Modar : EPISODE 10 | Junmoni Devi | Arun Hazarika | Ajan | Prince | Priyanka | Assamese Web Series

Поділитися
Вставка
  • Опубліковано 13 січ 2025

КОМЕНТАРІ • 2,1 тис.

  • @ad_production
    @ad_production  2 місяці тому +369

    Don’t miss the End 🥰🙏🏻❤️

  • @sangitaroy2630
    @sangitaroy2630 2 місяці тому +991

    Filim খন শেষ হৱা কথা কলে বহুত দুখ লাগে ও 😢😢 কাৰ কাৰ দুখ লাগিব 1like kori jowa 👍

  • @Arish289
    @Arish289 2 місяці тому +364

    Mur dore kune kune wait kori asil like kora❤

  • @Puja_kumar186
    @Puja_kumar186 2 місяці тому +112

    সুন্দৰ মদাৰ খনৰ পৰা বহুত কথা শিকিলোঁ , জানিবলৈ পালোঁ।
    ইয়াৰ ভিতৰত এইটো কথা শিকিলোঁ যে কেতিয়াবা ভালপোৱা মানুহ জন বা মানুহ জনী ক কিছুমান পৰিস্থিতিৰ ফলত ও এৰিব লগীয়া বাধ্য ত পৰিব লগা হৈ যায়।।
    এইয়াই জীৱন❤️
    আমি কেতিয়াও কাকো কথা দিব নোৱাৰোঁ যে এইজন বা এইজনী ৰ লগত এ জীৱন অতিবাহিত হব।
    জীৱন কেৱল বৈ যায় এখন নদীৰ দৰেই..এই নদীৰ সোঁতত কোনে কাৰ লগত কেতিয়া লগ হৈ পৰে সেইয়া আমি কবো নোৱাৰোঁ।
    বাকী শুভেচ্ছা জনালোঁ
    আগন্তুক দিনবোৰ ত এনেকুৱা অনুপ্ৰেৰণা যোগায় যোৱা চুটি ছবি পাম বুলি আশা ৰাখিলোঁ❤️

    • @rijutalukdar8902
      @rijutalukdar8902 2 місяці тому

      Bohut val lagise ❤

    • @Puja_kumar186
      @Puja_kumar186 2 місяці тому

      @rijutalukdar8902 takei..film khn val bonaise

    • @pallabblogss
      @pallabblogss 2 місяці тому

      বিচাৰিলে চাগৈ সকলো পোৱা যায় কিন্তু সকলো পাই হেৰাই যোৱা নদী‌ এখনৰ দৰে যানো ৰৈ থাকিও সফল হয়।
      Comments:Yes/No.❤

    • @RiyankoTaid
      @RiyankoTaid 11 днів тому

      Bohut bohut val lagil ❤❤❤

  • @priyankasaikia5302
    @priyankasaikia5302 2 місяці тому +10

    15:40😢😢নোৱাৰিম চাগে... পৃথিবীৰ আটাইতকৈ বহুত বেছি ভালপোৱা মানুহ জনক আনৰ হাতত গতাই দিব😢😢😢কষ্ট হয় বহুত😢😢😢.... অভিনয় সচাই সলাগ লৈছো 🙏🙏🙏🙏 অসমৰ চুকে কোণে আজিও এনেকুৱা সমাজ আছে যত সৰু বৰ মানুহ বিচাৰ কৰে... খাই উঠি বাচন খন ধুই আনিব কয়.... থুৱাই দিব মন যায়... অন্ধবিশ্বাস ৰ বলি হৈ কত যে কি নকৰে ফলত বহুত কিবা কিবি হেৰুৱাই😢বাকী আগুৱাই যাওক🙏

