মোৰ ফুলনিখন আনৰ বাবে জংঘল হ'লেও মোৰ বাবে কিন্তু শান্তিৰ আলয়

Поділитися
Вставка
  • Опубліковано 6 жов 2024
  • #gardening #dibrugarh #assam #india
    • অকণমানি বাৰাণ্ডাখনত ক'...

КОМЕНТАРІ • 150

  • @rijubarthakur8641
    @rijubarthakur8641 Рік тому +3

    মই আজি বৰ আনন্দিত হৈছো আপুনি যি দৰে ফুলৰ কাৰণে পাগল ময়ো সেই আপোনাৰ দৰে এগৰাকী ফুলৰ পাগলি বুলি ঘৰত আলোচনা কৰে । ৰদত যেতিয়া ফুল খিলি থাকে মই ভিতৰত থাকিব নোৱাৰো কষ্ট পায় বুলি গ্ৰিন হাউছত ভৰাই থও । বৰষুণ দিলেওঁ কষ্ট পায় বুলি ভিতৰত ধোম ধাম ভৰাই থওঁ । মনটো বহুত ভাল লাগে ফুলৰ লগত লাগি থাকিলে । বেলেগৰ কথা সমালোচনা কৰি মানুহৰ ঘৰত বহি ফোৰাতকৈ নিজৰ ঘৰত ব্যষ্ট হৈ থাকিয়ে ভাল লাগে । মনটো পৱিত্ৰ লাগে বেলঃগ চিন্তা নাহে ।

    • @Junalisgardening
      @Junalisgardening  Рік тому

      হয় একদম ঠিক কথা কৈছে।ভাল লাগিল আপোনাৰ মন্তব্য পঢ়ি

  • @mayamahanta5908
    @mayamahanta5908 4 місяці тому +1

    ফুলনিখন বৰ ধুনীয়া হ'য়।

  • @kamalapatar1465
    @kamalapatar1465 4 місяці тому

    বৰ ভাল লাগিছে 👌
    মোৰ ও এখন সৰু ফুলনি আছে, অফিচৰ পৰা আহি তাতেই লাগি থাকো। ৰাতিপুৱা হ'লে অকণমান পানী দি যাও। মনটো বৰ ভাল লাগে।

  • @miramahanta3071
    @miramahanta3071 9 місяців тому

    বহূত ভাল লাগিছে আপোনাৰ বাগান খন

  • @pranatitalukdar8072
    @pranatitalukdar8072 4 місяці тому

    wau bar dhuniya bagisa khn ful bor bar dhuniya ❤

  • @harakantatamuli1053
    @harakantatamuli1053 4 місяці тому

    Aapunar phulonikhon bor bhal lagil .

  • @rubigogoi5237
    @rubigogoi5237 Рік тому

    ইমান ধুনীয়া ফুলনিখন। প্ৰতিজোপা ফুল বৰ যত্ন কৰি ৰাখিছে । সচাকৈ দেখিলেই মনটো শান্তি লাগি যায়❤

    • @Junalisgardening
      @Junalisgardening  Рік тому

      অশেষ ধন্যবাদ জনালোঁ😊❤️❤️❤️

  • @Monika-wp1oe
    @Monika-wp1oe Рік тому

    বাইদেউ ফুলনীৰ বাহিনীর ইমান ধুনীয়া কৈ থয়। ভাল লাগে।

  • @jyotisvlog4156
    @jyotisvlog4156 6 місяців тому +2

    Muru akhon fuloni aase ,aapunar fulani khon bor dhuniya,fulani akhone he ghor khon hundor kore ,mur fuloni khanaku manuhe junghal buli koi upai nai mur video buru sabo buli aakha korisu

  • @dimpideka5800
    @dimpideka5800 Рік тому +1

    ফুলবোৰ বহুত বহুত ধুনীয়া লাগিছে বাইদেউ ❤

  • @DaisyRabhaDaisyRabha
    @DaisyRabhaDaisyRabha 4 місяці тому

    মইও ৰাতিপুৱাই ফুলখিনি চাই খুৱ ভাল লাগে

  • @runjunchoudhury8397
    @runjunchoudhury8397 Рік тому

    Bohut dhuniya friend moi tumar friend hoi asu dai tumio hoba buli akha korilu🙏🙏❤️❤️❤️

