Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
ভগৱানৰ ওচৰত তোমাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো 🙏🙏🙏
ছোৱালীজনীয়ে এক নতুন জীৱন পালে আপোনাৰ প্ৰচেষ্টাত ৷ অশেষ ধন্যবাদ আপোনালৈ ৷
পদ্মাৱতী আগতকৈ বহুত মৰম লগা হল ❤❤
ভাল লাগিল আৰু দেখা পায় ❤ আৰু দাদা সিঁহতৰ ঘৰত save নহয় ৰাখিব নালাগে আপোনাৰ বা বেলেগ ঘৰত ৰাখিব ছোৱালী জনী ডাঙৰ হৈ আহিছে। ছোৱালী জনীক আৰু আনিব নালাগে বহু বেয়া বাপেক জন কেতিয়াবা বিক্ৰী কৰি দিব যেন লাগিছে।
দাদা আপোনাৰ দৰে 20 জন youtuber থাকিলে eten গোটেই অসম খন পৰিবৰ্তন হব বুলি মই আশা কৰোঁ। কিন্তু আপোনাৰ দৰে youtuber আৰু ভাল কৰ্ম কৰ্তা বিয়ক্তি নাই এই জীৱনত । দাদা আমি যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈ আপোনাৰ কাৰণে ভগৱানক সেৱা কৰিম আপোনাক ভাললে কৰি ৰাখিব বুলি ভগৱানক সেৱা আগবঢ়ালো। Love form dhemaji rangkop bulakota❤❤❤❤❤❤
দেখিবলৈ বৰ ধুনীয়া হ'ল পদ্মাৱতী । ভাল লাগিল দেখি ।
সময় তোমালৈ বহুত বহুত ধন্যবাদ ।
ভাল লাগিল কনমানীজনীক দেখি। ভগৱানে সদায় মংগল কৰক তাইক।
আমাৰ আশীৰ্বাদ জনালোঁ ভগৱানে তোমাক ভালে ৰাখক আগুৱাই যোৱা
সচাঁকৈয়ে আগতকৈ ধুনীয়া হ'ল ভন্টীজনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ভগৱানৰ ওচৰত
তাইৰ আগ্ৰহ হেপাহ দেখি খুউৱ সুখী হৈছো ।তাইৰ ভিষ্যৎ উজ্জ্বল হওক ।❤️❤️
বহুত ভাল লাগিল পদ্মাৱতীক দেখি।তাই পঢ়ি শুনি ভাল মানুহ হক তাকে কামনা কৰিলো।❤❤❤❤❤❤❤
সময় তুমি ভগবান স্বৰূপ।
পদ্মাৱতী ❤সময় তোমাক অশেষ ধন্যবাদ 🙏🌹
অন্তৰত অকণমান শান্তি পালোঁ। আপোনালৈ অশেষ ধন্যবাদ 🙏
সময় ভগৱানে তোমাক কুশলে ৰাখক। পদ্মাৱতীক দেখি বহুত সুখী হ'লো। বহুত পৰিবৰ্তন হ'ল। আৰু উন্নতি হ ওক ভগৱানে সহায় কৰক।
সময়ৰ গতিত আৰু এখজ আগলৈ (সময় দা) Love from bongaigaon
আগতকৈ বহুত ধুনীয়া ❤❤ হ'ল।
এনেকুৱা বাপেক থকাতকৈ নথকাই ভাল ।তাইক এৰি থৈ নাযাবা সময় ।
@@PronotiMohon dada reply gita nidila 💔
সুন্দৰ আৰু আগবাঢ়ি যোৱা ❤
বহুত ধুনীয়া হৈছে
সচাকৈ ধুনীয়জনী হল মৰম লাগিছে।
Bht bhal lagil maina jonik dehi.bhogobane bhale rakhok....
পদ্মা আগতকৈ বগা ধুনীয়াআৰু ওস্তাদ হৈছে ।দেখি মনটো ভাল লাগি গৈছে তাইক ।দেখি ধৰিব পাৰি তাই মানুহক খুউৱ সোনকালেই মৰম লগাব পাৰে ।❤
সময় তোমাৰ লৈ বহুত ধন্যবাদ জনালো ❤❤❤❤
বহুত সলনি হল । দেখি বৰ ভাল লাগিল ।
সময় দা আজিৰ যোগত মোৰ মতে ভগৱান বুলিবলৈ আপুনিয়ে। সদায় এনেকৈয়ে ভৱিষ্যতলৈ আপুনি ভগৱানে থাকিব বুলি মোৰ পালৰ সদায় পাৰ্থনা কৰিছো। মৰম থাকিল বগিবীলৰ পৰা❤
ভগৱানে আপোনাক আৰু শক্তিশালী কৰক, এনেকুৱা মানুহৰ বাবে কাম কৰিবলৈ
বহুত ভাল কাম কৰিছা অশেষ ধন্যবাদ জনালোঁ তোমাক 🙏
আহক আমি সময় দাৰ লগত মিলি এখোজ আগ বাঢ়ো মানুহে মানুহৰ বাবে 😊❤❤
She was saved!!!! May god bless you immensely ❤
Bohut bhal lagil.
