মামাৰ নাগাৰা নাম, ফৰিঙ পাঠক😂, Black And White Comedy Video 2022
Вставка
- Опубліковано 7 лют 2025
- এইটো এটা ধেমেলীয়া ভিডিও। ইয়াৰ কাহিনী সম্পূৰ্ণ কাল্পনিক। ভিডিও টো চাই কেনে পালে কমেন্ট বক্সত জনাব আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে নিজৰ বুলি ক্ষমা কৰি দিব।
#blackandwhite
যদি আপুনি আমাৰ লগত Connect হৈ থাকিব বিছাৰে, তেন্তে আমাৰ Facebook Page "Black_and_white" Follow কৰি লওক।
Camera: Lucky
Story + Direction: Pankaj Haloi
.
.
Weeding contact 8638352573 - Розваги
পাগল হৈ যাম অ বিকাশ। তামাম হাঁহিলো
আমাৰ ভাত নামাৰিবা দেই ভাই
Hoi dada
Hoi dada
Ki j koi dada😂... apuni main❤
😁😁😁
Mrinal dadak sai mor birat val lagai dadai Belge disi kin2
Life r 1st Acting🥰🔥Nagara Naam
Big fan
Mjhhh ❤️
Mojja big fan dada
Ebar he mjhh bikash da mrinnmoi da mahanta daa🔥🔥
Tomar acting moja hoise
ultimate
thnku vai 😍
Dimpu da 😍
Umm tamam ultimate vai 👍👍
Kids gameor babe subscribe kori rakhibo
🔥🔥🔥
সুন্দৰ উপস্থাপন।বহুত হাঁহিলো দেই
সচা কথাৰে সুন্দৰ প্ৰদৰ্শন কৰিছা বিকাশ দা বহুত ভাল লাগিল ।আৰু হাহিলো খুব অকলে অকলে ।
বিকাশ দা আগুৱাই যোৱা।। অসমৰ আগশাৰীৰ এজন অভিনেতা হোৱা ❤️❤️❤️love from hojai
নাম শুনি ধুনীয়া লাগিছে ..আগলৈও এনেধৰনৰ নাম শুনিব পাম বুলি আশা ৰাখিলো😊
নামৰ আৰম্ভণি ধুনীয়া হৈছে 👌👌👌 বিকাশ ভাই এনেও তোমালোকৰ ভিডিও বোৰ চাই বহুত ভাল লাগে ❤️❤️❤️
ধুনিয়া হৈচে নাম।তাম হাহিলো নাম চাই অৰু এনেকোৱা নাম গাবা দে বিকাশ বহুত বহুত ভাল হৈচে।
মিৰ্জা লৈ আহিবা দেই নাম গাবলৈ নিমন্ত্ৰণ দিলোঁ । ভিদিও টো চাই বহুত ভাল লাগিল আৰু বহুত হাঁহিলো পৰিয়ালৰ গোটেই বোৰে মিলি ।
Ultimate 🥏🥏...