    • @Junalisgardening
      @Junalisgardening  Рік тому

      নিশ্চয়।অশেষ ধন্যবাদ জনালোঁ😊❤❤❤

  • @junakorxeujiya2873
    @junakorxeujiya2873 Рік тому +1

    মানসিক অশান্তি দূৰীকৰণৰ কাৰণে জংঘললৈ যায় বহুত মানুহ দৈনন্দিন জীৱনৰ পৰা কিছু আতৰি জংঘলত গছগছনি চৰাই চিৰিকতিৰ মাতত শান্তি বিচাৰি যায়, গৌৰৱৰ কথা তেনে এখন জংঘল ঘৰতে আছে।

    • @Junalisgardening
      @Junalisgardening  Рік тому

      একদম। মই ক'ব খুজিও ক'ব নোৱাৰিলো। বহুত কথাই কৈছিলো । কাটি দিলো । কিবা শোকে খুন্দা মাৰি ধৰিলে 😢 এতিয়াহে মনটো ভাল লাগিছে 😂

  • @bivasaikia1987
    @bivasaikia1987 4 місяці тому

    Hundar very nice 👍👍

  • @ilakakati5567
    @ilakakati5567 4 місяці тому

    Bor xundor

  • @naturesnest6553
    @naturesnest6553 Рік тому

    ফুল খিনি বহুত ধুনীয়া লাগিছে,, চাই আছো দেই,,, 🌿🌹♥️

    • @Junalisgardening
      @Junalisgardening  Рік тому

      অশেষ ধন্যবাদ দেই😊❤❤

  • @nituduarah8636
    @nituduarah8636 Рік тому

    Video Tu sai val lagil... Kotha bilak eman dhuniya koi koi...

    • @Junalisgardening
      @Junalisgardening  Рік тому

      অশেষ ধন্যবাদ লগতে বহুত মৰম❤❤❤❤

  • @minakhivlogndrecipi8447
    @minakhivlogndrecipi8447 Рік тому

    fulonikhon iman dhunia lagise..video tu bohut dhunia lagise..new frnd holu full video sai..belicon press korisu..apuniu mur video sai frnd hbo buli akha korilu.

    • @Junalisgardening
      @Junalisgardening  Рік тому

      নিশ্চয়।অশেষ ধন্যবাদ😊❤❤❤

  • @mb9457
    @mb9457 Рік тому +1

    Bohut bohut dhunia ma'am teji ronga pat jupaer namtu jonaboni please

    • @Junalisgardening
      @Junalisgardening  Рік тому

      যিটো টাবত লগাই দেখুৱাইছো সেইটোৰ কথা সুধিছানে ? সেইটোৰ নাম এগ্ল'নিমা

  • @anitabora8817
    @anitabora8817 4 місяці тому

    Nice one......🌹♥️♥️

  • @porikalita9018
    @porikalita9018 Рік тому

    Apunar video Sai hsai bhut besi Val lage.

    • @Junalisgardening
      @Junalisgardening  Рік тому

      অশেষ ধন্যবাদ লগতে বহুত মৰম😊❤️❤️❤️❤️

  • @babitatamuliborah7986
    @babitatamuliborah7986 Рік тому

    ধুনীয়া ফুলনি খনৰ ধুনীয়া কৈ কৰা তোমাৰ কাম বোৰে আমাক মন জুৰ পেলায় দিয়ে ❤ লোকৰ কথাত মন বেয়া নকৰিবা।মনে বিচৰা ধৰনেৰে সুখী হৈ থাকা সদায় এনেকৈ ❤❤❤ Love you dear ❤❤❤❤

