এজন ন্যায়াধীশৰ ফাঁচী হ'ব পাৰেনে ? আচলতে সেইদিনা কি হৈছিল ৰাজখোৱা পৰিয়ালত ! A true Story of Assam |

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • এজন ন্যায়াধীশৰ ফাঁচী হ'ব পাৰেনে ? আচলতে সেইদিনা কি হৈছিল ৰাজখোৱা পৰিয়ালত ! A true Story of Assam |
    About this video:
    Explained a true story how can a judge commit such a crime and what should people learn form this story...
    Copyright Disclaimer: - Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non- Profit, educational or personal use tips the balance in favor of FAIR USE.
    Contact for: Content Writing, Motivational Speech, Voice Over
    niranjansarma77@gmail.com
    #motivatorniranjan
    #motivatorniranjanvideo
    #assamesemotivationalvideo
    #assamesemotivation
    #assamesepreranamulakbani
    #assameseamritbani
    #amritbani

КОМЕНТАРІ • 119

  • @salimhussain9542
    @salimhussain9542 Місяць тому +27

    ভাল লাগিল...সৰু থাকোতে যেতিয়াই দেউতাৰ লগত ধুবুৰীত গৈছিলো ঘৰ খনৰ সন্মুখত গলেই আপুনি কোৱা কথাখিনি দেউতাই কৈছিল

    • @munindeka3213
      @munindeka3213 26 днів тому +1

      দ্ৰাইভাৰ জনৰ নাম আছিল উমেশ চন্দ্ৰ বৈশ্য

  • @SyedaEllinNaharSyeda
    @SyedaEllinNaharSyeda Місяць тому +5

    ভাল লাগিল।

  • @taramaiphukan8785
    @taramaiphukan8785 Місяць тому +5

    আগতে শুনছিলো।আজিৰ গম পালো। ভাল লাগিল।।

  • @anowara.begum23
    @anowara.begum23 Місяць тому +8

    সুন্দৰ 🎉🎉🎉🎉

  • @BB-qt1xt
    @BB-qt1xt Місяць тому +6

    হিন্দী ভাষাত এই কাহিনীটো পাইছোঁ
    Explain was very good in Hindi language

  • @user-um5mr9xn5v
    @user-um5mr9xn5v Місяць тому +3

    Bohut. Dhaynabad

  • @nirmalkoch737
    @nirmalkoch737 3 дні тому

    Bahut bhal lagil

  • @manojsaikia3654
    @manojsaikia3654 Місяць тому +2

    Val lagil bahu aagotei poha ponar hunilo

  • @pranjitdas5996
    @pranjitdas5996 Місяць тому +5

    Bohut dukh lage de..

  • @dhrubajyotibaruah5155
    @dhrubajyotibaruah5155 Місяць тому +7

    বৰদৈচিলা থিয়েটাৰ‌ত যোৱা‌ বছৰ‌ চাইছিলো।

  • @sunitabarhakur-kq2tv
    @sunitabarhakur-kq2tv Місяць тому +2

    Surprising !😲

  • @dijumahanta8499
    @dijumahanta8499 Місяць тому +3

    Bohut pahara kotha kole punor monot pori gol val lagil

  • @AbdulHamid-em4ky
    @AbdulHamid-em4ky Місяць тому +1

    Nice judgment

  • @himanibanikya8168
    @himanibanikya8168 26 днів тому

    VERY2 nice Godbless u❤❤❤❤❤❤❤❤❤❤❤❤

  • @UtpolBora-cb4bh
    @UtpolBora-cb4bh Місяць тому +1

    Nice❤❤

  • @jaychankarboro4439
    @jaychankarboro4439 Місяць тому +1

    Story is very sensitive

  • @tapandas2831
    @tapandas2831 День тому

    A Tragic Story 🎉🎉🎉🎉🎉

  • @ratultaro6391
    @ratultaro6391 19 днів тому +2

    ৰাজখোৱা... নহয়...কেলা...ই এজন... তেজ খোৱা হে ।।।

  • @joyshreejunakdas8443
    @joyshreejunakdas8443 Місяць тому +1

    Yes

  • @birajbora7322
    @birajbora7322 Місяць тому +3

    Moi aji prothom hunis 😢krishna 🙏

  • @gobindastidar2082
    @gobindastidar2082 Місяць тому +17

    ঈশ্বৰে যেন এনে দূৰ্ভাগ্যজনক ঘটনা কাৰোৰে ক্ষেত্ৰত ঘটিবলৈ নিদিয়ে ! হে ঈশ্বৰ, সমূহ আত্মাকে যেন তুমি চিৰশান্তি দিয়া . . . কৃষ্ণ কৃষ্ণ,হৰি হৰি ।

