Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
১/ কৰ্ণ গুৰু - পৰশুৰাম।২/ দূৰ্ণাচায্যয়ে অৰ্জুনক শ্ৰেষ্ঠ ধনুধৰ বনাব বিচাৰিছিল, তেওঁ নিজৰ পুত্ৰ সমান মৰম কৰিছিল। পুত্ৰক বহুত ভাল পাইছিল সচাঁ কিন্তু অৰ্জুনক হে শ্ৰেষ্ঠ বনাব বিচাৰিছিল।৩/ তেওঁ শ্ৰেষ্ঠ ধনুধৰ হোৱাত বাধা দিছিল, মাত্ৰ দুজনক - ১/ একলব্য, ২/ কৰ্ণ।একলব্যক ৰখাব পাৰিলে কিন্তু কৰ্ণক নোৱাৰিলে। কৰ্ণয়ে কৈছিল - "যেতিয়ালৈকে মই জীয়াই থাকিম, পৃথিৱীৰ কোনো ধনুধৰ শ্ৰেষ্ঠ হ'ব নোৱাৰে।"মই জনা বোৰ ক'লো। কিবা ভূল হ"লে ক্ষমা কৰিব। 🙏🙏
Good 👍😊❤
@@Jecqu ধন্যবাদ ❤️🥰🙏
সত্য কথা
Right
Hosa koise
ছাৰ । মহাৰথী কৰ্ণৰ শিক্ষাগুৰু পৰশুৰাম আছিলে । ❤ 🎉
Yes ❤
ঠিক কৈছা
Karna guru vogarban porsuram ji hoi.
Yes bro
Prothomt korno r guru dron asil pisot he brahmastra r Gyan lobo loi parshuram ram pora xihka loi
ছাৰ কৰ্ণৰ গুৰু পৰশুৰাম আছিল । আৰু কৰ্ণই শ্ৰেষ্ঠ ধনুৰ্ধৰ ❤️🩵👍
Noo
মই ভাবোঁ কৰ্ণ এই বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধনুধৰ🙏
Same
Undoubtedly
Kintu nohoi
Eneu Karna e shrestho❤😌🚩
আপুনি অলপ বেলেগকৈ কলে কথাখিনি, অৰ্জুন ক Direct কৈছিল দেখোন তোমাক বিশ্বৰ শ্ৰেষ্ঠ ধনুৰ্ধৰ বনাম বুলি। কেৱল একলব্য ক হে শ্ৰেষ্ঠ হোৱাত বাধা দিছিল।
Dipak sir Vhl lagil Video tu❤💕আকাশ চুবলৈ হেঁপাহখন পঢ়িলোঁ। বহু কথা শিকিলোঁ কিতাপখনৰ পৰা। 💕আপোনাক ভগৱানে সদায় ভালে ৰাখক🙏
Bahut bahut dhanyawad sir 🙏
Moja lagial sir ❤❤love from kamrup.assam
সুন্দৰ❤ আপোনাৰ কথা বোৰে জীৱনত আগুৱাই যোৱাত বহুত সাহস দিয়ে।
❤
অতি সুন্দৰ ভাল লাগিল ।
সুন্দৰ লাগিল দাদা,,,❤❤,,, আপোনাৰ কথাবিলাক শুনি মনতো বহুত বহুত ভাল লাগি যায়,, আপোনাক ভগৱানে সদায় সুখী কৰি ৰাখক,,, আপোনাক লগ পোৱাৰ এটা আশা মনতে পুহি ৰাখিছোঁ,,❤❤
Namaskar Sir. Khundar kotha aagbarhale. Abhyakh Sakti Mahasakti. Thank you sir. God bless you sir. Jaihind Jaibharat.
বহুত সুন্দৰ কথা শিকিব পাৰিছো আপোনাৰ পৰা আপোনাক অশেষ ধন্যবাদ চাৰ ❤😊👍
❤❤সুন্দৰ উপস্থাপন
Best Assamese motivator
अभ्यास से सब कुछ संभव है❤❤❤ बहुत बहुत धन्यवाद सर जी❤❤❤❤
প্ৰকৃততে অজুন বিশ্বৰ সৰ্ব শ্ৰেষ্ঠ ধণুধৰ নাছিল। কণহে শ্ৰেষ্ঠ, কণ অন্যয়া পথ লৈ কণ বধ কৰা হৈছিল ❤❤❤❤❤❤
Very very intersting Sir video
ভাল লাগিলে ধন্যবাদ
প্ৰথমে নমস্কাৰ 🙏 ছাৰ বহুতো ভাল লাগিছে ভাষাৰে কব নোৱাৰাৰ সমান ভাল লাগিছে ধন্যবাদ ছাৰ।
সুন্দৰ ❤❤❤❤
Very nice video sir
বহুত বহুত ভাল লাগিল দাদা ❤❤❤
Apunar video Sai bohut vl lage sir ❤❤❤
Val lagil sir ❤
Love From Mangaldoi 🤗🥰❣️
Moja lagesa sir very interesting ❤❤❤
Very interesting video
You are a good teacher.
