DEHITI BAKHOR l Subasana Dutta l Ramen Danah l Palash Gogoi l New Assamese Song 2022

Поділитися
Вставка
  • Опубліковано 28 січ 2025

КОМЕНТАРІ • 1,5 тис.

  • @dibyagogoi8363
    @dibyagogoi8363 Рік тому +5

    বাইদেউ আপোনাৰ কণ্ঠ আটাইতকৈ প্ৰিয় আকৌ ৰমেনৰ কথা আৰু সুৰ কি মজা ৷ৰমেনৰ কথা বহুত ধুনীয়া ৷

  • @SubasanaDutta
    @SubasanaDutta  3 роки тому +670

    Thank you all for your love!

  • @rantupayeng6845
    @rantupayeng6845 3 роки тому +32

    ২০২২ ৰ নৱবৰ্ষত এটি সুন্দৰ গীত আগবঢ়ালা সুবাসনা বা....👌❤💙

  • @tribalboyz6820
    @tribalboyz6820 3 роки тому +2

    সুবাসনা বা আপোনাৰ গানৰ বিষয়ে কি বুলি কম শব্দ বিচাৰি পোৱা নাই ॥ খুব ভাল লগা গান এটি আগবঢ়াই দিয়া বাবে ধন্যবাদ ॥ ইমান মিঠা মাত শুনি থাকিলে প্ৰেমত পৰাৰ নিচিনা লাগে ॥ আপোনালৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ ॥💐💐

  • @chiranjeevchangmai216
    @chiranjeevchangmai216 3 роки тому +12

    গীতটোৰ কথা সুৰ দিয়া ৰমেন ককাইদেউ আৰু গীতটোত কণ্ঠদান কৰা সুবাসনা বাইদেউলৈ বহুত বহুত ধন্যবাদ থাকিল , ইমান এটা সুন্দৰ গীত অসমবাসী ৰাইজলৈ উপহাৰ দিয়া বাবে , আগলৈ আৰু এনেধৰণৰ সুন্দৰ সুন্দৰ গীত শুনিবলৈ পোৱাৰ আশা থাকিল ।

  • @jundipkitchen9857
    @jundipkitchen9857 3 роки тому +2

    Hundor.. uff bohut dinor pisot aeta hundor hur hunilu

  • @plabitathengal4496
    @plabitathengal4496 3 роки тому +36

    All time favorite Subasana baa 😍😍

  • @dhrubajitrabha60
    @dhrubajitrabha60 3 роки тому +1

    Video লাগে বাইদেউ। Lovely 💐

  • @anuragkashyapcreation8060
    @anuragkashyapcreation8060 3 роки тому +45

    সুবাসনা বা....বৰ ভাল লাগিল নতুন গানটি । আগন্তুক মাঘ বিহু লগতে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক প্ৰীতিভৰা শুভ কামনা জনালো ।💞💞💖

  • @BikashBoro-dl8he
    @BikashBoro-dl8he Місяць тому +2

    Val lagin baa❤😊

  • @mbzentertainment5223
    @mbzentertainment5223 3 роки тому +28

    আপুনি সদায়ে প্রিয়।।। তাতে ৰমেন দাৰ কথা সুৰ।।।
    বহুত বহুত বেছি শুভকামনা।।।

  • @BipulBora-ub2gf
    @BipulBora-ub2gf Місяць тому +1

    Bor dhunia kontho dei mon bhori jai

  • @s.ganesh8819
    @s.ganesh8819 3 роки тому +6

    Subasana baa Apunar voice Akebare National Female Singer t koi kom nhy 😍😘😘😘😘😘😘😘😘😘😘😘😘😘
    Bhut xundar kantha hoi Apunar ❣️❣️❣️

  • @khokansarkar1483
    @khokansarkar1483 3 роки тому +21

    বেছিভাগ জনপ্ৰিয় গীতৰ স্ৰষ্টাজন ৰমেন দানহ ।শুভেচ্ছা থাকিল।লগতে সুভাসনা দত্তলৈ নববৰ্ষলৈ শুভেচ্ছা।

  • @gitanjalibora464
    @gitanjalibora464 3 роки тому +26

    সুন্দৰ গীত সুবাসনা বা 💕💕তুমি মোৰ প্ৰিয় গায়িকা ❤️❤️

  • @bijubori412
    @bijubori412 3 роки тому +1

    Bohut vl lagil song 2 huni

  • @dccreation490
    @dccreation490 3 роки тому +64

    আপুনাৰ গানে বুকুত চুই যায় । প্ৰতেক বছৰৰ আৰম্ভনিত আশা কৰোঁ❣️ এইবাৰ মাঘৰ বিহুত নাচিম তাই লগত।❤️✊

  • @suntanudehingia7442
    @suntanudehingia7442 3 роки тому +1

    Konduai maribo oo. Aijoni moina kolija joni. ❤️❤️❤️

  • @rkdhemaji2108
    @rkdhemaji2108 3 роки тому +45

    আপোনাৰ প্ৰতিটো গানেই মোৰ প্ৰিয়।ভোগালী বিহু শুভেচ্ছা জনালোঁ।

    • @Mrkonwarr
      @Mrkonwarr 3 роки тому +1

      bakhor mane ki kobo neki ?