বৰ্তমান সময়ৰ সত্যতা আপুনি অতি সততাৰে প্ৰকাশ কৰিছে
ফৰিং পাঠক
খুব সুন্দৰকৈ আপুনি সাম্প্ৰতিক কালৰ কথা উপস্থাপন কৰিছে। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
নামটো ভাল হৈছে ৷ নামটো গাঁৱে-ভূঞে, নগৰে-চহৰে , পৰ্বতে-পাহাৰে , নদীয়ে-সাগৰে সকলোতে প্ৰচাৰ কৰিব লাগে ৷
সঁচাকৈ বুজাব নোৱাৰি ধেমালিৰ আৰু সুৰৰ মাজেৰে সত্যতা প্ৰমাণ দিছে তোমালোকৰ ভৱিষ্যত কামনা কৰিলোঁ 🙏🙏🙏😍
Jui dada
বিকাশ দা আপুনি সঁচাই এজন ভাল অভিনেতা। সকলো অভিনয় আপুনি ফুটাই তুলিব পাৰে । আপোনাৰ গ্ৰুপটো সুন্দৰ সজাইছে।
অকলে অকলে ইমান বেছি হাঁহিছো কি কম। বহুত বহুত বহুত বেছি ভাল লাগিল। দিনটো কিবা ভালে লগা নাছিল আপোনালোকৰ video চাই বহুত মন ভাল লাগিল। এনেকুৱা কাম কৰি গৈ থাকক। মৰম যাচিলো সকলোকে ৰঙিয়াৰ পৰা।❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
সুন্দৰ,নাগাৰা নাম পৰিবেশন কৰিছে । মামাৰ পদুম ফুলৰ পাৰ্টিক ফালি-চিঙি যোৱাকৈ বৰ বেয়াকৈ ধুই এইবাৰ মামাক একেবাৰে জেগাত দিয়াৰ বাবে দলটোৰ আটাইলৈকে পুনৰবাৰ ধন্যবাদ থাকিল ।
☺️ধেমালিৰ চলেৰে একদম সত্য কথা☺️👌
☺️তামাম মজা লাগিল কিন্তু Vdo2 চায়
এনেদৰেই সদায় আগুৱাই যোৱা☺️
🥀তিনিচুকীয়া জিলাৰ পৰা বহুত বহুত মৰম যাচিলো🥀☺️🥀
স্বনামধন্য ফৰিং পাঠকদেৱক এটি লাইকেৰ সম্ভাষণ জনালো আৰু আপোনালোকেও জনাওক🤞💙
👍
লগতে মই নামটি ভাল পাই এটি ক্ষুদ্র পুৰষ্কাৰ (কমেন্ট)আগবঢ়ালো🤧
re
Dhuniya hoise ....hahi hahi pet bikhai gol
মই কাৰো video t comment দি পোৱা নাছিলো আজি Frist বিকাশ দা মজা লাগিছে ♥️🥰
বিকাশ দা আপুনি মহান 😘 , আপোনাৰ নাম সুনি বহুতে ভাল লাগিল 😀 আৰু এনেকৈয়ে আগুৱাই গৈ থাকক।।। You are great 😘😊..
উফ বিকাশ দা সচাঁই বহুত ভাল হৈচে 🥰😍😍
ধেমালিৰ মাজেৰে বহু কথা বুজাই দিলা বিকাশ দা.. ভাল লাগিল... ❤️❤️❤️বহুত সুন্দৰ হৈছে ❤️❤️
🙏🙏🙏
অ একে একে দুই মামা তুমি জুই 🔥🔥🔥🔥Dipmu থাকলি আৰু জমিল হয় | ভাইহাত চাধা একখলা দিয়া 😃😃😃😃😍😍😍😍মামা নাম দল এইবাৰ দেৱালি নলবাৰি ৰাসত Book হৈ গেল দে আৰ 😍😍😍😍😀😃😄😜❤❤❤💚💚💚💚💛💙💜
অতি সুন্দৰ প্ৰদৰ্শন, আৰু সুন্দৰ সুন্দৰ প্ৰতিভা দেখিবলৈ পাম বুলি আশা কৰিলো, ধন্যবাদ ❤🎉
অতি সুন্দৰ প্ৰদৰ্শন ❤️ আৰু এনেকুৱা video লাগে ❤️
গোটেই খিনি এ ভাল হৈছি❤️❤️