    • @Junalisgardening
      @Junalisgardening  Рік тому

      বাইদেউ আপোনাৰ মন্তব্যই মোক সদায় সুখী কৰে । বহুত মৰম দেই।❤❤❤❤❤❤

  • @nirupoma80
    @nirupoma80 Рік тому

    Hosakoi bohut dhunia jonghol nohoi oh bohut dhunia moi sua besi din hua nai atia pale sau moiu koru kintu nambur pahori jau

    • @Junalisgardening
      @Junalisgardening  Рік тому

      অশেষ ধন্যবাদ জনালোঁ😊❤❤❤

  • @satyabatidas2756
    @satyabatidas2756 Рік тому

    একদম সচাঁ কথা ফুল ৰ লগত লাগি থাকিলে মন ভাল হৈ থাকে , সকলো দুখ ভাগৰ নাইকিয়া হৈ যায় ,ময়ো ভাল পাও ফুল খিনি আদৰ যত্ন কৰিবলৈ

    • @Junalisgardening
      @Junalisgardening  Рік тому

      হয় ভাল লাগিল আপোনাৰ মন্তব্য ।

  • @LovelyBigWaterfall-sg4ir
    @LovelyBigWaterfall-sg4ir 3 місяці тому

    Baido Bahut.Bhal.Lagile

  • @mygardenmyparadise9503
    @mygardenmyparadise9503 Рік тому

    Anor kothat mon beya nokoribo .Apuni apunar kamot agbarhi jaok .❤️

    • @Junalisgardening
      @Junalisgardening  Рік тому

      হয় । আচলতে মনৰ কথাখিনি কৈ দিলে মনটো পাতল লাগে যে সেয়ে ক'লো😊❤️❤️❤️

  • @mrinalnath3129
    @mrinalnath3129 8 місяців тому

    বহুত ধুনীয়া আপোনাৰ ফুলনি খন। আপোনাকে দেখি মইও আৰম্ভ কৰিছোঁ ফুলনি এখন ঘৰতে😊 আপোনাৰ ঘৰ কত হয়?

  • @nonichutia3034
    @nonichutia3034 Рік тому

    হাইদেনজীয়া বোৰ ইমান মৰম লগা

  • @MitunGhose
    @MitunGhose Рік тому

    Hosa koise baidow ful goch mur bohut moromor gotike moy apunar mon tu gom paisu

    • @Junalisgardening
      @Junalisgardening  Рік тому +1

      আপোনাৰ মন্তব্যত সুখী হ'লো । অশেষ ধন্যবাদ 🙏

  • @ringkudas6601
    @ringkudas6601 Рік тому

    Khub bhal lagil apunar bagisa khon dekhi ...muru xorukoi akhon bagisa ase ..ful mur priyo xomoi bur kenekoi par hoi fulor logot thaki gomei napau ...

    • @Junalisgardening
      @Junalisgardening  Рік тому

      হয় ঠিকেই কৈছে । ভাল লাগিল আপোনাৰ মন্তব্য

  • @inumonisarmah1110
    @inumonisarmah1110 Рік тому

    বৰ ধুনীয়া লাগিছে লোকৰ কথাত গুৰুত্ব নিদিবা।আমাৰ কাৰণে এইয়াই হৈছে স্বৰ্গীয় অনুভূতি।😢 মোকো এনেকৈ কোৱা মানুহ আছে। আমাৰ ঘৰলৈ আহি থকা মানুহেই মোৰ ছোৱালী দুই জনীক কয় এই হাবিখন কাটি পেলাবি।😢😊 মোৰ মনতোও তেতিয়া বৰ বেয়া লাগে।❤❤

    • @Junalisgardening
      @Junalisgardening  Рік тому +1

      উমম বুজি পাইছো। মন বেয়া নকৰোঁ।মাত্ৰ মনৰ কথাখিনি খুলি ক'লো। নিজৰ ভাল লগা ধৰণেই আমি ৰাখিম নহয় জানো! 😊আপুনিও তেনেকৈয়ে ৰাখিব❤️❤️❤️

