লতাশিলৰ বিহু মঞ্চত ৰঞ্জিত গগৈৰ বিহুদলৰ মঞ্চ কঁপোৱা অনুষ্ঠান | Ranjit Gogoi Bihu | Latasil Bihu
Вставка
- Опубліковано 4 січ 2025
- লতাশিলৰ বিহু মঞ্চত ৰঞ্জিত গগৈৰ বিহুদলৰ মঞ্চ কঁপোৱা অনুষ্ঠান | Ranjit Gogoi Bihu | Latasil Bihu
#bihu
#bihu2024
#latasilbihu
#ranjitgogoi
মাহমৰা আমাৰ গৌৰৱ ৰঞ্জিত গগৈ দা বহুত বহুত বেছি ভাল লাগিছে এনেকৈ বিহুক জীয়াই ৰাখক ❤️
বহুত সুন্দৰ!ভগৱানে আপোনাক সুস্বাস্থ্য দিয়ক আৰু আগবাঢ়ি যাৱক🙏🙏 ❤️
Excellent 👍👍👍. Happy Rangali bihu. From Kashmir.
পৃথিৱীৰ মানুহে যদি কেতিয়াবা মঙ্গল গ্ৰহত বসতি কৰিবলৈ যায়, আৰু অসমবাসীয়ে যদি তাত স্থান ল'ব পাৰে, তেন্তে তাতহে এই বিহুযোৰা প্ৰদৰ্শন কৰিলে ভাল লাগিব। বৰ্তমান সময়ৰ অসমৰ বিহু মঞ্চতকৈ এই বিহুযোৰা বহু বেছি আগবাঢ়ি আছে।
জয় আই অসম।
বহুত বহুত সম্পূৰ্ণ সুন্দৰ
Long live Ranjit Da 🙏 আপোনাৰ অনুষ্ঠান বহুত সুন্দৰ হৈছে ভাল লাগিল 🌹
Myself SAANATON BORUAH I really connected to this song
আপোনাৰ বিহু চাই,চাই থাকিলেও হেঁপাহ নোপোলাই আমাৰ গৌৰৱ ৰঞ্জিত গগৈ--
মজা আৰু আগবাঢ়ি যোৱাত শক্তি দিয়ক
Unbelievable & mind blowing performance by Ranjit da & his team........ Proud of Sivasagar......
ৰঞ্জিত গগৈ ৰ বিহু এনেকুৱা নেকি? বহুৱালি এৰিব ৰ হল। মাত টো শুনিব নোৱাৰি ।😢
Hundor dada 👌👌👌
সুন্দৰ 👍❤️....... কিন্তু হাতত ঘড়ীৰ ঠাইত ৰুমাল হোৱা হ'লে বেছি ভাল লাগিল হয়।।
অতি সুন্দৰ প্ৰদৰ্শন বহুতো ভাল লাগিল সকলোলৈকে শুভেচ্ছা জনালোঁ।
Bhout bhout Val lagila.......
অতি সুন্দৰ প্ৰদৰ্শন
সঁচা কথা কবলৈ গলে, ৰঞ্জিত দা, আমি আপোনাক ,এজন ভাল বিহুৱা হিচাপে জানো, আপোনালোকে মঞ্চত কি দেখুৱালে , একোৱেই বুজি নেপালো,
সুন্দৰ ঢুলীয়া বাদনুবাদ মঞ্চ উজলি উঠিছে ৷
Ati hundar👍👌❤🔥🔥❤🔥
বৰ মজা আৰু আগবাঢ়ি জাওক
Bahut bhal lagil parantu gayak r mat xur mitha nohoy in future try for sweet singing. Thanks. Chhabi lal singha, from Punjab.
Woooooo❤❤❤
Happy Rangali Bihu..🎉Bahut lagil...
আপোনালৈও ৰঙালী বিহুৰ ওলগ যাচিছোঁ
Bht bht bht bhal lagil sy
Dhunia hoise
Bohut bhal lagil.
অসমীয়া বিহগীত এনেকুৱা নেকি
কৃষ্ণ
অতি সুন্দৰ প্ৰদৰ্শন ❤❤
Thanks Mr. Ranjit Gogoi, performances are mindblowing. May God bless you with your teammates.