concept অৰ ভান্দাৰ ভৰি আছে।
বিকাশ পাঠক অৰ দ্বাৰা হিমন্ত মামাৰ কথা বিশ্লেশন 😅😅😅
Mojja Bikas da💖❤️
😊
Bhal Lagil😊😀🙈
Mojja lagese bekas da taan jomone ❤😅
অসাধাৰণ প্ৰদৰ্শন দেখাইছে বিকাশ দা আপোনালোকে💘
Namtu val lagise
সুন্দৰ হৈছে আগুৱাই যোৱা তাৰেই কামনা কৰিলো. 👌👌👌
Nice 🙂🙂🙂
অতি সুন্দৰ মনোগ্ৰাহী গুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ সমাজ সংস্কাৰক হিচাপে বিবেচিত হৈছ আপোনাৰ জাতি প্ৰেমক নমস্কাৰ
অতি সুন্দভাৱে উপস্থাপন কৰিছে। বৰ ধুনীয়া লাগিল video টো।
Outstanding😂🔥💥
সচাই বহুত বহুত বেছিয়ে ভাল লাগিছে আৰু আগলৈ আগুৱাই যোৱা তাৰে কামনা কৰিলো আৰু শেষখিনি জুই তামাম হাহিছো 🔥🔥😍❤️❤️❤️❤️
Moja hoisa ❤❤❤❤🎉😅😊
ধেৎ তেৰিকা 😂😂😂😛 কি নাম আমাৰ ইয়াতে মাতিবই লাগিব 🤗😃😃
বহুত ভাল লাগিল মই ছাৱক্ৰাইৱ কৰাৰ লগতে এটা লাইকৰে মৰম দিলো।
একদম সচাঁ ভাল পাইছো🎉🎉🎉
অসমত Talent ৰ অভাৱ নাই । Example - Bikash Da. Love You.
বিকাশ দাই পাঠক হৈ শেষত তাল যোৰ বজাব লাগিছিল একবাৰ ।যি কি নহওঁক নাম বঢ়িয়া মজ্জা ।।❤️❤️❤️❤️❤️লাভ from Amayapur।।।।
I am from tilana
কৃষ্ণ কৃষ্ণ বাপ,খকল,তোমালোকৰ,নমো,খুনি,হাঁহি,হাঁহি,মুতা,বাহিৰহ,হৈ,গ'ল, ধন্যবাদ ❤❤❤🎉🎉
Hee hori ultra pro Max levelr nam dekhun o😂😂🤣
Moja hoisi dada 🌹 aro lage ata gan
বিকাশ দা তামাম দিছা কিন্তু 😝😝😝বহুত ভাল লাগিল😂😂😂
Moi mane ami bahut bahut val paisu
Val hoise
😂😂😂😂😂 বহুত হাহিলো। একদম সুন্দৰ উপস্হাপন ❤️🙏
ফৰিং পাঠক 🔥🔥🔥 bikash da 🔥🔥
বৰ সুন্দৰ হৈছে। বাৰে বাৰে চাই আছো তথাপিও আমনি লগা নাই. হাঁহি হাঁহি পাগল হৈ গৈছো
আৰু এনেকুৱা ভিডিও লাগে ❤... Love from Nityananda( Bajali )
bangaigaon
তামাম হাঁহিলো....nice বিকাশ দা... আমাৰ ভাত নামাৰিবা,,,,,acting 🔥🔥
Nice
Val lagisa
Moja... কন্ঠ ভাল মহন্তৰ নাম শিকক।😌😍😁😁😆
একদম মজা বিকাশ দা বহুত ভাল লাগিছে ❤️ বহুত হাহিলো ধেমালিৰ মাজেৰে বহু কথাই প্ৰকাশ কৰিছে নামৰ ভংগীও প্ৰশংসনীয়🥰❤️ সুন্দৰ কন্ঠ আপোনাৰ সুন্দৰ উপস্থাপন আৰু আগুৱাই যাওক বিকাশ দা🥰❤️জয়তু জয় আই অসম ❤️
নাগাৰা নামৰ জৰিয়তে খুউব সুন্দৰ নিদৰ্শন ও অভিনয়।
Video টো চাই মনটো সঁচাকৈ বহুত ভাল লাগি গল।🎉🥂
নলবেইৰা ❤️
Mrinmoy dada acting dhunia hoise 😍❤
🙄