  • @nijoraborahazarika3336
    @nijoraborahazarika3336 3 роки тому +1

    অতি সুন্দৰ । বৰ ধুনীয়া ।

  • @Assam24x7
    @Assam24x7 3 роки тому +16

    বিহু বিহু 😍😍২০২২ ৰ ভাল লগা গানটো
    big fan @subasana বা
    মাঘ বিহুৰ হিয়া ভৰা ওলগ যাচিলো😍😍

  • @bisnupriyasonowal6369
    @bisnupriyasonowal6369 3 роки тому +1

    Baa BHut dhuniya hoise gan ti huni huni amoni nologa ekebare

  • @mintugogoi4135
    @mintugogoi4135 3 роки тому +64

    আপুনি আহিব গীতটি মোৰ বৰ প্ৰিয় 🌸এই গীতটিও ব্যতিক্ৰম হোৱা নাই,,,বৰ ভাল লাগিল❤️ভোগালীৰ পূৰ্বে অসমীয়া ৰাইজে এটি সুন্দৰ গীত লাভ কৰিলে✨

  • @bsthingzz2628
    @bsthingzz2628 2 роки тому +10

    তোমাৰ কণ্ঠটো সচাঁই ধুনীয়া। ৰেকৰ্ডিং ত যেনেকুৱা মঞ্চতো তেনেকুৱাই। তেজপুৰ কেতেকীবাৰীৰ আমাৰ গাঁৱৰ বিহুত বৰ সুন্দৰ অনুষ্ঠান পৰিবেশন কৰিলা ।❤️❤️

  • @অসমৰলৰা-ঞ৬ফ
    @অসমৰলৰা-ঞ৬ফ 3 роки тому +10

    অতি সুন্দৰ বা। নগাঁও ৰ পৰা বহু বহু মৰম জনায়চু 💙💙

  • @dipjyotidas5366
    @dipjyotidas5366 3 роки тому +1

    Bohut dhuniya lagil ba song Tu Love u

  • @shampatirabha
    @shampatirabha 3 роки тому +138

    মোৰ প্ৰিয় সুবাসনা বা ❤ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ| আপোনাৰ সকলোবোৰ গান মোৰ প্ৰিয়,আজিও নতুন গান শুনি বহুত ভাল লাগিল | মাতটো শুনিয়ে থাকিব মন যায় | বাৰে বাৰে শুনি আছো|

  • @Jdminivlog5421
    @Jdminivlog5421 3 роки тому +1

    Ki kom hundor baa 💕💕

  • @bablubhuyan9067
    @bablubhuyan9067 3 роки тому +9

    বা বৰ সুন্দৰ কণ্ঠ আপুনি মাঘ বিহুৰ বাবে বৰ সুন্দৰ গান আগবঢ়ালে ভাল লাগিল ।❤❤❤🙏

  • @pinkibora1243
    @pinkibora1243 3 роки тому +1

    Baa dhing t apuni dhunia gan gale mr bhut vl lgil... ❤️❤️❤️ Ako ahib bli Axa kru jate ako apunar song live sab pru ❤️❤️❤️❤️ lv u ❤️❤️

  • @brogamingassam5493
    @brogamingassam5493 3 роки тому +44

    গীতটিৰ মাজত নিজৰ ঠাইখনৰ নাম শুনি বহুত ভাল লাগিল বা...😘
    Love from #Mangaldoi (মঙ্গলদৈ)✨

  • @runjunpatar2718
    @runjunpatar2718 3 роки тому +1

    Nice subasana baa apunar gaan bur bohut vl lage

  • @dhirajjkg3478
    @dhirajjkg3478 3 роки тому +5

    বহুত ভাল লাগিছে। নলবাৰীৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালো সকলোকে।