  • @rimasgarden1093
    @rimasgarden1093 Рік тому +2

    Amar swargo khonok kunubai jungle vabileu upai nai 😂😂moi tu bisonar akhe pakhe u plants bohut rokhar planing kori asu, ru amar hukh bur ami anok bujabo nuaru dr, muk j dujon mne koie jungle bonua buli but moi ru utsah he pau😂lagi thaka ,tmr jungolot ketiaba adin hukh lobo jam❤jungle ase babei ami ukhah loi asu😍 bohut val lagil video tu😍tumar fuloni mur babe swargo❤thanks muk j monot kora dr,aitu song of indiar a sage variety, ru dracaena jen lagise

    • @Junalisgardening
      @Junalisgardening  Рік тому

      আমি যে কিমান নিৰ্মল উশাহ লৈ আছো তাকে বুজিব নোৱাৰে এচাম মানুহে 😊আহিবা এদিন সঁচাকৈ ফুলৰ সংগত সময়বোৰ উপভোগ কৰিম বহুত মৰম তোমালৈ ❤❤❤❤❤❤❤

    • @geeatwalideka796
      @geeatwalideka796 Рік тому

      মোকো কয় তেনেদৰে৷কিন্তু তাতহে সংসাৰৰ সুখ বিচাৰি পাওঁ৷

    • @Junalisgardening
      @Junalisgardening  Рік тому

      @@geeatwalideka796 হয় ভাল লাগিল আপোনাৰ মনটোও আমাৰ দৰেই 😊❤️❤️❤️❤️

  • @daisyslovevideos2431
    @daisyslovevideos2431 Рік тому

    Plants keita khub dhunia aru khub healthy hoi,apuni bor xundurkoi jotno loisei😊❤

  • @binitadeka8230
    @binitadeka8230 Рік тому +1

    বা বহুত বেছি ভাল লাগে আপোনাৰ ফুল বোৰ, মই মৰিগাঁও ৰ হয়

    • @Junalisgardening
      @Junalisgardening  Рік тому

      অশেষ ধন্যবাদ লগতে বহুত মৰম

  • @bornalikonch802
    @bornalikonch802 Рік тому

    ami phukbhal pua manuhburor dristit hokolu bostuyei dhunia baideo.mon beya nokorib

    • @Junalisgardening
      @Junalisgardening  Рік тому +1

      নাই মন বেয়া কৰা নাই।মনৰ কথাখিনি হে ক'লো। মৰম দেই বহুত 😊❤❤❤

  • @morsidabegum4733
    @morsidabegum4733 4 місяці тому

    Moiu ful bhut vl pao baa aru video bur di thakiba sun ❤️

  • @rahanakitchen4049
    @rahanakitchen4049 Рік тому

    Bohut dhuniya legel fuloni khan. Frnd holu. Back diba💛💜💓

    • @Junalisgardening
      @Junalisgardening  Рік тому

      নিশ্চয়।অশেষ ধন্যবাদ😊❤❤❤

  • @ZAgarden
    @ZAgarden Рік тому

    Beautiful plants. Nice sharing freind stay connected

  • @Gitumoni1993
    @Gitumoni1993 Рік тому

    Nice sharing 🤗🤗🤗

  • @gardeningwithlipika3537
    @gardeningwithlipika3537 Рік тому

    এতিয়াহে চালোঁ। আলহী আহিলে ভাত খোৱাকে সেইকাৰণে। ভাল লগাবোৰ লৈ বেয়া লগাবোৰ মনৰ পৰা দলিয়াই দিবলৈ শিক্ষা। যেনেকৈ ফুলৰ পুলিটোৰ কাষে কাষে ওলোৱা ঘাঁহ বনবোৰ উঘালি দলিয়াই পেলাওঁ তেনেকৈ 😂
    যিকি নহওঁক ভিডিঅ'টো ভাল পালোঁ চাই ❤❤❤

