Xubidhabadi | সুবিধাবাদী।Himanshu Prasad Das।Mamoni Kalita।Maharshi Tuhin Kashyap

Поділитися
Вставка
  • Опубліковано 20 жов 2024

КОМЕНТАРІ • 643

  • @kushilabbaishya221
    @kushilabbaishya221 Рік тому +54

    সুন্দৰ পৰিছে ককাইদেউ 👍👍। শিল্পী হ'লে এনেকুৱা সাহস থাকিব লাগে, শিয়াল দৰে গাতত সোমাই থাকিব নালাগে, নিজৰ নিজৰ স্বাৰ্থৰ বাবেই।। সাৱধান দাদা অলপ 🙏🙏🙏🙏🙏🙏🙏

  • @himanshuprasaddas9505
    @himanshuprasaddas9505  Рік тому +16

    প্ৰতিজন শ্ৰোতা দৰ্শকক আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ। থিয়েটাৰী song ৰ প্ৰতি দেখুওৱা আপোনালোকৰ আগ্ৰহে আমাক আৰু নতুন নতুন কাম কৰাৰ বাবে উৎসাহিত কৰিছে। আপোনালোকৰ গঠনমূলক সমালোচনা সদায় লগত থাকিব বুলি আমি আশাবাদী

    • @NarjiAhmed-u2s
      @NarjiAhmed-u2s Рік тому

      ❤❤

    • @ZwitterAssam
      @ZwitterAssam Рік тому

      হিমাংশু দা ,
      কটা ঘাঁত চেঙা তেল দিছে 👌

  • @SudarsonNath111
    @SudarsonNath111 Рік тому +60

    এইহেন দুৰ্দিনত অন্ততঃ এজন শিল্পীয়ে ৰাইজৰ কথা কৈছে, ৰজাক প্ৰশ্ন কৰিছে 🙏
    সুন্দৰ হিমাংশু দা এণ্ড কোম্পানী 💚

  • @jharnagoswami5249
    @jharnagoswami5249 Рік тому +6

    এনেকুৱা বাস্তৱৰ লগত মাটি আৰু সত্যৰ লগত সম্পৰ্ক থকা সৃষ্টি আজিৰ সময়ৰ দাবী। ভাবি ভাল লগা এখন কল্পনাৰ পৃথিৱীৰ পৰা মানুহক ভাবিবলৈ মন নোযোৱা অথচ সঁচা পৃথিৱীলৈ কেৱল এনেকুৱা সৃষ্টিয়েহে লৈ আনিব পাৰে। চল চাই কথা কোৱা, খং কৰা, গালি পৰা আৰু কাম সিজিলেই মৌনব্ৰত লৈ বহি থকা মানুহৰ পৰিৱৰ্তে আজিৰ সমাজৰ প্ৰয়োজন আপুনি দাদা।

  • @jayantakumarkakati1999
    @jayantakumarkakati1999 Рік тому +1

    Ekdom sobore mnr kotha koise dada❤

  • @adityadutta7390
    @adityadutta7390 Рік тому +1

    Himu da🔥🔥❤️ belsa pasot hubidhabadi.. mama ki bat laga disa.😁🔥🔥 Nilaj🤭

  • @Antukakoty3677
    @Antukakoty3677 Рік тому +57

    বৰ ভাল খবৰ, বৰ্তমান সময়ত প্ৰাসংগিক থকা এটি গীত।আন্তৰিক অভিনন্দন জনালোঁ। এগৰাকী নিজৰ স্বকীয়তা থকা একক শিল্পী হিচাবে সদায় আগুৱাই যোৱা হিমাংশু‌।🙏💐❤️💚

  • @dipankarhazarika368
    @dipankarhazarika368 Рік тому

    কিছুমানক ভালকৈ ধুই দিছে এই গানটোৰ যোগেদি ।। বঢ়িয়া

  • @kushalkumar5715
    @kushalkumar5715 Рік тому +3

    ৰাইজৰ বাবে এয়া এক আশাৰ ৰেঙণি। হিমাংশুলৈ শুভেচ্ছা জনালো জনতাৰ কণ্ঠ আৰু জনতাৰ শিল্পী হোৱা আখৰাৰ সঠিক যাত্ৰাৰ বাবে 👍👍

