Good step to our Chief Minister sir.Majuli is a cultural heritage of Assam. we're proud our Vaishnavi culture.Go ahead. All the best. Thanks for All participate and our Chief Minister sir.God bless to all.
Iman decipline aru neat moi ekebare motramugdho hoi porilu,mur onek hubhokamona aru shardha aru morom jonalu,konmani bhokot hokololoi bohut bohut hubhokamona morom jonalu.
Bahut val lagil kanmani keitar nityo podorkhan Gugale ki goti koile buli gaise Jen lagise kio vulke gaise mur huna vul hbow pare ji a commant2 pohise ebar huni rply koribo sun plz 2:00
মনত পৰিছে সেই মহান ব্যক্তিজন লৈ যি
গৰাকী মহান সত্বাই বিচাৰি পাইছিল এনে
অভিনৱ, অনুপম, নজহা-নপমা সংস্কৃতিৰ
কঠিয়া। যিয়ে চিৰকাল অসমৰ সংস্কৃতিৰ
বৰপথাৰখন ৰহনীয়া কৰি ৰাখিব। তেখেতৰ অনুগামীসকলক এনেদৰে সন্মানিত কৰা বাবে মহান মামাগৰাকীলৈ
থাকিল অশেষ ধন্যবাদ। সংস্কৃতি অবিহনে
এটা জাতি অংগহীন শৰীৰ। শিল্পী সকললৈ
আৰু তেওঁৰ মামা, গৰাকীলৈকো জনালোঁ
আন্তৰিক অভিনন্দন।
সচাই গৌৰৱ অনুভৱ কৰিছো।অসমৰ সুন্দৰ নৃত্য গীত সমূহ এনে মন্সত উপস্থাপনৰ সুবিধা কন কৰি দিয়াৰ বাবে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ক কৃতজ্ঞতা জ্ঞাপন কৰিলো।
কি সুন্দৰ আৰু নিখুঁত প্ৰদৰ্শন 👏👌। অভিভূত হৈ পৰিছোঁ। সৰু গোসাঁই সকললৈ মোৰ বহুত বহুত মৰম আৰু শুভকামনা থাকিল 🙏
Bor Sundor
মাজুলী অসমৰ পৰিচয়।
কণ কণ ভকত সকলৰ অনুপম মাটি আখৰা দেখি অজানিতে চকু পানী নিগৰি গল৷তেওলোকৰ ভৱিষ্যত উজ্বল কামনা কৰিলো৷🙏
Joi guru sankar🙏🙏 Thanks CM sir
বহুত ভাল লাগিছে। সন্মানীয় মূখ্যমন্ত্ৰী মহোদয় য়ে গুণীৰ গুণ বুজি পোৱা এজন মহান ব্যক্তি বুলি ভাবিছোঁ।
গুৰুজনাই আমাক তেতিয়াৰ দিনতে বহুত কিবাকিবি দি থৈ গৈছে। গাৱে- ভূঞে এই সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ হ'লে আৰু বহুত ভাল হ'ব । অসমীয়াৰ আৱেগ অনুভূতি জড়িত থকা এই সংস্কৃতিৰ পূজাৰী তথা সাধক সকললৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো ।
অতি ভাল লগা পৰিৱেশন। ই এক ভবিষ্যৎ শুভ লক্ষণ! সুন্দৰ নিদৰ্শনৰ পৰিচালক।
কনমানি বৈষ্ণৱ ভকতলৈ মোৰ শুভেচ্ছা থাকিল ।সুন্দৰ প্ৰদৰ্শন।
সুন্দৰ ,মনোমোহা দৃশ্য৷কণমানিসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো
Fantastic- Mind-blowing. My heartiest love and respect to these Child. God bless them
অতি মনোৰম পৰিবেশন ।আতাইলৈকে ধন্যবাদ জনাইছোঁ । মোৰ আন্তৰিক মৰম জনাইছো । আৰু আগুৱাই যাওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ।
কৃষ্ণ কৃষ্ণ 🙏🏼 অভিভূত হৈ পৰিলোঁ।🙏🏼🙏🏼
Axomi aair swabhiman.....great performance.