    • @Junalisgardening
      @Junalisgardening  Рік тому

      একদম ঠিক কৈছা লিপিকা ।বহুত মৰম দেই❤❤❤❤❤

  • @jayantaroy2289
    @jayantaroy2289 Рік тому

    Eman dhuniya ,keyo jonghol habo, apunar video r babey roi thako

    • @Junalisgardening
      @Junalisgardening  Рік тому

      অশেষ ধন্যবাদ। বহুত মৰম দেই😊❤❤❤

  • @mousumiborgohain2998
    @mousumiborgohain2998 Рік тому

    Moi uo apunar dare.. gardening karib mon jai..kintu ki hobo. Hapor karone aku karibo nuaru...bahut bea lage

  • @shantipriyadutta5540
    @shantipriyadutta5540 Рік тому

    Caladium r cutting kenekoi logabo pari jonabo soon..apunar fuloni khon bor dhunia lagise

    • @Junalisgardening
      @Junalisgardening  Рік тому

      কেলেডিয়ামৰ কচুৰ দৰে আলু হয় পৰা সেইবোৰ ভাগ কৰি পুলিৰ"সংখ্যা বঢ়াব পাৰি

  • @sehnajahmeda4034
    @sehnajahmeda4034 Рік тому

    Iman dhuniya😍

  • @kavyavlog4558
    @kavyavlog4558 Рік тому

    বহুত ধুনীয়া লাগিল ফুলনি খন

  • @kakalitalukdar8535
    @kakalitalukdar8535 Рік тому

    Bahut bahut dhuniya apunar fulanikhan

  • @parismitabordoloi754
    @parismitabordoloi754 Рік тому

    দিনত অলপো সময় নাপালো ভিডিঅ' চাবলে । এতিয়া আজৰি হৈ চাইহে শান্তি পাইছো ❤❤

    • @Junalisgardening
      @Junalisgardening  Рік тому

      হয় বাইদেউ।সময়বোৰ কেনেকৈ যে পাৰ হৈ গৈছে। মৰম দেই❤❤❤❤

  • @jungogoi5044
    @jungogoi5044 Рік тому

    আপোনাৰ বাগিচা খন আৰু ফুলবোৰ বহুত, ভিডিও বোৰ চাই ভাল লাগে।

    • @Junalisgardening
      @Junalisgardening  Рік тому

      অশেষ ধন্যবাদ লগতে বহুত মৰম❤❤❤❤

  • @rinkuborah3743
    @rinkuborah3743 Рік тому

    আপোনাৰ ফুলনীখন চাইবৰভাল লাগে। আপোনাৰ পৰা ফুলৰ জতনৰ বিষয়ে বহু কথা জানিব পাৰিছো।

  • @bhanita898
    @bhanita898 Рік тому

    মই টো বাইদেউ আপোনাৰ বাগীছা খন ওচৰত পালে বলীয়া হৈ জাম মই বহুত ভাল পাও ফুল মনতো বেয়া লাগিলে আপোনাৰ ফুলৰ বাগীছা খন দেখিলে মোৰ ভাল লাগি যায় আপোনি যেতিয়া ব্লগ বনাই মই আপোনাৰ লগত আপোনাৰ ফুলনী খনত সোমাই পৰো ইমানে ভাল লাগে ঘৰ খন আপোনাৰ কেনেকৈ ভাল লাগিব আপোনি হে জানীব বেলেগৰ কথাত ইমান মন নীদীব❤❤❤❤

    • @Junalisgardening
      @Junalisgardening  Рік тому

      নাই মন বেয়া কৰা নাই । তোমাৰ মন্তব্যত সুখী হ'লো দেই। বহুত মৰম দিলো❤❤❤❤❤

  • @aradhyasaikia5105
    @aradhyasaikia5105 Рік тому

    এই এনযাইমবোৰ ঘৰ মছোটে দিবা ।বৰ ধুনীয়া গুন্ধাই।

    • @Junalisgardening
      @Junalisgardening  Рік тому

      হয় ঠিকেই কৈছে।মই দিওঁ। মোৰ ক'বলৈহে থাকি গৈছে। কলীনৰ কাম কৰে গ্লাচ আদিও চাফা কৰিব পাৰি । অশেষ ধন্যবাদ দেই😊❤❤