  • @junbordoloi2300
    @junbordoloi2300 Рік тому

    মজা দিছা। এই গানটো সুনি ৰাজনৈতিক নেতা সকলে লাজত মৰি জাহ লাগে ।

  • @nayanjyotinath123
    @nayanjyotinath123 Рік тому

    মজা হিমাংশু দাদা ৷ চুৱা চেলেকা ভৰি চেলেকা হাৰামী কিছুমান সঁচাই সুবিধাবাদী ৷ এটা চাকৰিৰ বাবে ভৰি চেলেকে ৷

  • @mrityunjoypapon175
    @mrityunjoypapon175 Рік тому

    সুন্দৰ বান হিমু দা,ইফাল সিফাল ফুটি গৈছে কিছুমানৰ।

  • @riyajulalam2903
    @riyajulalam2903 Рік тому

    সুন্দৰ ককাইদেউ ❤️
    আপোনাৰ গানবোৰ মোৰ খুব প্ৰিয়❤️

  • @himuboraatoz2710
    @himuboraatoz2710 Рік тому +29

    বাস্তৱৰ পোছাক পৰিহিত গীতটিত সুন্দৰ কৈ প্ৰতিফলিত হৈছে সমাজৰ এচাম লোকৰ চৰিত্ৰ। আন্তৰিক অভিনন্দন ককাইদেউ। 🎉

  • @vijaykumardev1345
    @vijaykumardev1345 11 місяців тому

    অতি সুন্দৰ গীত ।বৰ্তমান সমাজখনৰ ছবিখন উদঙাই দিছে ৷

  • @AnuranGoswami
    @AnuranGoswami Рік тому +3

    বঢ়িয়া লাগিছে। সাহসৰ দাগ দিছো আপোনাক দাদা। ৰাইজৰ পথেই আপোনাৰ পথ। এনে শিল্পী আজিকালি বিৰল। বুলু ফিল্মৰ পিছত আৰু এখন বাস্তৱিক কিহিনীৰ আধাৰত বনোৱা চিনেমা চোৱাৰ হেপাহ আছে।

  • @grishmasarmah5650
    @grishmasarmah5650 Рік тому +6

    হিমাংশু দাদা আপুনি এইকাৰণেই প্ৰিয়।সদায় শক্তিশালী।ব্যতিক্ৰম।আনতকৈ সদায় পৃথক🥰

  • @jintudasofficial4364
    @jintudasofficial4364 Рік тому +25

    মজা হৈছে দাদা । কাৰোবাৰ গাত বেজী বিন্ধাৰ নিচিনা কৈ বিন্ধিছে ।
    অতি সুন্দৰ দাদা , আৰু এনেকুৱা গান অসমক বাসীক উপহাৰ দি যাওক । ❤❤❤❤❤

  • @hirakjyotimedhi6771
    @hirakjyotimedhi6771 Рік тому

    খুব সুন্দৰ। মজ্জা👌👌

  • @pulakmahanta4416
    @pulakmahanta4416 Рік тому

    Evergreen man. নিৰ্ভিক ব্যয়ক্তিত্ব

  • @MOMENTS-tm6sw
    @MOMENTS-tm6sw Рік тому

    Bindhise jorke karobar gale mukhe... Jui jui....

  • @porikshitbora3094
    @porikshitbora3094 Рік тому

    শেষৰ দৃশ্য টো একদম জুই 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥

  • @bhcreation89
    @bhcreation89 Рік тому +1

    Goo khaa

  • @rubulnath6545
    @rubulnath6545 Рік тому

    সেৱাহে হিমাংশু ককাইদেউ 🙏🙏🙏

  • @amiadevi6824
    @amiadevi6824 Рік тому

    সুন্দৰ ❤❤❤❤ ককাইদেউ

  • @bijoykakoti2116
    @bijoykakoti2116 Рік тому +21

    বহুত বহুত সুন্দৰ উপস্থাপন বৰ্তমানৰ অৱস্থা এইধৰণৰ গীত আৰু ভৱিষ্যতে পাম বুলি আশা ৰাখিলোঁ ❤️❤️❤️❤️❤️❤️

  • @emonsworld8059
    @emonsworld8059 Рік тому

    উফঃ টেলেণ্ট৷দাদা আপোনাৰ দৰে অভিনেতা এই সময়ত নাই৷ইমান সুন্দৰ

  • @Ajduflelem
    @Ajduflelem Рік тому +25

    গানটি শুনি যিকেইজনৰ মুখ মনলৈ আহিছে তেওঁলোকেই অসমৰ.....
    XUBIDHABADI!
    ২৪ৰ বাবে বেলচা সাজু কৰি আছোঁ ✊

  • @KennyDBFilms
    @KennyDBFilms Рік тому

    Tamammmm!!

