Diya ghurai dia, kar porokh, pamne moi ghurai, xunere xojua poja, xanti dia mukti diya, ghuri suasun ebar, ami jen jantra, sobdo eibur gaan kune likhile?????????????????
চেৰা বলীয়াটোৰ কথাহে , তাক লৈ বাতৰি পৰিবেশণ কৰি কি লাভ I জুবিন এটা বিশেষ ৰাজনৈতিক দলৰ অনুগামী I গতিকে তেও নিজৰ মতে কিছুমান কাম কৰিব নোৱাৰে I তাৰোপৰি, তপিনা ডাঙৰ চাই বিয়া কৰাবলৈ গান গাই ভাল পোৱা লোক সমাজ এখনৰ বাবে সদায় ভয়ংকৰ I
Zubeen nijai likha gaan kaita ase 25000 gaanar kantha2 val Zubeen Garg moiu val pao xuni kin2 Rajib sadiya bohut xukiya manuhar antorar majot xumai ase jai ai axom
Rajib sadia r lgt zubin r compare nohoi. Zubin nau bhal gan gai axomot zubin t koi uprt nai but rajib sadia u bht uprt...tau jati mati loi gan gwa manuh..jitu birol... Rajib sadia axomiyar bukut thka gayak asil.🙏
Jati mati veti r kotha koi power loa sakal rajnitir actor,au lokak only power ,pelf money r babe ane acting kari thake,sajag houk.kisuman rajnitir dalal silpi o ase ai asamat. .
জূবিন গায়কহে, শিল্পীৰ থাকিব লগা গুনৰ অধিকাৰী তেওঁ হব নোৱাৰে। এই সকলক চিজন ফ্লাৱাৰৰ সৈতে তুলনা কৰিব পাৰি।
জুবিন গাৰ্গে অসমৰ লৰা ছোৱালীবোৰক পগলা কৰিলে | তাৰ বাহিৰে কি কৰিলে ?
জুবিন গাৰ্গৰ মন্তব্য অতি দুৰ্ভাগ্যজনক ।
বৰ আচৰিত কথা ।ৰাজীৱ শদিয়াৰ আত্মাই যেন শান্তি পাওক ,তাৰে কামনা কৰিলো।
মৃত্যুৰ পাছত ৰাজীৱ শদিয়াক অসমৰ জনসাধাৰণে দিয়া মৰম আৰু শ্ৰদ্ধাঞ্জলী কিছুমানৰ বাবে সহ্য হোৱা নাই। সেইবাবেই চিনি নোপোৱাৰ অভিনয় কৰিছে ।
জূবিন,পাপনৰ পৰা আৰম্ভ কৰি বহু গায়ক,গায়িকাৰ আচল স্বৰুপ সুবিধাবাদৰ উৎকৃষ্ট উদাহৰণ।
ৰাজীব অনন্য! ৰাজীব লগত তুলনা কৰিব পৰা শিল্পী অসমত খুউব কম আছে! ৰাজীব স্বাভীমানি অসমীয়াৰ অন্তৰত সদায় সজীব হৈ থাকিব!
একেবাৰে শুদ্ধ কথা কৈছে আপুনি ।
How many Assamese people in the world ?????
Hundar koisa
Dada
Right.
Moja.
যি কম সঁচা কম---------------+
এজন জাতীয় শিল্পী , এজন গণশিল্পী । অতুলনীয় জাতি প্ৰেম । প্ৰকৃততে তেও সঁচা অন্তৰৰ নিভাজ শিল্পী । প্ৰকৃত শিল্পী ।জুবিন , পাপন বা অনান্য শিল্পী সকলৰ প্ৰকৃত শিল্পী সত্তাৰ অভাৱ ।
পাপনৰ লগত ৰাজীৱ দাক তুলনা নকৰিব।
ভাল ভাল❤ দিছে এনেকৈয়ে দিব লাগে ।
Right
1000% সত্য
জুবিনে নিজকে মহান তাৰ পৰিচয় দিছে। তেওঁ নিজকে ডাঙৰ শিল্পী সজাই আনক ভৰিৰ তলত থোৱাৰ মন্তব্য কৰিছে আৰু জুবিনে আনক সন্মান দিব নাজানে।
জুবিন গাৰ্গ এজন সুবিধাবাদ গাযক এও টকা বাহিৰে একো নাজানে তপিনা ডাঙৰ চাই এইবোৰ গাই
Diya ghurai dia, kar porokh, pamne moi ghurai, xunere xojua poja, xanti dia mukti diya, ghuri suasun ebar, ami jen jantra, sobdo eibur gaan kune likhile?????????????????
