এটা ৫ বছৰীয়া হাতীয়ে সকলোকে আচৰিত কৰিলে তুলিলে - Happy independence day 2023

Поділитися
Вставка
  • Опубліковано 7 лют 2025
  • #jibonorrong #happyindependenceday

КОМЕНТАРІ • 879

  • @rinadutta7598
    @rinadutta7598 Рік тому +14

    বঢ়িয়া।শিকাৰুজন দীঘায়ু হওক ক
    🙏🙏

  • @likhondas762
    @likhondas762 Рік тому +3

    অতি সুন্দৰ প্ৰদৰ্শন। লম্বো ক ভগৱানে ভালে ৰাখক

  • @bishnubordoloi736
    @bishnubordoloi736 Рік тому +41

    লম্বো তোমাৰ চৰণ চুই আঁতৰৰ পৰাই সেৱা কৰিছো। লগতে প্ৰশিক্ষণ দিয়া গুৰুক প্ৰনাম জনাইছো। গুৰু আৰু লম্বো কুশলে থাকক ।

  • @surensarmah541
    @surensarmah541 Рік тому +54

    তোমাক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজিৰ এই পবিত্ৰ দিনটোত আমাক এনে এটা ভিডিঅ' দেখুওৱাৰ বাবে লগতে লম্বো তেওঁৰ গুৰু আৰু গৰাকী জনলৈকো শুভেচ্ছা জনালোঁ, গোলাঘাটৰ পৰা।

  • @jayantarajkonwar9425
    @jayantarajkonwar9425 Рік тому

    সচাই অপূৰ্ব দৃশ্য দেখিলো।মনপ্ৰাণ আনন্দ লাগি গল।

  • @pravachutia931
    @pravachutia931 Рік тому +24

    মানুহ হতকৈ জীৱ - জন্তু বেছি জ্ঞানী ।ইমান মৰম লাগিছে কব নোৱাৰা হৈ গৈছো ।ধন্যবাদ

  • @bhupendas9350
    @bhupendas9350 Рік тому +42

    আমাৰ মন্ত্ৰী সকলোকো এনে প্ৰশিক্ষণৰ প্ৰ‌‌য়োজন হৈছে যেন অনুভৱ কৰিছো।

  • @bolinhazarika8810
    @bolinhazarika8810 Рік тому +34

    লম্বু এক ব্যতিক্ৰমী আদৰ্শৰ । লম্বুলৈ বহুত ধন্যবাদ । তেওঁ দীৰ্ঘজীৱী হওঁক।

  • @momiborahneog2958
    @momiborahneog2958 Рік тому +10

    লম্বুক এবাৰ ওচৰৰ পৰা চাবলৈ মন গৈছে,ইমান মৰম লগা জ্ঞানী, সদাই ভালে থাকক সি ,❤❤❤❤❤

  • @paddakantaBorah-nd5vb
    @paddakantaBorah-nd5vb Рік тому +3

    লম্বু তোমাক নমস্কাৰ।প্ৰকাণ্ড এটা হাতীয়ে যেতিয়া জ্ঞান লব পাৰে মানুহ ৰূপী জীৱটোৱে কিয় পশুৰ দৰে কাম কৰে।প্ৰশিক্ষক সকললৈ ধন্যবাদ জনাইছো।ইয়াৰ দ্বাৰা মানুহক জ্ঞান দিয়ক

  • @anannyachutia592
    @anannyachutia592 Рік тому +13

    লম্বোলৈ বহুত বহুত মৰম আৰু কোটি কোটি প্রণাম ।🙏🙏🙏

  • @neetineog6403
    @neetineog6403 Рік тому +4

    জয় গনেশ বাবা বৰ ধুনীয়া প্ৰশিক্ষণ দিছে আপোনাক ভগৱানে ভালে ৰাখক

  • @phulenchoudhuryoudhury7797
    @phulenchoudhuryoudhury7797 Рік тому +1

    বহুত ভাল লাগিল.... গণেশ বাবাক ইমান সুন্দৰকৈ প্ৰশিক্ষন দিয়া ব্যক্তিজনক ধন্যবাদ জনালো.... বাবা বহুদিন জীয়াই থাকক...