Mahanta da bahut bhal lagil
আৰু এনেকুৱা video লাগে Black and white 🖤🤍
ভাল হৈছে
😢❤❤❤❤❤❤❤😂😂
মা মনচুলানি মাথা মুন্দ 😉 বিকাশ দা 🙏🙏🙏
সঁচাকৈ আমি বহুত হাহিলো মজা লাগিছে দে ♥️🤗🤗 বিকাশ দা বিকাশ দাৰ কাৰণে please please please ☺️ like
পাঠক হব পাৰিবা...😍😍😍
val hoise kin2 Mrinmoy dai olp laaj krise 🤣
Sapor mila nai tar
Part 2 khon u bonabo son vl lagise ♥️❤️❤️
Mojja Bikash da🔥🔥🔥🥰
This is called Talent 🔥🔥❤️❤️
Armar Tate Mari ahibane Tumi koba da❤❤❤ Tumi jui🙏🙏👈👈Dada❤️❤️👈
Tamam hahilo dei aji 🤣🤣🤣 mojjjjaa bikash da 🥰🔥🤘 love you
Superb fantastic and fabulous performance Bikash bro👍
ভাল লাগিল,,,আৰু তামাম হাহিলো
একে একে দুই বিকাশ দা তুমি জুই🔥🔥🔥
মোৰ লগতে আমাৰ মায় বহুত বেছি ভাল পাইছে 😍😍😍
অতি সুন্দৰ হৈছে, নগাৰা নামটো ও আজিৰ দিনত এনেকুৱাই হ'ব লাগে।
ভাং খাই মৰি যাম বিকাশ...!! টামাম দিচ' বে......হিলাই দিছা...🔥🔥
মজা ভাইৰেল হৈছে দেই তোমাৰ ভিডিও টো 🥰হিমু মামা আহিছে 😁আজি আনন্দ ৰ সীমা নাই 🤣মজা
তামাম দিছে দাদা ভাল লাগিল আৰু এনেকুৱা ভিডিঅ লাগে।
Bht.val.lagil
বঢ়িয়া হৈছে বিকাশ ভাই ❤❤❤
আৰু। লাগে। পিছ😂😂
ফালি চিৰি দিছা পুৰা তোহোন 🔥🔥🔥
Thanks for your nam and all the friends. This our culture. This incident became history at last.
So funny Bikash.
Black & white zindabad.
Mojjja Bikash da 🔥🔥love from Rangia
সুন্দৰ উপস্থাপন বিকাশ দা ❤️
Mojaa hoise dei
Love from nalbari ❣️❣️ barbhag
Barbhag 💚
Barbhag ❤️
Moja😜🔥🔥🔥
Part 2 ahibo lage✨nagara naam r✨
From gerua
নাগাৰা নামৰ নামত কিন্তু জাগাত দিছা সচাকৈ বহুত ভাল লাগিল।
Mojja 😂😂🔥🔥
Mojja Bikash da❤️❤️❤️ Love from rangia.
মজা গাইছে dada 👍
😁😆😅🤣😂
Mojja Bikash da love from Nalbari ❤️
Mojja Bikash ❤️❤️❤️❤️
মজা তপিকত নামটো মাৰিছা ভাল লাগিল চাই |
ধুনীয়া ❣️❣️
Nice video
Aio deha sunu munu eman dhuniya Nam gaisa morom lagi goise... Love you all
Next level bro❤❤❤❤
খুব সুন্দৰ পৰিৱেশন 👏 শুভেচ্ছা থাকিল
Mojja bikash daa ❤️🔥❤️
Absolutely entertaining
মৰান নহা মাতটো ভাল দেখো । ভাল লাগে । হাজাৰ ব্যস্ততাৰ মাজত ৰসাল ভিডিঅ চাই mind fress হৈ গল।
Mojja da 🔥🔥🔥