চেৰা বলীয়া সুবিধাবাদী ভণ্ড গায়ক জুবিন গাৰ্গে জাতিৰ শিল্পী ৰাজীৱ শদিয়াক চিনি নপৱাটোৱেই স্বাভাবিক ।অসমীয়া জাতি মাটি ভেটি ভাষা ৰক্ষাৰ বাবে গীত গোৱা শিল্পী ৰাজীৱ শদিয়াক চিনিলে চেৰাবলীয়া ভণ্ড গায়ক জুবিন গাৰ্গে টকা নাপায় নহয় ! যাৰ পৰা ধন টকা পায় তাকহে চিনে বেপাৰী ভণ্ড গায়ক জুবিন গাৰ্গে ।ভণ্ড বেপাৰী সুবিধাবাদী জুবিনে ৰাজীৱ শদিয়াক চিনি নাপালেও অসমবাসীয়ে চিনি পায় ।
Right aibar zubeen r anuragi e kiba kobo ne
Right .
Too sutmaroni hoi set tu
@@SatyajitGogoi-p2d 🤮
NICE Comments... Thank you......!
পাগলে নকয় কি ,ছাগলে নাখায় কি। তাৰেই উদাহৰণ হ'ল জুবিন।
জুবিনে টকাৰ পাছত দৰ মৰা এজনি চিটল মাছ সিকি অসমৰ গৌৰৱক চিনি পাৱ ।
Good news bhai 👍👌🙏👋😭😭❤❤💪
জুবিনে ৰাজীবক চিনি নেপাওঁ বুলি কলে, ই কি ডাঙৰ কথা হ'ল।ৰাজীব গীত অমৰ হব।ৰাজীব সুবিধাবাদী শিল্পী নাছিল ।
শিল্পী আৰু গায়কৰ মাজত পাৰ্থক্য কেনেকুৱা অসমৰ জনগন ই জানে ।
চেৰা বলীয়াটোৰ কথাহে , তাক লৈ বাতৰি পৰিবেশণ কৰি কি লাভ I জুবিন এটা বিশেষ ৰাজনৈতিক দলৰ অনুগামী I গতিকে তেও নিজৰ মতে কিছুমান কাম কৰিব নোৱাৰে I তাৰোপৰি, তপিনা ডাঙৰ চাই বিয়া কৰাবলৈ গান গাই ভাল পোৱা লোক সমাজ এখনৰ বাবে সদায় ভয়ংকৰ I
ৰাজীৱ দা গান অমৰ হৈ থাকিব
Thank you dada😢
Thik koisa
Good news
জুবিনে ছয়তানি স্বভাৱৰ মদাহী ৰে...টাইপৰ ছোৱালী বোৰক চিনি পায় ভাল পায়। এই চেৰা বলীয়া টোৰ পৰা আৰু কি আশা কৰিব পাৰি।
Bhupen Hazarika pasoot axomot ami Rajib sadiya k isthan dia daekha paiso
ৰাজীৱ শদিয়া অসমৰ অসমীয়াৰ হীদয়ত থাকিব , জুবিন গাৰ্গক অসমীয়াই সুবিধাবাদী বুলিহে জানিব তেওঁ নিজৰ পৰিচয় নিজে দিব লগীয়া হৈছে
Thik kotha koise👍❤
Good News❤❤❤❤❤❤❤
সুন্দৰ বেতা ।
Good news❤
দুভ্যাগ্যজনক কথা
Zubeen nijai likha gaan kaita ase 25000 gaanar kantha2 val Zubeen Garg moiu val pao xuni kin2
Rajib sadiya bohut xukiya manuhar antorar majot xumai ase jai ai axom
জাতিৰ বাবে গান বহুতে গাইছে। তেওলোকো শিল্পী। তাত সন্দেহ নাই। কিন্তু আপোচবিহীন কাৰো ওচৰত শিৰ নত নকৰা শিল্পীক কোনোবাই চিনি পায় নাপাই নাজানো কিন্তু অসমীয়া জাতিয়ে ভালকৈ চিনি পায়।