  • @NortheastExplorerRH
    @NortheastExplorerRH Рік тому +3

    বহুত ভাল লাগিছে , হাতী পোৱালীটোৱে যাতে খোৱাত কষ্ট নাপায় , যত্ন ল'ব ।❤❤❤❤

  • @dipadevisarmah9572
    @dipadevisarmah9572 Рік тому +2

    লম্বোলৈ বহুত বহুত ধন্যবাফ থাকিল দিৰ্ঘ্যজীৱী হওক

  • @himashrikalita5775
    @himashrikalita5775 Рік тому +40

    গণপতি বাবা লম্বু 🙏🙏🙏🙏ইমান জ্ঞান তেওৰ🙏সদায় ভালে-কুশলে থাকক বাবা লম্বু🙏❤️🙏লগতে প্ৰশিক্ষক জনক বহুত বহুত ধন্যবাদ ইমান ধুনীয়াকৈ প্ৰশিক্ষণ দিয়াৰ বাবে🙏🙏🙏 ভাল লাগিল ভিডিঅ চাই ধন্যবাদ।

  • @PoragHazarika-o5h
    @PoragHazarika-o5h 4 дні тому

    শিক্ষা গুৰু জনলৈ বহুত শুভেচ্ছা থাকিল, লগতে হাতী বাবাৰ কূশল কামনা কৰিলো ভগৱানে তেওঁক সকলো ফালৰপৰা সহায় কৰক, কৃষ্ণ,

  • @gajendraborah5813
    @gajendraborah5813 Рік тому +8

    কৃষ্ণ। অতি সুন্দৰ। লম্বুলৈ বুকু ভৰা মৰম সেৱা জনালো।লম্বুৰ সুস্বাস্থ্যৰ লগতে দীঘায়ু কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিলো। প্ৰশিক্ষক আৰু গৰাকীক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো। লগতে ইউটিউবাৰ জনালৈ। লম্বুক বহুত মৰমৰে ৰাখিব দেই। কষ্ট নিদিব। 🙏🙏🙏🙏

  • @bibhabora-sx2bu
    @bibhabora-sx2bu Рік тому +36

    হাতীটোৰ শলাগ নলৈ নোৱাৰি । শিক্ষা দি পৈণত কৰা ব্যক্তি কেইজনলৈ ধন্যবাদ থাকিল ।

  • @bisheswargogoi1991
    @bisheswargogoi1991 Рік тому +29

    অতি সুন্দৰ ।লম্বোৰ দীৰ্ঘায়ু কামনা কৰিছো ।

  • @labanyadevi57
    @labanyadevi57 Рік тому +1

    সুন্দৰ পশিক্ষণ। ভাল লাগিল চাই

  • @chetia847
    @chetia847 Рік тому +8

    ভাল লাগিল চাই মৰম যাচিলো লম্বুলৈ । ❤❤❤

  • @Moina698
    @Moina698 Рік тому +17

    মৰম লগা হাতী ❤🙏

  • @luhitmili3814
    @luhitmili3814 Рік тому +1

    বহু মৰম লগা হাতী ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @purobibordoloi7462
    @purobibordoloi7462 4 дні тому

    শিক্ষকজনক বহুবহু ধন্যবাদ যাচিলো।

  • @jahirul2071
    @jahirul2071 Рік тому +2

    সুন্দৰ। আলী আৰু লম্বু দুয়োৰে দিৰ্ঘায়ো কামনা কৰিলো। এইখন অসমত ১২,১৩ ভাষা, লগতে পূজা আৰু ছালাম দুয়োটাৰে শিক্ষা দিয়াৰ বাবে ধন্যবাদ। জয় আই অসম।

  • @dilipkumarbharali2843
    @dilipkumarbharali2843 Рік тому

    শিক্ষক শিকাৰো আৰু অভিভাৱকক মোৰ সশ্ৰদ্ধ প্ৰণিপাত ।যিজনৰ দ্বাৰা এইখিনি দেখিবলৈ পালো তেখেতকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো ।

  • @janakikalita
    @janakikalita Рік тому

    বৰ ভাল লাগিল গোসাই আপোনাক মই সেৱা মৰম জনালো আশীৰ্বাদ কৰিছো কুশলে থাকা মালিকক ধন্যবাদ জনালো আৰু আগবঢ়ায় লৈ যাওক ধন্যবাদ

