Afternoon News | খানাপাৰাৰ খেলপথাৰত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে নিযুত মইনা আঁচনিৰ | Nijut Moina

Поділитися
Вставка
  • Опубліковано 7 жов 2024
  • Afternoon News | খানাপাৰাৰ খেলপথাৰত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে নিযুত মইনা আঁচনিৰ | Nijut Moina
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #himantabiswasarma #nijutmoinascheme #nijutmoina #ranojpegu #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other North-eastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

КОМЕНТАРІ • 149

  • @mohannath6515
    @mohannath6515 День тому +10

    অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অভিনন্দন , কৰাণ এখন সমাজ বা এখন ঘৰ পৰিচালনা কৰাত এগৰাকী মহিলাৰ মুখ্য ভূমিকা আছে ৷ গৃহিণী ভালেই পৰিয়াল ভাল বোলা কথাষাৰ সত্য ৷ আজি ড° হিমন্ত শৰ্মা দেৱে তাকে কৰিছে ৷

  • @charumonihazarika8332
    @charumonihazarika8332 День тому +16

    চাৰ আপুনিটো বহুত ভাল এ কৰি আছে ।। ২০১৭ চনৰ ৪ মাৰ্চত মোৰ স্বামী অসম সচিবালয়ত কৰ্মৰত অৱস্থাতে মৃত্যু হৈছিল‌‌‌।। মই ১ এপ্ৰিলৰ ফুল পে আঁচনিটোও নাপালো।। বহুত বাৰ আপোনাকও লগ কৰিছিলো কিন্তু একো নহ'ল আজিলৈ ।। মোৰ ফাইলটো বৰ্তমান অফিচত এ আছে চাৰ ।। মোক সহায় কৰক চাৰ ল'ৰা ছোৱালী সৰু হৈ আছে 🙏🏼🙏🏼

  • @banditasaikia4576
    @banditasaikia4576 День тому +19

    ল'ৰাৰ কথাও অলপ ভাৱিব চোন চাৰ, বহুত দুখীয়া ঘৰৰ ল'ৰাই ঘৰ চলাই কলেজত পঢ়ি আছে ।

  • @dhanborah313
    @dhanborah313 День тому +8

    মামা আপোনাক ছোৱালীয়ে ভোট দিব লৰায়ে নিদিয়ে

    • @deepray8577
      @deepray8577 День тому +2

      Right

    • @Hasnaslife
      @Hasnaslife День тому

      Lora boroko dibo bole aibar kiba sinta nokoribo😊

  • @debojit913
    @debojit913 День тому +6

    বিজেপিয়ে এইটো ভুল কৰিছে ল'ৰা আৰু ছোৱালীৰ মাজত কিয় বিভেদ আনিছে ল'ৰা বুৰক কিয় একো দিয়া নাই দিলে ছবকে দিব লাগে নিদিলেও নাই।

  • @MangalaYein
    @MangalaYein День тому +4

    Tq mama বহুত‌‌ বহুত‌‌ ধন্যবাদ 😊🙏❤️‍🩹

  • @ChandanBarman-wf1xq
    @ChandanBarman-wf1xq День тому +2

    আঁচনি, আঁচনি মাথোন আঁচনি! ৰাজকোষ উদঙ! সোনালী সুযোগ গ্ৰহন কৰিব পাৰিব ইৰান , ইজৰাইলৰ যুদ্ধৰ বাবে মূললীয় বৃদ্ধি সুযোগ ।

  • @MinakhiBailung-x6j
    @MinakhiBailung-x6j День тому +9

    ছোৱালী য়ে পাই লৰা নেপাই নেকি ।

  • @MohanChutia-q2l
    @MohanChutia-q2l День тому +3

    আমাৰ বি জে পি চৰকাৰে বহুত ভাল কাম কৰিছে। আমাৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ ধন্যবাদ।