  • @barnalinainavlog5903
    @barnalinainavlog5903 Рік тому

    Beautiful garden ❤️

  • @Nanshree_vlogs
    @Nanshree_vlogs Рік тому

    মই ফুলবোৰ কাটি পানীত শিপা ওলাব বুলি থওঁ কিন্তু বেছি ভাগেই বেয়া হৈ যায় কিয় বাৰু। কেৱল দিফেনবাকীয়া আৰু স্নেক প্লান্ত হে বাছি চে।

  • @rimpysgardening
    @rimpysgardening Рік тому

    খুব ধুনীয়া লাগিছে,, মন বেয়া নকৰিবা,তোমাৰ মাত থুকাথুকি শুনি বেয়া লাগি গৈছে, সবৰে ভাল লগা বোৰ বেলেগ বেলেগ, কিছুমানে অলপ ফুল বেছি মুকলি ঠাই ভাল পায়। আৰু আমি বোৰে চব গোট খুৱাই একেলগে ৰাখি ভাল পাওঁ, আমাৰ ভাল লগা আনৰ ভাল নালাগিবও পাৰে, মইও যেনেকৈ কৈছিলোঁ gate খনত ওলোমাই থোৱা বোৰ বেয়া লাগিছিল বুলি😂, adenium টো বেছিকৈ ৰদ পৰা আৰু বৰষুণ পৰাকৈ নাৰাখিবা, আমাৰ আকৌ নতুনকৈ 3জোপা ফুলিব লৈছে আগতে কলিতে সৰি যোৱা, মই তেনেকৈ ৰাখিছোঁ

    • @Junalisgardening
      @Junalisgardening  Рік тому

      নাই মন বেয়া কৰা নাই। মনৰ কথাখিনি ক'লো। অলপ সময়ৰ বাবে দুখ এটা লাগিছিল। অলপতে দুখ লাগে মোৰ 😢তোমাৰ কথাত যে একেবাৰেই বেয়া পোৱা নাই। গেটৰ বটলবোৰ মই নিজেও বেয়া দেখিছিলো।এওঁৰ কথাতো ক'বই নালাগে 😅 ।

    • @rimpysgardening
      @rimpysgardening Рік тому

      @@Junalisgardening 😃😃 ভাল লাগে ফুল বোৰ, মই যে ইমান পৰিপাটি কৈ ৰাখিব নোৱাৰোঁ প্ৰতি জোপা, তোমাৰ খিনি বৰ ভাল হয়, সাধাৰণ কিবা পুলি এটাও ভাল হয় থাকে দেখিবলৈ

  • @krishnabaishya6186
    @krishnabaishya6186 Рік тому

    Beautiful Garden 💗💗💗💗💗

  • @neetibordoloi628
    @neetibordoloi628 Рік тому

    তোমাৰ ফুলনী বাৰীখন চাই সঁচাকৈ বৰ ভাল লাগে। মই বেছি দিন হোৱা নাই চাবলৈ লোৱা ❤

  • @nonichutia3034
    @nonichutia3034 Рік тому

    জোনা, কেকটাচ বোৰ কেনেকৈ ৰাখিছা কবানি?

  • @sopnalihazarika8957
    @sopnalihazarika8957 Рік тому

    তোমাৰ ফুলনীখন চাই‌ সচাই বহুত ভাল লাগে।এদিন তোমালোকৰ ঘৰলৈ গৈছিলো‌ মাত্ৰ পাঁচ মিনিট কাৰণে।আৰু এদিন তোমাৰ বাগিছাখন চাবলৈ মণ আছে।

  • @gitalibokolial624
    @gitalibokolial624 Рік тому

    Apunar dore moiu fulburor sai monot bohut hanti pow. Ful val nupua manuhe hoitu fulok jonghol buli kobo pare. Moi kintu ful jenekoi tholeo val pow.

