মূল বিষয়ৰ পৰা জনতাৰ দৃষ্টি আঁতৰাবলৈহে ‘এক দেশ,এক নিৰ্বাচন’

Поділитися
Вставка
  • Опубліковано 18 вер 2024
  • মূল বিষয়ৰ পৰা জনতাৰ দৃষ্টি আঁতৰাবলৈহে ‘এক দেশ,এক নিৰ্বাচন’। দেশত একনায়কত্ববাদ প্ৰতিষ্ঠাৰ বাবেহে ‘এক দেশ,এক নিৰ্বাচন’। জম্মু-কাশ্মীৰ,হাৰিয়ানা,ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বি জে পি পৰাস্ত হ’ব বাবেই ‘এক দেশ,এক নিৰ্বাচন’। ‘এক দেশ,এক নিৰ্বাচন’ৰ প্ৰসংগত সমালোচনাত সৰৱ বিৰোধী
    The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
    #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

КОМЕНТАРІ • 1