    • @MotivatorNiranjan
      @MotivatorNiranjan  Місяць тому +4

      অশেষ ধন্যবাদ, সচাই এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়।

  • @sashipravadevi9465
    @sashipravadevi9465 Місяць тому +1

    ❤😮

  • @panchabatisarmah-cy4fs
    @panchabatisarmah-cy4fs Місяць тому +2

    আগতে শুনিছিলো এই কথা বোৰৰ ।

  • @binaprovasaikia8555
    @binaprovasaikia8555 Місяць тому +4

    মানুহৰ মন বুজাটো বৰ জতিল লেতেৰা মনে বেয়া কাম কৰিব পাৰে

  • @challengetvandallvideo192
    @challengetvandallvideo192 Місяць тому +3

    ৰাজখোৱাৰ পত্নীৰ চৰিত্ৰৰ কথাটো সছা নহয় যেন লাগে ৷

  • @lilimarightbasumatary6246
    @lilimarightbasumatary6246 Місяць тому +2

    আগতে খুনিছিলো, এতিয়া সম্পূৰ্ণ গম পালো

  • @lakhimiborah6259
    @lakhimiborah6259 3 дні тому

    এবছৰ আগতহে গম পাইছো ঘটনাটো কথা

  • @jitulkalita4455
    @jitulkalita4455 Місяць тому

    কাহিনীহে আজি শুনিলো বহুত বেয়া লাগিল ,

  • @PM-gw1ou
    @PM-gw1ou Місяць тому +4

    সেই ঘৰটোৰ চাই আহিছু বহুত বছৰ আগতে।কিতাপ খনো পৰিছু।

  • @padumidas8698
    @padumidas8698 Місяць тому +10

    আমাৰ অৰ্থাৎ মাধৱদেৱ থিয়েটাৰত এই কাহিনীৰ আধাৰৰ নাটক কৰিছিল । ৰাসখোৱাই অকলে ছোৱালী আৰু ঘৈনিয়েকক মাৰি পেলোৱা নাছিল উমেছ নামৰ লগুৱাৰ সৈতে লগ হৈ মাৰিছিল। উমেছ বোধয় এটিযাওঁ জীয়াই আছে।উমেছৰ ঘৰ জাগ্ৰাত।

    • @northeastassamesefoddie9664
      @northeastassamesefoddie9664 Місяць тому

      Nalbari t bule soritro val nasil

    • @kasturibarman9403
      @kasturibarman9403 Місяць тому

      Jagra amr osarr

    • @dwijenkalita3853
      @dwijenkalita3853 11 днів тому

      জাগ্ৰত নহয় বেলশৰ t আজিও জীয়াই আছে

    • @DayalSarma-q4e
      @DayalSarma-q4e 5 днів тому

      উমেশক আমাৰ ঘৰৰ ওচৰত থিয়েটাৰ এখনত বহু বছৰ আগতে দেখা পাইছিলো।তেওঁ চাপৰ।সেই সময়তে তেওঁ বৃদ্ধ প্ৰায় আছিল।থিয়েটাৰখনৰ নাম পাহৰিলো।

  • @bidyutgogoi8987
    @bidyutgogoi8987 Місяць тому +1

    অভিশপ্ত হে ।

  • @mamonichuitagogoi7682
    @mamonichuitagogoi7682 Місяць тому +1

    হয়

  • @Desiignr
    @Desiignr 10 днів тому

  • @joshnaray3117
    @joshnaray3117 Місяць тому +2

    😢😢😢😢👍👌

  • @keshamonichetri-fe9cn
    @keshamonichetri-fe9cn Місяць тому +3

    সেই সময়ত এই কাহিনীটো বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ হৈছিল আমি বৰ আগ্ৰহে দৈনিক পঢ়িছিলোঁ

  • @dulalrajkhowa2428
    @dulalrajkhowa2428 17 днів тому +1

    Val lagil huni ...

