নিৰ্ভৰ চন্দ্ৰবাবু আৰু নীতিশৰ ওপৰত; আঁকোৰগোজালিৰে চলাব নোৱাৰিব কাম-কাজ!

Поділитися
Вставка
  • Опубліковано 11 чер 2024
  • ▶️বিজেপিৰ বিৰুদ্ধে কি ক’লে মোহন ভাগৱতে?
    ▶️এইবাৰ মোদীৰ বিজেপি চৰকাৰ নহয় NDAৰ চৰকাৰহে!
    ▶️শক্তিশালী বিৰোধীৰ ওচৰত নমনীয় হ’ব নেকি মোদী চৰকাৰ?
    ▶️নিৰ্ভৰ চন্দ্ৰবাবু আৰু নীতিশৰ ওপৰত; আঁকোৰগোজালিৰে চলাব নোৱাৰিব কাম-কাজ!
    ▶️পৰেশ মালাকাৰৰ প্ৰাসংগিক প্ৰশ্ন!
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

КОМЕНТАРІ • 15

  • @vikramborgohain1910
    @vikramborgohain1910 Місяць тому +28

    আপোনালোকে কথা বিলাক বহুত ঘুৰাই, ফুৰাই কয়,,,চিধা, চিধিকৈ নকয়,,, বিজেপিৰ চৰকাৰ এখন মিছলীয়াৰ চৰকাৰ,,,, supreme Cort,, নিৰ্বাচন আয়োগ. EVM আৰু মোদী সংবাদ মাধ্যম থকালৈকে বিজেপিক 100 বছৰ লৈকে কোনো লৰাব নোৱাৰে,, সংবাদ মাধ্যমত পোৱা বাতৰি বিলাকৰ প্ৰকিততে কোনো অৰ্থ নাই,,,, এই বিলাক মাথোঁ এটা ব্যৱসায়,,,, এই দুটা মান বাক্য কোৱা সংবাদ মাধ্যম আজিলৈকে নেদেখিলোঁ

    • @RosardRoird
      @RosardRoird Місяць тому +2

      জনতা এটা সময়লৈহে বুৰ্বক হৈ থাকে।কিন্তু সদাই নহয়।

  • @runuhazarika8290
    @runuhazarika8290 Місяць тому +3

    🎉হয় আপুনি অলপ খৰকৈ কলে শুনিবলৈ ভাল লাগে

  • @baharali8785
    @baharali8785 Місяць тому

    Sundar analysis.

  • @anjugogoi6536
    @anjugogoi6536 Місяць тому

    আপোনি অলপ খৰকৈ কব চেষ্টা কৰক

  • @Jagadishdutta-mn4ru
    @Jagadishdutta-mn4ru Місяць тому

    Pls speed voice

  • @arunsaloi209
    @arunsaloi209 21 день тому +1

    প্ৰশান্তু কিশোৰ দালাল কত গল।

  • @umeshkardong6116
    @umeshkardong6116 Місяць тому +1

    তহতৰ কেঞা চকুৱে সদায়েই নেতিবাচক চেহেৰাহে দেখে ।

  • @PadumNath-sq4ez
    @PadumNath-sq4ez Місяць тому

    Narendra Modi for PM and smart 🎉

  • @TCF573
    @TCF573 Місяць тому +1

    Aji modir dorpa ohongkar. Bortoman. Bhobishyat hokoluburor sabi kathi dujon hubidhabadir kobjat...... Birodhihunya koribo bisara doltu aji nijei mohahunyat ulomi ase .. 😅😅😅😅