  • @জ্ঞানশ্ৰী_দাস20
    @জ্ঞানশ্ৰী_দাস20 2 місяці тому +13

    Twist টো ভাল লাগিলে। খুব কান্দিলোও। বহুত বেছি ভাল লাগিলে সঁচা। সদায় মনত ৰৈ যোৱাকৈ এক কাহিনী, মদাৰ। উফ কি কাহিনী 😭💗

  • @jyotismoimahanta6295
    @jyotismoimahanta6295 2 місяці тому +33

    জীৱনৰ আটাইতকৈ ধুনীয়া অসমীয়া চুটি ছবি ❤ অন্তৰ চুই গ'ল কাহিনী আৰু অভিনয়ে । অশেষ ধন্যবাদ টীম মদাৰ আমাক এনেকুৱা এখন চুটি ছবি উপহাৰ দিয়াৰ বাবে 😊

  • @yumi65894
    @yumi65894 2 місяці тому +93

    Bare bare sheck kri asilu . Finnally palu 😚🔥

  • @susmitadas.9944
    @susmitadas.9944 2 місяці тому +52

    সঁচাকৈ "মদাৰ" চাই বহুত বেছি ভাল লাগিছে❤ বহুত আশাৰে ৰৈ আছিলো শেষৰ খণ্ডটো চাবলৈ। হৃদয় চুই যোৱা কাহিনী, এনেকুৱা যাতে কাৰো লগতেই নহওঁক, গোটেইকেইটা খণ্ড বহুত বেছি ধুনীয়া। "মদাৰ" উপন্যাসখন কেতিয়া পঢ়িবলৈ পাম বাৰু, অপেক্ষা কৰিম "মদাৰ" হাতেৰে চুই চাবলৈ, এবাৰ পঢ়িবলৈ 😊❤

    • @JunaliNath-be4rk
      @JunaliNath-be4rk 2 місяці тому +1

      মনতো বেয়া হে লাগিছে মদাৰ শেষ হোৱা দেখি

    • @himashreebarman
      @himashreebarman 2 місяці тому

      ​@@JunaliNath-be4rk Umm bht besi 😢

  • @abinashmedhi5059
    @abinashmedhi5059 2 місяці тому +16

    তোমালোকক কি কম আৰু কবলৈ একো ভাষা এ নাই সকলো তকৈ ভাল লাগিল বিদ্যুত্ ক❤❤❤❤❤❤ mind bloing part................
    Good very good.......... All off congrats

  • @elichetia6378
    @elichetia6378 2 місяці тому +43

    কাহিনীটোৰ বিষয়ে ক'বলৈ ভাষা নাই ❤️ বহুত বহুত বহুত বেছি ভাল লাগিল ❤️ দেৱাশীষ, মল্লীকা, বিদ্যুৎ তিনিওৰে অভিনয় অতি সুন্দৰ। বিদ্যুৎ ওৰফে প্ৰিন্স তুমি বোকাখাট ৰ এজন ভাল অভিনেতা হবা আশীৰ্বাদ আছে। ❤ শেষত বহুত বেছি দুখ লাগিল কাহিনী টো শেষ হোৱাৰ বাবে

  • @iamushajb7447
    @iamushajb7447 2 місяці тому +205

    #মদাৰ
    আজি মদাৰৰ শেষৰটো খণ্ডৰ বাবে কোনে কোনে অপেক্ষা কৰি আছে বাৰু? বেয়াই লাগিছে আজিৰ পৰা মদাৰ চাবলৈ নাপাম আৰু 🥺
    মদাৰ পাৰ্ট ২ লাগে আমাক 🙌
    নাজানো কাহিনীভাগৰ মাজত বৰ বেয়াকৈ সোমাই পৰিলোঁ অ ..! কি হ'ব কি হ'ব তাকেই ভাবি থাকো
    মদাৰ পাৰ্ট ২ আৰু কোনে কোনে বিছাৰে কমেন্ট প্লিজ
    মমী ভৰালী কলিতা

    • @SimpySaikia-c2q
      @SimpySaikia-c2q 2 місяці тому +3

      Part2 nohoi chinema lage

    • @priyankigogoi
      @priyankigogoi 2 місяці тому +2

      Hsai.. ru..Sao Sao.. lgi thkibo ajir pora.. 😢...