বিহুৰ নামত এইবোৰ অতিৰিক্ত হৈছে ।
Bhut vl lagile de
Xosa stage fali dile tamam bahi gaan dhul nas jui🥵🔥🥀🥀
Bohut val lagil❤
Extreme ❤
Nice
A fusion of bihu and modern song and husuri
অলপ নহয় বহুত বেছি হল বিহু গৈ কৰোবাৰ পালেগৈ নাচনী কম হল গগৈ চাহাব
Excellent
Bahutballlagise❤
Gutei biswaduniai dekhise asamor bihu. Amar gaurav.
ইমান ভাল লাগিলে
আজি কালি পৰিবৰ্তন কৰি কৰি সকলো শেষ হ'ব ধৰিছে । পুৰণি অসমীয়া ৰীতি-নীতি লুপ্ত হোৱাৰ পথত ।
Nice ❤❤❤
Asol Bihu amar Tinsukiat he dekha paba 😏
বিহুৰ বিলৈ
Sir bikhoye jiman konoloy gole o kom hob bhut dhuniya anisthan kinto jiheto bihu anusthan xokolo dhuniya koi xaj pusak pindhi poribekhon korise kinto siror hatot hasoti khon nedekhilo kiba ata kom kom jen lagil vul nubujibo kiwa babe
ডাঙৰীয়া , আজি ৰ বিহুখনত এইয়া নাচৰ শৈলি ! অহা বছৰ আৰু কিবা হবগৈ । ১০/১২ বছৰত বিহু নাচৰ শৈলি বোৰ শেষ কৰি পেলাব ! আপোনাৰ পৰা নবপ্ৰজন্মই এইয়া শিকিছে । ৰাইজে ভাল পাইছে বুলি ভাবিছে যদি আপোনাৰ ভূল হৈছে কিয়নো সেই সকলে বিহু বুলি কলে ""ৰিণিকি ৰিণিকি বুলিয়ে ভাবে! আপোনাৰ বয়সৰ একাংশই বিহুৰ প্ৰকৃত স্বৰূপ ! বিহু কি ? বিহু কাক কয় ! হুঁচৰি বিহু কি কেনেকোৱা নাম গাই । এইবোৰক লৈ বিছাৰক হিচাপে সংগ্ৰাম কৰি আছে ! আৰু আপোনী বিহু এনেকৈ নাচে ৰাইজক আমোদ দি আছে । ভাষা হীন ! অসম ৰখাতলে যোৱাত আপোনাৰো অৱদান আছে বুলি ভাবি লৱ পাৰো !ভাষা সংস্কৃতি এটা জাতিৰ মেৰুদণ্ড! পাৰে যদি দলটো নামটো সলনি কৰক । বিহু দল নহয় । হবই নোৱাৰে ! বিহু এনেকোৱা নহয় ? মহাশয় ! উঠি অহা প্ৰজন্মক ধংস নকৰিব !
Hosa kotha 🙏🙏🙏
🙏hosa koise
আজি মোৰ মোৰ নমস্য জয়কান্ত গন্ধীয়া দেবলৈ মনত পৰিছে আচলতে দুখো লাগিছে কি দেখিছোঁ এইবোৰ।
Right
Nice❤❤❤🙏🙏🙏👍👍👍
Nice😍👌🏻
Excellent performance
একেখিনিকে আমনি লাগিছে বেলেগ নতুন কিবা হ'ব লাগে
Asom gourob ujjolaii tulise hundor
Very very nice
বান্দৰে নাৰিকলৰ মোৰ কত বুজি পাব।।।। সেই কাৰণে ফকতিয়া comment কৰি আছে।।।।।।। এনেকুৱা ওজা চাপৰ কোনো দিন শুনি এ পোৱা নাই চাগে।।।। সিহঁতৰ তাত ভঙা বগিতিং হে বজাই থাকে
অতি সুন্দৰ 😊
Dhuniya
বউুত ভাল লাগিচে❤❤
Bihu ne ki aku bujibo nuwarilu. Ranjit Gogoiyea Murot Morakhonok ki buli koi.