  • @torapali5851
    @torapali5851 День тому +6

    মাননীয় মুখ্যমন্ত্ৰী মহোদয় ভেনছাৰ স্কুল বিলাকৰ আইন সংশোধন কৰি প্ৰাদেশিকিকৰন কৰক

  • @dipulaxom
    @dipulaxom День тому +29

    আৰু অলপ ধাৰ লৈ মামীৰ বাবেও কিবা এটা আঁচনি উলিয়াব লাগিছিল

    • @kumudbaruah2001
      @kumudbaruah2001 День тому

      ভালে ভালক পায়, জাবৰে খালক পায়। গতিকে চিন্তাৰ দৈন্যতাই নিজৰ লগতে সমাজলৈ স্খলন নমাই আনে।

    • @pegu3112
      @pegu3112 День тому

      Toiye alop dhar di de mamik

    • @dipulaxom
      @dipulaxom День тому

      @@pegu3112 ১৫০০ টকীয়া নেকি😀

  • @diptigogoi1097
    @diptigogoi1097 День тому

    এতিয়া ইমান সুবিধা ।লৰা ছোৱালীয়ে ভালকৈ পঢ়িবহে লাগে ।মামাই বশুত ভাল কাম কৰিছে ।পিছে ২০১৩ ঢনত বিদ্যালয় পাদেক্ষিকত কৰাত বহুত. শিক্ষক. বাদ পৰি যোৱা শিক্ষকৰ. কোনো বিহিত বিধান নিদিয়াত মনত বৰ দুখ. লাগিল

  • @Royel-v8y
    @Royel-v8y День тому +24

    আৰু ধাৰ ল'ব লাগে,লাজ লাগিছে কাৰ বাৰ দেখি।

  • @mridulasonowal8626
    @mridulasonowal8626 День тому +2

    ধণ্যবাদ থাকিল অসমৰ মুখ্য মন্ত্ৰী দেবলৈ 27:02

  • @Padumi-z7s
    @Padumi-z7s День тому +9

    নিযুত বাবা দিয়ক

  • @MinatiDevi-p7f
    @MinatiDevi-p7f День тому +1

    Bohut val kam korise dei mama. Bohut bohut bohut thanks apula loi Ane dore student karone suya 1st c m dei Assam r suwali karone je eman xubidha kori dise. So apuna loi ako bohut thanks belegor kotha mon nidi bo apuni aguyai jauk mama jindabad bad

  • @pgaxom435
    @pgaxom435 День тому +6

    আমিবোৰ বাল বাংলাদেশী/জহৰানেকি ল'ৰাবোৰ একো বাল নাপাওযে অকল অসমত ছোৱালী সন্তান দিয়াবোৰেই পঢ়াব নিজৰ ছোৱালীক//লৰা সন্তান জন্ম দিয়াবিলাকক টকাৰ প্ৰয়োজন নাই নেকি মামা কেলা বেছি দিন নাই আৰু অহংকাৰেই পতনৰ মূল। । আমিতো মিঞা নহৈনা কেলা 🤣 ৰ কেলা মামা

  • @NorenKardong
    @NorenKardong День тому +2

    যেনে মূখ্যমন্ত্ৰী তেনে ৰাইজ! অসমখনক ৠণেৰে ধোবাই হলেও আৰু আচনি ওলিয়াই থাকা.,.😅😅😅😅

  • @amarswapna1133
    @amarswapna1133 День тому +1

    ৰাইজৰ টকা ৰাইজক দিছে '''বেলচা দি লৈ চামুচে দি দিছে '''তাতকৈ মুল্য বৃদ্ধি ৰোধ কৰক ''''দুখীযা বুলি নিচিয়ৰি মধ্য বিটি লোক সকলৰ ল'ৰা ছোৱালী বোৰৰ পঢ়া-শুনা কৰি ব লৈ মন থাকে তেওঁ লোকৰ কথা চিন্তা কৰিব '''আজি কালি দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালী বোৰৰ হে বেছি দামি বাইক দামি মবাইল'''অলপ সেই বোৰো চাব

  • @kumudbaruah2001
    @kumudbaruah2001 День тому +1

    When a person becomes educate he makes himself a man but when a women becomes educate she makes a family👪. So, many many salute to Dr. Himanta Bishwa Sarmah respected cm of Assam for launching Nijut Maina Scheme for girl 👩‍🎓students.