Val lagil update to pai ... suali jonir ujjol vabisyat kamona korisu...❤
Sai bohut bhal lagil
Bohot dhunia hoi gol
Great Dada🙏🙏🙏🙏🙏
Bhout dhunia hoi gola ❤❤❤❤❤homoy da bhout val lage❤❤❤❤
❤❤❤❤❤ বহুত ধুনীয়া জনি হৈছে পদ্মৱতি তাইক নেৰিবা
Morom loga hoi gol tai😍 Bhagawane hodai taik bhale rakhok aru apunaku hodai vale rakhok❤
Homoy da আপুনি তাইৰ জীৱনৰ অংকৰ এটা সহজ সূত্ৰ ❤❤
সময় দাক ধন্যবাদ
অতি সুন্দৰ সময়
আপোনাক লগ কৰিব বিচাৰো দাদা কেনেকৈ লগ কৰিব পাৰিম।❤❤❤❤
Good job homay da
বহুত ভাল লাগিল দেখি ❤❤
Hukhere thaka tumi.♥️♥️♥️
Bohut Val lagisa.
Vl lagil ❤ 🥰 dhuniya hoise 😊
Bohut val lagise homoi da ❤
❤প্ৰম মাজুলী সদায় ❤️
বাপেকৰ লগত নাৰাখিব। ভৱিষ্যত উজ্জ্বল হ'ব বাবে বাপেকক এৰিব লাগিব।বাপেক টো নিজেই টো শেষ,,, ছোৱালী জনীকো শেষ কৰিব।
Good job
Val lagil
Love from Dibrugarh ❤❤
You are great bro
❤❤বহুত বহুত ভাল লাগিল. ❤❤Padmavati dekhi... ❤❤
good job bhai...
Keep it up 👍
God bless you and your family bhai
Val lagil❤❤❤
মৰনলগা হৈ গ'ল আগতকৈ
tumi bohut mohan beta❤
Val lagil dai dekhe
Bohut vl Kam koryse dada
Padmavati, God bless you
আপোনালোকে পদ্মাৱতীক ঘৰত কেতিয়াও থাকিব নিদিব । দিনতেই বা ৰাতি । দেউতাকজনৰ ওচৰত অকণমানো সুৰক্ষিত নহয় । আপোনালোকৰ কথাবোৰ শুনি কৈছোঁ । আশাকৰোঁ পদ্মাৱতী আগলৈকে সুৰক্ষা পাব ।
Dhunia hol bohut❤❤
Xomoy da🔥🔥🔥👍❤❤❤
`` মানুহে মানুহৰ বাবে "
Bohut val lagil dakhe ❤
Bohut kholoni hol aru sai bohut bhl lgl… jun goraki swali a kotha kobo emn bhl koi njnsl etya smart hoise great work homoi da
কণমানি জনীৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো
God bless you Homy dada❤
Nice video ❤️❤️❤️
Apunia a tair Deuta r dhore thakok❤
Tair mukhor pora tair nijor introduction huni bahut vaal lgil..aguwai jua
Podmabati bohut unnat hoise❤❤❤
Smart hoise dei tai 😊🎉❤
Bohut smart atya 😊
Hosaki smart hoise val lagise bohut ❤
তাইক আপুনি নতুন জীৱন দিলে ❤❤
সলনি হ'ল,, বহুত। ❤❤
সুন্দৰ ❤❤❤❤
বৰ ভাল লাগিল ❤❤❤❤
Bahut belg dekha hall dei sowali Jani bahut moram tomaloi❤
Hundor dada
Mojja dada...iyak bapekr tat neribo..🙏
Hoi. Neribo deutar tat.
ভাল লাগিল
Good bro
Bor bhal lagil dekhi...love from karbi anglong asam ❤
Dada love you ❤❤❤❤❤
Baba manen ❤❤
মজা লৈ আছে দাদায়ে
Hundor
Xundor ❤❤❤❤
God bless you ❤bhai
Aru agbahi jaok dada
Xosakoi bhut Val lagisa ❤❤❤
Bohot val lagilu ❤❤ dikha paipali
Bhut val lagise padmawotir change dekhi❤
তাইৰ নামটো কিবা এটা মহত্ব আছে ভালকৈ গাইদ কৰিলে কিবা হবগৈ।❤❤
Dada ata bostu gom palu je Tumi pisor tuo je sinta kore.. Tumi bhut Val manu ..😥🙏🙏

পদ্মাৱতী ❤
সময় তোমাক অশেষ ধন্যবাদ 🙏🌹