Tomar Kotha - Papon | Keshab Nayan | Assamese Song
Вставка
- Опубліковано 8 вер 2024
- Click To Subscribe: bit.ly/1bqZSl5
Presenting Tomar Kotha - A ballad of love!
Audio Credits:
Lyrics and Composed by : Keshab Nayan
Singer : Papon
Music Produced by : Manash Hazarika
Mixed and Mastered at : Lahar Digital (Guwahati) India by Manash Hazarika.
Special Thanks to Saju, Antareep Hazarika , Nayan Nilim and Sarbajit
Video credits :
Video by : Dhiru Kalita & Bitopan Kashyap
Single Art : Sagarika
Stay Tuned On -
Spotify - open.spotify.c...
iTunes - / tomar-kotha-single
Hungama - www.hungama.co...
Saavn - www.jiosaavn.c...
Gaana - gaana.com/albu...
Wynk Music - wynk.in/music/...
YT Music - • Tomar Kotha
Resso - m.resso.app/ZS...
Operator Codes -
Airtel Subscribers to Set as Hello tune Click on Wynk music link wynk.in/music/...
Vodafone Subscribers for Caller Tune Direct Dial 53712139100
Idea Subscribers for Dialer Tone Direct Dial 53712139100
BSNL (N & W) Subscribers Direct Dial 567007437888 to set BSNL Tune
Follow me on -
Facebook - / angaraagpaponmahanta
Twitter - / paponmusic
Instagram - / paponmusic
Follow Keshab Nayan:
Instagram - ...
Facebook - / keshabnayan.adhikary
Digitally Powered by One Digital Entertainment
[www.instagram....]
It's kinda back to simple old melodies and how they were done. Thank you .. all of you... for the love for the song. ❣
It's Amazing Papon Daa ❤❤❤
Dada , xosake bor dhunia lagise gan tu, bare bare xunisu moi
Dada❤😘
বঢ়িয়া পাপন দা
Daa mur buku jurai gol
Happy birthday love
যাৰ সুৰৰ ৰাগীত মাতাল এই পৃথিৱী
যাৰ গানেই অকলশৰীয়া উজাগৰি ৰাতিৰ সংগী, যাৰ গানে কাৰোবাক নিস্বাৰ্থ ভাবে ভাল পাবলৈ শিকালে, যাৰ সুৰ বাজিলে হৃদয়ৰ নিভৃত তম কোণৰ এলাগী ভালপোৱা বোৰে উশাহ লয়, আপুনি ভালে থাকক সদায়, আগুৱাই যাওঁক প্ৰান্তৰৰ পৰা প্ৰান্তৰলৈ ❤
প্ৰিয়জনৰ, উপস্থিতি অনুভৱ হয় ❤️
Right
Roght
Tomi bahut dhuniya❤
14 long years i lost my father .. this song reminds me of him.. I miss You Baba❤️
deep condolences.. he's in a better and pure place and happy as well😊..
I hope he is happy wherever he is brother
I hope he is ❤️
Teu hodai je Hukhi Thake
God bless you brother...❤️😇
গীত আৰু সুৰ খাপ খাই পৰিছে। গীতত সোমাই থকা আবেগ, সুখ, দুখ সকলো ফুটি উঠে। বহুত দিনৰ মূৰত বৰ ভাল গান এটি উপহাৰ দিলে। ধন্যবাদ অংগৰাগ দা। সদায় ভালে কুশলে থাকক, আৰু এই মানৱীয়তা জীয়াই ৰাখক।
Ekmot 👆👆👆👈👈🎶🎶🎶🎶
lots of love❤️❤️❤️
Val koisa .
বিচ্ছেদৰ বেদনা পোৱা সকলে ভালদৰে উপলদ্ধি কৰিব পাৰে এইটো গানৰ অৰ্থ ।
Xsakoiye koise apni ❣️
Khosai oo.... Sobei anuvob koribo nuare...
