Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
বহুত বহুত ভাল লাগিল। কাৰ্বি আংলং ৰ পৰা অভিনন্দন জনাইছোঁ।
সচাকে কৈছো মোৰ আজি ৰাতিপুৱাৰ পৰা মনতো খুব বেয়া লাগি আছিল, দুপৰীয়া ভাত কেইটামান খাই অলপ মোবাইল তোকে চাম বুলি দাটা অন কৰিলোহে মাত্র, পালো ভিদিওতো, সচা কৈছু , অকলে ২ বহুত হাহিলো, কাৰোবাৰ দুখৰ সময়তো যে আপোনালোকে এনেকৈ হাহি বিৰিঙাব পাৰে, ধৈন মানিছো, ভগবানে আৰু শক্তি দিয়ক, আগলৈ আৰু এনেকুৱা কাম কৰি যাওক, তাকে কামনা কৰিলো, জয় আই অসম,
ধুনিয়া হৈছে। সচাকে তেনেকুৱা মানুহ আচে😂😂চোৱালিৰ কথা কলে পৃথিবী লুতিয়াই দিব। বহুত ভাল লাগিল।
Bedyst. Cedmedy. ThankYou. Aktor.
বহুত ভাল ভিডিঅ ।এনে কৰিব নালাগে ন ।❤❤❤
Mojja
Hahibo Mon goise Jodi saok... Emn dhuniya ovinoy
বুঢ়া তোক থগিছে
চেপাৰ অভিনয় 👌👌👌
সুন্দৰ অভিনয়।
সুন্দৰ 👌👌
ধুনীয়া লাগিছে
A moza lagisa day
সহজ সৰল মানুহক এচাম ধুৰনধৰে ঠাট্টা ইতিকিঙ কৰা মেছেজ এটা সমাজলৈ গ'ল
ভেন্দিৰ জোৰা খোধা জনক অভিনয়ত লব
😂😂😂😂😂
ভাল লাগিছে
starting😂 ending😭
ভাই ককাই হত সুন্দৰ অভিনয় কৰা হৈছে। কিন্তু বিশেষ ভাবে সক্ষম; দুখীয়া -দৰীদ্ৰ সহায়ক হোৱাকৈ ভিডিঅ'বোৰ বনালে নিশ্চয় সামাজৰ উপকাৰ হ'ব। লগতে বৰ্তমান অসমৰ ৰাজনৈতিক ইতিহাসৰ 🎉সৈতে সামানয্যশ্চ ৰাখি যদি ভিডিঅবোৰ বনায় নিশ্চয় আপোনাসবৰ গুন গান অসমৰ চৌপাসে বিয়পিব।মোৰ লিখনীত যদি একমত নহয় বেয়া নেপায় যেন ।
নৰেন শৰ্মাৰ অভিনয় কিন্তু মানিবলগীয়া। হেজাৰ দুখৰ মাজতো নৰেন শৰ্মাৰ ভিডিঅ' চালে গম নোপোৱাকৈ হাঁহি ওলাবই। বিয়াৰ দৰাযাত্ৰীও কিন্তু চাবলগীয়া হৈছে। বহুত হাঁহিলো।
Acting kintu mansu mjaaa
Sundor
সুন্দৰ অভিনয়
Good
Moja moja
Dada aagor dinar purana din bilakak loe aeta video bonaba lage....val lagiba sae
Excellent 👍👍👍
Thanks a lot
Valei hoise
Dhunia hoise
Best assamese actor....Sarma da can play any role
Moza🎉❤
মজা লাগিল
Funny 🤣
😂😂❤
Brstcomrfy 16:05
Km ny nke beykar s
Aikhon Eko natak nahole.
Fotua video.
No it's not
বহুত ভাল লাগিল
বহুত বহুত ভাল লাগিল। কাৰ্বি আংলং ৰ পৰা অভিনন্দন জনাইছোঁ।
সচাকে কৈছো মোৰ আজি ৰাতিপুৱাৰ পৰা মনতো খুব বেয়া লাগি আছিল, দুপৰীয়া ভাত কেইটামান খাই অলপ মোবাইল তোকে চাম বুলি দাটা অন কৰিলোহে মাত্র, পালো ভিদিওতো, সচা কৈছু , অকলে ২ বহুত হাহিলো, কাৰোবাৰ দুখৰ সময়তো যে আপোনালোকে এনেকৈ হাহি বিৰিঙাব পাৰে, ধৈন মানিছো, ভগবানে আৰু শক্তি দিয়ক, আগলৈ আৰু এনেকুৱা কাম কৰি যাওক, তাকে কামনা কৰিলো, জয় আই অসম,
ধুনিয়া হৈছে। সচাকে তেনেকুৱা মানুহ আচে😂😂চোৱালিৰ কথা কলে পৃথিবী লুতিয়াই দিব। বহুত ভাল লাগিল।
Bedyst. Cedmedy. Thank
You. Aktor.
বহুত ভাল ভিডিঅ ।এনে কৰিব নালাগে ন ।❤❤❤
Mojja
Hahibo Mon goise Jodi saok... Emn dhuniya ovinoy
বুঢ়া তোক থগিছে
চেপাৰ অভিনয় 👌👌👌
সুন্দৰ অভিনয়।
সুন্দৰ 👌👌
ধুনীয়া লাগিছে
A moza lagisa day
সহজ সৰল মানুহক এচাম ধুৰনধৰে ঠাট্টা ইতিকিঙ কৰা মেছেজ এটা সমাজলৈ গ'ল
ভেন্দিৰ জোৰা খোধা জনক অভিনয়ত লব
😂😂😂😂😂
ভাল লাগিছে
starting😂 ending😭
ভাই ককাই হত সুন্দৰ অভিনয় কৰা হৈছে। কিন্তু বিশেষ ভাবে সক্ষম; দুখীয়া -দৰীদ্ৰ সহায়ক হোৱাকৈ ভিডিঅ'বোৰ বনালে নিশ্চয় সামাজৰ উপকাৰ হ'ব।
লগতে বৰ্তমান অসমৰ ৰাজনৈতিক ইতিহাসৰ 🎉সৈতে সামানয্যশ্চ ৰাখি যদি ভিডিঅবোৰ বনায় নিশ্চয় আপোনাসবৰ গুন গান অসমৰ চৌপাসে বিয়পিব।মোৰ লিখনীত যদি একমত নহয় বেয়া নেপায় যেন ।