Це відео не доступне.
Перепрошуємо.

MONE KHAIS TOY II NEW KOCH RAJBONGSHI SONG II JYOTISMITA RAAGINI OFFICIAL LYRICAL SONG 2023

Поділитися
Вставка
  • Опубліковано 18 сер 2024
  • NEW KOCH RAJBONGSHI 2023
    ‪@BDPVIDEOS9954‬
    SONG- MONE KHAIS TOY (KAPUR GORANG) মনে খাইছ তয়
    SINGER - JYOTISMITA RAAGINI
    ‪@jyotismitaragini‬
    LYRICS & TUNE - NIBARAN SUTRADHAAR
    GUITAR - TAPAN,
    FLUTE - ANJAN MEDHI,
    DRUMS - MRINAL SINGHA
    MUSIC/MIX/MASTERING- BIJU SARKAR‪@StudioARMSmusic‬
    VIDEO EDITED BY- ‪@AKEntertainment7002‬
    #newkochrajbongshivideo
    Full Video Song Link - • Mone Khais Toy I New K...
    Others Video Link
    • O Abu Tor Natinikhini ...
    • GOALPARIYA GOGOI II NE...
    • Aay Na Maloti II আয় না...
    • O Abu Tor Natinikhini ...
    LIKE / COMMENT / SHARE
    -মনে খাইছ তয়
    কাফুৰ গোৰাং দিফৰ বেলা তাতঁশালত বসিয়া
    হায়ৰে তাতঁশালত বসিয়া
    চেঙেৰা একজন আমাৰ গাঁৱৰে চায় খুকুৰীয়া
    চায় খুকুৰীয়া
    মনে মনে হাসিয়া হাসিয়া ভাবিয়া
    থাকুং নিজেৰ মতে নিজে কাফুৰ গোৰেয়া।।
    এইবাৰ বিষুৱাতে তোক গামছা এখান দিম
    পাটানি পিন্ধিয়া ময়ো তৰ লগত ঘুৰিম।
    মানুহে কি কয় কওঁক আমাকে দেখিয়া
    সাঁচায় তোৰ লগতে যাম মই
    মনে খাইছ তয়, মনে খাইছ তয়।।
    আগেৰ পাৰায় মনে খাইছ তয়
    কিয় নাইকইস খুলিয়া তয়
    এলাহে জানিলং আছল কাথা গ মই
    তোৰ প্ৰেমত পৰিলং মই
    মনে খাইছ তয়,মনে খাইছ তয়
    কাফুৰ গোৰাং দিফৰ বেলা তাতঁশালত বসিয়া।।
    🙏লাইক, কমেণ্ট কৰিবা নাপাহুৰিবি🙏
    ধন্যবাদ ।।

КОМЕНТАРІ • 69