Right
@@gitasridevisut7298 ❤️❤️❤️
আমাৰ বোৰৰ কি যিসকলে one sided love কৰি আহিছে যোৱা ৭ বছৰে
পাপন দাৰ সুৰৰ গাম্ভীৰ্য্যতাই হিয়াখন চুই যায়।❣️❣️যেতিয়াই শুনো গাৰ নোম হিঁয়ৰি উঠি যায় ।Love you Papon sir❣️❣️
জুনে যিয়ে কৈ নাথকক কিয় পাপন দা অসম ৰ সোণ,আৰু সোণ সদায় মূল্যৱান❤️
ঠিক একেদৰে জুবিন দা অসমৰ হীৰা আৰু হীৰাৰ কেতিয়াও কোনোদিনে তুলনা নহয়।💯💝💖
i love papon daaa
পাপন দাৰ মাতৰ গভীৰতাই সুকীয়া হয় ৷
Bobita কেলেই তুলনা দুয়ো জন হীৰা।
Papon hoise asomor ❤️❤️
When papon said ......
🥀ছায়া হৈ আহা এবাৰ কাষৰলে
দিঠকত নালাগে আহিবলে🥀
Every one sided loved people can imagine the feeling
Yes broo...u r right
Yup bro.. 🥺
@@manashchetia3481 ❤️
🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣😍🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🌸
🌹🌹🌹🥀🥀🌙🌙❤️ Ghfslm day j dilla kfmol
"তোমাৰ কথা",,,,,,❤️হদয় চুই যোৱা এটা ভাল লগা গীত,,,,,,,,কথা আৰু সুৰ বহুত ধুনীয়া হৈছে,,,,😍😍😍❤️
ex k ignor korar best line song
কিবা যাদু এটা আছে এই কণ্ঠত 😍😍বাকী বাদ পাপন দা জিন্দাবাদ ❤️❤️❤️
পাPoন দা জিন্দাবাদ
Papon and keshab nayan ...ei geet i
তুমি মোৰ লগত নাই যদিওঁ প্ৰতিটো মুহূৰ্তত তোমালৈ মোৰ মনত পৰে। এনেকুৱা প্ৰেমিক কম ওলাব যিয়ে কোনো অভিযোগ অবিহনে নিজৰ প্ৰিয় জনক ত্যাগ কৰিব পাৰে একমাত্ৰ তেওঁৰ সুখৰ বাবে❤
আজি কাঁচি জোনে গুপুতে আহি মোক চুলে, এন্ধাৰত টোপনি ভাঙিলে .. আৰু পাপণ দা আপোনাৰ কণ্ঠই আমাৰ মন প্ৰাণ হৰিলে ।❤️❤️
❤❤❤❤
Bahut bhal lagil geeton khuni
@@meherunnessa2314 ৎল
চিৰযুগমীয়া হৈ ৰব গানটি ♥️
💕
hoi dia dhunia song
Thiak a koisa moina
Nice
Umm Smm
মন চুই যায় এই গানটো শুনিলে পাপন দা আপুনি অসমৰ মানুহক এটা অতি আমোদজনক বৈশিষ্ট্যপূৰ্ণ lyrics লিখি ব্যক্ত কৰাৰ বাবে অশেষ ধন্যবাদ
অসমৰ মানুহৰ পৰা আপোনাক বহুত বহুত মৰম জাচিলো ❤️২৩/০৩/২০২২ ৰাতি ১০:২৬ ভালপোৱা স্মৃতিবোৰ আকৌ এবাৰ মনত পৰি গল। Big Thank you Papon da
বহুত দিনৰ মূৰত মনটো ভৰাই তুলিব পৰা গান এটা শুনিলো । বাৰে বাৰে শুনিলে ও যেন হেঁপাহ নপলায় ।
Hosa di
দিঠকত নালাগে আহিবলৈ
সপোনত আহা এবাৰ
কাষৰলে...
💓❤️❤️❤️❤️
Nice.
Nic song teach my hrt ❤️❤️❤️❤️
Line 2 sui goise antorot
দিঠকত নালাগে আহিবলৈ সপোনত আহা এবাৰ কাষৰলে র💗💗💗💗💗💓💓💓
Goi asu rba
Now I realized, songs have no boundaries nor languages. Love you Papon from Imphal, Manipur ❤️❤️❤️❤️ lovely heart touching song.
