"সোণৰ খাৰু নালাগে মোক" ইতিহাস থিয়েটৰ full drama

Поділитися
Вставка
  • Опубліковано 7 лют 2025

КОМЕНТАРІ •

  • @Tulikaartacademy912
    @Tulikaartacademy912 2 місяці тому +8

    মনত পৰে আজিৰ‌ পৰা ৪০/৪৫ বছৰৰ কথা‌ । সেই সময়ৰ অভিনেতা জিবেশবৰ ডেকা অখিল বৰ্মন মায়া‌ বৰ্মন ৰমনি ৰাভা মুহি ভৰালী দুৰ্দান্ত অভিনয় মঞ্চ কপাই দিয়ে। আৰু কৌতুক অভিনেতা মিলিক‌‌ কলিতা গুনেশবৰ ভুঞা‌‌ ধৰ্মেশ্বৰ তালুকদাৰ । ভাগ্যদেৱী থিয়েটাৰৰ নাট লাল‌ হীৰা খুন কা‌ বদলা খুন । সেই বিলাক অভিনেতাৰ অভিনয়ৰ আগত আজিৰ চম্পক‌‌ শৰ্মা মৃদুল ভূঞা ৰ অভিনয় একোৱেই নহয় । বেয়া লাগে আগৰ নাটক অভিনেতাৰ কথা মনত পৰিলে চকু সেমেকী উঠে।

  • @bedantatalukdar2078
    @bedantatalukdar2078 4 місяці тому +8

    Moja

  • @imranhasmi427
    @imranhasmi427 2 місяці тому +3

    Nice.

  • @PapuGogoi-l6w
    @PapuGogoi-l6w 2 місяці тому +1

    Gort ba voni dada