  • @dulanmaydas7745
    @dulanmaydas7745 2 місяці тому +9

    সঁচাকৈ ইমান সুন্দৰ ছবি ........
    এইখন চাগে ছবি আকাৰত নিদিলে "মদাৰ " ৰ কথা গমকে নাপালোঁ হেঁতেন
    সঁচাকৈ কিমান নিষ্ঠুৰ মানুহ আছে এই পৃথিৱী খনত যিয়ে নেকি কেৱল নিজৰ বাহিৰে কৰোঁ আনজনৰ কথা নাভাৱে
    কিন্তু তাৰে মাজতো দেৱশিছ (চৰিত্ৰত) ৰ দৰে বহল হৃদয়ৰ মানুহ ও আছে
    বহুত বহুত ভাল লাগিল
    অৱশেষত আজি অন্ত পৰিল

  • @porismitasonowal5447
    @porismitasonowal5447 23 дні тому +1

    Bht val lagil sai... Bht kandilu 😢😢

  • @priyasaikia6143
    @priyasaikia6143 20 днів тому +1

    কি বুলি কও একো ভাষা নাই ❤❤❤ episode 1 pra 10 loile ,, bohut bise VL lagel ,, bohut bohut dhoniybad ❤❤❤ anekuwa ata kahini upohar hisape Diya babe,,❤

  • @NishitaNishita-u8t
    @NishitaNishita-u8t 2 місяці тому +25

    Moi 1st episode pora sai guta kita episode sai kandiso emn dhuniya short film amer majut agborhi Diya baba bhout BHout danabat ❤

  • @manalishavlogs2447
    @manalishavlogs2447 29 днів тому +3

    Debasis aru malikai bor dhuniya acting korise bahut val lagil sai

  • @SibojitMili
    @SibojitMili 21 день тому +3

    Mojja kaini❤❤❤❤❤🎉🎉🎉🎉

  • @sangeetakurmi6032
    @sangeetakurmi6032 23 дні тому +1

    Bohut vl lagile

  • @manashjyotidas7873
    @manashjyotidas7873 16 днів тому +1

    Bht dhunia lgil 😢

  • @Bhabensaikia26
    @Bhabensaikia26 2 місяці тому +67

    মদাৰ কাহিনী খুব ধুনীয়া হৈছে ,, সুন্দৰ উপস্থাপন চাব লগীয়া বিদুৰভাই দৰে মদাৰ চিনেমা হব লাগে ।❤️❤️
    জয় আই অসম ✊️

  • @Himadri_-Mech
    @Himadri_-Mech 2 місяці тому +16

    Bahut bhal lagil sai 1or pora 10or loike salu ❤hosakoi acting bahut mojja aru kahinitu bahut bhal lagil❤

  • @dhunu7
    @dhunu7 Місяць тому +1

    All epsd's is mind blowing gyss ❤❤🔥🔥
    Nd every scene acting amazing well done to all members 🙂🙂

  • @BTSarmy73-s4
    @BTSarmy73-s4 2 місяці тому +33

    Ahi gol finaly 24 hour wait kora pisot uff wtia he moja lagibo sai 🎉🎉🎉🎉❤❤❤

  • @Karishma-ak
    @Karishma-ak 2 місяці тому +6

    Bhut besi val lagil oo kondhuwai dile emn xundhor obhinoi . Aru June likhise kahini tu bhut besi val hoise.💯 Xomajor ak jiya kahini ❤ aru ayar psr next episode bur dib please 🥺🥺 😢😢xext comment nkra koi thakibo nuarilu 😭😭😭😭