  • @SunitaKalita-sp9jh
    @SunitaKalita-sp9jh День тому +1

    Tq mama

  • @RANGIA-v4z
    @RANGIA-v4z День тому +5

    সুন্দৰ BJP চৰকাৰ ধন্যবাদ।

  • @kangkankhakhalary-se7rg
    @kangkankhakhalary-se7rg День тому +4

    মূল্য বৃদ্ধি হ্ৰাস হব খাতাং

  • @gunakantabaruah6243
    @gunakantabaruah6243 День тому +1

    উচ্চ শিক্ষাৰ বাবে উদগনি জনোৱা ও দুখীয়া পিতৃ মাতৃৰ সন্তান লাভামবিত হ'ব লগা আঁচনি নিযুত মাইনা এক উপকাৰী আঁচনি। ছোৱালীৰ শিক্ষাৰ প্ৰতি অভিভাৱকৰ কেৱল আৰ্থিক দুৰৱস্থাই বাবেই বাধাগ্ৰস্থ হয়।ধনীৰ দুলাৰিৰ বাদে সকলো লোকেই ইয়াক আদৰা উচিত।ই মানব সম্পদৰ উৎকশ সাধন কৰিব। ঘৰখনৰ বাবে এটা চাকৰি ল'বলৈও একনিষ্ঠ ছাত্ৰীৰ প্ৰতি আশীৰ্বাদ হ'ব।সুতাকমবলৰ ৰাজনৈতিক সিদ্ধান্ত কোনেও সমৰ্থন নকৰে। সমালোচনা কৰা সকলেও গঠনমূলক বুলি এই সিদ্ধান্তক মানিবলৈ বাধ্য। আমি এই আচঁনিৰ সফলতা বিচাৰি সমুহ ছাত্ৰীৰ শিক্ষাৰ প্ৰতি আগ্ৰহী হোৱাৰ প্ৰতি সকলো শিক্ষা গুৰুৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ।

    • @ManashpratimRajbongshi-xe3zc
      @ManashpratimRajbongshi-xe3zc День тому

      Assamar bahirat pahrileo paba niki

    • @gunakantabaruah6243
      @gunakantabaruah6243 День тому

      @@ManashpratimRajbongshi-xe3zc প্ৰথমতে অসমীয়াত লিখা।তাৰ পিছত নিযুত মইনা আঁচনি যে অসম চৰকাৰৰ হয় কি কি নিয়মত দিয়া হ'ব নজনাকে ধনৰ বলত অসমৰ বাহিৰত গ'ল পায় নাপায় জানি লবা। বহু দুখীয়া পৰিয়ালত ছোৱালী শিক্ষা কামত অহাৰ বাবে এই আচঁনি।ধনী বোৰে নললেও চলি যাব।

    • @ManashpratimRajbongshi-xe3zc
      @ManashpratimRajbongshi-xe3zc День тому

      @@gunakantabaruah6243 dear sir.moi assamiya aru moi dukhiya moi kamrupiya.chudur Bhai buli gali napari baru ak bar breck marilo baru

  • @parashgogoi2076
    @parashgogoi2076 День тому +8

    Aji assam govt loan loise ne????

  • @guninmili6714
    @guninmili6714 День тому +11

    অসমৰ ককাল ভাঙিদিলে ৰীণলৈ।

  • @sewalihazarika9915
    @sewalihazarika9915 День тому +1

    চাৰ অংঙ্গনাবাদী দৰমহা সোনকালে বঢ়াই দিয়ক। ঘৰখন চলিব পৰাকৈ দিব চাৰ।

    • @angshumanhazarika8384
      @angshumanhazarika8384 День тому

      কিয় পোৱালী লৈ অহা খোৱা সামগ্ৰী চুৰ কৰি বেচা পইছাদি চলিব পৰা নাই নেকি 😂😂

  • @hemkantaborah7434
    @hemkantaborah7434 День тому +11

    ধাৰাৰ টকাৰে নিযুত মাইনা আচনি।

  • @AjitDas-n9i
    @AjitDas-n9i День тому

    Thank. You

  • @PinkyKumari-k4k
    @PinkyKumari-k4k День тому

    Thank you Mama ❤

  • @gpriya_bhuyan
    @gpriya_bhuyan День тому +1

    Palu Mama❤🥺Thanks a lot

  • @sarojinichoudhury3115
    @sarojinichoudhury3115 День тому

    So proud CM SIR

  • @TulsiGorh-jv9ec
    @TulsiGorh-jv9ec День тому

    Great job CM sir

  • @bontichetia6187
    @bontichetia6187 День тому +1

    Nice ❤❤❤

  • @dalmilino8334
    @dalmilino8334 День тому

    God bless you .C.M.

