Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
কোনে কয় অসমীয়াই কৰিব নোৱাৰে কাম। এখেতেই হৈছে অসমীয়াৰ আদৰ্শ। বহুত ভাল লাগিল।
মইও খেতিয়ক হোৱাৰ সপন দেখি আছোঁ।যোৱা 3 বছৰ আগৰ পৰা আৰু আজি মোৰ 3 বিঘা তামোল আৰু কল খেতি কৰি আছোঁ লগতে অমিতা আৰু অন্যান্য শাক পাচলি খেতি কৰিছোঁ। পইছা এতিয়ালৈকে অহা নাই কিন্তু মোৰ বিশ্বাস এদিন এটা ভাল চাকৰিতকৈ বেছি পইচা আহিব। তেতিয়া মোৰ সপোন পূৰণ হব। আৰু আপোনালোকে মক আশীৰ্বাদ কৰিব। জয় আই অসম।
Borhia
😊😊😊😊
এয়াই প্ৰকৃত অসমীয়াগিৰি ৷চালাম আপোনাক ৷শুভেচ্ছা থাকিল ৷
অতি সুন্দৰ অনুভৱ আপোনাৰ, আপোনাৰ দৰে এজন সুযোগ্য অসমীয়া খেতিয়কলৈ বহুত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ,বৰ ভাল লাগিল, দাদা আপোনাৰ সপোন বোৰ আৰু সুন্দৰ কৈ পুৰণি হওঁক,বহুত ভাল লাগিল ভিডি'অটো চাই, আপোনাৰ দৰে অসমীয়াকৈ লৈ আমি সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ, আমি নিশ্চয় সেই ঠাইলৈ ৰাম, অশেষ ধন্যবাদ জনালোঁ।🙏🙏🙏
বহুতো ভাল লাগিল।তেখেতলৈ আন্তৰিকতাৰে শলাগ জনাইছোঁ।
আপুনি কিন্তু বহুত দিন জীয়াই থাকিব লাগিব দেই....বহুত কাম আছে আপোনাৰ । বহুত সুন্দৰ উদগনি মূলক ভিডিও আগ বঢ়াইছে।বহুত বহুত শুভেচ্ছা থাকিল ।
ধন্যবাদ
সঁচা কবলৈ গলে মই চৰকাৰী চাকৰি কৰি আছোঁ যদিও এজন আদৰ্শবান কৃষক হোৱাৰ সপোন আছে।
বহুত বহুত ভাল লাগিল, সুন্দৰ
বৰ সুন্দৰ অভিজ্ঞ আৰু স্বৃষ্টিশীল মনৰ মানুহ। এওঁৰ দৰে মানুহক হে প্ৰকৃত শিল্পী বুলি কব পাৰি।
১০০% সত্য কথা কৈছে আপুনি আৰ্হিৰে ।যোোগ্য অযোগ্য কম বেছি নম্বৰত নহয়;কৰ্মতহে পৰিচয়।
আপোনাৰ পৰা বহু মূল্যবান কথা শিকিলোঁ , বহুত ধন্যবাদ ।
এনেকুৱা ভিডিঅ'বোৰে আমাক বহুত উৎসাহিত কৰে কৰ্মৰ ক্ষেত্ৰখনলৈ আগবাঢ়ি যোৱাত.. ধন্যবাদ দাদা আপোনালৈ❤
খুৱ ভাল লাগিল।আগবাঢ়ি যাওঁক।
বাঃ বাঃ সুন্দৰ আদৰ্শ বন্ধু।তুমি সফলতাৰে আগবাঢ়ি যোৱা।God bless you.
এই জন ব্যক্তি অসমীয়াৰ গৌৰৱ। তেওঁৰ এটি দীঘলীয়া সাক্ষাৎকাৰ কোনটো জনপ্ৰিয় টিভি চেনেলত ললে দৰ্শক লাভৱান হব।
Amar maati amar kheti amar bojar👍👍👍
xxx
বহুত ভাল লাগিল কথাখিনি তপন দাৰ
Bahut val lagil Sai biseskoi Topon dar kotha
Ideal video. Ideal farm with varoius targets. May God bless with more progress.
