অনুষ্ঠানটো বহুত ভাল লাগিল বাইদেউ , আপোনালোকক
অভিনন্দন জনালোঁ ! Rikta
Facebook t horu video clip ata paixlu❤️tar pora sai youtube t khusori uliyaixu anusthan tu ❤️ bohut bohut vl lgil❤️
Jatia anurag dada a kotha koi, mak - deutak a eman morom t sai thake tekhetole❤️that admiration and that feeling reflected in their face❤️❤️
ইমান সহজ সৰল এটি পৰিয়াল..বহুত ভাল লাগিল অনুষ্ঠানটো..
ভাল লাগিল।
কি কম আৰু,,,,কিমান বাৰ যে চালো উফ ❤️,,,,দেহ মন জিপাল হৈ পৰে যেতিয়া এইবোৰ অনুষ্ঠান চাবলৈ পাওঁ
খুবেই সুন্দৰ হৈছে অনুষ্ঠানটি.. ছাৰ, বাইদেউ সহিতে বন্ধু অনুৰাগক দেখি বহুত ভাল লাগিল।
Bohut val lagil anusthan tu,
অভিনন্দন জনাইছোঁ৷অনুষ্ঠানটি বৰ ভাল লাগিল৷
এক অপূৰ্ব অনুষ্ঠান...বিৰাট ভাল লাগিল💚
Anurag da❤️💐
সচাঁই ভাল অনুষ্ঠান এটা চালো, মন ভৰি গ'ল।
অতি সুন্দৰ অনুষ্ঠান । ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি ।অভিভূত হলোঁ
Anilda, Dipalibau and Papu...... অতি সুন্দৰ অনুষ্ঠান, ইমান ঘৰুৱা ভাৱে তিনিওকে দেখি, নজনা বহু কথা জানি ভাল লাগিল......
খুব সুন্দৰ অনুষ্ঠান
ফেচবুক ত কেই মিনিটমানৰ ভিডিঅ দেখিছোঁ এতিয়া চাবলৈ লৈছোঁ। ভাল লাগিব সেইয়া মই নিশ্চিত। চাৰ-বাইদেউক ওচৰৰ পৰা পাইছোঁ কিন্তু বহু সময় পোৱাৰ নাইবা কিবা ভালদৰে শিকাৰ সৌভাগ্য হোৱা নাছিল। পাপুদাকটো চছিয়েল মিডিয়াতে দেখিছোঁ....। ভাল পাওঁ বহুত তেওঁলোকৰ ব্যক্তিত্ব। শ্ৰদ্ধা সম্মান জনালোঁ।
বহুত ভাল লাগিল অনুষ্ঠানটি...
ব্যতিক্ৰমিতাৰ লগত সংপৃক্ত হৈ অনুষ্ঠানটো উপভোগ কৰি আপ্লুত হ'লো😊
ইমান বেছি ভাল লাগিল! খুউব ধুনীয়া!!!!!!তেখেতসকল অসমৰ মুকুতা
No word to express, outstanding, hope we will get same type of programme.
Tnq
Khub val lagil pgm tu
অনুষ্ঠানটি বৰ ভাল লাগিল ❤️
অনুষ্ঠানটো চাই ভাল লাগিল।
Ki dhuniya show maksm eaatke Aru proud moment nai aru ❤️
❤️
Opurbo
Xangatik val lagil program tu
Kothakeita eman mrm lga😍
Very expensive interview I have ever seen 🙏
Facebook ot clip ata pai youtube khusori saisu, bohut besi val lagil❤
Bor bhal onusthan ata upohar file dei xosakoi
fbr pora ahisu
ইমান সুন্দৰ অনুষ্ঠানটো উপভোগ কৰিলোঁ। ইমান শ্ৰদ্ধা ,অমায়িক, সৰল মনৰ অনুৰাগ শইকীয়া তথা পৰিয়াললৈ বহুত শুভেচ্ছা জনালোঁ।