  • @Nijara
    @Nijara Рік тому +24

    এইয়াই আমাৰ জীৱনৰ ৰং বৰ ভাল লাগিল,ভাৰত মাতা কি জয়

  • @PhunuNathBora-uz9vj
    @PhunuNathBora-uz9vj 5 місяців тому

    জয় গণেশ বাবা।সচাই আচৰিত ইমান সুন্দৰ শিক্ষা, বহুত বেছি ধন্যবাদ।

  • @harmohankalita2903
    @harmohankalita2903 Рік тому +1

    বৰ সুন্দৰ প্ৰশিক্ষণ

  • @jyotsnaborah9665
    @jyotsnaborah9665 Рік тому +7

    মানুহ হতকৈ জীৱ জন্ত বেছি জ্ঞানী হৈ গৈছে গনেশ জী আপোনাক কুতি কুতি প্রনাম🙏🙏🙏

  • @milidas7438
    @milidas7438 Рік тому +4

    বহুত বহুত ধন্যবাদ জনালোঁ

  • @abdussattar6766
    @abdussattar6766 Рік тому +4

    Very good teaching........ Lombu is very nice.

  • @minotichetia9972
    @minotichetia9972 Рік тому +1

    বহুত মৰম লগা অ লম্বু টো। চৰণলৈ সেৱা জনাইছোঁ 🙏❤

  • @thedineshff3620
    @thedineshff3620 Рік тому

    বহুত বহুত ভাল লাগিল, আপোনালোকলৈ ধন্যবাদ ❤❤❤❤❤

  • @informativevideos2798
    @informativevideos2798 Рік тому

    বহুত ভাল লাগিলে, লম্বো সদাই ভালে থাকক

  • @namanjaliborah4622
    @namanjaliborah4622 Рік тому +1

    Lombu loi morom bahut❤... প্ৰশিক্ষক জনক বহুত ধন্যবাদ 🙏

  • @nayangogoi4946
    @nayangogoi4946 Рік тому +1

    খুব সুন্দৰ লাগিল চাই। সঁচাই lombur দীৰ্ঘায়ু ,লগতে প্ৰশিক্ষক গৰাকীৰো কামনা কৰিলোঁ।।
    কিন্তু মনটোৱে মানি লব পৰা নাই যেন কৰবাত এই নিৰীহ জন্তুতোৰ স্বাধীনতা লাঘৱ হোৱা নাইতো??

  • @sabitahazarika1839
    @sabitahazarika1839 Рік тому +1

    লম্বু আৰু গৰাকী সকলকো দীর্ঘায়ু কামনা কৰিলো ভগৱানে ভালে ৰাখক

  • @marinavlog4708
    @marinavlog4708 Рік тому +1

    বহুত ভাল লাগিছে দেই

  • @amitavnarzary3791
    @amitavnarzary3791 3 місяці тому +1

    From ... Amitav Narzary. Very good experience my dear Hati Gonesai nomoh. How sweetful expression to human my dear soul Hati...From Bodoland. Than you braliant Hati.

  • @manikhandique7380
    @manikhandique7380 Рік тому +7

    Great ring Master & Lombu,God bless you

  • @gobinsaikia3730
    @gobinsaikia3730 Рік тому +1

    প্ৰশিক্ষণ দিয়া প্ৰশিক্ষক জনক কিন্ত মানিব লাগিব।সুন্দৰ ভিডিঅ।

  • @AnjaliDevi-l3l
    @AnjaliDevi-l3l 5 місяців тому +6

    গণপতি বাবা ধন্যবাদ

  • @linupomaboro3834
    @linupomaboro3834 Рік тому +5

    বহুত মৰম লগা হাতী❤❤❤❤

  • @bharotidas8955
    @bharotidas8955 Рік тому

    Otti Sundor.Dhoinobad Lombu

  • @sarataxom1651
    @sarataxom1651 Рік тому +1

    বাহ কি প্ৰশিক্ষিত হাতী হাতীৰ শিক্ষক জনক ধন্যবাদ জনালো

  • @karabibharali1344
    @karabibharali1344 Рік тому +5

    বৰ মৰম লগা বাবা ❤❤❤

  • @hemchandrabaruah5596
    @hemchandrabaruah5596 Рік тому

    সুন্দৰ দৃশ্যই সচাকৈ আপ্লুত কৰিলে আমাক গুৰু আৰু গৰাকি ইউ তিউবাৰ সকলোকে অশেষ ধন্যবাদ জনালো আগলৈও এনেকুৱা ভিডিঅ চাবলে আশা ৰাখিলো ।