  • @plabangohain4845
    @plabangohain4845 2 місяці тому +10

    বহুত বেছি আবেগিক হলো। বহুত বেছি কন্দিলো। বহুত ভাল লাগিল সঁচাকৈ।❤❤❤❤❤❤

  • @shewalidevi5876
    @shewalidevi5876 Місяць тому +1

    বহুত ভাল লাগিল

  • @pranabkalita7044
    @pranabkalita7044 21 день тому +2

    Ketiyau pahorib nuara ata kahini monot thaki jabo dei ❤❤❤

  • @lizadeka6698
    @lizadeka6698 2 місяці тому +17

    ইমান ধুনীয়া শব্দৰে প্ৰকাশ কৰিব নোৱাৰি ❤️। কাহিনীটোৰ মাজত গভীৰ ভাবে সোমাই পৰিছিলোঁ 🥰

  • @GOUTAMBORAH-g5g
    @GOUTAMBORAH-g5g 2 місяці тому +6

    এই দহটা খণ্ডই সঁচাকৈ হৃদয় চুই গৈছে...মদাৰৰ এই কাহিটোৰ পৰা বহুত খিনি কথা শিকিলোঁ, বুজিলো....AD production❤ ৰ লগতে মডাৰৰ সকলো ব্যক্তিলৈ বহুত বহুত ধন্যবাদ ইমান এটা সুন্দৰ কাহিনী আমালৈ আগবঢ়োৱাৰ বাবে ।

  • @Koushikhaloi-r2i
    @Koushikhaloi-r2i 2 місяці тому +47

    এনেকুৱা কাহিনী আকৌ পাম বুলি আশা কৰিছোঁ 😢❤ বহুতো ভাল লাগিল কাহিনী টো চাই

  • @sumichetia3739
    @sumichetia3739 Місяць тому +1

    1st prai hekhr loike salu...bhut dhunia hoisa....

  • @M.C.B933
    @M.C.B933 Місяць тому +1

    Dhuniya palu Sai shob bilak salu val lagile ❤

  • @dhritismitapatowary6234
    @dhritismitapatowary6234 2 місяці тому +13

    মদাৰৰ কাহিনীটোৱে সঁচাকৈয়ে মন চুই গ'ল। কাহিনীটোৰ মাজত এনেকৈয়ে সোমাই পৰিছো যে অৱশেষত নিজে নিজে চকুলো বৈ গৈছে।😢😢

  • @Amrita_547
    @Amrita_547 2 місяці тому +44

    Mur dore kune kune rukhi asila like kora❤

  • @harjitdas4011
    @harjitdas4011 Місяць тому +3

    Bohut val lagil filim khon sekholoi saisu❤❤

  • @surenpatar
    @surenpatar 10 днів тому +1

    Bhut val lagise ❤❤😂😂

  • @KashyapjyotiDeka-c4c
    @KashyapjyotiDeka-c4c 17 днів тому +1

    Bahut val lagile ❤❤❤

  • @Bikigogoi-v2r
    @Bikigogoi-v2r Місяць тому +3

    Bohut val lagila Sai deii ...katiyao pahoribo nuwru deiiii 😢😢aru bohut dukh lagila

  • @sinmoy600
    @sinmoy600 2 місяці тому +5

    Ufff😲😊 Birat asorit jen loga kahini ata sab palu dei...🤗 Kor pora je ki hoi life tut bapre....🧐😲 Vabilei asorit... Itur pisot xitu episode waaooww ultimate❤️ bohut val lagil dei... Kahini tur acting Sai.... 💞💕

  • @AasifKhan-lu6sf
    @AasifKhan-lu6sf 2 місяці тому +4

    Bhut dhuniya lagise sai ...kinto kalir pora alp beya lagi thakibo ..je aru dekha napam buli nex apisot ..bhut dhuniya kam krisa tumaluke thanks alp teem ..anekoi aru val val kam kri jua tumaluke tame mor kamona allahr usrt .. love you all teem 🥰

  • @dhonjitray4486
    @dhonjitray4486 17 днів тому +1

    1 r pora gote kaikhone salu bohut besi vl lagile ❤❤❤❤❤❤ very nice

  • @MunmiKalita-i5i
    @MunmiKalita-i5i Місяць тому +1

    Mallika, Bidyut, Dewashish,, wahh super hero.