  • @pdpranabdas7237
    @pdpranabdas7237 Місяць тому +21

    Val janeb loga kotha koi se ❤😊🙏

  • @KalyanKumarRaychoudhury
    @KalyanKumarRaychoudhury 24 дні тому +1

    সৰুতে আমি এই ঘটনাটো শুনিছিলো যদিও বিতং ভাৱে জনা নাছিলোঁ। বিতং ভাৱে জনোৱা বাবে ধন্যবাদ।

    • @manojtalukdar1526
      @manojtalukdar1526 23 дні тому

      Umesh bula sakor jon amar gaor a ....madhobdev thiyetar a natok o korisil ai khon

  • @nagendas6117
    @nagendas6117 Місяць тому +2

    Manohor montoi kiba kam koribo khojile , nijor"Antor-Atmar"Anomoti loba lage.

  • @snehashabnam4545
    @snehashabnam4545 Місяць тому +2

    বাংলো টোৰ চৌহদ আৰু ভিতৰুৱা দেখুৱাব লাগিছিল

  • @himanibanikya8168
    @himanibanikya8168 26 днів тому

    সেই সময়ত অনাথ আশ্ৰম নাচিল সেই কৰাৰন হয়টো তেও উপাই নাপাই এই কামটো কৰিছে❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @munindradas621
    @munindradas621 7 днів тому

    সৰুতে শুনিছিলো,হিন্দী ভিডিঅ এটাও চাইছিলোঁ৷

  • @user-fl6tn6mx9u
    @user-fl6tn6mx9u Місяць тому +1

    কাগজৰ পঢ়িবলৈ পাইছিলো এই ঘটনা বিষয়ে ।

  • @bivamonidasdas9127
    @bivamonidasdas9127 20 днів тому +1

    সৰুতে ৰেডিঅত তেওঁৰ হত্যাকাণ্ডৰ ঘটনা আমাৰ চোতালত মা, বৰমা, আইটা, জেঠাই সকলোৱে শুনা মনত আছে। পিছত কিতাপ খন পঢ়াৰ পিছত হে ভাল কৈ জানিলো। দেউতাৰ মুখত অৱশ্যে কাহিনীটো শুনিছিলো ।

  • @kamalauzir3064
    @kamalauzir3064 Місяць тому +1

    অসম বাণী সপ্তাহিক কাকত খনত নিৰোদ চৌধুৰীয়ে ধাৰাবাহিক ৰূপে লিখিছিল ্। এই পৰিয়ালটোৰ বিষয়ে বহুত কথা জানো। সৰু জনী ছোৱালীৰ লগত একেলগে পঢ়িছিলোঁ।একে বেঞ্চত বহিছিলোঁ।টিচি উচ্চতৰ মাধ্যমিক বহু মুখী বিদ্যালয়ত পঢ়া দিনত।বৰ শান্ত প্ৰকৃতিৰ ছোৱালী আছিল আৰু পঢ়াটো ভাল আছিল তিনিও ভনীয়েক।

    • @Adnant732
      @Adnant732 19 днів тому

      তেওঁৰ Original ঘৰ ক"ত??

  • @pinkiscreativity2810
    @pinkiscreativity2810 20 днів тому +1

    Bohut agotei hunisu ghotona to aji ako hunilu

  • @bijurajkhowa7114
    @bijurajkhowa7114 Місяць тому +6

    আমি সৰুতে শুনছো

  • @mamonisaikia39
    @mamonisaikia39 Місяць тому +1

    সৰু তে শুনিছিলো আজি দেখিলো গন পালো।

  • @malaranidevidutta4151
    @malaranidevidutta4151 26 днів тому

    অসমত বহু সমল আৰু ইতিহ্যস আছে তাকে লৈ জনমানসত প্ৰচাৰ আৰু প্ৰসাৰ কৰিলে নৱপ্ৰজন্মৰো উপকাৰ হব।
    দোষীক আইনে অন্তিম শাস্তি ফাঁচী দিলে ।কিন্তু তেখেতৰ বংশ পৰিয়ালৰ বৰ্ষীয়ান সকল আজিও জীৱিত ।আনৰ পৰিয়ালকেন্দ্ৰিক বিষয় এইদৰে প্ৰচাৰ কৰাটো কিমান সমিচীন ইও এক প্ৰশ্ন সময়ে ইয়াৰ উত্তৰ দিব ।