  • @tabletclassbepolitical
    @tabletclassbepolitical Рік тому +2

    জুবিন গাৰ্গহঁতৰ দৰে পৰ্বতপ্ৰমাণ জনপ্ৰিয়তা অৰ্জা গায়কসকলে যেতিয়া জনতাৰ হৈ এষাৰ মাত মতাটো বাদেই বৰঞ্চ চৰম সুবিধাবাদী ৰূপ লৈছে, এনেকুৱা গানবোৰেই এতিয়া ৰাইজৰ বেছি ওচৰ চাপি যাব।

  • @bhaskarmahanta6933
    @bhaskarmahanta6933 5 місяців тому +1

    আমাৰ অসমত এতিয়াও কেইজনমান প্ৰকৃত শিল্পী আছে।বাকী অধম চোৰ নিলজ্জ সুবিধাবাদি বোৰৰ দৰে নহয়।

  • @nilavsarma765
    @nilavsarma765 Рік тому

    মজা।। বঢ়িয়া দিচা

  • @Rahul.001
    @Rahul.001 Рік тому +33

    Thank you himansu da for understanding the situation of our country. ❤ We need more people like you. Ek prokrito xilpi a he janatar markdorshak hoi

  • @technicosmart5040
    @technicosmart5040 Рік тому +1

    Moja kotipuri jabo kisuman r xuni geet tu

  • @Jawgan_editz
    @Jawgan_editz Рік тому

    সময়‌উপযোগী গীত। আবেগিক ককাইৰ লগত মিল আছে পিছে 😮

  • @bindassboy9993
    @bindassboy9993 Рік тому +1

    Mujjjang

  • @gunajitbarman9470
    @gunajitbarman9470 Рік тому

    বহুত ভাল হৈছে , এনেকুৱা আৰু লাগে ,

  • @bikashsarma1853
    @bikashsarma1853 Рік тому +9

    বঢ়িয়া দাদা 👍 বৰ্তমান সময়ত ৰাজ্য কি দেশ কি চাৰিওফালে কেৱল এটাই হৈছে । " সুবিধাবাদ "
    সুন্দৰ বুজাইছে 🙏🙏 ।

  • @dxnoobgaming1121
    @dxnoobgaming1121 Рік тому

    Great bro........xailakh himu sakuni mama r lgt soto gune mile.........fali diya...ami asu.....

  • @biswajitkalita4830
    @biswajitkalita4830 Рік тому

    ভাল লাগিল, সুন্দৰ উপস্থাপন.......

  • @bhcreation89
    @bhcreation89 Рік тому +1

    Aap jaisa koi nehi.....

  • @bhcreation89
    @bhcreation89 Рік тому +1

    Kiba khaise neki, nice song,10 m views

  • @bhcreation89
    @bhcreation89 Рік тому +1

    Aaj Mausam beimaan hain Bora.....

  • @ajoydeka3063
    @ajoydeka3063 Рік тому +12

    বেলচাক বিত কৰিব নোৱাৰে দেই ...... Unbeatable 💐💐💐💐

  • @nabajyotiproduction6876
    @nabajyotiproduction6876 Рік тому +28

    সময়োপযোগী গীত
    শক্তিশালী কন্ঠ❤
    ভাল লাগিল ককাই💚

  • @chinmoysankarbora3490
    @chinmoysankarbora3490 Рік тому

    দাদা বহুত ধুনীয়া। ২৪ ৰ আগত আৰু দুটা মান গান লাগে

  • @prafullabailung3423
    @prafullabailung3423 Рік тому

    বঢ়িয়া গান,নিলাজ শিয়ালৰ বাবে!

