আকাশ দাই অভিনয় কৰা সকলো গীত আৰু ছবি চুপাৰহিট আছিল - চল গৰি, হিৰো, চম্পা, মৰমজান, বগীতৰা, জানমণি, ৰংঢালি, ইত্যাদি । আশা কৰো এই গীত টিও হিট হব । তেওঁৰ অভিনয়ত কিবা এটা বেলেগ আমেজ আছে । বহু দিন পিছত তেওঁক আকৌ দেখা পাই বহুত ভাল লাগিছে । And thanks to Vreegu Da for bringing him back.
আকাশ দাই অভিনয় কৰা সকলো গীত আৰু ছবি চুপাৰহিট আছিল - চল গৰি, হিৰো, চম্পা, মৰমজান, বগীতৰা, জানমণি, ৰংঢালি, ইত্যাদি । আশা কৰো এই গীত টিও হিট হব । তেওঁৰ অভিনয়ত কিবা এটা বেলেগ আমেজ আছে । বহু দিন পিছত তেওঁক আকৌ দেখা পাই বহুত ভাল লাগিছে ।
And thanks to Vreegu Da for bringing him back.
অন্তৰ চুই গল দাদা গানটো শুনি চাই
আৰু ভাল ভাল কাম কৰি যাবলৈ শক্তি দিয়ক আপোনাক💚❣️😘
God bless you
Hoi
7 বছৰ বৰতিৰ পিছত দেখা পাম আকাশ দাক তাকো ভৃগু দাৰ গানত .....সঁচাকৈ ভৃগু দাৰ চিন্তা ধাৰা বেলেগত কৈ অলপ বেলেগ ...❤️❤️ ভৃগু দা ব্যক্তিজন মোৰ প্ৰিয় আছিল আছে আৰু থাকিব ❤️❤️❤️। Vreegu Kashyap fan's (Tihu) গ্ৰুপৰ পৰা বহুত বহুত মৰম যাচিছো ❤️❤️❤️❤️❣️
P
বহুত দিনৰ অপেক্ষাত ভৃগু দা'ৰ কন্ঠত আৰু আকাশ দা'ৰ অভিনয়ৰেএটি সুন্দৰ ভিডিঅ দেখিবলৈ পালো।👌👍❤💙
Ffcp
আকাশ দাদাক ইমান বছৰ পিছত দেখা পালো❤ বহুত ভাল লাগিল ভৃগু দা কাহিনীটো আৰু গানটো😍😍
👌👌
🤫🤫
ua-cam.com/video/NumTavtSDY8/v-deo.html
Mur channel tu sabo
@@pranjalmathematics9797 ok
Bidisha .ba voice2 eimn cute hoi..❤️🥰🤗😍...
বহুত বছৰৰ পিছত আকাশদ্বীপ ককাইদেউক দেখি ভাল লাগিল।বৰ সুন্দৰ গীত কণ্ঠ,অভিনয় সকলো শলাগ লবলগীয়া।যোৰহাট তিতাবৰৰ পৰা বহুত মৰম যাচিলোঁ
Akashda mor good vcdt
জনপ্ৰিয় অভিনেতা আকাশ দ্বীপ dak bht dnr mrt pst dexa palu vreegu ভৃগু dar lgt সুন্দৰ বৰ ধুনীয়া খুব বহুত ভাল লাগিল সঁচাকৈ দেই
বহুত দিনৰ পিছত দেখা পালো আকাশ দাক বহুত ভাল লাগিল। ময়ো জান জানানে শয়নে সপোনে বিছাৰো তোমাক সচাকে।❤️
i love you akashdeep
Bohut dhunia.... lagil... video To sai.