  • @Rajaborgohain47
    @Rajaborgohain47 2 місяці тому +3

    Hosai apunar lukor team tu loi dher blessing thakil emn dhuniya koi mukoli koridise emn a aikhon dhuniya sobi thank you so much aru aguwai juok❤

  • @BinaTirki-e2w
    @BinaTirki-e2w 2 місяці тому +16

    Bohut val lagise episode 1or pora Sai asu so super ❤

  • @dilipgogoi618
    @dilipgogoi618 2 місяці тому +5

    sai bhut vl lgisle .ki2 khtom hua krne mon2 bea lgise .so bhut vl lgil bhut ❤️❤️❤️

  • @MunmiKalita-i5i
    @MunmiKalita-i5i Місяць тому +1

    Soku pani rkhab nuwarilu, bht kthai mnt pori gl 😢 hsai tmluke emn dhunia vl kahini bnaosa so thq 😢 nd hdai vl vl km kri juwa anekoi.

  • @niku8723
    @niku8723 Місяць тому +1

    Adinot gute episode Sai xekh korilu bhut Val lagil😊

  • @dimpidas4902
    @dimpidas4902 2 місяці тому +11

    Ahi gl finally omg❣️😍24 hour wait tu waitei trpist akou 5:30r pora wait😢

  • @ParchiBharali-wx9yw
    @ParchiBharali-wx9yw 2 місяці тому +6

    Xasai bahut dukh loga ek bastab kahini abhinoy sai bujisu kiman dukh loga poristhiti asil . Bikhekh koi hei premik Jone sage kiman dukh Mont rakhi eman val pua suwali jonik anr hat t gotabo pare hoitu etiya jdi ei kahini tu teu saise Kiman sage dukh lagise aru suwali joni aru teur husband u sage olp dukh paise ne .Moi kahini tu saute teulukar bastab sobi khan ei mur monoloi ahi asil Xasai bahut val lagil modar ❤ love from gohpur ❤️

  • @TaraliBarman-kp3tv
    @TaraliBarman-kp3tv 2 місяці тому +5

    সঁচাকৈ বহুত বেছি এ ভাল লাগিল মদাৰ খন চাই। কিন্তু আজিৰ পৰা আৰু চাবলৈ নাপাম বুলি জানিহে অলপ দুখ অনুভৱ কৰিছো। সকলোৰে অভিনয় বহুত ধুনীয়া হৈছে । কাহিনীটোৰ মাজেৰে অভিনয়বোৰ খুব সুন্দৰকৈ ফুটি উঠিছে। আশা কৰো আৰু যাতে আগলৈ এনেকুৱা সুন্দৰ ছবি চাবলৈ পাওঁ। মোৰ ফালৰ পৰা মদাৰৰ সমূহ পৰিয়াল বৰ্গলৈ আন্তৰিক মৰম আৰু অভিনন্দন জনালো আমাক ইমান ধুনীয়া এখন ছবি উপহাৰ দিয়াৰ বাবে।

  • @chitrabaruah9368
    @chitrabaruah9368 19 днів тому +2

    কিবা এটা লিখিব খুজিও বাকৰুদ্ধ হৈ পৰিছো,,,,চৰিত্ৰ, অভিনয়, উপস্থাপন শৈলী সকলোৱে ছবিখন ক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে ,, দুছুকুৰ সমুখত ছবিখনে সচাঁ হৈ ধৰা দিছে,,,,, সকলোলৈ বহুত বহুত মৰম আৰু ওভকামনা❤❤❤