কি সুন্দৰ । কবলৈ ভাষা নাই ।
পৰ্ভু ভগবন্তই তোমালোকৰ ভবিষ্যত উন্নতি বিধান কৰক । কৃষ্ণ ।
মুখ্যমন্ত্রী ডাঙৰীয়াই বহুত মহান পদক্ষেপ এটা ল'লে । কণমানি ভকত কেইজনলৈ বহুত বহুত ধন্যবাদ 🙏🙏🙏🙏🙏
সংস্কৃতি জীয়াই ৰখাৰ এয়া এক শুভ ইংগিত। শুভেচ্ছা জ্ঞাপন কৰিলো।🙏🙏🙏🙏
কি সুন্দৰ লাগিল বুজাব নোৱাৰা ।
Bohat achha.. Yeh aaj kar bachhe sanskritik virasat ke dharohar hai.. 🙏 ...
Beautiful...that's amazing...what a talent...lots of love
অন্ধবিৰোধীবোৰ জ্বলিবই বাৰু😂😂😂
মামা তুমি সচাই 🔥🔥🔥🔥🔥🔥
গুৰুজনাৰ অনুপম সৃষ্টিক এনেদৰে উৎসাহ জগোৱাৰ বাবে|দেশৰ সংস্কৃতিক(বৈদিক সংস্কৃতি) আগোৱাই নিয়াৰ বাবে অশেষ ধন্যবাদ|আপোনাৰ দৰে মূখ্যমন্ত্ৰী পোৱাৰ বাবে আমি সমগ্ৰ দেশপ্ৰেমী অসমীয়া সচাকৈয়েই গৌৰৱান্বিত😊🙏🏻
মামাৰ 🔥🔥🔥দীৰ্ঘায়ু কামনা কৰিলো|সচাকৈয়েই হৃদয় চুই গল❤❤❤❤❤
জয় হৰি বোলা,জয় ৰাম বোলা🙏🏻🙏🏻
জয় শ্ৰী কৃষ্ণ ❤জয় শ্ৰী ৰাম🔱🔱🔱
🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
ক়্ষ্ণ ক়্ষ্ণ ...গুৰুজনাৰ এনেবোৰ আহিৰে বিশ্বত জিলিকাব লাগে !কি যে সুন্দৰ প্ৰদশন 🙏🙏🙏
বৰ সুন্দৰ পৰিবেশন সুৰু গোশাই সকল লৈ প্ৰনাম জনাইছো |
ভাৰতৰ বিভিন্ন ঠাইত এই নৃত্য বোৰ পৰিবেশন কৰিব লাগে
বহুত বহুত ধন্যবাদ থাকিল ❤️❤️❤️❤️❤️
সুন্দৰ শুভ কামনা থাকিল সকলোটিলৈ
সচাই আমাৰ অসমীয়া নৃত্য বহুত সুন্দৰ ৷ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া
Stemina... balance... power ..advod..khub hundar hoise.... 🙏🙏
কি কম কবলৈ ভাষা নাই ❤️❤️❤️❤️❤️
What a nice scenery! God bless them.
কি সুন্দৰ
কৃষ্ণ সুন্দৰ পৰিবেশন 🙏🙏🙏🙏
অতি সুন্দৰ প্ৰদৰ্শন ।ভকত সকলো লৈ আন্তৰিক শুভেচ্ছা জনালোঁ ধন্যবাদ থাকিল ।
We proud of them,Assam culture is the best Satra of Mauli. God gifted divine of Assam.
Good step to our Chief Minister sir.Majuli is a cultural heritage of Assam. we're proud our Vaishnavi culture.Go ahead. All the best. Thanks for All participate and our Chief Minister sir.God bless to all.
জয় গুৰু শংকৰ মাধৱ,
বহুত ভাল ও ভক্তি উপজিছে ।
Oti xundor netya ovivuto hoi potilu bhokot xokololoi pronam jonalu
কৃষ্ণ 🙏
সুন্দৰ,গুৰুজনাৰ ওচৰত প্ৰণাম জনাইছোঁ।লগতে প্ৰদৰ্শন কৰা ভকত বৃন্দ তথা সাংবাদিক বন্ধু সকলো লৈ আমাৰ তৰফৰ পৰা বহুত বহুত ধন্য বাদ আৰু শুভ কামনা কৰিলো ।🙏🙏
এয়াহে মাজুলীৰ power অসম গৌৰব
বহুত সুন্দৰ ভাষা নাই কবলৈ অভিভূত হৈ পৰিছো ।
সকলোৱে সুন্দৰ আৰু নিখুটভাৱে প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ ভবিষ্যত উজ্জ্বল কামনা কৰিছোঁ ।।
সুন্দৰ অতি অতি সুন্দৰ👍👍
Deh mon jur pori gol...Jai Guru Sankar....🙏🙏🙏
এক সুন্দৰ পৰিবেশন। সকলোলৈকে অশেষ ধন্যবাদ 🙏।
সকলো লৈ অশেষ ধন্যবাদ থাকিল
অতি সুন্দৰ পৰিবেশন ঈশ্বৰে তেওঁলোকক মংগল কৰক
Eman Sundar nritya geet ,Ami axomiai gaurav onuvab korisu🙏🙏🙏
জয় গুৰু শংকৰ🙏🙏🙏কৃষ্ণ -ৰাম🔱
মামা তুমি 🔥🔥🔥🔥🔥🔥
ATI SUNDAR. MAMA MAMI VHAGINOR ARU SIKHYA GURU SOKOLOR APURBA
PRADARSHAN,
Ati uttam , God bless you.