পাপন দা বহুত ধুনীয়া হৈছে গানটো।।
পাপন দা ক ভালপোৱা বোৰে লাইক কৰি যাব।।
I have made a tabla cover on this song.I'll be greatful if u watch and share a feedback.
Thank you🤎
😘
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
😂🎉😢😮😅😊😅😮😢🎉😂😂
উভতি গ'লো তাঁহানিৰ সেই জোনাকী ৰাতিৰ মাজলৈ পাপন দাদা❤️,,,মন প্ৰাণ মতলীয়া কৰি দিয়া কণ্ঠ তোমাৰ
Dad used to dedicate this song to my mum always, now since he is no more, my mum is dedicating this song to you Papa❤
Hii
Same here its been 7 months since my dad passed away post covid hope you are doing well dad wherever you are😔❣️
💗👌
Same conditions
Very bad news
দিঠকত নাপালেওঁ, সেই অবুজ অনুভৱ ।।। সপোনত হলেওঁ ভাল লাগে। কাৰণ দিঠকত তুমি নহলেওঁ, সপোনটো মোৰ , সেই হে সপোন ভাল লাগে
👌
Bohut dhunia kotha .. hridoy sui gol ❤️❤️
Wow....eman dhuniya k likhise....apunar kothabur mitha...
Right sir
Right sir
Papon Daa is amazing but we should also praise Keshab Nayan for this wonderful lyrics 💕💕💕
Ahhh song re...... Bahut bahut morom lagiche mor .... Ei gaan gulu kotha pabo re 🤩🤩❤️ love you Papon
পাগল হৈ গৈছো একদম..❤️ কথাখিনিয়ে মন প্ৰাণ চুই গৈছে..❤️ বাৰে বাৰে শুনিয়ো হেঁপাহ নপলায় ❤️
I dedicate this masterpiece to my loved one ❣️
Bohut dhuniya ru ki kom dada 😍😍😍😘😘❤️
Tur tt ru kio like lgy 😆😆😆😆
Lovely song
Love you papon da
Iloveyyou
এই গানটোত আপুনি কণ্ঠ দিয়াৰ বাবে সোৱাদ আৰু বাঢ়িছে 😘 পাপন দা
Gfib
তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে........... ❤️❤️❤️
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে............🌹🌹🌹
পাপন দা..... অনুপম 😍🔥❤️
কেশৱ নয়ন শব্দৰ প্ৰহেলিকা 🔥❤️😍
💕
@@keshabnayanscarletcreation739 ✍️👌❣️
❤️
দাদা মোৰ গীত বোৰ চাব দেই
তোমাৰ কথা ভাবিলো জানা ..... কি মজা ❤❤❤
How stunning is this. The kind of song you wanna wrap around you on a cold winter night. #bliss .
Shashaa ji..aur eak gana papon da ky sath ..... 🔥 So extd ..
Shasha ji
You should sing a Assamese song along with papon
@@panchuanurag725 I'm WAITING too!! 💖
You have knows Zubeen garg❤
Shashaa ji we are waiting for your next song (Assamese) with Papon daa
ছায়া হৈ আহা এবাৰ কাষৰলে
দিঠকত নালাগে আহিবলে সপোননত আহা এবাৰ কাষৰলে । ........❤️❤️❤️❤️❤️❤️❤️❤️ Love u PAPON DA😍
আপোনাৰ গানে মোক অতীতলৈ লৈ যায় পাপন দা...নিজান ঠাইত আপোনাৰ গান শুনাৰ মজাই বেলেগ😍😍luv u papon da
No matter what language you sing, no matter what meaning you sing, you live in the song. That's enough for me to feel the song. It separates you from the ocean, but brings you closer with your voice. ❤
❤️
r you 4m sri lanka?? sister
@@atlantissurvivor9810 yes!