জুবিন গাৰ্গ গায়াক নে শিল্পী সন্দেহ আছে। সি মদ নেখালে গান নেগাই , ৰাজীৱ সদিয়াই মদ নুখুৱাকৈ গান গাই । জুবিন এটা মদাহী গায়ক , সেইবাবে ৰাজীৱ শদিয়াক চিনি নেপাই । জুবিন এটা অহংকাৰী , কা আন্দোলন জুবিনৰ নিচিনা গায়ক এ ভুল পথেৰে নিলে ।
সুবিধা বাদী গায়ক সকল কেতিয়াও শিল্পী হ'ব নোৱাৰে।
জুবিন এটা মহা ভণ্ড, বিৰাল তপস্বী, মদগৰ্বী, কেৱল মাত্ৰ এজন গায়কহে, শিল্পী হোৱাৰ বাবে ১% গুণো নাই তাৰ॥ আজিৰ পৰা জুবিনৰ কোনে গানৰ প্ৰোগ্ৰাম নাচাও, সি বনোৱা চিনেমাওঁ নাচাওঁ॥ গায়ক হিচাপে এতিয়া তাৰ আগৰ দৰে ভাল সূষ্টি নাই॥ 12:01
Val kotha dada
ৰাজীৱ শদিয়াক চিনি নাপাই অসমৰ ৰাইজে।
দামী গায়ক সকলে।
আচৰিত কথা।
Rajip da amor hok
Difference aashe.....fees r demand nokore Rajib Sadia e
Raib axomor gaurav
Good coment
Rajibak jubine chini nepay. Ako asrit nahy rajibok janatai chini pay asomiai chini pay Rajib amar hok
বৰ্তমান ৰাইজৰ মাজত গায়ক হিচাবে ফটোৱা কৰি ফুৰা সকলৰ গান শুনিলে লাজ লাগে, নিজৰ সন্তানৰ লগতে বাকী সকলৰ লগত বহী শুনাৰ সাহস নাই, ইমান বেয়া লাগে শুনিবলৈ অৰ্থ হীন গানৰ বেপাৰী সকলক লৈ কোনো সহানুভূতি দেখুওৱাৰ অৰ্থ ক'ত।
ৰাজীৱ শদিয়া ড৹ ভূপেন হাজৰিকা আৰু মহেন্দ্ৰ হাজৰিকাৰ একেধাৰাৰেই প্ৰকৃত জাতি আৰু মাটিৰ শিল্পী । অসমৰ আন আন শিল্পীসকল ধাৰাত উপনীত হোৱা নাই যদিওবা বিপিন চাউদাঙৰ ছবিও প্ৰতিফলিত হয় । জুবিনহঁত ৰাজীৱ শদিয়াৰ ওচৰত নিষ্প্ৰভ হৈ পৰে । ৰাজীৱ শদিয়াৰ এক আছুতীয়া গায়কী প্ৰতিভা আছে যিয়ে শ্ৰোতাৰ মন-হৃদয়ত চমকৰ সৃষ্টি কৰে । তেওঁৰ জাতি প্ৰেমে জুবিনহঁতৰ হঠাতে জাগি উঠা জাতিপ্ৰেমক চেৰাই গৈ জনতাৰ হৃদয়ত থিতাপি লৈছিল । সেইহে হঠা?পেট্ৰিয়ত একশ্ৰেণীৰ শিল্পী ঈৰ্ষা অন্বিত হৈছিল । জুবিনৰ মন্তব্যত তাৰেই জ্বলন্ত প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা যেন লাগে ।।
আপোনি কোৱাতু একেবাৰে সচা.
অতি পৰিতাপৰ কথা।
Zubren juben. 👇👇👇
এইয়া আমাৰ অসমীয়াৰ চৰিত্ৰ ।
তাৰ দৰে মদাহিৰ চিনি পোৱা আমাক নালাগে আমাৰ শদিয়া ত তাক আহিব দিয়ক কুকুৰ murgi বনাম
Kun jubin moi sini napaw
Selfish zubeen
Rajib sadia r lgt zubin r compare nohoi.