বৰ মজা লাগিল দেই ।
বহুত বহুত ভাল লাগিল চাই ...love from goal para
আপোনাৰ ভিদিও চাই বহুত উৎসাহ পালোঁ। ধন্যবাদ।
Thank you
Tapan is a very straight forward n a humble motivator.Gem of a person.Great visionary,may God fulfill his desire.Hats off Prajal your relentless effort to provide platform to d agro based business in Axom
Dada aponar vedio Sai rati 4ta baje , kintu eito অলপ বেলেগ লাগিল দাদা। সঁচাকে বহুত বহুত ভাল লাগিল দাদা
Bohut bohut bhal lagil moro huru pukhuri aase
Bohut bhal lagil kothakini...
বৰ ভাল লাগিল। আগুৱাই যাওঁক।
বৰ ভাল লাগিল।
অতি সুন্দৰ
Emaan vaal vaal concept disa ... Lajawaab pranjal.. salute to you
Right 100 and 10%
Val lagil pahar bonus kotha Jani.
Proud to be Nalbarian 💕
Bhal laagile. Thank you.
Wow bohut dhunia concept ❤❤👍🙏🙏
বহু কথা জানিলো। ভাল লাগিল
Consepe Kisu mojaas dei Bhal lagisee...Akol podhaa xunaa thakilee nahoi
Vdo tu sai val lagil
আমাৰ অসমত এনে মানুহৰহে প্ৰয়োজন। সকলোৰে আদৰ্শ হওক ৷
Bht bhal lagese apunar video dekki,aru agot jabo lage apunar isor apunak help korok
বহুত বেছি ভাল লাগিল |
Real Backbencher🔥🔥❤️
নামনি অসমৰ ভিতৰত সকলোতকৈ টেঙৰ চালাক বুধিয়ক মানুহে এ হল নলবাৰীৰ মানুহ.
bhartr bihari axomr nalbeira
@@dhrubajyotidas6112 akdom right
Right
😂😅😊
ভাল লাগিল ❤❤❤
Moza
Apunar video Tu chai khub bhalo lagil. Natun uthioha yubok hokolok anuprerona jogabo. Apunar babe bohu loke hongshthapon paiche, Dhanyavaad, Apunar Dirghayu kamona korilu.
Dhonyabad
Method.. maindblowing method❤️❤️
আপোনালৈ অভিনন্দন
You have such innovative Idea. Assam will be proud of you
ইমান বোৰ মাটি নিজৰে না কিনি লোৱা মাটি না চৰকাৰী মাটি না জানিব মন যায় অউ কাৰণ দুশ বিঘা মাছৰ পুখুৰী বনোৱাতো ধেমালি কথা নহয়
কিনি লোৱা
আপোনাক লগ পাবলৈ সুবিধা হবনেকী
Motivational video
Good to see such people best wishes for U dear 🙏
Borhiya Dada
Blg ktha koise kintu dei.. Really❤
Proud of you 👍👍👍👍👍
Hats off to you
Jai Aai Axm ✊✊✊
Bohut hundar 🥰👍👌
Wao
Kotha khini Sui goise 💗💗
Wish you all the best
dada jon video sai ata xewa lobo mon goise o dada❤❤❤❤ki sinta dhara apunar❤
Good job God bless you dada
thank you
Wonderful thinking .....very nice video dada....
Many many thanks
Nalbari manuh.....❤❤
Moja dada well concept
Baba manidhan, aito tomar sundar padakhyep datta baruah khandanar.amar pariyalar sakaloa chai avivut halo.pichalai jate aru agbarhiba para tarei kamanare......khurima........bijuli...
মোৰ ও পাহাৰ বনোৱাৰ মন আছে ।
Youth icon ❤️🚩
Proud of you ❤❤❤
Great
VERY GOOD
Vagya vhugya basundhara .Vogabane aru ugbahi juat hohai korok
পাহাৰটো সম্পূর্ণ কৈ দেখুৱাব লাগিছিল।
Audio টো নাহিলে সেইকাৰণে নিদিলোঁ
I like very much such job where we can live freedomly
Wah dada manibo lagibo dei🫡🫡🫡
You are good
Good job bro
Dada aponer sinta prdhan montrir kui oporot .karon ajikali manuhe okol sakorir babe kukuror dore ghuri fure .khetiokok tuscho buli bhabe doridro buli bhabe.
Wow
দাদা খেতিয়ক নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে
Good job
Excellent
Moja o.