এন্ধাৰ পুহৰত খোৱা কথা মই কতো পোৱা নাই ,,, কৰ্ণ সমান কোনো নাছিল,,,,,, মহাভাৰতৰ বীৰ,,,, ভগবান কৃষ্ণ বিষ্ণু অৱতাৰ হনুমান ৰূদ্ৰ (শিব) অৱতাৰ,,, যিখন ৰথত কৃষ্ণ আৰু হনুমান বিৰাজমান আছিল,,, সেইখন ৰথ সিলাই দিছিল,,, তেন্তে ভাবি চাওক,, যিখন ৰথত পালন কৰ্তা শেষ কৰ্তা দুজন বিৰাজমান থাকে সেইখন ৰথ সিলাই দিয়া মানে পৃথিৱী সিলাই দিয়া,,, কৱচ কুন্দলৰ কথা নকওঁ এ,, বিজয় ধনুষ কথা নকওঁ এ,, আৰু এজন আছিল ভীষ্ম গুৰু চেষ্ট ভীষ্ম,, 5:38 5:38
Sir you are greatApunar video sai bohut val lage ❤❤❤❤❤
Sir aapuni mor krane mor Gurudev
World best human ❤
Moja lagil sir❤
Dipak dar babe ata like kora❤
Apunar video sai bhut vl lage sir
Very nice sir video
Nice ❤❤
Sir apunar Akash subo hepah book xon pohi bohut val lagile.
আপোনাৰ ভিডিও চাই বহুত ভাল লাগে
Love from Goreswar
Bahut val kotha koise dada🙏🙏
Great sir
CLARIFICATION FOR VIEWERS WHO BELIVE THAT KARNA WAS NOT A STUDENT OF DRONA.... KARNA WAS STUDENT OF DRONACHARJYA ...PLZ GO THROUGH THE ADI PARVA OF MAHABHARATA BY MAHARSHI NARAD..AS IT HAS BEEN MENTIONED IN THE ADI PARVA OF EPIC MAHABHARATA.
Ya
Tq sir for your kind information But my grandmother said that karna was trained by God prosu ram
Karna was trained by Guru Parshuram
Parshuram was the guru of Karna ..
Clarification dibo vul hoise
Nice sir❤
❤❤sir❤️❤️
বালি বীৰবলি বীৰঅৰ্ধ হনুমাননহব নুপুজিব বীৰকৰ্ণৰ সমান♥️
❤❤❤❤❤❤❤❤❤
ভাল লাগিল ছাৰ
Very interesting
❤❤
Bhug lagise sir
❤ ❤ .
সুন্দৰ চাৰ
অৰ্জুন নামতহে ।কৰ্ণ ৰ ওপৰত কোনো নাই।শ্ৰীকৃষ্ণই নিজেই কৈছে।
Val ka kahini jani kole val lage .
Sundor❤
কৰ্ণক দ্ৰোণাচাৰ্যই শিকোৱা নাছিল গুৰু পৰশুৰামে দিছিল শিক্ষা। বাকী মজা চাৰ
হয়
সুন্দৰ চাৰ 😊
KARNA is the best Dhanur Dhar⚡Dan Bir KARNAaccording to Mahabharata
Nice dada
Sir please send the link of your video about cricket (Riyan parag & Rinku Singh)
কৰ্ণৰ গুৰু পৰশুৰাম আছিল । সুত পুত্ৰ বাবে দূৰ্ণাচায্যয়ে কৰ্ণক ধনুৰ বিদ্যা শিকোৱা নাছিল❤
ভাত খালে কেতিয়াবা হাতখন খেলি মেলি হয় মোৰ কাৰণ মই যিকোনো কাম বাওহাতেৰে কৰো .....❤ভাল লাগিল কথা খিনি শুনি
Sir apuni mohabharot val koi najane
কৰ্ণ ❤❤❤
Bohut val lagi
Vul hoise Apunar
🙏😊
Kalki kune kune saisa😊❤
Salu
@@maini000 tumar ghor kt ha
karan lover xokole like kora ❤
Krishno men
Kran guru..guru parshuram hoy dranashjo nohoy
Vl lgel❤
অৰ্জুন বা অশ্বথামা কদাপি শ্ৰেষ্ঠ ধনুৰ্দ্ধৰ নহয়। চিৰকালৰ শ্ৰেষ্ঠ ধনুৰ্দ্ধৰ মহাৰথী কৰ্ণ
Karn teacher god parashuram ❤
KARNA WAS TRAINED BY DRONA..PLZ GO THROUGH THE ADI PARVA OF MAHABHARATA. .