  • @pabanbarman2242
    @pabanbarman2242 Рік тому +10

    একেবাৰে সময়োপযোগী গীত দাদা। শাসক-বিৰোধী শ্ৰেণীৰ কুটিল অভিসন্ধি, প্ৰচলিত সমাজ ব্যৱস্থাৰ কলুষতাপূৰ্ণ ৰূপ গীতটোয়ে ভালকৈ দেখুৱাইছে। অভিনন্দন জ্ঞাপন কৰিলোঁ গোটেই দলটোক।

  • @princemedhi1346
    @princemedhi1346 Рік тому

    সুন্দৰ দাদা❤️

  • @adityameatshop5848
    @adityameatshop5848 Рік тому

    সুন্দৰ ককাইদেউ

  • @atomymonujvlog8490
    @atomymonujvlog8490 Рік тому

    অতি সুন্দৰ। সময় উপযোগী

  • @u.k.d5148
    @u.k.d5148 Рік тому

    সুন্দৰম
    অনুপম ❤

  • @milantadutta7174
    @milantadutta7174 Рік тому

    সুন্দৰ👌👌👌👌👌👌

  • @gunjanborah380
    @gunjanborah380 Рік тому

    Jintu Borpujari daa dance moja 👌
    Himuda, aru olp gaat lagake lgsil.. short hl

  • @db7366
    @db7366 Рік тому

    ২০১৪ ত সকলো সুবিধাবাদী হৈছিল। ২০২৪ ত আকৌ হ'ব। এয়াই মানুহৰ অভ্যাস।

  • @BittuMjMusic
    @BittuMjMusic Рік тому

    Bhut besi val lagil Himangshu da. Anekwua gan or bhut important ase amar Assam ot. Karn bhut hubidhabadi manuhr utpat bahrise.🤣

  • @assamesehelper123
    @assamesehelper123 Рік тому

    Moja dise Dada...

  • @karankonwar2762
    @karankonwar2762 Рік тому

    নিজৰ শৰীৰটোৰ বাহিৰে কাকো বিশ্বাস নকৰোঁ কাৰণ লংকা পালে সকলো ৰাৱণ হৈ পৰে। মোৰ এনে লাগে যেন এইজনেও এনেকৈয়ে ৰাইজৰ মৰমবোৰ লৈ লংকা পাব পাৰে । উদাহৰণ স্বৰূপে যেতিয়া নতুনকৈ কিবা এটা খোৱা বস্তু আমি বজাৰত পাওঁ তেতিয়া খুব সুস্বাদু লগতে কম মূল্যত পোৱা যায় পাছত লাহে লাহে সেইবস্তুটো মূল্যবোৰ অলপ বৃদ্ধি হৈ পৰে লগতে সুস্বাদু কমিব ধৰে। গতিকে ৰাইজ নিজৰ ঘৰতে কিবা ভালকৈ বনাই খাব লগতে সুস্বাদু পাব। মনৰ কথাবোৰ প্ৰকাশ কৰিলোঁ ধন্যবাদ।

  • @chandanapathak7201
    @chandanapathak7201 Рік тому +2

    তোমাৰ এই প্ৰচেষ্টা অব্যাহত থাকক, হিমাংশু ! শুভকামনা সদায়ে থাকিব ৷ এইবেলি ভিডিঅ’ৰ কামখিনি বহুত বেছি ভাল লাগিল ৷