  • @kalpanakalita6552
    @kalpanakalita6552 27 днів тому

    সৰুতে দেউতাৰ মুখত এই কাহিনীটো শুনি ছিলো।

  • @darpanabhattacharjee7136
    @darpanabhattacharjee7136 10 днів тому

    Very old story .There was an assamese film based on this story.My father was acting as the police inspector.This story was published in worldwide magazine illustratedweekly.

  • @HimanjoliBaruah
    @HimanjoliBaruah 8 днів тому

    এইটো সঁচা ঘটনা হয়।

  • @saikiaelectrician7232
    @saikiaelectrician7232 Місяць тому +2

    হিন্দী ইউটিউবাৰ এজনে এমাহ মানৰ আগত দিছিল। তাৰে এইটো ভিডিও কপি।

  • @deepbailung7684
    @deepbailung7684 Місяць тому

    এই কাহিনীটো সৰুতে দেউতাৰ মুখত শুনিছিলো 1976 চনত

  • @geetanjalibarua2662
    @geetanjalibarua2662 22 дні тому

    Xarute kitab khon porisilu ...etia punar vedio tu sai Nostalgic hoi golu😮

  • @lakhimibaruah6029
    @lakhimibaruah6029 Місяць тому +3

    Ami L p. School t pohisilu bohut din or kotha.

  • @rajibdanah3367
    @rajibdanah3367 Місяць тому

    Korobat porhisilu.

  • @nabanitasarma5204
    @nabanitasarma5204 17 днів тому

    সৰুতেইএই ঘটনাৰ বিষয়ে জানিছিলোঁ ধুবুৰীত এতিয়াওঁ আছে সেই বাংলাটো

  • @digonray8106
    @digonray8106 28 днів тому

    বিচাৰক ৰাজখোৱাৰ ফাঁচী কিতাপ খন পঢ়িছোঁ

  • @shikhadas5536
    @shikhadas5536 Місяць тому +2

    কি কাৰণ আছিল

  • @debabratgayari3053
    @debabratgayari3053 Місяць тому

    Kitp pori janiba parsilo ponar Kota to monat polloa babey thanks jonaiso

  • @labanyagogoi1426
    @labanyagogoi1426 10 днів тому

    আপোনাৰ জৰিয়তে নজনা কথা জানিবলৈ পালো

  • @gitagoswami3129
    @gitagoswami3129 Місяць тому +1

    মই "বিচাৰক উপেন ৰাজখোৱা" নামৰ কিতাপখন পঢ়িছো ,কিতাপখনত বেলেকৈ আছে, ঘৈণীয়েক আৰু ছোৱালী কেইজনীক কেনেকৈ মাৰিছিল,এজন চাকৰো জৰিত আছিল,

    • @MotivatorNiranjan
      @MotivatorNiranjan  Місяць тому +1

      অশেষ ধন্যবাদ, সচাই এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়।

    • @dipalidutta6735
      @dipalidutta6735 Місяць тому

      Nimali Rajkhuwa and Junali Rajkhuwa Aru Mai ake Colleget(Handik Girls) Pahichilo,Nirmali Sineor Junali classmate achil Duow Bhal achil,Jibilak Katha ,,,,Micha jen Lage,,,,

    • @bharatibhuyan4569
      @bharatibhuyan4569 29 днів тому

      I​@@dipalidutta6735

    • @bollywoodscenesandudayansh5947
      @bollywoodscenesandudayansh5947 8 днів тому

      Which year batch​@@dipalidutta6735

  • @arupagomacharyya4067
    @arupagomacharyya4067 26 днів тому

    এই কাহিনিৰ আলমত এখন অসমীয়া চিনেমা ৰ্নিমান হৈছিল ,

  • @Seleena_Yeashmin
    @Seleena_Yeashmin Місяць тому

    Mangaldai r baxinda asil

  • @Adnant732
    @Adnant732 19 днів тому

    তেওঁৰ আচল ঘৰ ক'ত আছিল??