  • @parishmitamohan7847
    @parishmitamohan7847 3 роки тому +2

    Val lagil dei baideo

  • @nitumanikalita4988
    @nitumanikalita4988 3 роки тому +25

    ইমান ধুনীয়া কণ্ঠ 🥰🥰 ভগৱানে আপোনাক ভালে ৰাখক বা 🙏🙏

  • @bobitagogoi4359
    @bobitagogoi4359 3 роки тому

    Baa 2mk bohut val lage ,,uff emaan dhunia. Voice😍😘😘

  • @ramdhenu_assamese
    @ramdhenu_assamese 3 роки тому +44

    সুন্দৰ বাইদেউ
    আগবাঢ়ি যোৱা তাৰে কামনা কৰিছোঁ
    অলেখ শুভ কামনা থাকিল

  • @minakshi667
    @minakshi667 3 роки тому +17

    ৰমেন দানহ দাদাই লিখি উপহাৰ দিয়া প্ৰতিটো গানেই হিট হবই ৷ ৰমেন দাৰ লগতে সুবাসনা বালৈও ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ 💐👌👍

  • @THUNDERSTORM_Music
    @THUNDERSTORM_Music 3 роки тому +43

    You should release your all songs with a video. Because your songs and videos are always on GOD LEVEL 🔥❤️

  • @deepborgohain422
    @deepborgohain422 3 роки тому +17

    আপোনাৰ কণ্ঠ ইমান ধুনীয়া যে ১০ বাৰ কি ১০০০ বাৰ সুনিলেও আমনি নালাগে....❤️

  • @pras_tuti
    @pras_tuti 3 роки тому +26

    Your voice 🔥🔥🔥🔥🔥
    Unlimited 😍🌻💖

  • @nabajyotijorhat6732
    @nabajyotijorhat6732 3 роки тому +1

    🔥🔥🔥val lagil gan tu huni

  • @manalishadas2421
    @manalishadas2421 3 роки тому +175

    বা তোমাৰ কণ্ঠটো ইমান ধুনীয়া শুনি থাকিলে শুনি থাকিব মন যাই বা 😘😘😘❤❤❤❤❤

  • @ratuldas656
    @ratuldas656 3 роки тому +1

    Hundor baa...

  • @ritasaikia7099
    @ritasaikia7099 3 роки тому +12

    কিয় নাজানো আপোনাৰ গানৰ প্ৰেমত মই বাৰে বাৰে পৰো .....
    আপোনাৰ গান শুনি মই দিনটো আৰম্ভ কৰো..
    Love You ba ☺❤

  • @munmikolita3624
    @munmikolita3624 3 роки тому +14

    আপুনি মোৰ সদায়েই প্রিয় 🥰 আৰু আপোনাৰ কন্ঠ ufffff fida me baa 😘🥀

  • @bidyutbikashworld4355
    @bidyutbikashworld4355 3 роки тому +28

    সুন্দৰ সুবাসনা বা। বা সৰুৰে পৰাই আপোনি মোৰ প্ৰিয়। আপোনাৰ কণ্ঠটো বহুত ভাল পাওঁ মই।

  • @dimpipriya3755
    @dimpipriya3755 3 роки тому

    Subasana ba r voice ru Ramen dar lyrics🥰🥰🥰🥰kble vakha nyyy.... Bht dhunia hoixe geet ti💖💖💖💖

  • @JitendraNarah-h7p
    @JitendraNarah-h7p 5 місяців тому +3

    Zubeen Garg and subasana Dutta my favourite singer

  • @arotimachari5509
    @arotimachari5509 3 роки тому

    কি ধুনীয়া 👌💕ভাল লাগিল বা

  • @parthabharali16
    @parthabharali16 3 роки тому +7

    My favourite singer 💙 মাতটো বহুত ধুনীয়া, ভাল লাগিলে শুনি

  • @simpicreation9275
    @simpicreation9275 3 роки тому

    Dhuniya hoise ba
    Tumi tu all time favorite

  • @ecokurmi7471
    @ecokurmi7471 3 роки тому +9

    What a ultimate lyrics such a heart touching 😍😍😍🔥🔥🔥❤❤

  • @lunadas4520
    @lunadas4520 3 роки тому +1

    Bohut dhunia lagise song tu

  • @bhaskardeu4057
    @bhaskardeu4057 3 роки тому +11

    আপুনি আৰু আপোনাৰ কণ্ঠ মোৰ বহুত প্রিয়❤️ বহুত আপোন❤️
    যাদুকৰী কণ্ঠ... সদায় ভালে থাকক বা❤️
    Bhaskar Jyoti Nath (মঙ্গলদৈ, ছিপাঝাৰ)

  • @Mrpranjeet
    @Mrpranjeet 3 роки тому +2

    My fvrit femal singr subasana ba.gan nukhuni thkibo nuaru.gan2 xompurna koi nukhuna k like comment kru.proti bsre ata hleu gan suprhit hboi.bht vl lge ba.ankoi xdai aguai jua ru amr oxomiya xoshkriti vobisotr loi bojai rakhib bli axa krilu.apunaloi bht bht morom thkil ru khoklue mrom krib.ru mr commnt2 rply pm bli axa krilu.dhoinyabad.