    • @Junalisgardening
      @Junalisgardening  Рік тому

      হয় আমাৰ ফুল ভাল পোৱাসকলৰ মনবোৰ একেই 😊 অশেষ ধন্যবাদ❤❤❤

  • @biswajitsonowalbiswajitson8167

    Nice

  • @barakhasaikia8830
    @barakhasaikia8830 Рік тому

    Nice ba

  • @anitaboro2878
    @anitaboro2878 Рік тому

    Fulor khetrot moio bht abegik...muru ata horu garden ase ...jie jonghol buli koise hihot ful ki bostu eku nejane,

    • @Junalisgardening
      @Junalisgardening  Рік тому +1

      হয় ঠিকেই কৈছে মন্তব্যৰ বাবে ধন্যবাদ

  • @nonichutia3034
    @nonichutia3034 Рік тому

    বৰষুণ ত ৰাখিচানে

  • @bobby3162
    @bobby3162 Рік тому

    Nice 💞💞

  • @moriambegum1021
    @moriambegum1021 Рік тому

    ফুলৰ গছেৰে জংঘল হলেও দেখি বৰ ভাল লাগে

    • @Junalisgardening
      @Junalisgardening  Рік тому

      হয় আমাৰ এনেকৈয়ে ভাল লাগে 😊🤔❤️❤️❤️

  • @SushilaDuarah
    @SushilaDuarah 10 місяців тому

    ধন্যবাদ

  • @bidishabarhai1600
    @bidishabarhai1600 Рік тому

    Jonghol anor sokut hobo pare ..mur babe aikhon swargo..💚

    • @Junalisgardening
      @Junalisgardening  Рік тому

      বহুত বহুত মৰম তোমালৈ❤❤❤❤❤❤❤❤❤❤

  • @pratikshtraditional2564
    @pratikshtraditional2564 11 місяців тому

    আজি প্ৰথম বাৰ চাইছো বনাই যোৱা বা আমি চাই যাম।

  • @Lightning-j4e
    @Lightning-j4e Рік тому

    Fulonikon Mur bor vl lage ba

  • @hirankalita4486
    @hirankalita4486 Рік тому

    Mor bagisa khonko jonghol buli Kai ..bahut dukh Lage tenekoi kle.

    • @Junalisgardening
      @Junalisgardening  Рік тому

      তাকেই অ।আছে কিছুমান মানুহ। আনে যিয়েই কওক আমি যেনেকৈয়ে ভাল পাওঁ তেনেকৈয়ে ৰাখিম"নহয় জানো😊 !

  • @priyamsonowal3898
    @priyamsonowal3898 Рік тому

    Val lagil

  • @pronabphukon3320
    @pronabphukon3320 Рік тому

    Ba muru horukoi fuloni akhon asa apunar video bilak Sai moiu apunar Dora fulonikhon dangor koriboloi loisu ba Tumar video bilak saboloi moi hodai roi thaku plz ba video bilak hodai diba sun

    • @Junalisgardening
      @Junalisgardening  Рік тому

      বৰ ভাল কথা দেই । সোনকালে দিবলৈ চেষ্টা কৰিম😊

  • @himadrisaikia1975
    @himadrisaikia1975 Рік тому

    জোনালী বা ভিডিঅ বোৰ চাইছোঁ ,ভাল লাগিছে,হাৰ্ডজেনিয়াৰ কাটিং কেনেকৈ কৰে জনাবাচোন

    • @Junalisgardening
      @Junalisgardening  Рік тому

      এতিয়া ফুলাৰ সময় । ফুলি শেষ হ'লে কৰিব পাৰি। যেতিয়া কৰিম দেখুৱাম দেই

  • @bijumonigogoi1800
    @bijumonigogoi1800 Рік тому

    মোৰ তিনি জোপা হাইডেনজিয়া আছে কিন্তু আজি দুবছৰ মান হল ফুলা নাই , কি কৰিলে ফুলিব জনাবচোন , বহুত আশা কৰি আছো:48