Very nice
বিহু সুৰীয়া নামত ও নতুন ৰহন হানিছে | 😂😂
Not original upper Assam Bihu nam & nas.
এইয়া বিহু নৃত্য নহয় |
@@PMBMix এইয়া খিছিৰি (rimiX) নৃত্য হৈছে |মুঠৰ ওপৰত বিহুক বিকৃত হব নালাগে | বিহু টো বিহুৰ ৰূপত থাকিলেই ভাল|
হয়... সকলোতে আধুনিকতা হয়তু অপ্ৰয়োজনীয়
ৰঞ্জিত গগৈ জঢ়িত থাকিলে এনেকুৱা কিবা এটা কৰিবই খেলি মেলি
Jona buja manuh bure bihu borbad korise
Apunar hatatei bihurr ai absta hole bihu ki hbgoi?abar akle bahi vabak moi ki krib loisu?gaonr saha jibanr bihu Ane hoijanu?
Bihur namot bohuwali buli koi eibur
Bohuwali buli j kola... Kihot vul dekhila hae2 kueasun..,
@@rupamgogoi4968 bihu nitiyo anekoi nanase nhoi, bihu namot bohuwali a hoise
🙏🙏🙏🙏♥️♥️♥️♥️♥️♥️♥️🙏🙏🙏🙏🙏
Golgi Da sowsuiet most gamusa kot
Eman dhuniya eta pgm k eneke kobole eikeitar laaj lagibo lagisil. Nije ba ajileke stage t uthi paisene nai. Sihhhhh....
Vl nogil
😊
Ronjit, da,...... Mna, buhu j
আৰম্ভনিতে ফকতিয়া
Atcha bihu ki etea he gom paisu😂
Kinu bihu gaise ...entry to fakatia hoise akabare ..
Ki bihu dhol badan ,
Anekua bihu dance pothom dekhisu horu r pora ketiaw dekha naslu.... Aayaa bihu dance hbo e nuare anekoi ketiaw nanase...... Bihuwotu hikole aneke nosa hole pothom.. Ditio sthan lav bkre
Bihuk bihu hisape thakib diyak .kiba ata vl lga ni.
Alop basi basi hol
Behu nohoe ojao nohoe rongeta aeboor ke koresa val loga nai
Thik kotha koisa
first spelling bur jani louk sun pls🙏 then come and comment
Alop basi hol
Val loga ni ronjit gogoi prigam val nalaga.
Ses kri dileee
bihu bihu loga nai
Bihu ne an kiba 😂
Riniki riniki to abr, gabo lagisel
Hitu bihu nam na
Xsa arthat bihu Jen laga nai
Ki paribexan karise ozapali o nahai , bihu geet buli,u kaba nuwari ?
Bihur namot bohuali koratu val kotha nhoi
Olopu val loga nai bihu
Kopale mora, kapur khon Black hua, hola besi val lagil hoi
Gamusa black colouror kopalt mara dekhise naki korobat
ki mane aitu rap bihu naki 😁😁
😁
ওজা বিহু পৰিৱেশন এনেকৈয়ে কৰা হয় ।
ওজা ভেদে নামৰ কথা বেলেগ বেলেগ পৰিৱেশন কৰে ।
Bihu dance nohoi fusion hoise, dangaria axomiar majot bihu dance Bihu dance hisabei rakhak, lagile record bonaboloi ba upasthapan koriboloi ai dance k perform korok
Toi ani bihu jano
@@gitarthadutta3978to you and
ঢোলত প্ৰদশৰ্ন কৰা এইটোক ঢুলীয়া ওজা অনুষ্ঠান বুলি কয় ৷ বিহু নৃত্য নহ’লেও ইও বিহুৰে এটা অনুষ্ঠান ৷
ডাঙৰীয়া বিহু প্ৰতিযোগিতা নহয় অ বিহু পদৰ্ষণহে কৰিছে,
ব ইঢ়িয়াহৈছে
Besi bea lagise eia bihu nohoi
Adhunikran Iman Val loga nai😂
Val loga nai
Faltu besi hol
Bal gaise
Val loga ni
Extreme ❤
Xosa stage fali dile tamam bahi gaan dhul nas sob jui🥵🔥🥀🥀