  • @RinaDas-mg5zo
    @RinaDas-mg5zo 20 годин тому +1

    পাইভেত কলেজত পঢ়া সকলে নাপাই নিকি বাৰু

  • @abdulmunimtapadar6655
    @abdulmunimtapadar6655 День тому

    Wow superb dicision mama
    Sir one request to news 18axom MD sir moy Barak valley engeneering college or pora koisu please mur lura ai college ot pohe asay from 2022 kintu atea loykay kuno skoler ship dea nai already apply kora asay so please requesting you sir please approach this matter to mama please 🙏🏾🙏🏾🙏🏾🙏🏾

  • @rupamanineog2874
    @rupamanineog2874 22 години тому

    Bhut Val Kam krise sir

  • @rajupegu2969
    @rajupegu2969 День тому

    সুন্দৰ Bjp চৰকাৰ ধন্যবাদ

  • @ImranKhan-nm5ex
    @ImranKhan-nm5ex День тому +2

    Very nice sir 15:37 ❤❤👏🙏🙏🙏

  • @babluali1806
    @babluali1806 День тому +3

    Aru dhar nolob sir

  • @JamimaSultana-d5z
    @JamimaSultana-d5z День тому +1

    ধন্যবাদ মামা

  • @bidyutbordoloi-j7h
    @bidyutbordoloi-j7h День тому

    Log pai bohut val lagil mama ❤

  • @NareswarPhukan
    @NareswarPhukan День тому +1

    আঁচনি দিছে ভাল হৈছে দুখীয়া পৰিয়ালৰ ছাত্ৰী বাবে কিন্তু এতিয়া কিছুমানে মোবাইল ফোন কিনিব চা গে

    • @Homelander2yo
      @Homelander2yo День тому +1

      Dhar loi loi asoni dili ki hb din beya r fle jai ase Assam r

    • @GitashriHazarika-b5j
      @GitashriHazarika-b5j День тому

      ​@@Homelander2yoapuni dhar mribo nki congress ki dl kribo prile dhar loi njor lav krile

    • @Homelander2yo
      @Homelander2yo День тому

      @@GitashriHazarika-b5j moi nhy raij a marbo lgbu bstu r dam aru bahri jabo tax .........bl r nijut moina kela aru eyt congress ahil korpora .......

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9ef День тому

    বেচৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষক- শিক্ষয়িত্ৰী সকলৰ কল্যাণ বাবে দক্ষ মুখ্যমন্ত্ৰী মহোদয়ে উচিত পদক্ষেপ গ্ৰহণ কৰক 🙏।

  • @hrishi5072
    @hrishi5072 День тому +2

    Sir ,moi lora duta bar kasto koi paruai asu bapek nai kiba sure karibo buli asha thakil

  • @GoneshPatowary
    @GoneshPatowary День тому +1

    এইবোৰ আমাৰ নিজৰ কাৰনে হৈছে

  • @koushiksankar8490
    @koushiksankar8490 День тому

    🎉🎉🎉

  • @NarjumaBegum-m1k
    @NarjumaBegum-m1k День тому

    Aitu msg plz cm sir r jate pai sboke kio nijut moina nidile moi to clg t regular asilu tar pisot o kio npalu aitu bht beya kam krise kaiman k dise kaita mank diya ni vabisilu poisa kaita pale kitap kinim kintu mur nam a nahil iman ksto krii khdai clg jai asilu tothapi nam nahil atiya mur sb akha nuhuwa hoi gesii clg t juwa o bad dibo lagibo

  • @prasenjitborah663
    @prasenjitborah663 День тому +2

    Scooty Katia diba😢

  • @BarnaliDeka-i5s
    @BarnaliDeka-i5s День тому

    Mamma thanku 3rd semr free admission kri dile apuni❤ agoloi aneke amk sohai kri jbo🙏