  • @sabitasaikianeog7005
    @sabitasaikianeog7005 Рік тому

    বহুত ভাল লাগিল । লম্বো লৈ মৰম জনালো

  • @hazowarykishore8515
    @hazowarykishore8515 Рік тому +2

    Jai ganesh baba

  • @SanjibPhukan-ui3xt
    @SanjibPhukan-ui3xt Рік тому

    সুন্দৰ প্ৰশিক্ষণ , লম্বোৰ দীৰ্ঘায়ু কামনা কৰিলো ।ওঁম গণেশায়েই নমো-নমঃ

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc Рік тому

    ভাল লাগিল,লম্বুক সদায় ভগৱানে কুশলে ৰাখক 🙏🙏🙏

  • @DiplaliBoruah
    @DiplaliBoruah 5 місяців тому +1

    লম্বোৰ প্ৰশিক্ষক জনকো বহুত ধন্যবাদ।❤❤

  • @anamikarabha8737
    @anamikarabha8737 Рік тому +1

    Hapy indepandance day ❤🇮🇳
    Bohut gyan ase ae hathi tur

  • @Gopal-t3j3n
    @Gopal-t3j3n 2 місяці тому +1

    Jay ganpati bappa

  • @ranjitduttaey3967
    @ranjitduttaey3967 Рік тому +8

    প্ৰশিক্ষক জনক বহুত বহু ত প্ৰ ণা ম জাছিলো। ধন্যবাদ

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml Рік тому +22

    বহুত ভাল প্রদর্শন।ধন্যবাদ!!

  • @binilbasumatary6867
    @binilbasumatary6867 Рік тому +8

    Wonderful!

  • @swapnanalbaria-eo2zm
    @swapnanalbaria-eo2zm Рік тому +1

    Bohut Val lagil sai❤❤❤

  • @rewatideka7020
    @rewatideka7020 Рік тому

    খুব ধুনীয়া লাগিছে 🙏🙏🙏🙏

  • @MayashreeSwargiary-db4pk
    @MayashreeSwargiary-db4pk Рік тому

    So cute lombu...❤❤❤🥰🥰🥰🥰🥰 love you... Bohut bhal lagil

  • @SikhamoniAmchi-j3m
    @SikhamoniAmchi-j3m Рік тому +1

    Bht vl lgi

  • @bijoyabruah1721
    @bijoyabruah1721 Рік тому

    বহুত ভাল লাগিল হাতীটোৰ কামখিনি দেখি ।মাজে মাজে দেখাই থাকিব বুলি আশা কৰিলো ।

  • @putukhanikar3740
    @putukhanikar3740 Рік тому +3

    লম্বু প্ৰতিভা কিন্তু সচাকৈয়ে হ্নদয়েৰে চুই গ'ল ।❤❤❤❤❤❤

  • @purobiboithoque3899
    @purobiboithoque3899 Рік тому

    গণপতি বাবা মৰিয়া বহুত ভাল লাগিল দেই 🙏🙏

  • @mukutbaruah2354
    @mukutbaruah2354 Рік тому +9

    Bhut vl lagil.moja

  • @kristichutia6411
    @kristichutia6411 Рік тому

    Bohut val lagil. NAMASKAR LAMBU.

  • @JijibaiTalukdar-yw4ds
    @JijibaiTalukdar-yw4ds Рік тому

    বহুত ভাল লাগিল ধন্যবাদ

  • @RobisonPegu
    @RobisonPegu 5 місяців тому

    Thank you Lombu and trainer. God bless you.

  • @animadevi7925
    @animadevi7925 Рік тому

    বহুত ভাল লাগিল দেখি লম্বো সদায় ভালে থাকা

  • @banjitaray9377
    @banjitaray9377 Рік тому

    So cute গণপতি বাবা ,bht vl lagil say

  • @satyendragoswami9407
    @satyendragoswami9407 Рік тому +2

    Very nice, salute to Trainer

  • @rajkumarlagachu2026
    @rajkumarlagachu2026 Рік тому +12

    লম্বু বাবাক কষ্ট দিয়াৰ বাবে আমাৰো মন বেয়া লাগি যায় ।

  • @mahanandagoyari8946
    @mahanandagoyari8946 Рік тому

    Bohut Val lagil Thanks a lot

  • @abadullah3503
    @abadullah3503 Рік тому +1

    YOU ARE GREAT TEACHER LONG LIVE GOD BLESS YOU

  • @jemsonterang7118
    @jemsonterang7118 Рік тому +1

    Jai Ganesh baba! Jai gajarash Prabhu! God bless you

    • @jemsonterang7118
      @jemsonterang7118 Рік тому +1

      I am Jemson, l am very happy today because elephant showed outstanding parformance❤❤❤❤

