TOE MUR NANG CHENG-Karubar hun toi karubar dhun|Rajnahan|Barshana|Bhaskar neelom-new song 2023
Вставка
- Опубліковано 18 жов 2024
- Toe mur Nang Cheng is an assamese song-2023.
☎️ For live show info- 9365845675
-7012133358
Audio-
▪︎Song title - Toe mur Nang Cheng
🎙Singer- Rajnahan & Barshana Chetia
💸Production - Rbg Production presents.
📝Lyrics - Rajnahan & Brinchi Gogoi
✒Tai Ahom Lyrics- Sukumar Phukan
🎵 Tune- Rajnahan & Prity Rani Borgohain
🎼Music- Bhaskar Neelom
🎛Mix- mastering - Bhaskar Neelom
🎺Flute- Bishwajit Sonowal
🎸Guitar - Chintu
🎞 Lyrical video- Tushar
📷 Thumbnail & Poster -Tushar & Partha jit Hira
Studio Details 👉
🔊 Record @
(Male vocal) studio Strings,Tengakhat, Assam.(Bhaskar Neelom)
Female vocal- Studio Octave ,Gugamukh, Assam(Breezu Saikia)
#karubar_hun_toi_karubar_Dhun
#Rajnahan_new_song2023
#Barshanachetianew_song
#Bhaskarneelom
#new_assamese_song_2023
For Rajnahan' more song-
👉 • DUSTO KANAI ।। LOKAGEE...
👉 • Tumatei Bilin Hobole |...
👉 • Abhiman | vol-1(2016) ...
👉 • Doya Kora Probhu ( Lyr...
👉 • Atula morom (Jolong jo...
🙏▪︎Special thanks-
Dibakar Bharaluwa
Praban Borgohain
Pankaj Bharali
Akash Saikia
Hori Chandra Borgohain
Birinchi Gogoi
Bishyajit priyom Maran
Bidyut Borphukan
Brajen Phukan
Hori Borgohain
Jyotisman Borgohain
©®Don't upload illegally copyright Reserved by Rajnahan World
সকলো লৈকে বহুত বহুত ধন্যবাদ জনাইছো। গীতটিক সকলোৱে যেন মৰম দি আমাক উৎসাহ জনাই। কমেন্ট বস্কৰ সকলোৱে যেন গীতটি share কৰে ।🙏❤
❤❤
Dada aro aguai joa bhogobanr usrt dowa kriso Bhai God bless you 🙏❤😊😊😊😊
Tnq🥰
আটাইতকৈ বেছি ভাল লগা লাইন তো (কাৰোবাৰ হোন তই কাৰোবাৰ ধুন) উফ্ কি মজা কণ্ঠ আপোনাৰ ❤❤
Tnq so much 🥰
তাকে তো ভাল লাগিল ❤
Very nice song ❤
Voice tu bohut dhunia❤huni thakibole mon jai amoni nalage❤🦋
Tnq 🥰
Dhuniya hoise akha thakil aru val val ahib buli 👍🤝♥️
বহুত দিনৰ অপেক্ষা মুৰত আজি নাঙ্ ছেঙ্ পাইছো সুন্দৰ গান সুন্দৰ কণ্ঠ Love you ৰাজনাহান দা । আশা কৰো আগলৈও যেন এনেদৰে আৰু গীত আপোনাৰ কণ্ঠৰে হুনিবলৈ পাম।
M
Mb
@@bijitprasad1697 bohut val lagel gantu..aru duniy2gan ahibo buli akha korilu..