  • @Rajashribordoloi
    @Rajashribordoloi День тому +3

    Amar lora swalia pabo nelage deok

  • @URhrishi
    @URhrishi День тому

    Kisuman a bht val kora buli vabise… kin2 asol tips 2 bujai diu… college t admission lowa student khini 18+ mane voter… so 2026 elections ahi ase, nissita vote r byabastha korise

  • @crazygaming8141
    @crazygaming8141 День тому +1

    ত‌য় দিয়া ছাইকেল তিন মাহ অকলে যায় কেলা ।

  • @manishajalan-bf8cx
    @manishajalan-bf8cx День тому

    Suwali soba pabo aru ami lora bure ki korim haa honestly mama e aji beya k hurt korila akol ki suwali dukhiya thake niki lora ki struggle nokore niki 🙂💔

  • @jahurulislam2597
    @jahurulislam2597 День тому +2

    অসমৰ চৰকাৰ টকা আপুনি ব্যক্তিগত কিমান হাজাৰ ডলাৰ অপব্যয় কৰি খৰচ কৰিলে ।লগত অসমৰ জনগন কিমান টকা ঋণৰ বোজা মুৰত লব লগা হলে এই বিলাক কথা কওক।অসম চৰকাৰ টোটাল কিমান টকা ঋণ তলত আছে ৰাজহুৱা কৰক আমি ৰাইজ জানো ।আচনি দিয়া বেয়া নহয়।দুখীয়া মানুহৰ সহায় হয় ভাল কথা তাক আদৰনি জনাও।অসমৰ উন্নয়ন কিমান হল।

  • @BarnaliDeka-i5s
    @BarnaliDeka-i5s День тому

    Mama ata request asil apuni koisile je scooty dya borok aha juwar khoros apuni mahekoi dibo kintu atiyaloi pua ni scooty khon hy paisu.. Ami dhukiya ghr emn poisa kenekoi vorai thkakim please kiba ata kribo ❤🙏

  • @sukuramkachari72
    @sukuramkachari72 День тому

    কষ্ট হৈছে,, গতিকে এৰোপ্লেনত আনিবা

  • @joysingh2414
    @joysingh2414 19 годин тому

    Assamt o loi CM Sir hey amar bhonty joni BA 3 semister admission lobo nuarele Nagan gral college t Sir Principal Sir admission lobo nelele taka nai karoni histry Majar asel student joni..

  • @nabajyotikoch1363
    @nabajyotikoch1363 День тому +1

    Suwali khinihe vut dibo mama 2026t

  • @RohitDas-eg4bz
    @RohitDas-eg4bz День тому

    আৰু কিমান ধাৰ লমবুলি ভাবিছে সেইতুহে মেইন ইছু

  • @gaganbrahma666
    @gaganbrahma666 День тому

    kiman toka dise

  • @Barundewri-qf4fz
    @Barundewri-qf4fz День тому +1

    Aiba nhle adre guteiburoke job diyok

  • @IndrajitDeka-y2x
    @IndrajitDeka-y2x День тому

    Mama agote jibilak contextual sakori ase xeibilk sarkari karan karok ( manuh 25 30 basar sakori kori retired hol ako nupuake😢

  • @gaganbrahma666
    @gaganbrahma666 День тому

    kiman dise

  • @DayaramSonowal
    @DayaramSonowal День тому

    Himanto mama zindabad.

  • @sachingogoi9044
    @sachingogoi9044 День тому

    CMAAA Durniti korila ..😢😢

  • @Biswajit-sg5bd
    @Biswajit-sg5bd День тому

    Scooty khon pam aro , xunkale diok 🎉

  • @budheswarsaikia3103
    @budheswarsaikia3103 День тому

    Loan loi help ! Bhagawane uporor pora dise.Tutor teachers, venture schools, unemployed aged boys,...vote for BJP ! ,?