  • @deijichangmai6691
    @deijichangmai6691 Рік тому +5

    অতি সুন্দৰ ❤❤❤❤❤❤

  • @lalithazarika0110
    @lalithazarika0110 Рік тому

    Oh Nice.great.Congratulations

  • @mitaliborabora9783
    @mitaliborabora9783 Рік тому

    বহুত ধুনীয়া লাগিল

  • @dulumanikalita843
    @dulumanikalita843 Рік тому

    Bahut val lagile.অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ । আগবাঢ়ি যাওক

  • @priyankigayan2941
    @priyankigayan2941 Рік тому +2

    লম্বো! 😘এনেকৈ তুমি তোমাৰ ভংগিমাৰে সকলোকে আনন্দৰ শুৰাগ জগাই যোৱা ❤🙏🏻🤗

  • @palashgogoi9722
    @palashgogoi9722 Рік тому +3

    লম্বোলৈ ❤বহুত মৰম🎉

  • @dnen6009
    @dnen6009 Рік тому

    Amazing cute my dear Elephant cub.

  • @nirumonichutia8169
    @nirumonichutia8169 Рік тому

    Bhutei val lagil dada 2 jonok ,,,hati puwalitu ja imn mrmt rakhixe ,,

  • @pankajsaikia2572
    @pankajsaikia2572 Рік тому

    সুন্দৰ সুন্দৰ

  • @monudekari2919
    @monudekari2919 Рік тому +1

    মানুহতকৈ পশুৱেই উত্তম ৷ তেওঁলোকৰ ওচৰত মানুহ অধম ৷ শিক্ষা পালে পশুৱে ভাল কামকে কৰে কিন্তু শিক্ষা ল’লে মানুহে বেয়া কাম কৰিয়েই সমাজ জীৱন কলুষিত কৰে ৷ আজিৰ আমাৰ সমাজ জীৱনত যিমানবোৰ অঘটন ঘটিছে সকলোবোৰ শিক্ষা-দীক্ষা পোৱা মানুহৰ কাৰণেই ঘটিছে ৷ অশিক্ষিত আৰু নিৰক্ষৰজনে ঘটোৱা নাই ৷ ভিডিঅ’টিৰ পাঁচবছৰীয়া হাতীটোৰ পৰা আমি তাকেই অনুভৱ কৰিলোঁ ৷৷

  • @ronokantopegu3715
    @ronokantopegu3715 Рік тому +1

    Niche video ❤

  • @Misssikfan
    @Misssikfan Рік тому

    Waooo bohut bhal lagil deii..Jai Gajaraj ji🙏🏻🙏🏻🙏🏻

  • @Jaganathpegu-vb9xj
    @Jaganathpegu-vb9xj Рік тому +23

    গণপতি 🙏🙏🙏

  • @keshopporja7587
    @keshopporja7587 Рік тому +1

    Jai gonesh baba,

  • @joysingkro410
    @joysingkro410 Рік тому

    Bohut bohut val lagise 🙏🙏Ganesh baba ki jai 🌺🌺🌺

  • @jayantarajkonwar9425
    @jayantarajkonwar9425 Рік тому +2

    জয় গণেশ বাবা জয়।

  • @mrassamesecreator
    @mrassamesecreator Рік тому +2

    জয় আই অসম 🙏মজা

  • @santoshroy2810
    @santoshroy2810 Рік тому +1

    A lot of thanks to the coach, keep it up a good time will come in future.

  • @ringkugogoi1927
    @ringkugogoi1927 Рік тому

    সচায় বহুত ধুনীয়া লাগিছে

  • @mintutalukdar9619
    @mintutalukdar9619 Рік тому

    Bohut. Val. Lagil. Vidio. Tu. Sai. .

  • @MridulaSutradhar-bs9ge
    @MridulaSutradhar-bs9ge Рік тому

    Ati hundor bohut mrm logaise❤❤❤

  • @dhananjoykalita3118
    @dhananjoykalita3118 Рік тому +4

    বৰহিয়া বৰহিয়া 🙏🙏🙏