Sir Karn was not a student of guru Dron, Karn was a student of guru Parashuram.
👏👍🏻
कर्ण is the best
sir Karnar Somaan Dhanur Dhar konu nai. Arjunk prithivir sestha dhonudhar banabor karone Durnacharjai ekalabyar burha angoli kati disil.
I love karan 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥💪💪💪💪💪💪💪💪💪💪💪💪💪💪💪😈😈😈😈😈😈😈😈😈😈😈😈😈😈😈😈😈❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤💪💪💪💪💪💪💪💪🤫🤫🤫🤫🤫🤫🤫🤫🤫🤫💪💪💪💪🤫🤫🤫
Karna❤❤❤❤❤❤❤
কৰ্ণ পৰশুৰাম ৰ শিষ্য আছিল দীপক দা
Sir,,apunak amar sclt invite koribo bisaru aponi ahibo paribo ne😊😊
মহাভাৰতৰ শিক্ষা ললে,,, কাণৰ পৰা, মাটিৰ টেকেলিৰ পৰা, বতাহৰ পৰা সন্তান জন্ম হোৱাৰ বিধি বুজি পাই যায়,, আৰু সকলোতকৈ ডাঙৰ কথা মহাভাৰতৰ যিটো মেইন CHRACTER কৃষ্ণ,,,,, কৃষ্ণই দেহ ত্যাগ কৰাৰ পিছত ( এতিয়াৰ ভাষাত সত্যা কৰাৰ পিছত) মহাভাৰতৰ মতে কৃষ্ণৰ 16হাজাৰ পত্নীক অৰ্জ্জুনে যেতিয়া হস্তিনাপুৰলৈ লৈ আহিছিল বাতত অৰ্জ্জুনৰ মুখৰ আগত আক্ৰমন কাৰী গোৱালে ( এতিয়াৰ ভাষাত ডকাইতে) ওঠাই লৈ যায়,,,, সকলোতকৈ ডাঙৰ কথা হল কৃষ্ণ নিজেই গোৱাল আছিল,,,,,,কিন্তু ইয়াৰ পৰা বচাৰ বিধি মহাভাৰতত নাই,,,,
Val lagile like ata kori di jaba❤
মহাভাৰত মানৱতাৰ কাৰনে সানিকাৰক
আপুনি ভাল দৰে মহাভাৰত চাই পিছত মানুহক শুনাব
sr...karnak ..parakhurame siksha disile
নহয় চাৰ কৰ্ণৰ গুৰু পৰখু ৰাম আছিলে 😊
Sob kothai thi ase but karnar guru parushuram he asil 😊
Same story kalki 2898AD❤
পৰশুৰাম আছিল অঙ্গ ৰাজ ,কৰ্ণৰ গুৰু।
Moi Arjun nok srestho buli bhabo 😢❤❤❤
Most expective nepotism ❤🎉🙏🔥☺️🌹✨
Karna nasil sir... parashuram asil guru...karna is the best ❤️🙌 Maharathi
Sir karna Donasharzzar khisha nasil
১/ কৰ্ণ গুৰু - পৰশুৰাম।
২/ দূৰ্ণাচায্যয়ে অৰ্জুনক শ্ৰেষ্ঠ ধনুধৰ বনাব বিচাৰিছিল, তেওঁ নিজৰ পুত্ৰ সমান মৰম কৰিছিল। পুত্ৰক বহুত ভাল পাইছিল সচাঁ কিন্তু অৰ্জুনক হে শ্ৰেষ্ঠ বনাব বিচাৰিছিল।
৩/ তেওঁ শ্ৰেষ্ঠ ধনুধৰ হোৱাত বাধা দিছিল, মাত্ৰ দুজনক - ১/ একলব্য, ২/ কৰ্ণ।
একলব্যক ৰখাব পাৰিলে কিন্তু কৰ্ণক নোৱাৰিলে। কৰ্ণয়ে কৈছিল - "যেতিয়ালৈকে মই জীয়াই থাকিম, পৃথিৱীৰ কোনো ধনুধৰ শ্ৰেষ্ঠ হ'ব নোৱাৰে।"
মই জনা বোৰ ক'লো। কিবা ভূল হ"লে ক্ষমা কৰিব। 🙏🙏
Good 👍😊❤
@@Jecqu ধন্যবাদ ❤️🥰🙏
সত্য কথা
Right
Hosa koise
ছাৰ । মহাৰথী কৰ্ণৰ শিক্ষাগুৰু পৰশুৰাম আছিলে । ❤ 🎉
Yes ❤
ঠিক কৈছা
Karna guru vogarban porsuram ji hoi.