কি বুলি কম ভাষাৰে বুজাব নোৱাৰো গান টো শুনি বহুত ভাল লাগিল এবাৰ শুনিলে কাৰো মন নভৰিব চাগে মই এতিয়া লৈকে বহুত বাৰ শুনিলো ❤❤❤ আপোনাৰ কণ্ঠত আৰু এনেকুৱা গান শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ 🙏🙏
Tnq ❤️❤️
সকলোতে কৰবাত গলে গাড়ী ভিতৰত ঘৰত থাকিলে ওচৰ চুবুৰীয়া কোনোবাই বজাই নহলে ঘৰত মোবাইল চালে ইনষ্টাগ্ৰাম ৰিলত নহলে ফেচবুকৰ ষ্টৰিত উআওও......বহুত ধুনীয়া গান ❤❤আপোনাৰ প্ৰথমটো গান শুনিছো উফফফফ........fiDaaa🔥❤
Dibrugarh❤
Tnq So much ❤️
সমগ্ৰ অসম লগতে বহিৰাজ্যতো এই গানটোয়ে খলকনি সৃষ্টি কৰি দিছে...! বহুত সন্দুৰ গীত💖💖
Tnq ❤️
😊😊😊😊😊
@@rajnahanworld-official9450😊
Nice bor
❤❤❤❤❤❤❤❤🎉😢😮😅😮😅😅😢😮😢😮😅😅😅😅😮😢😮😮😮😮😮😅
Bhutt bhutt vl lgil huni ...🥰🥰🥰 Ebr du barot mon e nvoril 🥰 ag bahi jua 🥰🥰 enkua git j amr majole akou ahe tmr konthott
Tnq ❤️
Hundor❤❤❤❤❤❤❤...... khubey Val lagil.....🥰🥰
Mojja hoise aro ❤
ভাল লাগিল ধেমাজি লৰা বুলি গৌৰৱ কৰিব পাৰোঁ,,আগুৱাই যোৱা আমাৰ আশীৰ্বাদ সদায় আছে
Tnq🥰
বহুত ধুনীয়া হৈছে ।অভিনন্দন 💐💐
Top song nd love you ৰাজ দা অাৰু আগুৱাই যোৱা অাৰু ধুনীয়া ধুনীয়া gaan শুনিব পাম বুলি আশা ৰাখিলোঁ 😘👍👍👍👍
Bohu bar hunio aamoni nolaga ganti
Bor moja hoise❤❤❤❤❤🎉🎉🎉🎉
Tnq 🥰
গীতৰ কথা, সুৰ বৰ সুন্দৰ । কথা আৰু সুৰ যিমানেই সুন্দৰ নহওক কিয় গীত এটা তেতিয়া প্ৰাণ পাই উঠে যেতিয়া এটি সুন্দৰ কণ্ঠ নিগৰাই । সঁচাকৈ কণ্ঠ অতিকৈ সুন্দৰ। আৰু আগুৱাই যোৱা
Tnq So much 🥰
Huni huni aamoni nalagil 💞💞
Bhut bhut dhuniya hoise 💞💞
যদিও পলমকৈ শুনিলো,.…..😊 অলপ আচপোছ থাকি গ'ল যে বিহুৰ সময়ত কিয় নুশুনিলো ......bdw excellent song😍 Love from Udalguri
Tnq ❤️
মইও আজিহে ভালকৈ শুনিছোঁ । ভাল লগা গান
Omg moi hosake ajihe Gaan2 hunilu..hosay koisu bohut val lagil bare bare xuni asu .... Love From KOKRAJHAR ❤❤❤❤❤
Tnq 🥰
ইমান ধুনীয়া গীত এটা উপহাৰ হিচাপে পায় অনুৰাগী হিচাপে সুখী হৈছোঁ।
Bohut bohut val lagile hunile huni thakib mon jai 🥰🥰❤️❤️❤️❤️
ভাই কি গান বনাইছা ❤
বাৰে বাৰে এইটু শুনি শুনি মানুহ জনীৰ গালি খাব ধৰিছো. ইমানে ধুনীয়া হৈছে কবলে ভাষা নাই
Tnq🥰
Same
@@rajnahanworld-official9450😊😊😊😊😊😊😊😊😊
@@rajnahanworld-official9450😊😊😊😊😊😊😊😊😊
শুনিবলৈ ভাল কিন্তু কবলৈ ভাষা নাই ইমানেই ধুনীয়া অসম খন খলকনি সৃষ্টি কৰি দিছে । ইমানেই ধুনীয়া গানটু।।।❤❤❤❤❤
Tnq ❤️
O@@rajnahanworld-official9450
Aku axomt xolokni kora nai.eny gan tu bht val ❤
ধুনীয়া হৈছে আগুৱাই যোৱা দাদা । 🥰🔥♥️♥️♥️
ভবাই নাছিলো, আমাৰ ধেমাজি জিলাতো এনে এজন গায়ক আছে , আপোনাৰ utjol ভবিষ্যত কামনা কৰো। দাদা
Tnq ❤️🥰
@@rajnahanworld-official9450\aa\a\aa
Nice
Take huni amonj nlge❤
সুন্দৰ অতি সুন্দৰ ৰাজেন দা কাৰণে এটা like kora 👍❤️ 🥀
koni 2 like
@@dipjyotigogoi8837jkkk
❤❤❤ nixe song..dil khuli gaysa dil khuli hunilo 100 bar.god blese you..aru anakua gan pam buli akha rakhilo.