একে একে দুই
আকাশদ্বীপ দা তুমি জুই 🔥❤️
😁😁😁
☺☺☺
@@garimadeka6854 mm loop in
Akashdeep da kot herai goisil
665
ভাল লাগিল বহু দিনৰ মূৰত আকৌ আকাশদ্বীপ দাক দেখি । আগৰ দিন বোৰলৈ মনত পৰি গ'ল । এটা সময় আছিলে, য'ত সৰুৰে পৰা অসমীয়া চলচ্চিত্ৰ জগতত আকাশদ্বীপ দাক দেখিয়েই অসমীয়া ছবি চাবলৈ আৰম্ভ কৰিছিলোঁ । উফ্ কি যে দিন আছিলে । (ONE OF THE GREATEST ACTOR EVER) হঠাৎ শাৰীৰিক অসুস্থতাৰ কাৰণে অসমীয়া চলচ্চিত্ৰ জগতৰ পৰা আঁতৰিব লগীয়া হোৱাত মানুহ জনক আগৰ দৰে দেখা নোপোৱা হলোঁ । আশা কৰোঁ আগৰ দৰে সুস্থ হয় যেন । LOTS OF LOVE! ❤️
ধুনিয়া"বনাই ছে দেই ভৃগু দা ♥️♥️♥️♥️😍😍😍মৰম যাছিলো madhupor ৰ পৰা🥰🥰🥰
আকাশ দাৰ কাৰণে লাইক এটা দিব ❣️
সঁচাকৈ বৰ ধুনীয়া কাহিনী বনালে দেই ভৃগু দা😍😍 গীতটিৰ সকলোৰে ঘৰে ঘৰে বাজি উঠক তাকে কামনা কৰিলোঁ ।। 😍😍😍😍
Vreegue da 😍😍😍😍😍😍😍😍👌👌👌👌
Yess bro ❤️😘
Akash Sir deki bouht val lagil
Vreegu datkoi Neel Akash da best Vreegu kam ni
Akdom Hosa Broo , Vreegu Daa 😘😘 Rock
bidisha baar maat tu bor dhunia lagise... wah vaal lagil xuni.... baki sobei vl lagise
বিগত ৭ বছৰৰ পিছত আকৌ এবাৰ দেখা পাম ,আমাৰ সকলোৰ মৰমৰ আকাশ দীপ দাক।আকৌ এবাৰ পুৰণি অসমীয়া অভিনয় জগতৰ অন্যতম এগৰাকী অভিনেতা লগত ভৃগু দাৰ গান। আশা কৰো সকলোৱে দুটোজনকে ভালদৰে আকোঁৱালি লব আৰু মৰম দিব।❤️❤️😊😊
দাদা Subscribe কৰি দিব মোক
Ok
@@pitmalvlogs3015 Oky
Parile mur video sabo sun plz
@@jbtezpurvlog3080 thk asa Sam dia
আকাশ দাদাৰ মাতটো বহুত ভাল লাগে এতিয়াও মনত পৰে ৰাংঢালিৰ কথা❤️❤️❤️❤️❤️❤️
দৰং ৰ পৰা নতুন গীতটোৰ বাবে শুভেচ্ছা জনালোঁ ভৃগু দা❤️😍
😇💕
Tnq vegu da and akash dep da
ua-cam.com/video/vdBb858_uGA/v-deo.html
মাত্ৰ 20 ঘণ্টাত 250000 ত কৈ অধিক views ভাল পাওঁ সচাকে ।। ভৃগু কাশ্যপ আৰু তেখেতৰ ভাল পাওঁ team টোক আৰু অলপ বেছি শুভেচ্ছা দিব লাগে সকলোৱে ।। Fan of vreegu kashyap 💪💪❤️❤️❤️
Finally come back our favorite the legendary actor Akash Deep
Vreegu da apuni mur favourite singer hoi, aru song to bhut val lgil, support for lokhimpur
✔️ অন্য লেবেল
Aei ganor karone subscribe korilu aru aagoloi anekuwai gaan hunibo pam buli aakha rakhilu aru most welcome back akash deep da❤❤❤❤