  • @dikchitakashyap907
    @dikchitakashyap907 Місяць тому

    থিয়েটাৰ খনৰ নাম পাহৰিছো ... কিন্তু নাটক খন আছিল .... ফাচী কাঠত ৰাজখোৱা ... সম্পূৰ্ণ সচা ঘটনা ।বাইহাটা চাৰিআলিৰ কৰৰাত চাইছিলো

  • @Bi-Hi365
    @Bi-Hi365 Місяць тому

    The Rajkhowa Murders
    (A Case Shocked India)- Nilutpal Gohain

  • @bulugogoi3548
    @bulugogoi3548 Місяць тому +1

    Uppandra rajkhyae asamor gllani anila.

  • @parikshitsaikia9069
    @parikshitsaikia9069 13 днів тому

    তথ্য ভুল হৈছে, বৰদা চৰণ শৰ্মা ৰাজখোৱাৰ পত্নীৰ ভিনিহেক আছিল,ককায়েক নহয়,পত্নীৰ ভায়েক আছিল অপূৰ্ব কুমাৰ বৰুৱা,তেখেত আমাৰ ওচৰ চুবুৰীয়া।

  • @munindraborgohain6054
    @munindraborgohain6054 Місяць тому

    Asleep.maiya.pale.teuk❤

  • @manojtalukdar1526
    @manojtalukdar1526 23 дні тому

    Umesh nm r sakor jon mr ghr r osar r a asil......

  • @nirmalipathak3571
    @nirmalipathak3571 Місяць тому

    Bahut basar agate theatre akant natak hisape dekuaisil.jot natakar seshat kamkara manuh janak dekhisil.

  • @dwijenkalita3853
    @dwijenkalita3853 11 днів тому

    যোৱা বছৰ থিয়েটাৰ t নাটক হিচাপে চাইছো

  • @user-ny6lo5hn3o
    @user-ny6lo5hn3o 7 днів тому

    Moi sai aahisu n ghotona tu hunisilu 5/6 bosor boyokhot, maa r mukhot

  • @rijumanihazarika4767
    @rijumanihazarika4767 28 днів тому

    Fasir kathot rajkhowa thiyatar t saisilu

  • @rajeshbora1121
    @rajeshbora1121 24 дні тому

    ঘৈনেকক বেলেগ সুডা কাৰনে সৱকে মাৰিলে

  • @kushrambora7467
    @kushrambora7467 Місяць тому

    Papi ki আচৰিত জন্তু হি

  • @durgeswardas3166
    @durgeswardas3166 13 днів тому

    ফাঁচী কাঠত ৰাজখোৱা নাটক খন চালোঁ

  • @KanchanRoy-fn6zs
    @KanchanRoy-fn6zs Місяць тому

    Thietart saisilu fashikathot rajkhoa

  • @laxmirekha1073
    @laxmirekha1073 12 днів тому

    Harute hunisilu. Hai homoyat tulpad lagishil

  • @najmajaman6388
    @najmajaman6388 21 день тому

    Moi. Babai ai khahini tu schoot thokotei koisil

  • @dipanjalidas5040
    @dipanjalidas5040 Місяць тому

    Moy dhuburir sowali , xoru te deutae kosil ghotona xini ami xunisilo , aji akou abr xunilo