  • @gomdenkoxora2826
    @gomdenkoxora2826 День тому +1

    Mamak okol mohilak val pai neki . Mohila bilakor babe bohut aasoni ulai . Purukh bilakor karone akui nulai sun

  • @IsmitaDevi-rg3mg
    @IsmitaDevi-rg3mg День тому

    ই বেটাই অসমৰ লৰাক একাসৰীয়া কৰিলে

  • @gojongapol4448
    @gojongapol4448 День тому

    Dhar loi di ase ,jate Hari gole next govt.a dharor bujat kokal beka hoi jai ,xeitu janaxadharane buji napai , Khali free poisa bisare

  • @tulungapuri752
    @tulungapuri752 День тому

    What about Male? No Job No financial support?

  • @deepray8577
    @deepray8577 День тому

    Dukhiya lorar karone ako asoni ni kio, Ami o tu vote disu, amar parents ni, keneke higher study korim?

  • @logical_shorts_
    @logical_shorts_ День тому

    Sir lora khiniku akhibad koribo.

  • @apurbasarmah69
    @apurbasarmah69 День тому

    Ai moja aru ki lagay ako abar nijut moina asoni sorkar

  • @ankurzubeen1158
    @ankurzubeen1158 День тому +1

    Sowalik he sini pa

  • @bobitabhuyan3260
    @bobitabhuyan3260 День тому +1

    Asoni d d raijok tupi pindhai borbad kori ase apuni..

  • @KirtikajainKirti
    @KirtikajainKirti День тому

    B.ed r poisa komai diyok

  • @NXTFOOTBALL-z1f
    @NXTFOOTBALL-z1f День тому

    Mama eibar sabo aro Instagram ot sooiya sooiya gaan ot story
    😂😂😂

  • @DipikarajRaj
    @DipikarajRaj День тому

    Private ot pohra bilakok nidiye nk mama😢

  • @ItsHinata-d3q
    @ItsHinata-d3q День тому +1

    Ami jei mamak sai ahe su usoro pora

  • @jeeaspirant1108
    @jeeaspirant1108 День тому

    Sir, private teacher r kiba kari boneki 13,14 ,15 basar laike kari aso kono help aji laike napalo

  • @ROHITRAMCHIARY-gf5lb
    @ROHITRAMCHIARY-gf5lb День тому

    Dhar loi raijok asoni d ki hobo mama ? Ata khomaiot bangladekh poribek asom....

  • @abutalebkhan6905
    @abutalebkhan6905 День тому

    ঋণ ঋণ ঋণ ঋণ ঋণ ঋণ

  • @kabitabhuyan545
    @kabitabhuyan545 День тому

    নগাঁও ৰ কথা সুধা নাই যে

  • @taralirava1249
    @taralirava1249 День тому +1

    Amar clg or kako a nidile ane from filap Kori joma disiku

  • @laxmirekha1073
    @laxmirekha1073 День тому

    Ki kam korishe gutai department bilakor pora paisa uthai. Aalo 35 toka piaj 75 talks aibhir lhobor nai.

  • @trishnarockdancer9470
    @trishnarockdancer9470 День тому

    Moi nai puwa dei

  • @UttamGandhya
    @UttamGandhya День тому

    Hokolu a kio napai.class 1 nor pora 10 loi akon asoni bonauk.hai hole kio napai.

  • @SanjayDas-xg2ko
    @SanjayDas-xg2ko 9 хвилин тому

    Agot 10000 Toka to diok sir pujar kapor lou

  • @PramilaDeka-oo3bl
    @PramilaDeka-oo3bl День тому +1

    Lakh poti baido ki hob

  • @BidyutTamuli-m6y
    @BidyutTamuli-m6y 18 годин тому

    Moi kio napalu mama 😢

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 День тому

    বহুত বেয়া ।

  • @ayeshaentertainmentcompany3527
    @ayeshaentertainmentcompany3527 День тому +1

    Aru kam nai rin loi aibor kari thak

  • @MonsobAli-l7q
    @MonsobAli-l7q День тому

    ছাৰSir

  • @nabadas409
    @nabadas409 День тому

    75000 lora sowalik cmaaa poisa bor xon kle diyok

  • @GoneshPatowary
    @GoneshPatowary День тому

    ফকতিয়া চব

  • @bokulsaikia
    @bokulsaikia День тому +1

    Lakh Poti Baidew Hokolor Atia Ki Hobo ?

  • @brojenkhargharia15
    @brojenkhargharia15 День тому

    Asone kom korok Dhar Tatu palahe saga