Hello
@@hansijayasinghe4310 🤬🤬🤬🥵💔🙇😵😩🤒🤬🤬🤬🤬🤬🤬🤕🤮😖🤢🤕😷🤬🤒
ভালপোৱাৰ মূল্য হেৰুৱা জনে হে বুজি পায় ❤️
💔🥺🥺🥺🥺
Really
😭
😢💔😔
Aatori jua Jone tu hohoje aatori gusi jai 😢😢
উফ দাদা আপোনাৰ কন্ঠ 🔥🎉
আপোনাক কিমান ভালপাওঁ বুজাব নোৱাৰোঁ ❤️❤️❤️❤️
ছায়া হৈ আহাঁ এবাৰ কাষৰলে । দিঠকত নেলাগে আহিবলে । সপোনত আহাঁ এবাৰ কাষৰলে । 💙💙💙
শুনিলে শুনি থাকিব মন জোৱা এটা গান, গানটো শুনিলে মন টি কৰবালে উৰা মাৰে, এই বেয়া সময় চোৱাৰ পৰা মনটো ভাল লাগি জাই , গানৰ কথা সুৰ সকলো সুন্দৰ,,,... ধন্যবাদ পাপন দা আপোনাৰ কিছুমান গান মোৰ খুবেই প্ৰিয় 🙏
Axomor manuhe true music etiyau gom pabo loi baaki aase. Thnk u papon daa n to the team fr making such a wonderful song . Ami nuxunu disco bhonti . Amak true music lge, xosa music lge . We love u papon daa .
🙏🙏👏👏
right .
English translation for the non-Assamese listeners:
Thinking about you overwhelms the shimmering moon
In corners of the heart, thousands of red roses bloom
Come close once as a shadow
No need to come in real
Come once in my dreams, close.
Thinking about you overwhelms the shimmering moon
In corners of the heart, thousands of red roses bloom
A morning sun whispers in my ears
You and me belong to the same tale.
The same sun haunts the entire night
Teases and makes me feeble.
Come close once as a shadow
No need to come in real
Come once in my dreams, close.
Thinking about you overwhelms the shimmering moon
In corners of the heart, thousands of red roses bloom
Today, the crescent moon came and touched me secretly
Breaking my sleep in the darkness
In the twinkling night, searching for you, it tells
You're not there, nowhere.
Come close once as a shadow
No need to come in real
Come once in my dreams, close.
Thinking about you overwhelms the shimmering moon
In corners of the heart, thousands of red roses bloom
PS: It's not a word-to-word translation. But, I tried to capture the essence.
PPS: Thank you for your likes and comments.
💖💖
💓
🥰🥰🥰
Love from Bangladesh 🇧🇩🥰
দাদা মোৰ গীত বোৰ চাব দেই
It's 2023 & still my favourite one❤️ Lots of love Papon daa❤️🌠
You are always amazing papon.. don’t really understand Assamese but feel like our own song cuz I was born and grew up in arunachal
Tq bro
Me too bro
Please give a respect.... What do u mean by papon.
@@thehalfengineershorts.3788 He is a renowned singer of Assam.
He has several hit numbers in Hindi also.