  • @budhinduttadutta1575
    @budhinduttadutta1575 Місяць тому +1

    এই কাহিনীটো যেতিয়া হয় মোৰ বয়স আছিল ৮মান‌ হব।
    সেই সময়ত গাঁৱত বাতৰি কাকত পঢ়া মানুহ নাই।মোৰ দেউতা ডাক-তাৰ বিভাগৰ কৰ্মচাৰী পোষ্ট মাষ্টৰ আছিল।সেইসময়ত উজনি অসমৰ একমাত্ৰ বাতৰি দৈনিক জনমভূমি প্ৰকাশিত হৈছিল।
    তেতিয়া এই ৰাজখোৱা পৰিয়ালৰ ঘটনাতো প্ৰকাশ পাইছিল।আমাৰ ঘৰলৈ বাতৰি খন পঢ়িবলৈ স্হানীয় লোক গৈছিল। ধাৰাবাহিক ভাৱে ঘটনাটো বাতৰিখনত ওলাইছিল। সময় বাগৰা লগে লগে এই ঘটনাটো ১৫-২০বছৰৰ পিছত এখন
    উপন্যাস হিচাপে এখন কিতাপ
    ওলায় নাম আছিল-নিয়তি লিখন উপেন ৰাজখোৱা। মই
    ডাঙৰ হলো সৰুতে শুনা ঘটনাটোয়ে মনত কৌতুহল হৈছিল বাবে কিতাপখন কলেজৰ লাইব্ৰেৰী পৰা এজন
    ছাত্ৰ দ্বাৰা আনি পঢ়িছিলো। আজি ভিডিঅটো দৰে ঘটনাটো
    অলপ পৃথক আছিল।কিতাপখনৰ মতে ৰাজখোৱা
    পৰিয়ালৰ তিনিজনী ছোৱালী
    ঠিকেই কিন্তু তেওঁলোকক হত্যা
    কৰা কাৰণটো আছিল পত্নী তথা ছোৱালী কেইজনী চৰিত্ৰ ভাল নাছিল। সৰু ছোৱালীজনী
    ঘৰৰ চাকৰ ল'ৰাটো লগত অবৈধ্য সম্পৰ্ক আছিল। পত্নী আৰু ডাঙৰ মাজুজনী কন্যা
    আছিল বজৰুৱাদৰে দেউতাক
    অফিচ টাইমত বাহিৰত ঘুৰি ফুৰিছিল।শেষত সকলো কথা
    পিতৃ ৰাজখোৱাই গম পাই তেওঁ
    ব্যক্তিগতৰ সন্মানত আঘাট পাই
    ঘৰৰ চাকৰটোক বৃহৎ টকা দি
    তাৰ সৈতে এই কাণ্ড কৰে বুলি
    উপন্যাসখনত উল্লেখ আছিল।

  • @mohansonowal7062
    @mohansonowal7062 Місяць тому

    Hindi pora copy korose

  • @pahisarmah8075
    @pahisarmah8075 Місяць тому

    Fasi kathat Rajkhowa aikhan natak sai mor dadai ai ghatanato kaisil lagat marat sahai karisil rakha manujane

  • @nekibuzzaman5195
    @nekibuzzaman5195 Місяць тому +1

    Jonali Rajkhowa i deotakok prithibir hakalotkoi val paisil
    boli koisil.

  • @babuboruah2078
    @babuboruah2078 19 днів тому

    Copy..... Haha

  • @NabajitBoro-bf4ih
    @NabajitBoro-bf4ih 12 днів тому

    Madhabdeb theatert natak khan dekhusu

  • @anowara.begum23
    @anowara.begum23 Місяць тому

    মাৰ মুখত কাহিনী টো শুনিচিলো

    • @MotivatorNiranjan
      @MotivatorNiranjan  Місяць тому

      অশেষ ধন্যবাদ, সচাই এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়।

  • @arupbaruah6314
    @arupbaruah6314 Місяць тому +1

    Pagal

  • @puspadhardowarah1932
    @puspadhardowarah1932 Місяць тому

    নাটকখন চাইছো বহু বছৰ আগতে।

    • @kanaklalsutradhar6998
      @kanaklalsutradhar6998 Місяць тому

      Dhubri loi Gole xei ovisopto banglo tu saboloi nepahrib, atiao sage jungolere dhaki,abandoned hoi ase.

    • @Sagar-Saikia
      @Sagar-Saikia 6 днів тому

      ​@@kanaklalsutradhar6998 dhuburi kn khnit ase

  • @jayantadutta5009
    @jayantadutta5009 Місяць тому

    ৰাম কৃষ্ণ।।

  • @himandas6042
    @himandas6042 Місяць тому

    অভিসপ্ত নহয় অভিশপ্ত হয়,শুদ্ধকৈ লিখিব ৷