  • @himakshinath3198
    @himakshinath3198 Місяць тому +1

    Bor dhoniya lagise Sai manto aru hriday khn sui goise story toi❤️❤️

  • @BontiBorah-x1m
    @BontiBorah-x1m 2 місяці тому +5

    হৃদয় চুই যোৱা এক কাহিনী ❤️ শব্দ গাঁথনি ইমানেই সুন্দৰ লগতে অভিনয় উফফ....💖 মল্লিকাৰ অভিনয়ত হাত পৰি গ'ল হিয়া । মদাৰ পৰিয়ালৰ সকলোকে সহস্ৰ প্ৰণাম ইমান ধুনীয়া চুটি ছবি খন উপহাৰ দিয়াৰ বাবে🙏

  • @ManasiBorthakur12
    @ManasiBorthakur12 2 місяці тому +6

    Eman ɓeake humai golu ai flm khonot wait kre Thakur protitu khondole....hosai bht bht val hoise

  • @swapnasonowal8888
    @swapnasonowal8888 2 місяці тому +5

    ওফ! আজিৰ খণ্ডটো 🔥🔥🔥🔥আৰু আজি সকলোকে ইমান ধুনীয়া লাগিছে দেখিবলে❤❤

  • @Dhanmaninath-ns1dw
    @Dhanmaninath-ns1dw Місяць тому +1

    Emn dhuniya obhinoi .....oo vabibo nowara soku pani a olai gl

  • @JunmoniDas-bh9dg
    @JunmoniDas-bh9dg Місяць тому +1

    Sai bhut basi val lagil aru bhut dukh u lagil ❤❤❤❤😢

  • @purabidutta1759
    @purabidutta1759 2 місяці тому +5

    বহুত অপেক্ষা কৰিলোঁ ❤
    কি ক'ম একো ভাবি পোৱা নাই। এনে কাহিনী আৰু কাৰো লগত নহওঁক। মদাৰ পৰিয়ালৰ সদৌ টি লৈ আন্তৰিক মৰম ও শুভকামনা জনালোঁ। অনাগত দিনত যাতে আৰু ভাল ভাল কাহিনী চাবলৈ পাওঁ তাৰে আশা কৰিলোঁ। বিদুৰভাই দৰে মদাৰকো চিনেমা ৰূপ দিলে মদাৰে দৰ্শকৰ মৰম বুটলিব বুলি আশাবাদী। আজিও বহুত কান্দিলো।😢🥹

  • @SmritiSonowal-p1x
    @SmritiSonowal-p1x 2 місяці тому +13

    Bohut xomoi rokhilu 😊

  • @harshajitbarman712
    @harshajitbarman712 2 місяці тому +5

    বহুত বহুত ভাল লাগিলে দেই এটা এটাকৈ গোটেই কেইটা খণ্ড চালো বহুত ভাল লাগিলে আমাৰ সমাজত ঘটি থকা এটি সুন্দৰ কাহিনি আগলৈও এনে ধৰনৰ চুটি ছবি আকৌ উপহাৰ দি যায় যেন আপোনালোকে ❤শেষত এটা কথাই কম সুন্দৰ কাহিনী সুন্দৰ অভিনয় সোকলোৰে... Thank you AD PRODOCTION🙏🙏🙏

  • @PalashXyatya
    @PalashXyatya 24 дні тому +1

    Bohut bohut vl ligel si

  • @monojdas9744
    @monojdas9744 Місяць тому +1

    Gutei keita episode salu bohot val lagil. Priyanka borthakur r ovinoi bohot val lagil dei taik val lage. Mur vonti nisina