Yes bro
Prothomt korno r guru dron asil pisot he brahmastra r Gyan lobo loi parshuram ram pora xihka loi
ছাৰ কৰ্ণৰ গুৰু পৰশুৰাম আছিল । আৰু কৰ্ণই শ্ৰেষ্ঠ ধনুৰ্ধৰ ❤️🩵👍
Noo
মই ভাবোঁ কৰ্ণ এই বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধনুধৰ🙏
Same
Right
Undoubtedly
Kintu nohoi
Eneu Karna e shrestho❤😌🚩
আপুনি অলপ বেলেগকৈ কলে কথাখিনি, অৰ্জুন ক Direct কৈছিল দেখোন তোমাক বিশ্বৰ শ্ৰেষ্ঠ ধনুৰ্ধৰ বনাম বুলি। কেৱল একলব্য ক হে শ্ৰেষ্ঠ হোৱাত বাধা দিছিল।
Dipak sir Vhl lagil Video tu❤💕
আকাশ চুবলৈ হেঁপাহখন পঢ়িলোঁ। বহু কথা শিকিলোঁ কিতাপখনৰ পৰা। 💕আপোনাক ভগৱানে সদায় ভালে ৰাখক🙏
Bahut bahut dhanyawad sir 🙏
Moja lagial sir ❤❤love from kamrup.assam
সুন্দৰ❤ আপোনাৰ কথা বোৰে জীৱনত আগুৱাই যোৱাত বহুত সাহস দিয়ে।
❤
অতি সুন্দৰ ভাল লাগিল ।
সুন্দৰ লাগিল দাদা,,,❤❤,,, আপোনাৰ কথাবিলাক শুনি মনতো বহুত বহুত ভাল লাগি যায়,, আপোনাক ভগৱানে সদায় সুখী কৰি ৰাখক,,, আপোনাক লগ পোৱাৰ এটা আশা মনতে পুহি ৰাখিছোঁ,,❤❤
Namaskar Sir. Khundar kotha aagbarhale. Abhyakh Sakti Mahasakti. Thank you sir. God bless you sir. Jaihind Jaibharat.
বহুত সুন্দৰ কথা শিকিব পাৰিছো আপোনাৰ পৰা আপোনাক অশেষ ধন্যবাদ চাৰ ❤😊👍
❤❤সুন্দৰ উপস্থাপন
Best Assamese motivator
अभ्यास से सब कुछ संभव है❤❤❤
बहुत बहुत धन्यवाद सर जी❤❤❤❤
প্ৰকৃততে অজুন বিশ্বৰ সৰ্ব শ্ৰেষ্ঠ ধণুধৰ নাছিল। কণহে শ্ৰেষ্ঠ, কণ অন্যয়া পথ লৈ কণ বধ কৰা হৈছিল ❤❤❤❤❤❤
Very very intersting Sir video
ভাল লাগিলে ধন্যবাদ
প্ৰথমে নমস্কাৰ 🙏 ছাৰ বহুতো ভাল লাগিছে ভাষাৰে কব নোৱাৰাৰ সমান ভাল লাগিছে ধন্যবাদ ছাৰ।
সুন্দৰ ❤❤❤❤
Very nice video sir
বহুত বহুত ভাল লাগিল দাদা ❤❤❤
Apunar video Sai bohut vl lage sir ❤❤❤
Val lagil sir ❤
Love From Mangaldoi 🤗🥰❣️
Moja lagesa sir very interesting ❤❤❤
Very interesting video
You are a good teacher.