  • @meghaliborgohain1694
    @meghaliborgohain1694 Рік тому

    Moiu phool khub val paao.. Nijor horukoi holew phool rakhisu.. Muku kisumane koi gutei khon jungle, kunubai koi nursery buli... Kintu mur eta prosno hol mur khub moh hoi phoolni khonot.. Apuni ki kore baru phuloni khonot moh nhoboloi

    • @Junalisgardening
      @Junalisgardening  Рік тому +1

      ম'হ আহিবই । ফুল নাথাকিলেও আহিব😊 ধূপ ধূনা দিওঁ । বৰ বিশেষ অসুবিধা নাপাওঁ

    • @meghaliborgohain1694
      @meghaliborgohain1694 Рік тому

      @@Junalisgardening dhanyabad 😍😍.. Moi killer ba koni tray jolau kintu khub kom kaam kore..

  • @nishasarma4538
    @nishasarma4538 Рік тому

    লোকৰ কথা বাদ দিয়ক
    নিজে নিজৰ কাম কৰি যাব ❤❤
    বহুত বহুত মৰম ❤❤BAA

    • @Junalisgardening
      @Junalisgardening  Рік тому

      উমম বহুত মৰম তোমালৈ❤❤❤❤

  • @paschimnizmadartalakamalpu9248

    Baa bahut vl lage Apuner full bur

  • @nonichutia3034
    @nonichutia3034 Рік тому

    এগ্লনিমা পাতৰ পৰা হয়নি জোনা?

    • @Junalisgardening
      @Junalisgardening  Рік тому

      এখিলা পাত ডালটোৰ সৈতে এটা অংশ কাটি লগালে হ'ব।কেৱল পাতখিলা লগালে হ'ব নে নাই ক'ব নোৱাৰিছো।মই কৰা নাই আজিলৈকে

  • @krishnamonivlogsandcreativ3879

    Moi hs finel di thakute u rati torch mari ful sai thaku , xeibabe ghrt gali u khau 😂
    Xosai amr babe fulni khon সৰ্গ he

    • @Junalisgardening
      @Junalisgardening  Рік тому +1

      একদম ঠিক কৈছা। ভাল লাগিল তোমাৰ ফুলৰ প্ৰতি থকা চখ দেখি😊

  • @NasrinBegum-ek8ie
    @NasrinBegum-ek8ie 4 місяці тому

    Apuni video kio Nidia hol

  • @nonichutia3034
    @nonichutia3034 Рік тому

    মোৰ ৰংটো গোল পিয়া নহয়।

  • @iiiiknow5270
    @iiiiknow5270 Рік тому

    Jungle buli hai jone koi ji jone plants or value najane. Plants a muk notun jibon dile. bedroom , dinning room, drawing room , pasfalor baranda sobo te plants Kori thoisu. apunak moi bujabo nuwaru plants ghoror bhitort rokhar pora mur mental health thik hoise, air agotkoi clear lage, mur self- confidence bahise , lukor kotha moi ajikali nabhabu tar holoni plants r logot time spend koru. Moi plants logai goi thikm. Plants bur amar real friends jiye ketiaw amak nothoge, amak hodai grow koriboli hikai.

    • @Junalisgardening
      @Junalisgardening  Рік тому +1

      আপোনাৰ মন্তব্য পঢ়ি মন ভৰি গ'ল। হয় মইও এটা সময়ত হতাশাত ভুগিছিলো। এই সেউজীয়াবোৰেই মোক হতাশাৰ পৰা মুক্তি দিলে। আপোনাৰ বহুমূলীয়া মন্তব্যৰ বাবে অশেষ ধন্যবাদ🙏

  • @girijasaikia2182
    @girijasaikia2182 Рік тому

    Apunar fhul bur sale man bhari jai.

  • @nituduarah8636
    @nituduarah8636 Рік тому

    Video Tu sai val lagil... Kotha bilak eman dhuniya koi koi...

    • @Junalisgardening
      @Junalisgardening  Рік тому

      অশেষ ধন্যবাদ। বহুত মৰম দেই😊❤❤❤