Well done. 🤗🤗
200 bigha mati.......oti xundor
Vall lagil dada❤️🙏
Ajon hikhit manuh ❤
Very good ❤ ❤
Very good.nice
Nice 👍
Very nice❤️
Good job🎉
দাদা! খুব কম সময়ৰ ভিতৰত চক পেঞ্চিল বনোৱা বিজনেচৰ বিষয়ে জানিব পৰা ভিডিঅ এটা লাগে৷
Ok
Dada apuni aguwai jaok ..apunar good health kamona 🙏🙏🙏
Thank you 🤗
প্ৰশংসনীয়। তেখেতৰ লগত যোগাযোগৰ কৰিব পৰা যাব নেকি
ধন্যবাদ Video তে দিয়া আছে তেখেতৰ ফোন নম্বৰ
❤ ❤ ❤
Very good dada anekoi aguai jauk ro god bless you nalbari kot ghar tekhetar
Tapan dae mushroom farming erile ni??
কোনে কয় অসমীয়াই কৰিব নোৱাৰে কাম। এখেতেই হৈছে অসমীয়াৰ আদৰ্শ। বহুত ভাল লাগিল।
মইও খেতিয়ক হোৱাৰ সপন দেখি আছোঁ।যোৱা 3 বছৰ আগৰ পৰা আৰু আজি মোৰ 3 বিঘা তামোল আৰু কল খেতি কৰি আছোঁ লগতে অমিতা আৰু অন্যান্য শাক পাচলি খেতি কৰিছোঁ। পইছা এতিয়ালৈকে অহা নাই কিন্তু মোৰ বিশ্বাস এদিন এটা ভাল চাকৰিতকৈ বেছি পইচা আহিব। তেতিয়া মোৰ সপোন পূৰণ হব। আৰু আপোনালোকে মক আশীৰ্বাদ কৰিব। জয় আই অসম।
Borhia
😊😊😊😊
এয়াই প্ৰকৃত অসমীয়াগিৰি ৷চালাম আপোনাক ৷শুভেচ্ছা থাকিল ৷
অতি সুন্দৰ অনুভৱ আপোনাৰ, আপোনাৰ দৰে এজন সুযোগ্য অসমীয়া খেতিয়কলৈ বহুত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ,বৰ ভাল লাগিল, দাদা আপোনাৰ সপোন বোৰ আৰু সুন্দৰ কৈ পুৰণি হওঁক,বহুত ভাল লাগিল ভিডি'অটো চাই, আপোনাৰ দৰে অসমীয়াকৈ লৈ আমি সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ, আমি নিশ্চয় সেই ঠাইলৈ ৰাম, অশেষ ধন্যবাদ জনালোঁ।🙏🙏🙏
বহুতো ভাল লাগিল।তেখেতলৈ আন্তৰিকতাৰে শলাগ জনাইছোঁ।
আপুনি কিন্তু বহুত দিন জীয়াই থাকিব লাগিব দেই....বহুত কাম আছে আপোনাৰ । বহুত সুন্দৰ উদগনি মূলক ভিডিও আগ বঢ়াইছে।বহুত বহুত শুভেচ্ছা থাকিল ।
ধন্যবাদ
সঁচা কবলৈ গলে মই চৰকাৰী চাকৰি কৰি আছোঁ যদিও এজন আদৰ্শবান কৃষক হোৱাৰ সপোন আছে।
বহুত বহুত ভাল লাগিল, সুন্দৰ
বৰ সুন্দৰ অভিজ্ঞ আৰু স্বৃষ্টিশীল মনৰ মানুহ। এওঁৰ দৰে মানুহক হে প্ৰকৃত শিল্পী বুলি কব পাৰি।
১০০% সত্য কথা কৈছে আপুনি আৰ্হিৰে ।যোোগ্য অযোগ্য কম বেছি নম্বৰত নহয়;কৰ্মতহে পৰিচয়।
আপোনাৰ পৰা বহু মূল্যবান কথা শিকিলোঁ , বহুত ধন্যবাদ ।
এনেকুৱা ভিডিঅ'বোৰে আমাক বহুত উৎসাহিত কৰে কৰ্মৰ ক্ষেত্ৰখনলৈ আগবাঢ়ি যোৱাত.. ধন্যবাদ দাদা আপোনালৈ❤
খুৱ ভাল লাগিল।আগবাঢ়ি যাওঁক।
বাঃ বাঃ সুন্দৰ আদৰ্শ বন্ধু।তুমি সফলতাৰে আগবাঢ়ি যোৱা।God bless you.