  • @Nagaonrpallabbora
    @Nagaonrpallabbora Рік тому

    🔥🔥🔥 ককাইদেউ

  • @debajitdas12
    @debajitdas12 Рік тому

    দাদ মজা❤❤❤❤❤ আপোনাক ধন্যবাদ||

  • @Knowledge-wz1xd
    @Knowledge-wz1xd Рік тому

    Val timet apuni gan tu Upload dise... Dhuniakoi mili goise.. 🙏🙏🙏🙏

  • @শইকীয়াদাদৰং

    জুই 🙏🙏🙏🙏

  • @dklofi819
    @dklofi819 Рік тому

    Hundor Dada Akdm Dhui Dise Aru ❤

  • @jeherulislam6666
    @jeherulislam6666 Рік тому

    Nice song broo. Moi apunar hokolu video saw. Moi apunar big fan broo

  • @deepborah4211
    @deepborah4211 Рік тому +2

    এজন প্ৰকৃত গণ শিল্পী 🙏।

  • @ShauravVlogs
    @ShauravVlogs Рік тому +1

    Mza Dada😊

  • @jyotsnaboruah9123
    @jyotsnaboruah9123 Рік тому +4

    আপোনি স্বাধীন শিল্পী, সেয়ে অনন্য ❤

  • @paribarman6780
    @paribarman6780 Рік тому

    Sosakoi dhunia ❤

  • @IArtStudi007
    @IArtStudi007 Рік тому

    Himanshu da aponi olp manuh to blg kiba ❤🔥🔥🔥🔥🔥🔥

  • @aniruddhadas6112
    @aniruddhadas6112 Рік тому

    Moja dada.... Ru lage

  • @bhcreation89
    @bhcreation89 Рік тому +1

    Mayabini ratir bukut

  • @nitumedhi7748
    @nitumedhi7748 Рік тому +1

    ❤ এই সাহস কৰিব পৰা টো ডাঙৰ কথা , মাত্ৰ সাৱধান হব ।

  • @অনুভৱ-য২ল
    @অনুভৱ-য২ল Рік тому

    😊 dhuniya dada

  • @bhcreation89
    @bhcreation89 Рік тому +1

    Dhuli uruwai xomoyor dhuli

  • @hemanta78
    @hemanta78 Рік тому +1

    ৰাইজৰ মনৰ কথাবোৰ গানেৰে প্ৰকাশ

  • @bikidihingia4396
    @bikidihingia4396 Рік тому

    বঢ়িয়া।

  • @RAAJNEETI2023
    @RAAJNEETI2023 Рік тому

    দাদা বঢ়িয়া দাদা, মজ্জা দাদা.. আমি আছোঁ দাদা 😂😂😂।

  • @pranjitborah8752
    @pranjitborah8752 Рік тому

    jegat porise. mozza dada

  • @jahnabikakati581
    @jahnabikakati581 Рік тому +3

    বঢ়িয়া হৈছে দাদা।আপোনাৰ গীতবোৰ সময়পোযোগী👌🏻🙏🏻

  • @monjai559
    @monjai559 Рік тому

    আপোনাৰ হিংসা টো ফুটি উঠিছে

  • @pranjalbaishya5444
    @pranjalbaishya5444 Рік тому

    Moja❤

  • @mridupavangohain4078
    @mridupavangohain4078 Рік тому

    হিমাংশুদা just love it
    শেষ চিনে কাঢ়ি নিলে সকলো ❤❤❤

  • @bhcreation89
    @bhcreation89 Рік тому +2

    Nirbhik,nirakaar,obinoshwor,hatimuria,xrestho obhineta r medal goes to mr.voice of India,xukhot thaakok,xukhi thaakok,dukh nokoribo,we want more,love you bhaijaan,u r the superman,the trend,the style,the xojagota xobha, love you bhaijaan

  • @nayansharma7669
    @nayansharma7669 Рік тому

    Bht vl hoise song to 👍

  • @raineedutta8845
    @raineedutta8845 Рік тому

    Borhiya...🎉🎉

  • @dollyranitalukdar5736
    @dollyranitalukdar5736 Рік тому

    বঢ়িয়া লাগিল জিন্টু

  • @koustubh8117
    @koustubh8117 Рік тому

    কিছুমানৰ গাত লাগিলে আমাৰ দোষ নাই। ভাল লাগিল গানটো।

  • @MOMENTS-tm6sw
    @MOMENTS-tm6sw Рік тому

    অসমৰ নচিকেতা।।।।

  • @bicitrasaikia6898
    @bicitrasaikia6898 Рік тому

    মজা , ফালি দিছে কিন্তু দেই ।🔥🔥

  • @kphukan3245
    @kphukan3245 Рік тому

    Mojja Himanshu daa..

  • @nihirboro588
    @nihirboro588 Рік тому

    Heavy Sir moja 🎉

  • @prabalpatar7400
    @prabalpatar7400 Рік тому

    আলু
    পানী
    তুলনা মানিছো দেই ।
    চেলুট হিমু দা ।

  • @bhargabnayanhazarika1212
    @bhargabnayanhazarika1212 Рік тому

    Aishh juii 🔥❤

  • @bhcreation89
    @bhcreation89 Рік тому +1

    Borhiya boineksuda

  • @jyotirmoybhattacharyya1103
    @jyotirmoybhattacharyya1103 Рік тому

    Mjaa lagil dada ❤

  • @rjproductionassam3047
    @rjproductionassam3047 Рік тому

    বিৰাট ভাল লাগিল👍

  • @parthaborah4745
    @parthaborah4745 Рік тому

    মজা হিমাংশু দা 🎉🎉

  • @arundas928
    @arundas928 Рік тому

    mjh mjh HimuDa

  • @C.Barman7
    @C.Barman7 Рік тому

    দাদা, হিলাই দিছে সকলোকে ।