সৰুৰে পৰা এতিয়াৰ বয়সলৈকে এজন অভিনেতাৰে VCD, গীত চাই ডাঙৰ হলোঁ, আৰু তেতিয়াৰ পৰাই মোৰ প্ৰিয় অভিনেতা(Hero)😍 তেওঁ আন কোনো নহয় আমাৰ মৰমৰ আকাশদ্বীপ দা❤️ 7 বছৰ পিছত পুনৰ অভিনয় কৰাই খুব ভাল লাগিছে, সদায় কৈয়ে আছিলোঁ, ৰখি আছিলোঁ আকাশদ্বীপ দাক💚 আকাশদ্বীপ দাৰ হাঁহিত বিহু আহি যায়❤️😍👌👍
Bht vl lage Akash dar mat tu . welcome back .alp gym kara dada aru vl lagibo
all
Bohut val lagil gaantu.at least akash dak dekha palu ovinoyot
আকাশদ্বীপৰ কথা নকওঁ, মা কচম এই গীতটো শুনি ভৃগু দাৰ আগৰ গীতৰ কথা মনত পৰি গ’ল, this is vreegu kashyap
Vreegu dadar gaan xuni val2 lagilei aru mur biyau je patibor mon gol 1dom 100 percent superhit song
Akash Deep is back so happy to see him back....plz we want more videos of akash daa
ভৃগু দা মই কেৰালাত আছোঁ, আপোনাৰ ৰোমান্টিক singing styleটো কেৰালাৰ মানুহে খুব ভাল পাই মই মোৰ লগৰ বোৰক দেখুওৱাও যে, মানে আপোনাৰ প্ৰতিটো গানত যে সেই মিঠা লগা মাতেৰে শব্দবোৰ ওলোৱা বিশেষ কিছুমান শব্দ আপুনি বুজি পাইছেই চাগে,,, লাভ you ভৃগু দা আগুৱাই যোৱা সুখৰ হওঁক জীৱন
আকাশ দ্বীপ দাক বহুত দিনৰ পিছত অভিনয় দেখি বহুত বহুত ভাল লাগিছে🤗🤗🤗
সাত বছৰ পিছত আকৌ আমাৰ মৰমৰ আকাশ দ্বীপ দাদাক দেখিবলৈ পাই বহুত বহুত ভাল লাগিছে❣️🤞😍
চকু টিপ নমৰাকৈ গীতটো চাই থাকোতে কেতিয়া যে শেষ হৈ গ'ল গমেই নাপালো ।। সুন্দৰ গীত, কৰিঅগ্ৰাফ ,কস্টিউম বহুত ধুনীয়া।।আকৌ এবাৰ শুনি দিও। বেয়া নাপাব।
Right 👍👍👍👍👍👍
নতুন গীত টো লগতে ভিডিঅ'টো চাই বহুত ভাল লাগিল, প্ৰিয় অভিনেতা আকাশদ্বীপ পুনৰ এই গীতৰ জৰিয়তে উভতি অহাৰ বাবে তেওঁলৈ অলেখ শুভ কামনা জনালোঁ ,এই নতুন গীত টো সকলোৱে মৰমেৰে আদৰি ল'ব তাৰেই আশাৰে অযুত মৰম আৰু শুভেচ্ছা জনালোঁ 💐❤️
ua-cam.com/video/NumTavtSDY8/v-deo.html
Vreegu da+ bidisha +akasdep ❤️🔥💛 great song ❤️
My fav Akashdeep daa..love 💕💕 u daa...bht bhl lgil sai apunak
So happy of being a part of this beautiful music video. Thank you Priyam, Vreeguda and Bidisha
Really bohut vl lgil ba tumr acting
ua-cam.com/video/NumTavtSDY8/v-deo.html
Vrigu daa tumar aei song2 shoxakoieai bor val lagise