Zubin nau bhal gan gai axomot zubin t koi uprt nai but rajib sadia u bht uprt...tau jati mati loi gan gwa manuh..jitu birol... Rajib sadia axomiyar bukut thka gayak asil.🙏
Noli fati juwa gan gale hid rug hoboi
Juubin jody anekoi koisa aaitu bar durbhyagya hoisa
Madahi jubin
RIP
Boycut koribo lage enekua an guwa manuhok ahongkarir sthan nai upper assomor
আৰু কবলৈ বহুত আছে, coment ত নোৱাৰি
Rajip dada amor hok xodai amar majot thakibo
Bor dukhor kotha...
Zubeen dar ohongkar hoise o rajib sadiyar dore jatipremi matir manuh ajonok sini napale😢😢
kotha khar huni bor dukh palu
Zubeen Garg ata kotha kobo nojana manu Rajib sadiya k compare koribo nuware Zubeen r nisina singer e
সকলো শিল্পীৰ নিজা নিজা চৰিত্ৰ আছে । যানে আপুনি যিমান কলেও কামনহব
Coment t emn kbo nuwari ata Katha I kom ZUBEEEN Dar logot 24 hours thaki sabo tar pist gom pabo okay 👍 tq 🙏
M̲o̲j̲a̲ d̲i̲c̲h̲a̲ B̲h̲a̲i̲ A̲r̲u̲ b̲i̲b̲l̲a̲g̲e̲
Bamun
Jubeen ata pagol Modahi Rajeev hadiya jindabad
Rajiv Sadiya Sakalo matir manual e saday manat Rakhiba . Mudhaphuta Sakale najanileo haba.
কি কম এইবোৰ "নোকোৱাই ভাল" অনুষ্ঠানৰ দৰে | ভূলবোৰ আমাৰে
Hohaijoy nohoi sakori dibo Lage 😂😂😂😂😂😂😂😂😂😂😂😂
Zubeene axomiyar Suriya khonoke
Najane tew Rajibok ki cini pab.
Ketiaba konoba Axomiyar bhul hole ekebare oxonmaan koratu olopmaan chintta koratu bhal hob,a neki ?
Rajib. Hodiya rial hilpi
Jubin panir silpi Rajib matir silpi
Apuni kiyo ai burak bujaboloi sasta karise
Saa katha
Zubeen pagol zubeenor Kam nai amar axomot.
Modahi jubine ki bujipabo.
জোনাকী
Beya kotha Zubin bhaiti.. be human...
Kun asil nu Rajeev sadiya?? News eta palu morile buli
Zubin garge dangaoria bahut dangor manshar adhikari hol saia sini nepai.aiai Prakita Assamiar prakta saritra.eao loke matra toka he sinipai.bahut nirlaijya ajir Assamia silpi samaj matra khamata aru raj atithar abhi lasi .Rajib Sadiya ejon prakita silpi.aibur matra kandhuli mass.sal sai sapari bajua manuh.bad diaok dangoria saiteyar poikhat ajji kunu nai .aibur sartha por silpia nijor sanman adin nijai haruaba adin Ajir assamiai nijak siniai pua nai matra sini paisa rajar assas aru sahai.gatika koi love nai dangoria ajir assamiai matra assamiak nisheh koriboli ha bat sai asse Ihote matra dhani sranik ha sini pai dukhiar matra namtohe thake kam matra BJPr dallal raj Dallaok santusta korat beasta BJP love nai dangoria aibur matra toka ghoter silpi.aeo lok matra buisness man gaiok Sradhar D.r Bhupen Hazarika sur dilai gan galai sai sthan kunuai labo nuare.tadrup Rajib sadiyar gan galao Rajib sadiya hobo nuare.jar ji nisartha pratibha teo sai sanmanor adhikari hoboi eku nai Bhupen Rajib sadai bisal antarar ekunat sadaiai amar hoi jiai thakiba manat aru hridayar kunat.
Hosai jubin daa tene kotha kuatu borr lojja jonok
Alfa punor jonmo
Jati mati veti r kotha koi power loa sakal rajnitir actor,au lokak only power ,pelf money r babe ane acting kari thake,sajag houk.kisuman rajnitir dalal silpi o ase ai asamat.
.
Kon jubin moi sini poa nai
Hosakei hudhisu.. Rajib buli singer asil neki
Zubine tenekoi koi vul korile
He mal kabo janea
Tuminu ki dal falisahe
Tor laura to falisa gom pali
Good News
Kun asil nu Rajeev sadiya?? News eta palu morile buli
Good news