Tnq 🥰
উফ কি🤗 কম fida ❤️ হৈছোঁ শুনি ।। বহুত বহুত ভাল লাগিল ,হুনিয়ে থাকিব মন গৈছে❤️ 2023 best song
Tnq 🥰
খুব ধুনীয়া হৈছে ৰাজনাহান.....শুভ কামনা থাকিল
Tnq 🥰
উফ্ফ পাগল হৈ যা়ম। দেই, একদম ফিদা ❤❤❤❤❤
Tnq 🥰
Bhut dhuniya gaan hunile huni thakibo mon jai ❤
Tnq 🥰
আহোম ভাষা প্ৰয়োগ কৰা বাবে ভাল লাগিল।
জয় আই অসম
Tnq ❤️
Hosa k dei
Twitter 4th
Ei gan Tut only ahom vakha khiniye val lagise aru baki bilak 🤮🤮🤮🤮🤮🤮🤮🤮🤮🤮🤮🤮🤮🤮🤮🤮🤮
@@pandasa4519 kio val nalagib nu 🤔gute gaan tu val lagise😊
ধুনিয়া ❤ হৈছে 🙃 দাদা ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Doniya song Dada dhemaji pora moron dilo aru ga e'nekoi hit song❤❤❤❤❤❤
Tnq ❤️
❤❤❤uff gantu huni thakile bht bht bht montu val lagi jai, ❤❤❤❤so sweet song❤❤❤❤
Tnq 🥰
Mozza lagise . . lyrics 🥳🥳💃💃. Voice. ...yeeisssshhhh🥳🥳😘😘😘😘
Tnq 🥰
Amazing akha korisu hodai anedorei vhal vhal kam kori jua ❤❤
বহুত আশা আছিল তোমাৰ ♥️ কণ্ঠত এটা গিত শুনা আজি শুনিব পাই বহুত বহুত ভাল লাগিলে 🥰🥰🥰 NYC songs
Bohut vl lagil xuni ❤️🎶❤️ .....❤ Aji prothom hunisu vlkoi😊
Tnq🥰
বহুত ধুনীয়া হৈছে বাইদেউ আৰু দাদা 🥰
যেনিয়ে যাও কাৰোবাৰ সোন কাৰোবাৰ ধুন এই লাইনটো শুনি শুনি শেষত গোটেই গানটো শুনিলো একেবাৰতে বহুবাৰ। ভাল আগুৱাই যোৱা। ❤❤❤❤
Tnq ❤️🥰
Same here, hei duikhari huniyei moiu gutei gan2 hunilu, bhal lagise bahut...
বহুতো ধুনীয়া হৈছে দেই ইমান ভাল লাগে তোমাৰ গান বোৰ
Mon, shoi juwa gan mon gole hol,hunu levely
Tnq🥰
❤সুন্দৰ ৷
Lyrics .music🎵🎶🎶❤ ufff outstanding❤❤
সুন্দৰ হৈছে৷আগবাঢ়ি যা৷ শুভেচছা সদায়ে আছে লগত৷
বহুত বহুত ভাল লাগিছে সঁচাই বুজাবলৈ ভাষা নাই
আৰু আগুৱাই যোৱা
অল দা বেষ্ট
Tnq
কেৰেলা পৰা মৰম জাচিলো ধুনীয়া 🥰🥰🥰❤️❤️
মাতটো সচাই বৰ ধুনীয়া হয় দেই।🥰🥰🥰❤️❤️❤️❤️❤️
Tnq ❤️
সুন্দৰ ❤
Hazar bar hunilu amoni nalagile.... bar bar ai2 gan huni thaku .........😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍.............love you bro 😊🥰
Tnq 🥰
বহুত বহুত ভাল লাগিল 2023 best song
বহুত বেছি সুন্দৰ হৈছে গান টো।ভাল লাগিল শুনি।আৰু আগুৱাই যোৱা।
Tnx bro
এই বছৰটো মোৰ ভাল লগা গান এটোৱে বহুত বাৰ শুনিছোঁ আমনি নলগা হল ❤️❤️❤️
Tnq so much 🥰
Bohut dhunia Raj da.
Tnq 🥰
Bht val hoise akha karu agole aru aguwai juwa Rajen dada 🥰💞❤️😘
গানটোৰ কাৰ কাৰ প্ৰিয়।❤❤
Tnq ❤️
Moiu bujabo nuaru ❤❤
মোৰ ইমান পিঅ 😢😢 মই বুজাব নোৱাৰো আৰু😢😢😢😢 কোনো ভাসা নাই বুজাবলৈ 😢😢😢
😢😢
Dada ❤ song lyrics 🔥
Apni agbahi juwk Dada 🔥❣️🥰
Tnq
আহোমৰ lyrics 🔥
Tnq 🥰
Gsdf
Dhuniya ❤😊
বহুত ধুনীয়া লাগিলে শুনিবলৈ ৰাজ দা❤❤❤
1qq
😅😅😮
সচাকৈ শুনিবলৈ আমনি নলগা এটি খুব সুন্দৰ গান,Ultimate voice❤️❤️
Tnq🥰
সুন্দৰ ।
ধুনীয়া হৈছে দাদা❤❤
Tnq 🥰
সুন্দৰ।শুনি ভাল লাগিল🎶🎉💞👍
Tnq 🥰
Anekuya humo dhur gaan nor babe assm hokolut ke best hoi ❤❤❤❤❤❤❤❤❤❤❤
Tnq ❤️
অতি সুন্দৰ, প্ৰথমবাৰ আপোনাৰ গীত শুনিছোঁ , বহুত বহুত ভাল লাগিছে ,আগুৱাই যাওঁক আপুনি তাৰেই কামনা কৰিলোঁ, মোৰ আখিবাদ আপোনাৰ লগত সদায় থাকিব আজিৰ পৰা 💞💞💞🤞
Tnx bro❤
68.