  • @junmonisaikia7577
    @junmonisaikia7577 3 роки тому +8

    Ba tumar voice tu eman dhunia hunila Huni thakibor mon jai ❤️❤️

  • @axomlora2648
    @axomlora2648 3 роки тому +1

    Mojja lagisai baaaaaaaa aru ASI jodi Diya tumar gan huni amoni nilagi

  • @bitupandeka6649
    @bitupandeka6649 3 роки тому +13

    After a long time i have heard a best modern bihu ❤️❤️

  • @Jibexdas
    @Jibexdas 3 роки тому

    Mur priyo gayika hunile huniye thakibo Mon Jai ❤❤❤👌👌👌

  • @rupjyotidutta568
    @rupjyotidutta568 2 роки тому +6

    বা তোমাৰ সুন্দৰ কণ্ঠত বৰ ধুনীয়াকৈ গানটো জিলিকি উঠিছে😚❤️
    "Lots of love"
    ❤️🥀
    .
    .
    .
    .
    .

  • @subhankachari9000
    @subhankachari9000 3 роки тому

    Ba aapunar maat tu kiyo iman kumol....
    Protitu gaan a mur priyo. ❤❤❤❤❤😍😍😍🥰🥰🥰

  • @sabitadeka5571
    @sabitadeka5571 3 роки тому +5

    বা আপোনাৰ সকলোবোৰ গানেই মোৰ
    বহুত ভাল লাগে 😊
    সুন্দৰ

  • @vktayung4432
    @vktayung4432 3 роки тому +1

    Hoti Hundor hoise ba

  • @b.shikhadutta5430
    @b.shikhadutta5430 3 роки тому +6

    All time favourite Subashana baa ❤️❤️❤️

  • @rumidas1933
    @rumidas1933 3 роки тому +1

    Apunr song bilk bhut vl lge mr fvrt singer apuni ba 👌🥰

  • @nitulkumar2698
    @nitulkumar2698 3 роки тому +8

    বাইদেউ তোমাৰ গানবোৰ বহুত ভাল লাগে 🔥🔥

  • @asmarahman3055
    @asmarahman3055 3 роки тому

    Woww ba bhtt vll lgise❤️❤️

  • @tapashjyotiborgohain7545
    @tapashjyotiborgohain7545 3 роки тому +9

    প্ৰিয় গায়িকা। বৰ ভাল লাগিল 👍👍

  • @himansu_rajkhowa5762
    @himansu_rajkhowa5762 3 роки тому

    গোলাঘাটৰ পৰা বহুত বহুত মৰম জাছিলো .....😍😍😍😍😍😍

  • @gauravsaikia6626
    @gauravsaikia6626 3 роки тому +5

    সুবাসনা বাৰ গানলৈ সদায়ে ৰৈ থাকো। প্ৰতিটো গানেই সকলোৱে আদৰি লয়।

  • @dhanjitgamer6093
    @dhanjitgamer6093 2 роки тому +1

    Mojja lagil

  • @abhideepdutta6188
    @abhideepdutta6188 3 роки тому +5

    অপূৰ্ব 👌👌
    গীতটো শুনিলে যেন শুনিয়েই থাকিম যেন লাগে। 😄😄

  • @chaochandraaxom8483
    @chaochandraaxom8483 3 роки тому +1

    ধুনীয়া লাগিলে সুবাসনা বা'❤️❤️

  • @entertainingaxom7380
    @entertainingaxom7380 3 роки тому +28

    ইমান ধুনীয়া কন্ঠ🔥😍।।। বাৰে বাৰে আপোনাৰ সুৰটোৰ প্ৰেমত পৰো।।।।❤️🥰 আৰু এই‌‌‌ গানটি ত @Ananya Kashyap...বা এ অভিনয় কৰাতো বিচাৰো।।।।😇 lots of love to u....Subasana baa

