সুৰাপান কৰি গাড়ী নচলাব, মন্তব্য জুবিন গাৰ্গৰ ~ ২০২৩ চনত প্ৰকাশ পাব জুবিনৰ আত্মজীৱনী 'ইউকেলিপ্তাছ'

Поділитися
Вставка
  • Опубліковано 10 вер 2024
  • ⭕️ সুৰাপান কৰি গাড়ী নচলাব, চৰকাৰৰ আহ্বনক সহাঁৰি জনাই এই মন্তব্য জুবিন গাৰ্গৰ
    ⭕️ আত্মজীৱনী লিখিব জুবিনে, ২০২৩ চনত জুবিনৰ ৫০ সংখ্যক জন্মদিন প্ৰকাশ পাব আত্মজীৱনী, নাম হ'ব 'ইউকেলিপ্তাছ'
    ⭕️ নতুন বছৰত অসমবাসীক জুবিনে উপহাৰ দিব দুখনকৈ নতুন ছবি
    ⭕️ ১৮ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ যোদ্ধা
    ⭕️ নতুন বছৰত কি কি পৰিকল্পনা জুবিন গাৰ্গৰ?
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 22