If it
9
.9
9999999o99 mi
@@rajnahanworld-official9450 00
90...0
9⁹
সুন্দৰ হৈছে গানটো Rajnahan da ❤❤❤❤❤ Love for Dhemaji
Tnq ❤️
Tnq
100%
সুন্দৰ হৈছে ❤️ গীত তো শুনি থাকিব মন যাই বহুত ভাল লাগিছে ❤️❤️❤️
Tnq ❤️
_cq1h a33
A
Bahut val lagil ago loi ku anekuwa xundor ganbur Amak upohar dibo buli Axa raxilu
Tnq 🥰
গানটি সুন্দৰ হৈ আছে আৰু তাতকৈ সুৰ বেছি ধুনীয়া তাকৈ মিউজিক ধুনীয়া ❣️মইনা
সুন্দৰ হৈছে শুভেচ্ছা জনালোঁ।❤️❤️❤️
Tnq🥰
সচাকৈ বহুত সুন্দৰ গাইছে দাদাই আদৰিছোঁ-------ভাল ভাল গীত পাম আশা,,,,,,ৰে
Tnq 🥰
কি কম দাদা কবলৈ ভাষা নাই..... ভগৱান আৰু ৰাইজৰ আশীৰ্বাদত আৰু আগুৱাই যাওক আপুনি।
Tnq 🥰
বহুত সুন্দৰ দাদা❤🔥💚
ইমান সুন্দৰ লাগিল আৰু এনেকুৱা গান পাম বুলি আশা ৰাখিলোঁ❤❤❤
Tnq ❤️
শুভেচ্ছা থাকিল বন্ধু
Imn dhunia gan huni huni amoni nlge❤
Tnq 🥰
অতি সুন্দৰ হৈছে __।
আগুৱাই যাওঁক
Tnq 🥰
Moja hoise❤❤❤❤
গীতটিৰ আটাইতকৈ ভাল লগা লাইন টো হৈছে ( অ কাৰোবাৰ সোন তই কাৰোবাৰ ধুন ) এই লাইন টো বৰ ভাল লাগে ,একেবাৰে পঢ়ি থকাৰ দিনলৈ মনত পৰি যায় ❤❤ , খুব ভাল লাগে শুনি । মই বাৰে বাৰে শুনি থাকো , পিছ লৈয়ো যাতে এনেকুৱা গান শুনাই থাকা তাৰেই কামনা কৰিলোঁ ।
Tnq ❤️
A❤à
A
Khub khub ai gan to mur val lage dinot ekbr holeo moi hunu
Tnq 🥰
অতি সুন্দৰ ❤❤
বৰ ধুনীয়া হৈছে গানটো❤️
Tnq 🥰
❤❤
Dada Val lagise ahut dhuniya Hoi se song to 🥰❤❤❤❤❤❤❤❤❤❤
Bht dhunia gan bro huni huni amoni nlge❤
Tnq 🥰
Bhut val lagil 😍
সুন্দৰ
Bohu opekhat asilu o raj da very nice
Kar hoi singer Jan .please
@@pukhanrajgogoi5146 dhemaji .
Outstanding Voice 🔥
Love Form NJyoti Konwar Sivasagar 💓 ...
🥰❤️
বৰ ধুনীয়া গীত দেই।
Mojaa
Bohut Bohut vallagse .xunile xunithakibo monjay
Tnq 🥰
ধুনীয়া
বহুত ধুনীয়া হৈছে গীতটো শুনিবলৈ আগুৱাই যোৱা তাৰে কামনা কৰোঁ
dhuniya hoise
mojja❤
Lovely voice ❤❤wow ❤❤❤❤❤
Tnq 🥰
Mojaa lagise
Voice Tu dhuniya lagise dada apuni aru aguyai jua 🥰
Tnq ❤️
Qqqq