Xsakoi moja lgil♥️🥺akashdeep da vreegu and all the artist and team members Priyam ba thkile aru vl lgile hoi♥️🥺
Akash da aji bhut dinr murt dekhilu maja lgil
আকাশ দাৰ দুৰ্দান্ত অভিনয় আৰু নৃত্য আকৌ চাবলৈ পাম যেন লাগিছে! সুন্দৰ হৈছে গানটোৰ কথা/সুৰ । নবাগত নায়িকা দুগৰাকীক ভাল লাগিছে । আগুৱাই যাওঁক ।
bohu dinor pisot jitu bhoba nasilu tat ke base mrom loga gaan huni Bo palu I love this song 😍😍😍😍👍👍👍👍⭐⭐⭐⭐⭐
Best wishes thakil dada ❤️🔥 song hit hobo akdom 🔥✌️ and advance congratulations for 1M 🔥❤️😀
Same to you vii❤️🥰🔥
Dhuniya gaan ❤
বহুত দিন পিছত আকাশ দ্বীপ দাক দেখা পালো বহুত ভাল লাগিছে
ভিগু দা আকাশ দাক বহু বছৰ মোৰত আপোনা গানত দেখা পাই বহুত ভাল লাগিল।গানতু ছোপাহিত হৈছে।nextআংগুলতা বাক জাতে আৰু ছোপাহিত গান এতাত দেখা পাও তাৰে কামনা কৰিলো।
Akash da Bht dinr murot dekibo Pam...vergu da love frm majuli ❤my fvrt singer ✌💫❤🌏
Outstanding performance veegu da & bidhisha Chowdury
ভৃগু দাৰ আটাইতকৈ ভাল লগা গানটি শুনি বহুত ভাল লাগিল। আশা কৰোঁ আগন্ত দিনত আপুনি আৰু বহুত বহুত ভাল গান আমাৰ মাজৰলৈ উপভোগ কৰিব দিব বুলি আশা ৰাখিলোঁ। ভৃগু দাৰ কাৰণে like কৰি যাব বুলি আশা ৰাখিলোঁ আপোনালোকৰতাত।জয় আই অসম ✊🤟
Xasake mjaaaaaaaaaaa hoic vreegu da aru akash da tomalok jui😍😍😍😍😍😍😍😍😍
Good to see Akash deep da after so many years... We want more
50 bar xunilo gaan tu bohut dhuniya hoisy
আকাশ দীপ দাদাক দেখা পাই বহুত ভাল লাগিল💝💝💝
বহুত দিনৰ পিছত দেখিলোঁ আকাশ দ্বীপ দাক ভাল লাগিল , 💐💐
অপেক্ষাৰ অন্ত পৰিব কাইলৈ 😍
দাদা Subscribe কৰি দিব মোক
tumio
@@kushaldas2676 umm
bohut hundar hoise
আকাশ দীব দা বহু দিন মোৰত দেখা পালো গানটো ভাল লাগিছে 😍
bohut vl lagisy gaan tu nice voice and anesome music quality
অপেক্ষা আছোঁ দাদা বহুদিন ধৰি।
গান শুনি শুনি কমেণ্ট পঢ়া সকলে টিপ চহী এটা মাৰি যাব।। আকাশদ্বীপ দা কাৰণে
Awesome....❤️
ৰাজনীতি ভাৰ্মে জা
অভিনয় জগতত লাগে পুৰণা অভিনেতা সকলক
নতুন বছৰ হিলি যাব।। আগন্তুক নৱ বৰ্ষৰ বহুত বহুত শুভ কামনা জনালো।।।।
Bohut bohut val lagil 😄😄😄🤗🤗🤗
Bohutt dinor honto poril. Moromr dada. Big fan vreegu da. From lakhim pur.. junuwarit. Kune. Kune. Naisiba. Aei. Ganere..