Thank you.🙏🙏
Agor PaponSir is back❤️🙏🏻🙏🏻
Jibonot eman besi ki dukh aru kostu paisu ai gaan tu hunile Agor par kori aha din bur monot pori jai… love the lyrics and papon da voice all touch my heart
Yes bro 🥹❤️🔥
পাপন ❤️🍃 নাম তোয়ে যঠেষ্ট 😊
কুশলে থাকক আপুনি আৰু এনেকৈ সুন্দৰ গীত দি যাৱক 🌸 #জয়আইঅসম 💕
গানৰ কথা একো নাজানো, কিন্তু গান বুলিলেই পাপন ককাইদেউৰ গান হ'লে কিবা এটা যে ভাল লগা অনুভৱ পাম, নিশ্চিত হৈ থাকোঁ। এইটো গানো ৰোমান্টিক ভাৱটোৰ লগত মিলাকৈ কন্ঠত ইমান মধুৰতা ঢালি কোমলকৈ গাইছে- সঁচাকৈ বৰ আপ্লুত হ'লো।
It's painful to forget someone. Bt this song is adorable. 😊. Lv u papon da
সুন্দৰ কণ্ঠ ❤️ বৰ ধুনীয়া গীত আমাৰ বাবে উপহাৰ এয়া দাদা।।। আকৌ সোনকালেই বিচাৰোঁ এনে গীত।।
দিঠকত নালাগে আহিবলৈ সপোনত সদায় অহা কাশৰেলএ মোৰ ❤️... heart touchng song papon da
তোমাৰ কখা ভাবিলেই জানা জোনাক উপচি পৰে....🌚One line express many feelings❣️
বহুত দিনৰ মুৰত বহুত ধুনীয়া গীত এটি শুনিলোঁ আপোনাৰ কণ্ঠত। বহুত বহুত ভাল লাগিল। মন ভৰি গ ল ❤️❤️
i forget all my pain and stress when i hear your voice.....after closing my eyes i find myself into another world...Big fan of ur voice Papon sir😇
এহেজাৰ গোলাপৰ কাইট হৃদয়ত খুচি দিছা পাপনদা, তোমাৰ মধুৰ কণ্ঠ...সাৱলিল অনুভৱেৰে !!
দিনটোত ৫০ বাৰলৈ বেছি শুনিলো । তথাপি আমনি নালাগে।।।। কি যে সুৰ আপোনাৰ।। 🙏🙏🙏
💕🙏
মোৰো হিচাপ নাথাকে কিমান বাৰ শুনো
Hosake gantu. Jiman baar hunileu.... Amoni nelage..... One of the. Best song... Papon daar.
#কেশৱ_নয়ন দা, আপোনালৈ প্ৰথমে বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ গীত এটি উপহাৰ দিয়া বাবে লগতে পাপন দাক আৰু কি বুলি ধন্যবাদ দিম, তেওঁৰ এইবোৰ গীতত টো কণ্ঠৰ কথা কবই নেলাগে। সঁচাকৈ গীত টিৰ Audio টি পোৱাৰ পৰা আজিলৈকে সদায় দিনত কমেও ১০ বাৰ কৈ শুনিছোঁ। ধন্যবাদ গোটেই team টো লৈ। এনেকুৱা গীত বোৰ দি যাওক কেশৱ দা আগলৈ।
❣️মনোজ
মন চুই যোৱা গান সান্নিধ্যবোৰে যেন পুনস্ৱবাৰ সোঁৱৰণিৰ অগ্নিভ গলিয়েদি বহুদূৰ ভটিয়াই গৈ এক অজানা সিঁহৰণ জগাই তোলিলেহি আহি মোৰ হৃদয়ৰ মণিকোঠালিত এক ভাষাহীন আবিৰ সানিলেহি মোৰ উন্মাদ বুকুৰ চৌপাশে যেন সৰ্পগন্ধাৰ পাতেদি বোৱাই দিছে অপ্ৰতিভ সুগন্ধিবোৰ, সুকোমল শব্দৰ পৰশত নৱদীপ্ত ঠনধৰি উঠা মোৰ উশাহে বিচাৰে মাথোঁ তোমাৰ বুকুৰ ৰিক্ত অনুভূতিবোৰত ডুব যাবলৈ😊😊😊
শুনিলে শুনাে শুনাে লাগি থকা গান।
বহুত ভাল গাইছে পাপন দা , । পাপন দা তুমি জুই🔥❤️🔥🔥God bless you 🙏🏼ধন্যবাদ ।
ৰাতিপুৱাই এনেকুৱা এটা গান শুনিবলৈ পালে দিনটোৰ বাবে বহুত শান্তি লাগে। সচাই আপুনি আমাৰ অসমীয়া সমাজৰ বাবে এটি উজ্বল তৰাৰ দৰে।। 😍😍😍😍😍😍😍😍
Papon da apunar gan blk huniboloi kimn j odhorjyo hoi asilu... Apuni akow amak gan hunuar babe okhekh dhonyobad apunak...