  • @joytishmitadeka7259
    @joytishmitadeka7259 3 роки тому

    Dhoniya hoise baa😘😘

  • @paparidas7256
    @paparidas7256 3 роки тому +19

    প্রথম শুনাৰ লগে লগে প্ৰিয় হৈ গল ❤❤

  • @assamgamingff1690
    @assamgamingff1690 3 роки тому

    Ba gaan 2 huni
    Booohut bhal laage
    Ki je voice apnr ❤❤❤❤❤❤❤❤❤

  • @subhankar1483
    @subhankar1483 3 роки тому +18

    High quality singing 🥰🥰

  • @mridupawankakati8204
    @mridupawankakati8204 3 роки тому +41

    বাইদেউ আপুনা গীত মোৰ বৰ প্ৰিয় । আপুনা গীত বোৰ কমি গৈছে । এই গীতটো ধুনীয়া হৈছে ।।🥰😍🙏

  • @saratborah9398
    @saratborah9398 3 роки тому +10

    অপেক্ষাৰ অন্ত পৰিল, মনপৰসা গীতটি শুনিবলৈ পালো, মোৰ প্ৰিয় গায়িকা গৰাকীৰ এই বছৰৰ আটাইতকৈ সুন্দৰ উপহাৰ.. 💚💚💚💚

  • @neelsagardreamofmusic8360
    @neelsagardreamofmusic8360 3 роки тому +57

    ৰাতিপুৱা মোৰ আপোনাৰ এই গীতটোৰ পৰাই আৰম্ভণি হয় মোৰ প্ৰিয় গায়িকা গৰাকী❤️❤️🥰🥰

  • @bishalborah8409
    @bishalborah8409 2 роки тому +15

    My all times favourite singer Subasana baa 💞💞

  • @moran__puwali2465
    @moran__puwali2465 2 роки тому +1

    ইমান সুন্দৰ কণ্ঠ।। গীতটো শুনি খুবেই ভাল লাগিল বাইদেউ।।

  • @barkharanihazarika11
    @barkharanihazarika11 3 роки тому +3

    ভোগালী বিহুৰ শুভেচ্ছা জনালো বা ❤😍আপোনাৰ এই গীতটো যিমান সুনিলৈ আমনি নালাগে .....আপুনি মোৰ favourite Singer ❤😍

  • @ari33997
    @ari33997 3 роки тому

    Bhut vl lgil ba,,,😌❤️

  • @ritombora687
    @ritombora687 3 роки тому +7

    ভাল লাগিছে তোমাৰ গানটো শুনি 👌👌

  • @BipulBora-ub2gf
    @BipulBora-ub2gf Місяць тому +1

    Very sweet voice heart touching 😮😮😮

  • @asthabora831
    @asthabora831 3 роки тому +6

    আপোনাৰ গানে মন চুই যায় ❤ আপুনি মোৰ অতি প্ৰিয় বা😘

  • @bokulbordoloi3431
    @bokulbordoloi3431 3 роки тому +2

    melody queen 🥀🥀❤️❤️❤️❤️❤️ সুবাসনা বাইদেউ

  • @rumiofficial4790
    @rumiofficial4790 3 роки тому +12

    I am proud of u nice voice 🥰🥰🔥🔥🔥😍😍

  • @Assam_village_farmar_
    @Assam_village_farmar_ 3 роки тому +1

    Lovely your voice lovely your sing.Apunar gaan Bilak bahut Masti laage aru enekua gaan agoleu hunibole paam buli akha rakhlu👍👍👍👍👍👍👍👍👍

  • @entertainmentvideo9388
    @entertainmentvideo9388 3 роки тому +127

    2022ৰ আটাইতকৈ বেছি ভাল লগা গীতটি❤️😊

  • @wakeupnortheast1219
    @wakeupnortheast1219 3 роки тому +1

    Bohut val lage ba apunar voice tu 🥰🥰🥰🥰🥰🥰 Happy new year 😍😍

  • @manjitkonwar8421
    @manjitkonwar8421 3 роки тому +25

    Absolutely gd gifted voice u hv, keep shining melodies queen 👸

  • @JPminiaBlog
    @JPminiaBlog 3 роки тому

    Dhuniya hoise 👌🤗😍

  • @kalpajitchetia4322
    @kalpajitchetia4322 3 роки тому +16

    আপোনাৰ প্ৰতিটো গানেই মোৰ প্ৰিয় ❤️❤️❤️আৰু সদাই এনেকুৱা গান শুনিব পাম বুলি আশা কৰিলোঁ।

  • @mamonhaque8301
    @mamonhaque8301 3 роки тому +1

    Val hoise baa

  • @Utpalborah631
    @Utpalborah631 3 роки тому +6

    বা' কেইবাবাৰো শুনিলোঁ। গীতটো সচাই বৰ ধুনীয়া হৈছে ❤️

  • @swapnaskitchenlifevlog7798
    @swapnaskitchenlifevlog7798 3 роки тому +1

    Apunar protitu gite mur priyo ❤️😘💞💕♥️😍