এন্ধাৰ পুহৰত খোৱা কথা মই কতো পোৱা নাই ,,, কৰ্ণ সমান কোনো নাছিল,,,,,, মহাভাৰতৰ বীৰ,,,, ভগবান কৃষ্ণ বিষ্ণু অৱতাৰ হনুমান ৰূদ্ৰ (শিব) অৱতাৰ,,, যিখন ৰথত কৃষ্ণ আৰু হনুমান বিৰাজমান আছিল,,, সেইখন ৰথ সিলাই দিছিল,,, তেন্তে ভাবি চাওক,, যিখন ৰথত পালন কৰ্তা শেষ কৰ্তা দুজন বিৰাজমান থাকে সেইখন ৰথ সিলাই দিয়া মানে পৃথিৱী সিলাই দিয়া,,, কৱচ কুন্দলৰ কথা নকওঁ এ,, বিজয় ধনুষ কথা নকওঁ এ,, আৰু এজন আছিল ভীষ্ম গুৰু চেষ্ট ভীষ্ম,, 5:38 5:38
Sir you are great
Apunar video sai bohut val lage ❤❤❤❤❤
Sir aapuni mor krane mor Gurudev
World best human ❤
Moja lagil sir❤
Dipak dar babe ata like kora❤
Apunar video sai bhut vl lage sir
Very nice sir video
Nice ❤❤
Sir apunar Akash subo hepah book xon pohi bohut val lagile.
আপোনাৰ ভিডিও চাই বহুত ভাল লাগে
Love from Goreswar
Bahut val kotha koise dada🙏🙏
Great sir
CLARIFICATION FOR VIEWERS WHO BELIVE THAT KARNA WAS NOT A STUDENT OF DRONA.... KARNA WAS STUDENT OF DRONACHARJYA ...PLZ GO THROUGH THE ADI PARVA OF MAHABHARATA BY MAHARSHI NARAD..AS IT HAS BEEN MENTIONED IN THE ADI PARVA OF EPIC MAHABHARATA.
Ya
Tq sir for your kind information
But my grandmother said that karna was trained by God prosu ram
Karna was trained by Guru Parshuram
Parshuram was the guru of Karna ..
Clarification dibo vul hoise
Nice sir❤
❤❤sir❤️❤️
বালি বীৰ
বলি বীৰ
অৰ্ধ হনুমান
নহব নুপুজিব বীৰ
কৰ্ণৰ সমান♥️
❤❤❤❤❤❤❤❤❤
ভাল লাগিল ছাৰ
Very interesting
❤❤
❤❤
Bhug lagise sir
❤ ❤ .
সুন্দৰ চাৰ
অৰ্জুন নামতহে ।কৰ্ণ ৰ ওপৰত কোনো নাই।শ্ৰীকৃষ্ণই নিজেই কৈছে।
❤❤
Val ka kahini jani kole val lage .
Sundor❤
কৰ্ণক দ্ৰোণাচাৰ্যই শিকোৱা নাছিল গুৰু পৰশুৰামে দিছিল শিক্ষা। বাকী মজা চাৰ
হয়
সুন্দৰ চাৰ 😊
KARNA is the best Dhanur Dhar⚡Dan Bir KARNA
according to Mahabharata
Nice dada
Sir please send the link of your video about cricket (Riyan parag & Rinku Singh)
কৰ্ণৰ গুৰু পৰশুৰাম আছিল । সুত পুত্ৰ বাবে দূৰ্ণাচায্যয়ে কৰ্ণক ধনুৰ বিদ্যা শিকোৱা নাছিল❤
ভাত খালে কেতিয়াবা হাতখন খেলি মেলি হয় মোৰ কাৰণ মই যিকোনো কাম বাওহাতেৰে কৰো .....❤ভাল লাগিল কথা খিনি শুনি
Sir apuni mohabharot val koi najane
কৰ্ণ ❤❤❤
Bohut val lagi
❤
Vul hoise Apunar
🙏😊
Kalki kune kune saisa😊❤
Salu
@@maini000 tumar ghor kt ha
karan lover xokole like kora ❤
Krishno men
Kran guru..guru parshuram hoy dranashjo nohoy
Vl lgel❤
অৰ্জুন বা অশ্বথামা কদাপি শ্ৰেষ্ঠ ধনুৰ্দ্ধৰ নহয়।
চিৰকালৰ শ্ৰেষ্ঠ ধনুৰ্দ্ধৰ মহাৰথী কৰ্ণ
Karn teacher god parashuram ❤
KARNA WAS TRAINED BY DRONA..PLZ GO THROUGH THE ADI PARVA OF MAHABHARATA. .
Sir Karn was not a student of guru Dron,
Karn was a student of guru Parashuram.