  • @mamoniborah8809
    @mamoniborah8809 2 місяці тому +5

    মদাৰ আজিৰ পৰা শেষ হ'ব বুলি জনাৰ পাছত বহুত বেয়া লাগিছে।জোনমনি দেবী বাইদেউলৈ অনুৰোধ জনালোঁ এনেকুৱা মন পৰশা অতি উত্তম ছিৰিয়েল এখন আকৌ যাতে চাবলৈ পাওঁ । লগতে অভিনয় সকলোৰে বহুত সুন্দৰ। ধন্যবাদ ❤❤❤❤❤❤

  • @debojithazarika3964
    @debojithazarika3964 2 місяці тому +3

    ধন্যবাদ জোনমণি বা.. ভাল লাগিল চাই.. সুন্দৰকৈ উপস্থাপন কৰিলে কাহিনীটো..
    লগতে ধন্যবাদ "মদাৰ" ৰ কৰ্মকৰ্তা সকলকো..

  • @nikumonilaskar4128
    @nikumonilaskar4128 2 місяці тому +10

    দুখ লাগিল বহুত প্ৰথম Web series খন শেষ হোৱা বাবে ,আৰু দ্বিতীয়তে কাহিনীটোৱে আৱেগিক কৰা বাবে ❤️ইমান ধুনীয়া😍

  • @diputalukdar9847
    @diputalukdar9847 Місяць тому +1

    Xosakoi modar sai bhut bhut vl lagile ❤❤❤❤

  • @RanjumoniKonwar
    @RanjumoniKonwar 2 дні тому +1

    Iman khunkale khekh hobo buli voba nasilu ❤

  • @turindrammoran3288
    @turindrammoran3288 2 місяці тому +8

    Finally enan derii roii roii ahill ❤
    Hope last episode keitaa nisinaa aji u vall pam saii

  • @JonaliHazarika-h9j
    @JonaliHazarika-h9j 2 місяці тому +6

    বহুত ভাল লাগিল সঁচাকৈয়ে।। বিদ্যুৎ আৰু মল্লিকা তোমালোক দুয়োজনলৈ শুভকামনা থাকিল । ভগৱানে ভালে ৰাখক তোমালোকক ।

  • @mintudeka1231
    @mintudeka1231 2 місяці тому +10

    Aru lgeee part ❤

  • @PinkyDutta-w2g
    @PinkyDutta-w2g Місяць тому +1

    Kahinito hosai bhut dhunia

  • @AkhoiDeuri
    @AkhoiDeuri 23 дні тому +1

    Bohut Miss korisu modar film khnok 😢

  • @munuhaloi8553
    @munuhaloi8553 2 місяці тому +5

    Bhut xomoy rokhilu 10 number episode r karone bhut vl lagise gote bur episode Sai ❤

  • @TishaDevi1
    @TishaDevi1 2 місяці тому +6

    Ajir pora bohut miss korim 😢

  • @gaonrlora7544
    @gaonrlora7544 2 місяці тому +7

    Dhuniyaaa hoise ❤❤
    Agoloi jatee aruuu anekuwa dhuniyaaa web series Pam buli akha thakil❤❤😊

  • @justdoitofficially1239
    @justdoitofficially1239 Місяць тому +1

    So nice acting all of you...mind blowing
    Kinto suwali joni a first love kora lora jon lgt log hobo lgisil val lgil hoi
    holeu val lgil bhut sai

  • @pradunyabaruah2114
    @pradunyabaruah2114 Місяць тому +1

    Bht val lgl sai

  • @ABO_GAMER82
    @ABO_GAMER82 2 місяці тому +5

    khub val lagil kahini tu..... bor hundor hoise🥰🥰.......kintu moi akha korisilu je biya mollika aru debasisor huaatu...... moi hei akharei kahinitu sai asilu aru eman din roi asilu kintu hei akha last time ot vagi gol🥺🥺.....tothapiu kahini tu val lagile.....ai kahinitur karone hokoluke dhoinobad jonaisu aru anekuaa hundor kahini ai channelot pam buli akha korilu❤❤