Eneke gan hunai thkibo...apunalukr gan blke amak jiyai rakhe... ❤️❤️❤️
Papon da at its best... কি ধুনীয়া গীত।। মনত পেলায় দিলে দুৰণিত থকা জনলে।।
বৰ কোমল সুৰ। একেবাৰে বুকুত লগা। ধন্যবাদ পাপন দা, লগতে গোটেই টিম।
এনেকুৱা সুন্দৰ গীত শুনিলে বুকুত এহেজাৰ গোলাপে সচাঁকৈয়ে কলি মেলে ।❣️
বহুত দিনৰ পিছত এটা সুন্দৰ গান শুনিব পালো পাপন দাৰ কন্ঠ ত।লাভ ইউ পাপন দা ♥️🔥
papon da back to back Hit..you alws give the feel to live..till the "Junaki Raati" you are in my heart..love you or love frm Assam...
Joi Aai Asom..🥰😘
বৰষুণৰ বতৰ + প্লেলিষ্টত এইটো গান + কাণত হেডফোন = টোপনি মাৰিবা আৰু বিন্দাচ 🥀🥀
( টুপনিয়েও ভাবিবলৈ বাধ্য হব আজি কাৰ পাল্লাত পৰিলোঁ )
Ram ram
♥️♥️
😂😂😂
একদম 😂
😂😘
সঁচাকৈ বহুত ভাল লাগিছে❤❤ দিনটো শুনি আছো যদিও আমনি লগা নাই😊😊
ইমান ধুনীয়া সুৰ আৰু কথা।পাপনদা বহুত ধন্যবাদ ইমান অন্তৰ চুই যোৱা গান এটি উপহাৰ দিয়াৰ বাবে।
বহুত ধুনীয়া গান টো পাপন দা বহুত সুন্দৰ গান গাইছে ,😊😊
Wow what a song Hats Off Papon Da....U r back...Joi Aai Axom
❣️❣️❣️ *জোনাকী ৰাতি এলবাম টোৰ পাছত চাগে এইটো গানেই ইমান বাৰে বাৰে শুনিছোঁ*
*ধন্যবাদ পাপন দা* ❣️❣️❣️
ছায়া হৈ আহ না এবাৰ কাষৰলে দিঠকত নেলাগে আহি বলে তোলে বৰকৈ মনত পৰিছে অ সোন🙂❤
Hondhiar pora atyarle (4.29am ) aei geet tiye huni asu Mon vora Ni... Angarag daa apunar gaan 9yrs agt first time hunisilu "aebeli muk " jetia dipu daa ht asil apunalukor bndot ...tetiar paa ajirle apunar gaanor mooh aeribo pora ni.... 🥰🥰🥰
বহু দিনৰ মুৰত সুমধুৰ গীত এটি শুনিলো।। জয় পাপন দা।। জয় আই অসম ।।😍😍😍
When papon said : tomar kotha bhabilei Jana... junak uposi pore...this lyrics direct touch to my 💜 heart
সঁচাকৈ বৰ সুন্দৰ গীত.....কণ্ঠ, সুৰ, কথা সমানেই ধুনীয়া..👌👌💞💞💞
ufff , Papon da eman dhunia gan ❤️
Lyrics 🔥 Love you Papon da ❤️❤️
Tnx Papon Da ...💕😘 For your all time beautiful melodies ...n i wanna always ...dedicate for my love Sanghamitra 💕💕💕💕 hope this comment...stays long in ur page... love this song ..tnx papon da again...Sangha 🥰🥰🥰 bura kalole saba commentu 😆 atya pora ...🤭💖💝
Its called lyrics
It's called singing
Its called music ❤️❤️❤️❤️
True ...ekdam thik koisa...
