃত্তি হৈ থাকে ।,,
Mama boss❤❤❤❤❤
❤❤❤very good news❤❤
India alliance jindabad
Kankho mamai bjp borbad koribo
গোটেই কেইটা আহিব । dance master বাদে।
Always welcome buddy
Good 👍
Good decide BJP leader.. most well come
Joi sri ram
Mja
Music komai News koribo lage .
Understand
বদমাচ চোৰৰ দলৰ মানুহ ক গ্ৰহণ কৰিব নালাগে।
Saikia ❤❤
Congress r obosthay ekei hbo
হিমন্ত বিশ্বশৰ্মা ডাঙৰীয়া অসমৰ শেষ জাতীয় নায়ক। তেখেতে অসমীয়াৰ হকে সাহসেৰে মাত মাতে । অসমৰ অৱস্থা কি সেয়া ধুবুৰীৰ কোচ ৰাজবংশী গাঁৱ খন এবাৰ search কৰি চাওক।
MoiJorhato r pora kolu, amiu BJP r pora atori ahisu .. jikeita vote paisil heikeitau akha nkribo atyar pora
সুন্দৰ বাৰ্তা।
Mama timsr Kam nai
4:22
Atya BJP din gol... We respect all political party. sobe abar abar chance dibo lage
Too much the back sound.
Don't allow to join. Appoint new members it's not a someone's legacy BJP to cng Cng to bjp
পঞ্চাশ চনৰটোৰ সমান হ'বনে?
Manuhe congress k vot diya nasil nohoi Gaurav Gogoi k ha disil. Assam r manuhe congress nu kun Gaurav nu kun sini napai. Ki je manuh
We don't believe speculation.
Tarmane Himontoi Akhom bjp k finish fibo ulale .
নৰেন্দ্ৰ মোদী জিন্দাবাদ ❤
NDA Zindabad, Modi Zindabad Nohoi.
Excchange or U-turn or straight?🤔🤔🤔
Agdhori iman hulsthul nokoribo. Agote sai look kun kun aru kimanjan BJP NETAI BJP TYAG KORI KEIJONE CONGRESSOT JOGDAN KORE, SAI THAKOK. PISOTO REPORT KORIBO PARIBO.
Background music besi hoise vl news bea hb atia
বাতৰি না গান ! মিউজিক কিয় বাজোইছা ?
Leoura news
Be careful while welcoming the leader of other party or Grass root level leader of Congress will not support you and party will suffer a lot
বি জে পি য়ে 26 ত পুনৰ চৰকাৰ গঠন কৰিব ।
আহিবহে পাৰিবা।টিকটটো দূৰৰ কথা,বিষয়বাবো নোপোৱা।
Mama long live ,
Kuntu mama ? Maaror vayek ne CM sir....
Congress k kunu Manuh e val nepai, Karan. Mushlim r sarkar hoi
Apuni muslim beya pai mane
Bjp ফুলৰ চৰকাৰ কাৰণে কৰিমগঞ্জ মুছলিম নোহোৱাকৈ জিকিল। যিমানেই ফুলত নবহক দাঙিব হাত খনেই। পদুম চিঙিবলে হাত খনেই আগবঢ়াব লাগে। হাত নহলে নাই ভাত বুলি কথাষাৰ অলে মনত পৰিছে।
কিন্তু বিজেপিয়ে সব ঠিকা কিন্তু মিয়া বিলাকক দিয়ে!!! উদাহৰণ কলিয়াবৰ মথাউৰি কাম etc
😅 Congress যোৱা মানে ....
পাগল বাতৰি।
Bjp zindabad
Assam t ane kunu MLA nai j teou murkho bcz Central t BJP Assam t BJP tar pasot congress join kribo BJP MLA...leoura news tohotor
Bjp 2026 t aneo nitike🙏
sob sarthopor.....nijor hubidha naple blg dololoi jabai aibure ki jonohadaronor kotha sinta koribo..
Congresstu eyei dhongkha korisil
Mama timsr Kam nai
4:22
4:22
Ki bel belaba ahisa he news r naam t .. Clickbait title nidile view napaba buli bhoi neki.
Bdw kangha mama k eibar 2026 t raiz e sai lobo
Congress jot jot asw tat miya utpat bht besi dhubri ,nagaon aste aste jorhat hbo dhorise....axomiya r krne bipod
Ai sur bilakok cong ahib nedib ehatok garat hamu dib kok eko kam nai eiboror
Aneke comments box t comment kora tu amodjonk
😅😅😅
কোনো নাহে, ইনেই।
একো ডাল কৰিব নোৱাৰে
This is politics
Hbs control কৰি আছে gome পোৱা নাই 😂
Faltu news
অসমত কংগ্ৰেছ বুলি কিবা আছে জানো? অকল গৌৰৱ গগৈ বুলিহে মানুহে ভোট দিলে, অইন হোৱা হʼলে গুহাৰণ খালে হেঁতেন।😂
বাবা, তোক ভগবানে মুখ খন দিলে কিন্ত্ত ব্ৰাইন টো নিদিলে!! গতিকে তই মনে মনে থাকিলে বেছি ভাল হব নেকি???
@@bububorah হিৰণ্য ডাঙৰীয়া, আপোনাৰ ব্ৰেইন থাকিনো কি উন্নতি কৰিছে! তৰ্কত হাৰিলে মানুহক গালি পৰাটোয়ে শেষ সম্বল।
Cronges r aku Kam nai. BJP kotha huni huni aji kali kotha kobo hikise. Bebohar ai najana. Ha ha bad diya ha tenakoi gol goi aru eta jug... aku ai bur Kam nai.....BJP Zindabad...
Only bjp❤
@@বীণ-বৈৰাগী ব্ৰইন থকাৰ বাবে বেয়াটোক বেয়া আৰু ভালটো ভাল বুলি কোৱাৰ সাহস আছে!! ব্রইন নথকা হলে তোমাৰ নিছিনা অন্ধ ভক্তৰ দৰে গৰুৰ গোবৰ বা মুত্ৰ খাই তিনিআলিৰ মুখত বা WhatsApp ,Facebook University ত MA in entire 😂 political science ৰ দৰে nonbiological কথা কলোঁ হেঁতেন????
এজনো হিন্দু নাযায়।
Dol bagora burok lai nidibo....
❤❤❤
Good news
Very good
Ai sur bilakok cong ahib nedib ehatok garat hamu dib kok eko kam nai eiboror