  • @AbhinabSarmah-r9x
    @AbhinabSarmah-r9x 2 місяці тому +3

    গোটেইকেইটা খণ্ড চাই বহুত ভাল লাগিল। কাহিনী, অভিনয়, সংগীত সকলোবোৰ কাম বৰ সুন্দৰ হৈছে। Keep Growing TEAM AD PRODUCTION ❤

  • @rajakulali8846
    @rajakulali8846 2 місяці тому +10

    Moi gutei episod saisu but aji first comment for modar,,,,,❤❤❤so heart 😊

  • @Paipong-v2t
    @Paipong-v2t 28 днів тому +1

    Good story I love this 💕❤️

  • @RimiBegom-b6n
    @RimiBegom-b6n Місяць тому +1

    😢 😢😢buhut besi val lagise o dada❤baa

  • @JushnaManash
    @JushnaManash 2 місяці тому +10

    Ahi gol finally roi aselu❤

  • @mahanandahazarika691
    @mahanandahazarika691 2 місяці тому +6

    Mojjaah lagise say Modar tumak akebare nisa logai disa next axa thakil❤❤❤❤

  • @debo___jitt9448
    @debo___jitt9448 2 місяці тому +6

    কি কম ভাষা নাই ইমান সুন্দৰ❤❤😊

  • @prachurjyasaikia3426
    @prachurjyasaikia3426 Місяць тому +1

    Suwali joni bohut val acting korise👍

  • @ritupangogoi4553
    @ritupangogoi4553 2 місяці тому +5

    Bht val hoise..sable roi asilu

  • @GitanjaliThakuria-uc3zo
    @GitanjaliThakuria-uc3zo 2 місяці тому +10

    বহুত ভাল লাগিল চাই । সকলোৰে অভিনয় বহুত ভাল । ❤❤❤
    আকৌ এনেকুৱা short story আগলৈ পাই থাকিম বুলি আশা ৰাখিলো ❤❤

  • @Gayatri-Ramchiary
    @Gayatri-Ramchiary 2 місяці тому +6

    Finely bohu xomoi opexyar pisot ahi gol❤🎉

  • @JeemaniHazarika
    @JeemaniHazarika Місяць тому +2

    Xsai bhut val lagil ,aru beyao lagise ❤😢😢

  • @Barnitavlogassam
    @Barnitavlogassam Місяць тому +1

    Bohut dhuniya lagil sai❤❤❤

  • @ritamoniborah9173
    @ritamoniborah9173 2 місяці тому +10

    Finaly aihe gol...roi aiselu sabola❤

  • @DhritismitaRajbongshi-qv9ph
    @DhritismitaRajbongshi-qv9ph 2 місяці тому +8

    বহুত বহুত মৰম দেই প্ৰতিজনলৈ......❤❤❤

  • @ShikhaBorah-n2z
    @ShikhaBorah-n2z 2 місяці тому +8

    Tq god.. ahil je teu.. ❤❤

  • @munmibharali3780
    @munmibharali3780 Місяць тому +1

    Ekebarote gutei keita khondo Sai hekh krisu aji...bht besi val lgil dei .......❤❤❤❤hklue emn dhunia ovinoy krise....kandilu dei bohut......

  • @KamalBarman-t2g
    @KamalBarman-t2g Місяць тому +1

    Protek episode saisu bor bhal lagise agoloi enedore pai thakim.

  • @archanapatar
    @archanapatar 2 місяці тому +5

    😢 সদায় ৰখি আছিলো চাবলৈ। ছবি খন সচাকৈ বহুত ভাল লাগিল । শেষ হোৱাৰ কথা শুনিহে বেয়া লাগিল 😢😢

  • @user-ls4lj1cf5tAssifa
    @user-ls4lj1cf5tAssifa 2 місяці тому +6

    Roi Asilu ❤❤

  • @bishnudas7654
    @bishnudas7654 26 днів тому +1

    Bohut besi dhuniya lagise hosakoi de 🔥🔥🔥