#Papon Dada....... Borhia hoise..... Enekua gaan bur bor bhal lage, #SemiClassic ...... 👏👏👏
This is why old melodies like Jyoti Sangeet, Rabha Sangeet were so soothing to ears.Even after so many years of their origin they have eluded us with the simple yet very soulful tunes. And this song takes me back to those years
Papon Da, you’re the BEST. ❤️
পাপন দাৰ গান শুনিলে শুনি থাকিব মন.. শব্দবোৰে হৃদয় চুই গৈছে... বহুত ধুনীয়া গান... ♥️
Taake bey simashree. Thik koiso toi. Hunile huniye thkibo mon jae. Iaar Gaan bilaak hosake soul touching ❤️
@@konwar7211 yeeh👍
We need another master combo pack of Keshab Daa n our beloved ❤Papondaa
ইমান সুন্দৰ গান এটা আগবঢ়োৱা বাবে আপোনাক ধন্যবাদ পাপন দা 💖👌 গানৰ কথা, সুৰ অতুলনীয় হৈছে । আপোনাৰ পৰা আৰু বহুত সৃষ্টি হওঁক, শুভকামনা থাকিল আপোনালৈ ❤️
𝚃𝚑𝚊𝚗𝚔 𝚢𝚘𝚞💕
lyrics and voice are awesome.papod da u r always best.Lots of love from bangladesh 🇧🇩
💕
Im so happy
Bicos I like Papon
Love from Assam 💖🔥
বাহ পাপন দা কি সুন্দৰ গান..সঁপোনত আহা এবাৰ কাষলে❤👌
Genius Paponda...what a song OMG💞
Darun dada sudhu tomar ganer e opekhay ❤🧡💛💖😊👍✨
ইমান দৰদভৰা কণ্ঠ...হৃদয় জুৰ পৰি গ'ল...অভিনন্দন জনালোঁ🙏
অংগৰাগ পাপন মহন্ত 🔥🔥❤️❤️
I'm a keralaite ....this is my first song in assamee ,the funny part is i don't even understand hindi ....papon ....oh my god ....he made me feel like that there is no need to know the lyrics to find the beauty of any songs...
Elladathum Malayali 😁😁😁 btw... music has no language 🥰🥰
It's Assamese not Hindi. But music has no language..
@@dollysharma2568 She said that she doesn't even know hindi, then how can she understand Assamese.. :)
@@amrithaajay7012 yes .
Hayeee Malayaleeee
Moja song❤ I love you paponn daaaa
পাপন দা আপোনাৰ গান শুনি মই বহুত ভলপাও।😊 কিয় নেজানো সদাই শুনি আনন্দ অনুভৱ কৰোঁ।🙂🥺 💞
It's really amazing song..I hear this so many times.... every time I feel this song...big fan of Papon Da.... proud of you 😊👏💞💐💐
👍👍
Just Close ur eyes, Take Headphones and play this Art and I'm damn sure that ur eyes will be full of tears 😭.
Such a pure Song....
Papon da ur voice is...(no words:)
উফ্ হৃদয় জুৰ পৰি গৈছে৷❤️
Papon daa'r gan huni val pua hokole yat👇 like eta di jaok ❣️❣️
papon dar gan khuni vl pua bilake iyate kio papon dar ganot he like dbo bujisa
এই গানটো শুনিলে কলিজা বহুত জোৰেৰে ধপধপাই যায়,চকু পানীৰে উপচি পৰে। সেই বিশেষ জনলে বহুত মনত পৰে, যাক আপোন কৰি পাব নোৱাৰিলো।
O baby
Hosake kin2 .. jtiai hunu bor dukh lage... kin2 ttiau bar bar gaan2 hunibole mon jai
sem mro
Hsai
Sem2 sem
Just wow...Happy Birthday Papon da..birthday dinai aye gaan tu hunibo palu..bohut dhunia lagil...memory reboot. ...lots of love to u...stay safe
Heart Touching Lines'''Papon Da''', bahut Vhal Lagise xuni
এই গানটো শুনিলেই মোৰ ককালৈ মনত পৰি যায়!❣️
ককা-------"ছাইয়া হৈ আহাঁ এবাৰ কাষৰলে
দিথকত নেলাগে আহিবলে ____❣️
সপোনত আহাঁ এবাৰ কাষৰলে❣️❣️
তোমাৰ কথা ভাবিলেই জানা...........🌍🌈❤️🧡 ।
*Nilanjona and Tumar kotha is fascinating creaction of Papon Da,Love you PaponDa. You create such melody that when i listen i feel really so calm*