Iman decipline aru neat moi ekebare motramugdho hoi porilu,mur onek hubhokamona aru shardha aru morom jonalu,konmani bhokot hokololoi bohut bohut hubhokamona morom jonalu.
সুন্দৰ প্ৰদৰ্শন সৰু গোহাঁই সকলৰ 🙏🙏🙏
অতি সুন্দৰ হৈছে।
অভিভূত হৈ পৰিছো।কি কম কাৰণ চকুটিপ মাৰিবলৈ পাহৰি গৈছো। 🙏🙏
Bohut dhuniya 👌
অতি সুন্দৰ আকৰ্ষণীয়। জয় আই অসম।
Krishan🙏🙏🙏🙏🙏
আমাৰ ইমান মহান কৃষটি আছে
সকলো ভক্ত লোকলৈ সেৱাহে জনাইছো দূৰৰ পৰাই কৃৃঞ্চ
Joi guru sankar 👏👏👏🙏
bahut bahut val lagil majuli khong sargo hoi ami kot poisa poisa kori doiri thaku asol bosto hol harir naam krishna Ram narayan
তোমালোকৰ ভবিষ্যত উজ্জল হওঁক
Majuli Kristi hangkristi loi kouti kouti pranam. Bahiror dekh homuhotu jodi aylukok uposthapon koriboloi hubidha kori dile aaru Vaal hobo. Saai aamoni nologa ata program.
krishna jadobo gubinda mohaprobhu. iman sundor mati akhora . bohut bhal lagil. biswa basiye amar apurugiya kristi sonskritir ak uman pabo. porjotonoru ak notun bat mukoli hobo. joy Jadoborai Gubinda mohaprobhu. sokolure monglol kamona korilu
ধুনীয়া লাগিছে
অতি সুন্দৰ
Beautiful ❤️❤️❤️❤️ god bless you ❤️
কন কন গোসাই প্ৰভূত সকলৰ পৰিবেশন বৰসুন্দৰ ,
এই চেগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া ক ধন্যবাদ জ্ঞাপন কৰিলো
Hokoluloi bohut bohut 🌹🌹🙏🙏
ATI Sundar eshware krepa Karok krishna
Bohut val lagil👌
Bor hundor bht vl lagil
জয় গুৰু শংকৰ 🙏🕉
Dhuniya performance
সুন্দৰ 👍
Waw. Ki hundor. God bless you.
Mama tumi hadai assmia jatyk agay loi jua mama
সুন্দৰ ।।।।।।।।।।
Khub bhal lagil
Bhut dhuniya
Bohut hundar
Waw nice❤
জয় গুৰু শংকৰ
Future of Assam🙏
Puate dorshon korilu.sundor
CM চাৰ আপুনি ভাগবান আৰু মহান ।
ভগবানে তেওঁলোকক কূশলে ৰাখক
🙏🙏🙏🙏🙏🙏Bhagabane aru Bhagin hatok sakti Diok aru jate val hoy moramor bhagin hatok mor falor pora marom jasilo Jyotirmoy barman Singimari
Hoxakoi Majuli Bule kole bohut vl lge dai abar goi majuli are ahibo mon juwa naxile kn2 ako ktya majuli jbo pm jnu
ভাল হৈছে । 🙏
🙏🙏🙏🙏🙏🙏
Excellent .proud of you all
অতি সুন্দৰ পৰিৱেশন।
Bahut val lagil kanmani keitar nityo podorkhan
Gugale ki goti koile buli gaise Jen lagise kio vulke gaise mur huna vul hbow pare ji a commant2 pohise ebar huni rply koribo sun plz 2:00
ATI sundor isware apunalokok mongal korak
🙏👌👌👌💟👍👍😘😘
বৰ ভাল লাগিল ৷
Amar axom 💖💖💖💖💖💖💖💓💓💓💓💓💓🙏🙏🙏🙏
অপূৰ্ব