এই জন ব্যক্তি অসমীয়াৰ গৌৰৱ। তেওঁৰ এটি দীঘলীয়া সাক্ষাৎকাৰ কোনটো জনপ্ৰিয় টিভি চেনেলত ললে দৰ্শক লাভৱান হব।
Amar maati amar kheti amar bojar👍👍👍
xxx
বহুত ভাল লাগিল কথাখিনি তপন দাৰ
Bahut val lagil Sai biseskoi Topon dar kotha
Ideal video.
Ideal farm with varoius targets.
May God bless with more progress.
বৰ মজা লাগিল দেই ।
বহুত বহুত ভাল লাগিল চাই ...love from goal para
আপোনাৰ ভিদিও চাই বহুত উৎসাহ পালোঁ। ধন্যবাদ।
Thank you
Tapan is a very straight forward n a humble motivator.Gem of a person.Great visionary,may God fulfill his desire.Hats off Prajal your relentless effort to provide platform to d agro based business in Axom
Dada aponar vedio Sai rati 4ta baje , kintu eito অলপ বেলেগ লাগিল দাদা। সঁচাকে বহুত বহুত
ভাল লাগিল দাদা
ধন্যবাদ
Bohut bohut bhal lagil moro huru pukhuri aase
Bohut bhal lagil kothakini...
বৰ ভাল লাগিল। আগুৱাই যাওঁক।
বৰ ভাল লাগিল।
অতি সুন্দৰ
Emaan vaal vaal concept disa ... Lajawaab pranjal.. salute to you
Thank you
Right 100 and 10%
Val lagil pahar bonus kotha Jani.
Proud to be Nalbarian 💕
Bhal laagile. Thank you.
Wow bohut dhunia concept ❤❤👍🙏🙏
বহু কথা জানিলো। ভাল লাগিল
Consepe Kisu mojaas dei Bhal lagisee...Akol podhaa xunaa thakilee nahoi
Vdo tu sai val lagil
আমাৰ অসমত এনে মানুহৰহে প্ৰয়োজন। সকলোৰে আদৰ্শ হওক ৷
Bht bhal lagese apunar video dekki,aru agot jabo lage apunar isor apunak help korok
বহুত বেছি ভাল লাগিল |
Real Backbencher🔥🔥❤️
নামনি অসমৰ ভিতৰত সকলোতকৈ টেঙৰ চালাক বুধিয়ক মানুহে এ হল নলবাৰীৰ মানুহ.
bhartr bihari axomr nalbeira
@@dhrubajyotidas6112 akdom right
Right
😂😅😊
Right
ভাল লাগিল ❤❤❤
Moza
Apunar video Tu chai khub bhalo lagil. Natun uthioha yubok hokolok anuprerona jogabo. Apunar babe bohu loke hongshthapon paiche, Dhanyavaad, Apunar Dirghayu kamona korilu.
Dhonyabad
Method.. maindblowing method❤️❤️
আপোনালৈ অভিনন্দন
You have such innovative Idea. Assam will be proud of you
ধন্যবাদ
ইমান বোৰ মাটি নিজৰে না কিনি লোৱা মাটি না চৰকাৰী মাটি না জানিব মন যায় অউ কাৰণ দুশ বিঘা মাছৰ পুখুৰী বনোৱাতো ধেমালি কথা নহয়
কিনি লোৱা
আপোনাক লগ পাবলৈ সুবিধা হবনেকী
Motivational video
Good to see such people best wishes for U dear 🙏
Borhiya Dada
Blg ktha koise kintu dei.. Really❤
Proud of you 👍👍👍👍👍
Hats off to you
Jai Aai Axm ✊✊✊
Bohut hundar 🥰👍👌
Wao
Kotha khini Sui goise 💗💗
Wish you all the best
dada jon video sai ata xewa lobo mon goise o dada❤❤❤❤ki sinta dhara apunar❤
Good job God bless you dada
thank you
Wonderful thinking .....very nice video dada....
Many many thanks
Nalbari manuh.....❤❤
Moja dada well concept
Baba manidhan, aito tomar sundar padakhyep datta baruah khandanar.amar pariyalar sakaloa chai avivut halo.pichalai jate aru agbarhiba para tarei kamanare......khurima........bijuli...
মোৰ ও পাহাৰ বনোৱাৰ মন আছে ।
Youth icon ❤️🚩
Proud of you ❤❤❤
Great
VERY GOOD
Vagya vhugya basundhara .
Vogabane aru ugbahi juat hohai korok