বহুত বহুত ভাল লাগিল আকাশ দীপ দাক
আকৌ এবাৰ অভিনয় দুনিয়াত ঘোৰি অহাৰ বাবে(সচা কৈ আকাশ দীপ দা আপোনাৰ হাহি ,কথা বহুত ভাল লাগে)
ধৈন্যবাদ
ভৃগু দাৰ এইটো গান হিত লগতে মনি নবৌ মেইন😍
বিকাশ দা সচাঁই বহুতে বেছি ধুনীয়া এটা গান ❤ সদায় ৰাতিপুৱা শুই উঠিয়েই শুনোঁ l নুশুনিলে মন ভাল নালাগে 😢
Bidhisha ba voice🥺😌🔥
Mojjjjjjjaaaa lagise dei
My favourite singer ❤️ .....Ganto aibar hit hb🔥 .
সুন্দৰ উপস্থাপন so amazing song
ভৃগু দা ৰৈ আছোঁ আপোনাৰ গান টোৰ বাবে । আশা কৰোঁ। সকলো আপোনাৰ গান টো ভাল পাব । Bht মৰম লগা গান টো। ভৃগু দা আপুনি আৰু প্ৰিয়ম পল্লবি বা লৈ বহুত বহটো নতুন বছৰ সুভেছা জনালোঁ।🥰🥰🥰🥰🥰🥰
❤️❤️❤️❤️ bidisha baak kin2 bor dhuniya lagise 👍👍
Wahhh vreegu daa jui ekdm 🔥🔥 Superhit song 💯💯... All time fav singer #Vreegu daa❤️❤️ lots of love from Pathsala ❤️❤️❤️
Iman dhuniya gaan dile dawnload kori xuni thakibo mon jai .
সচাকে ভাল লাগিল গানতি শুনি....Love you Vreegu Da
বিগত বৰ্ষ ধৰি আকৌ এবাৰ আমাৰ মাজলৈ আকাশদ্বীপ দাক লৈ আনাৰ বাবে অশেষ ধন্যবাদ থাকিল ভৃগুদা
Bohut bhl lagil gaan tu xuni vreegu daa
Mjaa lgile
Dada beautiful video and song...😍
দাদা Subscribe কৰি দিব মোক
Right 👍👍
Bidisha ba vergu da aponar Gran duniya lagisa
ভৃগু দাৰ আটাইতকৈ ভাল লগা গীত✨❤✨
wow wowbass ধুনিয়া
Vreegu daa kar kar favorite Singer 👍👍 kora plz
বহুত দিনৰ পিছত ভাল গান এটা পাই ভাল লাগিল
Hsake gan2 emn vl lagile💕💕🥰🥰
বহুত ধুনীয়া হয়ছে ভৃগুদা ভিদিঅ আৰু গানতো ।::::::::আপোনাৰ এনেকুৱা ধুনীয়া ধুনীয়া গান চাই থাকিবলৈ বহুত
মন যায়।
পিয়ম পল্লৱী বাক অভিয়ন কৰিব দিব লাগে এই টো গানত
অপেক্ষাত আছোঁ
Mojaaaa lgise
Eagerly waiting😍
বা Subscribe কৰি দিব মোক
ua-cam.com/video/NumTavtSDY8/v-deo.html
Akashdeep da tumi hero🙏🙏
Akash deep Returns after a few Years back ❣️❣️❣️❣️
আকাশ দ্বীপ দাদাক বহুত দিনৰ মুৰত অভিনয় কৰা দেখি ভিল লাগিল
10 bar man hunilu💞 ছোৱালী জনী সুৰটো হসাকৈ মাক্ষণ 💞
আকাশ দাক দিখি ভাল লাগিল ধুনিয়া হৈছে সকলো ফালৰ পৰা ❤❤😍
Wow, it was great to hear that song❤️🥰
গানটোৰ কথা সুৰ কণ্ঠ অভিনয় অতিশয় ৰসাল আৰু সুন্দৰ।
Bidisha voice wow 🔥🔥🔥
বহুত ধুনীয়া হৈছে গানটো।
Vreegu da🔥❤️
Bidisha Choudhury tumi Jui💋